সন্তান যদি ভাল হয় আৰু নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে সাধনা কৰে লগতে অভিভাৱক সচেতন আৰু দায়িত্ব বোধ সম্পন্ন হয় তেন্তে সফলতা নিশ্চয় আহিব। আগুৱাই যোৱা। শুভেচ্ছা থাকিল। ধন্যবাদ।
Shankardev bhogowan nhoi je teu mongol koribo. Teu u hori, ba raam usrle jua eta joriya he.. amiu Shankar xonghor manuh. Apunalukr nisina manuhr karone aan manuhe amar uporot hahe
Video tu sai bahut val lagil lagate bahut preranamulak aru Lara suwali keita jate akujan val manuh hoi lagate mak deotakar tyagak buji tekhethakalar mukhat jate hanhi biringai take kamana karilu .
You should not judge anything without knowing the background and facts . This person is an employee of the institute and ofcourse he is getting payed for his job, He is doing his job and showing his gratitude towards the institution
এগৰাকী সফল অভিভাৱক সকলোৰে বাবেই শ্ৰদ্ধাৰ ব্যক্তি আৰু মহৎ উদাহৰণ
সন্তান দুটিয়ে ভাল মানুহ হওঁক।পিতৃ-মাতৃৰ প্ৰতি সদায় সচেতন হওঁক।
সুযোগ্য পিতৃৰ সুযোগ্য সন্তান৷ বহোত বহোত শোভকামনা তেখেতৰ পুএ কন্যালৈ❤❤
নিজৰ লৰা ছোৱালী সফলতা লাভত অৰিহণা যোগাৱাৰ বাবে বহুত বহুত ধন্যবাদ।
তেওঁ এগৰাকী তীক্ষ্ণ বুদ্ধি সম্পন্ন লোক আছিল। এওক সুদীৰ্ঘ বহুত বছৰৰ পাছত এখেতক আজি দেখা পালে। এজন ভদ্ৰ মানুহ বুলি সেই সময়ত আলফাৰ মাজতো পৰিচিত আছিল। মনৰ হেঁপাহেৰে হেঁপাহেৰে সুখী হৈ থাকক আজীৱন।❤❤❤❤
আপোনাৰ মনৰ আশা পূৰ্ণ কৰক 🙏 ।ঈশ্বৰে আৰ্শীবাদ কৰক 🙏
সন্তান যদি ভাল হয় আৰু নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে সাধনা কৰে লগতে অভিভাৱক সচেতন আৰু দায়িত্ব বোধ সম্পন্ন হয় তেন্তে সফলতা নিশ্চয় আহিব। আগুৱাই যোৱা। শুভেচ্ছা থাকিল। ধন্যবাদ।
সন্তান দুটিয়ে পিতৃকো অবহেলা কৰিব নেলাগিব
🙏🙏 ভগৱানৰ সু দৃষ্টি ।তেওলোকৰ মনোবল ।
ধন্যবাদ জনাইছো এজন সফল দেউতাক হিচাপে।
Bohut bhal aru daetyashil abhibhabok.thanks.
আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏 পিতৃ হিচাপে আপুনি সন্তান দুটি চিৰ ন্যমস ।❤ লগতে সকলো পিতৃ মাতৃ আপুনি আদৰ্শ।
তেখেতলৈ শ্ৰদ্ধা জনালোঁ লগতে তেখেতৰ দুয়োটি সন্তান সৎ ব্যক্তি হোৱাৰ কামনা কৰিলো।
Like father like son salute Kunal father❤
শুনি ভাল লাগিল, Thanks
নম্বৰ পোৱা লৰা ছোৱালী বছৰে বছৰে বহুত ওলাই কিন্তু অসমখনক মানুহ ৰ কথা হে ভৰা কম
Pita putro jiyori hokoluke salut
সুন্দৰ।
অতি সুন্দৰ পদক্ষেপ। 🙏🙏🙏
Vall lgil sai dada..
Upojukto reporter upojukto parthy🎉🎉🎉🎉
Very nice step as a Father
Bah Udoi da bah, khub bhal lagil apunar ei podkhep khub bhal korise aru apunar enedhirono sinta dharar babei apunak khodai bhal pau aru bhogobanor usorot mur parthona je apunak aru diok aru amar khomaz khonok aru aguwai niat khohayok houk, dhanyawad
Lucky father
সুন্দৰ
God bless both of you ❤
ল'ৰা ছোৱালী দুটা প্ৰথম ভাল মানুহ হয় তাৰ পাছত শিক্ষিএ হয় ।লগতে ভবিষ্যতে পিতৃ-মাতৃ ভাল দৰে যত্ন লয়
চান আৰু আইজনী, আৰু বহুত আগুৱাই যোৱা আৰু খুৰা খুৰীৰ নাম বহোৱা । খুৰাৰ পৰা বহুত মানে দেশ বিদেশৰ কথা জানিব পাৰোঁ আমিও। খুৰাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ
Thanks a lot ,I also thinking that's.
অশোক শৰ্মা দাদাক চিনি পাইছো। এখেত এসময়ত বিপ্লবী সঙ্গঠন আলফাৰ এগৰাকী প্ৰাক্তন সদস্য আছিল। এখেত আলফাৰ বিহপুৰীয়া শাখাৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল। ভূল হোৱা নাই যদি এওঁৰ আলফাৰ নামটো সমুদ্ৰ গগৈ আছিল। এওঁৰ এগৰাকী সতীৰ্থ আছিল অলপতে আলফা আইৰ মৃত্যুদণ্ড পোৱা লক্ষীমপুৰ জিলাৰ সানদহখোৱা নিবাসী লাচিত হাজৰিকা ওৰফে চেলিম ওৰফে এ জেদ শিৰোনাম অসম। পৰিশেষত একালৰ বিপ্লবী অশোক শৰ্মাৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।
God bless both of you.
Good job Mr.Nitumani 👏 👍
ধন্যবাদ , ভাল লাগিল।
Vaal lgil❤
Real educated person
❤❤❤ pravur kripaa drishtee aasey🎉🎉🎉🎉
Val lagil
Val lagil Ashok Dadar khabor janibo Pari. Tekhetor xontan dutir logote, sokoluke vogobane
kuxole rakhok .
খুড়া, শংকৰে আপোনাক মঙ্গল কৰে যেন।
Shankardev bhogowan nhoi je teu mongol koribo. Teu u hori, ba raam usrle jua eta joriya he.. amiu Shankar xonghor manuh. Apunalukr nisina manuhr karone aan manuhe amar uporot hahe
এই দৰে ভাল ভাল বাৰ্তা আশা কৰিলো
Good
Dhunia podokhyep ❤
Val lagil dada
Bohut val khobor . Pitree gorakiloi xewa jonalu
এওঁ বাপেক হ'ল ঠিকে, কিন্তু প্ৰকৃত পিতৃ হ'ল। So thanks
Bor val lagil
Video tu sai bahut val lagil lagate bahut preranamulak aru Lara suwali keita jate akujan val manuh hoi lagate mak deotakar tyagak buji tekhethakalar mukhat jate hanhi biringai take kamana karilu .
Great job ❤
😂😂😂😂😂
দেউতাক সেৱা জনাইছো
Bhal Lagil .
Bhal lagil
God bless them 🙏
Bahut bhal lagil
Great 👍
Bor xundor 👌
bhut val kobor 👏👏
God is good
আৰু আগুৱাই যোৱা কামনা কৰিলো ।
খুব দুখ লাগিল স্কুল কর্তৃপক্ষ ই ছাত্ৰ ছাত্ৰী 2জনৰ দেউতাক ক স্কুলত বিনা পইচাৰে পঢ়ুৱা নাছিল তাৰ বিনিময়ত বুঢ়া মানুহ জনক বিনা পৰিশ্ৰমে খটুৱাব নালাগিছিল যি সময়ত লৰা ছোৱালী 2জন দেশত জিলিকিব তেতিয়া লৰা ছোৱালী কেইটাৰ মনত দুখ নালাগিব নে দেতাই আমাৰ স্কুলৰ ফিজ দিব নোৱাৰি দেউতাই আমাৰ বাবে স্কুলত চাকিদাৰী কৰিছিল
তেখেত বিদ্যালয় খনৰ এজন আদৰণীয় আৰু আদৰ্শৱান ব্যক্তি। বৰ্তমান তেখেতৰ দুয়োগৰাকী সন্তানে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে। বিদ্যালয় তেওঁ আৰু তেখেতৰ সন্তানক লৈ গৌৰৱান্বিত। অনুগ্ৰহ কৰি ভিডিও টো শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। তেখেত বিদ্যালয় খনৰ এজন চাকৰিয়াল ব্যক্তি হে।
আপোনাৰ ইমান বেছি দুখ লাগিছে যদি আপুনি এ তেওঁক কিয় চাকৰি এটা দিব নোৱাৰিলে ?
কথাৰ একো আগ-গুৰি নজনাকে comment কৰা বাবে সমবেদনা 😊
#peace✌️
You should not judge anything without knowing the background and facts . This person is an employee of the institute and ofcourse he is getting payed for his job, He is doing his job and showing his gratitude towards the institution
Jobless মানুহ এজনক চাকৰি এটা দিয়াৰ লগতে তেখেতৰ সন্তানৰ চাকৰি নোহোৱা পৰ্য্যন্ত পঢ়াৰ সম্পূৰ্ণ দায়িত্ব লোৱাটোত যদি আপুনি ভুল দেখিছে তেন্তে নিকেতনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমান কলেজত অধ্যয়নৰত হৈ থকা সন্তান দুটিৰ বাকী পঢ়াৰ দায়িত্ব আপুনিয়েই লৈ লওঁক। তেতিয়া দেউতাকে আৰামত ঘৰতে বহি থাকিব পাৰিব।
আজি সন্তান দুটি যি স্থান আৰু পৰ্যায়ত আছে তাৰ মূলতে স্কুল কতৃপক্ষৰ মহানোভবতাৰ বাবেহে। এতিয়াও বহু বাকী আছে পূৰ্ণতা প্ৰাপ্তিৰ বাবে। গতিকে দেউতাকে কমটিক মহত কৰ্ম ৰূপে লৈ সকলোৰে বাবে মহান আদৰ্শ আৰু দৃষ্টান্ত হ'ব পাৰিছে। দেওতাকৰ সপূন সফল হওঁক আৰু সন্তান দুটিয়েও উপযুক্ত আৰু সু নাগৰিক হৈ দেওতাকক সুখ শান্তিত ৰাখি দেশৰ আৰু মানুহৰ বাবে সত কাম কৰি আদৰ্শবান ব্যক্তি হোৱাৰ আশাৰে
অশোক দাদা ।কেনে আছা ?বহুত দিনৰ পিছত তোমাক দেখি আৰু তোমাৰ পুত্ৰ -কন্যাৰ খবৰে অভিভূত কৰিছে ।মনত আছে নে বাৰু আমাক ?ভগৱানে কুশলে ৰাখক সকলোকে।
Vaal lagil
God is good ❤❤❤
Ha Mohan apoonak shots Koote pronam
Thanks.
সুযোগ্য পিতৃ সুযোগ্য সন্তান ।🙏🙏
ভিডিঅ টোৱে উঠি অহা প্ৰজন্ম ৰ সহায় হব ।
❤️
Good 🎉
Prokit adorkho petri aijonai🙏
Koka. 🙏🙏👍💜🌺🌺🌺🌺
Nice
🙏🏻🙏🏻
Val lagil khura❤
Good post
👍👍👍🙏🙏🙏
😊
খুড়া আপোনালৈ বহুত বেছি শুদ্ধা নিবেদিছো। আপোনাৰ কষ্টৰ আৰু ধৈয্যৰ ফল ভগৱানে দিলে।
🙏🙏🙏🙏🙏🙏🙏
🎉
Pisoloi deotakok jate obohela nokore....
Tarei kamona karilu 🙏🙏🙏
Sontan dutiloi anurudh jibn batr logri cinamakhonr dra nokoriba papa sub
Pitaji ko selut
Eman bhal school aji loi huna power ..naxilu ? Aiekhan school phiboloi kpal lagib ?
Maak aru dewta hadhana lagib bhal lra souwali hbo loi Tetiya bhal fold pai?
jia nhok suka lora sualia vl result kriboi aru private school a suka lora suali bisara.
Eno bamun bur suka thaka
❤H 4:07
Bhaal lagil
🙏🙏🙏
Good
Bhal lagil
🙏🙏🙏
🙏🙏🙏
🙏🙏🙏
🙏🙏🙏
🙏🙏