বহু মানুহে নাজানে এনেকুৱা হলে কি কি লক্ষ্যনে দেখা দিয়ে আৰু সেই সময়ত কি কি ব্যৱস্থা খৰতকীয়াকৈ কৰিব/ ল'ব লাগে। বহু প্ৰয়োজনীয় বিষয় বস্তু এটাৰ বিষয়ে ভুক্তভোগীৰ নিজ মুখেৰে বৰ্ণনা কৰাই যে শুণালে তাৰ বাবে আপোনালোক দুয়ো জনলৈ বহুত ধন্যবাদ জনালোঁ। প্ৰয়োজনীয় আন আন এনে গুৰুত্ব পূৰ্ণ বিষয়ৰ বিষয়ে আগলৈ শুনিব পাৰিম বুলি আশা ৰাখিলোঁ।
Apunar dore moro ekeai obostha hoisil bohut kosto koribo loga hoisile nije physiotherapy koraisilu ekside paralysis vori hat kandhot tuli tuli therapy bilak koraisu khaidyo r pora adi kori sob moi nije koribo loga hoisil jodio lora swali asile mor Mr r 2015 r 3 March t hoisile bohut val lagil vale kosole rakhok
Mur nxina kib lga howa nai baidewo apuni sai thakib parile hator pra laitu hri pril ki apouni roog sai ki hoi nu bouli moi kintu nuaru ' moi xina mhila nai moi ji krisu mur smik.
মোৰ স্বামীৰ লগত অতি আচৰিত ধৰনে ষ্টোক হৈছিল ২০০৮ চনত ।তেওঁক মই ৬মাহ নাকেৰে খাদ্য খুৱাই ৭ মাহৰ পৰা অফিচলৈ ৬ বছৰ মই নিজে লগত বহি থাকি চাকৰি কৰালো ।তেওঁৰ বাও ফালটো সম্পূৰ্ণ বিকল ।আজিও মই ছাৰ দৰে লাগি থাকো ।বৰ্তমান
২০২৩ চনত তেওঁৰ ১৫ বছৰ অতিক্ৰম কৰিব ।আৰ্শীবাদ কৰিব ঈশ্বৰে মোক শক্তি দিয়ক ।মোৰ বয়স ৬২ ,।
কুশলে ৰাখক, ভগৱানে। আপোনাৰ ঠিকনাটো দিবচোন বাইদেউ, ফোন নম্বৰো দিব
বহুত অনুপ্ৰাণিত হ'লো। সাহসী বাইদেউ গৰাকী সদায় সপৰিয়ালে কুশলে থাকক। ❤🙏❤️
বৰ ভাল লাগিল 👏👏🙏🙏
আপোনাক বহুত বহুত নমস্কাৰ আপোনাৰ পৰিয়াল টু সুকলমে থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ
সাধাৰণ মানুহৰ ক্ষেত্ৰত কিন্তু কথাতো ভাবিবলগীয়া , ৰাজীব দত্তৰ পৰিয়ালৰ লগত বহুত ডাক্তৰৰ সৈতে পৰিচয় থকাৰ বাবে ইমান চিন্তা কৰিবলগীয়া নহ'ল কিন্তু সাধাৰণ মানুহে সেইকন সুবিধা নাপায় ।
বহু মানুহে নাজানে এনেকুৱা হলে কি কি লক্ষ্যনে দেখা দিয়ে আৰু সেই সময়ত কি কি ব্যৱস্থা খৰতকীয়াকৈ কৰিব/ ল'ব লাগে।
বহু প্ৰয়োজনীয় বিষয় বস্তু এটাৰ বিষয়ে ভুক্তভোগীৰ নিজ মুখেৰে বৰ্ণনা কৰাই যে শুণালে তাৰ বাবে আপোনালোক দুয়ো জনলৈ বহুত ধন্যবাদ জনালোঁ।
প্ৰয়োজনীয় আন আন এনে গুৰুত্ব পূৰ্ণ বিষয়ৰ বিষয়ে আগলৈ শুনিব পাৰিম বুলি আশা ৰাখিলোঁ।
সুন্দৰ
Apunar dore moro ekeai obostha hoisil bohut kosto koribo loga hoisile nije physiotherapy koraisilu ekside paralysis vori hat kandhot tuli tuli therapy bilak koraisu khaidyo r pora adi kori sob moi nije koribo loga hoisil jodio lora swali asile mor Mr r 2015 r 3 March t hoisile bohut val lagil vale kosole rakhok
Jaii shree Krishna 🙏🙏🙏😢
সম্পৰ্ক বোৰ সাহসৰ হওঁক 💕
সাহসী বাইদেউ গৰাকীৰ সাক্ষতকাৰটো চাই সচাকৈ বৰ ভাল লাগিল। এনেকুৱা এটা দূযোগৰ দিন পাৰ কৰি আহিছোঁ। সেয়ে, ভুক্তভোগী যিহেতু, কথা খিনি অতি সহজেই বোধগম্য হৈছে।ভালে থাকক সদায় তেখেত সপৰিয়ালে 🙏
🙏🙏
Get well soon
Val lagil
Val lagil Val hob diok Ma.
Mur nxina kib lga howa nai baidewo apuni sai thakib parile hator pra laitu hri pril ki apouni roog sai ki hoi nu bouli moi kintu nuaru ' moi xina mhila nai moi ji krisu mur smik.