সৰস্বতী পূজাৰ দিনটোতে শিৱসাগৰত প্ৰতিবাদত বহিল শৃংখল চলিহা !
Вставка
- Опубліковано 8 лют 2025
- 📌সৰস্বতী পূজাৰ দিনটোতে শিৱসাগৰত প্ৰতিবাদত বহিল শৃংখল চলিহা !
📌সাতজন খিলঞ্জীয়ালোকক আৰক্ষীয়ে আটক কৰি ৰখাৰ প্ৰতিবাদত বীৰ লাচিত সেনাই সাব্যস্ত কৰে অৱস্থান ধর্মঘট কার্যসূচী !
📌শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ সন্মুখত শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনাৰ কৰ্মীসকলে ৰূপায়ন কৰে প্ৰতীকী অৱস্থান ধৰ্মঘট !
📌খিলঞ্জীয়া জনগণৰ কণ্ঠ ৰোধ কৰাৰ বাবে বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰাৰ অভিযোগ সংগঠনটোৰ !
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now
Bhal kotha koise❤
শৃংখল দা👍👍👍👍🙏❤️❤️
ইয়াৰ,মুল,হাত,আছে,বিজেপী,ছৰকাৰ
Moi ata katha buji powa nai..jadi hoba lagisela hakalu state t...Akhom k kiya select karile..Ulanga procession
Besi kre alop sinkhal salihaye dom ase jdi azan bondho kri dekha
কি কথা কব আহিছ।