দেহৰ আধা অংগ উলিওৱা নাৰীৰ পৰা একাংশ শিক্ষকক কি কলে এঞ্জেলা চাংমাই। Angela Changmai..

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • দেহৰ আধা অংগ উলিওৱা নাৰীৰ পৰা একাংশ শিক্ষকক কি কলে এঞ্জেলা চাংমাই। Angela Changmai..
    FOLLOW ME ON FACEBOOK :-www.facebook.c...
    FOLLOW ME ON INSTAGRAM:- / jishubarman99
    Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.
    Thanks for watching

КОМЕНТАРІ • 246

  • @animachetia2172
    @animachetia2172 Місяць тому +91

    দেখাতো ধুনীয়া, সাজপাৰ ধুনীয়া, শব্দৰ সাগৰ, শুনি আমনি নালাগে,হে হৰি তোমাৰেই অৱদান, সদায় কুশলে ৰাখা,

  • @user-wk3el9pn2t
    @user-wk3el9pn2t Місяць тому +16

    আপোনাৰ বক্তব্য ই হৃদয় চুই গৈছে, সুন্দৰ আৰু সাৱলীল প্ৰকাশ ভংগী য়ে শিহৰিত কৰি তুলিছে। আপোনাক প্ৰভূৱে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ূ প্ৰদান কৰক। সমাজত আপোনাৰ দৰে এগৰাকী মহিলাৰ বহুত প্ৰয়োজন আছে।

  • @RituSaikia-kj5xb
    @RituSaikia-kj5xb 22 дні тому +3

    Bohut Dhuniya kotha val lagise tumar nisina aru manu lage

  • @jitenlahkar4485
    @jitenlahkar4485 Місяць тому +32

    কৃষ্ণ। অতি সুন্দৰ বাস্তৱধৰ্মী বক্তব্যই আমাক আপ্লুত কৰিছে। তুমি আগবাঢ়ি যোৱা, গুৰু জনাৰ আদৰ্শৰে অজ্ঞানী জনক জ্ঞান বিলাই পোহৰ বিলাই যোৱা। প্ৰভুৱে তোমাক কৃপা কৰিছে আৰু কৃপা কৰিব। আমাৰ আশীৰ্বাদ থাকিল।কৃষ্ণ।

    • @ranikonwar8689
      @ranikonwar8689 Місяць тому +3

      আজিৰ দিনত আপোনাৰ .কথা খিনি অতিগ্রয়োজন বুলি ভাবো ..

    • @DadhinathGogoi
      @DadhinathGogoi Місяць тому

      ⁰​@@ranikonwar8689

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 Місяць тому +14

    কথাবোৰ ইমান স্পষ্ট আৰু শক্তিশালী শুনি বহুত ভাল লাগিল এগৰাকী মাতৃ হিচাপে।❤❤❤

  • @medinitalukdar4873
    @medinitalukdar4873 Місяць тому +29

    সুন্দৰ ভাষা শব্দৰ অসীম ভঁৰাল...বহু মূল্যৱান ভাষন,ধন্যবাদ এঞ্জেলা বাইদেউ.....।

  • @chinmoydas4475
    @chinmoydas4475 22 дні тому +1

    বিদ্যা পৰম বন্ধু। লগতে ঘৰখনে শিক্ষাৰ কঠিয়তলী। ভাল বিদ্যালয়ত পঢ়ালে লৰা-ছোৱালী ভাল হ'ব সেইটো মিছা কথা। মাক-দেউতাক প্ৰধান শিক্ষক আৰু শিক্ষয়িত্ৰী।যাৰ বাবে ভাল বিদ্যালয়ত পঢ়োৱৰ পিছতো অসামাজিক কাৰ্য্য ক্লাব লগতে ডাঙৰ হৈ সমাজ খনক শান্তিত থাকিব নিদিয়ে। ফলত সমাজৰ বৰবিহ হৈ পৰে।

  • @jyotidas4718
    @jyotidas4718 Місяць тому +7

    মোৰ ইমান ভাল লাগে সুন্দৰ কথা বোৰ শুনি সঁচাকৈ মন চুই গৈছে।আমনি নালাগে। আজিলৈকে মন মুহি যোৱা বক্তৃতা শুনি সঁচাকৈ ভাল লাগে ।তাতে চেহেৰা টোও বহুত ধুনীয়া। ধুনীয়া মনৰ এগৰাকী মৰম লগা আইক ভগৱানে সদায় ভালে ৰাখক। কৃষ্ণ 🙏❤️🥰🥰🥰🥰

  • @RimjhimBasumatary
    @RimjhimBasumatary Місяць тому +20

    মই এইবাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী। সঁচা কথা কওঁ এনেকৈ ইউটিউব ত ইমান দীঘল আজিলৈকে বক্তিতা শুনা নাছিলোঁ আজি শুনি ইমানেই হেঁপাহ নুগুচিল যে ১ ছেকেণ্ড সময়ো স্কিপ কৰা নাই মাত্ৰ শুনি গৈছো আৰু যিহেতু মইও নিকেতনৰে ছাত্ৰী আছিলোঁ সেয়েহে প্ৰতিটো কথাত নিজকে বিচাৰি পাইছোঁ । বাইদেউ আপোনাক কথাবোৰ এইকেদিন short ত হে শুনি আছিলোঁ আজি গোটেই কথাবোৰ শুনি আপোনাৰ কথাবোৰত নোপোৱা ৰস পালোঁ🙏

  • @mintugogoi1293
    @mintugogoi1293 20 днів тому +1

    বাইদেউ ভগৱানেও কথা এখাৰ কৈ গৈছিল।যূগে যূগে অৱতাৰ হ'ব। অৱতাৰ এইবোৰে।🙏🙏🙏

  • @kaberimoran5496
    @kaberimoran5496 Місяць тому +12

    বহত দিনৰ পৰা আপোনাৰ দৰে এগৰাকী মানুহৰ বিচাৰি ফুৰিছিলো এতিয়া বহুত সুখি। আজিকালি কেৱল ধনী শ্ৰেণীৰ মানুহৰ হে সভা পাতি থাকে।

    • @dipankarrabha7336
      @dipankarrabha7336 Місяць тому

      Nirie narik control koribo paribo tetia homajkhon bahaut val hobo .

  • @jugendersaikia4176
    @jugendersaikia4176 Місяць тому +8

    সুন্দৰ বাইদেউ আপোনাৰ কথাত প্ৰেৰণা আছে। আমাৰ অসমৰ বহু ধনী শিক্ষিত অভিভাৱক সকল ডক্তৰ, ইঞ্জিনিয়াৰ তেই সীমাবদ্ধ নাজনেই ,(বহু কম সংখ্যকে জানিছে আজি কালি) বিহাৰ আৰু U P ভাৰতৰ ভিতৰত এক নম্বৰত আছে UPSC চাকৰীয়াল।

  • @user-pe6xo2mn3m
    @user-pe6xo2mn3m 28 днів тому +2

    ধন্যবাদ এঞ্জেলা বাইদেউ । আপোনাৰ মনপৰাশ বক্তৃতা শুনি ভাল লাগিল । ভগবন্তই আপোনাক কুশলে ৰাখক লগতে সু- সাস্থ্যৰ কামনা কামনা কৰিলোঁ ।

  • @minturaj7838
    @minturaj7838 Місяць тому +8

    সুন্দৰ বন্তি নীতি শিক্ষা দিয়া বাবে বহুত বহুত ধন্যবাদ বাইদেউ আপোনাক

  • @user-nj7fg1sb5x
    @user-nj7fg1sb5x 27 днів тому +2

    সুন্দৰ বক্তৃতা শুনি আপ্লুত হলো । আপোনাৰ আদৰ্শৰে আদৰ্শিত হক ন-পুৰণি নাৰী সমাজ । 🙏🙏🙏

  • @mrinaliborah1881
    @mrinaliborah1881 Місяць тому +5

    ভগৱানে তোমাৰ জৰিয়তেই আমাৰ মাজলৈ শুভ বাৰ্তা বোৰ প্ৰেৰণ কৰিছে । বহুত ভাল লাগে তোমাৰ কথাবোৰ, আশীৰ্বাদ কৰিছো আৰু আগবাঢ়ি যোৱা।

  • @minjubegum5132
    @minjubegum5132 24 дні тому +1

    Apunar kotha bur bor xundor....kotha bur xuni olpo amoni nalage...... thank you so much apunak pornam ❤

  • @PabitraKalita-hy9we
    @PabitraKalita-hy9we Місяць тому +7

    ধন্যবাদ ,ময়ো এগৰাকী আচাৰ্যা , শিশুৱাটীকা বিভাগৰ। তেওঁ লোকৰ গাত আঁচোৰ পৰে। আমি দুখ পাওঁ ।

  • @DevokantaHazarika
    @DevokantaHazarika Місяць тому +25

    বাইদেউ আপোনাৰ প্ৰতিটো শব্দৰ অৰ্থ পিতৃ=মাতৃক শুধৰাই দিয়াৰ বাবে হাজাৰ বাবে আপোনাক ধন্যৰ্বাদ

  • @minaramborah4572
    @minaramborah4572 13 днів тому

    বাস্তৱ কিছুমান পৰিস্থিতিৰ বিষয়ে বৰ সুন্দৰ মন্তব্য উপস্থাপন কৰিছা বৰ ভাল লাগিল , আন্তৰিকতাৰে তোমাক বহুত ধন্যবাদ ।

  • @rameshchandradas3725
    @rameshchandradas3725 22 дні тому +1

    বহুত বহুত ভাল লাগিছে মনৰ কথ্যা খিনি কৈছে 🎉❤

  • @JunumoniChutia-ib3uk
    @JunumoniChutia-ib3uk 20 днів тому

    তোমাৰ কথাই হ্নদয় ছোই গল । যিহেতু তুমি বৰদলনি ছোৱালী । বৰদলনি শঙ্কৰদেৱে সঁচাকৈয়ে মোৰ প্ৰিয় ।তোমালৈ বহুত বহুত ধন্যবাদ।

  • @tarundas7535
    @tarundas7535 15 днів тому

    মাজনী আৰু বহু দূৰলৈ আগুৱাই যোৱা হিয়াভৰা আশীৰ্বাদ থাকিল ।তোমাৰ সুমধুৰ বক্তৃতা আৰু মাৰ্জিত সাজপাৰে সোণত সুৱগা চোৰাইছে । এইদৰে থাকিবা ।

  • @user-bp7wl9xo5l
    @user-bp7wl9xo5l 25 днів тому +2

    বা তোমাৰ কথা বোৰ শোণী বৰ ভাল লাগে। সছাকৈ বা তোমাৰ কথাবোৰ শোণীলে । মনটো ভাল লাগি জাই বা তোমি এনেকৈয়ে আগুৱাই জোৱা।🙏🙏🙏🙏

  • @jimidas7050
    @jimidas7050 29 днів тому +1

    Apunar protito kothaiii 💯 xsa.... Manuh a bujibbor hol kotha bor.... Xomaj khon ami nijei xustho gorhi tulibo lgibo... 👍❤️

  • @rinkusaikia9768
    @rinkusaikia9768 25 днів тому

    কৃষ্ণ 🙏আপোনাৰ বক্তৃতাই সচাই আমাৰ হৃদয় চুই গৈছে। দেহ মন শিহৰিত কৰি তুলিছে। মন আপ্লুত কৰা আপোনাৰ শব্দ ব্ৰহ্ম সৃষ্টি আমাৰ সকলোৰে বাবে বহুত প্ৰয়োজন। ভগৱন্তই আপোনাক কৃপা কৰক 🙏🙏

  • @jayantaSaikia-cr9cn
    @jayantaSaikia-cr9cn 29 днів тому +2

    সুন্দৰ এনেকথায়ে মানুহক অনুভব কৰিবলৈ শিকাব

  • @user-mk8ui3ov4d
    @user-mk8ui3ov4d Місяць тому +2

    এনেহেন লাগিল, যেন এটা ৰেকৰডিং শুনিলো, "ননষটপ" এনেভাষন দিব পৰাটো ইমান সহজ নহয়, এয়া মুখেৰে কোৱা কথা নহয়, হৃদয়ত ইয়াৰ প্ৰৱাহ মান ধাবিত হব লাগিব, ভগৱানে হৃদয়ত স্থিতি হৈ মুখেৰে অমৃত বৰষিছে, সুন্দৰ আদৰ্শ, সুন্দর মন, এনে মনৰ গৰাকি হবলৈ সাধনা লাগিব, বৰ আনন্দ পালো, নাজানো তোমাৰ দৰে নাৰী, ৰ সমাজত বহু প্রয়োজন, উজ্জ্বল কামনা কৰিলো, শকতি আৰু শান্তি দিয়ক ভগৱানে, 🙏🙏🙏

  • @jaanmonidasdeka8255
    @jaanmonidasdeka8255 Місяць тому +3

    Very nice speech..xosake bhut val kotha koise apuni ajir ei Assamese xomajkhonot ei dhoroner kothabure bhut upokrito koribo buli akha korisu..I like your speech and thinking very much
    Xomajkhonot apunar nisina manuhor jothesto proyojon ase

  • @ghanak.hazarika7203
    @ghanak.hazarika7203 25 днів тому

    কৃষ্ণ আইগৰাকী ,আপোনাৰ বক্তব্য, অনুশিলন খুওৱ শূন্দৰ ।প্ৰভু ভগৱন্তই কৃপা কৰক

  • @nilmanisingh4238
    @nilmanisingh4238 22 дні тому

    Good advice, better if one common class in a month is conducted compulsorily on this subject by teaching staff in all institutions .

  • @mondiragogoi3345
    @mondiragogoi3345 Місяць тому +6

    বহুত ভাল কথা কৈছে।শুনি আমনি নালাগে।

  • @living345
    @living345 Місяць тому +3

    Positive speech.
    Thankyou
    Dilip Sarmah
    Nagaon.

  • @ranjanchangmai1306
    @ranjanchangmai1306 25 днів тому

    বৰ্তমান সমাজ ব্যবস্থাৰ সামাজিক মানসিকতাৰ নিদৰ্শন পৰিস্ফুত ! সুন্দৰ!

  • @dgogoi1035
    @dgogoi1035 29 днів тому +1

    Bohut val lagil huni log pam buli akha thakil aaponak

  • @priyankasonowal9967
    @priyankasonowal9967 Місяць тому +5

    বাইদেউ কথাবোৰ খুব ভাল লাগিল।❤❤❤

  • @dilipkumarmech2084
    @dilipkumarmech2084 27 днів тому

    বহুত বহুত ধন্যবাদ । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ । জয় জগত গুৰু শ্ৰী মন্ত শংকৰদেৱ ।

  • @JunmoniDutta-ys8cv
    @JunmoniDutta-ys8cv Місяць тому +5

    বহুত ভাল লাগিছে শুনি ।❤❤❤❤

  • @user-jk6jw3yp2q
    @user-jk6jw3yp2q Місяць тому +1

    অপ্ৰিয় হলেও এটা সঁচা কথা যে...নিকেতনবোৰত যি সকল ছাত্ৰ-ছাত্ৰীয়ে আচাৰ্য- আচৰ্য্যাৰ ওচৰত টিউচন লয় সেই সকলক হে বেছি গুৰুত্ব দিয়ে। বাকীবোৰৰ কোনো মূল্যই নাই যেন।

  • @NilimaNath-b9u
    @NilimaNath-b9u 8 днів тому

    Bhut val lgile ba ❤❤apunar kothabor bhut xukiya baaa xosai ❤apunar kotha

  • @Proti249
    @Proti249 Місяць тому +2

    আগবাঢ়ি যোৱা ভাল লাগিল🙏

  • @user-ff7jv9it9z
    @user-ff7jv9it9z Місяць тому +3

    সুন্দৰ ভাষণ , ধন্যবাদ

  • @user-Greendeep21124
    @user-Greendeep21124 Місяць тому +4

    Baideu gorakir vakhon hosakoi guruttopurna aaru hosa kotha ... baideu dorey sintadharar hobo lagey manuhbur... Kukholey thakok baideu...

  • @sabitrikalita9526
    @sabitrikalita9526 29 днів тому

    সুন্দৰ, এনেকুৱা বক্তৃতাৰ পৰা সকলোৱে নিশ্চয় বহুত কথা শিকিব পাৰিব।

  • @moshmibarman7661
    @moshmibarman7661 Місяць тому

    বহুতৰ মাজৰ এজন । অসাধাৰণ।এই বিশ্লেষণ বৰ্তমান সময়ত বহুত প্ৰয়োজন আপোনাৰ মঙ্গল কামনাৰে। ধন্যবাদ।❤❤❤

  • @jyotidas2063
    @jyotidas2063 Місяць тому +7

    ইমান ধুনীয়া কথা কৈছে শুনিলে শুনি থাকিবৰ মন যায়

  • @user-xh4vt1ht3u
    @user-xh4vt1ht3u Місяць тому +6

    আপোনাৰ দৰে মানুহ থাকিলে সদায় ভালে হৱ ,আপোনাৰ দৰে মানুহ অসমত আৰু লাগে ,আপুনি আগুৱাই যাওক

  • @kanikakalita1813
    @kanikakalita1813 Місяць тому +3

    কৃষ্ণ কৃষ্ণ আপোনাক ধন্যবাদ আৰু আগুৱাই জোবা

  • @bhuboneswarbhuyan7251
    @bhuboneswarbhuyan7251 Місяць тому +1

    Thank u dear sister Anjela__u r really qualified urself for a challenge__may God bless u with a unique as well as extra ordinary genius also along with a studious and spiritual mind__however I'm eager to meet u someday __bye ..........

  • @bipulkalita5824
    @bipulkalita5824 15 днів тому

    অতি সুন্দৰ ❤❤❤❤❤

  • @bharatibaruah8883
    @bharatibaruah8883 Місяць тому +2

    অতি সুন্দৰ বক্তব্য ।

  • @sadoriboruah8990
    @sadoriboruah8990 29 днів тому

    Bohut val kotha koica ai poramorso jate poti jon anukoron kore. Thanks

  • @ranjanadutta7536
    @ranjanadutta7536 25 днів тому

    Vogobane vale rakhok apunak agoloi eneku bokteta de jabo homaj khon aguai jabo Krishna 🙏🙏🙏

  • @BisitraUzir
    @BisitraUzir 15 днів тому

    ইমান ধুনিয়া বা❤❤❤❤🙏🙏

  • @AinalHoque-iy7fd
    @AinalHoque-iy7fd 28 днів тому

    ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ গড় দিয়াজনেই প্ৰকৃত শিক্ষক । ধন্যবাদ মেম ।

  • @PobitraGogoi-uj5qm
    @PobitraGogoi-uj5qm 26 днів тому

    আপোনাৰ ব্ক্তব্য বৰ সুন্দৰ।

  • @j..k..l8723
    @j..k..l8723 25 днів тому

    Apunak bahut 2 dhanyabad. Aponarbaktyab bar Sundar haise .i

  • @GuneswarBora-uc7ce
    @GuneswarBora-uc7ce Місяць тому

    Baideu aponar vashan suni bohut val lagil apunak bhagawane sadai val rakhak

  • @birendranathdas2797
    @birendranathdas2797 29 днів тому

    কৃষ্ণ আপুনী নিতিশিক্ষা কথা শাৰী উল্লেস কৰাত বহুত ভাল লাগিল । কৌটি কৌটি নমস্কাৰ আপোনাক ।কৃষ্ণ

  • @protimasarkarsarkar1295
    @protimasarkarsarkar1295 20 днів тому

    So nice speech thnx so much baidew.

  • @SantoshKonwar-o2h
    @SantoshKonwar-o2h Місяць тому +1

    Apunt vakha bur. Hobdo bur khub hundor. Apunar protitu kothai bor mulyoban. Apunar kothai amk aguai juat bohut hohai kore

  • @jotinpegu1496
    @jotinpegu1496 28 днів тому +1

    সকলো ঠিকেই আছে বহুত ভাল পালো আপোনাৰ ভাষণ শুনি কিন্তু অলপ বেয়া পাইছো যে শংকৰদেৱ শিশু নিকেতনৰ বাদে বেলেগ বিদ্যালয়ত অইন ক'তো ভাল শিক্ষা নাপায়।

  • @ajoypaul8994
    @ajoypaul8994 28 днів тому

    apunar ktha bur huni bhutt val lge

  • @kalyaniburagohain1632
    @kalyaniburagohain1632 27 днів тому

    Bor Dhunia kotha koise 🙏

  • @DebakantaDoley
    @DebakantaDoley 22 дні тому

    আপোনাৰ,কটা,,উনি,ভাল,লাগিছে,চেন্নাই,পৰা,চাই,আছোঁ

  • @Kashmiri83835
    @Kashmiri83835 26 днів тому

    Hosakai bor val lge achaya acharya hai morom bur❤🙏

  • @madhuchandas.baishya1323
    @madhuchandas.baishya1323 Місяць тому +2

    খুব সুন্দৰ

  • @DevokantaHazarika
    @DevokantaHazarika Місяць тому +9

    সকলোকে বাইদেউ শুধৰাই দিয়াৰ বাবে ধন্যবাদ

  • @-RanjuDoley20
    @-RanjuDoley20 18 днів тому

    Motivational speech ❤❤❤

  • @BisitraUzir
    @BisitraUzir 15 днів тому

    ইমান ধুনিয়া বা

  • @HarenGogoi-my4kw
    @HarenGogoi-my4kw 20 днів тому

    CONGRATS ANJELA BE FORWARD

  • @moromeeupadhyaya6976
    @moromeeupadhyaya6976 25 днів тому

    সুন্দৰ, এনেদৰে যদি সকলো মাতৃয়ে বুজিলে হয়🤔

  • @user-qb8dt5sr1i
    @user-qb8dt5sr1i 23 дні тому

    Good speaker ,...voices .......

  • @nilimabegum4278
    @nilimabegum4278 27 днів тому

    কথাবোৰ শুনি বহুত ভাল লাগিছে শুনিলে শুনি থাকিব মন যায়

  • @MunindraSaikia-mm9hn
    @MunindraSaikia-mm9hn 18 днів тому

    Apuna video fast Sai su val lagile Sai video

  • @monalishasangma1778
    @monalishasangma1778 Місяць тому

    Bohut hundor bislekhon...ajir jugor hokolue hunatu usit...❤❤❤

  • @PradipNath-fo2dy
    @PradipNath-fo2dy 29 днів тому

    Thank you mem apunar kotha khini huni moi bohut hukhi hole.👍🙏🙏🙏🙏🙏

  • @user-tl7hl1mn2t
    @user-tl7hl1mn2t Місяць тому +1

    পৰিবেশ পৰিস্থিতিৰ সূষ্টি স্থিতি হয় কেনেকৈ আৰু কিয়? মনোবিজ্ঞান আৰু আধ্যাত্মিকতাবাদ ও বেদান্ত দৰ্শন বেদ ১৮পুৰাণ ভাগৱত যিয়ে অধ্যয়ন অধ্যাপনা নৰক যিমান উপদেশ নিৰ্দেশ নিদিয়ক ব্যক্তিতা বুজনি দিলেও সাফল্য মন্দিন্ত হোব নোৱাৰে। যদি নিজৰ এটা সুন্দৰ মন আৰু ভাৱধাৰাৰ অভাৱ হ'ব। এই সুন্দৰ মনটোক ক'ত পাব সিহে আচল ৰহস্য। পূথিৱীৰ বহুতো মানুহে নাজানে। পিছলৈ কম। প্ৰদীপ গগৈ অসম

  • @manabjyotideka3774
    @manabjyotideka3774 Місяць тому

    Aponer kothabor xuni bahut bhll lage baidew. Aponer dare jadi sakaloe kothabor pisitively lole hoi. Kono din youtubt anke iman dighalia vakhan suna nasilu. Aponer kotha khini suni bahut val lgil. Alo skeept nakarakoi salo apoer kothakhini

  • @bijurajkhowa7114
    @bijurajkhowa7114 Місяць тому

    নমস্কাৰ। সুন্দৰ সদায় সুন্দৰ। আপোনাৰ মন্তব্য ত একমত।

  • @AmarNath-wd9rm
    @AmarNath-wd9rm Місяць тому +4

    সুন্দৰ বক্তৃতা, আমি অসমীয়া সকলে এনেকুৱা বক্তৃতাৰ সাৰমৰ ম বুজিব লাগিব ।

  • @mainamoromjaun5908
    @mainamoromjaun5908 Місяць тому +4

    বৰ সুন্দৰ ভাষণ দিলে

  • @anjanagogoi6105
    @anjanagogoi6105 28 днів тому

    অতি সুন্দৰ ,ভাল লাগিল । আগলৈ ও আশা কৰিছোঁ এনে আধ্যাত্মিকতাৰ ভিডিঅ পাম বুলি ❤️❤️

  • @manjulagoswami4254
    @manjulagoswami4254 24 дні тому

    God bless you
    God gift you

  • @Deep.vlogs_05
    @Deep.vlogs_05 Місяць тому +2

    আপোনাক বহুত ভাল লাগে বাইদেউ ❤

  • @user-ug5ey5be8s
    @user-ug5ey5be8s Місяць тому +1

    Bohut val lage apuner kotha bur huni❤

  • @bikul2010
    @bikul2010 28 днів тому

    AKHEKH AKHEKH DHANYABAD AGELA BHANTI...IMAN PRAYUJANIYA HUNDAR BAKABYA....MOI BHAKA NAI TUMAK ABHINANDAN JANABOLE....AGUWAI JUWA ARU MANAB HOMAJAK DIHA PARAMARKHA DIYA JAB .......BHAGOBANE TUMAR MONGAL KARAK....JAY GURU SANKAR

  • @dipshikhakonch-fi2rx
    @dipshikhakonch-fi2rx Місяць тому

    Very nice speech... Xosake bahut val lagil huni❤❤❤❤

  • @user-jn6si7jb4l
    @user-jn6si7jb4l Місяць тому +2

    সুন্দৰ কথা

  • @pranitatalukdar6343
    @pranitatalukdar6343 29 днів тому

    শুরু জনাৰ আশীৰ্বাদ আছে !❤❤❤

  • @bhagyarajboruah.6682
    @bhagyarajboruah.6682 Місяць тому +1

    আপোনাৰ কথাবোৰত ময়ো একমত
    ধণ্যবাদ

  • @rupalisonowal2143
    @rupalisonowal2143 Місяць тому

    Hosai bor vl lagil ,, God bless youuu ❤️❤️❤️

  • @NendeswaryBoro-tt4fz
    @NendeswaryBoro-tt4fz Місяць тому

    ai baideu gorakir kotha haj par eman morom loga tumi aguwai jowa vogobaneo tumar hohay korok

  • @rameshrabha2311
    @rameshrabha2311 Місяць тому

    বাইদেউ আপোনাৰ বক্তব্য বিলাক শুনি বহুত ভাল লাগে।

  • @joyabhatterjee4536
    @joyabhatterjee4536 19 днів тому

    Tmk moi bht vl pow....God bless u

  • @dipshikhaborah3082
    @dipshikhaborah3082 25 днів тому

    জয় কৃষ্ণ ❤❤❤❤

  • @FATBIKERKOUSTAV
    @FATBIKERKOUSTAV 29 днів тому

    ❤❤❤❤ very nice 👍👍👍❤❤❤❤mam.

  • @nabinpradhan2482
    @nabinpradhan2482 25 днів тому

    Kothakhini hunat bhal kintu homogra akhomor kotha bhabi kole bhal lagil heten

  • @LilyDhekial-nu3zb
    @LilyDhekial-nu3zb 28 днів тому

    God bless you medam

  • @basudevkurmi5402
    @basudevkurmi5402 27 днів тому

    মন ছুই গ'ল।