Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বহুত দুখ লাগিল আজি কালি ধনী মানুহ বোৰ এনেকুৱাই টকা নহলে একো নাই পৃথিবিত্
❤bhal lagil dukhiya manu khini solibo kosto hoise dhoni bilake dukhiya burok jibo jantu buli bhabe
হৃদয় চুই গ'ল ।।। নাকান্দি নোৱাৰিলো 😭😭😭😭😭💔💔
ছুটিৰ ছবিখনৰ কাহিনী ভাল লাগিছে 👍🙏👍👍🙏🙏
right,,🙏apuni thik koyse,,
কি যে এক সুন্দৰ উপস্থাপন। এখন জীয়া ছবি। 💕💖💖❤❤❤❤
😞😞
ভাল মানুহৰ এয়াই পৰিণতি। বাস্তৱ সত্য।
ইমান ধুনীয়া অভিনয় কৰিছে সকলোৱে 🥺❤️ সঁচাকৈয়ে মোৰ হৃদয় চুই গল 🥺❤️❤️❤️ lot's of love from Assam (boko) 😌❤️
Amazing Film
Xsakoi ata bor xundor kahini 🥺❤️❤️
চকুৰ পানী ওলাই আহিল । সুন্দৰ অভিনয়
হাউলি বাসি বুলি গৌৰৱ অনুভৱ কৰিছোঁ মই ।বৰ সুন্দৰ অভিনয় আৰু চম্পক দাদা আপুনি আগৰ পৰাই বহুত উৎসাহ আৰু প্ৰেৰণাদায়ক কাম বোৰ কৰি আহিছে ।ভাল লাগিল ।
নাকান্দি নোৱাৰিলো অ থাকিৱলৈ😓😓😓😓ৱহুত ভাল লাগিছে❤️❤️
আমাৰ সমাজ জীৱনৰ তিক্ত অথচ জীয়া প্ৰতিচ্ছবি এখন বৰ সুন্দৰকৈ উপস্থাপন কৰিবলৈ সক্ষম হৈছে আপোনালোকে....... অভিনয়, পৰিচালনা,কাহিনী সকলোবোৰ বৰ ধুনীয়া হৈছে, গোটেই টিমটোক এনেকুৱা এখন চলচ্চিত্ৰৰ বাবে ধন্যবাদ।"পইছা নালাগে কাম লাগে"
ua-cam.com/channels/V1MSZpgZIE3QzvZEk8nmng.html
চাওঁ আহক এক নতুন কাহিনীৰাম ৰামEpisode 01ua-cam.com/video/Yi_EMf3AFdk/v-deo.htmlEpisode 02ua-cam.com/video/y0QS8rlF_G4/v-deo.html
@@tinkumoninath2317 Bhut time imortion hoi roi galu.Bhut bhut Bhut vl hoisa.
সঁচাই বৰ সুন্দৰ story অভিনয় অতি মোহনীয়।
Reality of the human society ...........................Very heart thouching short film
বাস্তৱ ধৰ্মী। ভাল লাগিল
সুন্দৰ অভিনয় আৰু সুন্দৰ কাহিনী 👍ভাল লাগিল
কাহিনীৰ লগতে সকলো কলাকুশলীৰ অভিনয় অতি সুন্দৰ হৈছে ৷ সম্পূৰ্ণ নতুন কাহিনী এটা চাই ভাল লাগিল ৷
বাংলাদেশ থেকে দেখতেছি অসাধারণ অভিনয় এবং গল্প।
Oph
সঁচা কাহিনীৰ ওপৰত আধাৰিত। সমাজত এনেকুৱা বহুত ঘটনা ঘটে। শেষত সকলো লৈ শুভেচ্ছা থাকিল
দৰিদ্ৰতা আৰু বিলাসীতা জীৱনৰ এখন সুন্দৰ ছবি ফুটি উঠিছে।
Part 2 lage bhut val lagil soku pani rokhabo nuwarilu
Akebare misa kotha sokupani koise suna😅😅😅
Oti hundor...sokupani hamori rakhibo nuwarilu...
brilliant acting by that boy who played the poor guy role in this video......literally i have goosebumps by watching his acting skill.....it was excellent
Hi
Hridoi sui jua ek manomoha kahini.. Big congratulations to team Bhog.. agolio anekua sobi akha krilu..
Bhal lagil short film khn ❤❤❤
🙏🙏সচাঁ জীৱনে সত্যৰাখি সজ চৰিত্ৰৰে জীৱন-যাপন।চমৎকাৰ।
হয় হয় আমি সততা নিষ্ঠা আস্থা, ধৈর্য,বিশ্বাসেৰেই জীৱন কটাব লাগিব।ভগৱানে যি কৰে সেয়া ভালৰ বাবেই কৰে। মাথো আমি নিজ লক্ষ্য পথৰ পৰা আঁতৰিব নালাগিব।সংগ্রাম মানেই জীৱন।ভগৱানে নিশ্চয় আমাক সহায় কৰিবই। আমাৰ কৰ্মই ধৰ্ম।
Heart touching 🥺❣️
বৰ দুখ লগা কাহিনী । চাই খুবেই ভাল লাগিল ।।
Xosai asaj vator babe manuhe kimn kostu kribo lga hoi tu anekua flim bur sai buja jaii ,bht dhunia acting krise sbei😊
পুৰণি বহু কথাই মনলৈ আহিল😥😥
Heart touching story bht val lagil sai
মন চুই গ'ল...বৰ দুখ লাগিল ..
বহুত ভাল লাগিছে
সুন্দৰ❤️
Aman dhuniya lagise video to ❤️❤️❤️❤️
এক জীয়া ছবিৰ সুন্দৰ উপস্থাপন...
হৃদয় চুই গল💓💔
Bohut dhunia hoise Kapil Choudhury acting dhuniya hoise nd sokolore val hoise...
Bohut bhal lagil 😭😭😭
❤ সদাই আছোঁ দেই লগত❤
Really hurt touching story and Brilliant acting🙏
কাহিনীটো সচাই ভাল লাগিল । ধন্যবাদ
Bahut bahut bhal lagise sir
Bor xundor ovinoi krise deiii love from nagaon ❤️❤️❤️
Xundor hridoybidarok suti sobi . Val lagil.
Really heart touching
আমাৰ হাউলিৰ গৌৰৱ। বহুত সুন্দৰ অভিনয় কৰিছে। সমাজৰ বাস্তৱ ছবি দাঙি ধৰিছে। আগুৱাই যাওক।
অতি সুন্দৰ হৈছে।
বহুত ভাল লাগিল দেই।
অভিনয় ধুনীয়া হৈছেকিন্ত....
এই চুতি ছবিখন ইমান ধুনীয়া লাগিছে যে চাই থাকোতে মই চকুপানী ৰখাবই নোবাৰিলো আগলৈ আৰু এনেকুবা চুতি ছবি পাম বুলি আশা থাকিল congresulation আৰু আগুৱাই যাওক আপোনালোকৰ চেনেলটো
সচাই হৃদয় চুই গল।
অভিনয় ধুনীয়া লাগিছে👌।বহুত পাইছো এনেকুৱা দিন,য'ত নেকি কেতিয়াও পাহৰিব নোৱাৰো🙂...সেয়ে কাহিনীটোৱে আমাৰ জীৱনৰ আধাখিনি কথাই অভিনয়েৰে কোৱা যেন লাগিছে।ভগৱানে নকৰক এনেকুৱা দিন যাতে কাকো নিদিয়ে ভৱিষ্যতে😌। Good luck👍
Enkua din bohutr soli ase
😢😢😢 bhut dukh lagil sai amaro ake obostha 😢😢😢😢😢😢
আজিৰ সমাজৰ এখন জীয়া ছবি।আজিও সমাজত এনেকুৱা এচাম ধনী শ্ৰেণীৰ মানুহে দুখীয়া সকলক প্ৰতাৰিত কৰি আহিছে।সংলাপ, অভিনয় মানিব লাগিব।ইমান সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে ধন্যবাদ জনালোঁ।
Oti sundar aru real.eman dukha lagil sai.sakupani rakhiba para nai.jibilak manuh enekuwa sikhya Loba lage
Waw sir bohut bhal lagise xosake
Bahut val lagile sai aru dhokh lagise 😭😭😭
বহুত সুন্দৰ, হৃদয় চুই গ ল ❤️❤️❤️
ইমান সুন্দৰ অভিনয়😍। সঁচাকৈ হৃদয় চুই গ'ল।
খুব ভাল লাগিল, সকলোৰে অভিনয় সুন্দৰ, পূৰৱীৰ অভিনয় উত্তম
ভাল লাগিছে
বহুত ভাল লাগিল ভিডিঅটো চাই 😢😢
Val lagil sai👌
Wow nice all superb video 👏👏👍👍
আমি মানুহবোৰ পশুলৈ ৰূপান্তৰ হৈছোঁ। নাটকৰ লিখক জনৰ প্ৰতি অভিনন্দন থাকিল।
Video tu sai bhut bhal lagil❤❤❤....আজি কালি সমাজত এইবোৰ হৈ a থাকে...
Sokor Pani olai gise xosakoi...bohut vl hoise ❤️❤️
Val lagese
Bahut Val lagil sai❤️❤️
Bohut Val lagil
সুন্দৰ সৃষ্টি 🙏🏼🙏🏼🙏🏼
চকু পানী ৰাখিব পৰা নাই ,,, দ্বিতীয় খণ্ড লাগে,,,এক বুজাব নোৱাৰা কাহিনী দেখোৱাই ছে দেই ,, সুন্দৰ 👌 👌
HP
Val lagil sail.. Aru enekuwa sort film sabo pam buli akha thakil..
MOGA. Lagel. Sir.
সুন্দৰ উপস্থাপন ।বাস্তৱ জীৱনৰ জীয়া ছবি পৰিস্ফুট হৈছে ।অভিনয় সুন্দৰ।আগলৈ আৰু আশা কৰিলোঁ ।
শেষ টোহে ইমান ভাল নালাগিল।।পিছলৈ অলপ চিন্তা কৰিব চোন
Bor hundor short movie sai val lagil 2nd part ketiyake bonabo. Aakha korisu hunkale pam
Thank you,thoughshortfilm,it reflects the inhuman couple
দাদা আপোনাৰ অভিনয় সলাগবলগীয়া💕💕
Khub sundar hoise
Bor xundor hoise
ভাল হৈছে, আগবাঢ়ক।
Aji salu dhunia character n dhunia story hoisa❤❤❤
Hosake bhut dhuniya acting krise... Hokoloye.... Editing tu vall hoise.... Hokoloye aguwai jao K...
Bohut val lgily ..ear 2nd partu joldi dibo dada
Heart touching ❤️
Mor jibonor lagt milise..lock down a sekh kori pelale
ইমান ধুনীয়া অভিনয় কৰিছে❣️ কাহিনীটো অন্তৰস্পৰ্শী❣️
very nice
Bohut val hoise, continue karibo buli asa korilu
Concept is truly based on today society 😢
Omg Very Heart touching ❤️❤️❤️❤️❤️❤️❤️❤️🙏
Nice acting purabi mam....
I really like it supper good things
vl lagil sai
Bohut vl lagil hosakoi dukhiya dukh ketiyau hekh nohoy
বহুত ভাল লাগিল☺সচাই এই সমাজখন বহুত কৃপন🙂যিকি নহক অকন হলেও নিজৰ গাত লাগিছে 😌 ...... ।।। আৰু শুব সুন্দৰ অভিনয় কৰিছে আপোলোকে ☺☺❤
Dhanyabad
Superb...
Bht bht vl lgil...
Really heart touching story of 😭😭
বহুত দুখ লাগিল আজি কালি ধনী মানুহ বোৰ এনেকুৱাই টকা নহলে একো নাই পৃথিবিত্
❤bhal lagil dukhiya manu khini solibo kosto hoise dhoni bilake dukhiya burok jibo jantu buli bhabe
হৃদয় চুই গ'ল ।।। নাকান্দি নোৱাৰিলো 😭😭😭😭😭💔💔
ছুটিৰ ছবিখনৰ কাহিনী ভাল লাগিছে 👍🙏👍👍🙏🙏
right,,🙏apuni thik koyse,,
কি যে এক সুন্দৰ উপস্থাপন। এখন জীয়া ছবি। 💕💖💖❤❤❤❤
😞😞
ভাল মানুহৰ এয়াই পৰিণতি। বাস্তৱ সত্য।
ইমান ধুনীয়া অভিনয় কৰিছে সকলোৱে 🥺❤️ সঁচাকৈয়ে মোৰ হৃদয় চুই গল 🥺❤️❤️❤️ lot's of love from Assam (boko) 😌❤️
Amazing Film
Xsakoi ata bor xundor kahini 🥺❤️❤️
চকুৰ পানী ওলাই আহিল । সুন্দৰ অভিনয়
হাউলি বাসি বুলি গৌৰৱ অনুভৱ কৰিছোঁ মই ।বৰ সুন্দৰ অভিনয় আৰু চম্পক দাদা আপুনি আগৰ পৰাই বহুত উৎসাহ আৰু প্ৰেৰণাদায়ক কাম বোৰ কৰি আহিছে ।ভাল লাগিল ।
নাকান্দি নোৱাৰিলো অ থাকিৱলৈ😓😓😓😓ৱহুত ভাল লাগিছে❤️❤️
আমাৰ সমাজ জীৱনৰ তিক্ত অথচ জীয়া প্ৰতিচ্ছবি এখন বৰ সুন্দৰকৈ উপস্থাপন কৰিবলৈ সক্ষম হৈছে আপোনালোকে....... অভিনয়, পৰিচালনা,কাহিনী সকলোবোৰ বৰ ধুনীয়া হৈছে, গোটেই টিমটোক এনেকুৱা এখন চলচ্চিত্ৰৰ বাবে ধন্যবাদ।
"পইছা নালাগে কাম লাগে"
ua-cam.com/channels/V1MSZpgZIE3QzvZEk8nmng.html
চাওঁ আহক এক নতুন কাহিনী
ৰাম ৰাম
Episode 01
ua-cam.com/video/Yi_EMf3AFdk/v-deo.html
Episode 02
ua-cam.com/video/y0QS8rlF_G4/v-deo.html
@@tinkumoninath2317 Bhut time imortion hoi roi galu.
Bhut bhut Bhut vl hoisa.
সঁচাই বৰ সুন্দৰ story অভিনয় অতি মোহনীয়।
Reality of the human society ...........................Very heart thouching short film
বাস্তৱ ধৰ্মী। ভাল লাগিল
সুন্দৰ অভিনয় আৰু সুন্দৰ কাহিনী 👍ভাল লাগিল
কাহিনীৰ লগতে সকলো কলাকুশলীৰ অভিনয় অতি সুন্দৰ হৈছে ৷ সম্পূৰ্ণ নতুন কাহিনী এটা চাই ভাল লাগিল ৷
চাওঁ আহক এক নতুন কাহিনী
ৰাম ৰাম
Episode 01
ua-cam.com/video/Yi_EMf3AFdk/v-deo.html
Episode 02
ua-cam.com/video/y0QS8rlF_G4/v-deo.html
বাংলাদেশ থেকে দেখতেছি অসাধারণ অভিনয় এবং গল্প।
Oph
সঁচা কাহিনীৰ ওপৰত আধাৰিত। সমাজত এনেকুৱা বহুত ঘটনা ঘটে। শেষত সকলো লৈ শুভেচ্ছা থাকিল
দৰিদ্ৰতা আৰু বিলাসীতা জীৱনৰ
এখন সুন্দৰ ছবি ফুটি উঠিছে।
চাওঁ আহক এক নতুন কাহিনী
ৰাম ৰাম
Episode 01
ua-cam.com/video/Yi_EMf3AFdk/v-deo.html
Episode 02
ua-cam.com/video/y0QS8rlF_G4/v-deo.html
Part 2 lage bhut val lagil soku pani rokhabo nuwarilu
Akebare misa kotha sokupani koise suna😅😅😅
Oti hundor...sokupani hamori rakhibo nuwarilu...
brilliant acting by that boy who played the poor guy role in this video......literally i have goosebumps by watching his acting skill.....it was excellent
চাওঁ আহক এক নতুন কাহিনী
ৰাম ৰাম
Episode 01
ua-cam.com/video/Yi_EMf3AFdk/v-deo.html
Episode 02
ua-cam.com/video/y0QS8rlF_G4/v-deo.html
Hi
Hridoi sui jua ek manomoha kahini.. Big congratulations to team Bhog.. agolio anekua sobi akha krilu..
চাওঁ আহক এক নতুন কাহিনী
ৰাম ৰাম
Episode 01
ua-cam.com/video/Yi_EMf3AFdk/v-deo.html
Episode 02
ua-cam.com/video/y0QS8rlF_G4/v-deo.html
Bhal lagil short film khn ❤❤❤
🙏🙏সচাঁ জীৱনে সত্যৰাখি সজ চৰিত্ৰৰে জীৱন-যাপন।চমৎকাৰ।
হয় হয় আমি সততা নিষ্ঠা আস্থা, ধৈর্য,বিশ্বাসেৰেই জীৱন কটাব লাগিব।
ভগৱানে যি কৰে সেয়া ভালৰ বাবেই কৰে। মাথো আমি নিজ লক্ষ্য পথৰ পৰা আঁতৰিব নালাগিব।সংগ্রাম মানেই জীৱন।
ভগৱানে নিশ্চয় আমাক সহায় কৰিবই।
আমাৰ কৰ্মই ধৰ্ম।
Heart touching 🥺❣️
বৰ দুখ লগা কাহিনী । চাই খুবেই ভাল লাগিল ।।
Xosai asaj vator babe manuhe kimn kostu kribo lga hoi tu anekua flim bur sai buja jaii ,bht dhunia acting krise sbei😊
পুৰণি বহু কথাই মনলৈ আহিল😥😥
Heart touching story bht val lagil sai
মন চুই গ'ল...বৰ দুখ লাগিল ..
বহুত ভাল লাগিছে
সুন্দৰ❤️
Aman dhuniya lagise video to ❤️❤️❤️❤️
এক জীয়া ছবিৰ সুন্দৰ উপস্থাপন...
হৃদয় চুই গল💓💔
Bohut dhunia hoise
Kapil Choudhury acting dhuniya hoise nd sokolore val hoise...
চাওঁ আহক এক নতুন কাহিনী
ৰাম ৰাম
Episode 01
ua-cam.com/video/Yi_EMf3AFdk/v-deo.html
Episode 02
ua-cam.com/video/y0QS8rlF_G4/v-deo.html
Bohut bhal lagil 😭😭😭
❤ সদাই আছোঁ দেই লগত❤
Really hurt touching story and Brilliant acting🙏
কাহিনীটো সচাই ভাল লাগিল । ধন্যবাদ
Bahut bahut bhal lagise sir
Bor xundor ovinoi krise deiii love from nagaon ❤️❤️❤️
Xundor hridoybidarok suti sobi . Val lagil.
Really heart touching
আমাৰ হাউলিৰ গৌৰৱ। বহুত সুন্দৰ অভিনয় কৰিছে। সমাজৰ বাস্তৱ ছবি দাঙি ধৰিছে। আগুৱাই যাওক।
অতি সুন্দৰ হৈছে।
বহুত ভাল লাগিল দেই।
অভিনয় ধুনীয়া হৈছে
কিন্ত....
এই চুতি ছবিখন ইমান ধুনীয়া লাগিছে যে চাই থাকোতে মই চকুপানী ৰখাবই নোবাৰিলো আগলৈ আৰু এনেকুবা চুতি ছবি পাম বুলি আশা থাকিল congresulation আৰু আগুৱাই যাওক আপোনালোকৰ চেনেলটো
সচাই হৃদয় চুই গল।
অভিনয় ধুনীয়া লাগিছে👌।
বহুত পাইছো এনেকুৱা দিন,য'ত নেকি কেতিয়াও পাহৰিব নোৱাৰো🙂...সেয়ে কাহিনীটোৱে আমাৰ জীৱনৰ আধাখিনি কথাই অভিনয়েৰে কোৱা যেন লাগিছে।
ভগৱানে নকৰক এনেকুৱা দিন যাতে কাকো নিদিয়ে ভৱিষ্যতে😌। Good luck👍
Enkua din bohutr soli ase
😢😢😢 bhut dukh lagil sai amaro ake obostha 😢😢😢😢😢😢
আজিৰ সমাজৰ এখন জীয়া ছবি।আজিও সমাজত এনেকুৱা এচাম ধনী শ্ৰেণীৰ মানুহে দুখীয়া সকলক প্ৰতাৰিত কৰি আহিছে।সংলাপ, অভিনয় মানিব লাগিব।ইমান সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে ধন্যবাদ জনালোঁ।
Oti sundar aru real.eman dukha lagil sai.sakupani rakhiba para nai.jibilak manuh enekuwa sikhya
Loba lage
Waw sir bohut bhal lagise xosake
চাওঁ আহক এক নতুন কাহিনী
ৰাম ৰাম
Episode 01
ua-cam.com/video/Yi_EMf3AFdk/v-deo.html
Episode 02
ua-cam.com/video/y0QS8rlF_G4/v-deo.html
Bahut val lagile sai aru dhokh lagise 😭😭😭
বহুত সুন্দৰ, হৃদয় চুই গ ল ❤️❤️❤️
চাওঁ আহক এক নতুন কাহিনী
ৰাম ৰাম
Episode 01
ua-cam.com/video/Yi_EMf3AFdk/v-deo.html
Episode 02
ua-cam.com/video/y0QS8rlF_G4/v-deo.html
ইমান সুন্দৰ অভিনয়😍। সঁচাকৈ হৃদয় চুই গ'ল।
খুব ভাল লাগিল, সকলোৰে অভিনয় সুন্দৰ, পূৰৱীৰ অভিনয় উত্তম
চাওঁ আহক এক নতুন কাহিনী
ৰাম ৰাম
Episode 01
ua-cam.com/video/Yi_EMf3AFdk/v-deo.html
Episode 02
ua-cam.com/video/y0QS8rlF_G4/v-deo.html
ভাল লাগিছে
বহুত ভাল লাগিল ভিডিঅটো চাই 😢😢
Val lagil sai👌
চাওঁ আহক এক নতুন কাহিনী
ৰাম ৰাম
Episode 01
ua-cam.com/video/Yi_EMf3AFdk/v-deo.html
Episode 02
ua-cam.com/video/y0QS8rlF_G4/v-deo.html
Wow nice all superb video 👏👏👍👍
আমি মানুহবোৰ পশুলৈ ৰূপান্তৰ হৈছোঁ। নাটকৰ লিখক জনৰ প্ৰতি অভিনন্দন থাকিল।
Video tu sai bhut bhal lagil❤❤❤....আজি কালি সমাজত এইবোৰ হৈ a থাকে...
Sokor Pani olai gise xosakoi...bohut vl hoise ❤️❤️
Val lagese
Bahut Val lagil sai❤️❤️
চাওঁ আহক এক নতুন কাহিনী
ৰাম ৰাম
Episode 01
ua-cam.com/video/Yi_EMf3AFdk/v-deo.html
Episode 02
ua-cam.com/video/y0QS8rlF_G4/v-deo.html
Bohut Val lagil
সুন্দৰ সৃষ্টি 🙏🏼🙏🏼🙏🏼
চকু পানী ৰাখিব পৰা নাই ,,, দ্বিতীয় খণ্ড লাগে,,,এক বুজাব নোৱাৰা কাহিনী দেখোৱাই ছে দেই ,, সুন্দৰ 👌 👌
HP
Val lagil sail.. Aru enekuwa sort film sabo pam buli akha thakil..
MOGA. Lagel. Sir.
সুন্দৰ উপস্থাপন ।বাস্তৱ জীৱনৰ জীয়া ছবি পৰিস্ফুট হৈছে ।অভিনয় সুন্দৰ।আগলৈ আৰু আশা কৰিলোঁ ।
শেষ টোহে ইমান ভাল নালাগিল।।পিছলৈ অলপ চিন্তা কৰিব চোন
Bor hundor short movie sai val lagil 2nd part ketiyake bonabo. Aakha korisu hunkale pam
Thank you,thoughshortfilm,it reflects the inhuman couple
দাদা আপোনাৰ অভিনয় সলাগবলগীয়া💕💕
Khub sundar hoise
Bor xundor hoise
ভাল হৈছে, আগবাঢ়ক।
Aji salu dhunia character n dhunia story hoisa❤❤❤
Hosake bhut dhuniya acting krise... Hokoloye.... Editing tu vall hoise.... Hokoloye aguwai jao K...
চাওঁ আহক এক নতুন কাহিনী
ৰাম ৰাম
Episode 01
ua-cam.com/video/Yi_EMf3AFdk/v-deo.html
Episode 02
ua-cam.com/video/y0QS8rlF_G4/v-deo.html
Bohut val lgily ..ear 2nd partu joldi dibo dada
Heart touching ❤️
Mor jibonor lagt milise..lock down a sekh kori pelale
ইমান ধুনীয়া অভিনয় কৰিছে❣️ কাহিনীটো অন্তৰস্পৰ্শী❣️
very nice
Bohut val hoise, continue karibo buli asa korilu
Concept is truly based on today society 😢
Omg Very Heart touching ❤️❤️❤️❤️❤️❤️❤️❤️🙏
Nice acting purabi mam....
I really like it supper good things
vl lagil sai
Bohut vl lagil hosakoi dukhiya dukh ketiyau hekh nohoy
বহুত ভাল লাগিল☺সচাই এই সমাজখন বহুত কৃপন🙂যিকি নহক অকন হলেও নিজৰ গাত লাগিছে 😌 ......
।।। আৰু শুব সুন্দৰ অভিনয় কৰিছে আপোলোকে ☺☺❤
Dhanyabad
Superb...
Bht bht vl lgil...
চাওঁ আহক এক নতুন কাহিনী
ৰাম ৰাম
Episode 01
ua-cam.com/video/Yi_EMf3AFdk/v-deo.html
Episode 02
ua-cam.com/video/y0QS8rlF_G4/v-deo.html
Really heart touching story of 😭😭