Noboprojnmo kun fale goi ase!!! 😱😱,Bornali Bashya Interview

Поділитися
Вставка
  • Опубліковано 17 сер 2023
  • ✅ Guest -Bornali Bashya
    profile.php?...
    ✅Instagram -shemim-siddikii
    Facebook -Shemim Ahmed siddiki
    Twitter - Shemim Ahmed Siddiki
    @ShemimSiddiki
    ✅any business enquiry -
    shemim.ahmed2@gmail.com
  • Розваги

КОМЕНТАРІ • 475

  • @srimantasaikia6432
    @srimantasaikia6432 11 місяців тому +157

    নিজে ভুল কৰি নিজকে উপলব্ধি কৰি নিজকে শুদ্ধ কৰি আৰু আনকো শুদ্ধ কৰোআতো বহুতো সাহসৰ কথা ভিডিঅ টো চাই ভাল লাগিল চেমিমলৈ ধন্যবাদ

  • @leenagoswami1281
    @leenagoswami1281 11 місяців тому +67

    বৰ্ণালী , তুমি যে নিজৰ ভুল টো উপলব্ধি কৰি ঘূৰি আহিলা তাৰ বাবে ভাল লাগিল , এতিয়া মা আৰু ছোৱালী জনীক সুখত ৰাখা ।

  • @hemantahazarika9715
    @hemantahazarika9715 11 місяців тому +123

    নিচা কৰা মানুহক মৰমৰে কিবা এষাৰ কলেওঁ তুৰ বাপেৰৰ টকাৰে খাইছো নেকি বুলি কয় , মোৰ লগত ঘটিছে তেনে ঘটনা তাৰ পাছতো এজন ল'ৰাক মোৰ লগত ৰাখি থিক কৰি দিলো, বিশ্বাস কৰক সি ভাং , মদ, বিড়ী , চিগাৰেট, ড্ৰেনদাইড , শিখৰ , কেপি পৃথিৱীৰ যিমান ৰাগিয়াল বস্তু আছে চব খাই মানে, কিন্তু এতিয়া সি কেৱল শিখৰ এটা দুটা কেতিয়াবা খায়, বাকী সকলো তাক মই এৰাই দিলো, সি মোৰ ৰুমমেট আছিল, এতিয়াও সি মোৰেই ৰুমমেট, কিন্তু সি এতিয়া বহুত ভাল হ'ল, জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ পণ লৈছে সি , অবাইচ মাত এতিয়া তাৰ পৰা আতৰি গৈছে, ধেমালীকৈ কওঁ আজি মদ খাওঁ দে , সি লগে লগেই উত্তৰ দিয়ে জীৱনত এবাৰেই ভুল কৰিলো , পাৰহীন সাগৰত বুৰ যাব লওঁতেই তই মোৰ দিঙাখন পাৰলৈ টানি আনিলি, এতিয়া আৰু সেই সাগৰৰ পাৰলৈওঁ মই নাযাওঁ, এনেকৈ কাৰোবাক ভাল পথলৈ আনিব পাৰিলে নিজৰে কিবা ভাল লাগে,,
    এতিয়া সি এজন জীৱনৰ প্ৰতি দায়বদ্ধ আৰু পৰিয়ালৰ প্ৰতি দায়বদ্ধ আৰু সমাজৰ প্ৰতি দায়বদ্ধ এজন সুস্থ নাগৰিক,,

    • @anamikadas2447
      @anamikadas2447 11 місяців тому

      Dhuniya

    • @trishnatamuli1668
      @trishnatamuli1668 11 місяців тому

      Kothakhini khuni bor bhal lagil apunar

    • @birbalray9763
      @birbalray9763 11 місяців тому +1

      Faltu .

    • @LineDoley
      @LineDoley 25 днів тому

      Toi Laura tur room matok tik koribo paribi maksudu Jodi hi heroin(drugs)loise Laura Program lobo lagibo tetiyahe val hoi moi nije hoisuge I am hero(drugs) addict NA program loisilu moi NA mane Narcotic anonymous program aru alcoholic addict kitar AA program mane alcoholic anonymous

  • @user-ix3el7vs6k
    @user-ix3el7vs6k 11 місяців тому +17

    বৰ্ণালী তোমাক ভগৱানে সহায় কৰক। মানুহ মত্ৰেই ভূল হয়। বৰ্তমান তোমাৰ পদখে্যপটোত ভগৱান সহায় হওক, ইয়াকে কামনাৰে।
    তোমাৰ শুভাকাঙ্খী।

  • @keshabtamuly6007
    @keshabtamuly6007 11 місяців тому +19

    ধন্যবাদ জনালো তোমাক। জীৱনত ঘাট প্ৰতিঘাট আছেই। ভবিষ্যত জীৱন সুখৰ হওক।

  • @nirupoma5935
    @nirupoma5935 11 місяців тому +20

    সুন্দৰ পদক্ষেপ লোৱাৰ বাবে ভগৱানে তোমাক সকলো প্ৰকাৰে সহায় কৰক🙏❤️🌹

  • @binisworld555
    @binisworld555 11 місяців тому +8

    Moi ketiyau kuwa nai maa deutar bhoolor karone moi beya rastat jaboloi baiddhyo buli, shemim baa plz correct it, moi ki koisu bhalkoi huni lobo, moi koisu mur nijor bhool aru maa deutar seperation huwa Karone mur bohut dukh asil monot, maa deutak moi ketiyau bhool buli kobo nuwaru, muk bohut moromot Dangor korise maa e, mur maa mur Karone adorkho hoi Jaar kotha bhabi moi ghuri ahilu Nisaar prithibi khonor pora🙏

  • @sun7088
    @sun7088 11 місяців тому +24

    তুমি যি কৰিলা কৰিলা এতিয়া পৃথিৱীখনৰ কাৰনে ভাল কৰা তোমাক ভাল লাগিল তুমি আগুৱাই যোৱা কিবা এটা ভাল কৰা

  • @Nobulmoon__shorts
    @Nobulmoon__shorts 11 місяців тому +24

    মজা। এক সুন্দৰ পদক্ষেপ। দুয়োৰে মাৰ্জিত কথোপকথন আৰু কৰ্মস্পৃহা তথা কিবা এটা নতুনকৈ চিন্তা কৰাৰ উন্মেষ ঘটাইছে। 😊

  • @mrinalkumarnath8367
    @mrinalkumarnath8367 11 місяців тому +10

    Inspirational... Very matured thought... Respect to her

  • @gunaramdas131
    @gunaramdas131 11 місяців тому +15

    নিজে কৰা ভুলৰ বাবে অনু সূচনাত অনু তপ্ত হলে মানুহ পুনৰ ভাল পথ লৈ ঘূৰি আহিব পাৰে তাৰেই প্ৰমাণ
    তুমি! তোমাক ধন্য দিয়াৰ লগতে
    ঈশ্বৰে তোমাক কৃপা কৰক!

  • @heerasvlogs4231
    @heerasvlogs4231 11 місяців тому +24

    দুদিনমান আগতে বৰ্ণালীৰ ভিডিঅ'চাইছো , আচলতে তাই চাগে নিজৰ মতে চলিব খোজা এগৰাকী সাহসী ছোৱালী। আগুৱাই যাওক শুভেচ্ছা জনালোঁ অনাগত দিনত ভাল ভাল কৰ্মৰাজিৰে জিলিকি উঠক❤

  • @nirajkumardas9931
    @nirajkumardas9931 11 місяців тому +2

    বৰ্নালী তোমাৰ স্পষ্ট কথাখিনি শুনি মোৰ দুটুপাল চকুপানী উলাই গ’ল। তুমি এতিয়া যি কৰিছা খুউব সুন্দৰ কাম কৰি আছা। নিজৰ জীৱনটো সুন্দৰ কৰি কৰি ৰাখা আৰু যিমান পৰা আনকো এইদৰে সহায় কৰি যোৱা । ভগৱানে তোমাক সহায় কৰক। বহুতো মৰম থাকিল ভন্তী ।

  • @bharatibharuah7495
    @bharatibharuah7495 11 місяців тому +4

    খুউব ভাল লাগিল কথাখিনি শুনি। বৰ সুন্দৰ পদক্ষেপ বৰ্ণালী। আৰু যাতে উন্নতি পিনে আগবাঢ়ি যাব পাৰা এয়ে মোৰ একান্ত প্ৰাৰ্থনা।

  • @E-Learning-ew6zr
    @E-Learning-ew6zr 11 місяців тому +2

    বৰ ভাল লাগিল । তুমি সমাজৰ বাবে আদৰ্শ হৈ কাম কৰি যোৱা । ভগৱান সহায় হওক ।

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 10 місяців тому +8

    Salute to Bornali May God keep you always positivity

  • @user-yb5bm1nj3i
    @user-yb5bm1nj3i 11 місяців тому +6

    বৰ্ণালী বাইদেউৱে উত্তৰবোৰ সুন্দৰকৈ দিছে ৷ কিন্তু Interviewer চেমিম বাইদেউৱে প্ৰশ্নবোৰ সোধাৰ আগত অলপমান homework কৰি লোৱাতো ভাল ৷ এনেকুৱা এটা challenging সময়সন্ধিত অন্ততঃ ইমান এগৰাকী Resourceful মানুহক মাতি আনি মক্কেলৰ দৰে প্ৰশ্ন সোধাই নহয়, মক্কেলৰ দৰে captionও ৰাখিছে ৷ একেটা প্ৰশ্নকে পেঘেনিয়াই আছে দহ প্ৰকাৰেৰে, বৰ্ণালী বাইদেউৰ মুখেৰে দহবাৰ ক্ষমা খোজাইছে প্ৰকাৰান্তৰে ৷ আগতো চাইছো আপোনাৰ interview চেমিম বাইদেউ ৷ কিন্তু একেই গতি ৷

    • @somandutta9501
      @somandutta9501 10 місяців тому

      Exactly….Kothabur override kori question kori thake

  • @himanibanikya8168
    @himanibanikya8168 11 місяців тому +3

    বহুত ভাল লগিল তুমি বহুত ভাল কাম কৰিআছা তুমি দেশৰ ভাল কাম কৰিছা Godbless u❤❤❤❤

  • @riturajkalita2767
    @riturajkalita2767 11 місяців тому +25

    সুন্দৰ পদক্ষেপৰ বাবে বহুত বহুত ধন্যবাদ।
    যাৰ ফলসৰূপে নিজৰ লগতেই নৱপ্ৰজন্মৰ কল্যাণ সাধন হয়।
    পৰিয়ালৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতেই ৰি-হেব চেণ্টাৰৰ উন্নতি সাধন হ‌ওঁক।

  • @sofikulislam7533
    @sofikulislam7533 11 місяців тому +37

    অসমৰ সকলো গাঁওবুৰাক চৰকাৰে দায়িত্ব দিব লাগে,যে সকলো ড্ৰাগছ খোৱা লৰা ছোৱালী ৰ লিসট বনাই চৰকাৰক দিব লাগে।ধন্যবাদ from,boko

    • @susantadutta7698
      @susantadutta7698 11 місяців тому +1

      Sorkarok kole neta bur kenke solibo.. ..alp. Politics vitr humai saba dunia kitna madadrchood he.. Jimn nisa kora beya kam kora crime kora manuh bahe neta br happy hoi 😛😛😀 ye ajab des ki gajab kahni..besi.khuli kole jail vorai dibi mk😀😀🤙

  • @biparnasonar41
    @biparnasonar41 11 місяців тому +1

    Bht val lgil ajir video2 sai.....moi bornalir proti2 reels videos sai thaku bht val suwali aru agoraki val matri..anekuwa interview ata sabo bisari asilu tair.....🤟

  • @lakheswarkalita6097
    @lakheswarkalita6097 11 місяців тому +4

    You have a new beginning so share your expirience with new generation ❤

  • @MunuGogoi-ey1ol
    @MunuGogoi-ey1ol 11 місяців тому +2

    বহুত ভাল কথা বা এনেকুৱা কথা যে তোমাৰ মনত আহিল।

  • @nibeditadas5902
    @nibeditadas5902 11 місяців тому +15

    সকলো সাংসাৰিক মানুহৰ দায়ত্ত নিজৰ
    ঘৰ খন ভালদৰে পৰিচালনা কৰা নিজৰ
    ময়মতালিয়ে যেন সন্তানৰ জীৱন ধ্বংস
    নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিহে কাম কৰিব
    লাগে সন্তানক ভালদৰে লালন পালন কৰিব নোৱাৰিলে জন্ম দিব নালাগে আৰু
    ঘৰত সময় দিব নোৱাৰিলে সংসাৰ পাৰিব
    নালাগে

  • @arunabailung3805
    @arunabailung3805 10 місяців тому +3

    ভূলবো শুদ্ধ কৰি লোৱা কাৰণে তোমাৰ বহুত বহুত ধন্যবাদ ❤️❤❤❤

  • @khiruddaflari3083
    @khiruddaflari3083 9 місяців тому

    সুন্দৰ পদক্ষেপ লৈছে বৰ্ণালী বাইদেউ।আপোনাৰ বাৰ্তা বোৰে যেন সমাজ খন সুন্দৰ হৈ উঠক।ভৱিষ্যতে সকলোৱে যেন আপোনাৰ কথা বোৰ অনুভৱ কৰে।

  • @beautylifeskillasom.7968
    @beautylifeskillasom.7968 11 місяців тому +2

    Motivational video..... Bhut vl lagil sai.... Bornali baa aponi aru aguai jauk..... God bless you....

  • @Mousumi_85
    @Mousumi_85 10 місяців тому

    Bahut duniya kathabor. Ei video to chai bahute val hobo. Thank you both of you

  • @jurigogoi9817
    @jurigogoi9817 11 місяців тому +2

    Bahut bhal lagil interview tu...Go ahead Girl..God bless you

  • @dr.sanjibdeka7402
    @dr.sanjibdeka7402 11 місяців тому +24

    Very well done, please go ahead for caring the habituated and addicted persons to live a healthy life after getting into the rehabilitation centres.

  • @assameseboy1519
    @assameseboy1519 11 місяців тому +2

    Bini is open hearted women❤️

  • @himakshithakuria2578
    @himakshithakuria2578 11 місяців тому +3

    Emn dine instagram t dekhi asilu,,kintu aji interview t kotha khini xuni bht vl lagil..

  • @bijuleedeka8974
    @bijuleedeka8974 11 місяців тому +7

    Bhal lagil kathabur huni

  • @rupamkumarbrahma1452
    @rupamkumarbrahma1452 11 місяців тому +1

    Thanks a lot baishya.
    My full sympathy is with you.

  • @minudey7657
    @minudey7657 11 місяців тому +28

    কাৰোবাৰ মনত দুখ থাকিলে সেই দুখৰ কথা বিলাক মা. দেউতা নহলে নিজৰ ভাল বন্ধু বান্ধৱীৰ লগত কথাবিলাক আলোচনা কৰিব লাগে

  • @shikhadas3838
    @shikhadas3838 11 місяців тому +2

    Bht val lge barnali baa apunak..apunar vedio moi saw val lge bht..apuni jikhini koise seitu jdi sbe bujilei hy ghr khnt thki o santi lgile hoi..kintu kisuman manuhe ata ktha ke dhri thki val pai..jn tar jibnt vul nhai a..aru nhboe..manuh sdai vulr prai hike...seitu manuhe buji pale val...

  • @biplabiboruah9746
    @biplabiboruah9746 11 місяців тому +9

    বহুত ভাল লাগিল আজিৰ খন্ড টো।তেখেতৰ interview এটা বিছাৰি আছিলো❤

  • @DimpiHazarika-dd6vp
    @DimpiHazarika-dd6vp 11 місяців тому +10

    Moi ata ktha ko muru deuta nii... Muru aku income ni.... Maau bemare hoi muru poriyalt porblm ase....... Bhut tension ase... dhojya dhrib lge... Beya pthot juat koi mnuha dhojya dhoreb moi haytu jnu...

  • @rimpidas4721
    @rimpidas4721 11 місяців тому +1

    Tmi bht dhuniya,,,Val lagil tmr motivational kotha bur ..

  • @jumisarania3006
    @jumisarania3006 11 місяців тому +2

    U mst wlcm dr, keep it up,, much love 4m xru khuri❤❤❤

  • @LuckyBuragohain-sz3jr
    @LuckyBuragohain-sz3jr 11 місяців тому +1

    Bht Bht vl Lagil dei video to sai. ❤❤❤❤👍👍👍👍👍

  • @chandanagogoi2299
    @chandanagogoi2299 11 місяців тому +6

    Proud of u Barnali 👍

  • @user-sb8yd5pc7x
    @user-sb8yd5pc7x 11 місяців тому +1

    Xuni bahut val lagil.Barnaliloi bahut bahut xuv kamana.

  • @nirmalsaikia8211
    @nirmalsaikia8211 11 місяців тому +3

    I think family is just a reason but we should strong mentally please appreciate every one

  • @gitimonimahanta4198
    @gitimonimahanta4198 11 місяців тому +2

    God bless you both always

  • @atikulislam6579
    @atikulislam6579 11 місяців тому

    ভাল লাগিল সাক্ষাৎকাৰটি । অনুপ্ৰেৰণাদায়ক ।

  • @anitabhattacharyya8992
    @anitabhattacharyya8992 11 місяців тому +2

    Bahut bhal khatha nijar bhul sikar kari olai ahib paris ❤❤

  • @rinikonwar2399
    @rinikonwar2399 11 місяців тому +6

    Quality content💫

  • @kandarpanath1533
    @kandarpanath1533 11 місяців тому +1

    অনাগত দিনবোৰত সুখী হোৱা।

  • @priyankarabha35
    @priyankarabha35 11 місяців тому +18

    Bohut val lagil video tu sai...Aru Barnali baa loi bohut morom❤❤❤

  • @upenpokhrel1740
    @upenpokhrel1740 11 місяців тому +2

    timely buji pala, katha khuni val lagil,

  • @monuranjanmili7071
    @monuranjanmili7071 11 місяців тому +2

    Val comments.parishitit beya hoichilo.atiya val hol very very thanks

  • @bornalihazarika448
    @bornalihazarika448 11 місяців тому +1

    বৰ্ণালী ,মানুহ মাএেই ভুল হয়ে আমাৰ ৷পিছত নিজক শুদ্ধৰাই লোৱাতোহে প্ৰকৃত মানুহ ৷তুমি খোলাকৈ সকলো কথা কব পাৰি তোমাৰ মনতোও ফৰকাল লাগিছে ৷মানুহে কিবা এটা আঘাত পালেহে এনে কাম কৰে ৷তুমি সদায় আগুৱাই যোৱা ৷জীৱনটো সুন্দৰ কৰি তুলা ৷মৰম তোমালৈ ৷

  • @jinaboroo8173
    @jinaboroo8173 10 місяців тому +1

    Bhut bhut bhut Val lagil,aji kali lora suwali a bhutei hewn kre

  • @rajjj709
    @rajjj709 11 місяців тому +2

    Nisha kiyo kribo lage besi enjoy korile kosto paboi lagibo
    Nisha j aribo parisa tarbabe Doinnobad aru aguwai juwa tare kamona kru

  • @niharikamahantadhemaji1404
    @niharikamahantadhemaji1404 11 місяців тому +5

    সচাকৈ ভাল লাগিলে ❤️

  • @DeniGogoi-by5qp
    @DeniGogoi-by5qp 11 місяців тому +3

    Proud of u bornali

  • @rulitalukdar8809
    @rulitalukdar8809 11 місяців тому +15

    Well done sis proud of both of u ❤

  • @poriborah6782
    @poriborah6782 11 місяців тому +2

    Val lagil.kotha bur janibo mon goi asil.

  • @jahnobigogoi8302
    @jahnobigogoi8302 11 місяців тому

    Bahut hundar pradakhep...keep it up. Hakalue jen support kore Bornali k.

  • @abhinashboruah3382
    @abhinashboruah3382 11 місяців тому

    Best video bornali ba 2mi aguai jua.god bless you.shemim ba apunaloi huvesha thakil 😊😊😊

  • @nishadeka9220
    @nishadeka9220 11 місяців тому

    Barnali tmr ktha khni xuni bht val lagil bht xahokhi tmi vul pothar pora ulai je aahisa bht dangr ktha.aaguwai jowa tmi bht duroloi .maar akhirbad xudai thakibo.

  • @Danirojasfc6
    @Danirojasfc6 11 місяців тому +14

    অতি সুন্দৰ পদক্ষেপ প্ৰকাশৰ ক্ষেত্ৰত অশেষ ধন্যবাদ।

  • @RumiKonwar-ik4dg
    @RumiKonwar-ik4dg 11 місяців тому +1

    Bhal lagil kathabur huni😊❤

  • @pinkumonibegum4360
    @pinkumonibegum4360 11 місяців тому +3

    Very well done

  • @upasanagogoi6466
    @upasanagogoi6466 11 місяців тому +2

    Bornali tumali bohut morom .logate Tumi an sualir hahokh hua xuvesy thakil .

  • @anjugogoi6536
    @anjugogoi6536 11 місяців тому +1

    লোভ ই মাজনি 🥰🥰🥰 আৰু আগুৱাই । মঙ্ঘল কৰক ইশ্চৰে আই

  • @tinabori322
    @tinabori322 11 місяців тому +5

    Baa jnik mur bhut vl lage❤️🥰

  • @shayaangamingvlog8162
    @shayaangamingvlog8162 11 місяців тому

    ভাল লাগিল কথাখিনি জানি। সুন্দৰ পদক্ষেপ👍

  • @user-jv4qh8xs2m
    @user-jv4qh8xs2m 10 місяців тому

    Bornaliis far better than other normal girl may God helpher in her wayoflife

  • @subhangogoi8953
    @subhangogoi8953 11 місяців тому +2

    Val lagil aguwai juwa

  • @kalpanabaruah1597
    @kalpanabaruah1597 11 місяців тому +2

    Bhut val lagil.....👍👍

  • @kavya1393
    @kavya1393 11 місяців тому +1

    Tumi aaguyai juyaa 🙏

  • @gitahazarika6430
    @gitahazarika6430 10 місяців тому

    Bohut val kotha kola o, val lagil kotha bilak huni, aguwai juwa nisamukto hoy, ❤❤

  • @hiramanitalukdarbarman4045
    @hiramanitalukdarbarman4045 11 місяців тому +1

    Barnalir ktha khini jani bhut val lgail.....aguwai juwa

  • @haladhardeka4343
    @haladhardeka4343 11 місяців тому +1

    Well done my dr lovely sis ❤️

  • @rajkumaritulumoni
    @rajkumaritulumoni 11 місяців тому +4

    ভাল লাগিল, মই বৰ্ণালীৰ ভিডিঅ' চাওঁ, ভাল লাগে।

  • @surenboruah3241
    @surenboruah3241 11 місяців тому +1

    বহুত ভাল লাগিল 🙏🙏🙏

  • @sunishakalita53
    @sunishakalita53 11 місяців тому

    Moi agote eur interview saisu. Khub bhal lgisil kotha khini xuni. Ajiu val lagil. ❤

  • @kusumray6443
    @kusumray6443 5 місяців тому

    Proud of you Bornali Beta GoAhead God bless you ❤❤❤😂🎉🎉😢😢😮😮

  • @mamonidevi617
    @mamonidevi617 8 місяців тому

    Good Intervew xuni bhal lagil 2 gorikele dhyanobad jonalu

  • @RitamoniSaikia-vr5iu
    @RitamoniSaikia-vr5iu 11 місяців тому

    Bornali tumi ....ji korisa xokolu valei korisa ..vl lagil tumar ...concef bur ....be happy ......

  • @khiruddaflari3083
    @khiruddaflari3083 9 місяців тому +1

    আপোনাৰ কথা বোৰ যেন সকলোৱে অনুসূচনা

  • @starlight4091
    @starlight4091 11 місяців тому +10

    This interviewer is so judgemental and unprofessional. Please learn how to take interviews without judging the guest

  • @polimonigogoi6884
    @polimonigogoi6884 11 місяців тому +3

    Mur ba joni khub vl lga .moi val dra sini po ba joni❤

  • @rituparnagogoi6546
    @rituparnagogoi6546 11 місяців тому +6

    The interviewer herself is being so judgmental and constantly disrupting the conversation. Learn to be a good listener when you are interviewing someone. Its quite irritating for the viewers. Manuh goraki e nijor kotha khini koi hekh koriboloi napai e apuni majote dhori ako kiba eta koi dye. Sabo olop hetu and apuni ji dhorone judgemental kotha kisuman koi ase teuk it shouldn’t be done i feel. Its wrong. Your way of asking questions should be changed

  • @rohandeepbora2982
    @rohandeepbora2982 11 місяців тому +1

    moja. good step.

  • @Manjudas534
    @Manjudas534 11 місяців тому +5

    Bohot val lagil

  • @simasuikiya2708
    @simasuikiya2708 11 місяців тому

    Khosai baa kotha bor khoni bhut vl lgill dee ❤️❤️❤️

  • @hiranyahazarika6181
    @hiranyahazarika6181 11 місяців тому +23

    মিছা কথা , নিজক সংযম কৰিব পৰাটো নিজৰ লগত কথা । নিজেই সেইবোৰ লৈ আকৃষ্ট হয় । যদি নিজক বান্ধিব পাৰে তেতিয়া হলে কোনোৱেও বাধ্য কৰাব নোৱাৰে ।

  • @user-zi4zg4um9g
    @user-zi4zg4um9g 11 місяців тому +1

    Good job Shemim

  • @jibensaikia3840
    @jibensaikia3840 11 місяців тому +1

    Best of luck.

  • @appapegu1727
    @appapegu1727 11 місяців тому +2

    😢kthabur xuni bohut dukh lgil dei..

  • @bontiborah7476
    @bontiborah7476 11 місяців тому +11

    ভাল লাগিল তোমাৰ কথাবোৰ শুনি

  • @Dharanikalita-wk5cn
    @Dharanikalita-wk5cn 11 місяців тому

    ভাল কাম কৰিছে , ভবিষ্যত ভাল হব ৷

  • @SomalRabha
    @SomalRabha 11 місяців тому

    Good step Bornali Baishya.

  • @NijuPathori
    @NijuPathori 11 місяців тому +1

    Moi saisu bar video fb t bohut besi val pau video bilak sai❤❤

  • @BornaliGowala-oi6gk
    @BornaliGowala-oi6gk 11 місяців тому

    Hosai kotha bur huni khub val lage Tumi aru agbare juwa

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 11 місяців тому +1

    ভাল লাগিল ভিডিঅ টো

  • @FarminBegum-official
    @FarminBegum-official 11 місяців тому +2

    Motivational ❤