The Future of the Assamese People Homen Borgohain with Mayur Bora on Newslive Kothabarta Part II

Поділитися
Вставка
  • Опубліковано 2 лис 2024

КОМЕНТАРІ • 14

  • @Karnadas2456
    @Karnadas2456 7 місяців тому

    ❤❤❤

  • @nababarman2429
    @nababarman2429 10 місяців тому

    সুন্দৰ বিশ্লেষণ, আপোনালোক আমাৰ বাবে সদায়েই নমস্য ব্যক্তি ।

  • @rupakhazarika9010
    @rupakhazarika9010 6 років тому +13

    কথা বাৰ্তা অনুষ্ঠানটি সঁচাই মননশীল। অনুষ্ঠানটোৰ জন্মৰ পৰাই শ্ৰদ্ধাৰ হোমেন বৰগোঁহাই দেৱৰ নেতৃত্বত বিভিন্ন অতিথিয়ে আহি যেনেদৰে তেওঁলোকৰ বিভিন্ন জ্ঞান দৰ্শনৰ আলোকপাত কৰে,ই সঁচাই এক সুন্দৰ অনুষ্ঠান। ময়ূৰ বৰা দেৱৰ প্ৰতিটো কথাই নৱপ্ৰজন্মৰ এক বাধ্য যুৱক হিচাপে অনুভৱ কৰিব পাৰিছোঁ আৰু তাক আমি আগন্তুক দিন সমূহত সৃষ্টিশীল কাৰ্যলৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰিব লাগিব।
    কথা বাৰ্তা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় মোৰ বোধেৰে 30 মিনিটৰ পৰা 1 ঘণ্টা হলে ভাল হল হেতেন। কাৰণ হোমেন বৰগোঁহাই দেৱৰ যি নিভাঁজ আৰু বৌদ্ধিক বাকপটুতা আৰু মননশীল পৰ্যালোচনা, সি আমাৰ দৰে নৱপ্ৰজন্মক বিভিন্ন দিশত আগ বাঢ়ি যোৱাত নিতান্তই সহায় কৰে।

  • @ahmedjaky2118
    @ahmedjaky2118 Рік тому

    সুন্দৰ কথোপকথন।

  • @bipulduarah8444
    @bipulduarah8444 7 років тому +7

    ছাৰ, মই ভাৱো এটা জাতি সবল হ'ব পাৰিব যি জাতিই নিজৰ ভাষা, সাহিত্য আৰু সংস্কৃতি সবল কৰিবলৈ সক্ষম হ' ব। এই ক্ষেত্ৰত অসমীয়া ভাষা সাহিত্যৰ ভৱিষ্যত একেবাৰে তথৈবচ য' ত নেকি অসমীয়া ভাষা ক' ব নোৱাৰা টো আজি অভিভাৱকৰ গৌৰৱ।

  • @utpalbhuyan8688
    @utpalbhuyan8688 4 роки тому +1

    বহুত ভাল লাগিল

  • @therealisticbijay9276
    @therealisticbijay9276 6 років тому +4

    ভাল লাগিল ৷ ধন্যবাদ ৷

  • @manazpr
    @manazpr 3 роки тому +1

    Dintu eketa newsoke bojai thakibo...kintu enekua alosona burok dibole xomoy nai....

  • @debanjanborthakur4321
    @debanjanborthakur4321 7 років тому +4

    ভাল লাগিল

  • @angsumandas1
    @angsumandas1 6 років тому +3

    Mayur khura apuni UA-cam t nije eta xakhyatkar channel khulibo nuare ne?

  • @hirakjyoti100
    @hirakjyoti100 6 років тому +2

    আমি অসম বচাব লাগিব বন্ধুসৱ ।

  • @oneworld239
    @oneworld239 7 років тому +3

    অনুষ্ঠানটো চাই বহুত ভাল পালো