| Madhuri Mur Naam I Abahan Theatre | Prastuti Porasor | Prayashi Porasor | Jaffy Bakshi |

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • Drama: Madhuri Mur Naam
    Theatre: Abahan Theatre (2018-19)
    Director: Abhijit Bhattacharya
    Starring: Prastuti Porasor
    Prayashi Porasor
    Jaffy Bakshi
    Bipul Bora
    Rituraj Mahanta
    #prastutiporasor #prastuti #zubeengarg #theatre #mobiletheatre #assamese #assam #prayashiporashor #filmfare

КОМЕНТАРІ • 1,2 тис.

  • @chayanikaborgohain3121
    @chayanikaborgohain3121 2 роки тому +18

    বহুত বেছি ভাল লাগিল প্ৰস্তুতি বা 💟💟💟💟
    হৃদয় চুই গৈছে 😭😭😭
    চকু পানী ধৰি ৰাখিব নোৱাৰিলোঁ।😭😭😭
    প্ৰস্তুতি বা আপোনাৰ অভিনয় মোৰ বৰ প্ৰিয়।👍👍
    বহুত ভাল লাগে আপোনাক🙏🙏

  • @bristiborah7868
    @bristiborah7868 4 роки тому +16

    বাস্তৱ ইমান কঠিন যে মই কান্দিব পাহৰি গৈছিলোঁ কিন্তু কাহিনীটো চাই মই নিজকে ৰখাব নোৱাৰিলোঁ বহুত দিনৰ মূৰত অনুভৱ কৰিছো কৰবাত নহয় কৰবাত মইও হৃদয় এখন ৰাখিছোঁ।।।সুন্দৰ অভিনয় আৰু সুন্দৰ লিখনি ।হৃদয় চুই গৈছে।।।💘💘

    • @hemontadekant3277
      @hemontadekant3277 4 роки тому

      Uayyayayyyyaayyayyaayayyyauayaaytaauyyyyyyayyyayyyuyyyyyyayyayyyyayyayayyayyyyauyaayyyayyyayyyayayyyyyyayaayayayyyayayyyayaaayayayyyayaayyayayyaatyayyyaysyayyayyyayyyyayayayyayyayayuuyayyayyayyyyyyyyyayayyayyyyyaayyyuayaayayyyyyyyyayayyyyyyyyyaauyuyyyyyayyyyyyayayyyyaayyyyyyayyyyyauayyuauyyyyyayayyyayyyayyyyyayayyayyayayyyuayyyyyyyyyyyaayyyyaayayyyuyayyyyyaayyyyayyyyayyayyyyyyyayayyyyyaayyatyyyyyyaayyyayyyyyyyyyyayyayyayyayyayyuayaaayyaauyuayayuyauyayyyyayyyyyayyyyyayyyyyyyyyyyayayayayaayayyyyyyaaayyyyyyyayayyyyyyyaayayayyyuyayayauyyayyyayyayyyyyyyyayayayyuyyyayyayyyyyyyyyyyayayyyaayyyyyyayyyyyayyyyyyayyyayayyyyyyyyayyyyyyyyyayyyyyyayyyyyaayyyayayyayyyyayyayayyyayayyyyayyuuaayuyayyyauyyyayyyyaayyyyyyyyyyyyyyyyuyyyyyyayyyyyyyyyayyyyyyyayayyaayyyayyyyyysyayayyyyyyyyayayyyaayyyyyyayyyyyyayyyaysyayyyyyyyyyyyyyyauyasyyyyyaayayayayyyyyayyyyyyyyyyyayyayyyyayyuyyayyyyyayyyyyayyyyyayayyyayyyaayyayaayyyyayyyayrayyyyyyyyyyaayyayyyiyyayayyyyyyyyayyyyyyyyuyyyaayyyyyyaayyyyyyuayyyyyyyyayyyyyyyayaayyyyyyayyaayyayaayayyyaaayyyyraayyaayyyyuyyaayayyaiayyayyyyyyyayayaayyayyyyyyayayayayyyyyyyyayuyyyyyyyyyyyyyuayyyyyayayyyyyyyyyyyyyyayuyyayuyayyayyayayyyyyyayyyyyayyyyyyyyayayyyyyayyyyyyayaayayuyyyyayuyayyyyyyayayuyyyyyayyyyyayyyyyyyuyyayayyauyyyayyyayayaayyyyyyyyyayyyyyyyayayyyyyyayyyyaayyyaayyyyyyayyyaayyyyyyayyyyaayyayyyyyyyyyayyyyyyyyyyyyyyuyayyyyyyyayayyauaayyyyyyyyyyayaaaayayyayayyayyyydyayuayauyyyyyayyyyyyyauyuyyayyyuyayyuayyyyyyyyayyyyyyyyyayyyyyyyuyyyyyyyyyyayyayayyyyuayayyyuyyyyyyayyyyaauyyyyyayyyayyyayyaaayyyyayyyyyyyyyayyyyayyyyyyyayyyayyyyyyyyaayyyayyayyyyayyyayayayyyayayyyayaaayayayayayyyysyayyyyyyyyayyyyaayyyyayayyayyyuyaaysuyyuyyayyyyyyyyyyayyyyyyyyaayayyaauyyyayyyayyyyyyyyyyyaiyyyyyyyyayyyayyyyyuyyyyyyyyyuyayayyyyyyyyyyyyyyyayyyyyaaayyayyyyyyyyayayyyyyyayuyyyyyuyyyyyyyyyyyyyyayyyyyyyyyyyyyyyyayayyyayyyyyuyyyyyyyyyaaayyyyyyayyyayayyyyyyaayyyyyyyyyyayyyyauuyyyayyyyayyyayuaayauyyyyyyyayyyyuayayyyyayyayyyyyyyuyyyyayayauyyyyyaayyyyyyyayyyyyayuyyyyayayyayyuauuyyayyayyyyuyyyayyuayyyyyyyyyyayyyayyyayyyyyuuauyy

    • @hemontadekant3277
      @hemontadekant3277 4 роки тому

      Ayyyyayyyyyyayyauuuyyyyyyyysyauyyayyayyyyyuyayyyyyyyyyayayayyyyyyyyyyuayyyyyyayayyayyyyayayyauyyyyyyyayyyyyyyyyyyayyyyayyyyyayayayyyyyyayyyuyyyayuuyyyayyyayyyuyuayyyyyyyyyyyyyyyyauyryyyuyayyyayaayyyyyyyyyyyyyayyyyyayyayyuayyuyyyyyyyayyayayyyyyayayayyyyyyyayyyyyyayyyyyyyyyyyyyyyyayayyyyayyyayyyayyayyyyyyyyayyuyyayyyyyyyyyyayyayyauyayyayyyyyyyyyyyayyuyyyyaauyayayyyuyyayayaayyayyauyyyyyyyayyyyyyayauyyyayyyyyyayyyyyyayuyyyyyyyayayyyyyyyayyayyyayyayuayyyyuyayyaayuayyyyuyyyyyuyayyayyyyyyyayyyyyyyyayyyyyayayatyyyyayayyayayyaayayyyyuyyayayyyyyaayayyayyyyyyyyuyyuuyyyyyyyuuayuryuyyayyyyyyyyyyyyyyayuayyauyyayyyayyyyyyyyyyyyyyyyyyayayyyyyyyyyyyayyyyyyyyuyuuaayyysyyayyyyyyyuyyyyyaayuyyayyayyyyayyyayyaytyayyayyaauyyyayayyaayayyayyyayyyyyyyayyuuyyyyyyyyyysayyauyayyyuyuyyayyyyyyyyyyyyyyyyyuyyyyauyayyayyyyyyyyaayyyyaayuyyyayyayyayyaayyuyyyyyayyayyaaayyyayyyyyyyyuayyayayyyyyayyyyyyyyayyyyyyyayyyyyyayyyyyayyyayyayyyyyayyyayayyyyauyyyyyayyyyyaayyaayyyaysy

  • @rupacookingdanceandvlog3385
    @rupacookingdanceandvlog3385 2 роки тому +13

    ভাল হৈছে বহুত🙏🙏। হিন্দি ছবি janwor চিনেমাৰ কাহিনী লগত মিল আছে

  • @sunayanborah
    @sunayanborah 3 роки тому +30

    মাতৃত্বৰ অন্য এক অনন্য ৰূপ ফুঁটি উঠিছে এই নাটক খনিৰ যোগেদি 🥺❤ প্ৰমাণ হৈ উঠিছে যে মাতৃ-সন্তানৰ সম্পৰ্ক চিৰদিন অসাধাৰণ, অতুলনীয়; লাগিলে সেয়া নিজৰ গৰ্ভধাৰিত সন্তান হওঁক বা নহওঁক........মাতৃ সদায় মাতৃ💕

  • @charusmitadeka7597
    @charusmitadeka7597 Рік тому +9

    মা" এটি শব্দ; য'ত লুকাই আছে সমস্ত পৃথিৱীখনৰ অৰ্থ।। ❤️❤️ খুউব সুন্দৰ নাট নাট্যসম্ৰাজ্ঞী প্ৰস্তুতি বা'ৰ হৃদয় চুই যোৱা অভিনয়।।😘😘😘😘😘😘😘😘😘

  • @ranasonowal4289
    @ranasonowal4289 4 роки тому +8

    ,prostuti বাৰ নাটকখনী আমাৰ সমাজৰ বাবে শিক্ষা দি যোৱা নাটক , নিজে নকনদা মানুহে আনক খন্দোৱাব নোৱাৰে সচাকৈ বহুত দুখ লগা আৰু অতি সুন্দৰ দৃশ্য , বহুত বহুত ভাল লাগিল....।

  • @hemantakalita8400
    @hemantakalita8400 Рік тому +16

    Just watch, and nothing else. Prastuti Porashar is the queen of Assamese theatre. Her acting make me weep till the end of the drama. OMG, what a drama is this ! Thanks Abhijit Bhattacharya . Thanks a lot

  • @Karabikapinjal
    @Karabikapinjal 2 роки тому +3

    Bohut kandilu aru bohut hahilu ............... xosi bohut val lagil ❤❤❤ prastuti ba and jaffy da 👍👍👍love you ❤❤❤❤❤

  • @gitaliscreations5603
    @gitaliscreations5603 4 роки тому +7

    মাতৃৰ সুন্দৰ নিদৰ্শন....সন্তানৰ আগমনে এগৰাকী নাৰীক প্ৰকৃত নাৰী কৰি তোলে |

  • @bandanagogoi1641
    @bandanagogoi1641 2 роки тому +6

    বলিষ্ঠ অভিনয় প্ৰস্তুতিবাৰ।খুব ভাল লাগে আপোনাৰ অভিনয়।

  • @Angel--_Jinti-
    @Angel--_Jinti- 4 місяці тому +2

    My favourite actress prastuti ba 😊❤ Love u ba ❤

  • @nilimadas9435
    @nilimadas9435 2 роки тому +2

    প্রস্তুতি তোমাৰ অভিনয় চাই বৰ ভাল লাগে। তোমালৈ বহু বহুত ধন্যবাদ।

  • @anamikaadhyapak217
    @anamikaadhyapak217 Рік тому +8

    খুব সুন্দৰ অভিনয়ৰ প্ৰস্তুতি,অন্তৰ চুই গ'ল ❤️

  • @pubgteaching7243
    @pubgteaching7243 3 роки тому +62

    ভ্ৰাম্যমাণ জগতত আপুনি সদায় শ্ৰেষ্ঠ প্ৰস্তুতি বা আপোনাৰ অভিনয় মোৰ বহুত ভাল লাগে

  • @mrinalidas1471
    @mrinalidas1471 Рік тому +2

    অভিনয় মানেই আন নাম প্ৰস্তুতি।love u

  • @simantanath4758
    @simantanath4758 4 роки тому +6

    একো কবলৈ ভাষা নাই মাথো 🙏🙏 সচাঁকৈয়ে দুৰ্দান্ত অভিনয় দুৰ্দান্ত সৃষ্টি...

  • @SHARP_Valorant
    @SHARP_Valorant 4 роки тому +51

    Love you Prostuti Baa..
    Prostuti Ba Friends Kun kun asa like kori jonaba

  • @sahanabegum7303
    @sahanabegum7303 4 роки тому +21

    সচাকৈ যোৱা বাৰ মাধুৰী মোৰ নাম নাটক খন ছায় খুবেই ভাল লাগিছিল । বিশেষকৈ নাটকখনৰ প্ৰথম সময়ছোৱাত প্ৰস্তুতি বাই যি ফুলন দেৱীৰ চৰিত্ৰ ৰূপায়ন কৰিছিল সেই চৰিত্ৰ সচাকৈ মোৰ খুব ভাল লাগিছিল । এক্ছনৰ কথা কি কম । বলিউডৰ কেটৰিণা মেমৰ একচন ছোৱা যেন লাগিছিল ।

  • @monasmitamaini6767
    @monasmitamaini6767 4 роки тому +4

    ইমান ধুনীয়া নাটক..মই কান্দি গলো চাই..প্ৰস্তুতি বা ইমান ভাল অভিনয় কৰে আপুনি..সচাকৈ আপুনি ভ্ৰাম্যমান জগতৰ মহাৰাণী

  • @chillwitharush
    @chillwitharush 4 роки тому +103

    আমাৰ সমাজৰ বাবে এই খন এখন বহু শিক্ষা দি যোৱা নাটক৷আমাৰ মৰমৰ Prostuti ba তোমাক বহুত ভাল লাগিছে দেই

  • @sanjibkashyap5646
    @sanjibkashyap5646 4 роки тому +206

    প্ৰস্তুতি বা অভিনয় জগতৰ সম্ৰাজ্ঞী, অসমৰ ভ্ৰাম্যমাণ জগতৰ ' মহাৰাণী 'বা আপুনি সদায়েই শ্ৰেষ্ঠ

  • @SamikshaBuragohain
    @SamikshaBuragohain 3 роки тому +4

    বা মই কাদি গলো চাই😭😭বহুত ভাল লাগিল বা🤩🤩

  • @manjubarman1855
    @manjubarman1855 2 роки тому +21

    বহুত ভাল লাগে আপোনাৰ অভিনয়।অভিনয় জগতৰ আপুনি একছত্ৰী সম্ৰাজ্ঞী।❤❤❤

  • @KJBora-qi2op
    @KJBora-qi2op 4 роки тому +48

    ধন্যবাদ বা......
    আকৌ এবাৰ নাটকখন চাই বহুত ভাল লাগিল,আপোনাৰ দৰে বেলেগ কোনো হবই নোৱাৰে ভ্ৰাম্যমাণ থিয়েটাৰ ত...আশা কৰো এনেদৰে সংগ্ৰহ কৰি আপোনাৰ নাটকবোৰ UA-cam ৰাখে যেন.....please বা যিমানেই নাচাও কিয় আপোনাৰ নাটকবোৰ হেপাহেই নপলাই ।
    বহুত ভাল লাগিল বা "মাধূৰী মোৰ নাম" নাটকখন পুনৰ চাবলৈ পাই বহুত সুখী হলো । lv u ba

    • @lakhidutta3286
      @lakhidutta3286 3 роки тому +1

      প্ৰস্তুতি বাআকৌ এবাৰ নাটক খনচাই ভাল লাগিল।

  • @parbinsultana3503
    @parbinsultana3503 3 роки тому +9

    কিমান যে কষ্ট কৰে আপোনালোকে , সঁচা কে🙏

  • @Pankoj1743
    @Pankoj1743 4 роки тому +2

    ইমান ধুনীয়া নাটক ।
    কেইবাবাৰো চালো নাটক খন।
    আৰু ইমান ধুনীয়া humming

  • @jyotsnadas5423
    @jyotsnadas5423 3 роки тому +1

    Really bar val lagil sai.
    Prastuti baa saku pani nutuka ke thakiba nuwarilu. Aapunar lagate khakalure avinoye bht bhal lagil

  • @priyadeka6054
    @priyadeka6054 2 роки тому +6

    Prastuti baa One of the best and the topper actress of Asssam 😊..

  • @sangeetasaikia9404
    @sangeetasaikia9404 4 роки тому +8

    আমনি নালাগে প্ৰস্তুতি বা চাই,,,যিমানবাৰ চাইছো সিমানবাৰেই শেষৰ দৃশ্যটো ত চকু পানী ৰখাব নোৱাৰো ।দুৰ্দান্ত অভিনয় আপোনাৰ লগতে সহযোগী সকলৰ ,,,,অভিনন্দন আৰু শুভেচ্ছা জনালোঁ ।
    মই মাৰ ছোৱালী খন দিব ।আচলতে সময়ৰ তাগিদাত মঞ্চৰ নাটক চোৱা সম্ভৱ নহয়গৈ ,,সেয়ে অনুৰোধ জনালোঁ আপোনাক ।

  • @parthaborah8997
    @parthaborah8997 3 роки тому +1

    Hundr porisalana abijit daa hundr abhinoi prostuty baaa..amr homas khonr babe akhn dhuniya natok

  • @jsedemy
    @jsedemy 3 роки тому +1

    Prastuti baa apunar acting atulonia.really moi aji speechless hoi goisu

  • @pankajbhuyan9444
    @pankajbhuyan9444 4 роки тому +6

    Really very good drama .prostuti ba splendid performance for Abahan Theatra.i enjoy for this drama.

  • @nilimsagar4328
    @nilimsagar4328 4 роки тому +35

    Queen of Acting.
    Love you Baa. 🌹

  • @pulankeleng1276
    @pulankeleng1276 Рік тому +1

    এই নাটক খন ইমান ভাল। লাগিছে ইমান খুব খুনদৰ l love you

  • @simideka6899
    @simideka6899 4 роки тому +4

    কান্দিলো আৰু কান্দিলো,ভাল লাগিল,,👍🏻👍🏻👍🏻👌👌👌

  • @indraneelkachari9130
    @indraneelkachari9130 4 роки тому +12

    নাটকখন চাই সঁচাকৈ বহুত কান্দিলো । প্ৰস্তুতিবা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @YAARIYANYAARIYAN
    @YAARIYANYAARIYAN 4 роки тому +6

    Best in the world......Award divo Lage....hokulo ye Like And share kora

  • @Riichindiaofficialvideos786
    @Riichindiaofficialvideos786 2 роки тому +1

    Hridoi sui gol prostutiba abhinoyt,bohut val lagil

  • @dipankarrajbongshi3433
    @dipankarrajbongshi3433 2 роки тому +1

    Bohut dhuniya hoisy tatokkhan

  • @anusmitadas1992
    @anusmitadas1992 4 роки тому +7

    Durdanto obhinoy.. theatre saisilu, akou salu iyat.. same emotional holu 2nd time.. @prastuti ba enedorei aguwai jaok dhuniya upohar d..👍👍👍🙏🙏🙏🙏

  • @sirodinasomiya
    @sirodinasomiya 4 роки тому +12

    UA-cam r মাধ্যমতে এইদৰে চাই বহুত ভাল লাগিছে 😍

  • @sumpichetia9437
    @sumpichetia9437 3 роки тому +2

    বহুত সুন্দৰ অভিনয় কৰিছে আপুনি।চাই ভাল লাগিল ।এইখন নাটকত আপোনাক বেছি ভাল লাগিছে।💕💕💕💕💕💕💕💕💕💕💕💕

  • @ranjitrajbongshi338
    @ranjitrajbongshi338 4 роки тому +2

    প্ৰস্তুতি বা ইমান বাৰ চাইছো ।তথাপিও আমনি নালাগে সচাঁ কৈ বহুত ভাল লাগে ধন্যবাদ জনাইছো আপোনাক ।

  • @ammultimedia9668
    @ammultimedia9668 2 роки тому +3

    সচাকৈ হৃদয় চুই গৈছে।‌।

  • @hirenphukanhirenphukan5600
    @hirenphukanhirenphukan5600 4 роки тому +26

    ক'ত মোৰ মা ক'ত মোৰ মা। সুন্দৰ নাটক। চকুলোঁ‌ বোৱাই দিলা প্ৰস্তুতি বা। ধন্যবাদ।

  • @sunugogoigogoi6059
    @sunugogoigogoi6059 3 роки тому +1

    Bohut kandilu 12.30 aji bud bar vhakha ni emn kandilu kinu kom bohut bohut vhl lagil ba apunar abhinoi sai aru hokolu abhinoi apunr vhl lage

  • @trishnaborah1726
    @trishnaborah1726 4 роки тому +1

    Hosaiii sundor natokkk.......আই সমান কোনো হ'ব নোৱাৰে।

  • @nibeditakakati8984
    @nibeditakakati8984 3 роки тому +4

    Khup kandilu 🥺 ...bor dukh lagil ...love u postuti ba❤️

  • @lslnaruto4803
    @lslnaruto4803 3 роки тому +3

    নাটক খন চাই বহুত ভাল লাগিছে । আপোনাক মই বহুত ভাল পাওঁ । আপোনাৰ অভিনয় সচায় লেখত লবলগীয়া ।

  • @minaboruah1145
    @minaboruah1145 2 роки тому +2

    বৰ সুন্দৰ অভিনয়, ভাল লাগিল ।

  • @sanjuakhtar481
    @sanjuakhtar481 3 роки тому +1

    Ohh outstanding mozzaa

  • @rahanaparbin5795
    @rahanaparbin5795 4 роки тому +11

    Miss you so much maa love u a lot....

  • @manojkalita2501
    @manojkalita2501 4 роки тому +10

    ""❤❤মাধুৰী মোৰ নাম❤❤"" সচাকৈ এখন জীয়া ছবি । মাঁ আৰু সন্তানৰ মৰম কেতিয়াওঁ পাহৰিব নোৱাৰি । বহুত ভাল লাগিল চাই ।। মাঁ সদাই মাঁ এ হয় ।।❤❤

  • @kanishkarava7783
    @kanishkarava7783 4 роки тому +1

    Bahut bahut hundor dhunia kaboloi bhakha ni.... 💯/

  • @SaifulIslam-ko2jz
    @SaifulIslam-ko2jz 4 роки тому +1

    Maa is the best.... All over the world

  • @bhitalikalita9085
    @bhitalikalita9085 4 роки тому +7

    Bahut dhuniya avinoy baar 😍so amazing sai hepah nopolua avinoy❤️

  • @binapanirabha7255
    @binapanirabha7255 2 роки тому +4

    সঁচাকৈ বা আপনাৰ নাটক চালে বঔজাব নোৱাৰি ❤❤বা❤❤❤❤❤

  • @dipjyotirva9517
    @dipjyotirva9517 3 роки тому +1

    Bohut bohut bohut vl lgise sai😢😭

  • @mridusmita9950
    @mridusmita9950 3 роки тому +4

    বহুত ভাল লাগিল, প্ৰস্তুতি বাৰ অভিনয় চাই থাকিলেও হেঁপাহ নপলায় মোৰ

  • @mainadassarania5599
    @mainadassarania5599 Рік тому +3

    বা আপোনাৰ অভিনয় খুবেই মোৰ প্ৰিয়❣️সকলো ধৰণৰ চৰিত্ৰতে মোৰ আপোনাক বহুত ভাল লাগে❤️আপোনাক লগ পোৱাৰ আশা এটা আছে বা😊love from Boko.

  • @Bijitgogoi143
    @Bijitgogoi143 3 роки тому +1

    Maa Kali ru Madhuri Mur nam said bohut bohut Val lagel.

  • @jyotishkumarbaro4711
    @jyotishkumarbaro4711 4 роки тому +1

    I love you prastuti baa.. Hosake ek sundor natok aru sundor abhinoy aru hosa kotha kom nokonda koi thakibo nuarilu.. May god bless you baa.

  • @debajitkalita5245
    @debajitkalita5245 4 роки тому +6

    সচাই অন্তৰ চুই যোৱা নাটক,অভিনয় জগতৰ আপুনি বা উজ্বল নক্ষত্ৰ । এনেকৈয়ে আপুনি আমাৰ মাজত ভাল ভাল নাটক উপহাৰ দিব বুলি আশা ৰাখিলো ।

  • @mslabibcreation9335
    @mslabibcreation9335 4 роки тому +122

    সুন্দৰ প্ৰয়াস।ইমান ধুনীয়া কৈ সংগ্ৰহ কৰি আমাক চোৱাৰ সুযোগ কৰি দিয়াৰ বাবে বহুত ধন্যবাদ আপোনাক।👌❤️

  • @morpakgharvlogs6725
    @morpakgharvlogs6725 3 роки тому +1

    Aapunar natak khan aagi he salo ru moi kandi pelalo, I love this❤

  • @PranjalHaloi-ue3lk
    @PranjalHaloi-ue3lk Рік тому

    Prostuti baar iman dhunia Abhinay sai bohut bohut val lagise ❤❤❤❤

  • @poetryloudSD
    @poetryloudSD 4 роки тому +3

    এক হৃদয় বিদাৰক কাহিনী ৰে

  • @PahiDolakasharia
    @PahiDolakasharia 4 роки тому +11

    Lv u baa Tumi Mur favourite hoi Abhinay jogotot Tumi Jen hodai jiliki thaka

  • @poliligira2059
    @poliligira2059 2 роки тому

    Prastuti Parashar ufff ki abhinoy ditiyo ejoni nulai amar assam ot o enekuwa ejoni..❤️❤️

  • @songeetaboruah5943
    @songeetaboruah5943 4 роки тому +1

    ghrte caisu ne monchot caisu dhrboi nuwari bht val lagil.. love u ba gutei keikhn apunr natok cai kandi golugoi..apunu 1 no actress hoi

  • @studywithfacts671
    @studywithfacts671 4 роки тому +18

    This is the best theater of 2019 in Assam .

  • @gautamdas8620
    @gautamdas8620 4 роки тому +9

    Outstanding,Marvelouse,Chummos wali perfomance

  • @daimusmitadaimary6532
    @daimusmitadaimary6532 2 роки тому

    Polom koi holeu sai bohut val lagil. Hundor natok ohadharon ovinoy. 👏

  • @mintubaruah5138
    @mintubaruah5138 2 роки тому +1

    ভাষা নাই কবলৈ,, বহুত দেৰিকৈ চালো।। চকুলু বৈ গ'ল।।আপোনালোক সকলোকে হৃদয়ৰ পৰা ধন্যবাদ।।

  • @hkbora1893
    @hkbora1893 3 роки тому +5

    I am proud of Abandon Theater

  • @pranjalbaruah8537
    @pranjalbaruah8537 4 роки тому +4

    Bhut kandilo bah . Your great actor .I really proud of you.

    • @technicalhelp9965
      @technicalhelp9965 3 роки тому

      Bohut dhuniya lagile suku pani ulai goise xosakoi bohut val korise natok khon

  • @bitopanmix5963
    @bitopanmix5963 4 роки тому +2

    চাই থাকিলেও আমনি নেলাগে।তিনিবাৰ চালো।খুব ধুনীয়া নাটক এখন উপহাৰ দিয়াই ধন্যবাদ।মাইনাৰ অভিনয়ত আপ্লুত হলোঁ।

  • @bijitsarma2720
    @bijitsarma2720 3 роки тому +2

    সুন্দৰ অভিনয় । ভাষা নাই কবলৈ ।

  • @utpalloveassam2383
    @utpalloveassam2383 4 роки тому +4

    Nycc

  • @sanjibbora1043
    @sanjibbora1043 4 роки тому +29

    মোৰ জীৱনত বহ্নত কাহিনি ছাই ছো কান্দিছো । কিন্তুু মাধুৰি মোৰ নাম । কাহিনিতো নিচিনা এখন ছবি ছাবলে পোৱাটো মোৰ বাবে সুভাগ্য বুলি কৱ লাগিৱ ।। কাৰণ মা শব্দ টো আছলটে কি ? সেই টো ভাষাৰে বুজাৱ নোৱাৰি । । বহ্নত ভাল লাগিল ।।

  • @archananath3143
    @archananath3143 Рік тому +1

    bayek vniyakk moja 🥰🥰

  • @budhinborahbb2661
    @budhinborahbb2661 4 роки тому +2

    বৰ ভাল লাগিল অ' চাই । বহুবাৰ চকুপানী টুকিলো । প্ৰস্তুতি বাইদেউ আপোনাৰ অভিনয় সঁচাই নিখুট।

  • @abhib.ccreation6470
    @abhib.ccreation6470 4 роки тому +8

    আজি বহুত ভাল লাগিছে থিয়েটাৰ খন চাই my favorite theater khdai rati khubo time ot abar sau a moi

  • @user-zi9rx7dw4g
    @user-zi9rx7dw4g 4 роки тому +7

    খাই ভাল পাওঁ বুনিয়া ,, বাইদেউ আপুনি ধুনীয়া ।।

  • @chandamitagoswami4968
    @chandamitagoswami4968 4 роки тому

    apunak bht bht bht..............vl lage......... mor fvrt

  • @tasnuralimostisong6506
    @tasnuralimostisong6506 3 роки тому +1

    Really very good story

  • @manujgogoi4446
    @manujgogoi4446 4 роки тому +6

    Last seen2 Sai mur 😭ulai gol emin dhuniya lagil ja moi bujai kabo nwaru...

  • @duttaridip5683
    @duttaridip5683 3 роки тому +4

    Heart Touching

  • @jatinrajbongshi1337
    @jatinrajbongshi1337 4 роки тому

    Prashtuti ba ki nu kom apunak kobalai vakha nai.tathapio kow super dupar acting.mjhhhhhha prashtuti ba mjhhhhha

  • @rashigogoi7859
    @rashigogoi7859 4 роки тому +1

    Bohut Val lagil

  • @ajaygadtaula4107
    @ajaygadtaula4107 4 роки тому +4

    😭😭😭😭 Val lagisa 💞💞

  • @statusmaker1797
    @statusmaker1797 4 роки тому +8

    বহুত ভাল লাগিল বা শেষৰ সংলাপ কেইটিয়ে মন চুই গ'ল।সকলোৱে কয় অভিজিৎ ভট্টাচায্যয়ে কাহিনী চুৰ কৰে কিন্তু দৰ্শকৰ চকুপানী ওলিয়াই দিব পৰা নাটক কেইখন তেওঁহে উপহাৰ দিয়ে যদিওঁ নাটক চুৰিকাৰ্য মইঁও বিৰোধ কৰো।

  • @palashbhuyan1503
    @palashbhuyan1503 2 місяці тому

    এইবাৰ ২০২৪-২৫ বৰ্ষত আহি আছে
    ইতিহাস থিয়েটাৰৰ মঞ্চত
    অভিজিত ভট্টাচাৰ্যৰ নাটক যতীন বৰাৰ দুৰ্দান্ত অভিনয়েৰে "মহাৰাজ"
    বহুত বছৰৰ অন্তত ভ্ৰাম্যমান জগতলৈ যতীন বৰা উভতিছে
    হিলাব❤🔥🔥🔥
    লগতে দীক্ষুৰ কণ্ঠত "এখনি ৰুমাল" গীতটোৱে হিলাইছে

  • @asomiyabuwaripuja4537
    @asomiyabuwaripuja4537 4 роки тому

    ga noom khiori uthil..adha saiye koisu superr🙏smpurna sai h erim...lv u prastuti ba..

  • @bimalvlogs7731
    @bimalvlogs7731 4 роки тому +10

    বহুত বহুত ভাল লাগিল বাইদেউ কাহিনী ফাকি চাই। এক খচা বাস্তবিক কাহিনীৰ প্রয়াস আমাক দিয়াৰ বাবে। অনাগত দিন বোৰত আৰু আগুৱাই যাওক আপোনালে থাকিল অলেখ শুভকামনা।।

  • @baburock2220
    @baburock2220 4 роки тому +4

    Best Drama of 2k18-19

  • @deepdoley1338
    @deepdoley1338 4 роки тому +2

    দুচকুৰে চকুলো নিগৰিল একো ক'ব নোৱাৰাকৈ😥😥 মা... তোৰ বহুত কষ্ট হয় ন.........😥😥 সুন্দৰ অভিনয় প্ৰস্তুতি বা..

  • @verginiyakalita4392
    @verginiyakalita4392 8 місяців тому

    Ending t nekandi nuwarilu...love for your team from my bottom of my heart❤..

  • @nirmalofficial9454
    @nirmalofficial9454 2 роки тому +3

    আজিও প্ৰিয় মোৰ ❤️❤️❤️❤️

  • @musiclovermunu7952
    @musiclovermunu7952 3 роки тому +8

    সম্পূৰ্ণকে চালোঁ সঁচাই চকু পানী ওলাই গল শেষৰ দৃশ্য টো দেখি ।