ASSAMESE SHORT MOVIE II DEUTA ।I অসমীয়া চুটি ছবি II দেউতা

Поділитися
Вставка
  • Опубліковано 20 сер 2021
  • ASSAMESE SHORT MOVIE DEUTA II অসমীয়া চুটি ছবি ।I দেউতা
    / @iidrishtiarudarshan
    -- ইতিমধ্যেই সমালোচক তথা চলচিত্ৰ প্ৰেমীৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে নাট্যকাৰ শ্ৰীদিগন্ত কুমাৰ ভূঞাৰ কাহিনী আৰু শ্ৰীপ্ৰশান্ত কুমাৰ বৰাৰ পৰিচালনাৰে, News Track Assam ৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি "দেউতা"য়ে । আজি সকলোৰে বাবে আনুষ্ঠানিকভাবে চুটি ছবিখনি ইউটিউবত মুকলি কৰি দিয়া হল । আশাকৰোঁ সকলো চলচিত্ৰ প্ৰেমী দৰ্শকে ছবিখন আঁকোৱালি লব । অনাগত দিনলৈও এনেধৰণৰ সুন্দৰ ছবি উপহাৰ দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ । ধনাত্মক মনোভাৱেৰে আগুৱাই যাবলৈ আশীৰ্বাদ কৰক, আমাৰ চেনেলটো SUBSCRIBE কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ | ধন্যবাদ |
  • Фільми й анімація

КОМЕНТАРІ • 135

  • @atrishnaentertainment26
    @atrishnaentertainment26 2 роки тому +10

    হিদয় চুই যোৱা কাহিনী , আজিৰ সমাজৰ বাবে এনে এখন ছবি খুবেই প্ৰয়োজনীয় , এনেকুৱা এজন দেউতা আৰু ভাইটি পাবলৈ ভাগ্য প্ৰয়োজন সকলোৱে নাপাই , কিন্তু বোৱাৰী জনীৰ ভুলৰ বাবে আজি , ইমান মৰমিয়াল স্বচ্ছ মনৰ ককা জনে মনৰ বেজাৰত ঘৰ এৰি যাবলৈ ওলাইছিল , মানুহে সদায় বিশেষকৈ ছোৱালী মানুহে ডাঙৰ তথা ব্যয়োজেষ্ঠ জনৰ কথা বোৰ মানি চলা উচিত ,
    খুব ভাল লাগিল , আকৌ এনেকুৱা ধৰণৰ চুটি ছবি আগবঢ়াই থাকিব ,
    কাহিনী নহয় যেন , সচাঁ অনুভুতি অন্তৰ চুই গ'ল , আছে আজিৰ সমাজত সেই বোৱাৰী গৰাকীৰ দৰে ডাঙৰক ব্যৱহাৰ কৰা মানুহ বহুত আছে , কিন্তু সেইবোৰ এক প্ৰকাৰৰ পাপ , সময়ত নিজেই বুজি পাব ।।

    • @ntacinema
      @ntacinema  2 роки тому

      অশেষ ধন্যবাদ

    • @ntacinema
      @ntacinema  3 місяці тому

      ধন্যবাদ

  • @songhitabhattacharyya6735
    @songhitabhattacharyya6735 2 роки тому +4

    সুন্দৰ।বৰ ভাল লাগিল।

  • @joyshreegogoi3583
    @joyshreegogoi3583 2 роки тому +2

    Bahut Val lagil

  • @badanchandrabania8843
    @badanchandrabania8843 Рік тому +2

    বহুত‍ ভাল লাগিল

  • @rrdvlogsopedia
    @rrdvlogsopedia 2 роки тому +2

    সুন্দৰ ।

  • @dipikadas5890
    @dipikadas5890 Рік тому +2

    সছাকৈ এনে কুবা অভিনয়বোৰ্ চায় ভাল লাগিল

  • @xmdi3687
    @xmdi3687 3 місяці тому

    সুন্দৰ

  • @akashiborah9339
    @akashiborah9339 2 роки тому +4

    সুন্দৰ হৈছে।

  • @mayurihatiboruah7147
    @mayurihatiboruah7147 2 роки тому +4

    Short film khn.sai.bohot.vhl.lagise

  • @pallabikonwarpallabi2939
    @pallabikonwarpallabi2939 2 роки тому +2

    Dhunia hoi sa

  • @anilborah6094
    @anilborah6094 2 роки тому +3

    Xundar hoise

  • @minaramborah4572
    @minaramborah4572 2 роки тому +3

    বহুত ভাল লাগিল ,সুন্দৰ ৰ্বাতা

  • @djelectricals34
    @djelectricals34 2 роки тому +2

    অতি সুন্দৰ হৈছে ।

  • @madhurirajbongshi536
    @madhurirajbongshi536 Рік тому +2

    অতি সুন্দৰ প্ৰদৰ্শন হৈছে। শুভেচ্ছা জনালোঁ।

  • @lochanbora9431
    @lochanbora9431 2 роки тому +2

    সকলোৰে অভিনয় অতি সুন্দৰ হৈছে

  • @nilutpalll669
    @nilutpalll669 2 роки тому +2

    Bahut bhal lagil. Ata hridoi sui jua kahini.Eyar joriyate bortoman homaj byabosthat ji hokol atyadhunik ondho Buari a nijor Hohur/Hahurekok atyasar kori ase hei hokolor proti ak hubha barta preron korise .Hubhessa thakil hokoluloi.

    • @ntacinema
      @ntacinema  2 роки тому

      অশেষ ধন্যবাদ

  • @ashimbaruah3697
    @ashimbaruah3697 2 роки тому +2

    Xundor

  • @samarhazarika6381
    @samarhazarika6381 2 роки тому +4

    Bohut sundor hoise....

  • @chinmoyjyotisarmah1217
    @chinmoyjyotisarmah1217 2 роки тому +2

    ভাল লাগিল 🙏🙏🙏

  • @parthadeepnath2524
    @parthadeepnath2524 2 роки тому +2

    বৰ ভাল লাগিল চাই.....আগলৈ আৰু আশাবাদী......

  • @puspalaljeichi4669
    @puspalaljeichi4669 2 роки тому +3

    Bahut bhal hoise

  • @bantichutia4425
    @bantichutia4425 2 роки тому +2

    Val lagil sai

    • @ntacinema
      @ntacinema  2 роки тому

      অশেষ ধন্যবাদ

  • @bogimoran5269
    @bogimoran5269 2 роки тому +3

    Val lagil video tu

  • @kusumprovaburagohain2950
    @kusumprovaburagohain2950 2 роки тому +2

    Favorite drama .

  • @kri.shtieee
    @kri.shtieee 2 роки тому +2

    Val lagil

  • @minaramborah4572
    @minaramborah4572 2 роки тому +9

    সকলোৰে অভিনয়ত আন্তৰিক ধন্যবাদ ।

  • @rupyotikalita1236
    @rupyotikalita1236 2 роки тому +2

    বৰ ধূনিয়া হৈছে দেই

  • @Ramnathdas244
    @Ramnathdas244 2 роки тому +2

    বহুত ধুনীয়া হৈছে 👍 আপোনালোক আগ বাঢ়ি যাওক,, কৃষ্ণ

  • @PallabikaNath
    @PallabikaNath 2 роки тому +1

    Vl lagil xokolue bor xundor avinoi korise bor vl lagil👌 a😍😘😍😍😍😍😍😍

    • @ntacinema
      @ntacinema  2 роки тому

      অশেষ ধন্যবাদ

  • @danieldefoe2179
    @danieldefoe2179 2 роки тому +12

    অন্তৰ চুই যোৱা কাহিনী, সচাঁকে বাস্তৱ ঘটনাৰ লগত জড়িত এই কাহিনীটো । এই ভিডিও টো চাওঁতে মোৰ চকুলোঁ ওলাই গ'ল । সকলোকে ধন্যবাদ । এনে ধৰণৰ ভিডিও আমাক লাগে ।

    • @ntacinema
      @ntacinema  2 роки тому +1

      আপোনাৰ অকৃত্ৰিম মন্তব্যই আমাক সাহস দিলে! শ্ৰদ্ধা জনাইছোঁ

    • @ntacinema
      @ntacinema  2 роки тому +1

      অশেষ ধন্যবাদ

    • @diganta123
      @diganta123 2 роки тому +1

      অশেষ ধন্যবাদ।

    • @user-xv4hd8dl1c
      @user-xv4hd8dl1c Рік тому +1

      সচাঁ কথা কৈছে দাদা আপুনি 💗💓💗

    • @user-fv5jn2ss4n
      @user-fv5jn2ss4n 5 місяців тому

      ❤অশেষ ধন্যবাদ আপোনাক

  • @devojanibora9556
    @devojanibora9556 2 роки тому +1

    Very nice

  • @RoyVaii
    @RoyVaii 3 місяці тому +1

    Kahene,hundor,hola,ke,hobo,kahene,Sai,ohomeai,hai,tukha,korebo

  • @Blueberries_336
    @Blueberries_336 2 роки тому +1

    wow so nice movie🤩🤩🤩🤩

    • @ntacinema
      @ntacinema  2 роки тому

      অশেষ ধন্যবাদ

  • @arindomsarmasarmah3998
    @arindomsarmasarmah3998 2 роки тому +2

    সকলো ফালৰ পৰা বৰ সুন্দৰ হৈছে।কাহিনী,পৰিচালনা ,সকলোৰে অভিনয় অতি সুন্দৰ। আগলৈ আশা কৰিলোঁ।মঙ্গল কামনা কৰিলোঁ।

    • @ntacinema
      @ntacinema  2 роки тому

      অশেষ ধন্যবাদ

  • @junmonidevi3467
    @junmonidevi3467 2 роки тому +1

    Bohut Val lagil 🙏

  • @TapanPhukan-xu4lx
    @TapanPhukan-xu4lx 3 місяці тому +1

    অন্তৰ চুই যোৱা কাহিনী সঁচাকৈ মানুহ মা দেউতাৰ সপোন পূৰণ কৰিব নোৱাৰে মা দেউতাৰ বাবে পৃথিৱীৰ দেখিলো তেওঁলোকৰ আমি মৰম কৰিব লাগে

    • @ntacinema
      @ntacinema  3 місяці тому

      ধন্যবাদ

  • @hrishitadutta3938
    @hrishitadutta3938 2 роки тому +5

    বহুত ভাল লাগিল 😊 ককাৰ অভিনয় বহুত ভাল হৈছে 🤗🤩 Love from Nalbari ❤️❤️❤️

    • @ntacinema
      @ntacinema  2 роки тому +1

      অশেষ ধন্যবাদ

  • @bharatchdeka9785
    @bharatchdeka9785 2 роки тому +1

    Vl lagil xasi 👍🙏❤️❤️🥺

  • @nibeditadas8868
    @nibeditadas8868 2 роки тому +1

    সুন্দৰ অভিনয় 👍👌

    • @ntacinema
      @ntacinema  2 роки тому

      অশেষ ধন্যবাদ

  • @user-ml5eb4hq8q
    @user-ml5eb4hq8q 2 роки тому +3

    SundorAbhinoiKhubBhalLagilSokolukeDhynabadJonalu

  • @amarnathchetry111
    @amarnathchetry111 2 роки тому +5

    বহুত ভাল লাগিল।আপোনাৰ লগতে সমুহ শিল্পিলৈ ধন্যবাদ আগবঢ়ালো।

  • @nabanitasaikia8749
    @nabanitasaikia8749 2 роки тому +7

    সছাকৈয়েই হৃদয় চুই গৈছে.. ভাল লাগিল চাই।সকলোলৈকে আন্তৰিক শুভ কামনা থাকিল🙏🙏🙏

    • @minamahanta1766
      @minamahanta1766 2 роки тому +1

      এইখন নাটক হৈছে নে

    • @ntacinema
      @ntacinema  2 роки тому

      ধন্যবাদ

    • @diganta123
      @diganta123 2 роки тому +1

      @@minamahanta1766 নাটকৰ ৰূপত মঞ্চস্থ হোৱা নাই , কিন্তু নাট্যৰূপ দিয়াৰ পৰিকল্পনা কৰা হৈছে ।

    • @tabayadap77
      @tabayadap77 2 роки тому

      Ml

  • @amulyadeka8569
    @amulyadeka8569 2 роки тому +2

    Dunia hoise

  • @user-xv4hd8dl1c
    @user-xv4hd8dl1c Рік тому

    সচাঁই এইটো ছবি চাই মোৰ মন চুই গল

  • @dikshitasaikia267
    @dikshitasaikia267 Рік тому

    Nice

  • @dimbeswarhazarika3202
    @dimbeswarhazarika3202 2 роки тому +1

    অহংকাৰীক অজগৰে খায় কৃষ্ণ

  • @hiranyaborah6445
    @hiranyaborah6445 2 роки тому +4

    সুন্দৰ পৰিচালনা আৰু অভিনয়৷ ভবিষ্যতে আৰু আশা থাকিব৷

  • @babitaborthakur7125
    @babitaborthakur7125 2 роки тому +3

    বৰ সুন্দৰ বাৰ্তা, ভাল লাগিল,উপস্থাপন অভিনয়, সংগীত,দৃশ্য সজ্জা সুন্দৰ,আন্তৰিক অভিনন্দন💐💐💐

  • @GyanangkurKashyap
    @GyanangkurKashyap 2 роки тому +7

    বৰ ভাল লাগিল।সকলো কলা- কুশলীলৈ অভিনন্দন জনালোঁ 🙏

  • @sayaraj6165
    @sayaraj6165 3 місяці тому +1

    সকলোকে আন্তৰিক শুভেচ্ছা জনালো কাৰ্বি আংলঙ হাওৰাঘাটৰ পৰা🙏

    • @ntacinema
      @ntacinema  3 місяці тому

      ধন্যবাদ৷ কাৰ্বিআংলত আমি এখন চুটিছবি বনাইছো৷ নামটো "পাহাৰীয়া মন" চাব৷

  • @aimanikalita1873
    @aimanikalita1873 2 роки тому +1

    অন্তর চুই যোৱা কাহিনী

    • @ntacinema
      @ntacinema  2 роки тому

      অশেষ ধন্যবাদ

  • @praneshwardas5364
    @praneshwardas5364 2 роки тому +2

    Anekuwa swali biya pati bowari koratky

  • @ongaming6968
    @ongaming6968 Рік тому +1

    io🥰🥰🥺

  • @sanchitakakati9961
    @sanchitakakati9961 2 роки тому +3

    Dhunia, go ahead

  • @lakhirammunda8738
    @lakhirammunda8738 2 роки тому +2

    Hunder lagile

  • @bistirnaborah2368
    @bistirnaborah2368 2 роки тому +3

    খুব সুন্দৰ হৈছে।

  • @mkcreativesassam
    @mkcreativesassam 2 роки тому +2

    Dhunia🥰🥰🥰

  • @animabora4105
    @animabora4105 Рік тому +1

    খুব সুন্দৰ অভিনয় সকলোৰে ,বৰ ভাল লাগিল নাটক খন চাই ৷

  • @sdvlak
    @sdvlak 2 роки тому +1

    🤩🤩🤩😅

  • @vedicastrologyassam555
    @vedicastrologyassam555 2 роки тому +5

    ভাল নাটক এখন উপভোগ কৰিলো !

    • @nivaboruah727
      @nivaboruah727 2 роки тому +1

      ভাল লাগিল ।সকলোৰে অভিনয় ও সুন্দৰ হৈছে ।

    • @ghanawary6612
      @ghanawary6612 2 роки тому

      Top ten ranking ordering a ordering a executive frien r madhava services offered to a's fine o and deals assista producer arnt to do with utmost to r director and boutique OS commerce in Nikon centre Hasan gr Hasanul Haque Android Mahmud total Amt-the

    • @ghanawary6612
      @ghanawary6612 2 роки тому

      @@nivaboruah727 centre tthehe ce Hasan grand rapi producer Andrew thanks the ques it's been shohag sendtion that I will shohag andds Hassan therefore was no significant we government to part behen ke baad ka naam togirl out it to me that and send centre and

  • @professorpkd3565
    @professorpkd3565 2 роки тому +4

    সুন্দৰ হৈছে।আগলৈকো এনেকৈ চাবলৈ পাম বুলি আশা ৰাখিলোঁ।

    • @ntacinema
      @ntacinema  2 роки тому +1

      ua-cam.com/video/e9AAEQjKixU/v-deo.html

  • @bhobenbora6428
    @bhobenbora6428 2 роки тому +2

    চকুলো উলাই যোৱা কাহিনী

  • @ashokdas7041
    @ashokdas7041 2 роки тому +2

    "দেউতা " নামৰ চুটি ছবিখন চাই ভাল লাগিল। মূল্যবোধ হীন এটা অত্যাধুনিক মধ্যবিত্ত সমাজৰ বাবে এটি বাৰ্তা দিছে। ধন্যবাদ। --অশোক দাস।

    • @ntacinema
      @ntacinema  2 роки тому

      অশেষ ধন্যবাদ

  • @amulyadeka8569
    @amulyadeka8569 2 роки тому +2

    Ajir pajanmoi buji pabo

  • @ntacinema
    @ntacinema  2 роки тому +1

    ua-cam.com/video/e9AAEQjKixU/v-deo.html

  • @gitaleehazarika1484
    @gitaleehazarika1484 2 роки тому +2

    Tru. Bawasir

  • @mohendrakhanikar4908
    @mohendrakhanikar4908 2 роки тому +2

    ഇഇപ

    • @ntacinema
      @ntacinema  2 роки тому

      বুজি পালে ভাল লাগিল হেতেন! Sorry

  • @ongaming6968
    @ongaming6968 Рік тому +1

    io,🥺🥲😭🥲😭😭

  • @jyotibora4206
    @jyotibora4206 2 роки тому +2

    ইমান দাঙ কাতী বোৱাৰী

  • @indumonidevi2234
    @indumonidevi2234 2 роки тому +2

    পাগলি বোৱাৰী জনী বেছি দেখুৱাইছে 😡😡

    • @ntacinema
      @ntacinema  2 роки тому

      আপোনাৰ মন্তব্যই উৎসাহ যোগালে৷ ধন্যবাদ

  • @indumonidevi2234
    @indumonidevi2234 2 роки тому +2

    Besi overacting hoise buwari jni r

  • @user-sb6il4hk5j
    @user-sb6il4hk5j 7 місяців тому +1

    বোৱাৰী জনী ভাল নহয় দেই😡😡😡

    • @ntacinema
      @ntacinema  7 місяців тому

      ধন্যবাদ

  • @aijoniborah85
    @aijoniborah85 2 роки тому +2

    সুন্দৰ

  • @Melodia6625
    @Melodia6625 2 роки тому +2

    সুন্দৰ হৈছে।

  • @abinashboruah4920
    @abinashboruah4920 2 роки тому +1

    Nice

  • @cvmahesh5116
    @cvmahesh5116 2 роки тому +1

    সুন্দৰ