Jati Matir Gaan | Bipin Chawdang | Arup Dutta | New Assamese Lyric Video Song

Поділитися
Вставка
  • Опубліковано 20 сер 2024
  • #BipinChawdang, #ProtibadiSong2020, #LatestAssameseSong2020
    ♪ DOWNLOAD/STREAM FROM THE BELOW LINKS ♪
    iTunes/Apple Music - itunes.apple.c...
    Spotify - open.spotify.c...
    Deezer - www.deezer.com...
    Gaana - gaana.com/song...
    JioSaavn - www.jiosaavn.c...
    Google Play Music - play.google.co...
    Wynk - wynk.in/u/oQsi...
    Amazon Music - music.amazon.i...
    ● FOR DIALER TONES DIAL CODES ●
    Vodafone - 53711826034
    Idea - 53711826034
    Airtel - 5432117336227
    BSNL (S-E) - 11826034
    ♬ AUDIO CREDITS ♬
    Song - Jati Matir Gaan
    Singer - Bipin Chawdang
    Lyrics & Tune - Bipin Chawdang
    Music, Mix & Mastered by - Arup Dutta
    Disclaimer- The views and opinions expressed in the lyrics of this song are those of the lyricist's and not of the youtube channel where it is uploaded.
    MUSIC LABEL - DHWANI RECORDS
    © 2019 DHWANI RECORDS
    ◆ FOR MORE UPDATES ◆
    ► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
    ► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
    ► FOLLOW US ON INSTAGRAM - / dhwanirecords
    ► FOLLOW US ON TWITTER - / dhwanirecords
    ► SUBSCRIBE OUR UA-cam CHANNEL - / dhwanirecords

КОМЕНТАРІ • 2,9 тис.

  • @Anzel-l7i
    @Anzel-l7i Рік тому +51

    হৃদয় চুই যোৱা এটি গীত বিপিন দাৰ কণ্ঠত, এইয়া হৈছে প্ৰকৃত প্ৰেম, জয় আই অসম ❤️✊

  • @assameseflutersaikia6807
    @assameseflutersaikia6807 4 роки тому +69

    ককাইদেউ অ....আপোনালৈ প্ৰণাম আপোনাৰ কথা সুৰ এই বিলাকে তেজ গৰম কৰি দিয়ে । আশা কৰো আগলৈ আপুনি এনেকৈ গীত বিলাক গাই যাওক মোৰ ফালৰ পৰা তাৰে কামনা কৰিলো ।

    • @gyanashreegogoi5801
      @gyanashreegogoi5801 4 роки тому +1

      সচাঁকৈ আপোনাৰ কথা সুৰ বিলাকে তেজ গৰম কৰি দিয়ে ৷

  • @polvlogs07
    @polvlogs07 2 роки тому +38

    জয় আই অসম ❤️🥺.. আপোনাৰ এনেধৰণৰ গীত বোৰ শুনিলে শৰীৰৰ নোম আপুনা আপুনি হিয়ৰি উঠে ককাইদেউ... আকৌ এবাৰ জয় আই অসম ✊✊

  • @rebotaye5276
    @rebotaye5276 4 роки тому +14

    সচাকে বিপিন দা আপোনাক মই বহুত ভাল পাওঁ। আপোনাৰ স্বদেশৰ গানবোৰ মোৰ অন্তৰত সোমাই।
    জয় আই অসম

  • @anupjyotiduwarah6567
    @anupjyotiduwarah6567 4 роки тому +122

    বিপিন দা আপোনাৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো । বীৰত্বৰ গীত গাই আমাক উচ্চাৰিত কৰাৰ বাবে । মই ভাবিছিলো আপোনি এনেকোৱা বিপ্লৱী গীত গাই আমাক আগবঢ়াই দিব বুলি ।

  • @pritomphukan1027
    @pritomphukan1027 4 роки тому +63

    প্রনাম জনাইছো বিপিন দা,,,বহুত সুন্দৰ হৈছে গীতটো,,, জাতি সংকটৰ সময়ত আমি সকলো এক হৈ আগবাঢ়ি যাম এনেদৰে,,,জয় আই অসম

    • @jibeswardeka133
      @jibeswardeka133 4 роки тому +1

      অসমীয়া সংস্কৃতি ##pritom phukan ffoiki

  • @atulkalita2057
    @atulkalita2057 4 роки тому +17

    গানে ৰে অসমীয়া জাতি ক বিপিন দাই বৰ ধুনীয়াকৈ বুজাই দি লে
    জয় আই অসম

  • @amiaxomiya2423
    @amiaxomiya2423 3 роки тому +51

    আজি কেইদিনমানৰ পৰা বহুত শুনিচো গানতো মই ইউটিবত বিচাৰি।অনুভৱ কৰিছো। মই ছিপাঝাৰৰ পৰা কৈছো।ছিপাঝাৰ এতিয়া অনা অসমীয়াৰ কৱলত……

  • @pulinbora3083
    @pulinbora3083 4 роки тому +30

    দাদাৰ প্ৰায়বোৰ গান অকলে অকলে শুনি উপলদ্ধি কৰিব চেষ্টা কৰোঁ।দেহ,মন শিহৰি উঠে।

  • @Chandanbhai1
    @Chandanbhai1 4 роки тому +31

    সুন্দৰ গান, গানৰ কথা বোৰ সচাকৈ গাত লাগি গৈছে..
    জাতিৰ হৈ মই মৰিব কুণ্ঠাবোধ নকৰো.
    জয় আই অসম

  • @rajibgogoi672
    @rajibgogoi672 2 роки тому +23

    হৃদয় চুই যায় বিপিন ককাইদেউ গান শুনিলে ❤️🔥

  • @rahulvlogs7520
    @rahulvlogs7520 3 роки тому +23

    Love frm Tripura ❤️❤️❤️.. northeast are united ❤️❤️.. northeast zindabaad...jay hind

  • @konoujnirmoliaworld9424
    @konoujnirmoliaworld9424 4 роки тому +477

    বিপিন দা প্ৰণাম। আপোনাক কি কৈ ধন্যবাদ জনাম মোৰ ভাষা নাই। আগলৈও বহু আশা ৰাখিছোঁ আপোনাৰ পৰা এনেধৰণৰ বিপ্লৱী গান শুনিবলৈ পাম বুলি।

  • @ankurdeka2367
    @ankurdeka2367 4 роки тому +87

    সাম্প্রতিক অসমীয়া সমাজৰ প্রতি এটা অতি দৰকাৰী আৰু শ্রুতিমধুৰ গীত ।ভাল লাগিল 👌👌👌👌জয় বিপিন দা 🙏🙏🙏🙏

  • @dishabora436
    @dishabora436 2 роки тому +31

    আপোনাৰ গান শুনিলে তেজ গৰম হৈ যায়। জয় আই অসম।

  • @TumanPhukan-ti5jp
    @TumanPhukan-ti5jp 11 місяців тому +4

    জয় আই অসম ✊✊✊সকলোকে অভিনন্দন জ্ঞাপন কৰিছো ।সছাই বিপিন চাউদাঙ ককাইদেউ এই গীতটি শুনি বৰ ভাল লাগিল ।

  • @dipgogoi8978
    @dipgogoi8978 4 роки тому +91

    জয় আই অসম। গাৰ নোম শিয়ঁৰি উঠি গৈছে। সুন্দৰ কণ্ঠ লগতে পৰিস্থিতি লগত খাপ খোৱা এটি গীত।

    • @ranjitaboruah1927
      @ranjitaboruah1927 4 роки тому +2

      VeryNiceSongJoiYIAssom

    • @tikusarmah1910
      @tikusarmah1910 2 роки тому

      @@ranjitaboruah1927 😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄

    • @dipuchetia4920
      @dipuchetia4920 Рік тому +1

      @@ranjitaboruah1927 qq

  • @junjunak2436
    @junjunak2436 4 роки тому +64

    ধুনীয়া গান মিলিছে বতমান পৰিস্থিতি লগত।।।। ।

  • @chittaranjan2024
    @chittaranjan2024 3 роки тому +35

    মোৰ আটাইতকৈ ভাল লগা প্রিয় শিল্পী বিপিনদাক প্রনাম । আপোনাৰ অৰ্থপূৰ্ণ গীতবোৰ
    অসমী আইৰ বুকুত চিৰদিন জীপাল হৈ থাকিব। দেশমাতৃৰ প্ৰতি থকা শিল্পীসত্তাৰ এজন প্ৰকৃত শিল্পী হিচাপে সদায় সত্যৰ কথা গাই যাওক তাৰেই কামনা কৰিলো🌹

  • @user-hh7mm2bu6h
    @user-hh7mm2bu6h Рік тому +35

    বঙালী ভাষা অসমত চলিব নিদিওঁ 💪💪

    • @duttabijit7347
      @duttabijit7347 5 місяців тому +2

      Right 👍

    • @mirakalita3715
      @mirakalita3715 4 місяці тому

      Bongalir obodan bharat a dekhise swadhinar xomoyot gotike kebol bidekhik he obohela korok bongalik nohoi

    • @jazzygaming8695
      @jazzygaming8695 4 місяці тому

      Axom khon bengali nohoi bangaldesi pra bochaok, bharotor Bengali jiman ase axomiyak bhal pay, bangaldesi e napay, ami ek hoi bangaldesi khedabo lage, Joi ai Axom

    • @Jaiaiaxom12
      @Jaiaiaxom12 Місяць тому

      Right

    • @KalpanaDeviBasumatary
      @KalpanaDeviBasumatary 11 днів тому

      😊😅9😊92oo2o{oooooooooooooooooo9
      🤍🤍❤🤍🤍🤍☮️❤💞❤☮️🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤🖤☮️❤
      🖤
      lll​@@jazzygaming8695

  • @nabajyotimedhi8765
    @nabajyotimedhi8765 4 роки тому +40

    অসম অসম অসম
    জয় আই অসম ✊✊✊

  • @hariprashadsarma987
    @hariprashadsarma987 4 роки тому +101

    বিপিন দা বহুত ধন্যবাদ। আমাৰ ভাষা, সংস্কৃতি, ভূমি, জাতি সকলো নিঃশেষ কৰিব এতিয়া অসমৰ বদন হতে। জয় আই অসম।।

  • @moranpuwali836
    @moranpuwali836 3 роки тому +9

    বাস্তৱ জীৱনৰ লগত খাপ খোৱা এক জীয়া গীত___ হৃদয় স্পৰ্শ কৰি গল।। "জয় আই অসম"

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 3 роки тому +12

    শ্ৰদ্ধেয় বিপিন দা লৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো।
    আজিৰ তাৰিখত অসমীয়া কোন দিশত।
    জয় আই অসম।

  • @jayantagoswami128
    @jayantagoswami128 4 роки тому +106

    হৃদয় চুই যোৱা এটা গান।জয় আই অসম।।✊✊

  • @navajyotigogoi7967
    @navajyotigogoi7967 4 роки тому +16

    গাৰ নোম শিয়ৰী ওঠা এটা দেশপ্ৰেমমূলক গীত। বহুত ভাল লাগিল শুনি

  • @puma3924
    @puma3924 3 роки тому +17

    দাদাৰ এই গীত অসমখৰ বাবে অমৰ সৃষ্টি...

  • @Rahuldeka12345
    @Rahuldeka12345 3 роки тому +158

    দেহত তেজ থকা লৈ অসমত থকা বহিৰাগত মানুহৰ লগত যুদ্ধ দি যাম ,,বিপিন দা আপোনাৰ গান টোত যে কৈছে ,,,ভাষা যায় ,,,ঘৰ,, যায় যায় মোৰ বুকু খন বহুত কিবা কিবি হৈ গৈছে কি কম আৰু কব ভাষা নাই

  • @nlpbhukhan6495
    @nlpbhukhan6495 4 роки тому +36

    আপোনাৰ গান শুনি আটাইতকৈ ভাল লাগে ভৱিষ্যতে এনে ধৰণৰ গান কামনা কৰিলো

  • @gautamkonwar5931
    @gautamkonwar5931 4 роки тому +69

    হ্নদয় ছুই যোৱা গীত।জয় আই অসম।

  • @__w4r.m4chin3__
    @__w4r.m4chin3__ 4 роки тому +10

    জয় আই অসম✊✊সদৌ অসম ছাত্ৰ সন্থা ✊✊✊অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ✊✊✊

  • @lohitbblogs6690
    @lohitbblogs6690 4 роки тому +6

    বিপিন দা ধন্যবাদ ইমান সূুন্দৰ গীত ওপহাৰ দিয়াৰ বাবে। জয় আই অসমী।

  • @kiran14555
    @kiran14555 4 роки тому +8

    তেজ গৰম হৈ যায় বিপিন দা তুমাৰ এই গানটো শুনিলে, বহোত ধুনীয়া হৈছে ,,, 😍😍😍👌👌👌জয় আই অসম,,,,,,, 👊👊👊

  • @JantuChetia
    @JantuChetia 4 роки тому +95

    নিজানত একলে এবাৰ শুনি চালে গানটো তেজ গৰম হৈ যায় জয় আই অসম৷

  • @tonmoyjyotigogoi2222
    @tonmoyjyotigogoi2222 3 роки тому +12

    অসমীয়াৰ গৌৰৱ আপুনি #ককাইদেউ💕.......জয়✊_আই_অসম✊

  • @crinstondeacock2232
    @crinstondeacock2232 3 роки тому +28

    জাগিলে অসম থাকিব দেশ ন’হলে হব বাংলাদেশ।জয় আই অসম ✊🏻✊🏻✊🏻
    #NoCAA

  • @devianita8593
    @devianita8593 4 роки тому +225

    গাৰ নোম শিয়ৰি উঠিল। কাণ দুখন গৰম হৈ গৈছে ।বিপিন দা গানটো কেনে হৈছে কব ভাষা নাই ।
    জয় আই অসম ।।

  • @mutantgaming3930
    @mutantgaming3930 4 роки тому +27

    If you are true Assamese you will be Touched😭😊 Bipin Chawdang #legend

  • @BTcreationsMusic1
    @BTcreationsMusic1 2 роки тому +11

    Proud To Be A ASSAMESE 😎
    Joi Aai Axom..

  • @sangitasaikia2927
    @sangitasaikia2927 2 роки тому +21

    Love this song ❤️❤️ jai aai akhom🙏🙏🙏

  • @Bihamhaipang
    @Bihamhaipang 4 роки тому +92

    Am from Arunachal and I love the culture and traditional way of life of Assamese people.... Let's protect the custom, culture of Assamese.
    . Say with pride we are great Assamese

  • @pranjalgogoi7894
    @pranjalgogoi7894 4 роки тому +25

    অসমৰ বিপ্লবী উদাত্ত কণ্ঠ | সহস্ৰ প্ৰণাম বিপিন দা

  • @samirprabhagogoi9027
    @samirprabhagogoi9027 3 роки тому +76

    এইয়াহে প্ৰকৃত দেশ, জাতিৰ প্ৰেম।

  • @gaurangabora6317
    @gaurangabora6317 3 роки тому +27

    হৃদয় চুই যোৱা গীত 😪💪 জয় আই অসম🙏

  • @gogoibijoy257
    @gogoibijoy257 4 роки тому +36

    কবলৈ ভাষা নাই, আশা কৰোঁ আগলৈও পাম এনে গান শুনিবলৈ, আপোনাক অশেষ ধন্যবাদ বিপিন দা ।

  • @rahulgogoi7800
    @rahulgogoi7800 4 роки тому +10

    হৃদয় কঁপালে, মন জাগ্ৰত কৰা এই গীতটি সকলোৱে আদৰি লওক অসমবাসী। বৰ মন পৰশা গান অ'। বাস্তৱক উদঙাই দেখালে

  • @rupjyotisivasagar2702
    @rupjyotisivasagar2702 2 роки тому +4

    Bipin da love❤️❤️❤️❤️❤️❤️❤️.......

  • @nsnayansil9289
    @nsnayansil9289 4 роки тому +8

    আপোনাৰ গান শুনিলে শুনিএ থাকিৱৰ মন । জয় আই অসম 😘

  • @mahanadarabha4236
    @mahanadarabha4236 4 роки тому +31

    জয় আই অসম দা দা আপোনাৰ গানে আমাক জিয়ায় থকাৰ শাহক দিয়ে আৰু মা ধৰিত্ৰী জিয়ায় ৰখাৰ শাহক পাও জয় আই অসম

  • @bobeeborah3225
    @bobeeborah3225 4 роки тому +59

    গাৰ প্ৰতিডাল নোম শিঁয়ৰি উঠিছে গীত টো শুনি।❤️❤️❤️

  • @girishbaishya6140
    @girishbaishya6140 3 роки тому +5

    এনে কোৱা গানবোৰে হৈছে গাৰনোম
    শিয়ৰি উঠা মধুৰ গান । ধন্যবাদ ।

  • @ankurjyotichetia5987
    @ankurjyotichetia5987 4 роки тому +39

    This song touches everyone's heart, love you brother, it will surely awaken entire Assamese community.Jai Aai Akhom.

  • @bhuyandjx803
    @bhuyandjx803 4 роки тому +21

    Akhomor handhikyanot apuni eman dhunia gaan rosshi jaati tuk upohar diye.... Hosakoi bohut bhal lagise.... #Joi Ai Akhom

  • @Chao_nitu2806
    @Chao_nitu2806 Рік тому +9

    স্বাধিন অসম বিছাৰো , প্ৰয়োজনত মিহলি হৈ যাম এই মাটিৰ লগত , তথাপিয়ো কাৰো পৰাধীন হৈ নাথাকো। জয় আই অসম ✊🏼

  • @ratnaphukan7789
    @ratnaphukan7789 3 роки тому +10

    অতি সুনদৰ গভীৰ অথ/পূন/ জাতিয়চেতনাৰে ভৰপুৰ শ্ৰুতিমধুৰ গীত

  • @arupbarman8115
    @arupbarman8115 4 роки тому +232

    বিপিন দাৰ গান মানেই হৃদয় কঁপাই তোলা গান , তাতে আকৌ আই মাতৃৰ বাবে গোৱা গান অতুলনীয় অৱদান , বিশেষকৈ বৰ্তমান সময়ৰ এক

  • @rupahiproducation5119
    @rupahiproducation5119 4 роки тому +138

    অসমীয়া মানুহৰ গান।অসমীয়াই এবাৰ উপলদ্ধি কৰা উচিত। ধন্যবাদ বিপিন দা।

  • @user-wn8kg1rj2k
    @user-wn8kg1rj2k 3 роки тому +57

    গীতটো শুনি চকুৰ পানী ওলাই গল |জয় আই অসম |

  • @adityakalita5560
    @adityakalita5560 10 місяців тому +3

    জাগি উঠ জাগি উঠ অসমীয়া।
    নহ'লে আজি হ'বি ভগনীয়া।
    জাতিও যাব, মাটিও যাব,
    হবি নিজৰ ভেটিতেই মগনীয়া।

  • @momindas119
    @momindas119 4 роки тому +43

    জাতিৰ চেতনা জগোৱা গীত...🙏👌👍
    💙জয় আই অসম💙

  • @anupamgohain7662
    @anupamgohain7662 4 роки тому +77

    আগলৈ এনেদৰে জাতিটোক জীপাল কৰিব পৰাকৈ অসমীয়া কেচা মাটিৰ গীত পাম বুলি আশা কৰিলো। জয় আই অসম।

  • @orjifabegum7845
    @orjifabegum7845 2 роки тому +4

    অতি সুন্দৰকৈ বাৰ্তা প্ৰেৰণ কৰিছে। আমাৰ অসমীয়া জাতিয়ে গ্রহণ কৰা উচিত।

  • @niruprovaboraborah5282
    @niruprovaboraborah5282 4 роки тому +129

    অসমীয়াৰ তেজ থকা হলে সিই দুজনৰ গাত মাতৃৰ বুকুত কুঠাৰাঘাত নকৰিলেহেতেন ৷ এদিন তওলোকৰ মাতৃ কেইগৰাকীৰ কথা ভাবি গৌৰৱ কৰিছিলো কিন্তু আজিকালি সেই মাতৃ কেইগৰাকিলৈ পুতৌ ওপজে কিমান ছাগে ধিক্কাৰ দিছে নিজৰ গৰ্ভ খনকে কিয় আমি আকৌ এবাৰ বদনক জন্ম দিলো বুলি ৷ মইও এগৰাকী মাতৃ অন্তৰৰ দুখ বুজি পাও জয় আই অসম৷

  • @soultoshine8623
    @soultoshine8623 Рік тому +1

    Each and every line is true of this song 🙃 .
    Assamese culture is sinking .
    Save our culture.

  • @lostspring7134
    @lostspring7134 2 роки тому +4

    অসম আৰু অসমীয়া ইতিহাসৰ দিশে আগ বাঢ়ি আছে।।😔😔

  • @abinashdas9088
    @abinashdas9088 4 роки тому +19

    Lit kobita আবৃত্তি কৰিছা দাদা।❣️

  • @rameshchelleng764
    @rameshchelleng764 4 роки тому +92

    Kune iman dhunia jatiwaadi gaan etak dislike dibo pare? JOI AAI AXOM.

  • @user-yu5sk9su9g
    @user-yu5sk9su9g Місяць тому +5

    Very Nice song dada❤🎉🎉

  • @bengena1417
    @bengena1417 Рік тому +5

    Every Single Line Give Me Goesbumbs ❤️

  • @Hellohirak
    @Hellohirak 4 роки тому +13

    সুন্দৰ ❣️ জয় আই অসম ✊✊

  • @krishnakantalahon6167
    @krishnakantalahon6167 4 роки тому +125

    সুন্দৰ গীত....অসমৰ বৰ্তমান পৰিস্থিতিৰ লগত খাপ খোৱা সুন্দৰ গান, জয় আই অসম ✊✊

  • @lipikadas5954
    @lipikadas5954 11 місяців тому +8

    Jetiyaloi jiyai thkim tetiyaloi juji jam..jai hind... Bharat Mata ki Jai.....🙏🙏

  • @rajbonshilorarathin3287
    @rajbonshilorarathin3287 9 місяців тому +1

    Ai gan bor Or babe bipin da amr hidoy ot hdy thki jabo ❤ jay ai axom 🙏

  • @kashmirikalita5618
    @kashmirikalita5618 4 роки тому +6

    Just a wonderful song .... Those people who all are supporting CAA should listen this great song .. And they should think once ...

  • @pallabkashyap2266
    @pallabkashyap2266 4 роки тому +67

    অসমীযাৰ সুখে-দুখে থকা এজন গাযক ,,,, 👍👍👍👍

  • @anytimehelp8791
    @anytimehelp8791 3 роки тому +1

    মোৰ মৰমৰ ককাইদেউ আপোনাৰ গানে মোক পাগল কৰি দিছে ।।সচাই ককাই আপুনি কোৱাৰ দৰে আমাৰ সকলো গৈছে।।।ককাই আপোনাৰ গানেই মোক মৰিবলেও ভয় নাইকিয়া কৰে।।

  • @anx57
    @anx57 2 роки тому

    বুজিবলৈ ইমান সুন্দৰ কৈ কন্ঠ দান কৰিছে।
    তথাপি আমাৰ অসমীয়াৰ গাত লগা নাই নে
    ধন্যবাদ বিপিন দা আপুনাক লগ পোৱা আশাৰে ৰৈ থাকিম।

  • @jugalbaishya5482
    @jugalbaishya5482 4 роки тому +78

    জয় আই অসম।।
    জয় বিপিন দা।।।।
    জয় আই অসম।।
    মোৰ চকু চলচলীয়া হৈ গল অ"

  • @ankurgogoi9942
    @ankurgogoi9942 4 роки тому +7

    বিপিনদা ,,,,এতি সুন্দৰ গীতৰ উপহাৰ দিলে,, ধন্যবাদ ।জয় আই অসম

  • @lizahasda4376
    @lizahasda4376 6 місяців тому

    Jai aai axom jai aai Bipin da u are real khati akomoiya. I really love you Bipin da u are the great person for our ahom community. Boy kom tang le.

  • @abinashkolita9264
    @abinashkolita9264 Рік тому +2

    জয় আই অসম ❤

  • @binandajyotimech6483
    @binandajyotimech6483 4 роки тому +37

    সছাই ধুন‌ীয়া ছৈছে বিপিন দা
    জয় আই অসম !!!!!!

  • @munbaruah656
    @munbaruah656 4 роки тому +10

    সুন্দৰ চিন্তা চেতনাৰে অসমীয়াৰ জয়গান গোৱা সুনি অপ্লুত হলো।

  • @bibidas2222
    @bibidas2222 2 роки тому +1

    অতি সুন্দৰ পদক্ষেপ হিচাপে এই আদৰনীয় গীতটোৰ মাজেৰে এক অনবদ্য নিদৰ্শন দাঙি ধৰাৰ বাবে চাওদাং ডাঙৰীয়াক ধন্যবাদ জনাইছো । মই খিলঞ্জীয়া অসমীয়া হিচাপে গৌৰৱান্বিত হৈছোঁ। এইটো গীতৰ তাৎপৰ্য সকলো অসমীয়া লোকেই শুনা আৰু বুজাৰ প্ৰয়োজন আছে। লগতে তাক এতিয়াও পালন কৰিব লাগিব। মোৰ ফালৰপৰা শতবাৰ এই গীতটো অসম বাসীক উপহাৰ হিচাপে দিয়াৰ বাবে কৃতজ্ঞতা জনালোঁ। মই গোলাঘাট জিলাৰ অন্তৰ্গত টেঙানী নাহৰখনা গাওঁৰ সঞ্জীৱ দাস বাঁহী বাদক ।

  • @lipikaray3592
    @lipikaray3592 Рік тому

    xire xire loga dekhor geet....jowakali aponak nij sokure dekhi bohut val lagil....xosay ga mon hiyori utha geet🙏

  • @pranjalkalita4540
    @pranjalkalita4540 4 роки тому +58

    Bipin da karone ETA like 👍🤘

  • @rkedts7408
    @rkedts7408 4 роки тому +172

    দাদাৰ এই গীতটো মই দিনটোত 3 বাৰ কৈ হোনো গাৰ নোম থিয় হৈ যায়.... যদি আপোনালোক খিলঞ্জীয়া অসমীয়া তেতিয়া হলে মই ভাবো মোৰ দৰে আপোনালোকৰো গাৰ নোম থিয় হৈ উঠিব..... যদি মোৰ কথাত এ ক মত thn Akha কৰো নিচ্ছয় like ata মাৰিবই... 👍👍

  • @dilipchdeka6812
    @dilipchdeka6812 5 місяців тому

    "কা"আইন খন হিন্দু বিদেশীক কঢ়িয়াই অনাৰ বাবে অসম চৰকাৰে বদেশী ভোটৰ লালসাত সগৌৰৱে support কৰাৰ পিছত এতিয়া অসম আৰু অসমীয়াৰ সংকট সময় । এই সময়ত চাওদাং ডাঙৰীয়া আপোনাৰ গীতৰ যোগেদি অসম অসমীয়াৰ সুদুৰ ভবিষ্যতৰ চবিখন দাঙিধৰি সচেতন কৰাত সফল হোৱা বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম। 🙏🙏🙏

  • @lakheswarsaikia1169
    @lakheswarsaikia1169 3 роки тому +3

    উজ্জ্বল ভবিষ্যত কামনাৰে আশা কৰো আৰু সুন্দৰ হওক কামনাৰে ধন্যবাদ

  • @dimplenath1254
    @dimplenath1254 4 роки тому +33

    বিপিন দা... বৰ সুন্দৰ কথা, সুৰেৰে হৃদয় চুই যোৱা এটি বিপ্লৱী গীত✊😊
    🙏জয় আই অসম🙏
    আমি অসমীৰ সন্তান✊

  • @pritamgaming5184
    @pritamgaming5184 4 роки тому +30

    Bohut vl gan gaise... Joi ai axom

  • @musical7417
    @musical7417 3 роки тому +3

    জয় আই অসম দেশৰ বাবে প্ৰাণ দিবলৈ ও সাজু আছো

  • @ALLINONE-mc1xf
    @ALLINONE-mc1xf 2 роки тому +1

    Gaar num xiori jua gaan...♥♥

  • @worldgamedrivingchenel1327
    @worldgamedrivingchenel1327 4 роки тому +23

    গান টো শুনি বহুত ভাল লাগিল। জয় আই অসম।

  • @NikuSimon
    @NikuSimon 4 роки тому +54

    কা(উৰী) নামানো ❌
    জয় আই অসম ✔️❤️

  • @JonekSalai-vl3ri
    @JonekSalai-vl3ri 10 місяців тому +2

    Joi aai axom 🇮🇳🇮🇳🇮🇳

  • @dhanjitgamer6093
    @dhanjitgamer6093 3 роки тому +4

    বিপিন দা আপোনাৰ কথাবোৰ দিনক দিনে মিলি গৈছে। গতিকে সকলো একত্ৰিত হ'বলৈ ওলাই আহে।জয় আই অসম ❤️❤️❤️

  • @krishnaan.rajbongshi8981
    @krishnaan.rajbongshi8981 4 роки тому +61

    বহুত ভাল লাগিছে ,আমাৰ অসমখন কাকো নিদিও লাগিলে মৰি যাম..................জয় আই অসম

    • @ChaoMoSengphukinmung871
      @ChaoMoSengphukinmung871 2 роки тому

      আজি অসমীয়াই দেখোন মাৰোৱাৰী বিহৰিক মাটি বিকিছে, inner line permit Tu lagisil অসমত

    • @dilipgogoi3682
      @dilipgogoi3682 2 роки тому +1

      বিপিন তোৰ এই গীত টোৰ এতিয়া কিবা মূল্য জানো আছে? সৌদিনাৰ পৰা তই কত আছ অসমে গমেই পানায়া

  • @ainuborah2055
    @ainuborah2055 4 роки тому +68

    বিপিন দা আপোনাৰ নিচিনা অন্য এজন চাগে নোলাব,,, গৌৰৱ আপোনাক লৈ প্ৰতিজন অসমীয়াৰ

  • @sumphatipomia7130
    @sumphatipomia7130 9 місяців тому +2

    জয় আই অসম ❤️