ata hundor gaanr logote hundor choreography video.. sua lgte hunbo palu... hosai bipin da gaanr mining bilak akhomia karone ata ata message hoi.. hundor papu
কি বুলি comment কৰিম ভাবি পোৱা নাই। ধুনীয়া মানে অতি পাত ধুনীয়া হৈছে ক'বলৈ ভাষাই নাই। পাপু দা আৰু পুজা বা প্ৰতিটো ভিডিঅ' চাই বহুত ভাল লাগে মোৰ। My fevrat song 👌👌👌 love you rohedoi
Mojaa 👌👌👌 bhut vl lgil vedio 2 saiiii
টিকনি ডাল মেইন । টিকনী ডালৰ বাবে এটা লাইক😁
😂😂😂😂
@@deeppdaofficial390 kene aji he dexili toi
ata hundor gaanr logote hundor choreography video.. sua lgte hunbo palu... hosai bipin da gaanr mining bilak akhomia karone ata ata message hoi.. hundor papu
Tq
Dhuniya papu n puja ... Anekuwa video khodai bonai juwa take kamona koru ... Bohut bhal lagise ...
dhunia.vl hoise
Apunar besi dhunia
বহুত ভাল লাগিল দে । মোৰ ভিদিঅ বোৰ চাব চোন । তলত লিংকটো দিলো
🌼🌼ua-cam.com/video/cpZlGqId2x0/v-deo.html ::: please..like..and..share...and.. subscribe.....ভাল লাগিলে subscribe কৰিব
2mr video besi val lge sai
Baaa apunar vidio sai aru besi sai vll lage ❤️❤️jangki entertainment family ❤️
Tumar video sai Val laga 🥰🙏
borhiya..gan2t bhut kotha xumai ase..sob xosa kotha..dhunia hoise..love from Daman & Diu
উলংগ দেশতে কাপোৰৰ কিনো সকাম।❤️❤️
ধুই পেলাইছে গায়ক বোৰক,লগতে আজিৰ অসমীয়াক।👍👍
সুন্দৰ বিপিন ককাইদেউ ...
কি বুলি comment কৰিম ভাবি পোৱা নাই। ধুনীয়া মানে অতি পাত ধুনীয়া হৈছে ক'বলৈ ভাষাই নাই। পাপু দা আৰু পুজা বা প্ৰতিটো ভিডিঅ' চাই বহুত ভাল লাগে মোৰ। My fevrat song 👌👌👌 love you rohedoi
অতি সুন্দৰ, নতুন কৈ ওলোৱা ফকতিয়া গায়ক কিছুমানক ভালকৈ ধুই দিছে 😂😂😂😂 মজা
Video টোৰ বাবে বহু অপেক্ষা কৰা পাছত অবশেষত পালো...বিপিন দা আগুৱাই যাওক.....❤❤❤❤❤❤👌👌👌👌👌👌👌👌👌👌👌💙💙💙💙
Great lesson in Song's Word ... Nice video
Nice song........bohut val lagise sai...
Tumar video bur....papu...
বহুত আশাৰে ৰৈ আছিলোঁ আজি আশা পূৰ হল বিপিন ককাইদেউ বহুত বহুত ভাল লাগিল লগতে ভিডিঅটোত জড়িত থকা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছো ভিডিঅটো ইমান ধুনীয়াকৈ উপস্থাপন কৰাৰ বাবে
Ok
এটা সময় উপযোগী গীত বিপুল দা..অসম খন লাহে লাহে শেষ হৈ যাব ধৰিছে গতিকে আপোনালোকে আগবাঢ়ি আহিলা হে আমি ধৰি ৰাখিব পাৰিম
11¹
Nice song I love this song
Video to sai montu bohut vl lagise thank you pupu da and puja ba
❤❤❤❤ajiu sai thaku❤
Xundar editing hoise Partha 👌👌👌 excellent
Thank u
Bohut val lagil dai. papu da aru puja bare video Tu sai. 👌👌bohut val lagil dai
ধুনীয়া হৈছে। বহুত দিনৰ পৰা ৰখি আছিলো ভিডিঅটোৰ কাৰণে। বিপিন দাৰ প্ৰতিটো গীত এনেও ভাল লাগে।
বহুত ভাল লাগিল দে । মোৰ ভিদিঅ বোৰ চাব চোন । তলত লিংকটো দিলো
🌼🌼ua-cam.com/video/8GYtvj5ZmiI/v-deo.html :::: please..like..and..share...and.. subscribe.....
Right 👍😊🥰
Hasakoi bohut val lagile
চাই ভাল লাগে পাপু আৰু পুজা কভাৰ ভিডিও সমুহ ,,, তাতে বিপিন দাৰ ৰহেদৈয়ে এইবাৰ হে প্ৰাণ পাই উঠেছে,, মই প্ৰায়ে চাওঁ তোমালোকৰ ভিডিও সমুহ আৰু আগুৱাই যোৱা তাৰে কামনাৰে!
Bipin daar gaantut papu pujar dancing atuloniyo ....mojjjaaahhh moi sai e thaku💐💐💐🥰
অতি সুন্দৰ গীত এটা অসম বাসীক অৱদান দিয়াৰ বাবে বিপিনদাক ধন্যবাদ জ্ঞাপন কৰিছো | লগতে ইমান এটা কঠিন গীতক সোণত সোৱগা কৰা নৃট্য পৰিচালক উদয়ৰলৈও অভিনন্দন জ্ঞাপন কৰিছো,লগতে আশিৰ্বাদ কৰিছো,তুমি আৰু আগুৱাই যোৱা |তাৰ পাছত আহিল পাপু-পূজাৰ অভিনয়ৰ কথা | সঁচাকৈ কৈছো,বহুত ভাল লাগিল ,তোমালোক দুয়োৰে আৰু সংগীবৃন্দৰ অভিনয় ও নৃট্য সুন্দৰকৈ পদৰ্শন কৰিছা | পোনৰ বাৰ ধন্যবাদ জ্ঞাপন কৰিলো বিপিনদাক ,আমাৰ মৰিগাওঁৰ উঠি অহা যুৱ-চামক এইকণ সুবিধা প্ৰদান কৰাৰ বাবে |
At last, best of luck to all of you for your's cultural life.
Ok ok l JB
,
Eman dhuniya songtut amar famous actor actrees bisari napali nki
মানে ইমান ধুনীয়া হৈছে কবৰ ভাষা নাই | বহুবাৰ চালো দিয়া | আচলতে perfect বুলি যে কয় ইয়াতহে খাটে শব্দটো |নৃত্যশৈলী কিমান সুন্দৰ | ইমান নো কেনেকৈ জানাহে নাচিব | মুঠতে অদ্বিতীয় | আটাইকেইজন কলা কুশলীলৈ মৰম, শুভেচ্ছা থাকিল | আৰু পাপু পূজা মানে পাপূজা ....দুয়োজন genius হয় দে ....আৰু আগুৱাই যোৱা |
Tq so much
আচলতে এক দম সঁচা কথা কিন্তু jiki nohok বাৰু সুন্দৰ অতি সুন্দৰ খুব বৰ ধুনীয়া বহুত ভাল লাগিল সঁচাকৈ দেই পায়
Outstanding.... Choreography bohut besi val hoise... 🙏
মজা বনাইছে।
Manuhok anekoi bujale he bujibo, ajikali sidhakoi kole buji napai, tera beka koi kole he buji pai, xundor Bipin da
35
🎉 nnj
Bah bohria miningfull song ,nice vdo
সছাকৈ ধুনীয়া হৈছে👌👌. Acting fantastic 🔥🔥
tfguyt
Moi Assamese kitamn gan AXA tar list ot fast no apunr tu . ki janu mur emn a Val laga . love you ❤ da da...next level 🔥🎖️
bht vl lagise dada bow😘😘
Boriya Lagise 😁😁
Mojjaa Bipin da, Puja bahut dhuniya dance korisa aru Papu asa logote duta dhuniya juri hoi bahut vl lagile
Wow....bhut vl lgse
মোৰ কবলৈ একো ভাষা নাই দেই....... বহুত সুন্দৰ হৈছে আমাৰ অসম গৌৰৱ বিপিন দা😘😍
মজা লাগিল
বুপ দাদাৰ (উদয় শংকৰ নাথ) নৃত্য পৰিচালনা বহুত ধুনীয়া হৈছে 🔥🤗লগতে পাপু দা ,পূজা, পিংকু দা, বাবু, বিষ্ণু, জানমনি, মুনমুন, বিশাল,....সকলোৰে নৃত্য আৰু অভিনয় খুবেই ভাল হৈছে ❤️😊। মৰিগাঁৱৰ হৈ মই গৌৰৱ অনুভৱ কৰিছোঁ।
❤❤❤
Papu and puja nagaon district hoi
Thnk u baa
@@assamesegamerboy3454 🤣🤣kune kole tumak, moi xihtr ghrr usrr manuh hoi .
@@janmonidekaspresentation9567 wlcm dear
Dhuniya lagixe dei video song 2😍
❤❤❤❤
পাপু দা পুজা বৌৰ বাবে like 👍 এটা দি যাব
বালৰ actor
বহুত ভাল লাগিল দে । মোৰ ভিদিঅ বোৰ চাব চোন । তলত লিংকটো দিলো
🌼🌼ua-cam.com/video/8GYtvj5ZmiI/v-deo.html :::: please..like..and..share...and.. subscribe.....
Very good dancing nd jordi
@@wefunsong2626 ok
@@wefunsong2626 mur o video suwa
Eta gaan di gutei Axomiya Music industry udongai dile...hats off.. Dadar gaan ketiya ki ulai najanu...kintu apunak ontoror pora honman jasilu..
Bahut val lagile video tu say🤩🤩tate papu da aru puja ba thakile aru 🔥🔥🔥🔥🤗🤗💝
🎉😮🇸🇹🌼🌺🐻😮
Nice জয় আই অসম mojjjaa lgisa de
Superb bpin daa আশীৰ্বাদ
Baapre baapre bhtei hiya t lgi goise gantu fully meaning buji paissu so vl lgise
dhunia..vl hoise😘😘😘
Bohut vl lagil sai
ধূনীয়া।। সুৱেই মনোমোহা নৃত্য। বিশেষ কৈ ৰহেদৈ গীতটিত
Kenekua dhunia hoise oo .. dance Tu mozahhh ..papu da puja ba👍👍
অসমীয়া সংস্কৃতি হেৰায়ে যাৱ আৰু........গান টোৰ বাবে বহু অপেক্ষাত আছিলো, বহুত ভাল লাগিছে♥️♥️👌👌
❤️❤️
Right
Dhuniya 😘. Val lagisa
বাত চাই আছিলো ভিডিঅটো দিয়ালৈ।।finally ভিডিঅটো আহি গ'ল।।সচাঁই বহুত বেছি ভাল লাগিল।।choreograph বহুত havy ।।।
Tq
বিপিন দা আপোনাৰ গান বোৰত অসমীয়া ৰ ভাষা সংস্কৃতি ঐতিহ্য বোৰ সোমাই থাকে , খুব ভাল লাগে , এনেকৈ আৰু পাম আপোনাৰ পৰা আশা ৰাখিলোঁ 🙏 । পাপু দা আৰু পূজা বও আগুৱাই যোৱা 👍🏻
সচা কথা
Good
Twuueguehhu
বহুত বহুত ধুনীয়া হৈছে,,বৰ ভাল লাগিল
Dhemali diss gaan etu. jui 🔥
Both of you 😘😘😘ummmmah😘😘😘 No word tu say 🤐 !!! Love you 💝💖💗💓💞💕 God bless you .
Hosakoi bht vl lgil
Nice video songs 💔
Gaan tu khuni Bohot Proud Fill Korilu Nice Bipin Da
Outstanding Dance papu and puja ... 👌 Gan2 to koboi nalage 😘. Bipin da new generation scope diya babe Thanks A lot...
বহুত ভাল লাগিল দে । মোৰ ভিদিঅ বোৰ চাব চোন । তলত লিংকটো দিলো
🌼🌼ua-cam.com/video/8GYtvj5ZmiI/v-deo.html :::: please..like..and..share...and.. subscribe.....
Ppppppppppppppppppppppppppppppppppppppppppppppppppppppppp
👉💝❤️💖💓💙💛💚💝🧡💝💖
@@wefunsong2626 two owetpyyettytwet
Bohut bohut duniya lagise ..... Bipin da krne eta like kri dib ... Jate aru enekuwa vhal gaan bnab pare ,
Sir buhut opekha Kori aasilu vdo 2 ktya ahibo ktyaba aahibo buli.. finally aahi golu..5br salu..buhut besi vall lagil sir vdo 2..
Moja lagise...
Muru video sabo ha❤❤❤
সুন্দৰ হৈছে
Sai bohut bhal lagil dy papuda aru puja bay vedeotu
Hokolure bht dhuniya avinoy 👍
Songtu vl lagil Bipin da ,,puja and music or karone
Pupu puja আৰু লগতে (singar) বিপিনচাওদাঙ ৰ বাবে please এটা লাইক দিব ।💟👍🏻
Nice 😂
.
@@amitkathar1311 I'll iaaaaaaaaaa
@@amitkathar1311 aaaaaaaaaaaoalaaaaaaaaaapaaaaaaapaapaaaapapaaaaaaa
@@amitkathar1311 jaaaaaaaaaaaaaaaaaaaaaaaaaaaa
বহুত ভাল লাগিল ভিডিঅটো ছাই।
বহুত ধুনীয়া লাগিছে ভিডিওটো চাই।🖒
889999
Dhuniya hoisa 🔥🔥🔥🔥
Imm dhuniya hoise kobai 👌👌👌👌💋💋💋❤❤❤❤ mozah papu n puja
Maa kosom big fan hom😃😃😃
Song tu vl lagil so hit song aru logote video tu aru vl hoise so hit video vl lagil 💓💕💓💕💓💕💕
Wow tammam aru
বহুত সুন্দৰ নাচিচা,,,পাপু ভাই
Gaatu moja.... choreography moja hoise...bohut nami choreography burt k heavy hoise.....❤️❤️❤️ Best of luck
A mojja
Papu aru puja .......tumaluk aru agbahii jwa .....val hoise❤️
যদি এই পৃথিৱীত মা দেউতাৰ সলনি নিস্বাৰ্থ ভাৱে কাম কৰে। সহায় কৰে সেইয়া হৈছে বন্ধুত্ব। ভগৱানে দিয়া অন্যতম এক উপহাৰ 😍,,,,,, তেজৰ সম্পৰ্ক নহ'লেও কিছুমান মানুহ খোৱ কম দিনৰ ভিতৰতে বৰ বেছি আপোন হৈ পৰে 😊 সুখৰ সময়তো দুখৰ সময়তো সদায় প্ৰতিপলত মাত্ৰ বন্ধু ❤️ মা দেউতা কব নোৱাৰা কথা বোৰ প্ৰান খুলি বন্ধুক কব পাৰি 😇
কিবা অসুবিধা হ'লে বিপদ হলে সিহতৰ সহায় লৈ বিপদক নেওউচি আগৱাঢ়ি যাবলৈ মাথোঁ বন্ধুৱে শিকায় ❤️ যি হয় হ'ব যা কৰ পাৰিবি এইয়া সাহস নহয় এইয়া এক মৰম ভালপোৱা আন্তৰিকা বুজাৱ নোৱাৰা এক অনুভূতি পাৰিবি কৰ ,,,😇 এলপি ইক্সুলৰ দিনৰ পৰা বিশ্ববিদ্যালয়ৰ লৈকে মাথোঁ বন্ধু 😇কেই প্ৰয়োজন হয় ,,💕 বন্ধুৱে কেতিয়াবা কন্দোৱাইও কেতিয়াবা হহোৱাইও কিন্তু জীৱনটো কি ? কেনেকৈ দুখ বোৰ আঁতৰাই হাহিৰে জীৱন টো সজাৱ লাগে সেইয়া মাত্ৰ বন্ধুৱে বে শিকায় 💫❤️ বন্ধুৰ অবিহনে জীৱন বিথা 😒,,,,,,,, ভাল☝️হ'লেও বন্ধু ❤️ বেয়া হ'লেও বন্ধু ❤️ তহতৰ ওপৰত নো কি লিখিম লিখি শেষ কৰিব নোৱাৰি 💫😇 🙋 তহতৰ এই অমূল্য অবদান বোৰক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি আনকি তাৰ মূল্য দিবলৈ গ'লে গোটেই জীৱনটো নোৱাৰিম 👻💖🤕 Love You Alll My Friend মিছ কৰিছোঁ 🐼 সকলোকে 😞 এদিন লগ পোৱাৰ আশাৰে 😇💫 সুভ সন্ধিয়া 🐼🕊️
বহুত ভাল লাগিল দে । মোৰ ভিদিঅ বোৰ চাব চোন । তলত লিংকটো দিলো
🌼🌼ua-cam.com/video/8GYtvj5ZmiI/v-deo.html :::: please..like..and..share...and.. subscribe.....
মনৰ কথা কৈ দিলা বন্ধু
❤❤❤❤❤❤
Mojaa hoise..
2024❤
Moza
Waw bahut bahut dhuniya lagise papu da aru puja ba bipin dak
এতিয়াহে ৰহেদৈ প্ৰাণ পাই উঠিছে ৷ সুন্দৰ ভিডিঅ পাপু আৰু পূজালৈ উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলোঁ।
Aha*6
Wow bhout dhuniya oyse 😍😍
bipin da krne like ata 🙏
Papu da aru puja bowk hokooue adori lua karone bhut val lagise . So hokolure babe ata like korok
Puja ba always awesome in mekhela Sador .... ❤️❤️❤️
Oh the satire and the sarcasm used in this song is dope !
Hundar lagise papu da
Dhuniya lagise
অতি সুন্দৰ নতুন প্ৰজন্মক আগুৱাই লৈ যাওক ❤️
❤❤❤
☺️☺️
বহুত ভাল লাগিল দে । মোৰ ভিদিঅ বোৰ চাব চোন । তলত লিংকটো দিলো
🌼🌼ua-cam.com/video/8GYtvj5ZmiI/v-deo.html :::: please..like..and..share...and.. subscribe.....
Mojja ligsa video to dada bow👌👌👍👍❤️❤️❤️
বহুত বহুত ভাল লাগিল । তোমালোক আৰু আগুৱাই যোৱা । আমাৰ মৰিগাঁও সুনাম কৰা.ধন্যৱাদ থাকিল তোমালোকলৈ❤❤❤❤
1
Duniya lagise
ধুনীয়া লাগিলে ভিডীঅ তো পাপু আৰু পুজা নাছ ধুনীয়া হৈছে
বহুত ভাল লাগিল দে । মোৰ ভিদিঅ বোৰ চাব চোন । তলত লিংকটো দিলো
🌼🌼ua-cam.com/video/8GYtvj5ZmiI/v-deo.html :::: please..like..and..share...and.. subscribe.....
Sdhuy
Mojjaa lagile de
Geet tut axom ari jowa kotha kobo nalagisil ...... kune kune beya paisa like aru coment koribo
Val hoise dei video2