КОМЕНТАРІ •

  • @pravachutia931
    @pravachutia931 3 місяці тому +217

    ধনী মানুহবোৰে এনেকুৱা লৰাটোক সহায় কৰিলে ভগবানে বহুত আশীৰ্বাদ দিব ।

  • @kanakdeka3308
    @kanakdeka3308 3 місяці тому +114

    বহুত দুখ লাগি গল দেই ,, লৰাজনক যাতে চৰকাৰে সহায় কৰে

  • @user-mf9mf6gm3d
    @user-mf9mf6gm3d 3 місяці тому +31

    ভাইতি তোমাৰ জীৱন সুন্দৰ হওঁক ভগৱানে মঙ্গল কৰক ।

  • @migangcpasung5114
    @migangcpasung5114 3 місяці тому +36

    ভাইটি দলেক ধনেৰে সহায় কৰিব নোৱাৰিলেও আন্তৰিকতাৰে শুভেচ্ছা জনালো। ভগৱানৰ কৃপাত আগলৈ আগুৱাই যাওক এজন সুদক্ষ মানুহ হিচাপে নাম ৰাখক তাৰে কামনা কৰিলোঁ।

  • @rubidangoria8487
    @rubidangoria8487 3 місяці тому +187

    ভাইটি তোমাৰ জীৱনটো উজলি উঠক। ভগৱানৰ ওচৰত শতকোটি প্ৰণাম জনাইছোঁ।

  • @LuitJatiyaBidyalayaLJB
    @LuitJatiyaBidyalayaLJB 3 місяці тому +63

    ভাইটিলৈ আন্তৰিক শুভকামনা জনালোঁ ।ইমান কষ্টেৰে তেওঁ ভাল ফলাফল দেখুৱালে । আগলৈ আৰু আগুৱাই যাওক ।

  • @hemalatachetia3765
    @hemalatachetia3765 3 місяці тому +29

    চৰকাৰে সহায় কৰিব লাগে ।।ধনী মানুহ সকলে সহায় কৰিব। ।
    লৰাটি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ।

  • @ashokdas8961
    @ashokdas8961 3 місяці тому +19

    জীৱন মানেই সংগ্ৰাম , সংগ্ৰাম কৰাৰ সাহস যাৰ আছে তেওঁ জীৱন যুদ্ধত জয়ী হবৈ । ভাইটি তোমাৰ ভৱিষ্যত জীৱন উজ্বল ই নিশ্চিত ।Best of luck & Wish U all the best ..... Actually You are the real HERO ....Thanks

  • @Rukmo9887
    @Rukmo9887 3 місяці тому +26

    ভাইটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। সহায় কৰিম,আপোনালোকেও সহায় কৰক। কাৰণ ভাইটী আজি ছাত্ৰ কালিলৈ দেশৰ,আমাৰ সমাজ সম্পদ।

  • @bilahkonwar5865
    @bilahkonwar5865 3 місяці тому +30

    ভাইটি জনৰ সৰলতাৰ মনৰ কথা শুনি বহুতো ভাল লাগিছে ভগবানে মঙ্গল কৰক

  • @user-td6cd7vb4l
    @user-td6cd7vb4l 3 місяці тому +121

    উৰুক্ষা পজা কেতিয়াও জীৱনত হেঙাৰ হ'ব নোৱাৰে তাৰ প্ৰমাণ এই জন ছাত্ৰ ই দেখুওৱা লে তোমা লৈ বহু ধন্যবাদ থাকিল

    • @RupkantaPathori
      @RupkantaPathori 3 місяці тому +4

      ৰাজনৈতিক দলসমূহে আৰু নেতা পালিনেতা সকল, মিচিং দল সংগঠন বিলাকে সাত পুৰুষলৈ কোটি কোটি টকা ধন ঘটে ।এইবিলাক লৰাক কিয় সহায় কৰিব নোৱাৰে।

    • @RupkantaPathori
      @RupkantaPathori 3 місяці тому +1

      Where is Mising autonomous council .Why the council cannot support such kind of students.

  • @ranjankrray8275
    @ranjankrray8275 3 місяці тому +27

    ভাল লাগিল নেওগ দা
    Salute নেওগ দা এনেকুৱা ভিডিঅ'ৰ বাবে

  • @losermt999
    @losermt999 3 місяці тому +25

    প্ৰকৃত দুখীয়া পৰিয়াল সকলেহে চৰকাৰী আঁচনি নাপায়।।😢😢
    গাওঁৱৰ চৰকাৰৰ লিদাৰসকলে তেখেতৰ ঘৰখন দেখি নাপায় নেকি?? ঘৰখনৰ অবস্থা বেয়া বুলি।।😢😢😢😢

  • @konvlogs2886
    @konvlogs2886 3 місяці тому +83

    দূখ লাগিল। ধন্যবাদ জিতুমণি নেওগ। লগতে ল'ৰা জনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @nirusaikia7631
    @nirusaikia7631 3 місяці тому +17

    আগুৱাই যোৱা, ভগৱান সহায় আছে 🙏 দৰিদ্ৰতা জীৱনৰ হেঙাৰ নহয় ।

  • @Spoliz
    @Spoliz 3 місяці тому +34

    নেদেখাজন তোমাৰ সহায় হওক💗💖

  • @user-bh9nq6rp3n
    @user-bh9nq6rp3n 3 місяці тому +9

    ভাইতি তোমাক শতকোতি প্ৰনাম 🙏👍💯 জনাইছো মাক দেউতাকৰ লগতে তোমাক আন্তৰিক শুভেচ্ছা জনালোঁ

  • @air33-ias53
    @air33-ias53 2 місяці тому +2

    Tumar Bhobisyot bhal houk vaiti... You are an inspiration for the society... God bless you.

  • @user-mb6xt2qr3i
    @user-mb6xt2qr3i 3 місяці тому +9

    এনে মানুহৰ সদায় জয় পৰাজয় বুলি কথাই নাই❤❤❤

  • @NipenHazarika-ny1hr
    @NipenHazarika-ny1hr Місяць тому +1

    ধন্যবাদ জনাইছো ভাইতি বহুত ল'ৰা ছোৱালীয়ে সুবিধা পাই তোমাৰ নিচিনা দেখাৱ পৰা নাই।তোমাক বহুত ধন্যবাদ জনাইছো আশা ৰাখিলোঁ আৰুআগবাহি জোৱা বুলি আশা ৰাখিলোঁ।

  • @khagenburagohain2357
    @khagenburagohain2357 3 місяці тому +26

    ভাইটি দলেক এটা চেলুত জনাইছোঁ আৰু তেওঁৰ সপোন দিঠকত পৈনত হক তাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা।

  • @kamalsaikia7179
    @kamalsaikia7179 Місяць тому +1

    ভগবানক প্রনিপাত জনাইছো তেখেতৰ সপোন বাস্তৱত ৰূপায়িত হওঁক। নতুন প্রজন্মৰ এক আদৰ্শ।

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 3 місяці тому +9

    Vaiti Dole oxamor Real Hero. Oxomor natun prajanmoi vaiti Doler pora onuprerona pabo. Teonor. Vabishyat Uzzol kamona karilu

  • @pratimdevi8759
    @pratimdevi8759 3 місяці тому +7

    ভাইটিৰ অতি সুন্দৰ চিন্তাধাৰা, মাঁকৰ সপোন সাকাৰ হোৱাৰ পথত ,ধন্যবাদ ভাইটি, তোমাৰ সৰলতাত ঈশ্বৰে নিশ্চয় সহায় কৰিব ! আগুৱাই যোৱা I

  • @pratapkalita8894
    @pratapkalita8894 3 місяці тому +6

    তুমি আগবাঢ়ি যোৱা, ভগৱানে তোমাক সহায় কৰিব, লগতে চৰকাৰক অনুৰোধ জনাম যাতে লৰাজনক পঢ়াৰ ক্ষেত্ৰত অলপ সহায় কৰে

  • @nayanjitkonwar2894
    @nayanjitkonwar2894 3 місяці тому +5

    তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ভাইটি।
    চিন্তা নকৰিবা এদিন তুমি ডাঙৰ মানুহ হবা আৰু ভগৱান তোমাৰ সহায়ক হ'ব।
    কেৱল এই ধাৰা অব্যাহত ৰাখা😊❤❤❤❤❤❤❤❤।

  • @punam3691
    @punam3691 3 місяці тому +2

    তোমাৰ ভবিষ্যৎ উজ্জ্বল হওক ভাইটি,মৰম আৰু আশিবাদ থাকিল তোমালৈ লগতে মা লৈ। বহুত দুখ লাগিল তোমাৰ কথাবোৰ শুনি

  • @user-ql5mk4qb2x
    @user-ql5mk4qb2x 3 місяці тому +7

    তোমাৰ উজ্জ্বল ভৱিষ্যত কামনাৰে।ৰৈ নাথাকিৱা আগুৱাই যোৱা।

  • @PankajPegu-jr9ns
    @PankajPegu-jr9ns 3 місяці тому +9

    Baiti Doley প্ৰকৃত Hero

  • @nabajyotiray931
    @nabajyotiray931 3 місяці тому +12

    তোমাৰ ভৱিষ্যত ভাল হক তাৰেই কামনা কৰিলো

  • @jagadishgoswami3494
    @jagadishgoswami3494 3 місяці тому +11

    The real hero 🎉🎉 congratulations.

  • @bikramjitpegu
    @bikramjitpegu 3 місяці тому +5

    ভাইটি দলে বহু ত দুখ লগা কথা 😢😢😢😢😢🙏🙏🙏। আগলৈ এনেকৈ আগোৱাই যায়

  • @smritiborah6778
    @smritiborah6778 3 місяці тому +11

    Loratu a ei boyokhot bohut hapun dekhise bohut motivated lora val lagil,tumar vabishot bahut val habo enekoi sesta kori thaka edin tumi jiliki uthiba ,vaiti

    • @bhabendoley6151
      @bhabendoley6151 3 місяці тому +1

      Eyat joy sree ram kihor?, antorikota dibo lage, aag barhi juwa,kripa korok nedekajone

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 3 місяці тому +13

    ঈশ্বৰৰ ওপৰত বিশ্বাস কৰি সৎকর্মত আগবাঢ়ি গলে কোনো বাধাই ৰাখিব নোৱাৰে। সাৰথি কেৱল মাত্ৰ একাগ্রতা আৰু একাগ্রতা থাকিলে সফল নিশ্চয়ই হব। আগবাঢ়ি যোৱা, আশীর্বাদ থাকিল!!

  • @AnkurDoleyNatureLover
    @AnkurDoleyNatureLover 3 місяці тому +2

    বহুত দুখ লাগিল ভাইতি, ভগৱানে তোমাৰ আশা পূৰণ কৰক 🙏🙏

  • @bontisarmah7541
    @bontisarmah7541 3 місяці тому +17

    হে প্ৰভু এই লৰাটোক চকু খুলি চোৱা চৰকাৰে সহায় কৰিব লাগে

  • @rajapegu7723
    @rajapegu7723 3 місяці тому +3

    ভাইতি তোমালৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

  • @NDoley-yv8mk
    @NDoley-yv8mk 2 місяці тому +2

    Jitumoni neog da anekuwa newsbur raijor majoloi ulai niyok bohutor babe preronadayok hob logote bhaiti Doley aru akbari dauk tar kamonare

  • @user-ct9gh5pr8c
    @user-ct9gh5pr8c 3 місяці тому +8

    চৰকাৰে কিমান সুযোগ দি আছে কিন্ত এনেকুৱা মানুহ বোৰক কিয় ধুকি নাপায় 😢তোমাৰ ভবিষ্যতৰ উজ্জ্বল কামনা কৰিছো

  • @NITUKURMEEMANGE
    @NITUKURMEEMANGE 2 місяці тому +1

    CONGRATULATIONS 🎉🎉🎉 BHAITI BROTHER ।।। আগুৱাই যোৱা জীৱনত 🎉🎉🎉

  • @nandeswartaye805
    @nandeswartaye805 3 місяці тому +2

    বহুত বহুত ভাল লাগিল ধন্যবাদ থাকিল 🌹👍🏼 হৈছে

  • @user-it7qv8sy4c
    @user-it7qv8sy4c 3 місяці тому +8

    ভগবান যদি আছে তেনেহলে এনে মানুহৰ বাবেই আছে বুলি মোৰ বিশ্বাস

  • @darkGamer42028
    @darkGamer42028 3 місяці тому +2

    ভাইট দলেক এটা চেলুত জনাইছোঁ তোমি আগুৱাই যোৱা। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।❤❤❤❤

  • @bitupanrajkhowa6239
    @bitupanrajkhowa6239 2 місяці тому

    বহুত দুখ লাগিল লৰাজনৰ কথাখিনি শুনি।তেওঁ এই বয়সতে যথেষ্ট সংগ্ৰাম কৰিছে।মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া এই ভাইটি টো অলপ কৃপাদৃষ্টি দিয়ক।তেওঁৰ ঘৰখন বনাই দিয়ক আৰু বিজুলী সংযোগ কৰি দিয়ক।আৰু মই ভাবো তেওঁ আগলৈ যি পঢ়িম বুলি ভাবিছে সকলো পঢ়াৰ খৰচ চৰকাৰে বহন কৰিব লাগে।কাৰণ আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত,দেশৰ সম্পদ।আৰু মোৰ বিশ্বাস আছে এই লৰাজনে যদি ভালকৈ পঢ়িবলৈ অলপ সুবিধা পায় এদিন আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিব।ভাইটী তোমাৰ একাউণ্ট নম্বৰ টো দিবাচোন মই যি পাৰোঁ সহায় কৰিম। মোৰ নিজৰে নাই তথাপি যি পাৰোঁ সহায় কৰিম।আমাক যদি ভগৱানে ধন টকা পইচা অলপ দিলে হয়,আমি যদি ধনী মানুহৰ শাৰীত স্বীকৃতি পালো হয় তেতিয়া মই অকলেই এই লোৰাজনৰ পঢ়াৰ দায়িত্ব ললোঁ হয়।কিন্তু কি কৰিবা আমাৰ নিজৰেই ফুটা কপাল।বাকী ৰাইজলৈ মোৰ এটাই অনুৰোধ যি যি এই video টো চাইছে প্ৰত্যেকেই অলপ চলপ পৰিমাণে হলেও লৰাজনক সহায় কৰক।যোনে যিমান পাৰে সহায় কৰক।যদি ১ টকাকৈ এক লাখ মানুহে সহায় কৰে তেতিয়াও এক লাখ টকা হব।গতিকে সকলো আগবাঢ়ি আহক আৰু ভাইটি টোক অলপ সহায় কৰক তেতিয়াহে সি আগবাঢ়ি যাব পাৰিব।

  • @user-qr2su2rf2z
    @user-qr2su2rf2z 2 місяці тому +1

    বহুত দু:খ লাগিছে ঈশ্বৰে লৰাটোক আশীৰ্বাদ দিয়ে যেন তাকে কামনা কৰিলো।

  • @g.t.n.khicirivlog-ec5vu
    @g.t.n.khicirivlog-ec5vu 3 місяці тому +6

    Bohut val lagil Babu tumi aguwai jua God bless you ❤

  • @Tonmoydewri
    @Tonmoydewri 3 місяці тому +5

    অশেষ ধন্যবাদ। CM sir a sohai কৰক।

  • @monalishaduttasaikia3025
    @monalishaduttasaikia3025 3 місяці тому +3

    আৰু আগুৱাই যোৱা ,,, বহুত বহুত শুভেচ্ছা তোমালৈ🎉

  • @user-vx4rj5lu4w
    @user-vx4rj5lu4w 3 місяці тому +2

    মনোবল আৰু বাঢ়ক ।সৰস্বতী আই কণ্ঠত ৰওক 🙏

  • @jayantabora5037
    @jayantabora5037 3 місяці тому +6

    ভাটি তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো

  • @user-re5rn2vj6y
    @user-re5rn2vj6y 3 місяці тому +8

    ভগৱানে তেওঁক ভাল মানুহ হোৱাত সহায় কৰক

  • @debenborah2905
    @debenborah2905 3 місяці тому +1

    অলেখ-অযুত শুভেচ্ছা ভাইটিলৈ। জীৱনত বহুদূৰ আগবাঢ়ি যোৱা। কেতিয়াও লক্ষ্যৰ পৰা বিচলিত নহ'বা। ঈশ্বৰ আৰু চৰকাৰ তোমাৰ সহায় হওঁক। ঈশ্বৰে তোমাক মঙ্গল কৰক তাৰে কামনা কৰিছোঁ ❤❤🙏 তোমাৰ পিতৃ-মাতৃকো সেৱা জনাইছোঁ 🙏🙏 সাধ্যানুশাৰে ভাইটিক সহায় কৰিবলৈ চেষ্টা কৰিম

  • @dhanmaniscreativity8134
    @dhanmaniscreativity8134 3 місяці тому +3

    উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ভাইটি তোমাক

  • @krishnakakaty2624
    @krishnakakaty2624 3 місяці тому +2

    Bohut. Dukh loga. Kahini. Aru. Aguwai. Juwa. Tar. Kamonare. Thank. You

  • @pikumoniDoley
    @pikumoniDoley 3 місяці тому +3

    Bohut bhal lagil,anedore aguwai jua.

  • @Bhagyu670
    @Bhagyu670 3 місяці тому +3

    বহুত দুখ লাগিল।ভগৱান সহায় কৰক

  • @atulchetia91996
    @atulchetia91996 3 місяці тому +3

    ভাইটি তুমি লক্ষত ‌উপনিত ‌‌হুৱা তোমাৰ দক্ষতাৰ যোগ্য ভগৱান ওচৰত পৰ্থনা জনাইছোঁ

  • @pabinsarma2989
    @pabinsarma2989 3 місяці тому +1

    বহুত ‌বহুত‌‌ শুভেচ্ছা জনালোঁ ভাইটি দলে লৈ

  • @thageswaribaro1853
    @thageswaribaro1853 3 місяці тому +4

    Manar saktie sakulu durbalatak prashay nidiba God bless you. ❤❤❤❤❤

  • @juhitakalita1871
    @juhitakalita1871 3 місяці тому +3

    মন ভৰি গ'ল ভিডিঅ'টি চাই ... শুভকামনা ভাইটি😊

  • @nabajitdeka279
    @nabajitdeka279 3 місяці тому +1

    সৌ তাহানিৰ পৰা আজিলৈকে আপোনাৰ সংবাদত নতুনত্ব, চতুর্থ স্তম্ভৰ ভ্যেলু আছে। ভাল লাগে জিতুদা।

  • @pranitasaikia5164
    @pranitasaikia5164 3 місяці тому +1

    ভাইতিলৈ আন্তৰিক শুভকামনা জনালোঁ,,আগলৈ আৰু আগুৱাই যাওক ।

  • @joypadun7771
    @joypadun7771 3 місяці тому +2

    ভাইতি দলে, তোমাৰ ভবিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ।

  • @Priyanshbodo
    @Priyanshbodo 2 місяці тому +1

    Xub xundor vaity ❤ agoloi val manuh hoba nijor family tu valkoi saba kobo loi nalage tumi dekhi buja goise 🥰 aru bhut morom loga vaity tu ❤❤❤❤❤

  • @RituGogoi-gd7er
    @RituGogoi-gd7er 3 місяці тому

    Bohut bohut selut disu.aguwai juwa.gods blees you.

  • @sunjitsaikia25
    @sunjitsaikia25 Місяць тому

    Vaiti jonoloi bohut dhonyabaad gyapon korisu teu emaan dhunia koi aaru bohut kostore pohi teu vaaldore paas korise mur bohut vaal laagise vaiti jonoloi aaru vaaldore aaguwaai jaawok aaru aagoloi aaru vobisyote teu vaal saakori korok taarei kaamonaare❤❤❤❤

  • @user-jk4oe6xk5f
    @user-jk4oe6xk5f 3 місяці тому +8

    ভাইতি ভগৱানে তোমাক সহায় কৰিব চিন্তা নকৰিবা

  • @user-vc1uo5tq8r
    @user-vc1uo5tq8r 2 місяці тому +1

    Very very congratulations to Bhaiti Doley l prospectus your future life

  • @swapnamedhi4592
    @swapnamedhi4592 3 місяці тому +2

    Great Video . bhal lagil ❤🎉 loratik bhogobane kukhole rakhok..

  • @BimalaAdhikari-yz2bh
    @BimalaAdhikari-yz2bh Місяць тому

    Don't give up and keep it up bhaiti dole👍and Congrats 🎊🎉

  • @lovefrombangaigaon3926
    @lovefrombangaigaon3926 3 місяці тому +5

    কষ্টৰ ফল সদায় মিঠা❤

  • @MridulGogoi-be5zf
    @MridulGogoi-be5zf 2 місяці тому

    এওলোকেই অসমৰ গৌৰৱ।। ❤‍🩹🥰👍গৌৰৱ অনুভৱ কৰিছো ভইটি দলেৰ এই কঠোৰ সংগ্ৰাম দেখি। ❤‍🩹👍

  • @user-un6eu9qq4s
    @user-un6eu9qq4s 2 місяці тому +2

    🙏dhoinobad bhaiti tumar nishina lorai lage hokoluke duk kosto korabuja ishwore tumak kamona kore🙏

  • @aparajitatamuli7273
    @aparajitatamuli7273 3 місяці тому +23

    এই য়াই অসমীয়া খিলঞ্জীয়া মানুহৰ অৱস্থা❤😢🎉

    • @QuestionbankEnglish
      @QuestionbankEnglish 3 місяці тому +4

      টেলেন্টৰ লগত জাতিৰ প্ৰশ্ন নানিব

  • @nemuramgorh6812
    @nemuramgorh6812 3 місяці тому +9

    ভাইটি তুমি ইমান কষ্ট কৰি পঢ়িছা , তোমাৰ ভবিষ্যত লক্ষ্য এদিন পূৰ হবই । ভালকে পঢ়া-শুনা কৰা তুমি যি আশা কৰিছা তোমাক ভগৱানে সহায় কৰিব 🎉🎉

  • @narayannath8410
    @narayannath8410 3 місяці тому +5

    ভাইটি দলে , তোমাৰ ভবিষ্যত জীৱন উজ্বল হোৱাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘাযু হোৱাৰ বাবে ভগৱানৰ চৰনত শতকৌটি প্ৰণাম জনালোঁ।

  • @pabinsarma2989
    @pabinsarma2989 3 місяці тому +5

    চৰকাৰে সহায় কৰক পৰিয়াল আৰু প্ৰতিভা বান ছাত্ৰ জনক,, অনুৰোধ জনালোঁ

  • @sambhuchoudhury4602
    @sambhuchoudhury4602 3 місяці тому +2

    God bless you Bhaity aru aguyai joa ashirwad koriso dei

  • @santadeuri7838
    @santadeuri7838 3 місяці тому +12

    Bohut bhal lagil

  • @p.doleyvlogsmajuliassam8343
    @p.doleyvlogsmajuliassam8343 3 місяці тому +1

    Big Congratulations Bro.Bhati Doley🙏❤❤❤🙏

  • @user-ol3sr5iw1c
    @user-ol3sr5iw1c 3 місяці тому +2

    Bohut dukh lagil,vaiti2 r ujjol bhobissyt kamona korilu,❤❤❤❤

  • @bikashrojok7971
    @bikashrojok7971 3 місяці тому +3

    শুভেচ্ছা জনালোঁ ভাইটি ❤❤❤

  • @MousumiThakuria
    @MousumiThakuria 3 місяці тому +5

    God bless you tumi jate anekoi aguai jua

  • @jsyoutubechannel8927
    @jsyoutubechannel8927 3 місяці тому +3

    Hats off brother..👏👏👏 keep shining..

  • @DibakarDehingia-yq7yq
    @DibakarDehingia-yq7yq 3 місяці тому +1

    Hodai aguai jua bhaiti.tumaloi olekh hubho kamona jasisu.

  • @maryborah584
    @maryborah584 3 місяці тому +5

    Kio nedekhe sarkare. Ane bixoi buror babe investigation kori manuh potha obo lage. Xosai proud you.

  • @sineswarmoran4006
    @sineswarmoran4006 2 місяці тому +2

    তোমাৰ নামটো ' ভাইটি ' । এতিয়া তুমি মৰমৰ ভাইটি । কথাবোৰ শুনি বৰ ভাল লাগিছে ; কিন্তু তোমাৰ দুখ: বোৰ দেখি শুনি অন্তৰে উচুপিছো 🥲 ! তোমালৈ অলেখ শুভ কামনা জনালোঁ। ভবিষ্যতে তোমাৰ অপাৰ শুভ হওঁক।

  • @apurbabaida383
    @apurbabaida383 2 місяці тому

    Aguwai jaok.Xofol howk tare kamona korilu.

  • @rosanchetry5663
    @rosanchetry5663 3 місяці тому +4

    Abdul Kalam ha ya 1 din ya iAS bana ga 😮😮😮😮😮

  • @bistucharanray4862
    @bistucharanray4862 3 місяці тому +2

    congratulations bro.god bless you❤

  • @user-eq3kn5xd8l
    @user-eq3kn5xd8l 3 місяці тому

    Bhaiti tumi aguai jua Bhagavabane kripa dristi rakhak❤❤❤

  • @triptirekhaborah1420
    @triptirekhaborah1420 3 місяці тому +1

    Bhaiti tomar result pai bohut xukhi holu....Bhagavanar usorat prarthana krisu tomar future bohut bhal houk....khub xundar houk....tarei prarthana Bhagavanar usorat jonalu.

  • @PurabiBaruah-gc8me
    @PurabiBaruah-gc8me 3 місяці тому

    Tumi aru aaguaai jowa babu.... Vogobanor osort soday prathona korim.... ❤❤❤

  • @anuragpareek935
    @anuragpareek935 3 місяці тому +1

    You are a real fighter of life. Congralution 🎉

  • @BiswajitTheBlogger-kv9kn
    @BiswajitTheBlogger-kv9kn 2 місяці тому +1

    God bless you brother...i hope your all dreams come true ❤

  • @MunDas-kx8ne
    @MunDas-kx8ne 3 місяці тому +1

    Vaitir gibon val hok.buhut buhut val lagese.mrm lagese

  • @lakhyajyotidas2594
    @lakhyajyotidas2594 2 місяці тому +2

    ভগবানৰ ওচৰত কামনা কৰিলো 😊😊😊

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw 2 місяці тому

    ভাইটীলৈ শুভেচ্ছা জনালোঁ ভগৱানে সদায় কুশলে ৰাখক তোমাক আগুৱাই যোৱা কষ্টৰ ফল সদায় মিঠা হয় বহুত বহুত ধন্যবাদ জনালোঁ তোমাক ❤🙏

  • @reshnakumbang8053
    @reshnakumbang8053 3 місяці тому +3

    Great report collection

  • @manashjyotigogoi5378
    @manashjyotigogoi5378 2 місяці тому

    ভাইটিলৈ অশেষ শুভকামনা ও মৰম যাচিলোঁ। তোমাৰ ভৱিষ্যত উজ্জ্বল হওঁক, ভগৱানে তোমাৰ মঙ্গল কৰক; এয়ে আমাৰ প্ৰাৰ্থনা।🙏🏾