ROSHNI | NIRUPAMA BORGOHAIN

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • Guest : Nirupama Borgohain, eminent Assamese writer
    Anchor : Florence Handique Rabha
    Producer: Nabanita Das

КОМЕНТАРІ • 69

  • @user-ih6sy2sj7u
    @user-ih6sy2sj7u 2 роки тому +3

    আজি ১ এপ্ৰিল ২০২২ ত ...ষান্মাষিক পৰীক্ষাৰ বাবে খুউব হৃদয় চুই যোৱা চুটি গল্প( উৎসৱ) এটি যি অধ্যয়নৰ অন্তৰ্গত ... তাৰ বাবে ইউটিউবটি খুলি ল'লো তেনেতে এই কথোপকথন দেখি মই যেন আতৰি যাবলে ....
    সক্ষম নহ'লো!
    অশেষ শ্ৰদ্ধা জনাইছো আপোনলৈ আৰু
    ধন্যবাদ দূৰদৰ্শন !

  • @rakentertainment2761
    @rakentertainment2761 3 роки тому +5

    নিৰুপমা বাইদেউ ৰ কথাবোৰ বহুত ভাল লাগিল । ঘোষিকা গৰাকী বহুত বেয়া লাগিল । কথা কবলে অলপ শিকি লবি এনেকুৱা বিশেষ মানুহৰ লগত কথা পাতিবলৈ । চালচিগা অসমীয়া তই ।

  • @NabaJyotiDeka-er5jp
    @NabaJyotiDeka-er5jp 3 роки тому +5

    আত ধৰোতা বাইদেউ অসমীয়া অনুষ্ঠান এটি আঁত ধৰোতে সুন্দৰ আৰু সাৱলীল ভাবে অসমীয়া ভাষা বেছি ব্যৱহাৰ কৰিব লাগে ইংৰাজী ভাষা টো পাৰিলে কম ব্যৱহাৰ কৰিব লাগে ধন্যবাদ।

  • @anishadas3846
    @anishadas3846 2 роки тому +4

    এইটো সচাকৈ এটা ভাল কাম। আহিছিলো Nirupama Bargohain 'poem "Celebration" কবিতা টো বুজাৰ বাবে তথাপিও বহুত ভাল লাগিল ।

  • @r.hazarika9231
    @r.hazarika9231 3 роки тому +6

    বাইদেউ লৈ প্ৰণাম জনাইছোঁ, তেখেতৰ বিষয়ে সবিশেষ জানিবলৈ পাই বহুত ধন্যবাদ জনালোঁ ,লগতে তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ। এই অনুষ্ঠানৰ টিৰ এংকৰ গৰাকী য়ে ইমান সুন্দৰকৈ বাইদেউৰ জীৱনৰ যি খিনি কথা উলিয়াই আনিলে তাৰ বাবে তেওঁ লৈও অশেষ ধন্যবাদ জনালোঁ 🙏🙏

  • @rituldas7694
    @rituldas7694 3 роки тому +16

    নিৰূপমা বাইদেউ তেতিয়াই ইংৰাজী অধ্যাপিকা তথাপিও মুখত ইংৰাজী নাই এইগৰাকী লে চোৱা অসমীয়া নাজানে হবলা ।

    • @mirabarman3544
      @mirabarman3544 3 роки тому

      আৰু অলপ স্পষ্ট হ'লে মানে জীৱনৰ কথা ভাল পালোঁ হয় ।

  • @chandicharangoswami2987
    @chandicharangoswami2987 3 роки тому +14

    ডী ডী অসমৰ দৰে চেনেলে এনে এগৰাকী ভজুৱা ভাষা ব্যৱহাৰ কৰোঁতাক নিৰুপমা বাইদেউৰ সাক্ষাৎকাৰ লবলৈ দিয়াতো উচিত হোৱা নাই৷ বাইদেউৰ কথাখিনি অৱশ্যেই ভাল লাগিল৷

    • @Karnadas2456
      @Karnadas2456 6 місяців тому

      Bhojuwa😂😂😂😂😂😅

  • @minakshibaruah4948
    @minakshibaruah4948 3 роки тому +5

    অনুস্থানটো চাই বহুত ভাল লাগিল। সাক্ষাৎ গ্ৰহন কৰাগৰাকীয়ে সম্পূৰ্ণ অসমীয়াত কোৱা হ'লে আৰু ভাল লাগিলহেতেন।

  • @apurbasarma1233
    @apurbasarma1233 3 роки тому +3

    শ্ৰদ্ধাৰ নিৰুপমা বাইদেউৰ সাক্ষাৎকাৰৰ অনুষ্ঠানটো চাই উপকৃত হ'লোঁ। তেখেতৰ জীৱন আৰু অসম আন্দোলনৰ বিষয়ে বহুখিনি নজনা কথা জানিলোঁ। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰলৈ ধন্যবাদ ।

  • @malamanibaruah3524
    @malamanibaruah3524 4 місяці тому

    বৰ ভাল লাগিল

  • @nilishaika5262
    @nilishaika5262 Рік тому

    Nirupoma. Baideo. Mur. Bohut. Priyo

  • @nirmalichowdhry855
    @nirmalichowdhry855 3 роки тому +1

    আপোনালৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ বাইদেউ 🙏🙏❤️❤️

  • @atikur8603
    @atikur8603 Рік тому +1

    very nice

  • @himanibanikya8168
    @himanibanikya8168 3 роки тому +1

    বহুত২ভাল লাগিলGod bless nirupamaবাইদেউ

  • @pratuldas6125
    @pratuldas6125 3 роки тому +4

    আপোনাৰ বিষয়ে জানিবলৈ প্ৰবল ইচ্ছা আছিল। বহুত ভাল লাগিল। এংকৰ গৰাকী লৈ ধন্যবাদ।

  • @rajendas3125
    @rajendas3125 5 років тому +1

    আন্তৰিক ধন্যবাদ,বহু উপকৃত হ'লো |

  • @manabkalita2660
    @manabkalita2660 5 місяців тому

    Meghe dhaaka tara...Rwicktick Ghataak

  • @bhabeshdeka24
    @bhabeshdeka24 Рік тому +1

    অসমীয়া ভাষাৰ অনুষ্ঠানত পাৰ্যমানে ইংৰাজী শব্দৰ ব্যৱহাৰ কমকৈ কৰিব লাগে।

  • @perveenkhatun9333
    @perveenkhatun9333 3 роки тому

    Her literature is beautiful

  • @jurikalita9362
    @jurikalita9362 3 роки тому

    Program tu Sai bhal lgil....

  • @ankursdiary5888
    @ankursdiary5888 4 роки тому +1

    ভাল লাগিল।

  • @meeradeka1601
    @meeradeka1601 3 роки тому

    Bor val lagil baideu r interview tu

  • @jayagogoi4040
    @jayagogoi4040 3 роки тому +1

    nirupama baideuk bhal lagil

  • @Beautifullife-hz1lf
    @Beautifullife-hz1lf 3 роки тому

    সাক্ষাৎকাৰটো বৰ ভাল লাগিল।

  • @kindheart23
    @kindheart23 3 роки тому

    Nirupoma baideu loi mor pronam janaisu baideuk jen vagabane dirghayu kore

  • @dipalisonowal2432
    @dipalisonowal2432 3 роки тому

    ভাল লাগিল বাইদেউ ।

  • @akhabhuyan6590
    @akhabhuyan6590 3 роки тому

    Bhal lagil🙏

  • @jadumonigogoi1605
    @jadumonigogoi1605 5 років тому +1

    বহুত ভাল লাগিল।উপকৃত হৈছোঁ।

  • @gayatribordoloi5437
    @gayatribordoloi5437 3 роки тому +2

    Val lagil Baideu. 🙏🙏🙏❤❤

  • @bijulitalukdar9576
    @bijulitalukdar9576 3 роки тому +1

    আপোনাক প্ৰণাম 🙏🙏

  • @nirupamastime7043
    @nirupamastime7043 3 роки тому

    Bht bht like luke

  • @nabakumarbaruah566
    @nabakumarbaruah566 3 роки тому

    What an exclusve,absorbing and heart touching interview for

  • @rupamonidas277
    @rupamonidas277 Рік тому

    ভূপেন হাজৰিকা দেৱৰ মাতৃক প্ৰসাদ বিলাবলৈ মাতি অনা কথাষাৰ আটাইতকৈ বেছি ভাল লাগিল

  • @villagecreation2339
    @villagecreation2339 3 роки тому +1

    সুন্দৰ

  • @amarassam8715
    @amarassam8715 3 роки тому

    ভাল লাগিল

  • @tezpurassam
    @tezpurassam 3 роки тому +2

    Anchor is so interesting, I like her.

  • @samutjalsaikia2464
    @samutjalsaikia2464 3 роки тому

    ঘোষিকালৈ অশেষ ধন্যবাদ। এগৰাকী বিশিষ্ট সাহিত্যিকৰ সৈতে পৰিচয় কৰাই দিলে। ঘোষিকা ইংৰাজী মাধ্যমৰ যদিও ইন্টাৰভিউটোৰ জৰিয়তে এটা অনুষ্ঠান সম্পন্ন কৰিলে।

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 3 роки тому

    Bhal lagil

  • @siddharthakataki
    @siddharthakataki 3 роки тому

    Amazing interview.

  • @rekhadutta3684
    @rekhadutta3684 3 роки тому

    Very nice awawful speec

    • @rekhadutta3684
      @rekhadutta3684 3 роки тому

      Iwant toknow herlife now

    • @kunjalatamedhi762
      @kunjalatamedhi762 3 роки тому

      সঁচাকৈ বৰ ভাল লাগিল।বহূত কথা জানিলো।

  • @Antony_Shamarjit_Lee
    @Antony_Shamarjit_Lee 3 роки тому +1

    Interviewer is so annoying, although the interview is resourceful; interviewer is interrupting many a times.
    Moreover she should not throw english words here and there without any necessity.

  • @bhaskarsarma5005
    @bhaskarsarma5005 4 роки тому +1

    👍

  • @arundeka7000
    @arundeka7000 2 роки тому

    বাইদেউৰ মামাকৰ ঘৰ চমাৰকুছিত বুলি জানিব পাৰি সুখী হলো কিয়নো মোৰ জন্ম গাওঁ চমাৰকুছি।

  • @Trump_Tesla_Live24
    @Trump_Tesla_Live24 3 роки тому +3

    ANCHOR OH GOD.. axomiya koiu english kobo, besi mix koratu bhal nalage.

  • @kanchandas5429
    @kanchandas5429 3 роки тому

    Nice

  • @deepjyotibharali4045
    @deepjyotibharali4045 3 роки тому +1

    Why the anchor is so much faking her English

  • @malanchakalita9692
    @malanchakalita9692 3 роки тому

    Ho

  • @shikhadas5536
    @shikhadas5536 3 роки тому

    ফ্লোৰেন্স বা আপুনি RJ আছিল নেকি। আপোনাক দেখি ভাল লাগিল

  • @renubhagawati6327
    @renubhagawati6327 3 роки тому

    P

  • @pranjalchoudhury973
    @pranjalchoudhury973 3 роки тому

    Apunar bikhaye aji ha bahal koi janiba parilu...

  • @kamruptourism4992
    @kamruptourism4992 Рік тому

    কাঠচিত পাটপাটচিৎচিৎ

  • @kalpanahazarika7631
    @kalpanahazarika7631 3 роки тому

    Bohut vàl ligel kotha bur Jane.

  • @dipankalitachoudhury9327
    @dipankalitachoudhury9327 3 роки тому +1

    Anchoring is not standard

  • @malanchakalita9692
    @malanchakalita9692 3 роки тому

    Poo pppppp

  • @bhaskarjyotihazarika3360
    @bhaskarjyotihazarika3360 3 роки тому +3

    The anchor is not capable of anchoring in DD Assam. She should first learn to speak Assamese correctly.

  • @ilovemyindia5811
    @ilovemyindia5811 3 роки тому +7

    Anchoring ভাল লগা নাই। অসমীয়াত ক'ব নাজানে নেকি? খিছিৰি ভাষা যে তাকো এইটো চেনেলত?

  • @binodkalita4545
    @binodkalita4545 3 роки тому +3

    অসমীয়া ভালকৈ কোৱা