Ata kotha kou beake nolobo... nilakshi bak hokoluye bht besi morom kore aru moiu bht val pao tewor hokolu gaan...kintu homane Nitupon daku mati Ani alp kotha jodi tewor logotu valke patil hoi tetiahole val lagil hoi...lastot he alp kotha patil tewor logot 2mnt only...Nitupon dai tu emn val val kaam kori ase ..tewor bikhoye alp janibo pora hole val lagil hoi...baki Beake nolobo...mur nijor anubhov khinihe kolu 🙏
Unbelievable singing and uncommon singer and nice performance. Go ahead way to your journey......... Always be positive and happiness.All the best wishes to you Nilakshi.
নীলাক্ষি তোমাৰ সৰলতা আৰু ৰিংকু কবিতা শুনি সছাই আবেগিক হলো চকু পানি ওলাই গল ৷
তেওঁ গীতেৰে এবাৰ হহুৱাই এবাৰ কন্দুৱাই ।।।এইয়াই আমাৰ তিনিচুকীয়া ৰ গৌৰৱ নীলাক্ষী বা💖💖
বা আপোনালে শুভেচ্ছা থাকিলে বহুত ভাল লাগে
নীলাক্ষী বালৈ মোৰ হৃদয়ৰ নিজান কোণৰ পৰা বহুত বহুত মৰম যাছিলোঁ ।।।
সঁচাকৈ বৰ বেয়া কৈ কান্দি দিলোঁ কাৰণ নিলাক্ষী বা মোৰ প্ৰিয় শিল্পী❣️ আপোনালৈ বহুত বহুত মৰম বা আপোনাৰ গীত বোৰ সীৰে সিৰে বৈ যায় গে
এই অনুষ্ঠানটোৱে আজি সচাকৈ বহুত আবেগিক কৰি তুলিলে । মোৰ মা'ই চাই খুব 😥😥😥😥 । নীলাক্ষী বাই ঘৰ ওচৰতে যদিও মুখা-মুখিকৈ লগ পোৱা নাই । এদিন নিশ্চয় দেখা কৰিম । ধন্যবাদ আমাৰ বাৰ্তালাপ❤️❤️❤️👍👍
Nubujilu নাজানিলে গানটো শুনিলে আজিও চকুপানী ওলাই যায়😥😥😥 সঁচাই মন বোৰ চুই যায় এই গানবোৰে
Bohut moromor nilakhi ❤❤🥰
Same ajiu😢
@@nilakhisonowal5032❤
Nilakhi neog ba bor morom loga koi gaan2 gala
সচাকে আজি নীলাক্ষি বা এই অনুষ্ঠানটি চাই বহুত আবেগিক হৈ পৰিছোঁ । ভাল লাগিল । বোকাখাতৰ পৰা বহুত বহুত মৰম থাকিল বা লগতে বাৰ্তালাপৰ পৰিয়ালটিলৈ ❤ এনে দৰে আৰু আগুৱাই যাওঁক তাকে কামনা কৰিছোঁ।
চকু পানী ওলাই গ'ল😢।
ভালে থাকক সদায় প্ৰিয় শিল্পী গৰাকী
বহুত ভাল পাও নীলাক্ষী বা❤️
কাষত বহি থকা জনেই নেকি হ'ব লগা ভিনিদেউ, হ'লেওঁ কিন্তু আমূকাই ভয় নকৰোঁ, 1000 বাৰ কম, নীলাক্ষি বা I love you so much 💗
সঁচাকৈ আজি বহুত আৱেগিক হৈ পৰিলো । চক্ৰপাণি দালৈ ধন্যবাদ ইমান সুন্দৰ এটা অনুষ্ঠানৰ জৰিয়তে প্ৰিয় শিল্পী গৰাকীৰ মনৰ বতৰা কঢ়িয়াই অনাৰ বাবে । বাৰ্তালাপৰ আকাশচুম্বী সফলতাৰ শুভেচ্ছাৰে...❤️❤️❤️ from Moran( Rajgarh).
বহুত ভাল লাগিল নীলাক্ষি
বা। সাম্প্ৰতিক সময়ৰ মোৰ আটাইতকৈ প্ৰিয় কন্ঠশিল্পী গৰাকী। যদিও এই সময়ত কণ্ঠশিল্পী ৰ অভাৱ নাই মই কিন্তু সকলোৰে গীত নুশুনো। আপোনাৰ গীতৰ কিন্তু সেই ৰিংকু ৰ দৰেই অনুৰাগী। বাকী পৰিস্থিতিটোৱে সচাকৈয়ে আৱেগিক কৰি তুলিলে। মই ও মানে একেই সুখৰ সময়তো চকুপানী দুখৰ সময়তো চকুপানী। বহুত শুভেচ্ছা আৰু মৰম জনালোঁ বা ভৱিষ্যতৰ কামবোৰৰ বাবে।❤️❤️
সচাকৈ বহুত ভাল লাগিল ।বাৰ্তালাপৰ অনুস্থানলৈ আন্তৰিক শুভেচ্ছা থাকিল । নিলাক্ষীলৈ বহুত মৰম থাকিল ।
চকু পানী ওলিয়াই গ'ল পায় 😔😔
🤭 বহুত ভাল লাগে নিলাক্ষী বাক , গান বোৰৰ কথা কিনো কম ভাষা নাই মোৰ ,, ইমান ভাল লাগে ❣️ গান বোৰৰ লগতে মাততো ,,
সচাকৈ বালৈ বহুত বহুত মৰম যাচিলো চাই খুবেই ভাল লাগিল এনেদৰে আগবাঢ়ি যোৱা ,,,,🙏🙏👌
প্ৰিয় শিল্পী গৰাকীক বহুত বহুত মৰম দিলো💖💖💖
Thanku মৰম লগা গান বোৰ শুনিবলৈ পোৱাৰ বাবে ভালে থকা বা
সচাঁই খুব ভাল লাগে আপোনাৰ গান নিলাক্ষী বা... চৰাইদেউ সোণাৰি পৰা মৰম যাচিলো।
নিলাক্ষী বা আপোনালৈ বহুত বেছি মৰম যাছিলোঁ ।আৰু যাতে ভাল ভাল গান আপোনাৰ পৰা শুনিবলৈ পাওঁ ।
সহজ সৰল মনৰ এগৰাকী কণ্ঠশিল্পী সঁচাই ভাল লাগিল প্ৰগ্ৰেমটো চাই ❤️
সুন্দৰ অনুস্থানটিয়ে মোৰ মন চুই গ'ল। সকলোলৈকে মৰম- স্নেহ যাচিলো ও চক্ৰপাণি পৰাশৰৰ বাৰ্তালাপলৈ আৰু এনে অনুস্থানলৈ বাট চাই ৰলো ।
Love❤️ from Tinsukia, নীলাক্ষী বালৈ বহুতো মৰম আৰু লগতে বাৰ্তালাপৰ সমূহ পৰিয়াললৈকে বহুতো শুভেচ্ছা জ্ঞাপন কৰিছো
বহুত বেছি ভাল লাগিল অনুষ্ঠানটো চাই, নীলাক্ষী বাক বহুত ভাল লাগে সঁচাকৈ।
প্রিয় বা জনী❤️❤️। গানবোৰ শুনিলে শুনি থাকিব মন যায়।আপুনি সদায় ভালে থাকক,কুশলে থাকক ।
তোমাৰ অনুভূতি দেখি আৰু ভাল পোৱাৰ যিতু অনুভব সঁচাকৈ,,,,, মোৰ চকুৰ পানি ওলাই গ'ল
প্ৰিয় শিল্পী গৰাকী ❣️ দুবৰিতে, নুবুজিলো নাজানিলো উফ্ সদায় শুনো এইদুটা 🥺💚 বহুত বহুত মৰম নিলাক্ষি বা ☺ ধন্যবাদ বাৰ্তালাপ 🌸
সঁচাকৈয়ে নিলাক্ষিৰ গানবোৰ ভাল লাগে চক্ৰ দা ধন্যবাদ
সুবাসনা বাক১০০/১০০
নিলক্ষী বাক ১০০/১০০ ভালপাওঁ।
Hoi
লগ পোৱাৰ বহুত আশা আছে। এজন আপোন মানুহৰ দ্বাৰা আপোনাৰ কথা বহুত শুনিবলৈ পাইছোঁ। আজিৰ দিনত বহুত বেছি শ্ৰদ্ধা কৰিবলৈ লৈছে। দীৰ্ঘায়ু কামনা কৰিলো 🙏🙏🙏🙏💐💐💐
বহুত ভাল লাগিল অনুষ্ঠানটি ❤️। নিলাক্ষী বা মোৰ বহুত প্ৰিয়।বহুত মৰম তোমালৈ ❤️❤️
প্ৰিয় কণ্ঠশিল্পী গৰাকী ❤️
Ata kotha kou beake nolobo... nilakshi bak hokoluye bht besi morom kore aru moiu bht val pao tewor hokolu gaan...kintu homane Nitupon daku mati Ani alp kotha jodi tewor logotu valke patil hoi tetiahole val lagil hoi...lastot he alp kotha patil tewor logot 2mnt only...Nitupon dai tu emn val val kaam kori ase ..tewor bikhoye alp janibo pora hole val lagil hoi...baki Beake nolobo...mur nijor anubhov khinihe kolu 🙏
সুব মিঠা কন্ঠৰে নিগৰাইছে আপোনালৈ অলেখ শুভ কামনা পঠিয়ালো বা
Mur priyo BAARTA LAAP 👌💞 Nilakhsi ba 🔥🔥🔥
Bahut val lagil ,,aru duti man geet gale val paluheten ,,thanks barttalap,,👌👌🙏🙏
Nilakshi ba gaan bor xuni bahut bhal lage
Tumi aaguwai jua aru bhagwane enekuai Shakti diyak
মোৰ প্ৰিয় শিল্পী গৰাকী বহুত বহুত মৰম আপোনালৈ❤️❤️❤️
❤️❤️❤️
প্ৰিয় অনুষ্ঠানত প্ৰিয় মানুহ গৰাকীৰ গীত উফ ,,,,,সঁচাকৈ প্ৰেমত পৰোঁ আপোনাৰ মাতত 💞💞
আৱেগিক হ'লো ৰিংকু "বা" ৰ কবিতা টো শুনি ❣️✨ সদায় ভালে ৰাখক ভগৱানে । 🥰🦋
সুন্দৰ, আবেগিক অনুষ্ঠান ❤ । From Sivasager Assam
নিলাক্ষী বা প্ৰতিটো গানৰ সুমধুৰ কণ্ঠত গীতে প্ৰাণ পায় উঠে । তেওঁক তিনিচুকীয়া ঘৰত সাক্ষাত কৰিবৰ কাৰণে কেইবাদিনো চেষ্টা কৰিছিলো যদিও লগ পোৱা সৌভাগ্য নহল ।আজি বাৰ্তালাপ অনুস্থানৰ যোগেদি দেখা পায় ধন্যবাদ জনালো পৰাশৰ দা ক ।
নীলাক্ষি বা সদায়েই প্ৰিয় ❤️😘
Emn vl lagil sow tu... My all tym favorite singer nilakshi ba
বাৰ্তালাপ এতিয়া মোৰ অতিকে আপোন❤️মোৰ পৰিয়াল❤️নীলাক্ষি বা❤️
Bohut ❤❤Vl lagil dei
নেলাক্ষী বা' কণ্ঠ বহুত ভাল পাওঁ।
Love you
Nilakshi baa r gaan mur bohut val lage ♥️♥️♥️♥️♥️
Nilakshi ba apuni mur bohut priyo ❤
ভাল লাগিল। নীলাক্ষি ক আৰু আগবাহি যাবলৈ অনুপেৰনা জনাইছো।
ধন্যবাদ পৰাশৰ দা বাক নিমন্ত্রণ কৰি আনা বাবে, তেওঁৰ গানবোৰে কেতিয়াবা জীয়াই তোলে জোনাক ৰাতি , বিশেষ কৈ পূর্ণিমাৰ ৰাতি বাৰ গান চোতালত ৰৈ শুনা অভ্যাসেই হৈ ৰৈছে একপ্রকাৰ, কি নো কম বা আপুনি ভালে থাকক সদায় 🤚❤😍🌼
বহুত বহুত ভাল লাগিল আজি অনুষ্ঠানটি চাই।
Moi regular dorhok bartalapr, tothapi maje maje kisuman episode r kothai ontor sui jai, Bartalap dirghjibi houk logote Chakradaar logote homuh satro-satriku obhinondon, apunalukk hokoluke sai sai hahi hahi kandi dilu
nilakshi neog mur priyo singer hoi ❤ teor nubujilu najanilu gaan tu xuni hosakei bohut val lage ❤❤❤❤
ধন্যবাদ বাৰ্তালাপ নিলাক্ষি বাক যে মাতিলে ♥️♥️
নীলাক্ষি বাক বহুত বেছি ভাল পাওঁ আৰু লগত এ বাৰ্তালাপ❤️❤️আজি ভিডিঅ টো চাই আমাৰ ও চকু পানী উলাইছে lolts of love নীলাক্ষি বা
সচাকৈ বালৈ বহুত বহুত মৰম যাচিলো চাই বহুত ভাল লাগল 🙏🙏🙏
Unbelievable singing and uncommon singer and nice performance. Go ahead way to your journey......... Always be positive and happiness.All the best wishes to you Nilakshi.
মোৰ প্ৰিয় বা জনী । বহুত ভাল তেওঁক 💖
বহুত ভাল লাগিছে প্ৰগ্ৰেমটো চাই।নীলাক্ষীলৈ বহুত শোভকামনা থাকিল।
Bor priyo o baa joni 😘
চৰাইদেউ জিলাৰ সাপেখাতী পৰা মৰম যাচিলো । আগুৱাই যাওক আপোনা লোকৰ এই সফলতা।❤️
I love you ❤️🥰
প্ৰিয় শিল্পী গৰাকী❤️❤️❤️
Nili baa all time favourite.....❤️
"নিলাক্ষী বা"❤️😇
কি যে আপোনাৰ অপুৰ্ব সুৰ মন্দাকিনি ধাৰা নিলাক্ষী বা ❤️🩹🥺 আপুনিতো চিনি নাপায় কিন্তু আপুনি হয়তো নাজানে আপোনি কিমান আপোন মোৰ মন আকাশৰ...
কিমান নিদ্ৰাবিহীন ৰাতিৰ সহাৰি আপোনি...❤️ 🥺🫂
আপোনোৰ কণ্ঠৰ যি মধুৰতা....কি ক'ম মানে ভাষাৰ অভাৱ বুজাব নোৱাৰো লিখিত ৰূপে.. 😶
সৌম্যতাৰ শিখৰৰ এক উজ্জ্বল আভা আপোনি
তীক্ষ্ম আপোনাৰ সুৰৰ মন্দাকিনি ধাৰা , তাতে আকৌ সেই মৌ বৰষা হাঁহিটি উফ বুজাব নোৱাৰো জানেনে আৰু ইমান সহজ সৰল❤️অফুৰন্তু মৰম আপোনালৈ, সাহস আৰু মনোবলেৰে কাম কৰি যাওঁক বা। কান্দিও ভাল লাগে আপোনাৰ কণ্ঠক অনূভৱ কৰি এক অনাবিল সুখ ✨❤️🩹
ঘনে ঘনে মনলে আহা❤️
শৰতে শৰতে ❤️
ক'ৰেনো এজাক বলিয়া বতাহে
আৰু নকওঁ আৰু
সাংস্কৃতিক দিশটো খুব ভাল পাওঁ
অভিনয় , সংগীত , নৃত্য, সাহিত্য ৰ্চচাৰ প্ৰেয়সী মই আপোনোৰ গীতসমুহত অভিনয় কৰি মই খুব ভাল পাওঁ নকওঁ আৰু বুজিছে কিমান ক'ম শেষ ক'ত কৰিম উপায়বিহীন
গানটো শুনাৰ লগে লগে কি কি যে পৰিকল্পনা মনত আহে কেনেকৈ অভিনয় কৰিম আমোক তামোক বহুত🤗❤️
আৰু চকুলোৰ মালাধাৰিতো আছেই❤️😢
লগ পোৱাৰ আশাতোৰ কথা নকওঁ....😊😢
Comment2 পঢ়ি আমনি লাগিব আপোনাৰ কৈ শেষ নহয় অৱশ্যে😊
আচলে comment নহয় এয়া আপোনাৰ প্ৰতি থকা প্ৰবল শ্ৰদ্ধা , ভক্তি, অনূভৱৰ অনুভুতিৰ এটি ক্ষুদ্ৰ অংশহে মাথো "নিলাক্ষী বা"❤️
নাজানো আপোনাৰ কাষ পায়গৈ নে নাপায়!!
নাপালে একো নাই "মই আছো একে একে দৰেই পাবা" 😇🥺😌❤️🩹
"নীলাক্ষী বা"❤️
এই মৰমৰ বাবে চিৰকৃতজ্ঞ মই🙏❤️
Vl loga mnuh jni.. Love you baa🥰
Eman val lage baak hodai nijei katea credit noloi baki kisuman r nisina nilakshi baa love you somuch
প্ৰিয় শিল্পীগৰাকী❣️
নীলাক্ষি বাৰ গীতে মোকো কন্দুৱালে। তথাপি কান্দোনৰ মাজত কিবা নতুনত্ব বিচাৰি পালো। এই বাবেই সঁচাকৈ বহূত সূখী অনুভৱ কৰিলো। নীলাক্ষী বাক ঈশ্বৰে আৰ্শীবাদ কৰক , ৰাইজে মৰম দিয়ক। শেষত আকৌ দেখা পোৱাৰ আশাৰে।
ইতি--
তিলেশ্বৰ য়েইন
দিচাংমুখ---শিৱসাগৰ
বহুত ভাল লাগিল দেই 🥰
মোৰ প্ৰিয় কণ্ঠ শিল্পী বা তোমালৈ বহুত বহুত মৰম 🙏❤️❤️❤️❤️ love you নীলাক্ষী বা ❤️
Bohut bohut vl palu baa 2mk❤❤
Bohut bohut hubesha thakil❤❤❤❤
I love you বাৰ্তা লাপ 👍🙏আৰু ভাল পাওঁ নিলাকশী গান ❤️ you 🙏
বহোত ধুনীয়া কবিতা লিখিছে দেই😊🙏
All time fvrt nilu ba😌❤️❤️❤️
One of my best female singer....losts of love to Nilakshi
সকলোকে মৰম আৰু সন্মান জনোৱা এগৰাকী p খোলা অন্তৰৰ শিল্পী
বহুত ভাল লাগিল ভিডিওটো চাই,সচাই বহুত আবেগিক হয়ছো,,শুভ কামনা থাকিল বা জনী লৈ❤❤❤❤
Bohu rati bohu Pol roi asu adn tmk ba usrr pra lg pm buli..tmi Mr khb mrmr fvrt singer
Bhut vl lage baa k love from changsari ❤️
My favourite singer ❤❤❤
Anushthaan to sai bahut val lagil. Aponalop bahut simple.
প্ৰিয় কন্ঠশিল্পী নিলাক্ষী বা ❤️ অনুষ্ঠানটো চাই চকুৰ পানী ওলাই গ'ল 😊
Daily sai thku apunar ay bartalap love from chennai ♥️♥️
❤ bohut val lagil neog baar❤❤gaantu
Vall lgail..love from Dhemaji
Love from guwahat
Parashar dadaloi morom thakil ..
Bht val lage apunar ktha bur
খুব ভাল লাগিল।অনুষ্ঠানটো আৰু অলপ দীঘল হোৱা হলে আৰু মন ভৰিল হেঁতেন।
বহুত ভাল লাগে তেওঁৰ কন্ঠ ❤🎶👌
❤
Ma kosom moi videos tu sai kandi golu bohut vall lagise
Bhut val lage nilakhi ba gan bur antar khon sui Jai
My favourite singer nilakshi ba ❤️❤️
Nilakshi baa eman hohoj horol. Simple..... Love from golaghat ❤️❤️❤️
Bak mur bht val lga
Nc wall painting. Bartalap always fv.
Mur fvrt nilakshi baaa 💕💕💕💕💕💕💕💕
My favourite female singer. Her singing and tune was very nice. God bless to him
god bless to her...
Bohut dhunia ,Bohut moromloga.
নিলাক্ষী বায়ে হাহিলে বহুত মৰম লাগে
Bahut Val lage nilakhik
পিয় শিল্পী গৰাকী💚 অনুষ্ঠান টি চাই ভাল লাগিল