Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3010 || 05.07.2024 ||

Поділитися
Вставка
  • Опубліковано 4 лип 2024
  • BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
    Facebook: / rengonitv
    Instagram: / rengoni.tv
    Website: rengonitv.com/
    #rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo
  • Розваги

КОМЕНТАРІ • 2,7 тис.

  • @MainaBora-zo2ey
    @MainaBora-zo2ey 5 днів тому +2847

    কোনে কোনে SI ছাৰক বেহাবাৰিৰ পৰা বিদায় দিবলৈ নিবিছৰা Like কৰা।
    ❤❤
    🙏🙏

  • @mrmoon071
    @mrmoon071 5 днів тому +1488

    Si ছাৰক কোনে কোনে চিৰদিনৰ বাবে beharbari বিছৰা like কৰা👍👍👍

  • @bonyashreegogoi
    @bonyashreegogoi 5 днів тому +226

    চাৰৰ দেউতাক কোনে কোনে Miss কৰিবা কাৰ কাৰ বেয়া লাগিছে LIke কৰা 😢

  • @ankumoni_nath
    @ankumoni_nath 5 днів тому +49

    যেনেকৈ নহওঁক দিনটোত অকনমান সময় উলিয়াই এই ধাৰাবাহিক খন চাও... সৰুৰে পৰাই এইখন ধাৰাবাহিকৰ লগত নাজানো কেনেকুৱা এটা সম্পৰ্ক গঢ়ি উঠিল 🥺 এৰিবই নোৱাৰা হ'লো... বহুতো নজনা কথা শিকিব পাৰিছো..❤ এজন দুজনকৈ দেখোন অভিনেতা বোৰ দেখিবলৈ নোপোৱা হ'লো ইয়াত...😥 সকলোৰে বহুত ধুনীয়া অভিনয়.. আজি মই নিজকে control কৰি ৰাখিব নোৱাৰিলোঁ.. চকুপানীবোৰক ধৰি ৰাখিব নোৱাৰিলোঁ.. শোকে যেন বুকুত খামুচি ধৰিছে😭

  • @Rishirajmoran
    @Rishirajmoran 5 днів тому +511

    থিয়েটাৰ শেষ কৰি পুনৰ ঘুৰি আহিব লাগিব🙏💔

  • @mrmoon071
    @mrmoon071 5 днів тому +291

    Si ছাৰক কোনে কোনে ভাল পোৱা like কৰা👍👍👍

  • @PranjitParagCreation
    @PranjitParagCreation 5 днів тому +27

    আজিলৈ কাৰো বাবে এনেকৈ কান্দি পোৱা নাছিলো।যিমান আজি কান্দিলো।🥹🥹😭প্ৰীতম চাৰৰ পৰা সচা পুলিচ সকলে শিকিব লগীয়া বহু কথাই আছে।

  • @user-yu3lr8yh3l
    @user-yu3lr8yh3l 3 дні тому +5

    কাক কাক বেহাৰবাৰীৰ SI ছাৰৰ বিদায় হোৱাৰ বাবে বেয়া লাগিছে like koraa 😢😢❤

  • @ratulduwarah4104
    @ratulduwarah4104 5 днів тому +441

    Beharbari কেৱল এখন ধাাবাহিকত নহয় ই আমাৰ আৱেগ। কাৰণ সৰুৰে পৰা beharbari ছাই ইমান ডাঙৰ হলোঁ ইয়াৰ লগত আমাৰ বহুটো স্মৃতি জঢ়িত হৈ আছে । ই এনেকুৱা এখন ধাৰাবাহিক যাক ডেকা বুঢ়া সকলোৱে উপভোগ কৰিব পাৰে । আৰু ই দুখতো মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰে। ইয়াৰ প্ৰতিজন সদশ্য আমাৰ অতি আপোন। আমি তেওঁলোকক beharbari পৰা আঁতৰি যোৱাটো নিবিচাৰোঁ কাৰণ তেওঁলকৰ ঠাইত নতুন সদশ্যক আদৰি লোৱাতো আমাৰ বাবে জতিল হৈ পৰে । আমি সকলোঁ পুৰনি সদশ্যক আকৌ একেলগত চাব বিচাৰোঁ । তেওঁলোক এনেদৰে গুচি যোৱাতো মনিলব পৰা নাই । তেওঁলোকক ঘূৰাই আনিব লাগে 😢😢😢

    • @allabouthere6288
      @allabouthere6288 5 днів тому +1

      আগৰবোৰকে ঘূৰাই ঘূৰাই নাচাৱ কেলে

    • @pulintalukder1702
      @pulintalukder1702 5 днів тому

      ❤❤​@@allabouthere6288

    • @smitabaruahtamang
      @smitabaruahtamang 5 днів тому +2

      Beharbari ধাৰাবাহিক খনি চাই চাই ইমান গাভিৰলে হুমালো যে এ তিয়া নচা লে থাকিব নোবাৰো হলো বহুত বহুত ভাল লাগে

    • @user-bv8lw6yp2x
      @user-bv8lw6yp2x 5 днів тому +1

      Bohut miss korim

  • @user-pi5hc4kc3v
    @user-pi5hc4kc3v 5 днів тому +207

    Si sir ক বহুত মিচ কৰিম এটা like দিব si sir বাবে 😢😢😢😢😢😢😢😢😢😢😢😢

  • @bonyashreegogoi
    @bonyashreegogoi 5 днів тому +32

    চাৰৰ দেউতা ইমান সোনকালে যাব নালাগিছিল বহুত MISS কৰিম

  • @assamesepritam2746
    @assamesepritam2746 5 днів тому +18

    Ahibo 9 mah pist guys ❤don't worry 😊

  • @nivapaglyvlogs4518
    @nivapaglyvlogs4518 5 днів тому +189

    কাৰ কাৰ আজি খণ্ডত চকু পানী ওলালে 😢
    Like korok ❤

  • @mmitaxummu9895
    @mmitaxummu9895 5 днів тому +329

    বেহাৰবাৰী আজিৰ পৰা নাচাওঁ , আজি শেষ !!
    Thank you SI Sir ❤

  • @samilaray1710
    @samilaray1710 4 дні тому +6

    এয়াই সত্য, বাস্তৱ জীৱনৰ জীয়া কাহিনী , এয়াই দায়িত্ববোধ 🙂

  • @pranjit420
    @pranjit420 5 днів тому +4

    বেহাৰবাৰী ধাৰাবাহিকখন শ্ৰোতা- দৰ্শকৰ মাজত সদায় বিৰাজমান হৈ থাকিব! কিন্তু বৰ্তমান সময়ত বেহাৰবাৰী সেই মুখ্য চৰিত্ৰ কেইটাৰ নথকা ফলশ্ৰুতিত বেহাৰবাৰী আগৰ সেই সোৱাদ যেন নোপোৱা হোৱা যেন অনুভৱ হৈছে! আশা কৰোঁ, বেহাৰবাৰী ধাৰাবাহিকখনে আগৰ সেই সোৱাদ আৰু চৰিত্ৰবোৰ পুনৰ দৰ্শকৰ মাজলৈ লৈ অনাত সফল হ'ব! বিশেষকৈ, কে কে চাৰ, মোহন আৰু প্ৰীতম ছাৰৰ অনুপস্থিতিয়ে শ্ৰোতা দৰ্শকক বহু দুখ দিব!😔

  • @PiyatomBoruah
    @PiyatomBoruah 5 днів тому +147

    কেকে ছাৰ আৰু মোহন যাওঁতে ইমান দুখ লগা নাছিল😢😢

  • @RahulSonowal-vp7ln
    @RahulSonowal-vp7ln 5 днів тому +106

    কমেন্ট বোৰ দেখি,, এটা কথাই ভাল লাগিছে,, SI ছাৰক #বিদায় লোৱা দেখি বহুতো লোকে যে #চকুলো টুকিছে।।। তাৰ পৰাই বুজিব পাৰি যে- এতিয়াও #মানৱতা আছে আমাৰ সমাজত।।।।
    আপোনাকলৈ সকলোকে সেৱা ❤

    • @rashmirekhanath2238
      @rashmirekhanath2238 5 днів тому +3

      😢😢😢

    • @manashpratim2713
      @manashpratim2713 5 днів тому +1

      হয় আকৌ মানবতা আছে আমাৰ অসমীয়া সমাজত অসমীয়া সমাজ যিমান দিনলৈকে থাকিব মানবতা সৰলতা আৰু আমাৰ বাপতি সাহোন বিহু যিয়াই থাকিব।

  • @mallikabegum9008
    @mallikabegum9008 5 днів тому +5

    আজিৰ খণ্ডটোৱে কন্দুৱালে। বিশেষকৈ ৰাকেশৰ কথাখিনিয়ে। বহুত ধন্যবাদ।বেহাৰবাৰী আউটপʼষ্ট।

  • @JyotikaPhukan
    @JyotikaPhukan 5 днів тому +4

    আজিৰ খণ্ডটো চাই আবেগিক হৈ গলো, বেহাৰবাৰী দীৰ্ঘদিন জীয়াই থাকিব লাগিব ❤

  • @pareshmonisarkar5698
    @pareshmonisarkar5698 5 днів тому +149

    Pritam ছাৰে যে এদিন এনেকৈ কন্দুৱাই গুচি যাব বুলি কেতিয়াও ভাবা নাছিলোঁ। বহুত Miss কৰিম আপোনাক 😭😭😭😭

  • @dimpicreation4856
    @dimpicreation4856 5 днів тому +139

    প্ৰিয় অভিনেতাসকল প্ৰিয় ধাৰাবাহিকখনৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈছে 😢❤

    • @Bijoy44859
      @Bijoy44859 5 днів тому +4

      Ai karone koisu sob jagat axomiya abeg abeg mari lav nai..jodi axomiya jatir dom aru xahok ase tene hole beharbari boycott korok..boycott r karon KK,Mohan,Beauty,Mukuta. Garg aibor soboke ghurai anibo lage...nhole direct boycott kori diok...history t number 1 serial huwa xopon regonir bondho hoi jabo

  • @BhagyashreeGogoi-up8fp
    @BhagyashreeGogoi-up8fp 4 дні тому +4

    Sir চাৰক ভাল পোৱা সকলে like kora👍

  • @user-ch8bz7pm3n
    @user-ch8bz7pm3n 5 днів тому +5

    Aji hosakoi bohut dukh lagil😭hosakoi jaboge nki sir,bohut beya lagibo sir nhole😂ako ketiya dekha pam si sirk,😭🙏🙏ngole val lagibo,,,,,🙏🙏😭😭😭😭

  • @jintumoniborah870
    @jintumoniborah870 5 днів тому +51

    বৰ্তমান কমল আৰু ৰাকেশ একেবাৰে পুৰণি অভিনেতা আছেগৈ।।প্ৰথম অৱস্থাত কি কমল কি প্ৰীতম বৰুৱা এজনেও অভিনয় নাজানিছিল। কিন্তু এতিয়া এজন এজন পৰিপক্ক অভিনেতা। ধন্যবাদ মনোজ শইকীয়া দা।বেহাৰবাৰীত আপুনি নিজক লৈ যি পৰিক্ষা নিৰিক্ষা চলাই গৈছে তাত আপুনি ১০০০% সফল হৈছে।

  • @pranabjyotikalita4584
    @pranabjyotikalita4584 5 днів тому +86

    বেহাৰবাৰী আৰম্ভ হোৱা ৰে পৰা মোহন,মুৰুলী,সাগৰ ফুকন,নয়না হতঁৰ পৰাই বেহাৰবাৰী চাইছো। কিন্তু আগৰ সেই সুকীয়া মাদকতা কমি যোৱা যেন লাগিছে।কে কে দা বা মোহন নাহিব বুলি জানিও ইমান বেয়া লগা নাছিল যিখিনি বেয়া আজি লাগিছে।
    তথাপিও ছাৰ এজন থিয়েটাৰ ৰ ভাল অভিনেতা হিচাপে প্ৰতিষ্ঠিত হওঁক বুলি আশা ৰাখিলোঁ।
    বেহাৰবাৰী আগবাঢ়ক সদায়।আগৰ দৰে আমেজ দিব বুলি আশা ৰাখিলোঁ।❤❤

  • @Parashi.dowari
    @Parashi.dowari 4 дні тому +2

    কে কে আৰু মোহনৰ দৰে আপুনিয়ো গুচি গ'ল si চাৰ ?🥺 বহুত miss কৰিম আপোনাক 😢🙏

  • @anamikatamuli9693
    @anamikatamuli9693 5 днів тому +5

    Miss you pritam sir. Ako jate hunkale ghuri ahe 😢😢😢

  • @Bikashsewali
    @Bikashsewali 5 днів тому +51

    চকু পানী উলাই গ'ল beharbari চাই সদাই হাঁহি থকা আজি সকলোৱে কান্দিছো হৃদয় খন ভাঙি গ'ল অ😢😢😢 মই বিচাৰোঁ ছাৰ beharbari outpost থাকক যাব নালাগে নহ'লে beharbari outpost চাই আৰু ভাল নেলাগিব 😢😢😢😢😢😢😢

  • @dipanjalibaishya3059
    @dipanjalibaishya3059 5 днів тому +51

    ইমানদিনে হাঁ‌হি হাঁ‌হি আজি বহুত কান্দিলোঁ‌ বৰ দুখ লাগিল

  • @user-sv2ny4ue3v
    @user-sv2ny4ue3v 4 дні тому +4

    Beharbaria ajilaka kondua nasila aji bohut kandilu aikhon amar karona abeg ❤🥺

  • @jibonkalita8913
    @jibonkalita8913 4 дні тому +2

    এজন এজনকৈ ভাল লগা মানুহ বোৰ গুচি গৈছে কাক চাম আৰু 😭🥺সঁচাকৈ
    বহুত বেয়া লাগিছে😭🥺🥺🥺😭 কাৰ কাৰ সচকৈ বেয়া লাগিছে like কৰা

  • @Kaushik632
    @Kaushik632 5 днів тому +114

    Beharbari outpost কাৰ কাৰ প্ৰিয়? আৰু সদায় কোনে কোনে চোৱা?
    Like kra❤❤❤❤

  • @kishur_gogoi_official4693
    @kishur_gogoi_official4693 5 днів тому +68

    সঁচাকৈ আজিৰ এই খণ্ডটোৱে হৃদয় চুই গৈছে যোনখন "Beharbari Outpost" চাই সৰুৰে পৰা ডাঙৰ হৈছো আজিৰ লৈকে হয়টো এনেকৈ দুখ লগা scene দেখিয়ে নাপালোঁ সদাই যেন সহুয়াই আহিছে কিন্তু আজিৰ খণ্ডটি লগত বহুত পাৰ্থক্য আজিলৈকে এইখন ধাৰাবাহিক চাই এটোপাল চকুৰ পানী নোলোৱা লৰাটোৰ আজি অলপ হলেও চকুপানী ওলাইছে অন্তৰ পৰা দুখ লাগিছে,আমি অসমীয়া গৌৰম্বিত যে আজিৰ দিনত ইমান ধুনীয়া এখন ধাৰাবাহিক উপভোগ কৰিবলৈ পাইছোঁ ৩০০০ খণ্ডত কৈও অধিক,সঁচাকৈ salute to the "Beharbari Team". সকলো সদস্যৰ অভিনয় কিন্তু মানিব লগীয়া আৰু আগুৱাই যাওঁক প্রতেইকজন অভিনেতালৈ মোৰ তৰফৰ পৰা আন্তৰিক সৰ্ধা আৰু আশীৰ্বাদ জনালোঁ সকলো আগুৱাই যাওঁক আমাক আৰু ভাল ভাল খণ্ড উপভোগ কৰোঁৱাই যোৱাৰ লগতে সকলো অসমবাসী ৰাইজক সঁহুয়াই যাব বুলি আশা থাকিল।।জয় বেহাৰবাৰী OUTPOST জয় আই অসম❤️

  • @AxamApm
    @AxamApm 4 дні тому +3

    Sir k monor porai bohut vl paw aji dintu monor porai bohut kandisu hosa hosa lga kba ata hmndho asil atyau ase hodai thikbo ako ghurai lge apunk sir..sir ok Miss you❤❤😢

  • @Bhaskar__editz
    @Bhaskar__editz 4 дні тому +4

    SI sir ye najai baas keidin manor karnehay jbo.Tar pasot dsp r pora call ahibo je SI sir is back.❤

  • @JyotismoyHazarika-ih5ld
    @JyotismoyHazarika-ih5ld 5 днів тому +660

    Good by beharbari😢😢😢😢😢😢😢 2016 r pora saiseloo😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢 aji kali ka vl logA manuh bor olai goi asa😢😢

    • @MirdulKachari-uw6qj
      @MirdulKachari-uw6qj 5 днів тому +23

      Good by

    • @tinadeka4725
      @tinadeka4725 5 днів тому +17

      Aeutu ki beharbari last episode asil neki

    • @BaitgogoiGogoi
      @BaitgogoiGogoi 5 днів тому +6

      😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

    • @BomBaba-eo9ur
      @BomBaba-eo9ur 5 днів тому +8

      Really beee kk mohan si sir sob gole ge behabari ki sam aww

    • @RakeshRajkhowa
      @RakeshRajkhowa 5 днів тому

      😭

  • @nishaaxom
    @nishaaxom 5 днів тому +37

    সদাই হঁহোৱাই থকা বেহাৰবাৰীয়ে আজি কন্দোৱালে 😢 এইয়াই BOP ৰ শক্তি ❤❤

  • @maramimomikeot6725
    @maramimomikeot6725 4 дні тому +3

    Ae kon dharabahik nohe jane kunuba ata janamor ata porial ajjir khanda to. Bhut mis korim sir aru dautak.buku khon .........❤❤❤❤❤❤

  • @devmili
    @devmili 5 днів тому +2

    Salute moratu olop beya lagil.
    Big salute dibo lagisil & valke🎉🎉

  • @AxomBanjitYt
    @AxomBanjitYt 5 днів тому +86

    কোনে কোনে Si ছাৰক ভাল পোৱা Like and comment কৰা

  • @bikasenterprisedarrang5243
    @bikasenterprisedarrang5243 5 днів тому +45

    বেহাৰবাৰি ছিৰিয়েল খন শেষ হ'বলৈ গৈ আছে গতিকে কোনেও যাতে বেয়া নাপায় কাৰণ সকলোৱেই বিয়া হোৱাৰ বাবে নিজৰ নিজৰ কামত বেষ্ট হ'বলৈ লৈছে

    • @Babulray078
      @Babulray078 5 днів тому +1

      বেয়া লাগিছে 😔😔😔😔

    • @Animekids321
      @Animekids321 5 днів тому +1

      Nohoi new character introduce hobo beharbarit

  • @cborah1280
    @cborah1280 5 днів тому +2

    বৰ বেয়াকৈ কন্দোৱালে আপুনি😢😢😢
    আৰু এই ধাৰাবাহিক খন চোৱাৰ হেঁপাহ নাথাকিব 😢😢😢😢
    আপোনাৰ আহি থকা দিনবোৰ যেন আৰু সুখৰ হয় তাৰেই কামনাৰে.....
    বিদায়😢

  • @purabiborah-nk7ke
    @purabiborah-nk7ke 5 днів тому +1

    বেহাৰবাৰী আজিৰ পৰা নাচাও,আজি শেষ!!! thank you si sir❤️❤️❤️❤️❤️❤️❤️❤❤❤আপোনাক বহুতmissকৰিম।❤❤❤❤❤

  • @pojutpathori8229
    @pojutpathori8229 5 днів тому +25

    Kune kune si sir k bisare like ata kora ako guri ahibor karone 😢😢❤

  • @AssamHouse-llD.B
    @AssamHouse-llD.B 5 днів тому +20

    কে কে ছাৰ মোহনৰ পিছতে SI pritam sir আছিল মোৰ প্ৰিয় বেহাৰবাৰী ধাৰাবাহিক খনত আজি তেওঁ যাব গৈ , এতিয়া এই ধাৰাবাহিকখনত ৰিচা বা আছে ভাল অভিনেত্ৰী তাৰ পিছত by by বেহাৰবাৰী ধাৰাবাহিক খন। শুনিব পোৱা মতে প্ৰিতম ছাৰ কহিনুৰ থিয়েটাৰত এই বছৰৰ বাবে চুক্তিবদ্ধ হৈছে। অহা বছৰ আকৌ উভতি অহাৰ আশাৰে ৰৈ থাকিম ছাৰ লৈ।

  • @PranabjyotiSaikia-iz5oe
    @PranabjyotiSaikia-iz5oe 5 днів тому +2

    Soku Pani musibo pora nai moi hosake aji part tu sai bhut besi val lagil 😢🥺

  • @achintanath5803
    @achintanath5803 5 днів тому +1

    Bohut beya lgil sai kandi dilu. Agor nisana hokolu ke kune kune bisare like kora 😭😭😭😔🙏

  • @mithi8166
    @mithi8166 5 днів тому +25

    বেহাৰবাৰী খন এনেকৈয়ে নাইকীয়া হৈ যাব নেকি বাৰু? প্ৰিয় ব্যক্তি কেইগৰাকী এজন এজনকৈ গৈয়েই আছে। ইমান বছৰৰ পৰা চাই চাই আজি ডাঙৰ হলো এনেকৈ শেষ হবলৈ হলে বহুত বেয়া লাগিব। কাৰণ এইখনেই একমাত্ৰ ছিৰিয়েল , যিখন মই সদায় চাও আৰু বহুত বছৰ ধৰি চাইয়েই আছোঁ। বেহাৰবৰি খন কেতিয়াও শেষ হোৱাটো নিবিচাৰোঁ। প্ৰীতম Sir buhut miss কৰিম আপোনাক 🥹

    • @Munmi177
      @Munmi177 5 днів тому

      😭😭😭😭😭

  • @joykingkarboro7846
    @joykingkarboro7846 5 днів тому +31

    I love this serial.! but now it's irritated, we want kk Da,mohan Da, garg Da and beauty Baa yes or no guys please vote

  • @khagentaw9639
    @khagentaw9639 4 дні тому +3

    Aisehi kyu ja rehi ho SI sir... Dil tu abhi bhi bhara nahin rukh jao na😢😢... Ghuri ohar opekhyare....❤❤

  • @Nikul_ediz
    @Nikul_ediz 5 днів тому +2

    যদি beharbari outpost ৰ si sir নাহে আৰু মই beharbari নাচাও 😢 প্ৰথমতে কেকে আৰু মোহন ওলাই গল এতিয়া আকো si sir ওলাই গল নাচাও আৰু মই beharbari যোৱা দহ বছৰ ধৰি চাই আহিলো চাই চাই ডাঙৰ হলো 😢😭🥺💔

  • @Diganta739
    @Diganta739 5 днів тому +24

    সকলোৰে প্ৰিয় ধাৰাবাহিক বুলি কলে প্ৰথমতে বেহাবাৰি outpost or kotha আহে। কিন্তু সকলো অভিনেতা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। বেহাবাৰি বুলি কলে kk aru মোহন অৰ কথা আহে তেওঁলোক নাই 😢আৰু si sar আজিৰ পৰা নাহে আৰু আমি কি বুলি behabari চাম । সেই কাৰণে আজিৰ পৰা behabari bye bye😢
    Love from jorhat
    বহুত দুখ লাগিল😢
    Bye😢😢

  • @moinijaraassamesevlog1117
    @moinijaraassamesevlog1117 5 днів тому +27

    Ai 3010 ep tu কেতিয়াও নাপাহৰো বহুত দুখ লাগিল 😢😢😢😢

  • @Joyashreekalita22
    @Joyashreekalita22 4 дні тому +3

    Miss you pritom sir ❤❤ bhot bhot miss krim aponak 😢 vale thakok xodai ❤

  • @RahulAmin-qr7hu
    @RahulAmin-qr7hu 5 днів тому +1

    এনেকৈ ভাল লগা মানুহ বোৰ ওলাই গৈ থাকিলে আমাৰ মনত কিমান কষ্ট হয় আপোনালোকে ভাবে জানোঁ 😢😢। এনেকৈ এজন এজন কৈ গৈ থকাতকৈ একেবাৰে চিৰিয়েল খনে বন্ধ কৰি দিয়ক । আমাক আৰু কষ্ট নিদিব🙏🙏😭😭😭

  • @GuljarStudio
    @GuljarStudio 5 днів тому +33

    Si Sir Biya Kune Kune Saboloi Bisarisa Like Kora😊😊

  • @manashpratim2713
    @manashpratim2713 5 днів тому +15

    এই তিনিদিন চিৰিয়েল খন চাইছো যদিওঁ সচাঁকে যেন হৈ গৈছে তেনেকুৱা লাগিছে। চিৰিয়েল চিৰিয়েল লগাই নাই সঁচাকৈয়ে যেন এনেকুৱা অনুভৱ হৈছে। বেহাৰবাৰীৰ পৰা এটা ভাল লগা অভিনেতা নাইকিয়া হল। সময়ৰ সদব্যৱহাৰ আৰু থানাৰ কামত কোনো দিনে একো খতি নোহোৱাকৈ চলাই নিয়া সৎ অফিচাৰ বহুত ভাল লাগিল আপোনাক চাৰ। জয় বেহাৰবাৰী আউত পোষ্ট সকলো কলা কৌশলী আৰু আপোনালোকে হয়তো চাৰৰ দৰে গহীন গম্ভীৰ সৰলতা আন এজন বেলেগ অভিনেতা পোৱাতো কঠিন হব। তেওঁ অভিনয়ত বা কথাত সকলো মানুহে এজন সৎ পুলিচ অফিচাৰ বিচাৰি পায়। থিক বাৰুদ অসমীয়া চবি খনৰ দৰে এজন সৎ সাহসী পুলিচ অফিচাৰ। চাৰলৈ বহুত বহুত সুভ কামনা থাকিল। তেওঁ যেন থিয়েটাৰৰ পৰা আকৌ বেহাৰবাৰীত আহে তাকে আশা কৰিলো। চাৰ থকা থিয়েটাৰ খন আমাৰ এইপিনে আহিলে চাৰক লগ পাম বুলি আশা থাকিল।

  • @user-qp9ol8ib4o
    @user-qp9ol8ib4o 4 дні тому +1

    পৰিচালক মহোদয় plzzz বেহাৰবাৰি বন্ধ নকৰিব..... sir নাথাকিব দুখ লাগিব সেই দুখ সহি হলে ও বেহাৰবাৰি চাই থাকিম pllzzz কহিনুৰ থিয়েটাৰৰ আখৰা শেষ হোৱা পাছত sir আহিব নিশ্চয় বিশ্বাস আছে plzz sir .....kk mohon হতক পাহৰিব পাৰিছো দুটা মান টকাৰ কাৰণে বেলেগ serial অত সোমাই আছে কিন্তু আপোনাক নোৱাৰিম পাহৰিবলৈ sir Life অত নোৱাৰিম আপোনাক পাহৰিবলৈ 😢 🙏🏼🙏🏼🙏🏼 পাঠশালাত আপোনাক লগ পাম আখৰাত আশা থাকিল
    Love from pathsala বাক্সা

  • @BhirobKoch
    @BhirobKoch 4 дні тому +1

    কোনে কোনে si sr বিদেই দিব বিচৰা like kora ❤😢😢❤

  • @user-wj8pn5wg6s
    @user-wj8pn5wg6s 5 днів тому +29

    বেহৰবাৰি আজিৰ পৰা নাচাও আৰু কাৰণ rakeksok গালি দিবলে sir এই নাথাকিব .....😢😢😢💔💔💔sir ৰ ঠাই কোনে পূৰণ কৰিব ...sir নিচিনা আৰু এজন এনেকুৱা sir বিচাৰি পাব জানো 😢😢😢😭💔💔

  • @user-hl7kb7bf5d
    @user-hl7kb7bf5d 5 днів тому +19

    ইমান কমেডি ছিৰিয়েল খন আজি সম্পূৰ্ণ ট্ৰেজেডী । ভাল লাগিল।ৰাকেশৰ অভিনয় পাৰফেক্ট। বাকী সকলৰো সুন্দৰ অভিনয়।

  • @Pankaj_Prateem
    @Pankaj_Prateem 5 днів тому +1

    অভিনয়ৰ দ্বাৰা যে সকলোৱে সঁচাকৈ কান্দিছে সেয়া গম পোৱা গৈছে,,, চবতকৈ বেছি ৰাকেশ 😊 সঁচাই দুখ লাগিল, যেতিয়া হঠাৎ লগ পোৱা মানুহো অভ্যাস হৈ পৰে তেতিয়া বেলেগ মানুহো বহুত আপোন হৈ পৰে যাৰ অবিহনে চলিব টান হৈ পৰে ❤️

  • @aruntaye3061
    @aruntaye3061 4 дні тому +1

    Beharbari team লৈ অনুৰোধ ৰাইজে বেয়া পোৱা কাম যেন নকৰে।নহলে ৰাইজৰ beharbari চোৱাৰ হেঁপাহ নাইকীয়া হৈ যাব।
    কিয়নো ৰাইজে ভাল পোৱা এটা এটা ভাল চৰিত্ৰ নাইকীয়া হৈ গৈছে।যিটো ৰাইজে নিবিচাৰে।

  • @lambithazarika0129
    @lambithazarika0129 5 днів тому +22

    এনেকৈ দুখ নলগাব অনুগ্ৰহ কৰি।। বেহাৰবাৰীয়ে আমাক সদাই হাঁ‌হিৰ মাজত ৰাখক সেয়াহে বিচাৰো।। দুখলগাবোৰে জীৱনটো বিষাদময় কৰিলে, বেহাৰবাৰীয়ে হাঁ‌হিটো ধৰি ৰাখক।।

  • @MukundaChutia-to3vr
    @MukundaChutia-to3vr 5 днів тому +17

    বেহাৰবাৰী এখন ছিৰিয়েলৰ লগতে অসমৰ মানুহৰ আবেগ। ধেমালিৰ চলেৰে সঁচা কথা বোৰ কৈ সকলোৰে মনত হাঁহিৰ খুৰাক জগাইছিল। কিন্তু আজি কেইটামান খণ্ডৰ পৰা সকলোৰে অন্তৰত দুখৰ হে অনুভৱ হৈ আছে 😢

  • @snsvlogs6023
    @snsvlogs6023 5 днів тому +1

    ধাৰাবাহিক খনৰ বহুত ভিতৰলৈ সোমাই গলো যোৱা দুটা খণ্ড চাইছোঁ আৰু চকুলোঁ তুকিছো কি হৈছে মানে এইবোৰ অভিনয় হে নে সচায়ে মই একো তলা মুধা পোৱা নাই মাত্ৰ বহুত বেছি বেয়া লাগিছে দুখ লাগিছে 😭😭

  • @rinkuphukan9427
    @rinkuphukan9427 5 днів тому +1

    Thanks Beharbari Outpost Team..... আজি সঁচাই বহুত ভাল লাগিল চাই

  • @AnupamAxom12
    @AnupamAxom12 5 днів тому +15

    আৰু দুজন ব্যক্তি গল আমাৰ মৰমৰ বেহাৰবাৰী ৰ পৰা❤❤❤❤
    Miss u

  • @user-ct2kv3qn1l
    @user-ct2kv3qn1l 5 днів тому +11

    কৃষ্ণ বাপ নমষ্কাৰ বেহাৰবাৰী আউটপোষ্ট ।মোৰ জীৱনলৈ এনেদৰে এটা সচা ঘটনা মনত পেলাই দিলে।সকলোকে মোৰ হিয়াভৰা সেৱা শ্ৰদ্ধা জনাইছো।কৃষ্ণ 🙏

  • @Himangshu..555
    @Himangshu..555 5 днів тому +1

    Sir, bhut miss krim aponak,,,,bhut val paisilo babe mnr pora pahrba para naii...aponi ji xidhanta loise , val vabie loise, 😢 kin2 sir aponk bhut val pao, acting khob val lage,,, theatre ses hle akou ahib ghuri....❤

  • @arindam5142
    @arindam5142 5 днів тому +1

    সকলোতকৈ বেছি দুখ লগা episode এইটো সদায় হাঁহি থকোৱা মানুহ যে কন্দুয়ালে বহুত দুখ লাগে 😢😢😢😢😢😢😢😢😢 হাঁহি থকা মানুহ যে কান্দিব নেপাই 😢😢😢😢😢😢😢😢😢😢😢

  • @bastab_dewri_00_
    @bastab_dewri_00_ 5 днів тому +75

    মোৰ দৰে কোনে কোনে behabari outpost চাই ভাল পোৱা like kora..

    • @rupshanmotivator6084
      @rupshanmotivator6084 5 днів тому

      @@bastab_dewri_00_ bht vl pao kintu aji bht dukh palu si sir aru nai ajir pora aru nasao

  • @debasarma8282
    @debasarma8282 5 днів тому +11

    নিজৰ প্ৰিয় মানুহ জীৱনৰ পৰা আঁতৰি যোৱা যেন লাগিছে।

  • @pujapanyang3111
    @pujapanyang3111 3 дні тому +1

    জৱা বাইদেউ লৈ বহুত বেয়া লাগিল 😢😢😢😢❤❤❤❤❤

  • @ImranAli-ns1yc
    @ImranAli-ns1yc 2 дні тому

    এনেদৰে আপোন মানুহবোৰ হেৰাই যায় জীৱনৰ পৰা 😢😢2016 চনৰ পৰা চাই থকা এখন ধাৰাবাহিক Miss you ...SI SIR KK MOHEN

  • @ExamguruEduspray33
    @ExamguruEduspray33 5 днів тому +12

    থিয়েটাৰ শেষ হলেই আকৌ আহিব বুলি আশা ৰাখিলোঁ।।আপোনাৰ অভিনয় জগতত আগুৱাই যাওঁক তাৰেই কামনা কৰিলোঁ।।।।লগতে আমাৰ আশা বোৰক জীৱিত ৰাখিবলৈ আকৌ ঘূৰি আহিবলৈ আপোনাক অনুৰোধ জনালোঁ।

  • @Abhiminimovement
    @Abhiminimovement 5 днів тому +9

    lets vote for old beharbari outpost❤😢

  • @Sourav.vlog___
    @Sourav.vlog___ 4 дні тому

    Aii 3 ta episode Sai kar kar soku Pani ulaisa 😢😢😢😢 mur tu ulaise aru jar jar ulai se 1 ta 1 ta like kori deba

  • @harikantagogoi9246
    @harikantagogoi9246 4 дні тому +1

    Beharbari utpost poa manu bilak atori gole bea lage bhut miss korim sark

  • @anujgogoi4586
    @anujgogoi4586 5 днів тому +66

    Si sir juwa karona kuna kuna kandisa like kora❤🎉😢😮😊

    • @ankumonisahariah9192
      @ankumonisahariah9192 5 днів тому +3

      Nasao ajir pora....val loga xokolu gole beharbarir pora....tate aku xomoitu change hol...agote 10.30 sabo parisilu...atiya 11 ta

    • @rupshanmotivator6084
      @rupshanmotivator6084 5 днів тому

      @@anujgogoi4586 nasao ajir pora. Bht kandilu

  • @mintunath9670
    @mintunath9670 5 днів тому +8

    সকলোকে কন্দুৱাই দিছে। এয়া আবেগ,বেহৰবাৰী আউট পোষ্ট ৰ প্ৰতি থকা মৰম। বেহৰবাৰী আউট পোষ্ট দৰে কহিনুৰ থিয়েটাৰ ত অভিনয় ৰে সকলো ৰে মনত জিলিকি থাকক ❤️। বহুত বহুত মৰম আৰু শুভ কামনা আপোনালৈ🎉🎉

  • @rb___zone___7790
    @rb___zone___7790 4 дні тому +1

    Kali r aito episode sai bhat khai thakote soku pani olai gol... 2019 r pora 2024 loi k daily saisilo bhat khowa r time t but aji r pora seto monuronjon lobo nowarim bohut a baya lagile 😔😔 💔

  • @parthamixarsassam6762
    @parthamixarsassam6762 4 дні тому

    বেহাৰবাৰীৰ আটাইতকৈ দুখ লগা মূহুৰ্ত চাৰৰ বিদায় মূহুৰ্ত। তাতে চাৰৰ দেউতাৰ মৃত্যু ।সঁচাই বহুত মিছ কৰিম চাৰক। বহুত কান্দিলো

  • @anannyachutia592
    @anannyachutia592 5 днів тому +17

    বেহাৰবাৰী আজি বৰ দুখ লাগিল 😭😭

  • @MinhajAli-cj5ty
    @MinhajAli-cj5ty 5 днів тому +22

    Kk aru mohan gosi jowat eman beya lga nasil aji si sir jowat jiman beya lagese xoklore atiya aru agr beharbari nai vl nlga hb sir jowar pra

  • @muktinathmoran4157
    @muktinathmoran4157 4 дні тому +1

    Beharbari pothom pora aji loike Sai ahisu kintu aji bohut bohut beya lagil😢😢😢😢😢bujabo nuwara hodai hahi thoka ciriyel aji dukh palu চাবলৈ মন নোযোৱা হল আৰু আজি পৰা kk gol mohon gol sir goise ki Sam aru aji pora 😢😢😢😢😢

  • @factzhere81
    @factzhere81 5 днів тому

    POV: কোনে কাক বিদায় জনাব পাৰে হৃদয়ত যাৰ লিখা থাকে সঠিক ঠিকনা।❤

  • @user-kd9rh8mf7h
    @user-kd9rh8mf7h 5 днів тому +45

    আজিৰ পৰা বেহাৰ বাৰি আউট পোষ্টক চকু পানীৰে বিদায় জনালোঁ।একো ধাৰাবাহিক মই নাচাইছিলো। কিন্তু এই ধাৰাবাহিকখন মন মগজুত গভীৰ প্ৰভাৱ পেলায়ছিল ।কে কে-মহন যোৱাৰ পিছতেই যেতিয়া কহিনুৰ থিয়েটাৰত প্ৰীতম চাৰ যাব বুলি শুনিবলৈ পাইছিলো যেতিয়াই মই এটা মন্তব্য দিছিলোঁ এই ধাৰাবাহিকখনৰ জনপ্ৰিয়তা আৰু দীঘলীয়া নহ'ব বুলি। ধাৰাবাহিকখন চলি থাকক আৰু প্ৰীতম চাৰৰ কহিনুৰ থিয়েটাৰত এই নাট্যবৰ্ষত সফল হওক, তাৰেই কামনাৰে বিদায় জনালোঁ।

  • @pabitraborah632
    @pabitraborah632 5 днів тому +9

    সঁচাই SI চাৰক বহুত ভাল পাইছিলো। ভালে থাকিব সদায় ❤️❤️❤️❤️❤️ আজিৰ পৰা behorbari নাচাও আৰু। আজি পৰ্যন্ত কামৰ পৰা আহি গা ধুই ভাত খাই যদি behorbari নাচাও টোপনিয়েই অহা নাছিল কিন্তু আজিৰ পৰা 😢😢😢😢😢

  • @user-px3xb7sh4t
    @user-px3xb7sh4t 4 дні тому

    সঁচাকৈ দেই ভগবানৰ কি যে বিচাৰ 😭😭😭 যাৰ যেতিয়া যি লিখা আছে ভাগ্যত সেইয়া হবই। এফালে কতব্য আৰু আনফালে .... এইয়াই জীৱন 🙏🙏🙏🙏

  • @rupjyotihaloi3706
    @rupjyotihaloi3706 2 дні тому

    থিয়েটাৰ শেষ কৰি পুৰনৰ ঘুৰি আহিব লাগিব না নালাগে লাগিলে like কৰোক 👍👍👍

  • @sampritigogoi1366
    @sampritigogoi1366 5 днів тому +10

    কোনে কাক বিদায় জনাব পাৰে,হৃদয়ত যাৰ লিখা থাকে সঠিক ঠিকনা😌

  • @parthachangmai11
    @parthachangmai11 5 днів тому +9

    SI ছাৰৰ আগন্তুক ভ্ৰাম্যমাণ যাত্ৰাৰ বাবে সুভ কামনা জনালোঁ। আমি আপোনাক মিচ কৰিম

  • @lekhankhanikar564
    @lekhankhanikar564 3 дні тому +1

    S.I. sir r bidai tu bahut val lagil . K.K. sir r dore je mone mone nogol.

  • @lolitchbora2280
    @lolitchbora2280 4 дні тому +1

    ছাৰ আপোনি আগবাড়ি জাওক বহোদোৰ 🎉

  • @balabhadranath721
    @balabhadranath721 5 днів тому +8

    সুন্দৰ সামৰণি S I চাৰ আৰু জবাৰ মিলন কৰি দিহে বিদায় মাগিলে ধন্যবাদ।

  • @sumankalita7032
    @sumankalita7032 5 днів тому +6

    নিজৰ দুখত দুখী নহৈ আই অসমীৰ সুৰক্ষাৰ হকে নিজৰ জীৱন উচ্চৰ্গা কৰা প্ৰতিগৰাকী অসম পুলিচলৈ জনাইছো মোৰ হৃদয়ৰ গভীৰ শ্ৰদ্ধা । জয় আই অসম 🙏🙏

  • @PurnaDeka-hk5wk
    @PurnaDeka-hk5wk 4 дні тому

    প্ৰিতম ছাৰ থিয়েটাৰত যাব । থিয়েটাৰ শেষ হলে আকৌ আহিব । বেহাৰবাৰীত সকলো এদিন ঘুৰি আহিব । সেইদিনলৈ বেহাৰবাৰী চলি থাকিলে হ'ল । বেহাৰবাৰীৰ দীৰ্ঘায়ু কামনা কৰিলো ।

  • @akashvaii2.087
    @akashvaii2.087 4 дні тому

    এয়াই সত্য,বাস্তৱ জীৱনৰ জীয়া কাহিনী,এয়াই দায়িত্ববোধ🙂,miss korim SI Sirok.😔