Porbator Dhekiya | Junbai 2 | Zubeen Garg | Manas Robin | Bihu | Parbator dhe dhekiya | Evergreen
Вставка
- Опубліковано 9 лют 2025
- #junbaibihu #zubeengargmanasrobin
Porbator Dhekiya | Junbai 2 | Zubeen Garg | Manas Robin | Bihu | Parbator dhe dhekiya
Porbotor Dhekiya Lihiri Potiya Botahot Jenekoi Hale
Film : Junbai 2
Lyrics : Manas Robin
Composer : Manas Robin
Singer : Zubeen Garg , Rintu Saikia , Simanta Sekhor
Music Arrangement : Manas Robin
Music Label and Copyright : Manas Robins Production
Video Credits
Video Director : Rajesh Bhuyan
DOP : Krishna Shah
Choreography : Pankaj Inkty
Artist : Nayan Nilim , Gayatree Mahanta , Akashdeep, Shyamontika Sharma, Tanvi Sharma , Pobitra Baruah ,
Producer : Manas Robins Production
A Beautiful Assamese Bihu Song Sung By Famous Singer Zubeen Garg from famous Music Director Manas Robin's album JOONBAI vol 2.
Manas Robin is lyricist, singer, composer, music director, filmmaker, music producer -- all roled into one.. He is one of the top musicians of Assam (India) who has consistently churning out chartbusters during the last ten years.
One of the most recognized faces in the entire North-east region, he has been in forefront of Assamese music industry having a wide range of compositions in Assamese language under his belt. Folk music of the North-east has got a new lease of life at his hands as he has composed songs using hitherto unsung folk tunes of the various ethnic communities of the state of Assam as well as the other states of the North-east India.
এই গীতটি অবিহনে মাঘ বিহু আধৰুৱা❤️😌
জয় জুবীন দা
নিয়ৰ সৰা গধুলি.. মাঘ মাহৰ জাননী.. মেজিৰ তলৰ ধেমালি.. চোৱা আহি পালে ভোগালী.. ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ জনাইছো।
good
YOU ARE RIGHT BRO
মাঘ বিহুৰ উৰুকা খানাত এই লগাই আছোঁ 13/1/2025
@@arupkalita644 HAPPY BHUGALI BIHU, URUKA KHANA KHALA NAI 🔥🔥🔥🔥
@@GogoiKhanindra happy bhogali bihu bro
মাঘ বিহু এই গানটো অবিহনে যেন আধৰুৱা।
গানটোৰ শুনিলেই বহু স্মৃতি ৰোমন্থন কৰো।।
মাঘ বিহুত উৰুকাত শুনি আছোঁ 2025
সেই সময়ত এনেকুৱা বিহুগীত মুক্তি পোৱাৰ পিছত শুনাৰ সৌভাগ্য কেৱল আমাৰেই হেছিল...😍🤩🥰
Hoy diok
Qq
এলপি স্কুল ৰ সৰস্বতী পূজাত কিমান নাচিছিলো এই গানটোত । সেইবোৰ স্মৃতি সদায় চিৰ যুগমীয়া হৈ থাকিব
Pahorebo nowaro
বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছো । ২০১৯ ৰ পৰা কোনো উৎসৱেই মই পালন কৰা নাই। গীতটো শুনিব মন গল , সঁচাকৈ মনটো জুৰ পৰি গল। ভাল দিনৰ অপেক্ষাত!,..
সময় যে বহুত পাৰ হৈ গ'ল এই গানটো শুনিলেই অনুমান কৰিব পাৰি,সৌ সিদিনা CD কেছেটত চোৱা জোনবাই খন কিমান বছৰ হৈ গ'ল। 2024 পৰা কোনোবাই এই গানটো শুনি আছে যদি লাইক এটা কৰি জনাব চোন
@@chaplin3060 জোনবাই আছিল
hoi amio danwe hoi golu.vabile kne lage.amr dinbur bhut val lga asil.vcd bur sai bhut val lagisil
@@jupitaradas150 সেই সময় বোৰেই ভাল আছিল...আকৌ সেই দিনবোৰ ঘূৰাই পোৱা হ'লে 😐
সছাই বহুত ভাল দিন আছিল তেতিয়া 😢😢😢
Xodai xeibur din le monot pori jai
মাঘৰ উৰুকাৰ বিশেষ গান টো। যিটো গানৰ অবিহনে উৰুকা আধৰুৱা 😂❤️
অসমীয়া নৱবৰ্ষ আৰু বাপতিসাহোন ৰঙালী বিহুৰ হিয়াভৰা ওলগ আৰু অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ ।
অনাগত প্ৰতিটো দিন যাতে আনন্দৰে ভৰি পৰক আৰু সাফল্যৰ বাৰ্তা আনি জীৱনটো ৰঙীন আৰু সুন্দৰ কৰি তোলক তাৰেই কামনা কৰিলোঁ । 🥰🥰🥰🥰
😅😅😅😅😅😅😅😅😅😅😅 in 😊😊😅😅😊😅😅😊😊😅😅😅😅😅😅😅😅😊😊 ki ba korisa to p Ltd p
সচাকৈ মানস দা বহুত ধুনীয়া গান অসমবাসীক উপহাৰ দিলে। মাঘ বিহু যেন আধৰুৱা এইটো গান ৰ অবিহনে🙂
Xosa,🙂🙏
Hoi dada
Zubeen da maine
Zubeen
মাঘ বিহুৰ উৰুকাৰ দিনা শুনি আছোঁ 2025ৰ
Nostalgic hoi porilu gaan tu xuni... Nijor apun gaon khonoloi bor koi monot pori gol... Jabo khujileu jabo nuari.... Happy magh Bihu from somewhere in Kashmir 🙏🙏🙏
এনেকুৱা হৃদয় চুই যোৱা অমৰ সৃষ্টি গীত আৰু নোলাই ❤
কাৰো কলিজাত দম নাই এনেকুৱা গীত বনাবলৈ❤
শোকে খুন্দা মাৰি ধৰে 😢 আগৰ গীত বোৰলৈ মনত পৰিলে হলেও এই গীত বোৰ এতিয়াও জীয়াই আছে সদায় অমৰ হৈ থাকিব এই গীত ❤
Hoi o bhai karur a dm nai only zubeen dak eri
একদম সঁচা কথা ❤❤
😊
Any one 2025
এইবোৰ গানে বহুত স্মৃতি মনত পেলাই দিয়ে❤
Hoy kintu
@@Meeku69lol
Hoi
Horu kalor kotha monot pore oo🤧🥺🥺🥺
Joi Zubin Garg 😊
আজি 46 বয়সত এই গান বোৰ শুনিলে নিজকে 25 বছৰ যেন লাগে সছাই আগৰ বিহুৰ গান বিলাগ মনত লগা । ভাই ভনীৰ মা দেউতাৰ আগত গাব পাৰি ।এই গান বিলগ অমৰ
Right 👍👍
উৰুকাৰ নিশা এই গীতটোৰ লগতে নাচৰ মজা বেলেগ ❤💫
মাঘ বিহুৰ উৰুকাৰ দিনা শুনি আছোঁ 2025ৰ
এই গানটো অবিহনে মাঘৰ বিহু আধৰুৱা❤️
Hosai
Xosa ke 😍
Mmm❤❤❤
Pppp
right
Bihu ahi gol❤️❤️❤️❤️❤️❤️
Not just a song... It's an emotion ❤️
Joi zubeen da ❤
আজি উৰুকা ২০২৩
আৰু আমাৰ ভেলাঘৰ ৰজনজনাই আছে এইটো চিৰসেউজ গীতেৰে 💚💚❤️❤️❤️❤️
ধন্যবাদ মানস ৰবীন, ধন্যবাদ জুবিন দা, ধন্যবাদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু জোনবাই টীম।
Happy bhugali bihu
👌 oo
O
Vi ni was to se😂 see Zee, pp ❤cxxd Wed Jan wes moj
Maghor bihu is incomplete without this zubeen daar gaan ❤
মাঘ বিহু উৰুকাৰ জাতীয় সংগীত হিচাপে ঘোষণা কৰিব লাগে ❤❤ জয় জুবিন দা ❤
ভোগালী বিহুত এইটো গান শুনিব কোন কোন আহিচা like কৰী যোৱা 🥰🥰🥰
Even after hearing it 50 times, I still don't get it
@@mokibulmokki7492 😅
Aaiijoi মজা বিহু নাচিব মন গৈছে।জয় জুবিন দা ❤️
Gaanto suni atiyai gusi jam jen lagise asomot. Love Asom, love asomiya bihu, love mor gaon, love manas zubeen. Miss those days 😪 😞
Hosakoi dr
Uruka is incomplete without this song❤💫
❤
Sarat dhuniya song
মাঘ বিহু মানেই এই গানটো ❤️🔥💯
Xosa ke Zubeen da r bihu r ek blg moja ase 😍
Old is gold
Aji kali tu bihu gaan t xai agor dore feel ai nuhuwa nisina hol 😕
Where are the viewers, this song still gives me da goosebumps as it gives me during ma childhood.. Even millions of views won't give justice to zubeen da for this evergreen song.. Love from tripura
A
@@commandovlogs580.9 ggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggggg
love from assam🔥❤
You
কোনোবাই আজিৰ দিনটোত শুনি আছেনে বাৰু
সকলোৱে এটাকৈ লাইক কৰি দিব
Happy Bhogali Bihu everyone🎉
অকল এই গীতটি বুলিও নহয় জোনবাই আৰু জানমণি ALBUM সকলো গীত SUPERHIT.
Aibar urukat gutai raati aii geet tu k bojaalu...mojaa laagil🙏🙏
❤️With out this Iconic Song ..Maghor Bihu Is Incomplete 🥰
Bahut Bhal lagil khuli😌😌😌🤠🤩🤩🤩
অসমীয়া বিহুৰ কথাই বেলেগ
This song fills our hearts with joy😌😌 . Magh Bihu is incomplete without this song.
অতি সুন্দৰ প্ৰদৰ্শন ভক্তি ভৰা গান শুভ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোকে কৃষ্ণ ৰাম হৰি বিষ্ণু নাৰায়ন 🌷🌷🌹🤩🥰😊👌👍🙏🪷
আমাৰ দিনৰ গান 😍😍😍
yes
Without This Song Bihu Is Incomplete ♥️
🥺
Hoiii
Without This song Bihu ls lncomplete
😢🎉😢😢😢😢😢
মাঘ বিহু, নতুন বছৰ, পিকনিক এই গানটোৰ অবিহনে আধৰুৱা❤
নতুন বছৰৰ শুভেচ্ছা দেই ২০২৫🎉
Magh bihu le aru 2 month ..... eagerly waiting.😍magh bihu buli kole direct gaon r kotha monot pore urukar dina office r pora joldi ulai gawle juwa ...❤❤
বিহু বুলি আগতীয়াকৈ শুনি আছোঁ❣️2022💚
Magh bihu is incomplete without porbotor dhe dhekia
2021 চনটো এই গানটোৰে আৰম্ভ কৰিছো 😍😍😍😍😍
Same naam
@@pallabsaikia8593 amezing 😃where you from
Advance happy magh bihu & advance happy new year 2025 🤗🤗🤗
bhai besi hunkale wish kori dili, anyway thanx and wish you the same
😂
Lock Down ত ঘৰত থাকি আমনি লগাত শুনি অলপ সতেজ হৈছোঁ....
Bal
O
@@samardas320 1
Same to you
13/1/2025ৰ মাঘ বিহুৰ উৰুকাৰ দিনা খানাত শুনি আছোঁ, যিমানেই গান নোলাওক বিহু বুলি কলে জুবিন দাৰ সেই আগৰ পুৰণি বিহু নুশুনিলে বিহুৰ উৰুকা খানা খোৱা যেন এই নালাগে বিহু বিহু এ নালাগে😢😢
Emotion of Every Assamese people.❣️😍
Emotion of every people of Assam
@@bishaldey2172 yeh BHI thik haii
@@bishaldey2172 ll
Yes
Nostalgic...imotional..lovely
We are fortunate enough to grew up litsening to these songs...90's kid ❤
We are fortunate enough to grew up litsening to these songs.. 90's kid
@@pranjalthakuria5911पोपीपी पी पी पोৌৌৌো
ৌৌৌৌ
ৌৌৌ০ৌৌৌৌৌঔৌ
😊ৌৌৌৌ
hsakoi ai bihu ti hunila purona din kal bur ola mn pori jai .. .. zubeen da ❤ u
Memories song সচাই বহুত ভাল লাগে গানটো 😍😍❤💚
So nice ❤🎉
2012,13, ৰ কথা তেতিয়া সৰু কিপেদ মোবাইলত এই গান বোৰ শুনিছিলোঁ ,তেতিয়াৰ পৰা প্ৰিয় আছিল❤️,এতিয়াও প্ৰিয়❤️
Mojja Alowyes my favorite song
Bihu loi aru besi din nai,,anyone in 2024 listening?
Zubeen Garg is best singer in the world nobody can touch that height he is pride of India love ❤️❤️❤️ you zubeen da
নমৰালৈকে শুনি থাকিম তাৰ পিছত কি হ'ব নাজানো আহি থকা প্ৰজম্ম যদি এই জুবিন দা ইমান ধুনীয়া বিহু গীত সমূহ ভালকৈ ৰাখিব বুলি আশা ৰাখিলোঁ ❤❤❤
মাঘ বিহু মানে পৰ্বতৰ ঢেকীয়া ❤️🔥❤️🔥
Bohut val lagil suni old is gold
Golden days of Assamese Music industry 😍😍
Zubeen da apuni eman dhuniya gan gay muru hopun gaika huwa
@@jyotipravaboruah2685 Nischoy future ot singer hoba
Right
Someone text me the Bengali translation of this lyrics
Hodai favorite hoi thakibo ❤❤❤
Bihi bihu...2025🎉
Uff কি যে ভাল লগা দিন আছিল এইবোৰ দিন সদায় প্ৰিয় হৈ থাকিব আমাৰ অতীত বোৰ 😊😊
2025 এইটো গান উৰুকা ৰাতি বাজি thkiba zubune জিন্দা বাদ jinda he
এই গানটো জুবিন ৰ মাতত জলন্ত হীৰা হৈ পৰিছিল আজিও ই জিলিকণি তুলি আছে।
Yas
Every 90s kid golden memories ❤️❤️❤️❤️
দিখৌ ,শিৱসাগৰ আৰু নিমাইজান । আমাৰ বাবে শৈশৱৰ আৱেগ । বাকী শিৱসাগৰ জিলা সদায় ওপৰত❤️
2024 or Magh Bihu t Kone Kone ai gan suni ase ✋
Magh bihu manei eitu song🔥❣️
Wow zubeen da! u are great with melodious soulful voice !~❤~🖤🥀
Bro please dont say coz he is always great ❤❤
Dagvb
Sdgvnmdf🥰😍💚🧡
Sdgamb💚🧡😍
Anyone in 2025😊
Hmm me
Yes Mee....
❤
Meeee
Yes
Damnnn i jst love this song lots of love from manipur 😘😘😘
Zubeen garg is best singer❤❤❤❤❤❤
2025 magh bihu coming...who wil play d song...
All assamese MAGH BIHU emotion ....this song......legend song.....Thanks to Manash Robin daa and Zubeen daa
Magh bihu r monot pelai diye...
Agor bihu agor bihu songs movies...
Xokolu atiya miss korisu ..
Atiya bihu ase jodio...adhoruwa jen lage..
Magh bihu is incomplete without this song❤
Magh Bihu is incomplete without this song
Yes
Yes 👍👍
Yes hoi to
I'm playing this now 😂
Yeah sure
Magh bihu is incomplete without this bihu
সঁচাকৈ পাগল হৈ যাওঁ এইকেইটা গান শুনিলে।😍😍😍
It reffers that OLD is GOLD❤
Bor din Pasot khuni aji eh gan tu Mon Bhalagil aji khurut khiini silu ❣️❣️❣️Mon tacha hoigol Heart ❣️❣️❣️ From assam 🔥🔥🔥 Jai Hind jai Bharat 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
Bihu is Incomplete without this music 😘😘
Magh bihut ae gan2 bihu nanasile mon2 vle nlge🥰🥰🥰🤟❤️❤️❤️❤️❤️
Miss my childhood days 😓😔..oh ..
2025 ত কোনোবাই শুনি আছা নেকি❤
মাঘ বিহুৰ উৰুকা নিশাৰ বিশেষ গানটো।
যিটো গান নুশুনিলে উৰুকা উৰুকা এই নালাগে।
👍Yes
@@baponshill9884 pppppp9 I
Happy Bhugali Bihu💐❤
বিহুৰ কাৰণে আগতিয়াকৈ শুনি আছোঁ 2023🌸🌸
Moi🥺
মই
2025 maghar bihut ako bajibo Aibur bihu gaan,, Old is gold
Ajiiiii uruka.... Maghor bihur 2024 t.... Xunibo ahisu❤️❤️❤️😭
Aji kali anekuwa gan powa bohut tan....❤❤❤
Old i's gold Zubeen da ganor bahire bihu আধৰুৱা😢jay zubeen Da ❤
Nostalgic 😊
বৰ ধুনীয়া ❤️
Love from sivasagar ❤
মাঘ বিহুৰ বাবে এই গীতটোৰ কথাই সুকীয়া ❤
এই গীতটিৰ oবিহনে মাঘৰ বিহু আধৰুৱা Love you জুবীনদা ❣️🎧❣️
Kune kune 2023 ahisa mur dore xunibo bohut val loga din asil xeibur ❤ monot pori jai 🥳❤️
Aibilak ha bihu❣️
অতি সুন্দৰ বিহুগীত।মন সুন্দৰ সকলো সময়তে ভাল হয়। অসমৰ গৌৰৱ বিহুগীত। বিহুগীত মোৰ বহুত ভাল লাগে।
May be I am the only one who is using this song to listen too much ❤😊