Leena Doley News Update: SI পৱন কলিতাৰ কৰ্মকাণ্ডই কিদৰে ডুবালে লীনা দলেক?

Поділитися
Вставка
  • Опубліковано 18 жов 2024
  • ক্ষিপ্ৰগতিত আগবাঢ়িছে SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। CBIৰ জেৰাত কেতবোৰ বিস্ফোৰক স্বীকাৰোক্তি SI পৱন কলিতাৰ। পিছে পৱন কলিতাৰ কৰ্মকাণ্ডই কিদৰে ডুবালে লীনা দলেক?
    #leenadoley #assampolice #junmonirabha
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 UA-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com...
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam

КОМЕНТАРІ • 414

  • @rupshreedevi9179
    @rupshreedevi9179 Рік тому +60

    CBI নিচিনা ইমান শক্তিশালী দলটোয়েও আজিলৈকে একো এটা তদন্ত কৰিব পৰা নাই। আৰু কিমান তথ্য লাগে তেখেত সকলক? তদন্তৰ নামত ভেকু ভাওনা চলি আছে।

    • @Narzy88
      @Narzy88 Рік тому +5

      CBI যে বৰ্তমান নৰেন্দ্ৰ মোদীৰ ঝাৰূৱালা হে ঘানতা

    • @ranjitdoley2659
      @ranjitdoley2659 Рік тому +3

      CBI এ কি কি ওপৰত তদন্ত কৰিব লাগে,কেনেকৈ কৰিব লাগে আৰু অসমবাসীক পতিয়ন নিয়াবলৈ কেনেদৰে তদন্ত কৰি প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব সেই সকলোবোৰ বিষয় ওপৰ মহলে হয়তো CBI ক আগতেই পাঠ পঢ়াই থৈছে।এইবোৰ সকলো শেষত( 0).

  • @nilakantadoley6342
    @nilakantadoley6342 Рік тому +88

    এইবাৰ এই কেচটোত সচাকৈ আচৰিত হ'ৱলগীয়া ।

  • @manojbora2244
    @manojbora2244 Рік тому +44

    একাংশ আৰক্ষীৰ নগ্ন স্বৰূপ দেখি দেখি ৰাইজে এতিয়া কাক বিশ্বাসত লব । অসম চৰকাৰে এই বিষয়ত সঠিক পদক্ষেপ গ্ৰহন কৰিলে জনতা সুখী হব !

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 Рік тому +62

    এই ব্যৱস্থাটোৰ ওপৰত আস্থা নোহোৱা হ'ল।

  • @swapnabora5446
    @swapnabora5446 Рік тому +32

    গোটেই ঘটনাটোৰ লগত high profile জৰিত থকা ৰ বাবে খেলি-মেলি হৈ আছে। উকিল ছাৰ, সচা বিচাৰ কৰি ঘটনাটো জোনমনিৰ মাকক ন্যায় পালে ভাল লাগিব।

  • @satishchand8795
    @satishchand8795 Рік тому +134

    Leena দলে নামৰ সাগৰখনৰ গভীৰতা বহুত বেছি যত Himanta নামৰ ছাগলী এটাও ডুব গৈ আছে

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Рік тому +51

    এইদৰে হইতাকাৰীক যদি পুলিছে বচায় তেনেহলে সাধারণ মানুহৰ খেতৰত কি হব?

  • @ratulbarman5821
    @ratulbarman5821 Рік тому +62

    সি নিজেও জড়িত নেকি তেনে কৰিলে যে।

  • @4u206
    @4u206 Рік тому +65

    অপদাৰ্থ । মানুহ আজি মানুহ ন'হয় , নৰখাদক । কিন্তু নেদেখাজনে কাকো এৰি নিদিয়ে ।

  • @hemkantaborah7434
    @hemkantaborah7434 Рік тому +62

    এই পাষণ্ড পৱন কলিতাক চুলি খুৰাই,মুখত চূন সানি ৰাষ্টাত ঘুৰাব লাগে।

  • @mdoley5126
    @mdoley5126 Рік тому +55

    police ৰ এই বেয়া পোষবোৰ একেবাৰে মানুহৰ দৰে ব্যৱহাৰ কৰিব নালাগে যেনেদৰে junmoni মাৰিছিলে তেনে অৱস্থা কৰিব লাগে।

  • @sanjibrajkonwar1777
    @sanjibrajkonwar1777 Рік тому +22

    এতিয়াহে আচল খেল আৰম্ভ হব। নিজক বচাবলৈ ইজনে সিজনৰ সমস্ত জীৱন বুৰঞ্জী বলকিব।

  • @iamrajbongshi8228
    @iamrajbongshi8228 Рік тому +12

    অভিযুক্ত লীনা দলে আৰু তাইৰ সহযোগী খিনিও শাস্তি পালে , CBI ৰ‌ ওপৰত বিশ্বাস চিৰদিনলৈ ৰাখিম

  • @SatymevaJayate007
    @SatymevaJayate007 Рік тому +53

    এইটো পুলিচক বৰ্খাস্ত কৰিব লাগে

    • @rupkantapathori9666
      @rupkantapathori9666 Рік тому +3

      মানুহক ঠগিব পাৰিব ভগৱানক ঠগিব পাৰিব জানো।ভগৱানে নিশ্চয় সময়ত বিচাৰ কৰিব ।কেচ কৰিব লাগে।

  • @trishnabaruah
    @trishnabaruah Рік тому +53

    এইটো কি পুলিচ ইয়াকো ধৰি জেলত ভৰাই দিব লাগে।

    • @gosaipararani945
      @gosaipararani945 Рік тому +4

      কি চাই আছে সোনকালে এৰেষ্ট কৰা। তেতিয়া হে শান্তি পাম।‌‌

    • @joligoswami3870
      @joligoswami3870 Рік тому

      Right ktha koise

    • @BijoySubba.
      @BijoySubba. Рік тому

      @@gosaipararani945 uparar pora permission oha nai jen palu. Karan gutei tu akei prayei police, cid, cbi, etc..... Department he beleg. Uparar pora ordar nahile akuyei koribo nuware team tu a.

    • @punakondeka1785
      @punakondeka1785 Рік тому

      Erest cm k koribo lage set Assamiya kharkhuaa

  • @BasudebBaishya-qk8db
    @BasudebBaishya-qk8db 17 днів тому +1

    Thanks. ❤❤❤❤❤❤❤❤

  • @punjanbaruah9427
    @punjanbaruah9427 Рік тому +30

    পৱন কলিতা আৰক্ষী হয় জানো? এই জনটো চোৰৰ সদাগৰ হে !

  • @lakhyanath1313
    @lakhyanath1313 Рік тому +30

    কুকুৰহত মানুহক মাৰি মানুহ মাংস খোৱা পুলিচ

  • @amritborah4276
    @amritborah4276 Рік тому +59

    পুলিচ ৰ এনেকুৱা পোক বোৰ নিঃশেষ কৰিব লাগে

  • @UpenKalita-z6y
    @UpenKalita-z6y Рік тому +5

    চি বি ‌ই‌ ধন্যবাদ থাকিল

  • @digantahazarika191
    @digantahazarika191 Рік тому +9

    কলি যুগত এনেকোৱাই হব দাদা

  • @sashibhatta5198
    @sashibhatta5198 Рік тому +24

    পবন কলিতাই নিজে নিৰ্দেশটো খুজি লৈছিলনে ? গোচৰটো ৰুজু কৰোতে আচামীৰ নাম লিখাটোত নিশ্চয় কলিতা ডাঙৰীয়াৰ স্বাধীনতা আছিল ৷ অধিবক্তা গৰাকীয়ে কিছু কথা খোলাখুলিকৈ কলে ৷ প্ৰতিবেদক আৰু অধিবক্তা দুয়োকে সাহসী যেন লাগিল ৷

    • @satishchand8795
      @satishchand8795 Рік тому +1

      এই কুকুৰটোক ডাঙৰীয়া বুলি সন্মান দিয়াৰ কোন লাভ নাই

    • @sashibhatta5198
      @sashibhatta5198 23 дні тому

      ​@@satishchand8795 ঠাত্তা কৰিহে ডাঙৰীয়া বুলিছিলোঁ ৷ সি সন্মান পোৱাৰ যোগ্য নহয় ৷ এদিন নিশ্চয় অন্য প্ৰকাৰে ফচিব ৷

  • @ketekiborah8061
    @ketekiborah8061 Рік тому +3

    ভাল লাগিছে,জোনমনি ৰাভাৰ তদন্তৰ পৰা যেন কলীয়া ডাৱৰ আতৰি আকাশখন অলপ ফৰকাল হ'বলৈ আৰম্ভ কৰিছে।

  • @manjittalukdar4949
    @manjittalukdar4949 7 місяців тому +1

    বহুত দুখ লগা ঘটনা

  • @AnjumoniBoruah-f4f
    @AnjumoniBoruah-f4f Рік тому +29

    Police karone law baleg naki .

  • @rinkigogoi7455
    @rinkigogoi7455 Рік тому +6

    এনেকুৱা পুলিচ ক ধৰি লৈ জলকীয়া লগাই দিব লাগে।নিজৰ ঘৰৰ মানুহক এনেকৈ কোনোবাই মাৰিলে হে গম পাব।

  • @bilahkonwar5865
    @bilahkonwar5865 Рік тому +9

    ইমান প্ৰমাণ পোৱা পিছত দুখীয়ে এতিয়াও কিয় জেলত নভৰাই প্ৰসাশনীয় ক্ষেত্ৰত মূখ্য মন্ত্ৰী নিজৰ দায়িত্ব আছে কি ৰহস্য আছে ৰাইজে এই বিলাক বুজি পালেই এইবাৰ পহুখেদা দিব কৰণ গণতান্ত্ৰিক দেশ ত ৰাইজে ৰজা মনতৰাখিব ধন্যবাদ

  • @dayanandadoley4926
    @dayanandadoley4926 Рік тому +21

    এইখন চৰকাৰৰ দিনত পুলিচক বিশ্বাস নকৰাই ভাল

  • @jayadass2681
    @jayadass2681 8 місяців тому +1

    জনসাধাৰণে চি বি আই বুলি কাক বিশ্বাস কৰিব।

  • @bhadrakantabordoloi1636
    @bhadrakantabordoloi1636 Рік тому +3

    ধন্যবাদ পৱন কলিতা। আপুনি আপোনাৰ কাৰনে জমা কৰি ৰাখিছে । আপোনাৰো লগতে আপোনাৰ লৰা ছোৱালী লৈকে য়ো শাকিব ৰাখিছে দেই। ধন্যবাদ ।

  • @jdas4150
    @jdas4150 Рік тому +7

    ভাল লাগিছে. 👍101 পাপ হল যেন লাগিছে

  • @drjatinbaruah2795
    @drjatinbaruah2795 Рік тому +44

    বেচেৰা পবন কলিতাক ধন্যবাদহে জনাবৰ মন গৈছে দেই ৷

  • @pramilakhakhlary9882
    @pramilakhakhlary9882 Рік тому +1

    উদক ভেটা ৰখীয়া পাতিছে চৰকাৰে। কিন্তু লোভ,মোহ,অহংকাৰ আহিলে ভগৱানেও বচাব নোৱাৰে। মহাপাপৰ ফল ভূগিবই লাগিব৷।

  • @Narzy88
    @Narzy88 Рік тому +22

    পাব্লিক যে ৫০ তা মান বেট লয় হুছ-পুছ কৰক থ্ৰাক ড্ৰাইভাৰ ৰ পৰা চুৰু কৰি ৩/৪ দিনতে উলাব'

  • @dhruborava1581
    @dhruborava1581 Рік тому +1

    Good

  • @rabhagaming3386
    @rabhagaming3386 Рік тому +5

    No. 1 master mind Leena Doley. চৰকাৰৰ সৎ সাহস আছে যদি লীনাক ধৰি জেলত দিয়ক।

  • @prodipbonia4182
    @prodipbonia4182 8 днів тому

    বঢ়ীয়া বঢ়ী‌য়া

  • @anupamkrnathanupam9038
    @anupamkrnathanupam9038 Рік тому

    Nd 24 bhut bhut dhoinoabad

  • @jatinchandraray
    @jatinchandraray Рік тому +1

    Yes

  • @jayadass2681
    @jayadass2681 7 місяців тому +1

    এনে পুলিচ বিষয়া চাকৰি কিয় বাছি আছে?

  • @sumi564
    @sumi564 Рік тому +12

    CID/CBI r dwara nohobo... All Religious Peoples of Assam wants a high level Judicial investigation of SI Junmoni Rabha's death Case immediately.....

  • @bhargabrajbongshi600
    @bhargabrajbongshi600 Рік тому +4

    এনেও মানুহৰ এইখন চৰকাৰৰ পতি আস্থা হেৰাই গৈছে ! এইখন চৰকাৰৰ দিনত ডাঙৰ ডাঙৰ মানুহবোৰৰ একো ভুলে নাথাকে !

  • @rajurabha
    @rajurabha Рік тому +2

    ইয়াত সম্পূৰ্ণ নগাঁও আৰক্ষী জুৰিত

  • @raghabboro3015
    @raghabboro3015 Рік тому +1

    Game of money.

  • @manikfamilyblogs4056
    @manikfamilyblogs4056 Рік тому +1

    কি হব এইখন পৃথিৱীত😂, মানুহ নামত নামত ,,,,0000000

  • @dipaliboruah1511
    @dipaliboruah1511 Рік тому +5

    পুলিচ প্ৰশাসন বুলিলে শিয়ালৰ লগত তুলনা কৰিব লাগে।

  • @PutanKhakhlary-xy3zk
    @PutanKhakhlary-xy3zk Рік тому +1

    এই সকল পুলিছ ৰাজনীতি বিধহে

  • @pulenmahanta948
    @pulenmahanta948 Рік тому +1

    ভগৱানক বাদ দি কাৰো নহয় উচিত তদন্ত ৷

  • @jutikakalita7722
    @jutikakalita7722 Рік тому +1

    সিহঁতে মানৱ জীৱনৰ লগত খেল খেলিছে ।ইমান তথ্য পোৱাৰ পিছটো😮

  • @birendrasarma2534
    @birendrasarma2534 Рік тому +4

    Right

  • @danswrangbasumatary6401
    @danswrangbasumatary6401 Рік тому +1

    Thank you sri

  • @animaborah7558
    @animaborah7558 Рік тому +1

    পৱন কুমাৰো সমানে জগৰীয়া ।ইয়াক ৰাইজেই বিচাৰ কৰিব লাগে ।

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Рік тому

    ইমানৰ পাচতো লীনা দলেক কিয় এৰেষ্ট কৰা নাই। নিশ্চয় ওপৰ মহলৰ নেতাৰ অনুগ্রহতে এইটো হবলৈ পাইছে।

  • @Samarjyoti440
    @Samarjyoti440 Рік тому +8

    Original result Vagbane dib lets wait......n see ahead..

  • @jhonboro2332
    @jhonboro2332 Рік тому +7

    Police sei Jodi anekua kam kore tenehole raije ushit nyai kenekoi karpora pabo?

  • @jugalkishor4219
    @jugalkishor4219 Рік тому +2

    Assam Police Go Back
    কি ঘণ্টা কৰি আছে G P sing আৰু হিমন্তই৷
    নিকা প্ৰশাসনৰ দাবী কৰা হিমন্ত নিমাত কিয়

  • @sangrambangthai2938
    @sangrambangthai2938 Рік тому

    অপৰাধী কেইটা নমৰা লৈকে এই কেচ্ ৰ অনুসন্ধান চালিয়ে থাকক.....

  • @indraneelkachari9130
    @indraneelkachari9130 Рік тому +1

    ধুনীয়া দেই

  • @usrecipezar
    @usrecipezar Рік тому +3

    এই খন এখন নাটক, কালপ্ৰীত বোৰক বছাই CBI ক এখন নাটক কৰিবলৈ দিয়া হৈছে। এইটো ডাঙৰ বোমহৈ ফুটিব এদিন চাবচোন !

  • @muhitherecar1116
    @muhitherecar1116 Рік тому +3

    Good news

  • @sureshmohan8165
    @sureshmohan8165 Рік тому +12

    সুশান্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক আছেনে????যদি আছে কি কৰি আছে?ৰিনিকী সাৱধান৷

  • @ridhi826
    @ridhi826 Рік тому +1

    আইনী ব্যৱস্থাটোৰ প্ৰতি বিশ্বাস যেন নোহোৱা হৈ পৰিল।।😞😞

  • @basisthaacharya6590
    @basisthaacharya6590 Рік тому +6

    তাৰ মানে নগাঁৱৰ আৰক্ষীৰ লোক সকল এই ঘটনাত জড়িত কৰিলে।পঢ়া শুনা নাই নেকি?

  • @B9nine11
    @B9nine11 Рік тому +4

    #justiceforJunmoniRabha

  • @bitupanbora5090
    @bitupanbora5090 Рік тому +2

    Good news ❤

  • @dhrubabayan4421
    @dhrubabayan4421 Рік тому +1

    গোটেই কেইজনক গুলীয়াই মাৰিব লাগে।

  • @nandeswardeka7964
    @nandeswardeka7964 Рік тому

    Thanks powan kalita sir

  • @chandanadeka5880
    @chandanadeka5880 Рік тому +1

    Right sir very nice

  • @surenboruah3241
    @surenboruah3241 Рік тому +1

    এই বিলাক পুলিচ বিষয়া ও জৰিত যেন লাগে

  • @Tarunchdeka-cb4go
    @Tarunchdeka-cb4go Рік тому +1

    নিজৰে সহকৰ্মীক মাৰিলে,এচপিৰ কথা মতে কেচ লিখ,সাধাৰন নাগৰিকে কি আশা কৰিব ,অনতি পলমে লীনা দলে,আভা ৰাভা আৰু আন দুজনক সোনকালে এৰেস্ট কৰক নহলে ৰাইজে অসমৰ স্মাৰ্ট পুলিচক বুজিব যে ডগাবাজৰ দল টকা খকুৱা,প্ৰকৃত মানৱতা শূন্য নিলাজ পুলিচ

  • @rajesht665
    @rajesht665 Рік тому +2

    very, very good.

  • @liaapborpatragohain8006
    @liaapborpatragohain8006 Рік тому +2

    Batori tu huni bhal lagil🙏🏽yarpisot ki hobo akhare baat sai asu👍

  • @AnjumoniBoruah-f4f
    @AnjumoniBoruah-f4f Рік тому +7

    Law follow-up nojore naki police

  • @mithudas362
    @mithudas362 Рік тому +2

    Love CBI

  • @bhubanhazarika8109
    @bhubanhazarika8109 Рік тому +1

    OMG..

  • @dhrubajyotigogoi2269
    @dhrubajyotigogoi2269 Рік тому +2

    Smart Police ৰ কাণ্ড এইবোৰেই ,এইধৰণৰবোৰ থাকিলে অপৰাধী নকমে বাঢ়িবহে 💯 % ।
    মই কিন্তু তেনেকৈহে ভাবিছো।

  • @prakheswarboroboro6209
    @prakheswarboroboro6209 Рік тому

    Very good information

  • @puspadhardeka5665
    @puspadhardeka5665 Рік тому +4

    এই পুলিচ গুণ্ডা বোৰৰ বেয়া দিন আহি গল, bhaihat ভাল দৰে খাই লোৱা,

  • @BhabakantaKaptak
    @BhabakantaKaptak Рік тому

    Justice for junmoni rahba

  • @BpBoro-zq9ms
    @BpBoro-zq9ms Рік тому +2

  • @surabhirabha8095
    @surabhirabha8095 Рік тому +7

    Teo ajan criminal hoi, arrest him.

  • @prabalbania4477
    @prabalbania4477 Рік тому +1

    Spicy news.

  • @porishmitachutia7835
    @porishmitachutia7835 Рік тому

    😢 অতি দুখজনক নাৰী নাৰীৰ শত্ৰু।

  • @jagatsaikia7451
    @jagatsaikia7451 Рік тому +1

    এই কুকুৰ এচ আই পৱন কলিতাক এৰেষ্ট কৰিব লাগে আৰু এতিয়া চি বি আই মেদামে উচিত বিচাৰ কৰি ন্যায় প্ৰদান কৰক ।

  • @babusaikia7886
    @babusaikia7886 Рік тому +1

    ফাঁচি দিব লাগে

  • @banajituzir5197
    @banajituzir5197 19 днів тому

    As per General Dairy Go the Enquiry..🎉

  • @otpgamer5548
    @otpgamer5548 Рік тому +2

    Power

  • @BijoySubba.
    @BijoySubba. Рік тому +1

    All people's
    Ki bhabe aitu case tut lavlina ma'am a winner & failer?

  • @SujilaBasumatary-r2s
    @SujilaBasumatary-r2s 19 днів тому

    Jonmoni rabha justice

  • @basantaozah1313
    @basantaozah1313 Рік тому +1

    এনে কৰ্ম্মকাণ্ডই আৰক্ষী সকলৰ ওপৰত অসমৰ জনতাই সম্পূৰ্ণ ভাৱে আস্থা হেৰুৱাইছে । এইক্ষেত্ৰত অসমৰ গৃহ সচিব প্ৰধানে কি পদক্ষেপ ল'ব ?

  • @kartikblog-yj6mk
    @kartikblog-yj6mk Рік тому +2

    পাপে চুব তঁহতক

  • @nirugogoi4576
    @nirugogoi4576 8 місяців тому

    এইজনক মই কৈছে ঠিকেই কৈছে সাৰি যাব দিব নালাগে পানীত বুৰ মাৰি কিমান সময় থাকিব

  • @bulsaikia3967
    @bulsaikia3967 Рік тому +4

    বাপু এতিয়া নিজে বাছ পিছত মেমক বছাবি

  • @giridharrabha738
    @giridharrabha738 Рік тому +4

    Arrest him....

  • @khagenmahanta131
    @khagenmahanta131 Рік тому +1

    লিনাবোলাজনীক ৰাইজৰ আগত জেৰা কৰক অতিথিসকলে, নহলে তাই চুইচাইড কৰিলে লগৰকেইটা সাৰি জাব ।

  • @joypuskidas657
    @joypuskidas657 Рік тому +1

    Iyak public dhulai diyok .I. Appealing to all Assam sangathon from Mbai

  • @ranjitgogoi2796
    @ranjitgogoi2796 Рік тому +1

    পবন কলিতাক উচিত তদন্ত করক

  • @uddhabsarma3991
    @uddhabsarma3991 Рік тому

    এজাহাৰত আমাৰ নাম থকাহললে আমাক এৰেষ্ট কৰিলেহয় নে । তাৰমানে এইটো পক্ষপাতিত্ত্ নয়নে।
    এনকৈ ৰাইজক সুৰক্ষা কেনেকৈ দিব ।
    দলে প্ৰভাবিত কৰাৰ দোসত দসি নহব কিয় ।

  • @dibakarchandradas2446
    @dibakarchandradas2446 Рік тому +2

    আদালতত বাছি গলেও ঈশ্বৰৰ বিছাৰত বাছিব নোৱাৰিব

  • @bharatgogoi324
    @bharatgogoi324 Рік тому

    সকলো ধাকি ৰাখিব বিচাৰিচে