মুছলমানক মিঞা প্ৰসংগৰে নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে গৰজি উঠিল আলফা স্বাধীন

Поділитися
Вставка
  • Опубліковано 7 лют 2025
  • #Da_News_Plus #Da_news_plus_bangla #MamataBanerjee #বাংলা #Banglanews #Bangla #WestBengal #kolkata #Kolkata #Assam #Northeast #India #Congress #BJP #Dailynews #TMC #মমতা
    Da NEWS PLUS is an Assamese News Channel. Da NEWS PLUS brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, National and Global News.
    Please follow up page to watch live and latest news with latest updates every hour.
    দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক Da NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল Da NEWS PLUSত
    To subscribe to our channel click here / @danewsplusassam
    Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
    Follow us on Twitter-
    / danewsplus​
    Facebook-
    / danewsplus.dnp
    Koo app- www.kooapp.com...

КОМЕНТАРІ • 3,1 тис.

  • @ProbalKhataniar
    @ProbalKhataniar 5 місяців тому +786

    অপৰাধী সদায় অপৰাধীয়ে সি হিন্দু বা মুছলিম যি নওক লাগে,সকোলোৱে শাস্তি পাব লাগে।

    • @Dcheng-xy5zl
      @Dcheng-xy5zl 5 місяців тому

      বাল কথা কব আহিছ" চেকুলাৰৰ জাত

    • @BasirAli-g5r
      @BasirAli-g5r 5 місяців тому +13

      Right bro

    • @rahamanali235
      @rahamanali235 5 місяців тому +6

      Xur bodlise dekhun

    • @JLI321
      @JLI321 5 місяців тому +5

      Right kotha kuwar babe pronam🎉❤

    • @RafiulAli-fq7yb
      @RafiulAli-fq7yb 5 місяців тому +2

      Right,

  • @MON-y9m
    @MON-y9m 5 місяців тому +620

    অপৰাধী কোনো ধৰ্ম নাই যিয়ে অপৰাধ কৰে তাক ফাচি দিয়ক 🙏

    • @NkNk-jl7dm
      @NkNk-jl7dm 5 місяців тому +13

      😂 de aar

    • @jintucreationxyz
      @jintucreationxyz 5 місяців тому +5

      Mulalmanor dhormo.. nai majhob he ase xeikarone aporadhir dhormo.. nai kintu majhob ase..

    • @Manuram07
      @Manuram07 5 місяців тому

      Sb miya rape kra bilk

    • @Jerifulslam
      @Jerifulslam 5 місяців тому +1

      R,n

    • @sportstalk3521
      @sportstalk3521 5 місяців тому +3

      Boi eksoda tur news

  • @alauddinmondal920
    @alauddinmondal920 5 місяців тому +75

    আলফা স্বাধীনক ছেলুট জনাইছোঁ।

  • @madhurjyamahanta
    @madhurjyamahanta 5 місяців тому +199

    ধৰ্ষণকাৰীৰ কোনো ধৰ্ম নাই । সকলো অপৰাধীয়েই সমানে চৰম শাস্তি পোৱা উচিত ।

    • @JwngsarBasumatary-e5g
      @JwngsarBasumatary-e5g 5 місяців тому +2

      Miya mano bilak kio miya sowali aa ci , kiyo hindo sowali kiya lagi , .....

    • @JwngsarBasumatary-e5g
      @JwngsarBasumatary-e5g 5 місяців тому +2

      Ulfa ,poris sir ,a bangladec aace na he karo ni ,na ki , but de 2daliya aro kam nai ,only drama ,

    • @pbarman7369
      @pbarman7369 5 місяців тому +2

      Hoy neki...kindly data check kori sabo...2 number'i bea kaam kune besi kore...

    • @dinabandhu9827
      @dinabandhu9827 5 місяців тому

      ধৰ্ষন কাৰীৰ ধৰ্ম নাই কিন্তু ধৰা পৰাৰ পিছত ধৰ্ষন কাৰী জন মুছলমান বুলি প্ৰমানিত হয়.... Ok? 95% rapists are belong to this special community....

    • @FrontManPUBGMIYT
      @FrontManPUBGMIYT 5 місяців тому

      ​@@pbarman7369 Himanta cm a🤣

  • @DibesharBora
    @DibesharBora 5 місяців тому +309

    অপৰাধিৰ লগত কোনো জাতি বা মুছলিম বুলি কথা নাই, অপৰাধি সদায়ে অপৰাধি ধন্যবাদ

    • @jintucreationxyz
      @jintucreationxyz 5 місяців тому

      😂😂😂😂

    • @DilipDeka-k5w
      @DilipDeka-k5w 5 місяців тому +3

      কিন্তু 99% অপৰাধি মুছলমান কিয় হয়

    • @bhargabpratimkashyap6260
      @bhargabpratimkashyap6260 5 місяців тому +1

      Axamiyat burk nedekhai

    • @Sunriseak47
      @Sunriseak47 5 місяців тому +3

      ​@@DilipDeka-k5wbaki bur tohote nedekho sage

    • @Khoilary
      @Khoilary 5 місяців тому +1

      হয় আলফাও অপৰাধী

  • @BabaGohain-wm3db
    @BabaGohain-wm3db 5 місяців тому +49

    আলফা (স্বাঃ)ৰ সভাপতি ডাঙৰীয়াৰ বক্তৱ্যক পূৰ্ণ সমৰ্থন জনালো।

  • @nayankumarpawe2671
    @nayankumarpawe2671 5 місяців тому +177

    আলফা স্বাধীনে কোনো পক্ষ লোৱা নাই অশান্ত অসমক শান্তি কৰিবলৈ প্ৰচেষ্টা লৈছে। খুব সুন্দৰ বাৰ্তা।

    • @maniknath8661
      @maniknath8661 5 місяців тому

      Ulfa kun hoi .ulfar bapekor naki

  • @BabuBabu-fe2zs
    @BabuBabu-fe2zs 5 місяців тому +329

    এই বোৰ ৰ পৰা প্ৰমাণ এটাই হৈছে ।। মুখ্য মন্ত্ৰী মাটি কেলেংকাৰি টো বাতৰি টো একেবাৰে ঢাকি পেলোৱা হল ।।

  • @rejaulahmed6500
    @rejaulahmed6500 5 місяців тому +94

    পৰেশ বৰুৱা মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতক
    কোটি কোটি প্ৰণাম জনালোঁ ।

    • @MehbubDewan
      @MehbubDewan 5 місяців тому +1

      😊😊😊😊😊😊😊😊

    • @MehbubDewan
      @MehbubDewan 5 місяців тому +2

      P😊😊😊😊😊😊😊😊😊😊😊,

    • @_Indian_Dark_meme
      @_Indian_Dark_meme 5 місяців тому

      Tar bari. Dal selek jaa 😂.....

    • @KhanindraPatgiri
      @KhanindraPatgiri 4 місяці тому

      Paresh burak 😅😅😅😅

  • @sintuhazorika9199
    @sintuhazorika9199 5 місяців тому +191

    স্মাৰ্ট মিটাৰৰ কাহিনি লুকুৱাবৰ কাৰণে কৰা উপায় মিয়া মিয়া

    • @mamonichetia306
      @mamonichetia306 5 місяців тому +5

      একেবাৰেই সঁচা

    • @HarmohanDas-b5s
      @HarmohanDas-b5s 5 місяців тому +4

      Hoi ako sab burbok hoi goise education😂nai je

    • @MithuDutta-w9p
      @MithuDutta-w9p 5 місяців тому +1

      Ryt

    • @dhrubajoel8024
      @dhrubajoel8024 5 місяців тому

      Right

    • @Prxn__xaikia
      @Prxn__xaikia 5 місяців тому

      Rape case kaita ki himantai korise nki....?
      Politics thakilau ji korise valai korise kin2👍

  • @hemabaruah5890
    @hemabaruah5890 5 місяців тому +209

    পৰেশ বৰুৱা ডাঙৰীয়া আপোনাক নমস্কাৰ জনাইছো৷এই বিষয়টিৰ বিষয়ে আপুনি যি পদক্ষেপ লৈছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছো৷

    • @lkgogoisworld7191
      @lkgogoisworld7191 5 місяців тому

      সচাঁই অসমক উজনি নামনি পাহাৰ ভেয়াম হিন্দু মুছলমান আদি ভাগ ভাগ কৰাসকল জাতীয়বাদী

    • @jintucreationxyz
      @jintucreationxyz 5 місяців тому

      ই এটা, মুছলিমৰ দালাল..

    • @theunlimitedpower12
      @theunlimitedpower12 5 місяців тому +1

      😂😂😂😂

    • @MizanurRahman-it5yw
      @MizanurRahman-it5yw 5 місяців тому

      ​@@theunlimitedpower12Tur pir pir koi jolise

    • @drsajidulIslam
      @drsajidulIslam 5 місяців тому

      Ata ktha buji napalu apuni hindu ne muslim but moi blood or uporot gurotto dew .ktha to xudilu karon Baruah thaka manuhbilak Muslim hoi neki

  • @contactsnumbersave5329
    @contactsnumbersave5329 5 місяців тому +56

    যি সকল দোষী আৰু অপৰাধ কৰিছে তেওঁলোকক শাস্তি দিয়া উচিত, সেয়া হিন্দু ধৰ্মই হওক বা মুছলমান ধৰ্মই হওক, যি ধৰ্মৰেই নহওক কিয়, তেওঁলোকক শাস্তি দিয়া উচিত।

  • @monjilmusic9534
    @monjilmusic9534 5 місяців тому +73

    পৰেশ বৰুৱাক ধন্যবাদ জনাইছো মিঞা জনগোষ্ঠীৰ পৰা।

    • @dinabandhu9827
      @dinabandhu9827 5 місяців тому +3

      কাগজ পত্ৰ সাজু কৰি থৈ দে আৰু NRC হব তহঁতৰ কেলা

    • @monjilmusic9534
      @monjilmusic9534 5 місяців тому

      @@dinabandhu9827 এই মাদাৰচোদ কথা ভালকেই ক'বি।আমি মিঞা হয়।মিঞা এতিয়াওঁ চিনি পোৱা নাই।উজনি অসমৰ পৰা নামি আহি নামনি অসমত আহি দম দে কেলা তহঁতক এটা এটাকৈ পিচ পিচ কৰি কাটিম।আমি মিঞা সেই তহঁতৰ বালৰ হিমন্তক ভয় নকৰো।আমাৰ NRC নালাগে আমি এনেই অসম একেবাৰেই দখল কৰি ল'ম।তালিবানে যেনেকৈ আফগানিস্তান দখল কৰিছে আমি মিঞাই অসম দখল কৰি ল'ম এইটো ফাইনেল কথা।অসমত আহোমৰ অস্তিত্ব নোহোৱা কৰিম।আহোম কেৱল অসমতেই আছে কিন্তু আমাৰ কেৱল অসমতেই নাই আৰু অন্যান্য দেশতো আছে।কেইটামান আহোমে মিঞাৰ কি ঘণ্টাডাল কৰিবি।আমি মিঞা অসমতেই 40%আছো।যুদ্ধ লাগিলে বাহিৰৰ পৰা আৰু 60 %ভাড়া কৰিম আৰু তহঁতক একেবাৰে অসমৰ পৰা ধূলিসাৎ কৰিম।বেছি উৎপাত কৰি আছা কৰি থাক এটা সময়ত তহঁতৰ বিপদ নিশ্চিত হ'বই।

    • @dkkoushikpuwali6603
      @dkkoushikpuwali6603 5 місяців тому +1

      Boka suda hoi toi dom ase jodi reply koribi laura

    • @Surajitlahakar
      @Surajitlahakar 5 місяців тому +2

      miya kela jonagosthi neki

    • @h.igamer4154
      @h.igamer4154 5 місяців тому +4

      Chet miya , moi axomiya musolman , jai aai axom

  • @abdulaowalmondal5174
    @abdulaowalmondal5174 3 місяці тому +3

    আলফা স্বাধীনে ধৰ্ম নিৰপেক্ষতাৰ কথাকোৱাৰ কাৰণে আন্তৰিক ধন্যবাদ জনাইছো।

  • @mkmixvlog1128
    @mkmixvlog1128 5 місяців тому +85

    এজন প্ৰকৃত জ্ঞানি মানুহ কেতিয়াও বেলেগ ধৰ্মক অপমান বা দোষী বুলি সাব্যস্ত নকৰে। অপৰাধ কৰা মানুহক অপৰাধী বুলি কোৱা হয় সি যিকোনো ধৰ্মৰে হওঁক। সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ এনেকুৱা কৰে এচাম মানুহে.... পৰেশ বৰুৱা সকলো বুজি পায়। Thank u PB

    • @nazneenwahab2146
      @nazneenwahab2146 5 місяців тому

      Absolutely right 👍

    • @Baba-ic4un
      @Baba-ic4un 5 місяців тому

      99.99% un designated terr**ist Musalman aru ki kobo baki ase..... Aru tur montobyo tur kotit humai tho..... Jidina Tur ghorot jui lagibo heidina tuk Miya bosabo najai....

  • @AnantaBorah-q6j
    @AnantaBorah-q6j 5 місяців тому +165

    অসমত বিদেশী বাংলাদেশী বহিস্কাৰ হোৱাটো সকলো অসমৰ খিলঞ্জীয়াই বিছাৰে, কিন্তু তাত পলিটিক্স হব নালাগে। আমাৰ খিলঞ্জীয়া ভুমি পুত্ৰ মুছলমান সকল আমাৰেই ভাই ককাই যাতে তাক লৈ জাতীয় সংগঠন বোৰে ৰাজনীতি নকৰে!! বিদেশী বহিস্কাৰ কৰক কিন্তু আমাৰ খিলঞ্জীয়া মুছলমানৰ যাতে একো ব্যাঘাত নজন্মে তাক লক্ষ্য কৰিব লাগিব

    • @Tech_MD_85
      @Tech_MD_85 5 місяців тому

      Bhal koisa

    • @codingninjas4609
      @codingninjas4609 5 місяців тому +1

      Lol learn history of Assam. There is no indigenous Muslim in prayagjyotispur

    • @mr.hindustaniblog3731
      @mr.hindustaniblog3731 5 місяців тому

      You are right

    • @travelwithjoyy4558
      @travelwithjoyy4558 5 місяців тому

      ​@@codingninjas4609apuni atiau xotya jog t ai jiyai ase neki

    • @rax_783
      @rax_783 5 місяців тому

      ​@@codingninjas4609 freedom fight ot tor grandfather okol jog disil no??

  • @surendrasurendra6163
    @surendrasurendra6163 5 місяців тому +129

    পৰেশ বৰুৱাই যি পদক্ষেপ লৈছে ভালেই কৰিছে। পৰেশ বৰুৱা পদক্ষেপ ক সমৰ্থন জনাইছো। জয় আই অসম।

    • @Dcheng-xy5zl
      @Dcheng-xy5zl 5 місяців тому

      বাল সমৰ্থন জনাম এই জঙ্গলী কেইটাৰ কথাত....আৰু তোক জয় আই অসম কবলৈ কোনে অধিকাৰ দিলে!তই সেই জঙ্গলী কেইটাৰ দৰেই "জয় আই বাংলাদেশ আৰু বাংলাদেশী" বুলি কবি 😡😡

    • @DinkuBorah-r9f
      @DinkuBorah-r9f 4 місяці тому

      Kam nai

  • @JakariaAlom-rp1bw
    @JakariaAlom-rp1bw 5 місяців тому +3

    পৰেশ বৰুৱা দেৱলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।।

  • @SaddamHussain-ow5cd
    @SaddamHussain-ow5cd 5 місяців тому +170

    Right sir অপৰাধীৰ কোনো ধৰ্ম নাই

    • @dinabandhu9827
      @dinabandhu9827 5 місяців тому

      কিন্তু অপৰাধীৰ পৰিমাণ ৯৫ % মুছলমান..... Court আৰু জেলত গলে ইয়াৰ আচল data পোৱা যায়

    • @SanjayRay-g3x
      @SanjayRay-g3x 5 місяців тому

      Bl ko tohotork guli kori maribo lage . Miya bangal ct

    • @EmolG444
      @EmolG444 5 місяців тому +5

      Hoi but hokolu aporadhi ata dharmar porai ulai kio 😏

    • @sudirsingh1652
      @sudirsingh1652 5 місяців тому +2

      Genta kobo ahisa

    • @dinabandhu9827
      @dinabandhu9827 5 місяців тому +3

      @@SaddamHussain-ow5cd অপৰাধীৰ কোনো ধৰ্ম নাই কিন্তু আপৰাধী মাত্ৰ এটা ধৰ্মতেই পোৱা যায় 😂😂

  • @mohammedahad293
    @mohammedahad293 5 місяців тому +29

    ধন্যবাদ। অভিনন্দন গ্ৰহণ কৰিব বৰুৱা ডাঙৰীয়া। আপোনাৰ বক্তব্য সছাঁকৈ প্ৰশংসনীয়। দীৰ্ঘ আয়ু কামনা কৰিলো।

  • @FirozNobi-pf8hs
    @FirozNobi-pf8hs 5 місяців тому +5

    পৰেশ বৰুৱা ডাঙৰীয়াৰ এই মন্তব্যক আমি অন্তরর পৰা স্বাগতম জনাইছো।

  • @khairuz4355
    @khairuz4355 5 місяців тому +189

    পৰেশ বৰুৱা লৈ ধন্যবাদ থাকিল । অপৰাধীক ধৰ্মীয় দৃষ্টিভঙ্গীৰে চোৱাৰ পৰম্পৰা আমাৰ মুখ্যমন্ত্ৰীয়ে আৰাম্ভ কৰিছে। এখন ৰাজ্যৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী য়ে সকলো ধৰ্মৰ মানহক সমান চকুৰে চোৱাটো উচিত। এয়া আমাৰ বাবে সঁচাকৈয়ে দূৰ্ভাগ্যজনক।

  • @rekhamoniPhukon-u9e
    @rekhamoniPhukon-u9e 5 місяців тому +245

    কথাটো ঠিকেই খিলঞ্জীয়া মুছলমানৰ অসমীয়া জাতি আৰু ভাষাৰ ক্ষেত্ৰত অৱদান আছে

    • @starprinters3810
      @starprinters3810 5 місяців тому +1

      I s😊uport ulfa speech,Let the Assam peaceful.

    • @Raziyaahmed-w5p
      @Raziyaahmed-w5p 5 місяців тому

      Asay but sob Miya muslim rapist nohoy.rapist hokolok rastat Ani fasi diyok

    • @nayan.j
      @nayan.j 5 місяців тому +9

      অহ আৰু প্ৰতিবাদ বাংলাদেশী মিয়াৰ বিৰুদ্ধেহে হৈ আছে৷
      মাত্ৰ এচাম সুবিধাবাদী মিয়াৰ দালাল, যিয়ে ভালদৰে জানে যে এই আৱৰ্জনাবোৰ নিজৰ প্ৰিয় ৰাজনৈতিক দলটোৰ বাবে ভোট বেংক, সিহঁতেহে খিলঞ্জীয়া মুছলিমক এনেধৰণে কোৱা বুলি বিপথে পৰিচালিত কৰি আছে৷ এই মিয়াক বহাবলৈ এইবোৰ দালালে নিজৰ কৃষ্টি-সংস্কৃতি দলিয়াই দিবলৈ কুন্ঠাবোধ নকৰে৷

    • @Li-gz8un
      @Li-gz8un 5 місяців тому

      চল এবার আমরা ভাষা পাল্টাই

    • @Crezy_boy45
      @Crezy_boy45 5 місяців тому

      Khilongia musolmanor kotha eyat kio ahil

  • @monuwarabegum6472
    @monuwarabegum6472 5 місяців тому +1

    পৰেশ বৰুৱা মহোদয়ক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো

  • @EffiNawab
    @EffiNawab 5 місяців тому +155

    আপুনি ঠিক কথা কৈছে ।ধৰ্ষনকাৰী অপৰাধীয়ে । কেৱল মিঞাই ধৰ্ষন কৰা শহুৰেকে শিক্ষক পুজাৰী মমায়েক তেওঁলোকটো হিন্দু

    • @saratkalita6468
      @saratkalita6468 5 місяців тому +1

      aikhon assam hoi

    • @Dcheng-xy5zl
      @Dcheng-xy5zl 5 місяців тому

      লেওৰা মিঞা....তহঁতক ঘেন্টাও খাতিৰ নকৰে অসমীয়াই!সময়ত তহঁতৰ উটপাত বেছি হলে আইন হাতত তুলি হলেও তহঁতক পিটি পিটি পিঠি ফালি উজনিৰ পৰা খেদাৰ বৱস্হা কৰিং

    • @hanseali1924
      @hanseali1924 5 місяців тому

      ​@@saratkalita6468gomei powa naselu

    • @Rahul-tk6lo
      @Rahul-tk6lo 5 місяців тому

      ​​​@@saratkalita6468সেইকাৰণে ধৰ্ষণ কেৱল অসমী়য়া হে কৰিব 😢,,,, মিয়াই কিয় কৰিব 😂

    • @AbulHussain-dl6og
      @AbulHussain-dl6og 5 місяців тому

      ​@@saratkalita6468hosa kotha , eixon oxom....tumi thoka xon Gujrat sage 🤔

  • @NabiAli-n7o
    @NabiAli-n7o 5 місяців тому +105

    আলফা চাধিন 100% সুদ্ধ যুক্তি দঙি ধৰিছে

  • @eyakubali336
    @eyakubali336 5 місяців тому +1

    ধন্যবাদ , কোটি কোটি ধন্যবাদ , আমাৰ সমাজত সকলো সমান , আমাৰ দেশৰ সকলো ৱে শান্তি ত থকাতো আমি ‌সকলোৱেই বিছাৰো ‌ , আমি ‌সকলোৱেই খিলঞ্জীয়া অসমীয়া যদি বিদেশী ‌আছে চৰকাৰে। ,,,,,জয় আই অসম।

  • @TulikaboraKkp
    @TulikaboraKkp 5 місяців тому +126

    নমস্কাৰ সেনাধ্যক্ষ মহোদয় ৷আপুনি যথা সময়ত হস্তক্ষেপ কৰা বাবে আমি উশাহ লব পাৰিছো ৷ধন্যবাদ মহোদয় ৷আপুনি দীৰ্ঘায়ু হওক ৷

  • @Arib.7863
    @Arib.7863 5 місяців тому +28

    জয় আই অসম 🙏🙏আমি সকলোৱে অসমীয়া হয়.

  • @mohammedahad293
    @mohammedahad293 4 місяці тому

    ধন্যবাদ ডাঙৰীয়া। আপোনাৰ প্ৰশংসনীয় ব্যক্তব্য ও পদক্ষেপৰ বাবে আমি আপোনাক বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

  • @RamchandraKalita-by4zo
    @RamchandraKalita-by4zo 5 місяців тому +46

    কোনো খিলঞ্জীয়া মুছলমানৰ ওপৰত নিৰ্যাতন বা অত্যাচাৰ হোৱা নাই। আপুনি কি বকি আছে এইবোৰ । বাংলা দেশীৰ স্বাৰ্থত লাগি আছা। কেইটামান লৈছা টকা।নহলে ইমান নিচিঞৰিলি হয় । বাংলা দেশীয়ে যে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত আক্ৰমণ কৰি আছে দেখা নাই নেকি ।টেটশিক্ষয়তী পৰ্যন্ত সাৰি যোৱা নাই সিহতৰ পৰা।বলাৎকাৰ হত্যা হিংসা চোৰ ডকাইত কি কৰা নাই সিহতে ।

    • @user75677
      @user75677 5 місяців тому +2

      নালাগিব কিয় তেওঁ বাংলাদেশীৰ লগতে থাকি থাকি ল’ৰাছোৱালী বাহিৰত পঢ়াইছে ৷ আমাৰ অসমীয়াৰ বাবে কৰিলে কি তেওঁ

    • @merajulahmed9320
      @merajulahmed9320 4 місяці тому

      tohote kiman val Kam kori asa tohotor dharxon Kari , sor dokait nai neki jati dhori kotha kowa je amar osorot jowa bosor dharxan hoise gotei kaijon hindu dhormor tohote siori thakili hoi kintu tat amar goria musalmane tenekua ghotona atao kora nai kintu ami ami tohotor jatik dhori siori thoka nai tohotor nisina murkho bilakar karone rajnitik neta xokole xubidha loi ase

    • @nuruddinahmed5315
      @nuruddinahmed5315 4 місяці тому

      মিছা কথা কৈ কাজিয়া নলগাবি দে
      প্ৰমাণ দিব লাগিব কোন টেট শিক্ষয়িত্ৰী যে কব পাৰিব,যদি কোনোবা ই কৈছে transfer লৈ নিজা ঠাইত যাবলৈ এনে ঘৃণনীয় ফন্দী উলিয়াইছে।

  • @Lakhondas6771
    @Lakhondas6771 5 місяців тому +42

    আমি অসমীয়া সদায় সত্যৰ পক্ষত থাকো,,সত্য সদায় জয় ,,জয় আই অসম ,,,,,মোৰ কবলগা এইটোৱেই যে পৰেশ বৰুৱা দাঙৰিয়া খিলঞ্জীয়া মুছলমান অসমীয়া জাতি তাৰ বাবে মাতমতাৰ কাৰনে,,ধন্যবাদ,দাঙৰিয়া

  • @amritkalita7315
    @amritkalita7315 5 місяців тому +10

    শান্তি সম্ৰতি অটুত ৰাখিবলৈ সকলো অসমিয়ালৈ অনুৰুধ জনালো ।

  • @njyotinjyoti7541
    @njyotinjyoti7541 5 місяців тому +19

    পৰেশ বৰুৱা মহাশয় সত্য ৰঞ্জন বৰাই বেয়াকৈ কৈছে ঠিকনা লগাব লাগে।ভাল লাগিব

  • @ZamalUddin-hm4di
    @ZamalUddin-hm4di 5 місяців тому +1

    আলফা স্বাধীনক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @om6083
    @om6083 5 місяців тому +80

    আলফা স্বাধীনে আগতে উপযুক্ত পদক্ষেপ ল'লে,,,, অসমত মিঞাৰ দপদপনি নহ'ল হেঁতেন 🙏🙏🙏🙏🙏

    • @babuldas4341
      @babuldas4341 5 місяців тому

      ঠিক
      কিয় লব 😂

    • @s.a.m7680
      @s.a.m7680 5 місяців тому +1

      Hojair case tu Hindu Bengali ya korise Kando tu ....abar sailobi....suali tu Hindu asil...

    • @junmonni3390
      @junmonni3390 5 місяців тому +3

      Miya ajir ei situation babe ulfa Bahu parimane dayee.

    • @digantakaibarta3940
      @digantakaibarta3940 5 місяців тому +1

      মেইন দালাল হৈছে আমাৰ অসমৰ অসমীয়া মানুহে ,কি কৰিছে পৰেশ বৰুৱাই অসমৰ হৈ চাৰিওফালে কেবল অনা-অসমীয়াৰ দপদপনি

    • @MUKUNDA-o-g8x
      @MUKUNDA-o-g8x 5 місяців тому

      Hoi

  • @nayankumarpawe2671
    @nayankumarpawe2671 5 місяців тому +35

    পৰেশ বৰুৱা দেৱে অসম খন শান্তিত থাকক বুলিয়ে। সিদ্ধান্ত লৈছে।

    • @user75677
      @user75677 5 місяців тому +2

      শান্তিত থাকক বুলি নহয় নিজৰ স্বাৰ্থত হে তেনেকৈ কৈছে ৷ অসমীয়াৰ ভালৰ কাৰণে কিমান কি কৰিলে তেওঁ ? চকুৰ আগতে নিজৰেই বাইভনীক ধৰ্ষণ হত্যা কৰা দেখিও একো কৰিব পৰা নাই ৷

    • @Ar-um3dt
      @Ar-um3dt 5 місяців тому

      ​@@user75677bhai axom t krne xanti bisare krne emn year dhori habi t asai bujisa

  • @jamirmiya1160
    @jamirmiya1160 4 місяці тому

    আলফা স্বাধীনে মানব ধৰ্ম পালন কৰিছে চেলুট জনাইছোঁ আলফা স্বাধীনক ধন্যবাদ জনালোঁ।

  • @mijanurmusiccompany4194
    @mijanurmusiccompany4194 5 місяців тому +48

    কথাবোৰ বহুত গুৰুত্বপূৰ্ণ। মিয়া বুলি কোৱা শব্দটো মুছলমান নহয় নেকি। ধন্যবাদ

    • @whatgamer3820
      @whatgamer3820 5 місяців тому +1

      মুচলমানৰ মাজত মিঞা বুলি কিবা সম্প্ৰদায় আছে নেকি বাৰু মই হ'লে নেজানো মিঞা শব্দটো মুচলমানৰ এটা সন্মানজনক শব্দ বুলিহে শুনিছো।

    • @mijanurmusiccompany4194
      @mijanurmusiccompany4194 5 місяців тому

      @@whatgamer3820 তোমাৰ জন্ম ক'ত । তাৰ পিছত বুজায় দিম। ধন্যবাদ

  • @rajusarma9691
    @rajusarma9691 5 місяців тому +78

    সচাঁ কথা কইছে। মুচলমান লোক সকল সচেতনতা বৃদ্ধি কৰক।

  • @JakirMondal-kc7qu
    @JakirMondal-kc7qu 5 місяців тому +1

    ধন্যবাদ মি: বৰুৱা আপোনালৈ

  • @ShankarBiswakarma-iw3vt
    @ShankarBiswakarma-iw3vt 5 місяців тому +58

    আপুনি অলপ লাহেকৈ কলেও আমি শুনি আছোঁ ইমান ডাঙৰকৈ চিঞৰা কি দৰকাৰ

  • @taradoi7957
    @taradoi7957 5 місяців тому +38

    মই ভাৱিবলৈ বাধ্য হৈছো মানুহবোৰৰ কি হৈছে ।নৈতিকতা ,মানৱতা দেখোন হেৰাই গল ।ইফালে যদি নাৰী ধষন' আনফালে মিঞাৰ হিন্দুৰ বিভেদৰ আস্ফালন ।কি হৈছে বাৰু ? ঐক্যৰ মাজত অনৈক্যৰ বীজ সিচা হৈছে যিটো অতি ঘৃননীয় কথা হৈছে ।সকলোৱে সংযমী হবলৈ চেষ্টা কৰক ।

    • @MinhajulIslam-p2b
      @MinhajulIslam-p2b 5 місяців тому

      Rajotto dhori rakhibor babe mamai rajniti nokori dhorniti kori ase

    • @bbsgaming5156
      @bbsgaming5156 5 місяців тому +1

      শীতল যুদ্ধ চলি আছে সকলোৱে নিজৰ বাবে কাম কৰিছে অসমৰ পক্ষ্যত কোনো নাই

  • @RajulIslam-w3e
    @RajulIslam-w3e 5 місяців тому

    পৰেশ বৰুৱা লৈ আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো 🎉🎉🎉।

  • @Rahul-e2x7z
    @Rahul-e2x7z 5 місяців тому +9

    পৰেশ বৰুৱা দাঙৰিয়াক ধন্যবাদ জনাইছোঁ
    অপৰাধিৰ কোনো ধৰ্ম নাই

  • @_mujibur830
    @_mujibur830 5 місяців тому +30

    হয় কিছুমান মানুহে সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিছাৰিছে

  • @rajendraprasadnath2625
    @rajendraprasadnath2625 5 місяців тому

    ধন্যবাদ ধন্যবাদ ধন্যবাদ আমাৰ অসম আমি সকলো অসমিয়া

  • @pulakjn9090
    @pulakjn9090 5 місяців тому +10

    মুচলমান মানুহবোৰে অলপ ভুল বুজিলে! এইয়া মিয়া বিৰোধি নহয় বাংলাদেশী বিৰোধি হে!

    • @KingKhan-x4x4c
      @KingKhan-x4x4c 5 місяців тому

      Tente Bangladeshi birudhi buli andulon korok amiu support korim..... Miya birudhi koi anudulon kio koribo ... Sob Bangladeshi nhoi

    • @bolinkhataniar5821
      @bolinkhataniar5821 5 місяців тому

      ​@@KingKhan-x4x4cbihari marowarir pora ketiya axomor dukaniye jega lobo.

  • @kamrupassam3683
    @kamrupassam3683 5 місяців тому +43

    নিশ্চয় । কিছুমান হিন্দুত্ববাদি সংগঠনে অসমখনক ৰক্তাক্ত কৰিব বিচাৰি আছে ।

  • @miduldutta8798
    @miduldutta8798 4 місяці тому +1

    কিহৰ জাতিৰ কথা আছে অসমত অবৈধ মিয়া ভৰি গ'ল,
    এতিয়া ৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় অকলে দেখা দেখি ওলাই দিছে ,
    এইবোৰ নিউজ নকৰি সমৰ্থন কৰক ,
    জয় আই অসমমমমমমমমমমমমমমমমমম 💝👈👍👍

  • @brajengohain8983
    @brajengohain8983 5 місяців тому +24

    পৰেশ বৰুৱা এতিয়া আসমিয়া হৈ থকা নাই

  • @TridipBaruah-f2k
    @TridipBaruah-f2k 5 місяців тому +22

    অপৰাধী সদায় অপৰাধী হিন্দু /মুছলমান নাই ৷ মিঞাৰ দ্বৰে কামত আমাৰ যোগ্যতা নাই বাবে মিঞা ইমান আগবাঢ়িল ৷ নিজৰ যোগ্যতাৰে মিয়াক প্ৰতিহত কৰক ৷ যঠি জোঙেৰে নহয় ৷আমি যোগ্য হলে মিঞা এদিন আপুনি অসমৰ পৰা যাবগৈ ৷

    • @dilipk.bordoloi5758
      @dilipk.bordoloi5758 5 місяців тому +2

      কথাটো হয়ো আৰু নহয়ো ৷ আমি যোগ্য হও মানে তেওঁলোক আৰু বেছি যোগ্য হৈ নেযাব জানো ? … …

    • @giasuddinahmed9756
      @giasuddinahmed9756 5 місяців тому

      মিয়া ভাৰতীয়। মিয়া কতো নাযায়। মিয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয়।

  • @monuwarabegum6472
    @monuwarabegum6472 5 місяців тому

    পৰেশ বৰুৱা ডাঙৰীক নমস্কাৰ জনাইছো ❤❤❤❤❤❤❤

  • @NihaGogoi-zp3qw
    @NihaGogoi-zp3qw 5 місяців тому +4

    তুমি হিন্দু নে মুছলমান তুমি যিদৰে বাতৰি পৰিৱেশন কৰিছে এই বাতৰিয়ে সাম্প্ৰদায়িক সংঘৰ্ষ ‌ৰ দৰে কথা কোৱা হৈছে = অসমত থকা থলুৱা যি সকল মুছলমান তেওঁ লোকৰ কাৰণে এই কথা টোৱে কোনো বিৰূপ মনোভাৱ সৃষ্টি নকৰে, কিয়নো তেওঁলোক সদায় অসমীয়া ------ ধন্যবাদ /জয় আই অসম

    • @user75677
      @user75677 5 місяців тому

      য’ত যিমান গণ্ডগোল লগাই এই নিউজ চেনেল বোৰৰ সাংবাদিক বোৰহে সঁচাতো মিছা কৰি মিছাটোকে সঁচা কৰি প্ৰচাৰ কৰি কন্দল লগাই ইহঁতে ৷

    • @cjRahuldj
      @cjRahuldj 5 місяців тому

      Moi muslim but moi bisaru bangali bor or odhikar Assam or pora nohowa koriba lage thakak ayate kinto bangladeshir dore

  • @BharatPegu-t2u
    @BharatPegu-t2u 5 місяців тому +39

    ভাল কথা হৈছে সকলো সমান

  • @tuphanalam4900
    @tuphanalam4900 5 місяців тому

    পৰেশ বৰুৱাৰ সৈতে মই একমত

  • @ajitbordoloi4217
    @ajitbordoloi4217 5 місяців тому +19

    এটা সময়ত বাংলাদেশী মিঞা উৎপাতত অসমৰ খিলঞ্জীয়া মানুহ শান্তিত থাকিব নোৱাৰিব, বহু দুখীয়া মানুহৰ গৰু চোৰ কৰি মানুহৰ আর্থিক অবস্থা শোচনীয় কৰি পেলাইছে, বৰুৱা ছাৰে মিঞা অধ্যুষিত এলেকাৰ বোৰত গৈ অসমীয়া মানুহ খিনিয়ে কি পৰিস্থিতি ভূগি থাকে সেয়া খবৰ লওক, ইয়াত মই আমাৰ খিলঞ্জীয়া মুছলিম ককাই ভাই সকলক কোৱা নাই

    • @bidyutbaruah8722
      @bidyutbaruah8722 5 місяців тому

      Ulfa e politics arombho korise. Eman dine Miyai kora otyasar r biporite ulfa e maat kiyo mota nasil? Nije bangladesh r asroy loi ase babe voy hoise Paresh Barua r

    • @Musafir78r
      @Musafir78r 5 місяців тому

      Apuni najane ai bixoy apuni ahi sai jauk musalman or majot kane asu ami axomiya

    • @KaushikKumar-ty8mr
      @KaushikKumar-ty8mr 5 місяців тому

      ঠিক কৈছে, যেতিয়া নিজৰ ঠাই খিনি মিঞাৰ উৎপাতত এৰি যাব লাগিব তেতিয়া বুজিব প্ৰত্যেক জনে

  • @GcdufjfUd
    @GcdufjfUd 5 місяців тому +26

    ধন্যবাদ জনালো আলফা সেদিন ৰ পৰেশ বৰুৱা দেবক।

  • @PrabhatDas-ry7yv
    @PrabhatDas-ry7yv 5 місяців тому

    পৰেশ বৰুৱা মহোদয়ক অশেষ ধন্যবাদ কৰিলো ।

  • @Dinfo24x7
    @Dinfo24x7 5 місяців тому +8

    অসম আৰু অসমীয়াৰ শত্ৰু আলফা... খিলঞ্জীয়া অসমীয়া জীয়ৰী বোৱাৰীক ধৰ্ষণকাৰীৰ জেহাদীৰ লগত কিহৰ মিতিৰালি????

  • @devigita752
    @devigita752 5 місяців тому +21

    জাতি ভেদ কৰি কি লাভ দুখিয়ে উচিত শাস্তি পাব লাগে সকলো জাতি মানুহ একলগ হৈ সকলো একলগ হৈ দুখিক উচিত শাস্তি প্রদান কৰিব লাগে

  • @BastabGogoi-v9m
    @BastabGogoi-v9m 5 місяців тому +9

    মহাশয় সঠিক সময়ত সঠিৰ সিদ্ধান্ত

  • @ahmeddc158
    @ahmeddc158 5 місяців тому

    জয় আই অসম। আমি সকলো অসমীয়া।

  • @RubulDutta-i4d
    @RubulDutta-i4d 5 місяців тому +30

    Sir thank you

  • @GCNath-ed7im
    @GCNath-ed7im 5 місяців тому +5

    এই বাতৰি সম্পূৰ্ণ মিছা যেন লাগিছে বাতৰি প্ৰচাৰ কৰা জন কোন ,তাকে চাই ভাব হৈছে,আলফাৰ এই টো সিদ্ধান্ত নহয় নেকি,ভুল বাখ্যা কৰি সমাজত বিষ বাষ্প বিয়াপি ইছে, হিন্দু মুছলমান ভাগ কৰা নাই মিঞা মানে কি নাজানেই এনেই বাতৰি প্ৰকাশ কৰি আছে,সি নিজে মিঞা নেকি

  • @manuarabegum527
    @manuarabegum527 5 місяців тому

    পৰেশ বৰুৱা জিন্দাবাদ

  • @mithunpegu5935
    @mithunpegu5935 5 місяців тому +37

    সঠিক সিদ্ধান্ত ।

  • @goutamdasd3263
    @goutamdasd3263 5 місяців тому +9

    কি যে দুৰ্ভাগ্য মাত মাতিব লাগিছিল খিলঞ্জীয়াৰ পক্ষত। মাত মাতিছে মিঞাৰ পক্ষত অসম বৰৰ্বাদ। মিঞা ৰ লুংগী ধুৱা বিলাক ।

  • @dilipbora7188
    @dilipbora7188 5 місяців тому +6

    পৰেশ বৰুৱানো কোন ? তাক অসমীয়া জাতিৰ ওপৰত মাত মতাৰ অধিকাৰ কোনে দিলে ? বাংলাদেশীৰ লুঙিৰ তলত সোমাই অসম স্বাধীন কৰাৰ সপোন দেখা শশ হিন্দু যুবকক হত্যা কৰি হেঁপাহ নপলোৱা মুছলমানে হিন্দূ যুৱক যুৱতিক হত্যা ধৰ্ষন কৰিলেও মুখত সোপা লগাই লোৱা নৰ
    হত্যাকাৰীটোৰ ভয় হৈছে কিজানি লুঙিৰ তলখন হেৰাই যায় ।

  • @tezchetryyy143
    @tezchetryyy143 5 місяців тому +4

    এতিয়া আৰু বাঢ়িব অপৰাধ , চল পাইছে। চাই থাকিব ,.

  • @JomserAli-fv6ek
    @JomserAli-fv6ek 4 місяці тому

    ধন্যবাদ পৰেশ বৰুৱা ডাঙৰীয়া 😊

  • @Manash.player.official
    @Manash.player.official 5 місяців тому +8

    পৰেছ বৰুৱা আপুনি মুখ্য মন্ত্ৰী লোগোত আলোচনা কৰি মিয়াৰ পৰা আমাক বোচাগ নহ'লে অসমখন সেখ হৈ যাবো মুখ্য মন্ত্ৰী আৰু পৰেশ বৰুৱা আপুনি লোগ হৈ বছা

  • @monuwarabegam5708
    @monuwarabegam5708 5 місяців тому +24

    আইন সকলোৰে বাবে সমান তুচতিকৰন হ'ব নে লাগে

  • @jamalsikder1594
    @jamalsikder1594 5 місяців тому

    পৰেশ‌ বৰুৱাক‌ কোটী‌ কোটী‌ আশিৰবাদ্ দিলো

  • @binodsaikia1882
    @binodsaikia1882 5 місяців тому +16

    পৰেশ বৰুৱা কথা মানি নলও

  • @masuraahmed4735
    @masuraahmed4735 5 місяців тому +7

    Good sir good 👍👍

  • @monuwarabegum6472
    @monuwarabegum6472 5 місяців тому

    আলফা সাধীনক ছেলুট জনাইছো

  • @theunlimitedpower12
    @theunlimitedpower12 5 місяців тому +12

    কাজিয়া হলেই মিয়াই কীয় আমাক দলে ভলে খেদি আহে 😢

  • @assamforever2582
    @assamforever2582 5 місяців тому +18

    Thank you sir ❤❤❤

  • @FaizulHaque-q7y
    @FaizulHaque-q7y 4 місяці тому

    ভাল কথা কলে সকলো মানুহে সমৰ্থন কৰিৱ।

  • @pholbhorhussain9048
    @pholbhorhussain9048 5 місяців тому +1

    Paresh Baruah and great men

  • @HafizAminulIslam
    @HafizAminulIslam 5 місяців тому +32

    Thank you poresh boruwa sir

  • @utpalkumarpatgiri1663
    @utpalkumarpatgiri1663 5 місяців тому +14

    ফকটিয়া সংবাদ ।
    মুছলমান বুলি কিয় চিঞৰিছ ।
    মিঞা বুলিছে মুছলমান নহয় ।
    মগজুৰে সংবাদ প্ৰকাশ কৰ ।

  • @Top5content12
    @Top5content12 5 місяців тому

    ভাল সিদ্ধান্ত

  • @hanseali1924
    @hanseali1924 5 місяців тому +13

    Thanks for alfa sadhen. You are great

  • @AtaurRahman-en3hw
    @AtaurRahman-en3hw 5 місяців тому +40

    ছেলুট

  • @senaigogoi
    @senaigogoi 5 місяців тому

    ভাল কঠা খেদি খেদি মাৰিব লাগে মিৰাক জয় আয় অখম

  • @MamtusBugam
    @MamtusBugam 5 місяців тому +7

    Good❤❤❤❤❤

  • @NazmulHoquealam
    @NazmulHoquealam 5 місяців тому +25

    Right ulfa shadhin

  • @_agenish_music
    @_agenish_music 5 місяців тому

    অসমত ৯৫ % মিঞা মানুহে বেয়া কাম কৰে।বাকীই ১৫ % বেলেগ বেলেগ ধৰ্ম মানুহ থাকে মই ধৰ্ম অলপ হলেও ভেদা ভেদ থাকিব লাগে।

  • @GiasuddinAhmed-wn4nw
    @GiasuddinAhmed-wn4nw 5 місяців тому +24

    You are right.thanks

  • @Mrshachib
    @Mrshachib 5 місяців тому +4

    Assam jindabad India jindabad ❤🎉

  • @nuzrulislam9737
    @nuzrulislam9737 5 місяців тому

    পৰেশ বৰুৱা ভাল কথা কৈছে

  • @user-pp2wq5iy5h
    @user-pp2wq5iy5h 5 місяців тому +5

    সকলো‌ৱে নিজৰ নিজৰ সুবিধা লৈ ল‌ওক

  • @Randeep-kb1xh
    @Randeep-kb1xh 5 місяців тому +13

    ইমান চিঞৰ বাখৰ কৰি কোনে বাতৰি পঢ়ে ? পাগল ?

    • @hirakkalita1882
      @hirakkalita1882 5 місяців тому

      Galar Nala fati jb o emn je jur jur koi siyri asa😂😂😂

    • @deepjyotisaharia2059
      @deepjyotisaharia2059 5 місяців тому

      সি নিউজ পঢ়িবলৈ শিকিব বহুত বাকী আছে,, অকলে ইমান হুলস্থুল কৰে যেন কাতি মাহত কুকুৰৰ জাকেহে খোৱা কামোৰা কৰিছে 😂😂 তাক দেখিলেই কেলা গা খুজতি উঠে,, সৰু সৰু কথা ডাঙৰ কৰি ভাল পোৱা মানুহ এইজাত 😡

  • @assam34news
    @assam34news 5 місяців тому

    ,এইজনক মুখ্যমন্ত্ৰী বনাব লাগে কাৰণ মুখ্যমন্ত্ৰীৰ বিচাৰ তকৈ এই জনৰ বিচাৰ ভাল।

  • @tomserali4426
    @tomserali4426 5 місяців тому +4

    Bohut bohut bohut thankPores Borua sir

  • @RehanAhmed-re9lo
    @RehanAhmed-re9lo 5 місяців тому +10

    Veri good news❤❤

  • @lakhinath3888
    @lakhinath3888 5 місяців тому

    ধন্যবাদ পৰেশ দা জয় অই অসম

  • @JogenSaloi-x9n
    @JogenSaloi-x9n 5 місяців тому +6

    Good sir