ভাগৱত ব্যাখ্যা l ড০ পীতাম্বৰ দেৱগোস্বামী

Поділитися
Вставка
  • Опубліковано 4 вер 2024
  • ভাগৱত ব্যাখ্যা l ড০ পীতাম্বৰ দেৱগোস্বামী
    your queries :-
    bhagawat path
    assamese bhagawat path
    ভাগৱত ব্যাখ্যা
    ভাগৱত ব্যাখ্যা পীতাম্বৰ দেৱগোস্বামী
    follow me:-
    www.instagram.com
    Bipul. Saikia. 547

КОМЕНТАРІ • 90

  • @nimnitamahanta7390
    @nimnitamahanta7390 3 місяці тому +25

    Krishna Ram. Bohut bhal lagil

  • @shibosaloi8549
    @shibosaloi8549 3 місяці тому +9

    পাঠক ভকত প্রভূ আৰু ভকত বৃন্দক শত শত প্রণাম জনাই শৰণত সেৱা যাচিলো কৃষ্ণ।

  • @junumech7558
    @junumech7558 3 місяці тому +4

    কৃষ্ণ প্ৰভু জনা আপোনাৰ শ্ৰী চৰণ কমল ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ সুন্দৰ অতি সুন্দৰ ব্যাখ্যা শুনি বৰ ওপকৃত সইছে কৃষ্ণ

  • @jayantachetia4488
    @jayantachetia4488 2 місяці тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ ঢৰণ কমলত সহস্ৰ প্ৰণাম এই সময়ত আপোনা লোক ৰ ভক্তি বাণী অতি প্ৰায়োজন সেৱা প্ৰভূ।

  • @jintidas6948
    @jintidas6948 3 місяці тому +6

    কৃষ্ণ ।গৃহ পৰাই গুৰু চৰণত ভক্তি ভৰা সেৱা জনালো।

  • @pankajsaikia6076
    @pankajsaikia6076 3 місяці тому +2

    Krishna Krishna 🙏🙏
    Hewa agbohaisu Gurudev r Sri Saranot 🙏🙏🙏

  • @haribaruah9280
    @haribaruah9280 3 місяці тому +4

    আধ্যাত্মিক জ্ঞানেৰে পৰিপূৰ্ণ সত্ৰাধিকাৰ গুৰুজনাৰ অমৃতময় বাখ্যা শুনিবলৈ পাই নিজকে ধন্য মানিছো।

  • @lohitdas63
    @lohitdas63 3 місяці тому +4

    Bohut val lagilse pravur kotha khini apunar mukhat. God bless you.

  • @AmusedElephant-oc7ne
    @AmusedElephant-oc7ne 3 місяці тому +2

    প্ৰভু আপোনাক শত কোটি প্ৰণাম জনালোঁ,,🙏🏽🙏🏽🙏🏽

  • @probinhazarika7899
    @probinhazarika7899 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ, সেৱা জনাইছোঁ প্ৰভূ ।

  • @imcoming9317
    @imcoming9317 Місяць тому

    বহুত ভাল কথা কৈছে গুৰু জন আপোনাক শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ🙏🙏🙏

  • @NabinKachari
    @NabinKachari Місяць тому

    কৃষ্ণ কৃষ্ণ প্রভু সেৱা জনাইছো।

  • @BidyutjyotiBidyutjyoti
    @BidyutjyotiBidyutjyoti 5 днів тому

    He guru pravu iswar sree saranat sata koti pranam.

  • @r.saikia3334
    @r.saikia3334 3 місяці тому +1

    Krishna Krishna,sundar Prabhu

  • @user-fv6bk6tv6o
    @user-fv6bk6tv6o 2 місяці тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏❤

  • @bhaskarneog5162
    @bhaskarneog5162 Місяць тому +1

    Nomu narayana 🙏

  • @ushamonisingh7477
    @ushamonisingh7477 Місяць тому +1

    Krishna Ram , bohut val lagile

  • @anjumanisonowal2784
    @anjumanisonowal2784 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ

  • @arpanagogoi8434
    @arpanagogoi8434 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @binadutta4649
    @binadutta4649 Місяць тому

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @mahendradas6626
    @mahendradas6626 3 місяці тому +1

    এইয়াই আমাক গুৰু জনাই দি যোৱা বৈকুণঠী আভাস❤

  • @hiteshsonowal6528
    @hiteshsonowal6528 3 місяці тому +1

    Sri kishnai nomo❤❤❤❤

  • @padmadutta3158
    @padmadutta3158 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @holeswrthengal6039
    @holeswrthengal6039 18 днів тому

    গৃহৰ পৰাই আন্তৰিক সেৱা জনালো প্রভূ ।

  • @dipumonibora4088
    @dipumonibora4088 2 місяці тому

    কৃষ্ণ কৃষ্ণ

  • @munindraborgohain6054
    @munindraborgohain6054 3 місяці тому +1

    Krishna. Krishna. Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻

  • @bonditabaruahdutta745
    @bonditabaruahdutta745 3 місяці тому +2

    শৰনে পশিলো প্ৰভু 🙏🏼🙏🏼🙏🏼

  • @digambardeka5677
    @digambardeka5677 Місяць тому +1

    Krishna Krishna

  • @daisyrabha2343
    @daisyrabha2343 2 місяці тому

    Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏

  • @santanukaushikborah5142
    @santanukaushikborah5142 2 місяці тому

    গুৰু তোমাৰ শ্ৰী চৰনত আমি প্ৰনিপাত জনাইছো । আমাৰ পৰম ভাগ্য তোমাৰ শ্ৰী চৰনত আমি ঈশ্বৰমূখী শৰন লোৱাৰ সুযোগ পালো । কৃষ্ণ প্ৰভূ আমাক জন্ম জন্মান্তৰে তুমি কৃপা দৃষ্টি বৰিষন কৰিবা ।জয় শ্ৰী শ্ৰী গোবিন্দ মহাপ্ৰভূৰ ।।

  • @minakshideka1470
    @minakshideka1470 2 місяці тому

    Krishna krishna ram ram

  • @ramcharandeka9143
    @ramcharandeka9143 3 місяці тому +2

    Krishna

  • @Tate618
    @Tate618 2 місяці тому

    সেৱা জনালোঁ কৃষ্ণ ৰাম 🙏🏻🙏🏻

  • @ronjitborah1997
    @ronjitborah1997 3 місяці тому +1

    Probhu pronam.punor sunim.imman sundor byakhaa,hridtoyore upolobdhi koriboloi Sam.

  • @hiteshsonowal6528
    @hiteshsonowal6528 3 місяці тому +1

    শ্রী কৃষ নঃ

  • @sumitradeka3599
    @sumitradeka3599 Місяць тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @amalkumardas8748
    @amalkumardas8748 2 місяці тому

    কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @NarmadaPathak-gm4xe
    @NarmadaPathak-gm4xe 3 місяці тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ 🙏🙏🙏🪔🪔🪔

  • @amiyaborah9344
    @amiyaborah9344 2 місяці тому

    🙏 গুৰুদেৱ।

  • @saraswatikalita7301
    @saraswatikalita7301 3 місяці тому +1

    Antar sudhu hai jai prabhu

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 3 місяці тому +1

    গুৰুদেৱ প্ৰণাম গ্ৰহণ কৰিব প্ৰভু।। কৃষ্ণ কৃষ্ণ।।

  • @LuhitSaikia-od4eg
    @LuhitSaikia-od4eg 6 днів тому

    Krishna Krishna Ram❤❤❤

  • @anjumanisonowal2784
    @anjumanisonowal2784 Місяць тому

    গুৰুজনাৰ চৰনত সেয়া জনালো কৃষ্ণ কৃষ্ণ প্ৰভূ

  • @malabikadevi7136
    @malabikadevi7136 2 місяці тому

    🙏🙏🙏

  • @himadridutta9969
    @himadridutta9969 13 днів тому

    krishna probhu 🙏🙏

  • @juntisonowal9390
    @juntisonowal9390 2 місяці тому

    Jay shree krishna 🙏🏻🙏🏻🙏🏻🙏🏻

  • @rinjuborah1758
    @rinjuborah1758 3 місяці тому +1

    প্ৰভূ আপোনাক শতকোটি প্ৰণাম জনালো।

  • @hemkantihazarika9531
    @hemkantihazarika9531 2 місяці тому

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীৰাম সকলোকে উদ্ধাৰ কৰক ❤❤❤🙏🏻🙏🏻🙏🏻

  • @user-it2qo5zz8m
    @user-it2qo5zz8m 2 місяці тому

    🙏🙏🙏🙏🙏

  • @user-dn7ot6yb5m
    @user-dn7ot6yb5m 2 місяці тому

    ❤Prabhu.bahut.bhal.lagil.hundar.atihundar.

  • @jungogoiyoutubechannel892
    @jungogoiyoutubechannel892 2 місяці тому

    কৃষ্ণ কৃষ্ণ প্ৰভূ আশীৰ্বাদ কৰিব।

  • @smritirekhaborah9936
    @smritirekhaborah9936 2 місяці тому

    শ্ৰীগোৱিন্দ মহা প্ৰভুৰ চৰণত, সত্ৰাধিকাৰ গুৰু জনাৰ চৰণত ভক্তিভৰা সেৱা জনালোঁ।
    - - - জাতীয় চেতনা।

  • @bhaskarneog5162
    @bhaskarneog5162 Місяць тому

    নমো নাৰায়ণ 🙏

  • @AlakeshMedhi-p6t
    @AlakeshMedhi-p6t 16 днів тому

    Krishna Bap bohut val kotha sunilo.

  • @dr.gokulbaruah7690
    @dr.gokulbaruah7690 3 місяці тому

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ🙏🙏🌄

  • @user-pp4kq4ng9i
    @user-pp4kq4ng9i 3 місяці тому +3

    Kirshno kirshno kirsno

  • @pradipgogoi3182
    @pradipgogoi3182 2 місяці тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ গুৰুজনাৰ ভাগৱতৰ বাখ্যা শুনি বহুতো ভাল লাগিল 🙏🙏🙏।

  • @KusumBora-ni7qq
    @KusumBora-ni7qq 2 місяці тому

    Krishna ram

  • @DijenDutta-hv7ej
    @DijenDutta-hv7ej 3 місяці тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ

  • @sanjibbora1789
    @sanjibbora1789 2 місяці тому

    সঁচাকৈ বৰ মনোমোহা এই অনুষ্ঠান ,আমাৰ গাঁৱলীয়া সমাজত এই অনুষ্ঠান হৰিৰ গৃহত টিভি , এল চি দি মাধ্যমেৰে আমাৰ সমাজত দেখুৱাতো অতিকে বাঞ্চনীয়। ভোজনী আৰু ডাইল বনাবলৈ প্ৰসাদৰ আশাত নাম,পাঠ গোৱা বৈষ্ণৱ সকলে অনুষ্ঠানৰ শেষত লোকৰ কথা চোবাই থাকে অৰ্থাৎ কোন কত যাই কোনে কত খালে ইত্যাদি।সেয়ে এই অনুষ্ঠান বোৰ ৰ আমাৰ সমাজত প্ৰাসংগিকতা অতিকে দৰকাৰ।

  • @bhaskarneog5162
    @bhaskarneog5162 3 місяці тому

    Krishna 🙏

  • @sumitraDowarah-d7q
    @sumitraDowarah-d7q 2 місяці тому +1

    প্ৰভু নমস্কাৰ

  • @DipaThengal
    @DipaThengal День тому

    Grihor porai probhur podo ponkojoly pronipat jonalu krisna krisna

  • @nikharani-gr1lx
    @nikharani-gr1lx 2 місяці тому

    প্রভূ ধন্যবাদ

  • @rupalibora170
    @rupalibora170 3 місяці тому +1

    Ram krishna probhu

  • @DonKelar123
    @DonKelar123 2 місяці тому

    Krishna 🙏🙏🙏🙏 Krishna probhu t

  • @Shua_098
    @Shua_098 2 місяці тому

    Ahak ami guru janar Charan komalat heya nibedon kori ,gurujanar hundar kothabur bastava jebanat bibahar kori amar hamajar hoke Kam koru. Krishna Krishna Krishna Krishna Krishna....

  • @anilkumarchetia1816
    @anilkumarchetia1816 2 місяці тому

    Probhu jonak xotokuti pronam .

  • @bireswarsonowal7221
    @bireswarsonowal7221 2 місяці тому

    Krishna Krishna Krishna Ram RamRam

  • @ranudas4561
    @ranudas4561 3 місяці тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ কণ্ঠেৰে আধ্যাত্মিক তত্ত্ব শ্ৰৱণ কৰিবলৈ সক্ষম হৈছোঁ প্ৰভু 🙏🙏🙏

  • @ratulbora5510
    @ratulbora5510 2 місяці тому

    Kirsno kirsno❤❤

  • @arbindabora4908
    @arbindabora4908 2 місяці тому

    Thank you

  • @ranjumoniphukan1604
    @ranjumoniphukan1604 3 місяці тому +1

    Bohut Sundar kotha alolosona hoise

  • @padumkakati2938
    @padumkakati2938 3 місяці тому

    তাকে কৰি আজি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছোঁ সমস্ত অঙ্গৰ কোনে মাত দিছে ডাইনী জাপি ৰাখিছে পৰিয়াল নিপাত কৰাৰ বাবে ধন্যবাদ।

  • @bhobanikantaborsaikia5206
    @bhobanikantaborsaikia5206 3 місяці тому

    Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedilu.

  • @user-sv6fm6dx7n
    @user-sv6fm6dx7n 3 місяці тому +2

    Apuni mohapurukh buli koi kintu guru buli abaru nokoi kiya

    • @bobitasaikia7980
      @bobitasaikia7980 3 місяці тому

      আমাৰ গুৰু শঙ্কৰদেৱক তেওঁলোকে গুৰু বুলি নামানে।

    • @smritirekhaborah9936
      @smritirekhaborah9936 2 місяці тому

      আপুনি শ্ৰীমন্তশঙ্কৰদেৱক গুৰু বুলি কৈ গুৰুজনাৰ উপদেশ কিমান পালন কৰিব পাৰিছে? তেৰাক কেৱল গুৰু বুলি মুখেৰে কলেই হ'ব নে। সত্ৰাধিকাৰ প্ৰভুৱে অন্তৰত গুৰু মানি লৈ এই মহা তাৎপৰ্যপূৰ্ণ পৰম উপকৃত ব্যাখ্যা উপস্থাপন কৰিছে যদি? শৰণ-ভজন কেৱল শঙ্কৰদেৱ গুৰু জনাই প্ৰৱৰ্তন কৰি যোৱা। তাকেই সত্ৰাধিকাৰ সকলে ৰাইজৰ মাজত প্ৰচাৰ কৰা মানে কি? কেৱল সঁচাই -মিছাই গুৰু বুলি কবই লাগিব নেকি?
      - - - জাতীয় চেতনা

  • @r.ctalukdar1659
    @r.ctalukdar1659 3 місяці тому +1

    মন্তব্য সমূহ অসমীয়া লিপিৰে লিখিবলৈ সেৱা ধৰিলো। ৰোমান লিপি ব্যবহাৰ কৰিলে ভাল নালাগে।

  • @gayotridas-ko9fv
    @gayotridas-ko9fv 3 місяці тому

    প্ৰভূ শত কো টি প্লনাম আপোনাক।

  • @bitulphukan6914
    @bitulphukan6914 2 місяці тому

    ভকতৰ নামহে মালা আপুনি আকৌ কি মালা পিন্ধিছে অলপ বুজাই দিব | এক শ্রেণী মানুহে নিজকে উচ্চ জাতি বুলি ভাবি থাকে ভাগৱতে প্রকৃততে সেইটো কৈছে জানো অলপ বুজাই দিয়ক | কোনে শৰণ ভজন সৃষ্টি কৰিলে সেই বিষয়েও কব লাগে | গুৰু প্রকৃততে কোন সেই বিষয়ে কব লাগে | শংকৰদেৱৰ ওপৰতো কব লাগে অকল গুৰু গুৰু বুলি কলে হব জানু কলেহে হব |

    • @bitulphukan6914
      @bitulphukan6914 2 місяці тому

      শৰণৰ আচল অৰ্থ আপুনি কোৱাটো হয়জানু প্রভু | শৰণৰ আচল অৰ্থটো আপুনি কোৱা নাই যিবিলাক কৈছে এইবিলাক হৰণ প্রকৃত হৰণ নহয় | অন্য দেৱ দেবীক পূজা অৰ্চনা নকৰি এক কৃষ্ণত আশ্রয় গ্রহণ কৰাকহে প্রকৃততে শৰণ বোলে |

  • @PrafullaBorah-og7zn
    @PrafullaBorah-og7zn Місяць тому

    Kißhñaprovu

  • @user-ki6cr8ip6v
    @user-ki6cr8ip6v 3 місяці тому

    Kirsno kirsno

  • @user-sv6fm6dx7n
    @user-sv6fm6dx7n 3 місяці тому

    Apunar guru sankardev hoina

  • @user-tf3wc9et3r
    @user-tf3wc9et3r 2 місяці тому

    Krishna

  • @dipengogoi2598
    @dipengogoi2598 3 місяці тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @pronotineog6108
    @pronotineog6108 3 місяці тому

    🙏🙏🙏

  • @tulikabarua2838
    @tulikabarua2838 2 місяці тому

    কৃষ্ণ কৃষ্ণ প্ৰভু, সেৱা জনালো 🙏🙏🙏