৪৫ হেজাৰ টকীয়া বেতনৰ চাকৰি এৰি যুৱকজনে ব্যৱসায়ত ধৰিলে | Dhowasang

Поділитися
Вставка
  • Опубліковано 30 вер 2024
  • ৪৫ হেজাৰ টকীয়া বেতনৰ চাকৰি এৰি যুৱকজনে ব্যৱসায়ত ধৰিলে Dhowasang
    চাকৰি এৰা বাবে যুৱকজনক এৰিলে প্ৰেয়সীয়ে
    কিন্তু যুৱকজনৰ বুকুত আছিল ব্যৱসায়ী হোৱা একান্ত বাসনা
    uparjan :9101735732
    সেয়ে প্ৰেয়সীক হেৰুৱা বিচ্ছেদকো সহজভাৱে লৈ তেওঁ নামিলে ব্যৱসায় জগতত
    লকডাউনৰ সময়ত প্ৰথমে তেওঁ পথৰ কাষত মাংস বিক্ৰী কৰা দোকান খুলি ঘৰে ঘৰে যোগান ধৰিলে মাংস
    কিন্তু সৰুৰে পৰা তেওঁৰ মনত আশা আছিল এখন ৰেষ্টুৰেণ্ট খোলা
    সেয়ে এদিন মাংসৰ দোকান এৰি কোম্পানীৰ পৰা লাভ কৰা পি এফৰ ধনেৰে “ধোৱাচাং ”নামৰ এখন ব্যতিক্ৰমী ৰেষ্টুৰেণ্ট আৰম্ভ কৰিলে ৷

КОМЕНТАРІ • 393