ভৰিত শিকলি বান্ধি দুৰ্ধৰ্ষ অপৰাধীৰ দৰে ১০৪ ভাৰতীয়ক পঞ্জাৱত থৈ গ’ল আমেৰিকাই
Вставка
- Опубліковано 9 лют 2025
- স্বাধীন ভাৰতৰ ইতিহাসত নোহোৱা-নোপজা ঘটনা৷ হাত কেৰেয়া, ভৰিত শিকলি বান্ধি দুৰ্ধৰ্ষ অপৰাধীৰ দৰে ১০৪ ভাৰতীয়ক পঞ্জাৱত থৈ গ’ল আমেৰিকাই৷ আমেৰিকাত বিদেশীৰূপে পৰিগণিত হোৱা বাবেই ভাৰতীয়ৰ প্ৰতি এই অমানৱীয় আচৰণক লৈ দেশজুৰি তীব্ৰ ক্ষোভ৷
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
বহুত ভাল কাম কৰিছে। ভাৰতে আমেৰিকা পৰা শিকিব লগা আছে , ভাৰত চৰকাৰে পাৰিব নে বাংলাদেশীবোৰক এনেকৈ বাংলাদেশত থৈ আহিবলৈ? দম আছে জানো মোদী চৰকাৰৰ?
👍👍
বেলেগ দেশে যদি নিজে জাহাজ পঠিয়াই তেওলোকৰ নাগৰিকক আনিব পাৰে তেন্তে ভাৰতে কিয় নোৱাৰে কাৰণ কি বিদেশী জাহাজ ভাৰতত নামিল কেনেকৈ। সকলোৱে সময়তে অন্ধভক্ত সাজিবলৈ নাযাব অলপ নিজে ভাৱক Aapki baat trump চৰকাত কোনে কৈছিল Swami Vivekanananada কোনে কৈছিল Dolund Trump কোনে কৈছিল😂 Abhi sare andhabhakto aur unke papa ko
muh main laat mar diya😅
Paribo, jodi teolok Bangladeshi hoy aru Indian citizen nohoy.
Nai
Right
অবৈধ মানে অপৰাধীয়ে হয় ৷
সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে আমেৰিকাই। আমাৰ দেশত বোকা চতিওৱা অতি ঘৃণনীয় ৰাজনীতিহে কৰিব পাৰে। জ্ঞানী আৰু সুদক্ষ নেতাৰ অভাৱ আমাৰ ভাৰতত।
Are you an Indian
@@patrickwilliamson9842 yes
@patrickwilliamson9842 yes I'M Indian
অসমত থকা বাংলাদেশী বোৰক ভাৰত চৰকাৰে এনেদৰে পথাব পাৰিবনে দম নাই
Kothatu ko bolo tohotor lajnalage
@@IbrahimKholil-d4zTur je iman gat lagise toi mane Bangladeshi
Bangladeshi bor Bangladesh t jba lage@@IbrahimKholil-d4z
Paribo sab hindu ek hole paribo Jay Sri Ram @@IbrahimKholil-d4z
@@IbrahimKholil-d4zlage kijor babe lagibo
বন্ধুয়ে বন্ধুৰ পৰিচয় দিলে।। ঔৰ একবাৰ ট্ৰাম্প চৰকাৰ ।।
অবৈধ অনুপ্ৰবেশকাৰী হ'লে এনেকুৱা কৰিব পাৰে। কাৰণ আমেৰিকাই তেওঁলোকৰ দেশত সকলো ভাৰতীয়কে বৈধভাৱে প্ৰৱেশ কৰাত সদায় অনুমতি দিছে। তেনে স্থলত অবৈধ অনুপ্ৰবেশকাৰী কোনো মানি নলয়। এতিয়া কথা আমাৰ দম আছেনে নাই যে , আমাৰ দেশৰ পৰা অবৈধ অনুপ্ৰবেশকাৰী বাংলাদেশীক খেদি এনেকৈ থৈ আহিবলৈ। অকল আমাৰ চৰকাৰে দুখি নে ? সকলোৱে একে মুখে ক'ব পাৰিম নে ? আমি বোৰ কি দুখি নহয় ? আমি চৰকাৰক সহায় কৰোঁনে ? নে দুপইচাৰ বাবে অবৈধ অনুপ্ৰবেশকাৰী বাংলাদেশীক চিনাক্ত কৰিব দিয়া বৰমূৰীয়া সকলেও কথাবোৰ লোকোৱাই ৰাখি বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়ে ? আমি সকলো জাগিবৰ হ'ল...... আমি আৰু আমাৰ চৰকাৰেও আমেৰিকাৰ এই নীতিক অনুসৰণ কৰা দৰকাৰ...
বেলেগ দেশে যদি নিজে জাহাজ পঠিয়াই তেওলোকৰ নাগৰিকক আনিব পাৰে তেন্তে ভাৰতে কিয় নোৱাৰে কাৰণ কি বিদেশী জাহাজ ভাৰতত নামিল কেনেকৈ। সকলোৱে সময়তে অন্ধভক্ত সাজিবলৈ নাযাব অলপ নিজে ভাৱক Aapki baat trump চৰকাত কোনে কৈছিল Swami Vivekanananada কোনে কৈছিল Dolund Trump কোনে কৈছিল😂 Abhi sare andhabhakto aur unke papa ko
muh main laat mar diya😅
CAA BJP Sarkare kiya anise ?
eyat kotha hol...bharote accept korise so ghurai pothabo parise...kintu bharotor dore bangladesh'e ekhon responsible dekhor porisoy dibo janu???...Bangladesh'r 3rd class mentality janiboloi ru baki ase janu.?.. bangladeshi'k kati pelaleu bangladesh'e accept nokore...😂
NRC মই কৰি দেখোৱালো বুলি দম্ভ্ৰালী মাৰি সদন উৰ্টাল কৰা চৰকাৰে আজিলৈকে এটাও বিদেশী খেদিব নোৱাৰা চৰকাৰক ট্ৰাম্প্ৰৰ চৰকাৰে উচিত শিক্ষা দিলে।নিজৰাজ্যৰ মানুহগৈ লোকৰ দেশত বিদেশী হৈ আছেগৈ লোকৰ দেশৰ বিদেশীক কিটো সতে খেদে।
Bhaio aur behno iss state me koi bhee Bangladeshi hai nahi sab teri aur tera logo ki ak politics hai
Um
@@AjmotAli-r9h bupai detention cam't olp ghuri sai ahibi tar pasot gom pabi ..asene ny..
sorkare ki vitit khedibo bangladeshi'k ...adhar card ,pan card ,ration card etc. etc.. ki ny hihotor usorot...amar axomiyar hatote eman document ny jibur hihotor usorot ase... eibur document kunu montri mla ahi ghore ghore d jua ny ehotok....nijor bhai-kokai bodon bure janu ehotok eibur document bonuat help kora ny ... 2 toka poisar babe axomiyai axomkhnk khale..🤔😥.
@@LoneWolf0160 documents banai diya bivagbore, agentsbore sarkar aru prasasanare manuh nahay jano ?
CAA BJP Sarkare kiya anise ?
আমাৰ অসমীয়াত এষাৰ কথা আছে নহয় ঘৰ গোণাঁ প্ৰধান মন্ত্ৰী বিদেশত ভিজা মেকুৰী
U r right 👍🏻
Tumi hoi juwa pm
মোদীয়ে বাহাদুৰি মাৰিছিলে নহয় তেওঁৰ বন্ধু বুলি ।এয়াই বন্ধুত্ব । বৃট্ৰিছে কয়দীক কৰা ব্যৱহাৰ কৰিলে । বিজেপিয়ে আমেৰিকাৰ পৰা এয়া উপহাৰ হে পালে ।
Aporadhik ki mala pindhai anibo neki tohote akei gattarchap madarshachap gyan bula bostu nai
এতিয়া বিজেপিয়ে কি কব?
❤বাংলাদেশী এজনকো বিতাৰণ কৰিব নোৱাৰা ভাৰত চৰকাৰক আমেৰিকাই কৰি দেখোৱালে, এতিয়া কওঁকচোন কোনে বিশ্ব গুৰু?
আমেৰিকাই ঠিক কাম কৰিছে...যেনে কুকুৰ তেনে টাঙুন...আজি ভাৰত চৰকাৰৰ অৱহেলাৰ কাৰণে গোটেই ভাৰতখনত বাংলাদেশীৰ শিপা মেলিছে...
Atiya nohoi 70 bosor agor porai hipa melise
অবৈধ ভাৰতীয় অনুপ্ৰবেশকাৰী মানে অবৈধ বাংলাদেশী অনুপ্ৰবেশকাৰী নিচিনাই মাত্ৰ অলপ ওপৰ লেভেলৰ। ট্ৰাম্পে কৰি দেখুৱালে বন্ধু ৰাষ্ট্ৰৰ বিৰুদ্ধে মাত্ৰ এমাহৰ ভিতৰত। কিন্তু আমাৰ জনে কেতিয়া কৰি দেখুৱাব?
Mojja dise😂😂😂
ফেকুৰ ভকিত দম নাই বাংলাদেশী খেদিবলৈ।ওলোটাই নাগৰিকত্ব দিবলৈ CAA আইন অনা দল হয়।
বৰ্হি দেশৰ পৰা হিন্দু আনে। নিজৰেই দেশৰ লোক অন্য দেশত অবৈধ হয়😂
ভাল হৈছে। বহুত ভাল হৈছে। অবৈধ ভাবে কিয় য়াব লাগে। নেজানে নেকি?
Good... ইয়াৰ পৰা ভাৰতে কিবা এটা শিকিৱ লাগে.....
আমেৰিকা নহয় যদি পাকিস্তুান হল হেতেন মিদিয়াই ফালি থাকিলে হেতেন ।
যি কৰিছে ভাল কৰিছে। কোনো নথি-পত্ৰত নথকাকৈয়ে বসবাস কৰিব কি প্ৰয়োজন আছে। উগ্ৰপন্থীও হ'ব পাৰে। গতিকে সমালোচনা কৰাৰ প্ৰয়োজন নাই।
অবৈধ মানে অবৈধই হয়। অবৈধ ক এনেকুৱাই কৰিব লাগে।
বেয়া পাই লাভ নাই থিক কৰি ছে চোৰৰ দৰে কিয় জাব
সঁচা কথা শুনিবলৈ বেয়া।
What about bangladeshi ?
এই য়া real friendship .Shame on it.
মোদীৰ কর্মফল |
মোডীয়ে পঠাইছিল নেকি অবৈধভাৱে ? অবৈধ মানে অপৰাধী গতিকে খেদিবই ৷
Right kotha.@@dhritirekhadas2757
@dhritirekhadas2757 বাংলাদেশৰ হিন্দুৰ বাবে ফুটনি মাৰে এতিয়া কি কব?
@@dhritirekhadas2757 kio modir kotha kole no ane ari dile hoy 😂😂 bishow goru nhy jnu
সুন্দৰ উপষ্হানপ আমেৰিকা চৰকাৰ , আকৌ এবাৰ ড্ৰনাল ট্ৰামপ ,
অসমত কিমান বাহিৰৰ দেশত মানুহ আহি ভৰি পৰি গল আজিলৈ এজনকো অসম চৰকাৰ আৰু ভাৰত চৰকাৰ বহিৰাগত মানুহক চিনাক্ত কৰিব নোৱাৰিলে, চৰকাৰ আহি আছে গৈ আছে বাল কৰি আছে ,আজি আমেৰিকা চৰকাৰ ভাল কাম কৰি দেখুৱালে , ভাৰত চৰকাৰ লাজ লাগিব লাগে , আকৌ এবাৰ মোডী 😂😂😂😂😂😂😂😂
নিজৰ দেশ এৰি বিদেশত কি ঘোৰাৰ ঘাহ কাতিব গৈছিল এইসকলে
কাতিব নহয় কাটিব অসমীয়া লিখিব নাজানে যে নে আপোনাকো এনেকৈ পঠিয়াব লাগিব। বিদেশত কিয় যায় সেয়া তুমি নুুজিবা ইমান ডাঙৰ হোৱা
নাই তুমি।
আমাৰ ১৬ তাৰিখ কেতিয়া আহিব বা????
Val lagil Trampar kam kaj dekhi
Johora puwali
@@abhijitthapa1228Andhovokttoo vle kori trump good👍👍
Good 👍👍👍
Thankiyou N b, news.
Modi sarker Hai re
😂😂😂
Modi a jabo disiL neki hehotok oboidho vabe
😮😮
Pagol ni be toi kunu document nothokkoi asa tanakuai hbo..indiato bangladeshi ple tanakuai kore
সমগ্ৰ ভাৰতবৰ্ষ ৰ কাৰণে চৰম অপমান।
Great work keep it up
Good works,
ইয়াত মই বিজেপিক দোষাৰোপ কৰিবলৈ নাযাওঁ,কিয়নো বিজেপিয়ে কাৰোবাক অবৈধভাৱে আমেৰিকাত যাবলৈ কাকো বাধ্য কৰোৱা নাই। কিন্তু এইখিনিতে এটা কথাই প্ৰমাণ হ'ল বিশ্বৰ শক্তিশালী দেশসমূহে ভাৰতীয়ক যে ভৰিৰ তলত ৰাখে এইটো প্ৰমাণ সহকাৰে দেখাই দিলে।
Great work
এইজনৰ কাৰণে যোৱা ৰাষ্টপতি নিব্বাছত ট্ৰাম্প হৈ পচাৰ চলাইছিল । আমাৰ বিশ্ব গুৰু দেশৰ জনগন এই অৱস্থা ।
Good
আমেৰিকাৰ সুন্দৰ পদক্ষেপ ।
Gud job
ভাৰতে ইয়াৰ পৰা শিকিব পাৰে
Laj lagise mur 😢😢
মহাত্মা গান্ধীৰ দেশৰ শান্তশিষ্ট মানুহ আমি ! সেয়ে এনে দুৰৱস্থা আমাৰ !
বিশ্ব গ
কথাটো দুখজনক, লজ্জাজনকো ৷ কোনো অবৈধভাৱে বসবাস কৰা বিদেশী নাগৰিকৰ ক্ষেত্ৰত ভাৰতৰাষ্ট্ৰই অনুৰূপ ঘটনা ঘটাব পাৰিব বুলি ভাবোঁ কেনেকৈ ! ভাৰতত তেনে নজিৰ নায়েই ৷
বহুত ভাল কাম কৰিছে
ইমান অপমান কেনেকৈ সহ্য কৰিম।শিশুক হাতকেৰা।দিয়ে আনফালে আমেৰিকাই মানৱ অধিকাৰ আৰু বিশ্ব শান্তি স্বৰ্গীয় বাৰ্তা পঠায়।
আমেৰিকাই ভাল কাম কৰিছে 🇮🇳🚩
৫৬ ইঞ্চি বুকুৰ কাম নাই l
মণিপুৰ আজি ও জ্বলি আছে l
India to nuware bangladeshik thoi ashibo .good job america❤❤❤❤
গংগাজলেৰে পুজা কৰিলেই সব পৰিষ্কাৰ হব ।
Vl kam korise
Bhal kaam korise trump🎉🎉🎉
বিশ্বগুৰ
কতগল এতিয়া বিশ্ব গুৰুৰ অহংকাৰ ।ঘেণ্তা বিশ্ব গুৰু চাল্লা
মিছলীয়া । এ ফৰ অসম বুলি কৈ
এতিয়া জেদ ফৰ অসম কৰিলে ।ফতুৱা ,,,
Um
Modi hai to mumkin hai
Mr doland trump😂 picture Abhi Baki Hai mere dost
তালি তোপোলা বান্ধি পঠোৱাৰ কথা আছিল ভাৰতৰ পৰা। কিন্তু ভাৰতলৈ পঠালে। হায় ৰে মোডি
😂😂modik sun ph kri thake 😂😂😂
আমেৰিকাৰ দৰে ভাৰতেও বাংলাদেশীক শিকলি বান্ধি বাংলাদেশী জাহাজত পঠাব লাগে
কিমান লাজ লগা কথা,সঁচাকৈ কিয় লুকুৱাব লগা হৈছে,চৰকাৰে,ভাৰতত টো তেনেকুৱা বহুত আছে,কিয় কাৰ বাবে,ভাৰতে তেনে কাম কৰিব ভয় কৰে, নিলাজৰ দেশত লাজৰ কি কথা থাকিব।।
56 inch Sina Domder hai na Bhai loc
গুৰুৰ মূৰত পদাঘট আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ। বিশ্ব গুৰুৱে এতিয়া lolypop চুপি বহি থাকিব???
Good step , Modi ko bhi yesa karna hai .
Jai hooo Modi bhai 😂😂😂
ভাৰতে যদি এই দৰে বিদেশী বাংলাদেশীবোৰক থৈ আহেগে তেতিয়া আমাৰ দেশত থকা গাদাৰ বিলাকে চিঞৰি বলৈ লাগিব।
How di modi 😂😂😂 beng tu modi.... 😂😂 ha ha ha Emanotu sense thoka manuhehe laj napai kintu !!!
মেদিয়া আৰু ৰাজনীতিবিদ পাগল হল । অভৈধ ভাবে গৈছিল কিয় ? চৰকাৰক জনাই গৈছিল বদমাচবোৰে ?
Pm sur hole anekuwai hoi
Best friend.
হাত ভৰি বান্ধি পঠোৱা তো উচিত হোৱা নাই।
Listt Gujarat r besi ase dei.
Trump thanks very good
V good
Very very good return modiji.
PM jindabad
Dunki movie r nichina hoi gol nohoi
Good news
Ab ayina utpaharki nice
ঠিকেই কৰিছে।কিয় লোকৰ দেশত থিতাপি লৱ লাগে।
Modi mue mue
No work no govt.
Bharat mata ki. Jay
এইবোৰ প্ৰকৃততে বাংলাদেশী আছিল
মনে মনে থাকক এইটো লাজৰ কথাহে
The real world leader
greatjob trump sir
বিশ্ব গুৰুৱে টোপনি মাৰি আছে চাগে
Amar PM vija makuri
Bishwa guru.
আকৌ এবাৰ ডনাল্ড চৰকাৰ😂 ট্ৰাম্প ভক্তকেইটা ক'ত গ'ল। দেখ দেখি নাই যে ?
Gold medal award to the Modi govt
modi he to mumkin hai
USA Leadership President Trump proved their message to our country,how we are proud ourselves,no more.
Modi jindabad
Good dession.... Indiai xikib lage
Billion of spent in Moha Kumb, Sangkar Sangho conference, Mandir construction, no money for unemployment solutions.
Right
For ur kind information mandir construction is not tax payers money its 100cr hindus who donates money ...we build it wth our money
Vle hol anek anibo lge
Hi
Very very sorry
Try to provide realities about the fact.
Amar. Mokhai. Loi. Aah. Bihari. Bengoli. Miya. Muslim. Panjabi. Marathi. Tamil. Telegu. Jiman. Ase. Loi. Aah. Axomoloi .......... Dekhili. Lukor. Dekhor. Rojaloi....... Amar. Bure. Election r. Timet. Hunabo. Bidekhi. Etau. Axomot. Ahibo. Thakibo. Nidiu .....buli. Koi. Jonotar. Pora. Vote tu. Loi. Lobi. Jikar. Pasot. Pahorijabi ....... Eiburei. Hoise. Axomor. Bharotor. Neta.................
Shamed to Modi sarkar