GOPALE KI GOTI | AGUMAI | VOL 1 | ASSAMESE VIDEO SONG | ZUBEEN GARG | JATIN BORA | GAYATRI MAHANTA

Поділитися
Вставка
  • Опубліковано 4 січ 2025

КОМЕНТАРІ • 180

  • @AbhinandanHazarika
    @AbhinandanHazarika 11 днів тому +2

    বৰগীত বোৰ সাধাৰণ গীতবোৰতকৈ কিছু পৃথক ।সেইবাবে মহাপুৰুষ দুজনাৰ গীত বোৰক বৰগীত আখ্যা দিয়া হয়।এই বৰগীত বোৰ জুবিন দাই বৰ সুন্দৰ কৈ গাইছে।কবলৈ ভাষা নাই।এইহেন জুবিন গাৰ্গ জনক এচাম মানুহে বেয়া কৈ কবলৈ অলপো লাজ নাপায়।জুবিন দা সদায় অতুলনীয় হৈ থাকিব।এজন মহান শিল্পী জুবিন গাৰ্গ।আচলতে মই ভাবো যিবোৰে জুবিন দাক বেয়া কৈ কয় সিহঁত অতি নিকৃষ্ট মানসিকতাৰ লোক হ'ব লাগিব।যিদৰে বৰগীত সমূহ অসাধাৰণ ঠিক সেইদৰে জুবিন দা ও অসাধাৰণ।❤❤❤ জয় গুৰু শংকৰ।

  • @Leo_Gogoi
    @Leo_Gogoi Місяць тому +8

    Ai giit xuni soku pani kio ulaise hoi mon tu bohut vl lgise 🫶🏻 bor dhuniya git
    Joi Zubeen daa ✊🏻

  • @Nilkamal.
    @Nilkamal. 9 місяців тому +23

    Eyai Zubeen dar jaduu❤

  • @rpnda
    @rpnda 8 місяців тому +106

    2024 t Kune Kune xuni asa ei sundor geet tu❤❤

  • @priyankaborah6020
    @priyankaborah6020 10 місяців тому +35

    গান টো শুনিলেই মনৰ শান্তি পোৱা যায় ❤ জয় শ্ৰী কৃষ্ণ ❤

  • @manuranjanchetia6867
    @manuranjanchetia6867 Рік тому +33

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ

  • @HirabJyoti
    @HirabJyoti 7 днів тому +2

    2024 december sai asu❤❤❤❤❤

  • @Manash167
    @Manash167 8 місяців тому +14

    Zubeen dak beya ke kobole 1 bar val ke vabi sabo lage

  • @Itsyourboi22
    @Itsyourboi22 7 місяців тому +92

    Anyone in 2024?

  • @mintukalita7954
    @mintukalita7954 3 місяці тому +13

    শংকৰ-মাধৱক পাহৰি যোৱা সকলক আকৌ মনত পেলাই দিব খুজিছো ! তেওলোকে দি যোৱা এই "গীত, নাট, সাহিত্য, সংস্কৃতি, নাম ধৰ্মৰ বাবেই আজি আমি অসমীয়া জাতি বুলি পৰিচয় দিব পাৰিছো ! যিদিনা তেওঁলোকক পাহৰি পেলাব সেয়া অসমীয়া জাতিৰো শেষ দিন হব!

    • @phulennath-y6q
      @phulennath-y6q Місяць тому

      একদম ঠিক কথা কৈছে❤

  • @Rupalirongpharpi990
    @Rupalirongpharpi990 6 місяців тому +8

    জুবিন দা দৰে কোনো গাবনুৱাৰে
    আৰু জুবিন দাৰ দৰে কোনো নাই❤❤❤❤

  • @debaleenabharali3306
    @debaleenabharali3306 2 роки тому +31

    অতি সুন্দৰ হৈছে।মন যুৰাই যায়।👍👍

  • @ChaniDeka
    @ChaniDeka 4 місяці тому +6

    ইমান ধুনীয়া গীত উপহাৰ দিছে জুবিন দাই আৰু কিবা লাগে ❤😊

  • @KamalKishor-qf7fm
    @KamalKishor-qf7fm Місяць тому +3

    ইমান সুন্দৰ প্ৰজেক্ট,,,কেমেৰা টো কিয় অত্যাধুনিক আৰু ভাল লব নলয় বুজি নাপাও,,, পিকচাৰ কোৱালিতী পিছলৈ আৰু বেয়া দেখা হব

  • @anastudio620
    @anastudio620 9 місяців тому +16

    এই কাৰণে জুবিন দাৰ বিষয়ে কোনোবাই বেয়াকৈ কলে গাত লাগে 😡😡😡😡

    • @Manash167
      @Manash167 8 місяців тому +2

      Hoi bhai❤

    • @anastudio620
      @anastudio620 7 місяців тому +1

      @@Manash167 সঙ্গ দিয়াৰ বাবে ধন্যবাদ

    • @physicsworld1687
      @physicsworld1687 3 місяці тому

      ❤❤❤❤❤❤❤❤❤❤ thik koisa 🥺❤️

    • @pankajcreation7544
      @pankajcreation7544 Місяць тому

      Hoi diya❤joi zubeen da❤Hare krishna😊🙏

    • @AbhinandanHazarika
      @AbhinandanHazarika 11 днів тому +1

      যি কেইটাই বেয়াকৈ কয় সেইকেইটাক পাগল বুলি ক'ম মই। জুবিন দা ৰ মূল্য এতিয়াও বহুত মানুহে বুজা নাই😢।জুবিন দা সদায় অতুলনীয় হৈ থাকিব।

  • @b1d169
    @b1d169 2 місяці тому +3

    Apurbo... So divine...

  • @SoilenBorah
    @SoilenBorah 9 місяців тому +20

    Legend watching in 2024🛐

  • @sourabhbarman4533
    @sourabhbarman4533 6 місяців тому +16

    To people who is asking what the hell is going on here, here is the explaination…. The man is a brahmachari who shouldn’t have fallen in love with the girl, but he fell in love, and now he is asking God why he made him fall in love with

  • @jintunath5572
    @jintunath5572 Рік тому +20

    Sometimes music can't change the mood...
    But when zubeen da song..i listing than my mood
    Everytime change...
    So melodious and powerful voice ...
    Goosebumps 💓

  • @Bondeep_Shaikia
    @Bondeep_Shaikia 4 місяці тому +13

    জুবিন দাৰ কণ্ঠ সদায় অতুলনীয় ❤

  • @tilaksarma7982
    @tilaksarma7982 6 місяців тому +9

    কোনে কোনে চাইছে এই বৰগীত টো 2024

  • @anastudio620
    @anastudio620 Рік тому +11

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণজয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণজয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণজয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণজয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণজয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণজয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণজয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণজয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণজয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ

  • @BONEFF-m5m
    @BONEFF-m5m 11 місяців тому +7

    অতি সুন্দৰ আৰু আমাৰ অসম আগুৱাব❤❤❤

  • @RituponBorah12
    @RituponBorah12 2 місяці тому +5

    October 23 2024 anyone❤❤❤❤

  • @sribhaskarjyotihazarika6030
    @sribhaskarjyotihazarika6030 2 роки тому +14

    I watched this vdo so many times...i mean every morning

  • @cchetia432
    @cchetia432 2 місяці тому +2

    Ufff❤😢

  • @Ryt993
    @Ryt993 10 місяців тому +2

    Duwu mur bahut favourite ❤❤Jai Zubin da❤Jai Jatin da lagate my favourite actress ❤😍beautiful music and lyrics Krishna ❤️🙏Best singing ❤️ best khatriya dancing ❤️👌👍 excellent 👍👌❤️

  • @phulennath-y6q
    @phulennath-y6q Місяць тому

    আজি জুবিন দা জীয়াই আছে বাবে মানুহে তেঁওৰ মহত্ত নুবুজে
    যিদিনা জুবিন গাৰ্গ নামৰ মানুহজন নোহোৱা হব সিদিনা মানুহে তেওঁৰ এই অস্তিত্ব বুজিব❤❤❤❤

  • @aladinextraaaa
    @aladinextraaaa Місяць тому

    Jatin and zubeen both 🔥🔥🔥🔥

  • @nayanmonidowarah2138
    @nayanmonidowarah2138 Рік тому +5

    Super beautiful voice my favorite singer family jai Gagotguru Sankardev jai Gagot guru Madhabdev jai.

  • @meghnasangeets1493
    @meghnasangeets1493 Рік тому +6

    অতি সুন্দৰ ❤

  • @shimantaborah661
    @shimantaborah661 Рік тому +4

    ❤❤❤moja

  • @DEBAJIT.PATHAK
    @DEBAJIT.PATHAK Рік тому +4

    কৃষ্ণ 💛

  • @AsasAsas-k1p
    @AsasAsas-k1p Місяць тому

    Val gaan kunu nukhune axomiya jatitur dare xesta jati nai moi 100bar sam❤❤❤❤😢😢😢

  • @Beckenbauer-by1rm
    @Beckenbauer-by1rm Рік тому +11

    Ji hokol byoktiye koi ase he dress jur bhal hbo lagisil telukok koisu je, yat hariye tekhetor bhkotr porixar bbe mayar salona korise, jr bbe apsara hen dhunia stree agrakik tekhetok jukhi sbor bbe pothaise, borgeetr lgt dress jurok jura ndibo, bostu tu buji comment korok dhonyobaad😊, krishno.

  • @SankarDeka58
    @SankarDeka58 6 місяців тому +1

    কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় ।🙏🙏🙏🙏🙏

  • @BubuliDas-k6x
    @BubuliDas-k6x Рік тому +5

    Jai guru shankar , jai jagat guru, jai shree Krishna

  • @PRASENJITAXOM-10
    @PRASENJITAXOM-10 Місяць тому +1

    Not only 2k24 even every moment

  • @sashangkabordoloi7696
    @sashangkabordoloi7696 2 роки тому +6

    Krishna Krishna 🌼💮🌸❤️🧡

  • @twoassamesesisters6124
    @twoassamesesisters6124 8 місяців тому +2

    জয় শ্ৰী কৃষ্ণ 🙏🙏🙏

  • @rashmicharah985
    @rashmicharah985 Рік тому +5

    This was the first song of my satriya dance ❤

  • @Karwisach
    @Karwisach Місяць тому

    Mind freshing evergreen devotional song

  • @digantatanti2993
    @digantatanti2993 Рік тому +1

    Oti Sundor ❤❤❤

  • @Ridipaxom
    @Ridipaxom 2 роки тому +6

    কৃষ্ণ কৃষ্ণ

  • @user-_Mr_MTB
    @user-_Mr_MTB Рік тому +6

    My favourite song

  • @pradipkalita9942
    @pradipkalita9942 2 роки тому +6

    অতি সুন্দৰ 👍🙏

  • @Akash_pratim_04
    @Akash_pratim_04 Рік тому +1

    This is our culture ❤

  • @DigantaNath-m6i
    @DigantaNath-m6i 5 місяців тому

    Joi zubeen da ❤❤❤joi Sri Krishna ❤❤

  • @tilaksarma7982
    @tilaksarma7982 6 місяців тому +2

    My favourite song 😊❤❤😊

  • @satyadas9103
    @satyadas9103 Рік тому +7

    Zubeen da nice song

  • @rekhajamider3993
    @rekhajamider3993 Рік тому +2

    অতি সুন্দৰ

  • @souravsarania8910
    @souravsarania8910 10 місяців тому

    Uff 😍

  • @milanpatar1777
    @milanpatar1777 4 місяці тому

    জয় শ্ৰী কৃষ্ণ ❤❤❤

  • @adityadas9414
    @adityadas9414 2 роки тому +9

    ইমান সুন্দৰ বৰগীত টোত এনেকুৱা পোচাক পিন্ধিব নালাগিছিল, কিন্তু আজিও কোনেও আঙুলিয়াই নিদিলে

    • @magnum9750
      @magnum9750 2 роки тому +27

      বৰগীত আৰু দৃশ্যটোৰ গুঢ়াৰ্থ টো বুজিবলৈ চেষ্টা কৰক। ইয়াত দেখাইছে কেনেকৈ এজন ভক্তক প্ৰভুৱে মায়াৰ পৰীক্ষা কৰিছে। অপ্সৰা ৰূপত তেখেতক কামৰ জালত পেলাবলৈ চেষ্টা কৰিছে, আৰু এই বিকাৰতে ভক্তই ভগৱানক কাকুতি কৰিছে, কেনেকৈ মায়াই জীৱক এই সংসাৰত গ্ৰাস কৰে। শেষত চাওক, স্বয়ং মায়াই ভক্তৰ সমুখত শিৰ দুৱাইছে, তেওঁ অভিভূত কেনেকৈ অন্তত, এজন হৰিৰ শুদ্ধ ভক্তক নিজৰ ভক্তিৰ পৰা বিচলিত কৰিব নোৱাৰিলে😊

    • @Beckenbauer-by1rm
      @Beckenbauer-by1rm Рік тому

      Ahibo jeniba ata dresss codek loi kotha kobo, okol bya tu sinta kio koro nu, enjoy koribo nixike.

    • @Claire-tl4lj
      @Claire-tl4lj 2 місяці тому

      আগৰ দিনত পোচাক এনেকুৱাই আছিল। কিন্তু মোগল/ব্ৰিটিছ শাসনৰ পাছৰ পৰাহে blouse ধাৰণ কৰিব ল'লে মহিলাসকলে।

  • @a2zzone500
    @a2zzone500 2 місяці тому

    I always hear such songs when i feel anxiety and uncomfortable after listening i always felt a positive energy

  • @bashistadoley3611
    @bashistadoley3611 2 роки тому +8

    zubeen da song ❤️❤️❤️

  • @phulennath-y6q
    @phulennath-y6q Місяць тому +1

    December 2024❤❤

  • @PapuDutta-mo6ht
    @PapuDutta-mo6ht 3 місяці тому

    I Love You Zubeen Da ❤❤❤❤

  • @crics.c8961
    @crics.c8961 Місяць тому +1

    Nov 14 .for whatapp viral status

  • @majiburrahman7759
    @majiburrahman7759 Рік тому +5

    Mur favorite borgeet hoi

  • @MotaRandhoni
    @MotaRandhoni 2 роки тому +10

    #LoveBihu tag dise je, eitu bihu neki?

  • @achintyaborah7037
    @achintyaborah7037 3 місяці тому

    কৃষ্ণ ৰাম🙏🙏

  • @ChandanaPathak-hq6qp
    @ChandanaPathak-hq6qp Рік тому +1

    Mur priyo Bargeet 🙏

  • @user-nk5rw3ts8cphotu
    @user-nk5rw3ts8cphotu Рік тому +2

    ❤❤❤❤❤❤❤❤ nice

  • @mikealpran3142
    @mikealpran3142 10 місяців тому +1

    Jai Jatin daa

  • @koushikray1945
    @koushikray1945 8 місяців тому

    Beautiful 😍❤️ voice boriya 👌💖❤❤

  • @bhubanduarah303
    @bhubanduarah303 2 роки тому +3

    Bar hundar lagise

  • @paragjyotinath3753
    @paragjyotinath3753 11 місяців тому

    Childhood memories ❤❤❤❤

  • @shyamolmoran4264
    @shyamolmoran4264 7 місяців тому

    Aitu borgeet mur bor priyo❤❤❤

  • @KulenDas-cj7oe
    @KulenDas-cj7oe 3 місяці тому

    Krishna ❤🙏

  • @lipikaneog558
    @lipikaneog558 2 роки тому +4

    ❤️❤️❤️

  • @BiswaMali-pp7bd
    @BiswaMali-pp7bd 11 місяців тому +1

    Sunilei ontor Atma xanto pori jaii 😌

  • @jadumonihandique3879
    @jadumonihandique3879 Рік тому +1

  • @akashdhar9412
    @akashdhar9412 Рік тому +2

    Gayatri mahanta aru jatin bora pura menoka bishwamitra lage jen

  • @user-oc8co8fy3n
    @user-oc8co8fy3n Рік тому +1

    Moi bht ❤❤❤❤❤paw aitu song l love you

  • @HemenMorang
    @HemenMorang Рік тому +1

    Nice song zubeen daa

  • @SimantaDutta-up9wf
    @SimantaDutta-up9wf Рік тому +1

    Nice❤

  • @SewaliBhuyan-jj4eq
    @SewaliBhuyan-jj4eq Рік тому +4

    He is the best

  • @Noobgamer2008-j4q
    @Noobgamer2008-j4q 2 роки тому +3

    Ba ba moja

  • @HonekaKachari
    @HonekaKachari 4 місяці тому

    Jai shree Krishna 🙏🙏🙏

  • @sanjankumardas9036
    @sanjankumardas9036 5 місяців тому

    Great song ❤

  • @monideka4770
    @monideka4770 2 роки тому +8

    Ba..Ki je artha borgeet bhagir..tate aru jatin dar acting.. jai Guru Sarimanta Sankardev...

  • @tilaksarma7982
    @tilaksarma7982 6 місяців тому

    I like this song ❤❤❤

  • @aimoniborah3418
    @aimoniborah3418 6 місяців тому

    ❤❤❤❤❤❤❤❤❤

  • @jitulnathjitulnath4695
    @jitulnathjitulnath4695 11 місяців тому +1

    So qt

  • @tirut7812
    @tirut7812 5 місяців тому

    ❤❤❤🙏🙏🙏🌸🌸🌸

  • @Hasanlaskar772
    @Hasanlaskar772 Рік тому +1

    🙏✨❣️

  • @ankurbordoloi2467
    @ankurbordoloi2467 8 місяців тому

    মন শান্তি লাগে।এইবোৰ।শুনি

  • @jyotisaika2119
    @jyotisaika2119 Рік тому +1

    Mur favourite song hoi ai geet ti

  • @KhanindroBorah
    @KhanindroBorah 28 днів тому

    🙏😊💕🥰

  • @ajoypegu942
    @ajoypegu942 9 місяців тому

    ❤❤❤❤❤

  • @RupaaRay
    @RupaaRay Місяць тому

    Anyone in December 2024 ?

  • @pabitranath4675
    @pabitranath4675 10 місяців тому

    বৰ ভাল লাগিছে।

  • @meerabarman8607
    @meerabarman8607 Рік тому +3

    Zubeen Garg a ji kinu gaan gabo pa re

  • @soniaray6938
    @soniaray6938 4 дні тому

    Anyone in 2025?

  • @AB-qg9ji
    @AB-qg9ji Рік тому +2

    She is really apsara

  • @Priyanki234
    @Priyanki234 Рік тому +1

    অতি তাতপয্ পূৰ্ণ

  • @rupshikhaborah1142
    @rupshikhaborah1142 Рік тому +2

    Love

  • @jubinsonowal-p5q
    @jubinsonowal-p5q Рік тому +1

    legend watching in 2023

    • @jeevikabora751
      @jeevikabora751 9 місяців тому +2

      Legends watching it , practicing it and making money out of it.

  • @jogolmonidas9261
    @jogolmonidas9261 4 місяці тому

    🙏🙏🙏