Jonaki Asomi (জোনাকী অসমী) | Jayanta Nath
Вставка
- Опубліковано 19 січ 2023
- Real life lyrics video of Junaki Asomi by Jayanta Nath
Title - Jonaki Asomi
Singer - Jayanta Nath
Lyrics - Kabyanandini Nalinibala Hazarika
Composer - Jayanta Nath
Music - Shyamal Bhuyan
Keys - Shyamal Bhuyan
Guitar - Homen Bora, Samarjyoti Sarmah
Flute - Bhaskarjyoti Kalita
Backing vocal - Jaya Irani
Recording, Mix and Mastering - Shyamal Bhuyan
Studio - Studio Euphonix, Jorhat
Music on - Telescope Records
Video Direction, Camera, Editing - Akashjyoti Nath
Appearances - Nalinibala Hazarika, Jayanta Nath, Pranjal Saikia, Shyamal Bhuyan, Pabitra Baruah, Rina Bora, Mridul Bhuyan, Rajeev Goswami, Geetawali Rajkumari
Special Thanks - Capt. Bipin Ch. Hazarika, Manashjyoti Bora (Bubu)
#jonakiasomi #jayantanath
Follow Jayanta Nath
Website - www.jayantanath.in
Facebook - / imjayantanath
Instagram - / imjayantanath
Twitter - / imjayantanath
মন চুই গল।
এটি সুন্দৰ গীতে মন চুই গল 🙏
অসম মাতৃৰ ৰূপ-ৰস-বৈভৱ বৰ্ণনাৰ সুষমাৰে মণ্ডিত-বন্দিত গীতৰ সুন্দৰ কথাই হৃদয় আলোড়িত কৰিলে। গীতটিৰ সুৰ-সংগীত আৰু আপোনাৰ সুমধুৰ কণ্ঠৰ ৰাগী সকলো মন পৰশি যোৱা....। মুগ্ধ হ'লোঁ সুন্দৰ গীতটি শুনি। এনে এটি চিৰসুন্দৰ গীতৰ উপহাৰ দিয়াৰ বাবে আপোনাৰ লগতে শ্ৰদ্ধাৰ বিশিষ্ট গীতিকাৰ গৰাকী আৰু সংগীতকাৰ শ্যামল ভূঞা লগতে গীতটিৰে জড়িত সকলো শিল্পী- কলা-কুশলীলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।💐💐💐
ভাল লাগিল ❤️❤️
অতি সুন্দৰ
🙏🙏🙏
এটি সৰ্বাংগ সুন্দৰ গীত … বৰ ভাল লাগিছে…
সুন্দৰ
শুনি আপ্লুত হ'লো।
অতি সুন্দৰ।অভিনন্দন
বহুত ধুনীয়া
বৰ ভাল লাগিল দাদা