বিপদে লগ এৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক?

Поділитися
Вставка
  • Опубліковано 8 лют 2025
  • 📌 বিপদে লগ এৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক?
    📌 উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনাৰ ভিত্তিত
    📌 জে’ললৈ যাব নেকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?
    #SC #AssamCM #HimantaBiswaSarma #HateSpeech
    ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

КОМЕНТАРІ • 296

  • @balendas4259
    @balendas4259 Рік тому +80

    বালিলৈ যি পাত শৰ সুগ্ৰীবলৈ একেই পাত শৰ হব লাগে।

  • @sureshmohan8165
    @sureshmohan8165 Рік тому +74

    মিছা কলে কি হব ৷ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস নোহোৱা হ’ল৷পাছতহে জানিম৷

  • @darpandeka5141
    @darpandeka5141 Рік тому +174

    আইন যদি সকলোৰে বাবে সমান হয় , তেতিয়াহলে মূখ্য মন্ত্ৰী হিমন্ত গ্ৰেপ্তাৰ হ'ব লাগে

    • @ASSAMBJP84730
      @ASSAMBJP84730 Рік тому +4

      কৰি দেখা চোন চাও

    • @mukulbaruah1833
      @mukulbaruah1833 Рік тому

      @@ASSAMBJP84730 Fassi habo.

    • @rajeshhazarika1663
      @rajeshhazarika1663 Рік тому +1

      পাৱাৰ যাৰ হাতত সিহে মেইন বাকি চব পুতুল😂

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 Рік тому +2

      আইন সকলোৰে বাবে সমান সচা কথা, কিন্তু আইনৰ ৰক্ষক সকলেহে ইয়াক সমান হব নিদিয়ে । মই জানো অসমত এজনো (মাত্ৰ এজনো) আৰক্ষী নোলায় যিয়ে শাসকীয় দলৰ মূখ্যমন্ত্ৰী জনক উচ্চতম ন্যায়ালয়ৰ এপ্ৰিল মাহৰ নিৰ্দেশ মতে গ্ৰেপ্তাৰ কৰিব পাৰিব । গ্ৰেপ্তাৰ দূৰৈৰ কথা সোধাপোচাৰ বাবেও মাতিবলৈ সাহস নহব। কোনো আইন নমনা ৰাজনীতিকক শাস্তি দিয়াৰ শক্তি মাথোঁ ৰাইজৰ হাততে আছে।

    • @ASSAMBJP84730
      @ASSAMBJP84730 Рік тому

      @@prabinmallabaruah8845 কৰিলে অসম উৰাই দিম

  • @pgoswami5378
    @pgoswami5378 Рік тому +23

    মুখত যি আহে তাকেই কয়,সেয়াই হল বিড়াম্বনা।নিজকে অধিক শক্তিশালী বুলি
    ভাবে বাবেই হয়তো অহংকাৰ বাঢ়ি
    আহিছে।

  • @kamalkalita338
    @kamalkalita338 Рік тому +50

    অসম আৰক্ষী এটিয়া অন্ধ্ৰ হৈ পৰিছে , সেয়েহে দেখা নেপাই মুখ্যমন্ত্ৰীৰ ভুল । সাধাৰণ লোকক কৰিব জানে এনকাওন্তাৰ

    • @rajeshhazarika1663
      @rajeshhazarika1663 Рік тому

      সাধাৰণ লোকক এনকাউন্টাৰ কৰা নাই কেৱল বাংলাদেশী চুৰ ডকাইট গেদাসোপাক হে কৰি আছে😂

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw Рік тому +126

    আইনত বিশ্বাস নাই ।জনতাই শিল দলিয়াই মাৰিব লাগে ।

    • @gitumanibarman6536
      @gitumanibarman6536 Рік тому +3

      Ain himontoi buji pai jano, powa hle si jonmonir rabhar Kio niyai db nowarile low himontor hatot teok kone jelot vorab mekurir dingit tilinga aari diyar nicina kotha

    • @HappyKnittingYarn-wx1pw
      @HappyKnittingYarn-wx1pw 5 місяців тому

      লগতে সোঁৱে বাৱেঁ থকা বোৰকো ।কিন্তু অন্ধভক্তই বা কি কয় ?

  • @amulyasarma7390
    @amulyasarma7390 Рік тому +65

    মাইকী লোভত ইমান মানুহক গুৰিয়াব নাপায় ইয়াক যি কোনো পকাৰে জেলত দিব লাগে

  • @barasharajbangshi719
    @barasharajbangshi719 Рік тому +94

    ঘৃণা ৰাজনীতি কৰা এই জনক ঘৃণাৰ চকুৰে চাব লাগে।

  • @urmideka2292
    @urmideka2292 Рік тому +33

    জেল নহয় নৰকলৈ গলেহে বেছি শান্তি পাম।

  • @hemantapathak2307
    @hemantapathak2307 Рік тому +42

    দেখা পোৱা গৈছে -দেশৰ ন্যায়পালিকাই খেনোক দেখি ৰান্ধে - বাঢ়ে, খেনোক দেখি দুৱাৰ ডাং দিয়ে।

  • @phanidharrabha8057
    @phanidharrabha8057 Рік тому +10

    তাৰ নামটো কওতে "ডক্টৰ " সম্বধনটো উচ্চাৰণ কৰাটোৱেই পাপ । কিয়নো তাৰ সকলো ডিগ্ৰী -ডিপ্লমা পুনৰীক্ষণ কৰাৰ প্ৰয়োজন আছে বুলি বহুতে বিশ্বাস কৰে

  • @hndekari8011
    @hndekari8011 Рік тому +12

    স্বেচ্ছাচাৰী শাসনত সকলো স্ব-ইচ্ছাৰেই চলে ৷ অপৰাধী যেতিয়া ৰজা হয় তেতিয়া সেই ৰজাক শিকলি পিন্ধাবলৈ ওলায় কোন ? অৱশ্যে, অপৰাধী সদায় অপৰাধীয়েই; আজি নহ’লে কালিলৈ শিকলি পিন্ধিবই লাগিব ৷ এয়ে সত্য ৷৷

  • @udairajbhattarai1251
    @udairajbhattarai1251 Рік тому +30

    নেতাই ভূল কৰিলে জেল নহ হয় ,ফাচি হ'ব লাগে।সাধাৰণ ৰাইজে ভূল কৰিলে জেল হ,ব লাগে।নেতাৰ ভূলে লাখ2জন-গণক ভূললৈ নিয়ে হয়। 4:29

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 Рік тому +41

    সাংবাদিক সকলে আনৰ কথা কয়। কিন্তু এতিয়াও নাজিৰা থানাত তৰা গোচৰটো সম্পৰ্কত কি ব্যবস্থা লোৱা হল সেই ক্ষেত্ৰত সাংবাদিক সকলে ডি জি পিক লগ কৰি কিয় নোসোধে? আমি শীৰ্ষ আৰক্ষী বিষয়া জনৰ মতামত সাংবাদিকৰ যোগেদি জানিব বিচাৰোঁ । এতিয়াও সাংবাদিক সকলে ডিজিপিক লগ নকৰাৰ কাৰণ ৰাইজে থিকেই অনুমান কৰি আছে।

    • @sanatankalita9086
      @sanatankalita9086 Рік тому +4

      আজিকালি সাংবাদিক সকলেও ক'লা চছমা পিন্ধে

    • @rastamali3718
      @rastamali3718 Рік тому +1

      DeSot.bisar.nai.police.bahini.o..kana hoise kintu..besi din nai ai murkho cm.r..dosa.ki.hoy.sabo paribo.dei

  • @mantuhussain6183
    @mantuhussain6183 Рік тому +36

    চোৰৰ এ চৰকাৰ, পুলিচে ও চোৰ.......... একো ফলাফল নহয়

  • @babulali3856
    @babulali3856 Рік тому +80

    ঘৃণা বিয়পোৱা সকল এদিন নিজেই সকলোৰে ঘৃণাৰ পাত্ৰ হৈ যায় এয়া শাস্ত্ৰৰ কথা আৰু ই ফলিয়ায় ।

  • @arupgoswami2297
    @arupgoswami2297 Рік тому +27

    2024 পিছতহে বিছাৰ হব ।

  • @newsassam24985
    @newsassam24985 Рік тому +28

    গ্ৰেপ্তাৰ হʼব লাগে।

  • @prabhatchborah3751
    @prabhatchborah3751 Рік тому +7

    *মেকুৰীৰ ডিঙিত তিলিঙা কোনে আৰিব।*
    উচ্চতম ন্যায়ালয়ে নিজাকৈ ব্যৱস্থা নললে ; আমি হাত সাবতি বহি থাকিব লাগিব যেন লাগিছে !

  • @asomiaasom6008
    @asomiaasom6008 Рік тому +15

    ভাৰতীয় আইন আদালত সংবিধান প্ৰশাসন হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলা আইন আদালত সংবিধান প্ৰশাসনে হিমন্তৰ নিৰ্দেশত বিৰোধীক ধৰিবলৈ সদা সাজু হৈ থাকে ।হিমন্ত বিশ্ব শৰ্মাৰ একো নহয় কাৰণ হিমন্ত বিশ্ব শৰ্মাক আইন আদালত সংবিধান প্ৰশাসনে সেৱা কৰি ৰেহাই দিব একো নকৰে ,বৰং ওলোটাকৈ হিমন্তৰ বিৰুদ্ধে কোৱা লোককহে আইন আদালত সংবিধান প্ৰশাসনে ব্যৱস্থা লব ।

    • @rajeshhazarika1663
      @rajeshhazarika1663 Рік тому

      ১০০% শুদ্ধ কথা ই

    • @ASSAMBJP84730
      @ASSAMBJP84730 Рік тому

      হিমন্ত দাক কিবা কৰিলে অসম উৰাই দিম

    • @asomiaasom6008
      @asomiaasom6008 Рік тому

      @@ASSAMBJP84730সন্ত্ৰাসবাদী লিডাৰ হিমন্তক বছাবলৈ সন্ত্ৰাসবাদী কেদাৰ আহি গলি ভাবুকি দি লিডাৰ হিমন্তক বছাবলৈ ?

  • @Bg22224
    @Bg22224 Рік тому +26

    পুলিচ -আইন -কেৱল দুখীয়াৰ বাবে

  • @njyotinjyoti7541
    @njyotinjyoti7541 Рік тому +8

    এনেকৈ সকলো আইন চৰকাৰৰ‌ হাতত বিক্ৰী হৈ গ'লে কি হ'ব দেশৰ জনতা

  • @gunaramdas131
    @gunaramdas131 Рік тому +2

    ঘৃণাই সামাজিক শান্তি বিনষ্ট কৰি অশান্তি বাতা বৰণ সৃষ্টিত সহায়
    কৰে।

  • @janardanbora2803
    @janardanbora2803 Рік тому +10

    তেওঁ উপৰত গোচৰ ৰুজো কৰি থওক এনেও মধ্যপ্ৰদেশত চৰকাৰ সলনি হব তাৰ পৰা নিজেই বুজি পাব

  • @rakashdas9087
    @rakashdas9087 Рік тому +20

    ভয় লাগিছে জেলত যাবলৈ

  • @rjlhan9842
    @rjlhan9842 Рік тому +15

    আদালত BJP ৰ নেকি?

  • @udhabnath6856
    @udhabnath6856 Рік тому +4

    চৰকাৰ নামৰ এই অত্যাচাৰী যন্ত্ৰটোক মানিবলৈ মন নাই।

  • @pritimalalagasupayeng4675
    @pritimalalagasupayeng4675 Рік тому +13

    যাৰ ওচৰত পইচা আছে তাৰ হাততে aien

  • @rajudutta7246
    @rajudutta7246 Рік тому +17

    কালা পানীলৈ নি তাক।

  • @manikchandradas7057
    @manikchandradas7057 Рік тому +6

    এই পাগল পলিতিচিয়ান বিলাকৰ জেগা হব লাগে পাগলা ফাটেকৰ পোতাশালত কেলা। 😡😡😡😡😡

  • @monwarbarlaskar1793
    @monwarbarlaskar1793 Рік тому +7

    Yes action should be tàken against Hemanta B Sharma

  • @jaihind8229
    @jaihind8229 Рік тому +5

    Kindly take necessary action Hon'ble Supreme court

  • @karbipo6326
    @karbipo6326 Рік тому +21

    আইন সকলোৰে বাবে সমান

  • @rahulaxom2603
    @rahulaxom2603 Рік тому +10

    Akhet bule amar CM... thui..aru police e nije case toribo... Hobo diok.. 🙏🙏🙏

  • @belateepertin7118
    @belateepertin7118 Рік тому +2

    মিছলীয়াই নিজৰ বিপদ অনাটোও স্বাভাৱিক.

  • @taradoi7957
    @taradoi7957 5 місяців тому

    নিশ্চয় মই হিমন্ত বিশ্ব শমা'ৰ জেইল হলে ভাল পাম মই অসমীয়া হিচাপে কৈছো ।

  • @giasuddinahmed9756
    @giasuddinahmed9756 Рік тому +5

    আৰক্ষীৰ চাকৰি যাব।

  • @brajenkaman2017
    @brajenkaman2017 Рік тому +16

    আইন সকলোৰে কাৰনে একে হ'ব লাগে।

  • @bimalnath867
    @bimalnath867 Рік тому +16

    Send him jailhouse soon. F IR against him

  • @maotsetungboruah8398
    @maotsetungboruah8398 Рік тому +4

    Jail darkar nai out of state

  • @dilipchandradas2292
    @dilipchandradas2292 Рік тому +3

    এতিয়াৰ ক্ষোভৰ জুইকুৰা নিৰ্বাচনৰ সময়ত নুমাবলৈ নিদিবচোন।

    • @xavier6231
      @xavier6231 Рік тому +1

      💯 👌 kotha koise. Pise akha korbo nowari .🤔🤔

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Рік тому

    যদি আইনৰ সুৰুঙাইদি সাৰি যায় তেনেহলে ৰাইজে ধৰিলেই হল এই জনক।

  • @NasiurRahman-zv6vu
    @NasiurRahman-zv6vu Рік тому +16

    Adin bahut bea din ahibo eyar

    • @rajeshhazarika1663
      @rajeshhazarika1663 Рік тому

      😂গেদাসোপা খতম হোৱাৰ পিছত হ'লে No problem😂

  • @moinulhouque2602
    @moinulhouque2602 Рік тому +13

    Truth is always suffering

  • @dadhirambrahma9355
    @dadhirambrahma9355 Рік тому +10

    E jail jale ahom hanti hobo 🙏🙏🙏

  • @hiteshmahanta361
    @hiteshmahanta361 Рік тому +3

    Congress zindabad ajp zindabad ajp zindabad ajp zindabad ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @DeepankarGayan-nt4es
    @DeepankarGayan-nt4es Рік тому +1

    আইন বৰ্তমান বিজেপিৰ মতে চলে।

    • @rajeshhazarika1663
      @rajeshhazarika1663 Рік тому

      😂একদম ঠিক আৰু চলিবয়ে লাগে

  • @nitudeka-ks1sc
    @nitudeka-ks1sc Рік тому +22

    পাগলটো জেললৈ গলেহে উশাহ পাম

  • @anilgoswami2238
    @anilgoswami2238 Рік тому +2

    ভাৰতীয় আইনৰ "উৰ্ধত" কোন কোন ??????????????

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 3 місяці тому

    বহুতো কেলেংকাৰী মুখ্যমন্ত্ৰী চৰকাৰ চলাই আছে গতিকে প্ৰশাসনে বেবস্তা ল'ব নোৱাৰে

  • @TCF573
    @TCF573 Рік тому +2

    Supreme Court a ki kori ase

  • @birendeka5674
    @birendeka5674 Рік тому +3

    Law should be done applicable to all

  • @shyamsullaskar5398
    @shyamsullaskar5398 5 місяців тому

    অতি সত্বর আইনি ব্যবস্থা নেওয়া দরকার

  • @abdulsahad8615
    @abdulsahad8615 Рік тому +1

    Himontoi nijei 10 Janpath jolai nidorkhon dekhuwabo lage.tetia he bormota bulim

  • @syedjeherulislam2938
    @syedjeherulislam2938 Рік тому +1

    Constitution ase jodi arrest hobo......

  • @syedaellinnahar1995
    @syedaellinnahar1995 Рік тому

    হিমন্ত মূৰৰ ওপৰত উঠিলে অসমৰ ৰাইজৰ কাৰনে। এতিয়া ৰাইজে এৰা দিছে। পৰিলেও এওক আৰু ধৰিব নাই। পৰক , ঠেকেছা খালেহে গম পাব, অসমৰ ৰাইজৰ কথা। হিন্দু __মুছলমান কৰিয়েই বছৰ কেইটা পাৰ কৰি আছে !!! শিলৰ সাকোঁ উছেদৰ কাহিনী বহুত বেছি দুখ লগা।

  • @uttamgogoi1128
    @uttamgogoi1128 Рік тому +1

    A mojja val kotha

  • @GopalChRabha
    @GopalChRabha Рік тому

    Mama Mami Mati Kelengkariৰ বাবে মাঠা গৰম হৈ আছে।
    মামাক লোপ ৰেহাই দিয়কহে

  • @arjunhanse779
    @arjunhanse779 Рік тому +1

    Aain hokolu babe homan

  • @LillaBarwa
    @LillaBarwa 4 місяці тому

    আমি গন বিখুভ কৰিম আমাক এনে মূখ্য মন্ত্রী লাদে

  • @himantachetia1919
    @himantachetia1919 Рік тому +5

    Good news

  • @AminulIslam-pj3hi
    @AminulIslam-pj3hi 5 місяців тому

    হহিমন
    হিমন্তক গেৰেপতাৰ কৰি জলত ভৰাব লাগে ৴,,

  • @bijoynath5506
    @bijoynath5506 Рік тому +4

    Aanok encounter kore
    Cm ki hobo?

  • @uttambhuyan6635
    @uttambhuyan6635 Рік тому

    অসমৰ মুখ্যমন্ত্ৰীৰ (সময় দিন ১০০+শতাংশ বেয়া সময় আহি আছে সময়ে সময়ত সময়ৰ কাম কৰি যাব + অতি দুৰ্নীতি ভ্ৰষ্টাচাৰ ভ্ৰষ্টাচাৰী ৰাজনীতি নেতা ৰাজ নেতা হয় বিজেপি দলৰ এই জন ৰাজনীতি নেতা+

    • @mukulbaruah1833
      @mukulbaruah1833 Рік тому

      Himantr ekmatra khasti fassi.

    • @rajeshhazarika1663
      @rajeshhazarika1663 Рік тому

      ​@@mukulbaruah1833😂গেদায়ে সেইবোৰ সপোন দেখি লাভ নাই অ'😅

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 Рік тому

    হিমন্তই OVER SMART SCHEME--ৰ Award-ৰ দৌৰত গণতন্ত্ৰ,ধৰ্মনিৰপেক্ষতা,অসমৰ সি মূৰ চোবোৱা(the dropped posts of the recently provincialized schools) আৰ্তজনৰ ভোকাতুৰ আৰু ৰোগীীয়া প্ৰাণবোৰ,অসমৰ হোজালোক আনকি পুলিচ আদালতকও কেৰেপ নকৰা হোৱাৰ Award পোৱাটো আমি বিছাৰিছো।

  • @anildutta8108
    @anildutta8108 Рік тому +5

    Uncontrol mind language should be punishable

  • @ranjitgogoi7431
    @ranjitgogoi7431 Рік тому +1

    Ako korib nuware aji dinat himantok

  • @jogeshkalita4610
    @jogeshkalita4610 Рік тому +9

    Afrikar ghan jangalat ari diba lage.

  • @samudrahazarika110
    @samudrahazarika110 Рік тому

    He should be punished. Ohonkarir poton nischit

  • @chittunrabharabha605
    @chittunrabharabha605 Рік тому +4

    Yes

  • @jakirjakir8451
    @jakirjakir8451 Рік тому +1

    ❤❤❤

  • @Luknan-nr3nh
    @Luknan-nr3nh 5 місяців тому

    Mukhymantri mantri Sharma Lage❤

  • @hiheloByby6902
    @hiheloByby6902 Рік тому +1

    If opposition leader can be send to trial... There is no exception for this Clown to be send for trial.... Otherwise Law will be just a joke in this country 😂.... No Jokers MPS and MLAs are above the law

  • @asslaskarlaskar
    @asslaskarlaskar 5 місяців тому +1

    Himonta bjp hotaw Assam India basaw

  • @babitatalukdar8541
    @babitatalukdar8541 Рік тому

    Law not for poor person.

  • @utpalgoswami1990
    @utpalgoswami1990 Рік тому +3

    মহাশয় নিউজ কব লাগে বুলিয়ে নিউজ নোকোৱা ভাল নেকি ? ফাকি দাস দামোদৰ নৰেন্দ্ৰ মোদী পাচৰে । আমাৰ অসমৰ ৰজা কুক্ষাত জন, পাগল হল । অসমীয়া ভাষাত এসাৰ কথা আছে " পাগলে নবকে কি ছাগলীয়ে নাখাই কি ? " এই দুইজন নেতা সেই পথৰে নহয়নে ?

    • @TCF573
      @TCF573 Рік тому

      Akdom thik ..

  • @Anowarhussain-v5u5p
    @Anowarhussain-v5u5p Рік тому +1

    Himanta kokor hoy kokor

  • @manashinath7106
    @manashinath7106 Рік тому +1

    সনাতন ধৰ্মক যে কৰোনাৰ দৰে নাশ কৰি পেলাব লাগে .... সেই টো শুনি টু তহতৰ মুখত মাত এটাও ফুটা নাছিল যে এইখিনি কোৱাৰ পিচত তাৰ স্থান কত হব লাগে....

    • @mukulbaruah1833
      @mukulbaruah1833 Рік тому

      Bamunr goo khai tur magoj dhila hol.

    • @manashinath7106
      @manashinath7106 Рік тому

      @@mukulbaruah1833 ... তহঁতৰ ঘৰত বামুণৰ গু খোৱাৰ নিয়ম আছে হবলা, সেইকাৰণে তই ভালকে জানো এইবোৰ

    • @rajeshhazarika1663
      @rajeshhazarika1663 Рік тому

      একদম ঠিক

    • @rajeshhazarika1663
      @rajeshhazarika1663 Рік тому

      ​@@mukulbaruah1833উটৰ মুত খাগৈ যা ফেক নামৰ লাভ জেহাদি 😡, ফেক নাম দি হিন্দু ছোৱালী পতাই নি গেদি বনোৱাৰ মতলবত ঘুৰি ফুৰিছ গেদা জেহাদি কেলা😡

  • @disivraj6265
    @disivraj6265 Рік тому

    Let himanta Biswa Sharma in jail

  • @arjundas3446
    @arjundas3446 Рік тому +2

    মামা সেই Congres ই আছিল বোপাই হত.

  • @Sanuda90
    @Sanuda90 Рік тому

    Yes,,himu mama basi jabo,,aami miya,,, mamar logot hodai aasu👍👍

  • @PodumHazarika-y4l
    @PodumHazarika-y4l Рік тому +2

    Ki Hol G P Singh .Mohudoi Kiba Ata Korak

  • @dhurbadas7777
    @dhurbadas7777 Рік тому +2

    Mama hoi gol aru tumar

  • @Assames786
    @Assames786 4 місяці тому

    সময়ত যাবো

  • @ParamaSaikia-kw8qk
    @ParamaSaikia-kw8qk Рік тому +1

    CM Dangoryak arrast kora Kar hahokh ase

  • @brothersglobe5706
    @brothersglobe5706 Рік тому

    আৰক্ষী বৰ্তমান বিজেপিৰ জেপৰ খুচুৰা পইছা।

  • @rupanta-tu8vu
    @rupanta-tu8vu Рік тому +3

    Assam police ki hol... Ne hklu CM a control kore

  • @minahazarika7578
    @minahazarika7578 25 днів тому

    আইন সকলোৰে আৰক্ষীকনা

  • @ablinkandulana-cy8xf
    @ablinkandulana-cy8xf Рік тому

    Ain hokolur babe homan

  • @firajultarfdar7588
    @firajultarfdar7588 5 місяців тому

    Hemanta Biswas CID to Tum to koribo Lage

  • @RijumoniAli
    @RijumoniAli 5 місяців тому

    এই খন গোনদা গিৰি চৰকাৰ একো নহয চাব আপুনালোকে ।

  • @lakhikrchintey5693
    @lakhikrchintey5693 Рік тому

    জেইলত দিয়ক পাগলতোক

  • @rashmisaikiya7453
    @rashmisaikiya7453 Рік тому +1

    Aijonor thait akhil Gogoi huya hole atiyaloi jel palege heten

  • @MostburRahman
    @MostburRahman 5 місяців тому

    Yes sir

  • @kamal_medhi_22
    @kamal_medhi_22 3 місяці тому

    Dukhiya manuhor tez khowa cm ok jail dibo lagai

  • @KarunaTopno-e6k
    @KarunaTopno-e6k 5 місяців тому

    ok.ok.ok.❤❤❤❤❤❤

  • @traveler590
    @traveler590 Рік тому +1

    👍👍👍👍👍👍👾

  • @RajibKhan-fs8cf
    @RajibKhan-fs8cf 5 місяців тому

    Himantok oti xun kale gepter koribo lage

  • @AlomAli-z2x
    @AlomAli-z2x 5 місяців тому

    👍👍👍👌

  • @montukolita2438
    @montukolita2438 4 місяці тому

    Gp sim himantak ares nakarile ares haba g p sin