Umakanta Boiragir tukari geet ( উমাকান্ত বৈৰাগীৰ টোকাৰী গীত )
Вставка
- Опубліковано 2 лис 2024
- Tukari geet.
টোকাৰী গীত ।
হৰিনাম ল'বলৈ আহিছিলোঁ
ভকতৰ সমাজত বহিছিলোঁ
This is a recorded and broadcasted version of AIR Dibrugarh Station.
কণ্ঠশিল্পী - উমাকান্ত বৈৰাগী আৰু সংগীবৃন্দ ।
( Credited to AIR Dibrugarh )
প্ৰবীনা গগৈ ডাঙৰীয়ানীক অশেষ ধন্যবাদ,আই মহান ঈশ্বৰ ভক্তি গীত বিলাক আপলোড কৰাৰ কাৰণে, বৈৰাগী এজন ঈশ্বৰৰ দেবদুত ।
Xundor tukari geet ❤
Jai shree Krishna
Tukari geet tu suni bòoŕ bhàl laģì ģòĺ.❤
Hundar....anekuwa....gaan.....hunleytue.....rabai....nuwarie
...keenu....kaom
...bhakheyrey.....bujaab.....nuwarey.........
Very nice. Krìßhñà... Dhemàji
Aru dibo huni amoni nalagea. Ati hundar,
Joi sree krishna
Krishna.krishba.pavu..❤❤❤❤❤❤
Krishna Krishna Krishna bap
সুন্দৰ অতি সুন্দৰ আৰু শুনিও ভাল লাগিল গীত টো শুনি, সচাকৈ ভকতৰ সমাজত বহিছিলো কিন্তু নামৰ মহিমা মই বুজি নাপালোঁ, সুন্দৰ অতি সুন্দৰ আৰু শুনিও ভাল লাগিল গীত টো শুনি,,,,
কৃষ্ণ🙏
সুন্দৰ বাপ।
Many many thanks.for this rare gem..
Krishna krishna
❤❤❤❤🎉🎉
Jay Jay shree Krishna but full is good
ৰেডিঅ' হোনা মনট পৰে এতিয়া হোনিবৰ পাই ধন্যবাদ
আজিকালি ৰেডিঅ'ত নাবাজে এই সুৱদী সুৰীয়া এই গীতবোৰ৷ পুণৰ শুনিবলৈ পায় আপ্লুত হৈছো৷ আপলোড কৰাৰ বাবে ধন্যবাদ জনালো৷
Moja
Nice 👍🙂🙂
টোকাৰী গীতৰ সম্লাট জনলৈ প্ৰণাম
He shilpi tumi Amar hua
এৰা এনেকোৱা গায়ক আজিকালি নাই ।সুন্দৰ অতি সুন্দৰ কন্ঠ ।
আগৰ কলামণি সন্দিকৈদেৱৰ দিহা বা টোকাৰীগীতৰ চেষ্টা কৰকচোন ৷
, 💞💕💔💓💗💖💖💖💖💖💖💖
Om santi