Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3011 || 06.07.2024 ||

Поділитися
Вставка
  • Опубліковано 5 лип 2024
  • BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
    Facebook: / rengonitv
    Instagram: / rengoni.tv
    Website: rengonitv.com/
    #rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo
  • Розваги

КОМЕНТАРІ • 908

  • @lakhimonigogoipuja2109
    @lakhimonigogoipuja2109 5 днів тому +589

    প্ৰীতম ছাৰ অতি সোনকালে ঘূৰি অহাটো আমি সকলোৱে কামনা কৰিছো।।

  • @PiyatomBoruah
    @PiyatomBoruah 5 днів тому +348

    কোনে কোনে beharbari চাই এই কেইদিন কন্দিছা like কৰা ❤😢

  • @mrmoon071
    @mrmoon071 6 днів тому +796

    Si ছাৰৰ লগতে দেউতাকো কোনে কোনে miss কৰিবা like কৰা👍👍👍

    • @PutulSaikia-kj7ff
      @PutulSaikia-kj7ff 5 днів тому +7

      Hobode

    • @pranjoldutta7038
      @pranjoldutta7038 5 днів тому +8

      তেখেতৰ অভিনয় বহুত সুন্দৰ ❤️ এজন অভিজ্ঞ পিতৃ।

    • @NonBody-j8x
      @NonBody-j8x 5 днів тому +3

      Moi naloru

    • @user-rg3fd5nc7k
      @user-rg3fd5nc7k 5 днів тому +6

      মানুহ বোৰ গৈ গৈ বেহাৰবাৰী খন ছোন কিবাহে হ'ল গৈ

    • @bhairabmadhukayla5237
      @bhairabmadhukayla5237 5 днів тому +2

      Mur dautar doray asil

  • @samujwalsvlogs4385
    @samujwalsvlogs4385 5 днів тому +302

    বেহাৰবাৰী চাই প্ৰথমবাৰৰ বাবে যোৱাকালি চকুলো টুকিছিলো৷ সঁচাই এজন দক্ষ অভিনেতা আঁতৰি যোৱাত বৰ দুখ পালোঁ৷ বাকী তেওঁৰ থিয়েটাৰৰ যাত্ৰা সুন্দৰ হওক, তাৰে কামনা কৰিলোঁ৷
    বেহাৰবাৰী যোৱা 9 টাকৈ বছৰ ধৰি অবিৰতভাৱে চাই আহিছোঁ আৰু চাই যাম❤❤❤❤

    • @anannya8486
      @anannya8486 5 днів тому +2

      😢

    • @ChristapharKisku
      @ChristapharKisku 5 днів тому +4

      মোৰো চকু পানী পৰিল 😢

    • @HimantaNeog-bo1sz
      @HimantaNeog-bo1sz 4 дні тому

      অ থিয়েটাৰলৈ যায়। আপোনাৰ জড়িয়তে তেওঁক অভিনন্দন জনালোঁ।

  • @MainaBora-zo2ey
    @MainaBora-zo2ey 6 днів тому +400

    ❤️❤️SI ছাৰ চিৰ দিন থাকিবলৈ like কৰা । আৰু❤️❤️ I miss you SI ছাৰ family বুলি comment কৰা।❤️❤️❤️❤️
    🙏🙏🙏

  • @biswajitdas7392
    @biswajitdas7392 5 днів тому +293

    Beharbari বাবে কোনে কোনে অপেক্ষা কৰি আছে । Si ছাৰক ভালপোৱা সকলে LIKE কৰা।👍

  • @PiyatomBoruah
    @PiyatomBoruah 5 днів тому +121

    SI ছাৰ সোনকালে ঘূৰি অহাটো কোনে কোনে বিচাৰিছে like kora😢

  • @SANJIB_1M2772
    @SANJIB_1M2772 6 днів тому +220

    কোনে কোনে ইয়াৰ আগৰ তিনিটা episode কেইটাত চকুপানী টোকিছিলা 😢😢 ?!? Like kora। 👍👍👍👍👍

  • @junmonikurmi1834
    @junmonikurmi1834 5 днів тому +122

    এজন এজন কে পূৰণা মানুহ বোৰ চবেই গৈছে এতিয়া মাত্ৰ তৰা বা হে আছে
    বেহৰবাৰী খন চাই বহুত ভাল লাগিছিল এতিয়া আৰু নাচাও ভাল লগা মানুহবোৰে নাই😢
    পৰিচালক মহোদয় আপোনাক অনুৰোধ জনাইছো আগৰ মানুহবোৰক যেন আকৌ ঘুৰাই দিয়ে যেন🙏🏻

    • @digantagogoi8446
      @digantagogoi8446 5 днів тому +2

      তৰা নহয় কমল আৰু ৰাকেশ আছে।

    • @Maya-923
      @Maya-923 5 днів тому +1

      Hoi hoi anibo lage agor manuh bur

    • @BijitGogoi-hn2dr
      @BijitGogoi-hn2dr 5 днів тому

      Aru moni bow

    • @Hridaya123
      @Hridaya123 2 дні тому

      লুতুকন তৰা ৰাকেশ কমল মণি বৌ

  • @ParamBorodoloi
    @ParamBorodoloi 5 днів тому +28

    লুটো আৰু ৰাকেশ থকালৈ বেহাৰবাৰী চাই যাম । বেহাৰবাৰী নেচালে দিনটো আধৰুৱা যেন লাগে । ❤❤❤❤❤

  • @mrmoon071
    @mrmoon071 6 днів тому +158

    Si ছাৰক কোনে কোনে বহুত বেছি ভাল পোৱা like কৰা 👍
    Miss u si ছাৰ😢

    • @user-pb6is1uq5e
      @user-pb6is1uq5e 5 днів тому +1

      Miss krim Sl sir😢😢😢

    • @user-yu8kl5qs2x
      @user-yu8kl5qs2x 5 днів тому +1

      মই ভাল পাওঁ❤😢

    • @jitumonidas5455
      @jitumonidas5455 5 днів тому

      Jaldi si sir ahibo lge....nhole aikhn nsaw aru sabo bad dibo lgibo....

    • @sukanyabora9061
      @sukanyabora9061 5 днів тому

      Miss korim bohut SI sir 😢😢😢😢

  • @IZZ_RISHE
    @IZZ_RISHE 5 днів тому +20

    Si sir nuhua babe kar baya lagise like kora

  • @mubidulhussain2523
    @mubidulhussain2523 5 днів тому +20

    হে ভগৱান জবা বাইদেউ আপোনাৰ দেউতাৰ আত্মাই শান্তি পাওক

  • @mrmoon071
    @mrmoon071 6 днів тому +130

    Beharbari বাবে কোনে কোনে অপেক্ষা কৰি থাকে like কৰা 👍👍👍

    • @DeoriBhai
      @DeoriBhai 6 днів тому +1

      Agte wait krisilu but aji wait2 durai ktha sableu mn nai...

    • @Anchalingh_4
      @Anchalingh_4 5 днів тому

      ​@@DeoriBhaiAji hekh hbo ni beharbari outpost

  • @LakhyajitBhuyan-nm1cn
    @LakhyajitBhuyan-nm1cn 5 днів тому +20

    Si ছাৰৰ লগতে দেউতাকো কোনে কোনে miss কৰিবা like কৰা😂

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 5 днів тому +12

    এই খন ধাৰাবাহিকে ইমান দিনে আমাক হাহুৱাই আহিছিল কিন্তু আজি দুদিনে কিন্তু বহু জনক কন্দুৱাই দিছে 😢😢😢

  • @user-tu2sw4ob5h
    @user-tu2sw4ob5h 5 днів тому +22

    বেহাৰবাৰি চাই এইকেইদিন কোনে কোনে কান্দিছা লাইক কৰা।👍👍👍

  • @Priyakshi396
    @Priyakshi396 5 днів тому +62

    আজিৰ Episode টো চাই অলপো ভাল নালাগিল৷ থানা খন একেবাৰে খালি খালি লাগিছে৷ 😭😭😭কাৰণ ভাল মানুহ জনেই নাই si sir বহুত miss korisu sirk আজিৰ পৰা বেহাৰবাৰী চাই ভাল নালাগে ৷ নাচাও sir নহালৈকে৷ আৰু কোনে কোনে নাচাই আজিৰ পৰা very very miss you si sir😭😭😭😭

  • @pranjoldutta7038
    @pranjoldutta7038 5 днів тому +13

    Sl sir or দেউতাকৰ অভিনয় সঁচাকৈয়ে 🥰 ইমান সুন্দৰ হৈছিলে্ , তেখেতৰ অভিনয় এজন প্ৰকৃত পিতৃ এজন আদৰ্শ শিক্ষকৰ জীৱন দেখা পাইছিলো ❤

  • @sushmitadeka973
    @sushmitadeka973 5 днів тому +40

    সছা সছা লাগে ঘটনাতো।সছা বুলি আমি দুই পৰিয়ালে বহুত কান্দিলো। বহুত দিনৰ মূৰত ভাল অসমীয়া চিৰিয়েল এখন চাই বহুত মনত দুখ লগাই কান্দি দিলো।আৰু আগুৱাই জাওক আশা কৰো আগলৈ এনেকোৱা ভাল চিন চাই যাতে কান্দিব পাৰো। By by by

  • @PabitraSaikia-hp5yf
    @PabitraSaikia-hp5yf 5 днів тому +92

    Bhut dukh lagise last episode t 😢😭 Kandi ye dilu , aru Kune kune Kandisa like koraaa 😭😭😭😭❤️❤️❤️❤️

  • @user-vb4zd5hx1n
    @user-vb4zd5hx1n 5 днів тому +8

    Si sir যেন আকৌ BOP family লৈ আকৌ ঘূৰি অহাৰ কামনা কৰিছোঁ ❤ জবা বাইদেউ লগত যাতে বিয়াখন সোনকালে হৈ যায় ❤

  • @DebajitMili-tw2nc
    @DebajitMili-tw2nc 5 днів тому +10

    Si ছাৰৰ লগতে দেউতাকো কোনে কোনে miss কৰিবা likeকৰা😢😢🙏🙏

  • @lakhimonigogoipuja2109
    @lakhimonigogoipuja2109 5 днів тому +82

    পুৰণি অভিনেতা সকল গৈ গৈ বেহাৰবাৰী খন শেষ কৰো বুলি ভাবিছে নেকি😢😢।।

  • @arindamhaloi1313
    @arindamhaloi1313 5 днів тому +8

    অনুগ্ৰহ কৰি মনত ৰাখিব যে এইখন খুহুতীয়া চিৰিয়েল আছিল। চিৰিয়েল খনৰ মুখ্য উদ্দেশ্য টোৰ পৰা আতৰি নাযাব।

  • @rajutaidofficial4
    @rajutaidofficial4 5 днів тому +26

    জৱা বাইদেউৰ দুখ কষ্টক দেখি কোনে কোনে বেয়া লাগিছে like কৰা😢😢😢😢miss you si sir😭😭😭😭

  • @MHRicky2221
    @MHRicky2221 5 днів тому +6

    আগৰ মানুহ বোৰক আকৌ উভতাই আনিবলৈ অনুৰোধ জনালোঁ।।🙏

  • @monojbastab5117
    @monojbastab5117 5 днів тому +8

    SI sir গুছি গলত বহুত দুখ লাগিল , kk Mohan যাওঁতে ইমান দুখ লগা নাছিল

  • @bornalimahanta5329
    @bornalimahanta5329 5 днів тому +8

    বহুত ভাল লগা প্ৰিতম দা গুচিযোৱাত চকুলো তুকিলো এতিয়া পুৰনা সকলোকে পুনৰ বেহাৰবাৰিত দেখা পালে চাই ভাল লাগিব ।

  • @allfunctionchannel1262
    @allfunctionchannel1262 5 днів тому +6

    Kune kune purona episode bur chai thakiba 😢❤😅😊

  • @Samiksha_Gogoi
    @Samiksha_Gogoi 5 днів тому +4

    এফালে আবেগ আনফালে দায়িত্ব..... আবেগবোৰ নিয়ন্ত্ৰণ কৰি দায়িত্বত আগবাঢ়ি যোৱাটোৱে হয়টো জীৱন।❤

  • @JagatTaid
    @JagatTaid 5 днів тому +28

    si ছাৰৰ অভিনয় সচাকৈ বহুত ভাল লাগিছিল

  • @kaberikashyap835
    @kaberikashyap835 5 днів тому +6

    2016,17,18,19 aikeita bosorot beharbari khn sai besi vl lgisil. Sb natural asil , atya aku vl nlge, besi koribo jua nisina lge

  • @Dijeshgogoi
    @Dijeshgogoi 5 днів тому +8

    বহুত বহুত জ্ঞানৰ অধিকাৰী ইস্ক্ৰীপ ৰাইটাৰ আৰু পৰিচালক মোহোদয়

  • @DulumoniGogou
    @DulumoniGogou 5 днів тому +20

    জৱা বাইদেউ আৰু si sir ক কোনে কোনে ভাল পাই like কৰা ♥️🌹😍

  • @anilkumardas8454
    @anilkumardas8454 5 днів тому +4

    Kk sir আৰু Muhon যাওঁতে যিমান
    দুগ লাগিছিল তাতকৈ বেছি দুখ লাগিল Si sir যাওঁতে 😢।।

  • @TanuramthengalBabathengal
    @TanuramthengalBabathengal 5 днів тому +24

    Si sir ঘূৰি আহাটো কোনে কোনে বিছাৰে like korok❤❤ I miss you si sir 😔😔

  • @cultureofassam208
    @cultureofassam208 5 днів тому +6

    আজিলৈ কাৰোৰ বাবে এনেকৈ কান্দি পোৱা নাছিলো যিমান প্ৰীতম ছাৰৰ বাবে কান্দি দিছোঁ🥹 কেকে দা মোহন যাওঁতেও ইমান দুখ কৰা নাছিলোঁ।পৰিচালক মহোদয়লৈ এটি আহ্বান এনেকৈ হলে বেহাৰ বাৰি ইমানতে সমাপ্ত হব।এজন এজন কৈ বহু কেইজনে গুচি গল।কিবা এটা কৰক 🙏🥹

  • @paddakantaBorah-nd5vb
    @paddakantaBorah-nd5vb 5 днів тому +12

    জৱা তোমাৰ অভিনয় অতি সুন্দৰ। লগতে তৰা আৰু মনিও

  • @nityanandaray5222
    @nityanandaray5222 5 днів тому +6

    প্ৰিতমদাক ভ্ৰাম্যমাণলৈ স্বাগতম৷

  • @Bikashsewali
    @Bikashsewali 5 днів тому +4

    প্ৰীতম ছাৰ অতি সোনকালে ঘুৰি অহা টো বিচাৰোঁ 😢😢 দেউতাক আৰু ছাৰক বহুত miss কৰিম আৰু কোনে কোনে কৰিব miss please like কৰক

  • @All_rounder_gaming458
    @All_rounder_gaming458 5 днів тому +14

    Kk da nai mohon nai si sir nahi ekhon bondho hobor time hol atia Rakesh a je ase val logar vitorot 😢

  • @anujgogoi4586
    @anujgogoi4586 5 днів тому +34

    Beharbari khon sai aagota haheselu eatera kadebo loga hoi sa aru ka ka sai dukh lagisa like kora😢😢😢😢😢😢😢😢😢😢

  • @AjantaDeka-q6k
    @AjantaDeka-q6k 5 днів тому +6

    গুৱাহাটীত পানী এ পানী এ ফালে দোষ লগা কাহিনী 😢😢 কত জাম কত কি কৰিম কবো এ পৰা নাই দে

  • @Priyakshi490
    @Priyakshi490 5 днів тому +48

    I didn't like todays episode the police station looks complitly empty . Because there is no good person si sir very very miss you si sir😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @bhaskarjuotihandique1049
    @bhaskarjuotihandique1049 5 днів тому +10

    Miss you sir 😭😭😭

  • @hemantadas8591
    @hemantadas8591 5 днів тому +2

    প্ৰীতম ছাৰ অতি সুনকালে ঘুৰি অহাতো বিচাৰু😢😢😢😢😢😢আজি পৰা মোই নাচাও বেহাৰ বাৰি😢😢😢😢my Miss you

  • @RMR77
    @RMR77 5 днів тому +10

    Anekoi Jodi manubur Jai thake bor dukh lage o 😢😢😢

  • @Lucky_mahanta
    @Lucky_mahanta 5 днів тому +7

    মনিৰ চাকৰি টো কি হল চাহৰ দোকানত লাগিল যে

  • @smitabaruahtamang
    @smitabaruahtamang 5 днів тому +4

    বৰ। দুখ লাগিল নজনাকে চকু পানী ওলায় আহিল অ কিয় জানো si চাৰক যেন গুৰি আহে

  • @DipankarBhattacharya-qz4bv
    @DipankarBhattacharya-qz4bv 5 днів тому +8

    Kune Kune pritom sirok miss korisa

  • @Sayanika990
    @Sayanika990 3 дні тому +2

    এফালে দেউতাৰ মৃত্যু আনফালে চাৰৰ বিদাই ভাল নলগা হল আগৰ খণ্ড কেইটাত বহুত কান্দিলো আগৰ সকলো মানুহ যাতে beharbari outoost লৈ ঘূৰি আহে আৰু লগতে si চাৰৰো ঘূৰি আহে যেন তাৰে কামনা কৰিলো আৰু লগতে দেউতাৰ আত্মাই যাতে চিৰসান্তি লাভ কৰক।😭❤️🩹

  • @elichetia6378
    @elichetia6378 5 днів тому +36

    Si চাৰক পুনৰ ঘূৰি আহিবলৈ like এটা কৰিব।

    • @dg86e9
      @dg86e9 5 днів тому +2

      Si Sir a aibaror pora theatre ot thakibo kohinur ❤

    • @elichetia6378
      @elichetia6378 5 днів тому

      @@dg86e9 তাকে হে চাৰৰ ঠাই কোনোৱে পূৰাবলৈ নোৱাৰিব।

  • @Dimpol142
    @Dimpol142 5 днів тому +16

    By By বেহাৰবাৰী Outpost.😔🙂SI Sir গ'ল যেতিয়া আজিৰ পৰা বেহাৰবাৰী Outpost এৰিলোঁ ।😢😢Miss you all❤☺️

  • @RitaGogoi-nt7js
    @RitaGogoi-nt7js 5 днів тому +1

    Si siro babe atta like kora hokoluwe

  • @bijitkhakhlary9860
    @bijitkhakhlary9860 5 днів тому +3

    Rakesh da and Lutu 😂❤

  • @KamakhyaDas-xi7fx
    @KamakhyaDas-xi7fx 5 днів тому +3

    Thanudat jab nidiba ❤❤❤behar barikhan ses hoba nalage

  • @dipankarlahanlahan5441
    @dipankarlahanlahan5441 5 днів тому +3

    কথাটো মানি ল'ব পৰা নাই।ইমান ভাল দিন বোৰ কেনেকুৱা হৈ গ'ল।

  • @user-fx2xq8mx9j
    @user-fx2xq8mx9j 5 днів тому +2

    অভিনয় যদিও সত্য ঘটনাৰ দৰেঅনুভৱ কৰিছো৷ যেন মোৰ ঘৰতেই সংঘঠিত হৈছে ৷ সছাই লুত্‌ক বাগৰি আহিছে কব নোৱাৰ ৷ কুলা কুশলী সকলোললৈকে ধন্যবাদ যাছিলো৷

  • @MBM-v7k
    @MBM-v7k 5 днів тому +4

    দেউতাকক মাৰিলে,SI চাৰক বদলি কৰিলে, বাইদেউক Police বিনাই দিয়ক।

  • @LovelyMoose-hy6bw
    @LovelyMoose-hy6bw 5 днів тому +5

    Si sir nai aru ami beharbari saboloi mon nuhuwa hol

  • @digantamili2144
    @digantamili2144 5 днів тому +545

    Mur aji birthday like ta kori diya🙏

    • @MridsmitaDas
      @MridsmitaDas 5 днів тому +21

      Pagol hoi Nike aifala daeutak dukaisu aru koi asa ki tor birthday 🎂

    • @bimolakuli7908
      @bimolakuli7908 5 днів тому +16

      লাইক কৰি দিলো। Social media -ত লিখোঁতে অলপ সাৱধানে লিখিবা। কিয়নো like kori Diya nohoi ,like kori diyok বুলিহে লিখিবা।

    • @akashmili6098
      @akashmili6098 5 днів тому +6

      Kukur kela tumar birthday wish krib nahu

    • @PrasantaBoniya
      @PrasantaBoniya 5 днів тому

      Tur barthday ki koribo Lage ha sapri sala

    • @PrasantaBoniya
      @PrasantaBoniya 5 днів тому +5

      Ah muti diou murot tur

  • @dipaphukan61
    @dipaphukan61 5 днів тому +2

    All time favourite serial 💞💙💞

  • @madhabdas3722
    @madhabdas3722 4 дні тому +2

    আজিকালি বেছি দুখৰ কাহিনী দেখুওৱা হৈছে। আগৰ দৰে হাস্যৰস থকা কাহিনী দেখুওৱা চেষ্টা কৰক। আজিকালি মানুহৰ জীৱনত এনেও দুখ বেছি । হাঁহিব পাহৰি গৈছে। গতিকে অলপ হাঁহিব পৰা কাহিনী দেখুওৱা চেষ্টা কৰক 🙏

  • @anuraagkhaund9191
    @anuraagkhaund9191 5 днів тому +6

    যিয়ে হওক, কিন্তু SI ছাৰৰ স্থানত বিজুলী বৰুৱা জনী নালাগে

  • @RahulCreation14770
    @RahulCreation14770 5 днів тому +3

    Nalbari pai kune sai asa like ❤

  • @AbhijitNath-c6t
    @AbhijitNath-c6t 5 днів тому +1

    Miss you sir 😂😂😂😂😂

  • @sewalisaikia7352
    @sewalisaikia7352 5 днів тому +1

  • @gitanjaligogoi5712
    @gitanjaligogoi5712 5 днів тому +3

    আগতে কমেণ্ট কৰিছিলো জবা আৰু দেউতাক থকিলে চাই ভাল লাগে । কিন্তু চাদৰ দেউতাকক কিয়বা আতৰাই দিলে ।

  • @anantamedhi-wo7uf
    @anantamedhi-wo7uf 6 днів тому +6

    2015 para sa ahesu atea si sar nahla adhrua Jan ha lageba 😢😢😢😢

  • @MrigenHazarika-bl4yi
    @MrigenHazarika-bl4yi 5 днів тому +1

    Beauty bailug aru bosumotari koloi gol aie tu xomyat teulukok dekha pabo lagicil❤❤

  • @samnurali-jl6ty
    @samnurali-jl6ty 5 днів тому +1

    Ajir aii episode tuu aa konduwai dise oo eman din sai aso anekoi edinokonda nasilo i miss you koka

  • @Koushik77807
    @Koushik77807 5 днів тому +3

    বেহাৰবাৰিৰ শেষ দৃশ্য

  • @hemantasarma2122
    @hemantasarma2122 5 днів тому +4

    Pritam dak bohut miss korisu aji

  • @atultalukdar2424
    @atultalukdar2424 5 днів тому +2

    এছ আইৰ বিদায় পৰ্বটো দীঘলীযা আৰু আমনিদায়ক হৈছে

  • @KamakhyaDas-xi7fx
    @KamakhyaDas-xi7fx 5 днів тому +2

    Moi val poya siriyel khan ses hoba nalage ❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @MrXOmpran
    @MrXOmpran 5 днів тому +3

    Kk, mohan আৰু Si চাৰ অক উলিয়াৰ পাচত বেহাৰবাৰি নচলে।

  • @dipjyotivlogs3433
    @dipjyotivlogs3433 5 днів тому +4

    Kk sirk lage aru muhonok aitu timet

  • @pujapanyang3111
    @pujapanyang3111 5 днів тому +2

    জৱা বাইদেউ❤❤❤

  • @trideephujuri6077
    @trideephujuri6077 5 днів тому +2

    বেহাৰবাৰি খন আপোনালোকে বৰিং কৰি পেলালে হাঁহি ধেমালি বোৰ বাদ দি ট্ৰেগেদি কৰি পেলালে । কুমকুম চৰিত্ৰ 2 কি হল নে অলপ জনপ্ৰিয় হোৱা বাবে লাত মাৰিলে ? এনেকৈ আপোনালোকে 10000 এপিছডলৈ কেনেকৈ আগুৱাব ???

  • @anupamdasdas6607
    @anupamdasdas6607 5 днів тому +3

    Kk muhon ulai jawtaw eman dukh loga nai aji bohut mon tu bea lagise 😢😢😢

  • @oxomormusic4453
    @oxomormusic4453 5 днів тому +4

    Kk, aru, mohonok anok joldi

    • @Bd00778
      @Bd00778 5 днів тому

      😂😂😂😂😂

  • @iilakantaneog4996
    @iilakantaneog4996 4 дні тому +1

    Great very nice

  • @RasidulHoque-jx2sv
    @RasidulHoque-jx2sv 5 днів тому +9

    Beharbari t vl vl manuh bilak a jai ase atiya aru ki vl nalage Si sir k bhut miss korim si sir ahile he beharbari sam 😢😢😢😢😢Si sir k vl powa jone lake kora

  • @PiyatomBoruah
    @PiyatomBoruah 5 днів тому +21

    Thanks for 0 like😢

  • @user-xn2gx1dz2e
    @user-xn2gx1dz2e 5 днів тому +2

    Joba baideu god acting❤

  • @RahulSonowal-vp7ln
    @RahulSonowal-vp7ln 3 дні тому +2

    SI ছাৰক বিদায় দি,, আৰু পৰলোকপ্ৰাপ্তি দেউতা জনাৰ দৃশ্যই #শ্ৰোতাক যি আঘাত দিলে,, সেই আঘাতক অলপ সান্ত্বনা দিবলৈ চেষ্টা কৰিব,, পৰিচালক সকল।।।
    সেই বুলি,, #ইউটিবাৰ কৰা যি-টি লোকক যাতে ইয়াত দৰ্শন নকৰাই।।।

  • @JyotismoyHazarika-ih5ld
    @JyotismoyHazarika-ih5ld 5 днів тому +11

    Funny ❌sad✅

  • @Nihal07gamer
    @Nihal07gamer 5 днів тому +3

    Aji Mur birthday ❤

  • @user-pb6is1uq5e
    @user-pb6is1uq5e 5 днів тому +2

    Waiting

  • @ArunSonowal-wh8uz
    @ArunSonowal-wh8uz 4 дні тому +2

    Sir moi natok kormohalar eta chatro apuni ahisil je kali baru abhinoy tu bohut bhal hoise

  • @user-iw2sv9zz1n
    @user-iw2sv9zz1n 5 днів тому +7

    Kuna kuna ai beharbari episode 2 rati 11:30 Sai asa 😊
    Like ata kore diye 👇👇

  • @PrasantaBarman
    @PrasantaBarman 5 днів тому +10

    বহুত পেন পেনীয়া হৈছে ঠিক কৰক দৰ্শক আতৰি যাব, বেহাৰবাৰীৰ আগৰ স্থানত ঘূৰি আহক। ধন্যবাদ

  • @dipaphukan61
    @dipaphukan61 5 днів тому +1

    Good morning all friends 🌄

  • @SmilingAstronomicalModel-nx7mo
    @SmilingAstronomicalModel-nx7mo 5 днів тому +2

    SI sir or deutar atma ru xorir 2tai biyolir brindavan t ase 😂😂

  • @nabanath5362
    @nabanath5362 5 днів тому +6

    Rakesh dar emotional acting basi val laga

  • @PiyatomBoruah
    @PiyatomBoruah 5 днів тому +13

    কোনে কোনে SI ছাৰ চিৰদিনৰ কাৰণে beharbari এৰাটো বিচৰা like kora😢

  • @user-ep7fz2rt9c
    @user-ep7fz2rt9c 5 днів тому +1

    I Miss you si sir

  • @sofiulali5329
    @sofiulali5329 5 днів тому +2

    আজি প্ৰায় সাত বছৰ মান এটা ও খণ্ড নেৰাকৈ চাই আছো। হাহি থকা ধাৰাবাহিক খনে আজি চকু পানী ওলিয়ালে।

  • @pj_gaming437
    @pj_gaming437 5 днів тому +7

    Today msd birthday 0 like

    • @regonao2484
      @regonao2484 4 дні тому

      Happy birthday mahi sir🎉🎉🎂🎂