Suwa harpal daa... aji loike ankua hua nai... 1hr 40 mins.... kiba eta bikhekh quality thkibo lgibo... hei karonei hoise❤❤... video suai nai but always support ❤😂😂
Aichangfa apunar program sai Sasakoi Bohut val lage,moi prayee sau apunar ayee dhunia program bilak,Harpal ru Khuri loi bohut morom jonalu,jehetu moi u Jorhat r hoi sai karone tan eta besekoi thake nijor jegar manuhaloi,Harpal anedore aguai goi thaka.
Ankwa anusthan bohut salu...kintu apunar JATRA prgrm tu hosa k koi unique...apunar each and every questions to the guest bor bhal lge ..Apynar mat tu ktha kowar style tu bhal lge bohut....Thank You Aichengfa baa emn dhuniya prgrm ata amar majot ana baba...Hope apunak adint realt log pam🥺❤️
Bohut dinor pisot 1ta podcast skip nokora k saisu....khub val hoise... baki kinu kom aru.... I personally met harpal very good human being...... khurir kotha huni val lagil
Khub val lagil... Harpal saikiar video br valei lage saday... Mor lora r 6 years hoise... Mor lage j tar aru mor relation Tu u aulokr dorei hobo... Xiu mama's boy... Xi atiar porai makok ki pindhile val lagibo ba makr soku galr til aibr val pai... Ghart thoka xamay kon mor gatei lagi thakibo.. Sachai mor lorau jate anekuai hai takei bisariso
Xasai bor.val lagil sai aitu episod..logote tumaloi u bohut xuvaishya thakil ai jattra i akakh suwak.tumar xundar kothare.logote aru ata kotha nkole nohobo.tumi aru tumar kotha kuwa hoily khub xandar..hepah nopolai sai thakile❤
Prothomote ba tumaloi morom thakil dai. Harpal ru ma loi bhut bhut morom. Harpal e hekhot j kole ma r hopun tur kotha news life ahibo makok hudibo kiman homoi pohisil kothakhare antorot sui gol. Muru ajni suali ase moi u hopun dekhu mur suali joni e muk anekoi siniki koribo buli. ❤❤❤❤❤apunaluk tini u loi agal man morom dai❤❤❤❤❤❤
Hosakoi emn vl lagile episode tu Sai bht bsi hahilu aru maak putekor kotha bilak huni aru relationship tu dekhi bht bsie vl aru morom lagile love you all ❤❤
It was a pleasure! Indeed a pleasure ❤
আৱশেষত আহিল... ৰৈ আছিলো অ 😅😅😅
Suwa harpal daa... aji loike ankua hua nai... 1hr 40 mins.... kiba eta bikhekh quality thkibo lgibo... hei karonei hoise❤❤... video suai nai but always support ❤😂😂
Bht bsi mja lgse❤
Ulu lulu bor bhal lagil dei...
Rati 12 baji 40 minutes loike saisu .emn hahiluo.khub bhal lgile dei❤
বহুবাৰ চাইছো সাক্ষাৎকাৰ টো....হেঁপাহ পলুৱাই নাই....আইছেংফা বা এনেও প্ৰিয়,কণ্ঠৰ কথা নকলোৱেবা....ইমান সুন্দৰ অসমীয়া উচ্চাৰণ 🙏এনে নহয় যে তেওঁ ইংৰাজী নাজানে,কিন্তু নিজস্বতা বজায় ৰাখিও যে সুন্দৰ এটা অনুষ্ঠান বৰ্তাই ৰাখিব পাৰে,তাৰেই এক নিদৰ্শন.... হৰপল শইকীয়াৰ ভিদিঅ কৰনা কালৰ পৰাই চাই আহিছোঁ,ভাল লাগে
আইচেংফা বা ❤ইমান শুদ্ধকৈ আৰু মনোগ্ৰাহীকৈ নিজৰ ভাষাতো ক'ব পৰাটো এটা কলা! ইমান সুন্দৰ কথোপকথন!খুব ভাল লাগিল !
হৰপলক আগৰ পৰাই চাইছোঁ। আইচেংফাৰ কথোপকথন শৈলীত মুগ্ধ হ'লোঁ। বৰ সুন্দৰ অনুষ্ঠান।
Aichangfa apunar program sai Sasakoi Bohut val lage,moi prayee sau apunar ayee dhunia program bilak,Harpal ru Khuri loi bohut morom jonalu,jehetu moi u Jorhat r hoi sai karone tan eta besekoi thake nijor jegar manuhaloi,Harpal anedore aguai goi thaka.
মই হৰপল দা মাকৰ কথাবোৰ হে শুনিব আহিছোঁ দেই বহুত বেছি ভাল পাওঁ মানুহ গৰাকীক ভালে থাকক সদায় আৰু এনেকৈ হাঁহি থাকক
আইচেংফা.... মই তোমাৰ 'ৰেন মৌʼৰ যাত্ৰাৰ নিয়মীয়া শ্ৰোতা-দৰ্শক। তোমাৰ প্ৰত্যেকটো অনুস্থানেই মোৰ বৰ প্ৰিয়। তোমাৰ অনুস্থানবোৰৰ, সকলোৰে ভাল লগা অতিথি,সবল বিষয়বস্তুৰ ওপৰত সুন্দৰ সুন্দৰ প্ৰশ্ন,প্ৰশ্নবোৰ অৱধাৰিতভাৱে কেনেকৈ উপস্থাপন কৰিব লাগে, ইত্যাদি ইত্যাদি কথাবোৰৰ লগতে মোৰ ভাল লগা তোমাৰ আটাইতকৈ স্মৰণীয় গুণবোৰেই হৈছে....তোমাৰ কথনশৈলী,শুদ্ধ ৰূপত তোমাৰ অসমীয়া উচ্ছাৰণ, বিষয়বস্তু উপস্থাপনৰ সুন্দৰ আৰ্হি,তাটোতকৈও মোৰ লগতে যাত্ৰা অনুস্থানটো উপভোগ কৰা আটাইবোৰ সহযাত্ৰীৰ চাগে ভাল লগা দিশটোৱেই হৈছে....অনুস্থানটো আঁতধৰা তোমাৰ সাংঘাটিক বিচক্ষণতা। আমিবোৰে আচলতে তোমাৰ, অতিথিৰ লগত কথোপকথন, তোমাৰ নিজাববীয়া কিছুমান তত্বগধুৰ প্ৰশ্নবানেৰে, অতিথিৰ লগতে আমাৰবোৰকো মোহাচন্ন কৰা, অতিথিৰ পৰা কৌশলৰে, কেনেকৈ উত্তৰবোৰ উলিয়াই, নিজৰ লগতে দৰ্শকৰ মন ভৰাই তুলিব পাৰি এই আটাইবোৰ কাৰণৰ বাবেই আমি আচলতে তোমাৰ অনুস্থানটোৰ প্ৰেমত পৰিছো। কেতিয়াবা সময়মতে নাচালে এনে লাগে যেন, কিবা এটা হেৰুৱালো নেকি, কিবা বিশেষ কথা নজনাকৈ থাকি গ'ল নেকি....!
আজিৰ অনুস্থানটোত সেই একেই,ভাল লগা,একেই মাদকতা পালোঁ। বৰ ভাল লাগিল, মাতৃ-পুত্ৰৰ যোগলবন্দী সঁচাকৈয়ে সলাগিবলগীয়া। আজিকালিৰ দিনত মাতৃ-পুত্ৰৰ মাজত এনেধৰণৰ সহমৰ্মীতা বৰকৈ দেখিবলৈ পোৱা নাযায়। মোৰ ফালৰপৰা মাতৃ-পূত্ৰ দুয়োগৰাকীলৈ,মৰম আৰু অলেখ শুভকামনা জনালোঁ। আইচেংফা আৰু তোমাৰ সহযোগী দ'লটোলৈও, মোৰ ফালৰপৰা এসোপামান মৰম, আশীৰ্বাদ আৰু শুভকামনা জনালোঁ। আইচেংফা, তুমি মোৰ সদায় মৰমৰ আইচেংফা গৰাকীয়েই হৈ থাকিবা....❤😊
সুন্দৰ উপস্থাপন....ভাল লাগিল শুনি লগতে আইছেংফা বা ৰ সুন্দৰ কথন শৈলী
সুন্দৰ ব্যক্তিত্ব, সুন্দৰ পিতৃ-মাতৃৰ, সুন্দৰ সঙসাৰৰ মাতৃ-পুএৰ যুগল কথোপকথনৰ ৰহস্য ভেদ"ৰেনমৌ"ত আইচেঙফাৰ সতে মধুৰ মুহুত।ভাল লাগিল।
বৰ ভাল লাগিল, আপোনালোকৰ কথপকথনে মনটো আনন্দিত কৰিলে।
চাই থাকিবই মন যায়।ইমান সুন্দৰ কথা শৈলী।ইমান সুন্দৰ অসমীয়া উচ্চাৰণ
বৰ ভাল লাগিল আইচেংফা।সদায় সকলো সুখী হৈ থাকক।হৰপল -লৰাটো যেন মোৰ নিচেই আপোন তেনে লাগিল।God bless to all.
এনেকুৱা সন্তান সকলোৱে পাওক.. বহুত ভাল লাগিছে চাই.. মাক হিচাপে আপুনি বহুত লাকী.. lv u❤
সুন্দৰ চিন্তাৰে জীৱনমুখী কথোপকথন ৰেন-মৌ । বৰ ভাল লাগিল। ❤
আপুনি ইমান ধুনীয়াকৈ কথাবোৰ কয় বিশেষকৈ ভাষাটো বিকৃত নকৰাকৈ ♥️
এই অসমীয়া চিনেমা/সংগীত তথা সাংস্কৃতিক জগতখনৰ show called ফকটীয়া মানুহ কিছুমানে এনেকুৱা ভিডিঅ'বোৰ চোৱা উচিত নহ'লে ভাষাটোৰ অস্তিত্ব নাইকীয়া হ'লগৈ সেই সকলৰ আশীৰ্বাদত। পইছা হ'লেই নহ'য় সকলো.. পঢ়া শুনাই হওক/পইছাই হওক শিপাৰ পৰা থকা সকল কিন্তু তেনেকুৱা নহয় বাৰু।
বহুত ভাল লাগিল।হৰপল দা আৰু তেখেতৰ মাতৃৰ কথাবোৰ শুনি সঁচাকৈয়ে খুব ভাল লাগিল।ভালে থাকক সদায়। লগতে আইচেংফা বালৈও বহুত বহুত মৰম ❤
যাত্ৰাৰ প্ৰতিটো খণ্ডই উপভোগ কৰো । বৰ সুন্দৰ । হৰপল শইকীয়াৰ অনুস্থান চাই অভিভূত । আইচেংফাৰ কন্ঠৰ বাবে সদায় আগ্ৰহী হৈ আহিছো ।
যাত্রাত আজি মাতৃ - পুত্রক দেখা পালো । সমাহিত কথোপকথনে আনন্দৰ লগতে হাঁহিৰ খোৰাকও জোগালে । এনে এখন ঘৰেই সুখৰ সংজ্ঞা বিলাব পাৰে । লগতে আইচেংফাৰ মধুৰ মাতষাৰতে কথাবোৰে প্ৰাণ পাই উঠে । তিনিওৰে মনৰ আশাবোৰ পূৰ্ণ হৈ উঠক , তাৰেই কামনাৰে আন্তৰিক ধন্যবাদ জনালোঁ ৰেনমৌৰ প্ৰতিটো খণ্ডই যাতে সকলোকে মোহিত কৰক।
বহুত ভাল লাগিল অনুস্হানটো ❤
হৰপল দাৰ দেউতাৰ চৰিত্ৰ টো মোৰ দেউতাৰ লগত বহুত খিনি মিল আছে 😊
প্ৰথমৰ পৰা শেষৰলৈকে হাঁহি হাঁহি চালোঁ ভিডিঅ টু ,, ইমান ভাল লাগিল সঁচাকৈ অনুষ্ঠানটো ।।মাক পুতেক একেলগে দেখি আৰু ভাল লাগিল শিৱসাগৰ গেলেকীৰ পৰা বহুত মৰম যাছিলোঁ আইচেংফা বা আপোনালোক তিনিও লৈ 🥰🤗
হাঁহি এটি পিন্ধি লোৱা,
অনেক হাঁহি বিয়পিব ❤️🩹
Gutei interview tut aichengfa ke saai thakilu emn moromloga ke koi kothabur tate sokujuri hahitu dhunia 😍❤baki interview saai vallagil 👍
Bahut besi val lagil ❤khuri k sewa jonalu sodai aapunaluk enedorei thakak ❤❤vogobane sodai vale rakhak Aapunalukak.
মাতৃলৈ অভিনন্দন আৰু প্ৰতিভাৱান সন্তানৰ বাবে সাফল্য আৰু সুন্দৰ জীৱন কামনা কৰিলো
এগৰাকী মাতৃৰ মনৰ অনুভূতি, দ্বায়িত্ব, মৰম ইত্যাদি ইম্মান ধুনীয়াকৈ প্ৰকাশ পাইছে, কি ক'ম আৰু। বহুত বেছি ভাল লাগিল খণ্ডটি চাই। ৰুণুমী খুড়ী আৰু হৰপল দুয়োলৈ ঢেৰ মৰম; কুশলে থাকা। 🙏🏻❤️
আৰু আইচেংফা বা, অতি সোনকালে যাত্ৰাৰ ৰেন মৌ'ৰ মজিয়াত Swarna Bhajani বৰমাক দেখা পাম বুলি দাবী উত্থাপন কৰিছোঁ। 😎
Most awaited episode..In one word super👌👌love from USA 🇺🇸..খুৰীলৈ বহুত মৰম থাকিল❤️
Ajir episode tu ataitkoi best hoise .enekua xukhi porial khub komeihe ase.3bar man salu ebar sai hepah nopolai .khub hahilu dhanyabad.🎉
খুব ভাল লাগিল খণ্ডটো, Harpal তোমাকতো ভাল লাগেই সদায় তোমাৰ মাৰ কথা আৰু ঘৰ খনৰ চিন্তাধাৰা খিনিও খুব সুন্দৰ । God bless you all❤❤
Harpal daaa is love🔥🔥🔥🔥❤️❤️❤️❤️❤️
Harpal r last r kotha khinie mon tu sui gol… aunty r hopun pur hoi gol akhon dhunia platform t ata proud moment share koribo pai…❤
প্ৰথমতেই কওঁ আইচেংফাৰ মুখৰ মিঠা মাতটো মোৰ অতি প্ৰিয়। আনহাতে হৰপলৰ ভিডিঅ'বোৰ মোৰ ভাল লাগে।মাজে মাজে চাওঁ। আজিৰ সাক্ষাৎকাৰটো সঁচাকৈয়ে বৰ ভাল লাগিল,মই এই সময়কণ বৰ সুন্দৰকৈ উপভোগ কৰিলোঁ। তুমি বুলি কৈছোঁ দেই,তোমাক ইয়াৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু তোমাৰ অনুষ্ঠানটোৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।🙏🙏♥️❤️
বহুত ভাল লাগিল অনুস্থানতটো চাই। বহুত হাঁহি লো
Aichengfa baa r maat 2 emn morom loga..protitu kothat aiyoo kole emn mrm lge...bht vl lgise episode 2 sai..❤❤❤
Such a lovely episode.Had a great laugh.God bless mother son duo....so nice to know their mutual understanding and their sweet relationship
সুন্দৰ অনুষ্ঠান। আইচেংফা বা আপোনাৰ কথন শৈলী ভাৱ ভংগিমা প্ৰশ্ন সুধা কৌশল একেবাৰে খোলা। ইমান ধুনীয়াকৈ বুজাই প্ৰশ্ন কৰে অতিথি সকলৰ উত্তৰ দিয়া সহজ হয়। আপোনাৰ অতিথি সকলে একেবাৰে ঘৰুৱা পৰিৱেশ এটা পায়। ভাল লাগিল প্ৰতিটো পৰিয়াল এনেকৈ সুখী হৈ ভালে থাকক। বা আপোনালৈ বহুত মৰম শুভ কামনা। ৰেন মৌ আৰু আগুৱাই যাওঁক সমাজলৈ নতুন আদৰ্শ, প্ৰেৰনা পোৱা অতিথিৰে জীপাল হওঁক।
Ba homoi dake matibo sun apunar show loi 😊
কথাৰ সৰলতা আৰু নিভাজ মৰমৰ বাবে যান্ত্ৰা ৰেং মৌ আমাৰ প্ৰিয়
যাত্ৰাৰ প্ৰতিটো খণ্ডই মোৰ প্ৰিয়, অতিথি যিয়ে নাথাকক কিয় আইচেংফা বাৰ সহজ-সৰল কথন শৈলীয়ে মনলৈ প্ৰশান্তি নমাই আনে, কথাটো যে যাদু থাকে সেইয়া যাত্ৰাৰ পৰাই অনুধাবন কৰিছো ৷ আয়ৈ দেহি... যাত্ৰাৰ এই যাত্ৰা দিঘলীয়া হওঁক, শুভকামনা থাকিল ❤❤❤
Aichangfa Baa aapuner kothabur hunile huni thakibor mon jai..❤❤❤
Nd Harpal he is always favourite...❤❤
Ai j xoru xoru anubhabor goraki maa joni, xokoluke hohuwai bindas thaka lorajon bhale thakok ❤
Aichenfa ba tumaloi ajut xubhokamona 😇
Aichengfa tumi kthabur emn dhuniake kua bohut val lage huni, and Harpal and khurik matila bohut val lagile episode tu sai..
Ankwa anusthan bohut salu...kintu apunar JATRA prgrm tu hosa k koi unique...apunar each and every questions to the guest bor bhal lge ..Apynar mat tu ktha kowar style tu bhal lge bohut....Thank You Aichengfa baa emn dhuniya prgrm ata amar majot ana baba...Hope apunak adint realt log pam🥺❤️
Bohut dinor pisot 1ta podcast skip nokora k saisu....khub val hoise... baki kinu kom aru.... I personally met harpal very good human being...... khurir kotha huni val lagil
Baa apunar aura tu khub dhunia jeneke kothabur apuni koi aru apuni egoraki good listener hoi heitu aru jipal kori tule..
আইছেংফা আপোনাৰ কথা বোৰ বৰ মধুৰ।ভাল লাগিল podcast টো
Khub val lagil... Harpal saikiar video br valei lage saday... Mor lora r 6 years hoise... Mor lage j tar aru mor relation Tu u aulokr dorei hobo... Xiu mama's boy... Xi atiar porai makok ki pindhile val lagibo ba makr soku galr til aibr val pai... Ghart thoka xamay kon mor gatei lagi thakibo.. Sachai mor lorau jate anekuai hai takei bisariso
আইছেংফা বা ইমান ধুনীয়া অসমীয়া কয় আপুনি খুব ভাল লাগিল।
Last kotha 2 harpal r khub khub val lagi gol......👍👍👍👍👍
Xasai bor.val lagil sai aitu episod..logote tumaloi u bohut xuvaishya thakil ai jattra i akakh suwak.tumar xundar kothare.logote aru ata kotha nkole nohobo.tumi aru tumar kotha kuwa hoily khub xandar..hepah nopolai sai thakile❤
Video sai Gharsa pora pickle 2ta lolu mur priyojonoloi. Thank you for Gharsa👍
বহুত ভাল লাগিল আজি।
বহুত বেছি ভাল লাগিল বা। হৰপল দা আৰু মাক এনেও ভাল লাগে। তেওঁলোকৰ ঘৰৰ পৰিৱেশৰ কথা জানি আৰু বেছি ভাল লাগিল। খুব ভাল লগা হাঁহি ফুৰ্তি কৰি থকা মানুহ কেইগৰাকী ☺️ এনেকৈয়ে থাকে যেন সদায়।
Iman val lage tumar kothabur Aisengfa baa..aru Harpal tu favourite ei agor pora
Aichengfa aaji Harpol aru khuri jaatra anusthan birat bhal lagil dhyanobad jonalu
Bohut vhal lagil ..bikhekh koi mak ru lorar morom bilak Sai bohut hahilu de hodai happy hoi thakok
তিনিও প্ৰিয়, বহুতেই ভাল লাগিল। "আঐ দেহী"টো মিছ কৰিছোঁ।
Hodai সুখত থাকক আপোনালোক...মৰমিয়াল পৰিয়াল
Very postive show .❤
Bhal lagil Matri aru putra sai
বহুত ভাল লাগিল অনুষ্ঠান টো চাই ❤
Baaido apunar voice to Eman dhunia morom loga🥰
ভাল লাগিল বহুত ভাল লাগিল 👌👌
আইচেংফা নামটো যিমান ধুনীয়া মাতষাৰ তাতকৈ খুব মিঠা।।।লগতে হৰপল উফ❤❤
মই বতমান বৰ পুখুৰী পাৰৰ পৰাই চাই আছো show টো সচাই ভাল লাগিল সচাই। বা আপুনি এনেকৈ ভাল ভাল আৰু প্ৰতিভাধাৰী Guest আনি আমাক মনোৰঞ্জন দি যাওক❤
Khub hundor oxomiya podcast jot oxomiya bhakha r hundor proyog
Mon tu khub bea lgi asl, kntu hahibo parilu okmn, olp holeu bea lagi thoka mon tu patolise❤
Bohut val lgil..... ❤
Aisengfa baa apunar kotha bur eman dhunia ka kuwa huni thakila huni thakibo mon jai...🤗
Bht vl lagile baa video sai mnto Bea hoi asile video to sai vl lagile ❤
Bhut bhut bhut besi Val lgile❤❤
এই খণ্ডটি "যাত্ৰা”ৰ অন্যতম এটা মনত থাকি যোৱা খণ্ড হʼব । লগতে মৰমৰ আইচেংফা বা জনীৰ কথানো আৰু কিমান কʼম । ইমান ধুনীয়াকে কথাকেইটা কয় ঔ । আটাইতকৈ ভাল লগা কথাটো হʼল এই যে অসমীয়া ভাষাৰ কথোপকথন খিনি । মই নিজেও সদায় সম্পূৰ্ণ শুদ্ধকৈ অসমীয়া ভাষাত কথা পাতিবলৈ চেষ্টা কৰোঁ আৰু আইচেংফা বাৰো এই কথাটো খুব ভাল লাগে ।
( বা , মই জ্ঞানদ্বীপ দেই । অকমান অকমান চিনি পাইছানে বাৰু ? )
Emn morm loga kotha bur ba vgr.....❤️. Harpal dar aru ma uuu bohut vl lagil podcast tu saiii💞💞..... Jorhatr hoi proud korisu 🥰🥰 bro
Bohut val lagile Sai ba♥️
হাঁহি হাঁহি পেট বিষাই গ'ল।কিমান ভাল লাগিল বুজাই ক'ব নোৱাৰিম আইচেংফা। তোমাৰ লগতে তেখেতসকলৰো মঙ্গল কামনা কৰিছোঁ। তুমি সফলতাৰে আগবাঢ়ি গৈ থাকা। আশীৰ্বাদৰ বাহিৰে তোমাক আৰু কি দিম আইচেংফা !!
বহুত বহুত বহুত ভাল লাগিল ৷
তোমাৰো যাত্ৰাৰ উপস্থাপন শৈলী মোৰ সাংঘাতিক ভাল লাগে কিবা যেন আপোন আপোন লাগে।মই শিৱসাগৰৰ।
Sobotkoie besi val loga interview...oh my god bht besi hahilu... lots of love harpal da and aunty....
Aisangfa tumar anusthan bur sai val lage. Harpol aru makor kathupkathan biratai val lagil .❤❤❤
Oknmanu skip nokorakoi salu,,bohuuuut val lagil,,aru ba apuanr kthabur khub besi vl lage❤
Prothomote ba tumaloi morom thakil dai. Harpal ru ma loi bhut bhut morom. Harpal e hekhot j kole ma r hopun tur kotha news life ahibo makok hudibo kiman homoi pohisil kothakhare antorot sui gol. Muru ajni suali ase moi u hopun dekhu mur suali joni e muk anekoi siniki koribo buli. ❤❤❤❤❤apunaluk tini u loi agal man morom dai❤❤❤❤❤❤
হৰপল শইকীয়াৰ এই যাত্ৰাই নতুন প্ৰজন্মক কামৰ প্ৰতি আগ্ৰহী কৰিব। Motivational video ❤
Asowm episod মা জনি really সঁচা মাক বোৰ তেনে ই হল হৈ চবৰে
বৰ ভাল লাগিল । মাক পুতেকৰ মৰমসনা কথা সুন্দৰকৈ প্ৰকাশ কৰিছে ।
Khub vhal lagil Ba❤❤❤
Khub bhal lagil ....... Sivasagore loratu amar .... Alopoteha log palu..... Morom loga....... Hodai r dore , aji bohut basi bhal lagil.... 😊❤
বহুত ভাল লাগিল চাই
Hahiai thakilou dai bahut bhal lagil..........
বৰ ভাল লাগিল ❤
বহুত সুন্দৰ❤❤
বহুত ভাল লাগিছে। শিৱসাগৰ পৰা মৰম❤
সঁচাকৈ আজি বহুত বেছি ভাল লাগিল। খুব হাঁহিলো। ইমান সুন্দৰকৈ কথাখিনি দুইজনে কলে ভাল লাগিল।তোমাৰো কথা কোৱাৰ শৈলী বৰ ভাল লাগে।আৰু আগবাঢ়ি যাওক এই যাত্ৰা।তোমালোকৰ এই যাত্ৰাৰ দীৰ্ঘায়ু কামনা কৰিলো।
Iman dhuniya dhuniya khobdor bebohar kotha patute... Khuni val lagil
I really enjoyed this episode...The duo is awesome..tumi Iman xundor ke kotha bur xudha...perfect
বহুত ভাল লাগিল । আপোনাৰ কথা বোৰ আপোনাৰ কথনশৈলী বহুত ধুনীয়া❤️হৰপলৰ মাকৰ কথাবোৰ বৰ ভাল লাগিল।
Best PODCAST i have ever seen on UA-cam … Jatra t aitu 1st Podcast salu.. eman hundor porisalona ki kom aru … best wishes 🎉❤
বহুত বহুত বহুত বেছি ভাল লাগিছে
ভাল লাগিল 🤗🤗
আইচেংফাক বহুত ভাল লাগে ❤ হৰপলৰ ভিডিঅ' চাও।
খুব সুন্দৰ ❤মন পৰশা
বহুত ভাল লাগিল ।
Hosakoi emn vl lagile episode tu Sai bht bsi hahilu aru maak putekor kotha bilak huni aru relationship tu dekhi bht bsie vl aru morom lagile love you all ❤❤