My Maa & her story || Assamese PODCAST ft. Kanika Bhuyan || Episode:20 || Mother's Day Special

Поділитися
Вставка
  • Опубліковано 23 лис 2024

КОМЕНТАРІ • 1,2 тис.

  • @MalobikaChiring-oe3mu
    @MalobikaChiring-oe3mu 8 місяців тому +48

    Video টো আজিহে চাবলৈ সময় পালো । মাতৃ পুত্ৰৰ এই নিভাজ কথাবোৰে মনত এক বুজাব নোৱাৰা অনুভৱৰ সৃষ্টি কৰিলে । সন্তানৰ লগত পিতৃ-মাতৃৰ সম্পৰ্ক মুক্ত হব লাগে । এনেকুৱা এটা অনুষ্ঠান আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে অবয়ৱলৈ আন্তৰিক ধন্যবাদ জনালোঁ ।

  • @কবিতাৰে_আলাপ

    অৱয়ব,তুমি মোৰ ল'ৰাতকৈ এবছৰ ডাঙৰ।সেয়ে তুমি বুলিয়ে ক'লো।বৰ ভাল লাগে তোমাক।তোমাৰ মাৰ লগত ইমান ধুনীয়াকে কথা পাতিলা ভাল লাগিল।ময়ো হাউচ ওৱাইফ।হাউচ ওৱাফৰ বিষয়ে তুমি,তোমাৰ মায়ে কোৱা কথাখিনিয়ে মন চুই গ'ল।কুশলে থাকা সদায়।লাভইউ বেটা।

  • @dilipborah4285
    @dilipborah4285 Рік тому +52

    মাতৃ -পুত্ৰৰ এনে বন্ধুত্ব থাকিলে সন্তান কেতিয়াও বেয়া পথত যাব নোৱাৰে । কথোপকথনে অতি আপ্লুত কৰিলে । দুয়োলৈকে শুভেচ্ছা জনালো ।

  • @SangeetaNath-v5t
    @SangeetaNath-v5t 5 місяців тому +36

    এনেকুৱা মা থাকিলে পৃথিবীৰ কোনো দুখে ঢুকি নাপায়।love you maa

  • @ajantabaruah7493
    @ajantabaruah7493 Рік тому +362

    😢মাতৃ পুত্রৰ বাৰ্তালাপ চাই অতি মুগ্ধ হলো। মাতৃৰ এখন সংসাৰৰ প্রতি থকা মনোভাৱ কৰ্তব্য নিষ্ঠা প্রসংসনীয়। অৱয়ব তোমাৰ উন্নতি কামনা কৰিলো ।

    • @madannath289
      @madannath289 Рік тому +4

      Maak ako aniba bahut kotha khikilu.

    • @chayanikasaikia4861
      @chayanikasaikia4861 Рік тому +2

    • @digantagayan3041
      @digantagayan3041 Рік тому +1

      Maa r ktha xuni bhut vl lagise aru bhut ktha xikhilu ❤❤❤maa maa a hoi so lv u maa....dhuniya koi bubai dise ktha bur so vl lagil
      Aru aniba maa k

    • @TribeniBora-x4r
      @TribeniBora-x4r 2 місяці тому

      Tumar maa khotha bura khuni bohut val lagil

  • @anjubezbaruah9999
    @anjubezbaruah9999 Рік тому +48

    বহুত ভাল লাগিল ।এনেকুৱা এগৰাকী মাকৰ সন্তান ,আৰু এনেকুৱা এখন ঘৰ সদায় সুন্দৰ হবই । আজি অতনু ভুঞাতকৈও পত্নীক বেছি শক্তিশালী বুলি অনুভৱ হ'ল ।তেওঁৰ সংসাৰৰ সদস্য আৰু বক্তব্যই তাকে প্ৰমাণ কৰিলে ।

  • @rabinmahanta2699
    @rabinmahanta2699 2 місяці тому +8

    মাতৃ এগৰাকীয়ে নিজৰ ঘৰখন ধৰি ৰাখিবলৈ কিমান কষ্ট কৰিব লগা হয় বাইদেউয়ে বৰ সুন্দৰকৈ বুজাই দিলে। পিতৃ -মাতৃ, আৰু পুত্ৰ- পুত্ৰীৰ সম্পৰ্কত যে ব্যৱধান থাকিব নালাগে এয়া এক উৎকৃষ্ট উদাহৰণ। বহুত ভাল লাগিল সাক্ষাৎকাৰটো চায়। ধন্যবাদ।

  • @chandragogoi3330
    @chandragogoi3330 7 місяців тому +10

    ধৰ্ম শাস্ত্ৰত উল্লেখিত বাহিৰেও
    ইমান ধুনীয়া এটা আদৰ্শ প্ৰকৃত ৰূপত দিয়া বাবে আপোনালৈ অশেষ ধন্যবাদ জনালোঁ।

  • @bontisaikia1532
    @bontisaikia1532 2 місяці тому +8

    আপোনাক লগ কৰি এটা সেৱা কৰিবৰ মোৰ বৰ মন গৈছে মা,অনুস্থান টি চাই বৰ সন্তোষ পালো।দুৰৰ পৰাই আপোনাক সেৱা জনালোঁ,ভগবানে কুশলে ৰাখক।

  • @mallikamadhu711
    @mallikamadhu711 Рік тому +17

    Literally কিবা এটা আছে তেওঁৰ🥺❤️
    যিটোৱে মনটো একদম ভাল লগাই দিলে I don't know how to express it but yes তেওঁ কিবা এটা মৰম লগা,কিবা এটা বেলেগ❤️
    ইমান অভিজ্ঞ,ইমান মৰমীয়াল, তেওঁ ভালে থাকক দেই🌻🥺
    বহুত মৰম ❤

  • @Abhijitamoran2214
    @Abhijitamoran2214 Рік тому +41

    কথাবোৰ তেনেই সাধাৰণ যদিও..... আচলতে কিমান ধয্য আৰু মৰম থাকিলেহে প্ৰকৃততে পৰিয়ালৰ পৰিৱেশ দিব পাৰি সেয়া আপোনাৰ ব্যক্তিগত কথাই প্ৰকাশ পায়।❤
    প্ৰতিগৰাকী আই আপোনাৰ দৰে গঢ় লৈ উঠক ... সাহসেৰে জীয়াবলৈ শিকাওক....🤗 সদায় ভালে থাকক😊

  • @ckctube
    @ckctube Рік тому +8

    অতি উত্তম। বৰ ভাল লাগিল। মাতৃ- পুত্ৰৰ এনে কথোপকথন সঁচাই প্ৰশংসনীয়। এনে মাতৃ থকা এখন ঘৰৰ সন্তান অৱয়বৰ নিচিনাই ভাল হোৱাটো স্বাভাৱিক। ৩০ বছৰৰ কথাটো ১০০% বাস্তৱ সন্মত, আজিৰ যুগত সাইলাখ অনুৰূপ ঘটনাই চৌদিশে সহজলভ্য। আকৌ কওঁ, বৰ ভাল লাগিল। Dil garden garden ho gaya 🎉😊❤

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 Рік тому +73

    মাতৃ দিৱসৰ আন্তৰিক শুভ কামনা জনালোঁ আপোনাক । ভাল লাগিল আপোনাৰ কথাখিনি শুনি। ঈশ্বৰে প্ৰতিগৰাকী মাতৃকে সুস্থ আৰু সৱল কৰি ৰাখক..💐

  • @rijusaikia7445
    @rijusaikia7445 Рік тому +21

    তোমাৰ মাৰ সহজ সৰল কথা বতৰা বোৰ সঁচাকৈয়ে ভাল লাগিল। এয়া সকলো মাকৰে অন্তৰৰ অনুভৱ। আগুৱাই যোৱা। আশীৰ্বাদ।

  • @manibankalitanath3648
    @manibankalitanath3648 Рік тому +8

    আজিৰ এই পদকাষ্ট ৰ খণ্ডটো বহুত ভাল লাগিল । সুন্দৰ দিন এটাত এগৰাকী সুন্দৰ মহিলা ৰ সৈতে জীৱনৰ বাৰ্তালাপ । খুব ভাল লাগিল গোটেই খণ্ডটো আনন্দৰে উপভোগ কৰিলোঁ। মাতৃ পুত্ৰৰ অন্তৰঙ্গ আলাপ। প্ৰত্যেক গৰাকী মাতৃ পুত্ৰ অনুপ্ৰাণিত হোৱা বাৰ্তালাপ। মাতৃ দিবসৰ আন্তৰিক শুভেচ্ছা সকলো মাতৃ লৈ 💐💐🙏

  • @anitagogoi1763
    @anitagogoi1763 Місяць тому +2

    মৰম লগা কথাবতৰাখিনি❤
    ভাল লাগিল অনন্যা ভূঞাৰ পাৰিবাৰিক বান্ধোন সম্পৰ্কীয় চিন্তা,দৃষ্টিভংগী লগতে নিজৰ প্ৰতি থকা সন্মান। অৱয়বৰ best podcast

  • @dulumonidutta-ls6ym
    @dulumonidutta-ls6ym 4 місяці тому +7

    House wife r uport kuwa kotha khinie mon sui gol. Moiu vabu xeidore ❤aru jiwonor uport kuwa kotha khinitu ekebare salute 😊 love u ma'am bohut val lagil ❤

  • @Upasvlog-i3f
    @Upasvlog-i3f 5 місяців тому +15

    খুব ভাল লাগিল । মাক গৰাকী ইমান নম্ৰ , দেখিবলৈ ও ধুনীয়া । কথাবোৰ ও বহুত সহজ সৰল ❤❤❤ । ভালে থাকক সদায় এনেকৈ; সংসাৰৰ দায়িত্বৰ মাজতো ধুনীয়া হৈ আছে আৰু থাকক , সু স্বাস্থ্য কামনা কৰিলো ।

  • @sibangideka1214
    @sibangideka1214 Рік тому +71

    মৰম বোৰ এনেকুৱা ❤ মাতৃৰ মৰমৰ সমান আৰু কোনো হব নোৱাৰে ❤

  • @mukutadevi302
    @mukutadevi302 Рік тому +7

    সচাকৈ আপোনালোকৰ বাৰ্তা লাপ শুনি বহুত ভাল লাগিল। উপকৃত হ'ব পাৰিব। পিতৃ -মাতৃৰ লগত মুক্ত ভাৱে কথা পাতিব পৰাটো বৰ ভাগ্যৰ কথা। সুখী হৈ থাকক।

  • @jayashreegohain883
    @jayashreegohain883 Рік тому +31

    মাক আৰু পুত্ৰৰ মাজত হোৱা কথোপকথন শুনি বৰ ভাল লাগিল । ভগৱানে দুয়োকে কুশলে ৰাখক!

  • @polmaina5741
    @polmaina5741 Рік тому +14

    মাঁ ৰ লগত বাৰ্তালাপ খিনি সঁচাই ভাল লাগিল......মাঁ ৰ কথাখিনিৰ মাজত মোৰ মাঁক বিচাৰি পোৱা যেন অনুভৱ হ'ল,মাঁ পুত্ৰৰ সম্পৰ্ক এইদৰে অটুত থাকিব লাগে। (এইবাৰ আপোনাৰ ভগ্নীৰ লগত চাব বিচাৰো)

    • @nirmalabaishya1841
      @nirmalabaishya1841 Рік тому

      🙏 কথাখিনি বৰ ভাল লাগিল দেই, সচাকৈ 👍

  • @bondanadas7407
    @bondanadas7407 6 місяців тому +3

    বাইদেউ গৰাকী কথা বাৰ্তা খিনি খুব সুন্দৰ।।ভাল লাগিল ঘৰৰ গিহিনী গৰাকী বিষয়ে ইমান সুন্দৰ মত্ববো দিয়া বাবে।।❤🙏👌

  • @barnalihazarika851
    @barnalihazarika851 Рік тому +1

    আপোনাৰ কথাখিনি শুনি বহুত ভাল লাগিল । বৰ্তমান সময়ৰ ল'ৰা ছোৱালীৰ বাবেও কিছু কথা কৈছে । এখন সংসাৰ চলাবলৈ এগৰাকী মখতৃয়ে কিমান ত্যাগ কৰিব লাগে সেয়া আজিৰ প্ৰজন্মই বুজি পোৱাতো বৰ জৰুৰী । এনেকুৱা অনুষ্ঠান আগলৈয়ো আশা কৰিলোঁ ।

  • @shahnazbegum7952
    @shahnazbegum7952 2 місяці тому +4

    ধন্যবাদ , ভাল লাগিল ইমান সুন্দৰ উপস্থাপন। He man , Batmen ৰ কথা খিনিয়ে হৃদয় চুই গল । মোৰ ল'ৰাও Heman ,Batman ৰ পাগল আছিল । বৰ্তমান মোৰ ল'ৰা বিদেশত থাকে , কিন্ত আমি তাৰ ওছৰলৈ গলে সি তাৰ সৰু কালৰ সেই Heman ,Batman ৰ পুতলাবোৰ লৈ যাৱ কয় মই সেই দৰে কেইবাতাও লৈ গৈছিলো। এদিন ফোনত কৈছিল " আম্মা Heman ৰ তৰোৱাল আৰু বাঘ টো লৈ আহিবা আৰু বহু কিবা কিবি . . . দুচকু খেমেকিল আজি ২০, ৩০, বছৰৰ আগতে মোৰ দৰেও এগৰাকী মাতৃয়ে নিজ ল'ৰাৰ কাৰনে হৃদয় উজাৰি মৰম দিয়াৰ কথা ভাৱি, আকৌ এবাৰ ধন্যবাদ।

  • @MreedutaGogoi
    @MreedutaGogoi Місяць тому

    এবছৰৰ পিছতহে এই বাৰ্তালাপ চালোঁ বৰভাল লাগিল । কাৰণ মোৰো সন্তান আছে কিন্তু মই মাক হিচাপে দুখিত সন্তানৰ সৈতে বন্ধু সুলভ আচৰণ গঢ়ি তুলিব নোৱাৰিলো। বাকী এগৰাকী গৃহিণী হিচাপে বা মাক হিচাপে যিখিনি তেওঁৰ অনুভৱ সকলো মেলিছে । সদায় এনেকৈয়ে থাকক তাৰে কামনা কৰিলোঁ ।

  • @nikitagogoiii
    @nikitagogoiii Рік тому +197

    The bond between you and your mom is so beautiful❤

  • @Bhargabi22
    @Bhargabi22 5 місяців тому +2

    তোমাৰ মা কথা শুনি বহুত ভাল লাগিছে । তোমাৰ মা হ'ব পাৰে গৃহিণী কিন্তু তেওঁ কথাত মোৰ এনেকোৱা লাগিল তেখেত মহান ব্যক্তি কাৰণ আনৰ সন্তানক নিজৰ বুলি কোৱা । দীঘায়ু হওঁক তাৰে কামনাৰে 🙏🏻

  • @monikadevi7162
    @monikadevi7162 Рік тому +9

    তোমাৰ অনুষ্ঠানটো চাই ভাল লাগিল যদিও তোমাৰ মুখত " সেই মাষ্টৰ কেইটাৰ ওষ্টাদি"ৰ দৰে শব্দৰ ব্যৱহাৰ শ্ৰুতি কটু হৈছে । তোমাৰ মায়ে ঠিকেই কৈছে । বহু পলিচৰ প্ৰয়োজন আছে । সৰু ল'ৰা আৰু কিছু কথাত সজাগ আৰু সচেতন হ'ব লাগিব ।

  • @DipSonowal-o6q
    @DipSonowal-o6q 3 місяці тому +1

    অবয়ব তোমাৰ মাৰ লগত হোৱা কথোপকথনটো দেখি খুব ভাল লাগিল ।অবয়ব তোমাৰ মাঁ খোৱ সৰল ।এনেকৈয়ে আগলৈকে সুখি হৈ থাকা ।ভগবানে মংগল কৰক ।

  • @usermridul41
    @usermridul41 2 місяці тому +6

    খুব ধুনীয়া লাগিল ।আশা ৰাখো আগলৈও এনে উপদেশ বিলাক দি যাব ,যিটো মোৰ পৰিয়ালৰ দৰে অন্য এটা পৰিয়ালেও শুনি সুখী হব ,নৱ প্ৰজন্ম‌ইও ভাবিব ।❤❤❤

  • @kuldeephandique8527
    @kuldeephandique8527 2 місяці тому

    বহুত বহুত ভাল লাগিল , ইয়াত যে বহুত নিজৰ জীৱনৰ কথাও খাটি খাইছে , hosai মাক আৰু সন্তানৰ সমন্ধ এনে হোৱা উচিত , ই বাস্তব hosai সহজ সৰল এগৰাকী মাৰ আদৰ্শ । ধন্যবাদ মা

  • @priyankasaikia9081
    @priyankasaikia9081 Рік тому +42

    The simplicity of kanika bhuyan just touch my heart.god bless you with so much happiness. From childhood i have been seeing atanu bhyan s shows but for the 1st time i have seen the woman behind him .❤️

  • @RinaBarman-r2u
    @RinaBarman-r2u Рік тому +5

    ভগবানৰ ওচৰত এটাই কামনা এনেকুৱা, আপোনাৰ দৰে জ্ঞান সকলোকে দিয়ক,

  • @lizaborthakur8432
    @lizaborthakur8432 Рік тому +6

    অবয়ব তুমি নিজৰ মাক আজি ইমান ধুনীয়াকৈ আমাৰ আগত চিনাকী কৰাৰ লগতে দুয়োজনে সুন্দৰ এটা পৰিৱেশ উপস্থাপন কৰি মাতৃ দিবসটি কিছু জিপাল কৰাৰ বাবে ধন্যবাদ, বহুত ভাল লাগিল ।

  • @BasantaKakati-mm1gu
    @BasantaKakati-mm1gu Місяць тому

    বহুত ভাল লাগিল বেটা । তোমাৰ মায়ে কৈ থকা কথা খিনি মই যেন কৈ আছো তেনে অনুভৱ কৰিলো । আগবাঢ়ি যোৱা । মোৰ লৰাৰ লগত তোমাক দেখিবলৈ একে পালো। বহুত মৰম পঠালো তোমাৰ লগতে দলটিলৈ আৰু মালৈ ( বাইদেউ)লৈ🙏

  • @Bidbeast
    @Bidbeast Рік тому +4

    বহুত বেছি ভাল লাগিল। দেউতাকক জান বুলি মতা শুনি আপ্লুত হলো।অন্তৰত মৰম ৰাখি মৰমৰ নদী খন বোৱাই নিয়া।আশীষ নিৰ্মালি দিলোঁ।

  • @girijakalita271
    @girijakalita271 Рік тому +2

    Matri putrar kothopo kathan suni xasakoi bhut bhut val lagil aboyab তোমাৰ matri eman khula মনে kotha koise xasai xuni থাকিব lagiya

  • @bidyutbora3653
    @bidyutbora3653 Рік тому +50

    এনে এগৰাকী মাতৃ পাবলৈ সুভাগ্য লাগে। এনেকুৱা মৰম আৰু ভাল পোৱা সকলো পৰিয়ালত থাকিব।

  • @dr.sanjibdeka7402
    @dr.sanjibdeka7402 2 місяці тому +2

    বৰ ভাল লাগিল অবয়ব তোমাৰ আৰু তোমাৰ মাৰ কথোপকথন বোৰ শুনি।
    The friendly relation between a mother and the son should always be like this.
    Stay always blessed.
    🎉

  • @akshay3304
    @akshay3304 Рік тому +15

    Tumar maa r pora ajikalir family person a bohut sikibo logiya ase .
    Happy mother's day ❤

  • @DEBAJITAdhikary-uk7fu
    @DEBAJITAdhikary-uk7fu 2 місяці тому +2

    মই আজিহে জানিব পাৰিছো তুমি উতনু ছাৰৰ লৰা । মা ৰ মনৰ কথা বিলাক জানিব পাৰি বহুত ভাল লাগিল ।সচাকৈ সকলো মাকে ল'ৰা ছোৱালীৰ লগত বন্ধুৰ নিচিনা হব লাগে ।

  • @prankumarnath1616
    @prankumarnath1616 5 місяців тому +3

    ইমান সময় আজিলৈকে UA-cam চাই পাৰ কৰা নাচিলো । কিন্তু আজি নাজানো কেনেকৈ ? দুয়োজনৰ লগতে পৰিয়ালৰ সকলোলৈ অশেষ মৰম জনালো । তোমাৰ মাৰ সাৱলীল ভাষাৰে আলোচনা তথা ঘৰখনৰ বিষয়ে যেনেকৈ বৰ্ণনা কৰিলে তাৰ বাবে তেখেতক বহু ধন্যবাদ । লগতে অতনু দাক তোমাৰ যোগেদি নমস্কাৰ জনালো । এনেকৈয়ে আগবাঢ়ি যোৱা । দীৰ্ঘায়ু কামনা কৰিলো । আলোচনা সদায় অতনু দায় কোৱাৰ নিচিনাকৈ নিৰ্দ্দষ্ট বিষয়ক লৈ হব নালাগে । মনত ৰাখিবা । তেতিয়া সদায় মনোগ্ৰাহূী হয় ।

  • @anupkhataniar8554
    @anupkhataniar8554 Рік тому +5

    Birat val loga episode..... Atanu Bhuyar lora n wife hoio j eman humble, eman moromial... Xosake bohut val lagise 🙏🙏👌👌👌

  • @dhrubikadeka4417
    @dhrubikadeka4417 Рік тому +13

    বৰ ভাল লাগিল। মাতৃ পুত্ৰৰ সম্পৰ্ক সদায় এনেকৈ থাকক♥️

  • @Joypalakhi123
    @Joypalakhi123 9 місяців тому +2

    Bhal lagil tumr maa r kotha bilak huni,(tumi buli kolu krn moi tumat ke dangr hom) keneke agoraki matri e hantan r lgt friendly hobo pare,aru hole ki bhal hoi..muthote bhal lagil agoraki সু-গৃহিনী keneke hobo pari tar bohut tips palu aji bhale thakok khuri..Atanu bhuyan aru Aboyob r sinaki re nhoi agoraki patni aru matri hisape apunak bhal lagil.

  • @teenaboruah2075
    @teenaboruah2075 Рік тому +8

    omg your mom ❤ so pure and true ,,, kotha khini hunute gom pua goise j sacrifice word tu actually bohot dangor 💯 tumar maa e kua eta eta kotha mur nijor maa joni logot mili goise ❤

  • @bontigogoi4908
    @bontigogoi4908 2 місяці тому +1

    Aboyob Bahut dhanyabad Tumar mak enekoi kobole hubidha dila.Baidew apunale bahut Dhanyabad eman hundoke kothabur uposthapon korise .moi mur nijore jibonor kothabur Jen lagi goise.ei j tyag aru dhajya hei homoior he asil Jen lage aji kali.

  • @njrblog
    @njrblog Рік тому +60

    Lost my mom when I was only 1.5/2 yrs.. didn't knew if she was here, then what will be the conversation between us. I adore you both ..

    • @aboyobbhuyan
      @aboyobbhuyan  Рік тому +16

      i pray to her! 🙏🏼❤️ take care

  • @ushabora2721
    @ushabora2721 Рік тому +2

    মা বেটাৰ মৰম বোৰ দেখি খুব ভাল লাগিল,,মাতৃ হিচাপে বৰ সুন্দৰ কৈ পৰিচালনা কৰিছে

  • @niku_doloi
    @niku_doloi Рік тому +21

    She just got the best mentality ever...which any woman could have .....respect to her

  • @AimoniChetia-yp8hn
    @AimoniChetia-yp8hn Місяць тому

    খুব ধুনীয়া লাগিছে মা বেটা কথোপকথন। সদাই এনেদৰে হাঁহি থাকা।

  • @anonymousnerdguy
    @anonymousnerdguy Рік тому +14

    Eman understanding maa xokolue napai, tumi bohut lucky bro.. emn friendly parents paisa. Moi mur monor kotha bur kaku kobo nuaru, maa deutar aru mur majot bohut dangr gap ata ase. Tumi bohut lucky. Tumar maa r pora bohut kotha xikilu aji. Bhogobane kripa korok tumaluk xokoluke❤

  • @ujjalbora137
    @ujjalbora137 Рік тому +2

    মাক আৰু পুতেকৰ বাৰ্তালাপ অতি সুন্দৰ ভাৱে উপস্থাপন কৰা হৈছে,বৰ ভাল লাগিছে।
    সাধাৰণভাৱে পাতি থকা কথোপকথন অতি মনোৰম।

  • @aparnahazarika1678
    @aparnahazarika1678 Рік тому +4

    মন্ত্ৰমুগ্ধ হৈ শুনি আছোঁ। হৃদয় ষ্পৰ্শ কৰা প্ৰতিটো কথা। অবয়ব, তোমাৰ প্ৰতিটো episode মই চাওঁ। তোমাৰ মাৰ লগত যি মিঠা সম্বন্ধ, সেই সম্বন্ধ মোৰ একমাত্ৰ ছোৱালীজনীৰ লগত আছি ল। পাঁচ বছৰৰ আগত তাইৰ মৃত্যু হৈছে। কিন্তু ইণ্টাৰভিউটো চাই থাকোতে তোমাৰ মাজত তাইক আৰু মাৰ মাজত নিজক বিচাৰি পাইছোঁ। এনেকৈয়ে একেলগে বহি সকলো কথাৰ solve উলিয়াইছিলোঁঁ।। তোমাৰ মা বহূ মহিলাতকে ব্যতিক্ৰম। দুয়োকে কেতিয়াবা লগ পোৱাৰ আশা ৰাখিলোঁ❤

    • @aboyobbhuyan
      @aboyobbhuyan  Рік тому +1

      Apunaloi bohut morom, bhogobane apunar aru bohut xokti diok. Nissoi ketiyaba log pam. Apunar comment tu porhi mon tu sui gol. Bhale thakok, tare kamona korilu. ❤️

    • @aparnahazarika1678
      @aparnahazarika1678 Рік тому

      ​@@aboyobbhuyanইমান ব্যস্ততাৰ মাজত মোলৈ Reply দিছা। মূল্যৱান উপহাৰ মোৰ বাবে। তুমি আৰু আগুৱাই যোৱা❤

  • @smsboma20
    @smsboma20 2 місяці тому

    মাতৃ পুত্ৰ ৰ কথোপকথন খুবেই ভাল লাগিল। মই ও এগৰাকী গৃহিণী আৰু লগতে কিছুমান নিজে ভাল লগা কাম কৰি থাকোবাৰু। আমাৰ একমাত্ৰ ছোৱালী ৰ লগত আমিও বান্ধবী ৰ দৰে সকলো কথা মুকলি কৈ আলোচনা কৰো। আপোনাৰ লগত মোৰ মতৰ মিল থকাৰ বাবে বহুত ভাল লাগিল কথা খিনি শুনি। আপোনাৰ পৰিয়ালটি সদায় সুখী হৈ থাকক।

  • @JyotiChutia-x3i
    @JyotiChutia-x3i Рік тому +7

    কথাখিনি সুন্দৰকৈ কোৱা বাবে ভাল লাগিল। সুন্দৰ মনৰ গৰাকী 'মা'।

  • @nishatalukdar2373
    @nishatalukdar2373 Рік тому +1

    Maa r kotha bilk dil Khush kor dia really.bohut vl kotha koise ajoni maa hisape

  • @Memories_of_Amar_Jeet
    @Memories_of_Amar_Jeet Рік тому +3

    bht bhal lgise..house wife monthly kiba ata amount di ghr solua aru tar poisa bosai kapur ajur lua thought tu bht vsl lagil..bht khikilu..bht vl lagil❤

  • @rashmihazarika7288
    @rashmihazarika7288 9 днів тому

    আজি প্ৰথমবাৰ চাইছো মাৰ কথাবোৰে মন চুই গ'ল।

  • @BishalGogoi-yn2bm
    @BishalGogoi-yn2bm 5 місяців тому +8

    আজিহে চাইছো, বৰ ভাল লাগিল। তোমাৰ মায়ে ইমান সহজ-সৰল কৈ কথা খিনি কৈছে, তোমালৈও বহুত শুভেচ্ছা দিলোঁ, আগবাঢ়ি যোৱা।

  • @manishadeka6600
    @manishadeka6600 Рік тому +2

    বহুত ভাল লাগিছে।এটাও শব্দ নেৰাকৈ চালো।ময়ো এগৰাকী মাতৃ।আপোনাৰ প্ৰতিটো কথসি গুৰুত্বপূৰ্ণ।

  • @Titu-jh1fx
    @Titu-jh1fx 10 місяців тому +6

    being a homemaker and on top of that being blessed to have external helpers for doing the households , ain’t struggle খুৰী |
    Parents out there doing 9-5 jobs , managing households , helping kids with academics and stuff, without complaining and considering it as a heroic deed exists!!
    Say you’re blessed to have lived such a life; please don’t CROWN it as your so called “STRUGGLES”
    No hate ; but this is how things are!
    Aboyob , you’re doing great, son. Love your podcasts.

    • @Ogaoga69
      @Ogaoga69 9 місяців тому

      Kotha khini bhal k nuhunile jen paisu..Aji juntu position ot ase heitu teur sacrifice e eta major role play korise heitu koise teuu

  • @nilimkishor22
    @nilimkishor22 Рік тому +1

    মোৰ' মা ' য়ে কোৱা প্ৰতিটো কথাই আজি আপোনাৰ অনুভৱ ৰূপে আত্মপ্ৰকাশ কৰাৰ সুন্দৰ বাৰ্তালাপ দেখি আপোন মানুহজনী মৰমৰ মাৰ ৰ কথা বোৰ বুজিব পৰা মানসিক শক্তি বৃদ্ধি হল । শেষৰ ফালে কোৱা কথাবোৰ প্ৰতিজন সন্তানয়েই ভাবিব লগীয়া। আপোনালে বহুত মৰম ❤ লগতে podcast টোৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ মৰম যাছিলোঁ।❤🌻 #podcast

  • @AshimaDas-rz6et
    @AshimaDas-rz6et Рік тому +8

    Happy mother's day 🎉🎉 খুব সুন্দৰ ভাব বিনিময় বাৰ্তা লাপ,, মাতৃ আৰু পুত্ৰৰ এনেধৰণৰ alusonabur দেখি সঁচাকৈ ভাল লাগিল,,🎉🎉

  • @richikahandique3355
    @richikahandique3355 4 місяці тому +1

    খুবেই ভাল লাগিল আপোনাৰ দৰে এগৰাকী ভাল মাক হলে সন্তান বেয়া হোৱাৰ আশংকা নাথাকে।

  • @sanghamitrabora119
    @sanghamitrabora119 Рік тому +6

    Happy Mother's Day to your Mother...khub bhal lagil...Tumar mar kotha bur mur lohot bohut mili goise...Muru lora 21 years..moi xodai sau ...All the best..love from Nagaon..

  • @mousumiphukan1931
    @mousumiphukan1931 Рік тому +2

    Skip nokora koi full pogrom tu saisu..hosai bohut bhal lagil..moiu agoraki maa hoi..apunar kotha khenir pora bohut anuprerona palu..❤❤❤love you baa...

  • @ruma_s
    @ruma_s Рік тому +6

    মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ বহুত ভাল লাগিল চাই তুমি আৰু আগুৱাই যোৱা তাকে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু বহুত বহুত আশীৰ্বাদ কৰিছোঁ 🥰🥰🥰

  • @dharmendragogoi3095
    @dharmendragogoi3095 Рік тому +1

    Bhut vl lagil khuri kothabur. Ane ajoni maa hbo poratu hkolure huvaigyo nhy. Mur maa ku dekhisu horu pora sacrifice kori ahise knekoi amk dangor korise. Maa hodai maa hoi hkolure. Kin2 sbre Abayaobr maa dore nhy. Nhy a babe koisu moi ji dekhisu h babe kbo bisarisu. Kisumanr maa kotha koisu. Hakolu maa kotha kuwa nai anekuwa friendship nai. Aru khuri kotha bur huni khub vl lagil lagote Abayaobr kothabur. Emn khulakoi kotha kbo para ajoni maa ase 2 mr bhut huvaigyaban 2 mi. Kotha2 hl hkluwe anekoi khulakoi kotha kbo nuware karon maa horu pora jnekoi hikai kotha kbole thik dangor huwa pasot hklu kotha nkoi maake laj kore aru lorai u laj kore. Kin2 aji jibur kotha alusona hoise Onusthan 2t.proteke sabo loga ata onusthan. Moi vabu olp man holeu giyan ahoran koribo paribo. Aji mattri dibokhr dina emn vl loga onusthan ag bohuwar babe Abayaob lgote khuri bhut dhanyavaad jonaisu. Enekoi protek joni maake horu pora hongxkar dile protek jon lora vl hbo buli vabu moi aru hkolure maa loi mattri dibakhar huvesa jonalu.

  • @asthasworld2650
    @asthasworld2650 Рік тому +3

    সঁচাকৈয়ে ভাল লাগিল অনুষ্ঠানটো চাই, অতনু ভূঞা ৰ অনুষ্ঠান ভাল নাপাওঁ কিন্তু অবয়ব আৰু তোমাৰ মা ৰ কথাবোৰ বহুত ভাল লাগিল।

  • @sunishakalita53
    @sunishakalita53 Рік тому +1

    Maye je ejoni tirota manuhr dayittoar kotha koise khub val kotha koise. Moio 22 years t bia hoisu tar 1 year pist mak hoisu. Ejon purushe kam kori ghoiniekk khuabo logatu moio nibisaro. Moio working woman, kintu mor husband k sah bonai khabo logia kunudin kora nai. Sokolu soalie eitu bastu bujile bhal hoi. Really khub bhal lagil dei episode tu.

  • @tejaswiniphukan7996
    @tejaswiniphukan7996 Рік тому +33

    She is so pure and divine 😭♥️

  • @lipikadeka5072
    @lipikadeka5072 5 місяців тому +1

    খুব ভাল লাগিল। মা আৰু পুত্ৰৰ এই সংযোগ অতি সুন্দৰ পদক্ষেপ। ❤

  • @bornalitamuli9229
    @bornalitamuli9229 Рік тому +53

    She is very practical.. ..and the word " sacrifice" is defined smoothly by her ..
    Learn so much about the journey of life . Really such a amazing episode. Shine more and more.

    • @arunahazarika2474
      @arunahazarika2474 5 місяців тому

      পৰিয়ালৰ মাজত বুজা বুজি থাকিলেহে এখন ঘৰ ফলে ফুলে জাতিষ্কাৰ হয়।অবয়বকতো মোৰ বৰ ভাল লাগে

  • @Rijuwanasaikia
    @Rijuwanasaikia 6 місяців тому

    মা সকলে সকলো ত্যাগ কৰি আনসকলক ৰাইজৰ আগত পৰিচয় কৰাই নিজৰ অস্তিত্ব নোহোৱা হৈ যায়৷তোমাৰ এই কাৰ্যত বহুত সুখী মাতৃ সন্তানৰ মিলন দেখি৷আপুনি এগৰাকী সৌভাগ্যশীল মাতৃ,এগৰাকী সৌভাগ্যবতী পত্নী৷আপোনালোকৰ পৰিয়ালটো সদায় এনেদৰেই সুখী হৈ থাকক

  • @krishnajinadeka
    @krishnajinadeka Рік тому +18

    You will feel very happy about doing this when you will watch this video after 20 years. Very precious.

  • @chinmoyjyotisaikia7103
    @chinmoyjyotisaikia7103 Рік тому +1

    অতি সুন্দৰ.. সকলোৱে কথাবোৰ মনত ৰাখিব লাগে । বিশেষ ভাৱে ছোৱালী আৰু মহিলা সকলে এই কথা সমূহ বুজি আগবাঢ়িব পাৰিলে প্ৰতে‍্যকখন ঘৰে এ সুন্দৰ হৈ উঠিব । সেই কাৰণে ম‌ই এই episode ৰ link টো share কৰি দিছো । ধন‍্যবাদ🙏

  • @swapnarajkhowa9088
    @swapnarajkhowa9088 Рік тому +4

    মা বেতাৰ কথাৰ আদান প্ৰদান বহুত ভাল লাগিল । মাৰযে কথাবোৰ ইমান গাম্ভীৰ্যপুৰ্ণ আজিৰ প্ৰজন্মই শিকিব লগিয়া ।Happy mothers day . আৰু এটাকথা ফোন নাম্বাটো পামনে মই তোমাৰ লগত কথা পাতিব বিচাৰো ।

  • @gitanjalilifestylevlog1287
    @gitanjalilifestylevlog1287 Рік тому +2

    বহুত বেছি ভাল লাগিছে বাইদেউ মই নতুন মা মোৰ লৰাৰ স্কুল জীৱন আৰম্ভ হৈছে মইও এজনী frndly ma হব বিচাৰোঁ অলপ জ্ঞান পালোঁ আপোনাৰ পৰা 🙏🙏❤️❤️

  • @victorsaikia719
    @victorsaikia719 Рік тому +9

    I live in Dubai, and after watching this podcast i really miss my Ma.....

  • @SB-vp2gv
    @SB-vp2gv Рік тому +2

    Psychiatrist okol Dr Sangeeta e nohoi Assam't. And yes high socio economic status manhu'r maajot besi e awareness nathake so etiau amar Assam't iman dangor ekhon mental health institute ase jodiu okol bengali speaking Muslim community manhu e 90% ahe. Coz apunalukor nisina manhu e lora suali e kotha nuhunile noporhile "BABA" usorot jai j. Thats the problem but apunalukor nisina manhu e akou opinion diye gender equality and women'r financial independence'r uporot. Great👏

  • @sahilprinters6861
    @sahilprinters6861 Рік тому +3

    বহুত ভাল লাগিল মই ভাবো প্ৰতিটো শব্দ শিকিব লগীয়া আৰু জানিব লগীয়া, কথা খিনিয়ে মন পাতল কৰি দিলে ❤❤❤

  • @tapanbasumatary5134
    @tapanbasumatary5134 Рік тому +2

    Bohut bhal lagise khuri,apunar nisina sobore mak bur hobo lage,bohut bhal lagil love you khuri & vaiti👍👍👍

  • @baishyadr
    @baishyadr Рік тому +8

    সুন্দৰ পৰিয়ালকেন্দ্ৰিক বাৰ্তালাপ। জীৱন শৈলীৰে সকলোৰে এক প্ৰেৰণাৰ উৎস হ'ব পাৰে। আন্তৰিক অভিনন্দন লগতে আগন্তুক দিনবোৰলৈও শুভেচ্ছাৰেই।

  • @nonichutia3034
    @nonichutia3034 4 місяці тому +2

    বহুত২🙏 আশীৰ্বাদ ও মৰম শ্ৰদ্ধা ভক্তি জনালো

  • @itstris8283
    @itstris8283 Рік тому +22

    The bond between parents and children is so adorable 🥰

  • @DhritashreeHaloi
    @DhritashreeHaloi 5 місяців тому +2

    Bohut besi cool and positive mind r maa hoi dada apunar.... bohut vl lgil🫶🏻

  • @realwomania
    @realwomania Рік тому +7

    Anty is so beautiful, gracious lady.. Learnt a great lesson from her words today's..❤

  • @madhurimadihingia5643
    @madhurimadihingia5643 6 місяців тому

    এইয়াই মা❤ সহজ কথা ,লৰা ছোৱালী ক শাসন নিজকে ঘৰ চম্ভালা ❤❤❤ আপোনাৰ পৰা বহুত মানুহ উপকৃত হব❤❤❤

  • @kaushikchangmai
    @kaushikchangmai Рік тому +6

    Bohut respect apunar karone. And Aboyob tmi content khini val k planning krisa. Val lgise. Really glad this is happening in Assam.

  • @bipuldas5921
    @bipuldas5921 Місяць тому

    বহুত ভাল লাগিল ভগৱানৰ আশীৰ্বাদ থাকক।

  • @Diksha.Baishy
    @Diksha.Baishy 10 місяців тому +3

    Really proud of you aboyob da. Your father is a famous journalist. It must have been very easy for you to go on wrong paths, which is generally seen in the case of "raees-baap-ki-aulads". But you chose to go on and do something so impactful for this young generation of ours. Definitely your mother and father deserve to be praised for raising you this well. All the best from this proud assamese girl! Joi aai axom!❤

    • @aboyobbhuyan
      @aboyobbhuyan  10 місяців тому +2

      This means a lot to me. Made my day. Thank you appreciating our efforts & hard work. ❤️

  • @omiondeka7224
    @omiondeka7224 Місяць тому

    বাবা মাক সন্মান ঠিকেই কৰিছাঁ কিন্তু সমানেই শিক্ষককো সন্মান কৰা হয় বহু সিনি আনন্দ পালোহয় সমানেই শিক্ষককো সন্মান কৰা

  • @maclinaD
    @maclinaD Рік тому +13

    Good episode with a loving mom!
    However, there are a few things which doesn’t seem fine in 21st century.
    As said, I don’t agree to the fact that marrying in late 20’s lead to divorce. With time we have to evolve & being independent is utmost important for any woman for their security. Not all women can depend on men for their daily bread. What if we marry a man who seeks divorce from his end, Do we still depend on him?
    There are successful marriages of women who married in late 20’s & early 30’s. On the contrary there are unsuccessful marriages of early age marriage. Henceforth, one can’t define the meter of success in a marriage based on its age.

  • @gogoi7952
    @gogoi7952 Рік тому +2

    বহু বেছি ভাল লাগিল বাইদেউ ৷ মুগ্ধ হ’লো অনুপ্ৰাণিত হ’লো ৷ ধন্যবাদ অবয়ব

  • @purobeegogoi1343
    @purobeegogoi1343 Рік тому +9

    প্ৰথমতে মাতৃদিবসৰ শুভেচ্ছা জনালোঁ। মাতৃ পুত্ৰ ৰ কথোপকথন বহুত ভাল লাগিল। ধন্যবাদ অবয়ব, তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো

  • @samudrapatowary3806
    @samudrapatowary3806 Рік тому

    Tumar mar kotha khini r pora etai mor feel hol , je tumar maa eta pure soul 🙏🙏🙏 .

  • @DibyaPratimBora
    @DibyaPratimBora Рік тому +41

    Your mother is “UPOHAR” for u ❤

  • @Pritsworld04
    @Pritsworld04 11 місяців тому

    মা তুমি অনন্যা
    সচাঁকৈয়ে মা এই কোৱা প্ৰতিটো শব্দ মোৰ মনত সাঁচ বহায় ই তুলিলে বহুত কথাই লিখিবলৈ মন আছিলে কিন্তু ভাষা বা লিখনিয়ে শেষ হ'ব বুলি মোৰ মন বা অনুভৱে নকয়।মা লৈ মোৰ ফালৰ পৰা শশচৰ প্ৰণিপাত জনাইছো।তেখেতক দীৰ্ঘায়ু কৰি তোলে যেন তাৰেই প্ৰাৰ্থনা জনালো অন্তৰৰ পৰা ঈশ্বৰৰ ওচৰত।
    ( অৱয়ব মাৰ আৰু এটা অনুষ্ঠান পাম বুলি আশাৰ কৰিলো) from #sivasager