বিয়া হৈ গ’ল

Поділитися
Вставка
  • Опубліковано 15 жов 2024

КОМЕНТАРІ • 483

  • @pikuhazarika2180
    @pikuhazarika2180 10 місяців тому +70

    সঁচাই অমৃতা বা, ক্ষীপ্ৰতাৰে গতি কৰা আধুনিক সমাজ খনত তাতে গুৱাহাটী হেন ঠাইত এনে এখন বিয়া দেখি আৱেগিক হ'লো। আমি সকলোৱে যদি শিপাক খামুচি ৰখাৰ চেষ্টা কৰোঁ কাৰ নো কি যায় ! বৰঞ্চ জাতিটো আগুৱাই যাব।❤❤ তোমালোকক ধন্যবাদ।

  • @nisharaniphukon4538
    @nisharaniphukon4538 10 місяців тому +21

    মনদীপ দা য়ে মাধু বাক কন্যাদান কৰা দেখি চকুপানী ওলাই গ'ল😢। অসমীয়া সমাজৰ ৰীতি-নীতিৰে বিয়াখন হৈ যোৱা দেখি বহুত ভাল লাগিল🥰।

  • @bornaliboruah2555
    @bornaliboruah2555 10 місяців тому +39

    গুৱাহাটীত থাকিও অসমীয়া সমাজৰ সকলো নীতি -নিয়মেৰে ইমান সুন্দৰকৈ অনুষ্ঠিত কৰিলে,সচাকৈ বহুত বেছি ভাল লাগিল। কন্যা দানৰ সময়ত আপোনা আপুনি চকুৰ পানী ওলাই গ'ল।
    তেওঁলোকৰ যুগ্মজীৱনলৈ অলেখ অযুত শুভ কামনা জনালো।

    • @pampymalakar3343
      @pampymalakar3343 10 місяців тому +2

      Ghy r manuhe mane niti niyom re biya napate nki....ami iyatei jonmo hua dangor ..ghror usort haok ba alohi biya haok sobore riti niyom rei pate dei

  • @DipankarDas-jq1qh
    @DipankarDas-jq1qh 10 місяців тому +55

    যেতিয়া জোঁৱাই জনে লৰাৰ দায়িত্ব পালন কৰে তাতকৈ আৰু কি লাগে আমি ছোৱালী বোৰক 😊

  • @Ni__k__
    @Ni__k__ 10 місяців тому +6

    ইমান সহজ সৰল আৰু সুন্দৰ এখন অসমীয়া বিয়া ❤ খুবেই ভাল লাগিল। চকু পানী ওলাই গ'ল

  • @porikhataniarvlogsparilife7610
    @porikhataniarvlogsparilife7610 10 місяців тому +9

    সম্পূৰ্ণ এখন অসমীয়া বিয়া ।চকু পানী ধৰি ৰাখিব নোৱাৰিলো আৰু এটা ভাল লাগিল মেইন কাপোৰ সাজ সম্পূৰ্ণ বগা । এনেকুৱা হ'ব লাগে ❤

  • @aalphulchetia5382
    @aalphulchetia5382 10 місяців тому +4

    বিয়াখন দেখি সচায়ে খুউব ভাল লাগিল৷ সুখৰ হওক দুয়োৰে জীৱন৷

  • @rubirubi8599
    @rubirubi8599 10 місяців тому +5

    বিয়াৰ ভিডিও বোৰ চায় বৰ ভাল লাগিছে। মাধু আৰু প্লাৱনৰ যুগ্ম জীৱনৰ বহুত বহুত শুভকামনা জনালোঁ। এখনি সুখৰ সংসাৰে জীৱনটো আগোৱাই যাৱক তাৰে কামনা কৰিলোঁ। বাকি তোমালোক সকলোাকে বহুত ধুনীয়া লাগিছে💕
    শেষৰ খিনি চাইহে বৰ দূখ লাগিলে। নিজৰ কথা বোৰ মনত পৰি গ'ল ৰ'ব নোৱাৰিলোঁ 😥

  • @ChayanikaNeog
    @ChayanikaNeog 10 місяців тому +5

    মৰমেৰে ভণ্টিক আৱৰি ৰাখি ইমান ধুনীয়াকৈ বায়েকৰ যি দায়িত্ব পালন কৰিল ,দেখি বৰ ভাল লাগিল।

  • @nitushreegogoi7419
    @nitushreegogoi7419 10 місяців тому +7

    আধুনিকতাই গৰকা চহৰৰ
    যান্ত্ৰিক সমাজখনত পুৰণা নীতি- নিয়মবোৰ দেখি আপ্লুত হলোঁ ❣️ বহু অভিনন্দন🥀।

  • @priyankagogoi5306
    @priyankagogoi5306 10 місяців тому +3

    শেষৰ কথা কেইটাই অন্তৰ চুই গ'ল।
    তেওঁলোকৰ বিবাহিত জীৱন সুখৰ হওঁক।

  • @nikitasaikiadutta606
    @nikitasaikiadutta606 10 місяців тому +2

    Bohut bohut subokamona জনালোঁ , vl লাগিছে গুৱাহাটী যেন ঠাইত সকলো নীতি অনুসৰি বিয়া খন দেখি ।

  • @arunabaruah7359
    @arunabaruah7359 10 місяців тому +7

    বহুত ভাল লাগিল মাধুৰ বিয়াখন চাই ,দুয়োলৈ বিবাহিত জীৱনলৈ শুভকামনা জনালোঁ।মই শুভেচছা আৰু মৰম জনালোঁ আহমেদাবাদৰ পৰা।❤️

  • @Jahnvi03
    @Jahnvi03 10 місяців тому +3

    কন্যাদানৰ সময়খিনিত চকুপানী ৰখাব নোৱাৰিলোঁ!!!❤🥺
    ইমান ধুনীয়া নিয়মেৰে বিয়াখন হৈ গ'ল ভাল লাগিল চাই.. তেওঁলোক দুয়ো ভালে থাকক

  • @shayamalimatamuly3012
    @shayamalimatamuly3012 10 місяців тому +3

    যুগ্ম জীৱনলৈ বহুতো শুভ কামনা থাকিল দুয়ো লৈকে ❤

  • @M17-f5l
    @M17-f5l 10 місяців тому +4

    অমৃতা তোমাৰ ভণ্টিৰ যোগম জীৱনৰ বহোত বহোত শোভকামনা জনালোঁ৷ মনৰ জোখাৰে সুখী হওক তেওঁ লোক৷তোমাৰ দায়িত্ব বোধ সচাকৈয়ে আদৰণীয়৷ভাল লাগিল৷❤❤

  • @binopal7076
    @binopal7076 10 місяців тому +6

    বা আপুনি কান্দুতে মোৰো চকুৰ পানী উলাই গ'ল । Happy married life Love from Tamil Nadu ❤️

  • @Sneha_20132
    @Sneha_20132 10 місяців тому +32

    যুগ্ম জীৱনৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছো🎂🎂❤️❤️
    দুয়োৰে ভাল পোৱা আবিৰে জীৱনটি জীপাল কৰাত ভগৱান সহায় হওক🙏🙏🙏

  • @শ্রীমতীAnjana
    @শ্রীমতীAnjana 10 місяців тому +11

    আসমীয়া সমাজৰ বিয়া বহুত সুন্দৰ.... যুগ্ম জীৱণ. .মনে বিচৰা মতেই.হওক আশীবাদ কৰিছোঁ...

  • @daisykalita2666
    @daisykalita2666 10 місяців тому +4

    Assamese culture khini dhori rokha babe biya khone bohut bhal lagil ,Thank you Amrita

  • @shivanidutta510
    @shivanidutta510 10 місяців тому +2

    এখন সুন্দৰ অসমীয়া বিয়া উপভোগ কৰিলোঁ অমৃতা বা ❤

  • @putulkalita7782
    @putulkalita7782 10 місяців тому +12

    বিয়াখন সুউৱ পৰিপাতি হৈছে ❤
    যুগ্মজীৱন সুখৰ হ‌ওঁক 🙏

  • @marsonagogoi2892
    @marsonagogoi2892 10 місяців тому +2

    বহুত ধুনীয়া হৈছে বিয়া খন অমৃতা বা মাধু বাৰ ভাল হওঁক ❤

  • @meridunia5852
    @meridunia5852 10 місяців тому +3

    no comments only ❤️❤️❤️❤️❤️❤️ শব্দৰ অভাৱ পাৰ কৰি অহা সময় সম্পূৰ্ণ আমাৰ দৰেই❤

  • @barnalitalukdar8093
    @barnalitalukdar8093 10 місяців тому +2

    ভিডিঅ’টো চাই একদম আৱেগিক হৈ গ'লো 😢 মাধুস্মীতালৈ যুগ্ম জীৱনলৈ অন্তৰৰ পৰা বহুত বেছি শুভেচ্ছা আৰু মৰম থাকিল দেই 😘😘

  • @Lukumani_905
    @Lukumani_905 10 місяців тому +2

    Celebrity buror bhut biya dekhisu..but kio jnu aei biya khn dekhi akdom simple amr nisina manuh a pota akhn biya gote lgil😊❤️... axomor agoraki aaghari অভিনেত্ৰী hoi u...anekua akhn biya...kiba nijor gote feel hoi hl😘❤️
    Bar যুগ্ম জীৱন সুখৰ হওঁক।।।❤

  • @PreronaBorkatakivlogs
    @PreronaBorkatakivlogs 10 місяців тому

    ইমান ধুনীয়াকৈ কৈছে কথা খিনি ভাল লাগিছে ।যুগ্ম জীবন দুইয়ো ৰে সুখৰ হওক

  • @sabnamslifestyle9832
    @sabnamslifestyle9832 10 місяців тому +8

    Xui uthiye Kam নকৰাকৈ video tu pai a sabo loisu ,bht bhal Lagise ba,b apunak bohut bohut dhunia lagise❤

  • @পম্পীবৰা
    @পম্পীবৰা 10 місяців тому

    সুখী হোৱা মাধু...অমৃতা ভন্তিৰ বিয়াখনে হৃদয় চুই গল,মোৰ নিজৰ বিয়াৰ লগত বহুতখিনী মিল আছে।নিজৰ ৰীতি নীতি ধৰি ৰাখিব পৰাটো বহুতে ডাঙৰ কথা,ভাল হওঁক আটাইৰে,তুমি দায়িত্বখিনি বৰ ধুনীয়াকৈ পালন কৰিলা,ভাল হওঁক আটাইৰে।🎉

    • @AMRITAGOGOIO
      @AMRITAGOGOIO  10 місяців тому

      Thnq so much ….we tried our best 😊😊

  • @kakumonikakumoni5583
    @kakumonikakumoni5583 10 місяців тому +1

    আপুনি বহুত সাহসী বা ❤❤❤,আপোনাৰ ভন্তি যুগ্ম জীৱন সুখী হওঁক

  • @nikumonihazarika9444
    @nikumonihazarika9444 10 місяців тому +1

    ঢোলৰ মাত হুনি মই ঘৰতে এপাক নাচি দিলোঁ দেই বিয়া বুলি,বিবাহৰ বহুত বহুত হুবেইছা থাকিল মাধু বা আৰু ভিনদেউ।❤😊

  • @kathalgurinagaonminidhakua8381
    @kathalgurinagaonminidhakua8381 10 місяців тому +6

    যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল 🎉 বা আৰু ভিনদেও ❤ভালে থাকক দুয়ো ❤❤ অমৃতা বা তোমাক বৰ ধুনীয়া লাগিছে দেই 😘

  • @Legal_weapon295
    @Legal_weapon295 10 місяців тому +2

    যুগ্মজীৱন সুখময়ী হওঁক লগতে হেপাহ আৰু মৰমেৰে উপচি পৰক।❤❤❤❤❤❤❤❤❤❤

  • @Nitusvlog123-b7t
    @Nitusvlog123-b7t 10 місяців тому

    আমাৰ ঘৰটো 3জনী ছোৱালী লৰা নাই।।।সৰু জনী বিয়া দিবলৈ নাপালে দেউতাএ।।।এইটোৱেই এটা দুখ আছিল কোনে তাইক কন্যা দান কৰিব।।আজি তোমাৰ vlog তো চাই বহুত সাহস পালোঁ।।।thanks লৰা নোহোৱা ঘৰত এখন বিয়া পতাতো কিমান কঠিন কাম খুবেই ভালকৈ বুজি পাওঁ

  • @porinitadutta9837
    @porinitadutta9837 10 місяців тому +1

    Val lagil video tu.Happy married lifeMadhu.Tumak bohut dhunia lagisa aru Kapur juri.Love from jorhat.

  • @anukalita705
    @anukalita705 10 місяців тому

    তোমালোকৰ বিয়া খন অসমীয়া সংস্কৃতি বজায় ৰাখি পাতিছা বাবে ধন্যবাদ আৰু এটা ধন্যবাদ দিও যে ঘেলানী ইউটিউবাৰ বোৰক মতা নাই বাবে।

  • @antarikshatamuly1035
    @antarikshatamuly1035 10 місяців тому +1

    Ata bostu bohut vl lgil ba .Saul nosotiyai ja ful sotiyale.Happy married life Madhusmita ma'am ❤

  • @madhusmitasandilya1454
    @madhusmitasandilya1454 10 місяців тому

    Apunak j mur birat vaal lage eman straight aru eman xadharon emam genuine ❤

  • @luckyrajbongshi449
    @luckyrajbongshi449 10 місяців тому +2

    Dorar sakhiyek to bor morom loga o.. happy married life both madhu baa

  • @mousumideka8276
    @mousumideka8276 10 місяців тому

    Sokur Pani ulai gol❤️❤️❤️❤️❤️❤️ bht morom madhu baa loi

  • @rimpibegum7020
    @rimpibegum7020 10 місяців тому +1

    ভিনদেউ যে কন্যাদান কৰিছে সচাকৈ বহুত ভাল লাগিছে 🥰 বা

  • @indranigogoi4233
    @indranigogoi4233 10 місяців тому

    Khub dhunia lagil baa.. Madhuloi bht bht huvesya aru morom dilu❤❤amiu nisadew apadew kow..., 😍😍

  • @anjanabordoloi1258
    @anjanabordoloi1258 10 місяців тому +4

    Happy Married Life both of you 🎉🎉
    Baa tumk bahut dhuniya lagise

  • @sondhyaranigogoi1781
    @sondhyaranigogoi1781 10 місяців тому +3

    আপোনাৰ ভণ্টীৰ যুগ্মজীৱনৰ শুভেচ্ছা জনাইছোঁ ভিডিঅ'টো 🥰🥰♥️ বৰ ধুনীয়া হৈছে মই পিছে এতিয়া হে চাবলৈ সময় পাইছো আপোনা‌ লোক দুয়োকে বৰ ধুনীয়া লাগিছে ♥️ ৰিধি লৈ বহুত বহুত মৰম 🥰♥️😊

    • @kanansaharia
      @kanansaharia 10 місяців тому

      বিয়া খন ৰীতি-নীতি পৰম্পৰাৰ মাজেৰে ইমান ধুনীয়াকৈ পাতিলে দেখি বৰ ভাল লাগিল। মাধুৰ বৈবাহিক জীৱন মধুৰ হক 🙏💜 ৰীধিলৈ বহুত মৰম।

  • @rajibgogoi8216
    @rajibgogoi8216 10 місяців тому

    Apuni ajono bayekor dayitto khini eman dhuniakoi palon korise ru eman morom bohut vl lagile.mur dangor ba u same apunr dore.♥️

  • @deepagogoi392
    @deepagogoi392 10 місяців тому +1

    Ashirbad jonalu Sivasagor r pora.... Boibahik jeevon hukh aru homridhire bhori uthok ❤

  • @nehaborah4988
    @nehaborah4988 10 місяців тому +5

    Happy Married Life Madhu Ba🥰❤Love From Sivasagar Namti❤

  • @ruleeriku6015
    @ruleeriku6015 10 місяців тому +3

    Bhut dinor murot akhon hosa Axomiya homajor biya akhon dekhisu 😊biya bur dekhu kintu aji kalir biya bur kebol adhunikota khini he besi dekha pau jot vbibole baidhoy hoi jau jee assamese society r biya nhy ..btw Madhu bidew r lgte apunalukor poriyal tuloi bhut morom jasilu ❤❤love from Lakhimpur Dhakuakhana 😊

  • @Anuradha___123
    @Anuradha___123 10 місяців тому +1

    Emn morom nijor voniyek r babe really ❤

  • @nitubarua3352
    @nitubarua3352 10 місяців тому +13

    তেওঁলোকৰ যুগ্ম জীৱন মধুময় হওক বহুত বহুত শুভেচ্ছা জনালো,বিদায় পৰত তুমি দৰাক কোৱা কথাকেইটাই হৃদয় চুই গল ❤❤❤❤❤❤

  • @jurikalita3103
    @jurikalita3103 10 місяців тому +1

    Happy marriage life both of u ❤🎉 Biya khai khub val lgile baa .

  • @manashimedhi6505
    @manashimedhi6505 10 місяців тому

    Biya khon sai khub val lagile ,deo jone bhut dhuniya koi biya gan gaise , happy married life 🎉

  • @chayanikasaikia4861
    @chayanikasaikia4861 10 місяців тому

    Imn dhuniyake asomiya niyamt patisa biyakhn ba.bhut bhut dhunia lgise.happy married life❤

  • @chinmoygogoi3322
    @chinmoygogoi3322 10 місяців тому +1

    Mur logote amar ghoror hokolu..we are always proud of you girls.

  • @ruprekhasaikia4133
    @ruprekhasaikia4133 10 місяців тому +1

    দুয়োৰে যুগ্ম জীৱন সুখৰ হওঁক ।

  • @alakanandagoswami9454
    @alakanandagoswami9454 10 місяців тому +4

    বৰ ধুনীয়াকৈ বিয়াখন দেখালে বা ভাল লাগিল।

  • @ParinitaDeka-hx2vx
    @ParinitaDeka-hx2vx 10 місяців тому

    Eman bhal lagil sai duniya ke niti nium bor korisa happy marriage life ❤❤

  • @snehasaikia3366
    @snehasaikia3366 10 місяців тому +1

    Biya khon Sai bor val lagil❤ happy married life ❤❤❤

  • @makeupartistqueen8164
    @makeupartistqueen8164 10 місяців тому

    Mondeep daa doetto bur emn dhuniakoi palon korise dekhi bohut basi vaal lagil baa.abegik koi golu amru ghrt 2joni suwali

    • @AMRITAGOGOIO
      @AMRITAGOGOIO  10 місяців тому

      Mondeep r jiman korise heiya koi hekh koribo nwari ❤️

  • @rupalirabhavlog4063
    @rupalirabhavlog4063 10 місяців тому +1

    bohut val lagil ba koinaloi onak suva kamona thakil❤❤❤

  • @sukanyahazarika7978
    @sukanyahazarika7978 10 місяців тому

    বৈবাহিক জীৱনৰ বহুত বহুত শুভকামনা জনালোঁ।দৰাৰ ঘৰ কʼত হয় বা?

  • @monikarajkhowa8876
    @monikarajkhowa8876 10 місяців тому +1

    Happy married life ba.... ❤❤Vlg2 sai sokupani ulai gol... Hdyy hukhi thaka tmaluk.. From moran

  • @dbaruah3999
    @dbaruah3999 10 місяців тому +1

    Amar faleu saol e mare ,kothatu hoi baru apuni kuatu....sai val lagil vdo tu,niyom t kora babe..muru ghor mangaldaite🥰

  • @HandiqueSnigdha-zj2qd
    @HandiqueSnigdha-zj2qd 10 місяців тому +1

    Sokur pani ulai gl🥺 Madhur huvagya j tmr nixina bayek ajni paixe❤ wish you a very happy married life madhu😘❤

  • @prosantadutta9548
    @prosantadutta9548 10 місяців тому

    Happy marriage life both of you.kin2 baa hokolu bhal lagil koina bidai diya homoit apunr kotha Keita thik asil kin2 kuar style2 bhal nalagil kiw nu apuni dim diyar dore he lagil .apuni hoi2 aru alop bhal koi Kobo lagixil.tq bht bhal lagil biya khnr video2 sai apunr hokolu video moi sau kiw nu apunk bht bhal lage apunr ovinoi moi horuporai sai ahixu beya napabo baa anekoi cmnt kora babe sry koixu rply dibo

  • @A55xyz
    @A55xyz 10 місяців тому

    Bohut val lagil Amrita ba...Ami akei sivasagar manuh karone apunak bohut apun apun lage

  • @pinkumonimahanta1070
    @pinkumonimahanta1070 10 місяців тому

    Pothome congratulations notun jibon2 vldore jaouk ru hosa kotha kob gole enekua baiek vindew bahut vagoyt he pua jai bahut vl lagil❤❤

  • @queendoleypayeng5173
    @queendoleypayeng5173 10 місяців тому

    1secondu skip nokorakhe salu videotu,khubei val lagil biyakhn sai...❤❤❤

  • @abhishekdevnath9959
    @abhishekdevnath9959 10 місяців тому +1

    , যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ

  • @jimpiboruah8431
    @jimpiboruah8431 10 місяців тому +1

    Val lagile sai..blegor biya video moi skipt kori sao kintu apunalukor biyakhon hekhorloike salu..bidai diute nijor biyaloi monot pori gol😍

  • @Upasvlog-i3f
    @Upasvlog-i3f 10 місяців тому

    Val lagice niti niyom burok ekasoriya nkorar babe ..nd koinar main set jur vl lagice ajikalir new colouring bur vl nlage .❤❤❤.xuvessa jonalo jugmo jibonor babe ba nd jiju loi

  • @monisarmah8053
    @monisarmah8053 10 місяців тому

    এইখনহে অসমীয়া বিয়া। ভাল লাগিল

  • @priyankagogoi500
    @priyankagogoi500 10 місяців тому +1

    আপোনাৰ নিচিনা বা এজনী থকাটো অতি প্ৰয়োজন ।❤😢

  • @priyasaikia3075
    @priyasaikia3075 10 місяців тому +1

    Bht roi asilu aikhon biya sab loi aji salu bht val lagil.❤❤

  • @Patowary-n3d
    @Patowary-n3d 10 місяців тому +3

    Happy Married Life Both Of You 😘❤️❤️❤️

  • @nipulthengal3488
    @nipulthengal3488 10 місяців тому

    Hosai Baa gawr khati asomiya Biya hoise val lagise💗💗💗💗💗💗💗💗💗💗💗💗

  • @priyasaikia6143
    @priyasaikia6143 10 місяців тому +2

    Bohut vl lagele baa ❤ happy hua madhu baa hodai ,, amrita baa last time kon muru soku Pani ulai gl 😢 ,, vle thaka hodai ❤

  • @barashasaharia9492
    @barashasaharia9492 10 місяців тому +1

    Baa aponar kathabor eman dhuniya❤❤

  • @anamikaborah8007
    @anamikaborah8007 10 місяців тому

    Bohut val lagile apulukor biya khon Sai 🎉

  • @puranjoygogoi2715
    @puranjoygogoi2715 10 місяців тому +3

    😂😂😂😂😂
    বহুত ভাল লাগিছে দেই
    আমাৰ ৰজাঘৰীয়া মন্ত্ৰী ৰজা আহিছে ন ।।
    লংপটীয়া ৰজাঘৰীয়া মানুহ

  • @pritirekhapatar2656
    @pritirekhapatar2656 10 місяців тому

    dhunia ekhon xamanjik biya dekhi bohut val lagil

  • @rashmirekhasaikia3723
    @rashmirekhasaikia3723 10 місяців тому

    Happy married life both of you... bixekh oxubidhar babe biyaloi jaboloi nhl ..eyate biya khon salu...val howk xokolu..❤❤❤❤❤

  • @KalpanaSaikia-g2i
    @KalpanaSaikia-g2i 10 місяців тому +1

    jugmo jibonr bhut bhut huvesha jonalu,ridhi k emn mrm lgise,

  • @RimpyKachari-sk5dg
    @RimpyKachari-sk5dg 10 місяців тому

    Happy married lif madhu ba nd plabn vindeu lots of lovely

  • @poriburagohain7983
    @poriburagohain7983 10 місяців тому

    Sak long he hobo lagisil, ami ahom manuh, anyways happy married life both of madhu n plabon💐💐

  • @priyakhibora3624
    @priyakhibora3624 10 місяців тому +1

    Tumi jenekoi tumr vontik Val pua nhoi...mur baayu mk bhut Val pai nijor suali nisinakoi..tmr vlog Sai moiu bhut kandilu❤ love you 😘

  • @PriyankaBoruah-s7w
    @PriyankaBoruah-s7w 10 місяців тому

    Sai bhut val lagil ba apunr dore ba ajoni bhut bhagyar murot pai apunr vonti lucky hoi

  • @rishitatipu3925
    @rishitatipu3925 10 місяців тому +4

    সচাকৈ কন্যাদান কৰাতো বহুত পূন্যৰ কাম,, মোৰ কন্যাদান দেউতাই কৰিছিল কিন্তু মই মোৰ দেউতা মৰম কোনো দিন নাপালোঁ 😢😢 মই মোৰ দেউতা বহুত বেছি ভাল পাওঁ 😢

  • @bhabanigogoi3278
    @bhabanigogoi3278 9 місяців тому +1

    Happy.married.life❤❤

  • @jupibhuyans1082
    @jupibhuyans1082 10 місяців тому +1

    ❤❤❤bhut vl lgil deii...tmr hahokh love you hdai enakoi vl koi thaka..vnti htr lgte gute manuh khinir lgt dhuniakoi thaka..

  • @dharitriphukan2507
    @dharitriphukan2507 10 місяців тому

    Video to sai bor val lagil....❤️❤️ lots of love to you and Madhu and your lovely family ❤️❤️❤️❤️🥰💐💐

  • @pallabivlogs426
    @pallabivlogs426 10 місяців тому +1

    Val lagil biya khon Happy married Life ❤

  • @himashrikalita5775
    @himashrikalita5775 10 місяців тому

    Happy married Life Both Of You♥️😘🥰😍Amrita baar ktha keita xuni bht dukh lgi gl 😪

  • @ranidharhaloi5867
    @ranidharhaloi5867 10 місяців тому +6

    Happy married life madhu ba and plaban dada ❤love from nalbari 🥰

  • @simashreetalukdar3095
    @simashreetalukdar3095 10 місяців тому +12

    Happy married life madhu ba nd plaban vindeu ❤lots of love 💕

  • @krishnamonigogoi3801
    @krishnamonigogoi3801 10 місяців тому

    বহু অপেক্ষা কৰি আছিলোঁ বা ❤ সদায় ভাবো আপুনি video upload dibo agi kintu finnally ❤ congratulations madhu ba

  • @juridevi1675
    @juridevi1675 10 місяців тому +1

    Happy married life baa soku Pani ulai gol

  • @ranichetry2262
    @ranichetry2262 10 місяців тому +3

    Congratulations ❤❤
    Val লাগিলে বিয়া খোৱা নিচিনা লাগিলে

  • @mbminiblog
    @mbminiblog 10 місяців тому

    Biya vdio ktea pam hodai Sai asu jna Amrita ba ❤️ happy married life to both of you ❤❤

  • @sanchalikamahantakarbi
    @sanchalikamahantakarbi 10 місяців тому

    Iman val lagil Amrita ba ❤ Saulor kotha2 bht val lagil