মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’.....

Поділитися
Вставка
  • Опубліковано 7 тра 2024
  • অৱশেষত অন্ত পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচন
    EVMত বন্দী হোৱা ভাগ্য ৪ জুনত খোল খাব
    অন্তিম পৰ্যায়ত ভোটদানৰ হাৰ পূৰ্বতকৈ বৃদ্ধি হ’ল
    এইবাৰৰ নিৰ্বাচনটোৰ বিশেষ বিশেষত্ব কি কি আছিল?
    প্রাৰ্থী নে পাৰ্টী, কি চাই ভোট দিলে বাৰু অসমৰ জনতাই?
    বিজেপিৰ আধিপত্য অটুট থাকিবনে অসমত?
    ৩খনৰ পৰা কংগ্রেছৰ আসন হ্রাস পাব নে বৃদ্ধি হ’ব?
    এই নিৰ্বাচনটোতে কেইজনমান ৰাজনীতিকে নেতাৰ পৰিচয় দিছে নেকি?
    ৰাজনৈতিক নেতা আৰু বিশ্লেষকৰ দৃষ্টিত ‘নিৰ্বাচনৰ পোষ্টমৰ্টেম’
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
    #PratidinTime #assam #Abhimat #electionwithpratidintime

КОМЕНТАРІ • 241

  • @gyanjyotikhanikar5296
    @gyanjyotikhanikar5296 Місяць тому +41

    কিয় ইছু নাই বুলি কয়, মূল্য বৃদ্ধি য়ে মানুহ কোঙা কৰি পেলালে,কি বস্তু দাম বঢ়া নাই তিনি গুণ পৰ্যন্ত, ক'ব পাৰিবনে কোনোৱে,মাছ মাংস কণী শাক-পাচলি কিতাপ বহী,বাছ ভাড়া আদি মানুহৰ কিনা ক্ষমতা নাইকীয়া হৈ গ'ল। যি এই বোৰ নাই দেখা , সেই বোৰ বিজেপিৰ সমৰ্থক।700 টকা দি ছাগলী মাংস বা 450 দি গাহৰি আৰু 600 টকা দি হাঁহৰ মাংস এক কেজি কিনি খাবলৈ 90%সৰ্বসাধাৰণ ৰাইজৰ ক্ষমতা নাই।

  • @nayankumarpawe2671
    @nayankumarpawe2671 Місяць тому +10

    কিৰিপ চলিহা ডাঙৰীয়া ভাল কথা কৈছে সঁচাকৈ মধ্যভুগি পৰিয়াল বোৰ দুৰ্দশা হৈছে। বাকী ধনী পুঁজিপতি বোৰ ধনী হৈ গৈছে আৰু দুখীয়া বোৰে চৰকাৰী দুই এটা সুবিধা পাই আছে মিছা নো কি কম।

  • @khargeswarbaruah8139
    @khargeswarbaruah8139 Місяць тому +28

    গৌৰৱ গগৈ,প্ৰদ্যুত বৰদলৈ,মীৰা বৰঠাকুৰ আৰু ৰফিকুল ইছলাম জয়ী হোৱাটো প্ৰায় নিশ্চিত। খাল খান্দি ঘঁৰিয়াল পোহা সিদ্ধাৰ্থ ভট্টাচাৰ্য্য ডাঙৰীয়াক হতাশা গ্ৰস্ত হোৱা যেন লাগিছে।ময়ুৰ বৰাৰ লগত যুক্তি তৰ্কত হাৰ মানিব লগীয়া হৈছে।বিশিষ্ট বুদ্ধি জীৱী বা তেখেতৰ সমকক্ষ নমস্য ব্যক্তি সকলক 'চাৰ' বুলি কোৱাটো তেখেতে সহজ ভাৱে মানি লব পৰা নাই।অহংকাৰেই পতন। দম্ভালি মাৰি হিমন্ত বিশ্ব শৰ্মাক বিজেপীলৈ মাতি আনি নিজেই এলাগী হোৱাৰ পথত।

  • @sgogoi459
    @sgogoi459 Місяць тому +4

    সুন্দৰ অভিমত।❤❤ সকলোৰে নিজৰ নিজৰ অভিমত চাই ভাল লাগিল, ধন্যবাদ নিতুমনি ডাঙৰীয়ালৈ🙏
    ..🖋️ ব্যক্তিগত চিন্তাধাৰাৰ উপৰিও ৰাইজৰ, অসমীয়াৰ(সকলো জনগোষ্ঠী) হৈ মাত মাতিব লাগে, ৰাইজৰ প্ৰকৃত উন্নতি, ৰাস্তা-ঘাটৰ লগতে+ শিক্ষা, স্বাস্থ্য, সংগীত,পৰ্যটন, ৰাজনৈতিক ক্ষমতাৰ সদ ব্যবহাৰ, ৰাজকোষৰ ধনৰ প্ৰকৃত ব্যবহাৰ, অৰ্থনীতিৰ প্ৰকৃত অগ্ৰগতি, নিবনুৱা সমস্যাৰ সমাধানৰ লগতে বাক-স্বাধীনতা খৰ্ব নোহোৱাকৈ, কাকো ক'লা-বগা বাদ-বিচাৰ নকৰি, সকলো ৰাইজৰ সুখ-দুখৰ সমাভাগী হৈ নিজৰ ঠাই ডোখৰৰ উন্নতি কৰাৰ লগতে জিলাখনকো আগুৱাই নি, কেনেকৈ ৰাজ্যখনক দেশৰ ভিতৰতে শীৰ্ষত ৰাখিব পাৰি সেইটোৰ ওপৰতহে বেছি গুৰুত্ব দিব লাগে আমাৰ নেতা সকলে। সেইটোকে প্ৰকৃত উন্নতি বুলি কয় গুৰুজনাইও, আমিও ভাবো। ৰাইজেও ভাল পাব, সহায় কৰিব,আশীৰ্বাদ দিব তেনে নেতা সকলক।।.. মইও নিজৰ অভিমত আগবঢ়ালোঁ....🖊️

  • @user-xv4lp6dp3c
    @user-xv4lp6dp3c Місяць тому +3

    যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে মই কলো, প্ৰধান মন্ত্ৰী বা মূখ্য মন্ত্ৰীয়ে ঢৌতে ঢৌ মিলাই যি চতুৰ ৰাজনীতি কৰি আহিছে সেইবোৰ বৰ্তমান বুজি ছো সেয়ে নিজক, পৰিয়ালক, সমাজক লগতে ৰাজ্যখনক, দেশখনক সুৰক্ষা কৰাৰ স্বাৰ্থত বি জে পি ৰ বিৰুদ্ধে ভোট প্ৰদান কৰিছো। Sir thanks.

  • @kkmines1403
    @kkmines1403 Місяць тому +28

    সিদ্ধাৰ্থ ভট্টাচাৰ্য্য ডাঙৰীয়া আপুনি চালেবেৰে কোবোৱা যুক্তি দিছে । বাস্তবতাক স্বীকাৰ কৰক ।

  • @KashmiriBasumatary-cd1nj
    @KashmiriBasumatary-cd1nj Місяць тому +11

    BJP হাৰিব

  • @priyambadadas7950
    @priyambadadas7950 Місяць тому +5

    নিতুমণি শইকীয়াক বহুত ধন্যবাদ ! সুন্দৰ মন্তব্যৰে সত্যদিশ এটি দাঙি ধৰিছে ।

  • @debenhandique9958
    @debenhandique9958 Місяць тому +50

    এইবাৰেই বিজেপি পৰাজয় দিশত।

    • @Smartdude888
      @Smartdude888 Місяць тому

      😂😂😂😂😂vbi thak Bupai .....xopunot vab

    • @jaydipdas2707
      @jaydipdas2707 Місяць тому

      umm 4 junot dekha jabo​@@Smartdude888

  • @user-ux5ud2zy9p
    @user-ux5ud2zy9p Місяць тому +45

    Gourav Gogoi jindabaad jindabaad 🙏🙏

  • @khagenkakati6380
    @khagenkakati6380 Місяць тому +36

    Bjp দালাল বোৰে bjp কথা কবই ৷মুঠতে Bjp হাৰিব৷

  • @debajitbarman9648
    @debajitbarman9648 Місяць тому +12

    এটা ভাল আলোচনা হৈছে

  • @AnandaKhound-jr3te
    @AnandaKhound-jr3te Місяць тому +20

    আজিৰ যুগৰ মানুহ বহুত চিন্তাশিল ।বিজেপিযে ভাবে যে কেইটামান বগা চাউল ছটিযাই দিলে সকলোৱে মানি লব ।কিন্তু দেখিলে যে এই বগা চাউলে কাম নিদিলে ।পিছত টকাৰ বৰষুণৰ সৃষ্টি কৰি শাসনলৈ আহিব বুলিও বৰষুণ দিলে ।কিন্তু সকলো ভূল প্ৰমানিত হল।মূল্য বৃদ্ধি ৰে তেজ শুহি খাই উন্নয়ন কৰিব নালাগে বুলি জনতাই ৰাই দিছে ।কা আইন আনি অসমীয়া ক নিঃশেষ কৰা পৰিকল্পনা কৰা এই চৰকাৰক অসমীয়াই নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছে ।অহংকাৰী নেতা বোৰৰ উন্নয়ন শব্দটো সুন্দৰ কৈ মুখস্থ কৰি লৈ অসমৰ ৰাইজক আভুৱা মাৰিছে ।উন্নয়নৰ কথা কোৱা এই নেতা বোৰে আমাক বুবক পাইছে ।চৰকাৰৰ উন্নয়ন কৰাটো দায়িত্ব ।ঘোঁৰা ঘাঁহ কাটিবলৈ এই প্ৰতিনিধি সকলক ৰাইজে ৰজা নিবাচন নকৰে ।অন্য কোনো ইছু নাপাই এইবোৰে উন্নয়ন শব্দটো সুন্দৰ কৈ মুখস্থ কৰি ল'লে ।আমাক মূল্য বৃদ্ধি ৰে তেজ শুহি খাই উন্নয়ন কৰিব নালাগে ।উদোগপতিৰ পৰা কৌৰ কৌৰ টকালৈ জনতাৰ ওপৰত মূল্য বৃদ্ধি ৰে তেজ শুহি খাই উন্নয়ন কৰিব নালাগে ।ঔষধৰ মূল্য বৃদ্ধি ৰে তেজ শুহি খাই উন্নয়নৰ কথা কোৱা এই নেতা বোৰে আমাক বুবক পাইছে ।ইহঁতক ভোট যুদ্ধৰে শেষ নকৰিলে পিছত অসমীয়া ই কান্দিব লাগিব ।বিজেপি হতাও দেশ বচাওক ।নহলে আমি ৰাজপথ ৰ ভিখাৰি হব লাগিব ।

  • @ayatullahsheikh3118
    @ayatullahsheikh3118 Місяць тому +40

    BJP একোঁ ভাল কাম কৰা নাই,

  • @bishnuprasaddeka8800
    @bishnuprasaddeka8800 Місяць тому +41

    Lurin and Gaurav will win.

  • @ShantanuDas2100
    @ShantanuDas2100 Місяць тому +9

    নিজৰ ঘৰৰ সদস্য‍জনক কুনেও বেয়া বুলি নকয়॥ তেওঁলোকে নিজৰবিলাক কেতিয়াও বেয়া বুলি নকয় সদায় মৰিলেও সঁচা ক'থা কৱ লাগে তেতিয়াহে দেখ উন্নতি হৱ

  • @bulbulbora-cw1el
    @bulbulbora-cw1el Місяць тому +4

    ভট্টাচাৰ্য্য ডাঙৰীয়াই ওকালতি কৰিছে হয়, কিন্তু তেওঁ ভালকৈ শম্মা ডাঙৰীয়াই এটা গ'ল দি থৈছে ।

  • @bishalsarma5306
    @bishalsarma5306 Місяць тому +2

    জেগাত দিছে কিন্তু সিদ্ধাৰ্থ ই 😂 গোটেই কেইটাক

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 Місяць тому +60

    বিজেপি হাৰিব।

    • @mithilabalaray1629
      @mithilabalaray1629 Місяць тому +2

      😅

    • @mithilabalaray1629
      @mithilabalaray1629 Місяць тому +1

      😅😅😅😅

    • @mithilabalaray1629
      @mithilabalaray1629 Місяць тому

      Lp00 lol pp l

    • @Ashu-ic6lv
      @Ashu-ic6lv Місяць тому +1

      ক'ত হাৰিব? এজিপি জিকিব নে কংগ্ৰেছ জিকিব ভাই? গৌৰৱ গগৈয়ে জিকিব নে?

    • @RajumoniRajumonidas
      @RajumoniRajumonidas Місяць тому

      গৌৰৱ গগৈ জিকিব ।

  • @anjankumardutta6850
    @anjankumardutta6850 Місяць тому +2

    সিদ্ধাৰ্থ কাই আপোনাৰ অহংকাৰ ,লেবেল বহুত হ'ল।দক্ষ হোৱা হ'লে কাইটি ক মন্ত্ৰীত্বৰ পৰা আপোনাক নতৰালে হয়। বাকী আপুনি এটা আলূ

  • @lakhantanti5784
    @lakhantanti5784 Місяць тому +10

    Bjp sorkar thakiu bjp haribo agor dore bjpir result beya hobo

  • @khanjan-mi3jc
    @khanjan-mi3jc Місяць тому +5

    বিজেপি হাৰিব

  • @ratikantamili.5442
    @ratikantamili.5442 Місяць тому +2

    Mayur sir apunak 100% selute jonaisu Batthacaryar odarkari questionsnburor uttor iman sundar babe answer dise 🙏🙏🙏🙏🙏👌👌👌👌👌👌

  • @umeshkuli849
    @umeshkuli849 Місяць тому +41

    সিদ্ধাৰ্থ ৰ নিচিনা মানুহবোৰ দেশ নাশ কৰিব।

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 Місяць тому +5

      এওঁলোকৰ এতিয়া কোনো উপায় নাই। সকলোৱে তল পৰি মল খাই আছে। অলপ গা লৰালেই দিল্লীৰ ধমক খাব ।

    • @hitendranathbrahma545
      @hitendranathbrahma545 Місяць тому

      We sre BORO community.

    • @AbulHussain-dl6og
      @AbulHussain-dl6og Місяць тому

      ​@@prabinmallabaruah8845opor r maal tuye baa kor mol xaise......🤔

    • @ranjitduttaey3967
      @ranjitduttaey3967 Місяць тому

      এই সকল ৰ নইজশ্ৱতআ বুলি একো নাই এওঁলোকে মাত্ৰ মিছাৰ সম্ৰাট ভুৱা প্ৰতিশ্ৰুতি সম্ৰাট ডলাৰ বগৰী নিচিনা অন্ধ ভক্ত ৰাইজে পৰিবৰ্তন বিছাৰিছে গতিকে কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ ওলাছে জয় আই অসম জয় হিন্দ জয় ভাৰত

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Місяць тому +11

    কংগ্ৰেছৰ জয় নিশ্চিত ১০০% ।

  • @AbdulLatif-el7wh
    @AbdulLatif-el7wh Місяць тому +5

    আপুনি কিয় দিছিলি ৰাজ্য সভাত বি জে পি ভোট ৷

  • @bidyutbikashsaikia1140
    @bidyutbikashsaikia1140 Місяць тому +6

    In future, Jorhat gogoi will be most promising leader to watch for .

  • @ranjansarmah4843
    @ranjansarmah4843 Місяць тому +3

    হিমন্ত বিশ্ব কিতাপখন কত সিদ্ধাৰ্থ .....

  • @prakritirvlogs1463
    @prakritirvlogs1463 Місяць тому +2

    Nitumoni saikiai lastr kothakhar beleg jegat dile kintu dei (prothom khinghor dore mya bhut nelage buli goroji thaki pisot mekurir dore meu mew koi mya bhut bisarile buli)

  • @BHSClass.Motivation
    @BHSClass.Motivation Місяць тому +3

    আলোচনাচক্ৰটো ভাল লাগিল।।

  • @user-ob9pl3fb1p
    @user-ob9pl3fb1p Місяць тому +2

    উন্নয়ন নহয় অৰুণদয় আৰু লখপতি বাইদেউ টো হে BJP ৰ প্ৰধান বিষয়

  • @user-fj8rh7op8y
    @user-fj8rh7op8y Місяць тому +5

    Very good nitu mani sir 🎉🎉🎉❤❤❤❤

  • @relaxatnature7562
    @relaxatnature7562 Місяць тому +2

    2014 পিছত EVM বুলি কলেই ভয় লাগে
    আৰু দহ বছৰ বিজেপিৰ চৰকাৰ হব বৰ বেয়া লাগিছে

  • @rajudhemaji7995
    @rajudhemaji7995 Місяць тому

    ধৰ্মীয় মেৰুকৰণ বাবে অসমৰ প্ৰায় বাঙালীসকলে বিজেপি ভোট দিছে আৰু প্ৰায় মুছলমান সকলে কংগ্ৰেছ ভোট দিয়া দেখিছোঁ ।

  • @anilbaruah8775
    @anilbaruah8775 17 днів тому

    নিৰপেক্ষ শব্দটোৰ আভিধানিক অৰ্থ থাকিব পাৰে কিন্ত ব্যৱহাৰিক অৰ্থ নাই ৷কেৱল ৰাজনীতিত নহয় ৷সকলো বিষয়তে ৷

  • @M.G.615
    @M.G.615 Місяць тому +1

    কিৰিপ চলিহা ডাঙৰীয়া যেতিয়া মঙ্গলদৈ সমষ্টিৰ সাংসদ আছিল সেই বিগত ৫টা বছৰ মঙ্গলদৈ সমষ্টিৰ জনসাধাৰণ জ্বৰত ভূগি আছিল।
    বহুত কথা নকও।

  • @NarendraPdBarman
    @NarendraPdBarman Місяць тому

    হেমন্ত চোৰেন+কেজৰিৱাল=ন্যায়

  • @user-is6hg9bd4l
    @user-is6hg9bd4l Місяць тому

    এই কেইজন ব্যক্তিকলৈ পুণৰ এক আলোচনা হোৱাৰ প্ৰয়োজন আছে বুলি ভাৱো৷ কিৰিপ চলিহাৰ কথাবোৰৰ এক বিশ্লেষণ হোৱাৰ দৰকাৰ ৷

  • @sibanathburagohain7573
    @sibanathburagohain7573 Місяць тому

    অতি হৈছে হৈছে

  • @user-yg2bd2ud1p
    @user-yg2bd2ud1p Місяць тому +8

    Sidharth amar assembly hoi aku kam kora nai

  • @krishnagogoi7361
    @krishnagogoi7361 Місяць тому +5

    BJP hariboi

  • @ranjanbodo7609
    @ranjanbodo7609 Місяць тому +20

    Misoliya bjp

  • @relaxeverythingisfine5154
    @relaxeverythingisfine5154 Місяць тому +17

    Gaurav Gogoi Jindabad.

  • @user-qo5kx1gx2w
    @user-qo5kx1gx2w Місяць тому +2

    অসমীয়াৰ মানহিকতা হিন্দুত্ববাদৰ ওচৰত হাৰ কেতিয়াবাই মানিলে।ইচু বিত্ত্বিত এইবাৰ ৰাইজে ভোট দিয়া নাই বুলি মই অনুভৱ কৰোঁ।

  • @maaprabhabatimusic4049
    @maaprabhabatimusic4049 Місяць тому +9

    ময়ুৰ বৰা চাৰৰ কথা কেইটা শুনি ভাল লাগিল ।

  • @JitulChutia-xp9bk
    @JitulChutia-xp9bk Місяць тому +12

    চুলি নথকা জন ঘৰত সোমাই থকা বিশ্লেষকহে তেওঁলোকে জাতীৰ সমস্যা সমাধান বাবে অবদান কি?

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 Місяць тому +3

    ইছু নোহোৱা বুলি কিয় কলে? নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, কা আইনৰ বিৰোধিতা আদি সমস্যাৰ বিষয়ে চিন্তা বা অনুভৱ কৰিব পৰা মানুহ অসমত নাই বুলি কিয় ভাবিলে ? হৰা জিতাৰ কথা আমিও নকও। কিন্তু নিৰ্বাচনৰ কেইদিন মান আগলৈ শাসকীয় দলৰ দপদপনি বন্ধ কাৰ বাবে হল? কৃষক, মজদুৰ, সৰু-সুৰা ব্যবসায়ী, নাৰী আৰু যুৱ সমাজে আজি সকলো বুজি পায় আৰু সেইবাবে শাসকীয় দলৰ 13/14 খন আসন জয়ী হোৱাৰ দৰ্প চূৰ্ণ হৈছে। অন্ততঃ দ্বিতীয় পৰ্যায়ৰ পিচতেই । বিৰোধীয়ে যদি মাত্ৰ 3-4 খন আসনো পায় সি হব ডাঙৰ প্ৰাপ্তি । অবশ্যে আমি ইভিএমৰ চাতুৰ্য্যৰ কথা নকও।

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Місяць тому

    বুদ্ধিজীৱী সকলে স্পষ্টকৈ কোনেও কোনো কথা কোৱাৰ সাহস নাই কিয়। যোৰহাটত গৌৰৱ জিকিব বুলি সকলোৱে জানে কিন্ত্ত নকয়।

  • @samirkhanaamsu5783
    @samirkhanaamsu5783 Місяць тому +1

    BPFৰ ঘৰত ইমান টকা ওলাইছে কিয় CBI জোৱানাই

  • @kkmines1403
    @kkmines1403 Місяць тому +2

    অৰবিন্দ কেজৰিৱাল বা হেমন্ত চোৰেণৰ জামিন কিয় হোৱানাই তাৰ বিষয়ে এজনৰো সম্যক জ্ঞান নাই ।

  • @user-iw7vi7ej7e
    @user-iw7vi7ej7e Місяць тому

    ইমান পাতল যুক্তি ভাল নেলাগে ৷

  • @sauravbania3008
    @sauravbania3008 Місяць тому +2

    ব্ৰিটিছ ৰ দিনত ব্ৰিটিছ ৰদাৰা কৰা কাম কভাৰতীয় মানুহে প্ৰতেক্ষ কৰিছিল, তাতোকৈ অধিক বেয়া কাম ভাৰতীয় ই অনায়কৰিলেও ভাৰতীয় ই দেখা নাযায়।

  • @ajoypayeng9669
    @ajoypayeng9669 Місяць тому

    Very nice talk show sir 🙏

  • @bishaldas3964
    @bishaldas3964 Місяць тому +5

    Bjp eybar safa hobo...

  • @joyprakashnath2337
    @joyprakashnath2337 Місяць тому +1

    কিৰিপ চলিহা দেবে কোৱাৰ দৰে আগন্তুক দিনত (2024 পিছত) গুজৰাটৰ বি জে পি নেতৃত্বৰ দপদপনিৰ আৰু আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বাবেই দৰ্গতীৰ দিশত পূৰ্ণ গতিত আগ বাঢ়ি আছে

  • @tapanbaruah6255
    @tapanbaruah6255 Місяць тому

    Moyur barah sir r Katha khini Val Lagil ❤

  • @PRANABBORAHUNOFFICIAL
    @PRANABBORAHUNOFFICIAL Місяць тому +1

    ভাৰতৰ সকলো ৰাজ্যতেই জাতিক কেন্দ্ৰ কৰি ৰাজনীতি হৈ আহিছে।

  • @bishalsarma5306
    @bishalsarma5306 Місяць тому +1

    চিন্দিকেত ৰ ৰজা কিৰিপ চলিহা😂😂 পাহৰি গল নেকি

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Місяць тому

    Issue নাই বুলি কোৱাটো সম্পূৰ্ণ ভূল। সিদ্ধাৰ্থ চাৰ এইবাৰ নুঠিলে কিয়।। উঠা হলে গুৱাহাটীত কোনো issue নাথাকিলে হেঁতেন । আপুনি ভালদৰে জানে আগতে কোনে দুৰ্নীতি কৰি এতিয়া কত বহি কি কৰি আছে।। দিগন্ত বৰ্মন বুলি মনে মণে থাকিল। অখিলক দম দি চাওঁক। আৰু আপোনি অসমীয়া জাতিয়তাবাদৰ উপৰত ভাষণ এৰি নিজ দলৰ নীতি আদৰ্শৰ উপৰত দিলে আমি বেছি ভাল পাম।

  • @mohankumarsingh1040
    @mohankumarsingh1040 Місяць тому +1

    ২৮৪ টা আসন মানে ৫০% আসনৰ ভোট দান হৈ গল । ৪০০ পাৰ নে ২৫০ ৰ তলতে থাকিব ? নম্বৰ কিন্ত মাৰ্কেটত উপলদ্ধ ।

  • @sibanathburagohain7573
    @sibanathburagohain7573 Місяць тому

    আপোনাক সকলোৱে চাই আছে

  • @arupkakati4905
    @arupkakati4905 Місяць тому +1

    Nitu da ❤❤❤❤❤ শেষত আৰু এবাৰ 🙏 ।।।

  • @Khushi-hy7br
    @Khushi-hy7br Місяць тому +1

    🌷 Respect to Lotus❤❤❤❤❤

  • @PronabMorang
    @PronabMorang Місяць тому

    Very good

  • @ratikantamili.5442
    @ratikantamili.5442 Місяць тому +1

    Mayur sir bohut bhal uttar dise....dai❤❤❤

  • @Aditygogoi123
    @Aditygogoi123 Місяць тому +4

    Bjpr lgt asilu ...kintu aibar nai...ru bohut u manuh nai..

  • @ekramhussainmir3903
    @ekramhussainmir3903 Місяць тому

    Kirip da, once a storm in Indian politics , in particular North East. Hope you will be more n more active in Assam politics. Indian politics is rapidly changing at fast rate.

  • @bishalsarma5306
    @bishalsarma5306 Місяць тому

    এনেকুৱা দিবেত চাই ভাল লাগে কাজিয়া নাই ধুনীয়াকৈ মতামত দিছে

  • @drtsi
    @drtsi Місяць тому +2

    Siddharth Bhattacharya.... you are requested to give up BJP....

  • @SaruNath-pq8rf
    @SaruNath-pq8rf Місяць тому +1

    সুন্দৰ উপস্থাপন।কিন্তু তিনিগগৈ কথাটো শুনিলেহে হাহি উঠে।

  • @assa516
    @assa516 Місяць тому +1

    সিদ্ধাৰ্থ ভাই,ৰেবন্নাৰ দৰে এজন ধৰ্ষণকাৰী ৰ হৈ কিয় মোদীয়ে ভোট ভীক্ষা কৰিবলৈ গ’ল??অৰবিন্দ’ ফাৰ্মাচুতীকেলৰ ৰেড্ডী কিয় আজিলৈ মুক্ত আকাশৰ তলত তাকো ?? কোভিদ ভেকছিন জোৰ কৰি দি মানুহৰ যি মৃত্যুৰ ৰেখা চুটি কৰিলে কি কয় আপুনি??পাপা নে ওৱাৰ ৰুকবাদি ৰ পাপাই কিয় মনিপুৰৰ হৈ মাত নামাতিলে??মনিপুৰৰ জুই নুমাব নোৱাৰা বিশ্বগুৰুৰ বাৱে আকৌ বোলে বিশ্বযুদ্ধ ৰখাই দিছে৷হিন্দুৰ মংগলসুত্ৰৰ কথা কোৱা মোদীয়ে কিয় পুলবামাৰ শ্বহীদৰ মংগলসুত্ৰৰ মুল্য কি দিলে?

  • @kabindrathakuria1169
    @kabindrathakuria1169 Місяць тому

    এইবাৰ অতি সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছে

  • @bishalsarma5306
    @bishalsarma5306 Місяць тому

    এনেকুৱা দিবেত চাই ভাল লাগে কাজিয়া নাই ধুনীয়াকৈ মতামত দিছে,, কিন্তু নিতুমনি 4 জন কংগ্ৰেছ ৰ এজন বিজেপ সদস্যা মাটি counter attack কৰি কি লাভ😂😂

  • @chandanshil8222
    @chandanshil8222 Місяць тому

    সিদ্ধাৰ্থৰ ২৬ত পাব নে টিকট

  • @SFFactsShort
    @SFFactsShort Місяць тому +1

    BJP bahut beya harobi eibar

  • @shardindupurkayastha7833
    @shardindupurkayastha7833 Місяць тому +5

    Sabash Nitumani Saikia, Hat,'s off to you. Best among all participants.

  • @biddeswarmorang6387
    @biddeswarmorang6387 Місяць тому +2

    Iove you nitu da

  • @user-mc5dw9eu7y
    @user-mc5dw9eu7y Місяць тому +2

    BJP No ???

  • @Tired524
    @Tired524 Місяць тому

    Nitu moni and some other Assamese channels have shown brave neutral journalism from a long time which is appreciating.
    In context of politics although I m not an expert but my simple mind says even if BJP wins the leadership must change. There are many good people who are capable, honest, non fanatics and foremostly educated.
    2 nd. If congress wins who would take the charge of running the state as CM. Gaurav Gogoi is a very good person with versatile qualities but he can not play dirty politics. Frankly speaking there will be a problem in regearing a damaged state. Can the high rise price, gst, sgst, petrol prices be brought down drastically? A big question.
    3rdly why is the religious discrimination is always addressed as Hindu nd Muslim instead of immigrants from bangladesh or any other country. Apparently the influx in great magnitude is from Bangladesh. Therefore the talks should be specific about whi the target is.
    Assamese muslims have started expressing antagonism against the Assamese hindus. In a way yielding confusion to great deal.
    This is my concern.

  • @kamalphukan1365
    @kamalphukan1365 Місяць тому

    আলোচনা বৰ গধূৰ হৈছে!

  • @morisika4730
    @morisika4730 Місяць тому +1

    সিদ্ধাৰ্থ ডাঙৰীয়াই আহোম ৰ লগত তক্কৰ লগাইছে নেকি?

  • @jugalbaruah6541
    @jugalbaruah6541 Місяць тому +2

    Defination of Assamese is so simple. It is pathetic that no one could define it correctly.

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf Місяць тому +2

    টকাৰবৰষুণদিচেবিজেপি

  • @user-ln6kp8he6m
    @user-ln6kp8he6m Місяць тому

    সুন্দৰ পেনেল।লগতে জাতীয়তাবাদ/আঞ্চলিকতা বাদ সম্পৰ্কে এটা আলোচনা আশা কৰিলো।

  • @shardindupurkayastha7833
    @shardindupurkayastha7833 Місяць тому +6

    Siddtharta Bhattacharjee must maintain decorum. Why he is charging a co-pannelists. ECI has been amended by Modiji, otherwise why the membership of CJI has been cancelled by Modiji.

  • @user-ul5kz9qi3v
    @user-ul5kz9qi3v Місяць тому +2

    Million thanks to Brojen Deka Sir

  • @arotiborah2733
    @arotiborah2733 Місяць тому +2

    🙏🙏🙏

  • @amulyagogoi6943
    @amulyagogoi6943 Місяць тому

    Bjp দেশৰ পৰা বিদায় নিশ্চিত।।।

  • @dinusarkar5462
    @dinusarkar5462 Місяць тому +1

    1:04:17 1:04:17

  • @manojtalukdar1502
    @manojtalukdar1502 Місяць тому

    ৰাজনীঁতিত টকাই সৰ্বোচ্ছ ।

  • @JyotishKumar-fz6sf
    @JyotishKumar-fz6sf Місяць тому +2

    ২০১৪ৰপৰাবিজেপিয়েমিচাকৈয়েথাকিল

  • @sibanathburagohain7573
    @sibanathburagohain7573 Місяць тому

    আমাৰ ইয়াত যিদেখিচো কাম আৰু কথাৰ মাজত পাৰ্থক্য হয় তেতিয়া আমি দোষ লাগে ।বিষেকৈ আমি অসমীয়া বোৰ মহা বুৰব্ৰক

  • @user-fm1sm4dh6j
    @user-fm1sm4dh6j Місяць тому

    ঘৰ এখন নষ্ট হয় ঘৰৰ মানুহৰ কাৰনে। সমাজ নষ্ট ৰাইজৰ কাৰনে আৰু দেশ নষ্ট জনসাধাৰণৰ কাৰণে।

  • @deepankagogoi-gx1gr
    @deepankagogoi-gx1gr 19 днів тому

    Hospital bilakat nomaly like medicine dept bilak resident Dr bilakokhe dakhiboloi pua jai

  • @kamaldas2446
    @kamaldas2446 Місяць тому +2

    সিদ্ধাৰ্থ ভট্টাচাৰ্য্য sir সকলোতকৈ ভাল কথা কৈছে। তেওঁ আলটু ফালটু কথা কৈ সময় নষ্ট কৰা নাই। সিদ্ধাৰ্থ ভট্টাচাৰ্য্য এজন ভাল মানুহ। ❤

  • @monowarhussain4229
    @monowarhussain4229 Місяць тому +1

    Bjp ৰ অহংকাৰ চূৰ্ণ বিচূৰ্ণ হোৱাৰ পথত।

  • @dhirendradoley1108
    @dhirendradoley1108 Місяць тому +1

    জিতুমণি দা জিন্দাবাদ।

  • @Sweetyswewtgirl143
    @Sweetyswewtgirl143 24 дні тому +1

    😢😢😢😢😮😮😮

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Місяць тому

    Congress Sarkar hawa 4 Jun 💯💪
    Gaurav Gogoi zindabad Jyoti GoGoi zindabad Rahul Gandhi zindabad Assam all India Congress zindabad 💯💯💯💯💯💯💯💯💯💯💯💯

  • @KabindraDeka-wt4ts
    @KabindraDeka-wt4ts 18 днів тому

    Nitomoni.sar.pranam.mor.matamat janabarar.karana.apekha.sadai.aasabadi.namaskar.