লুৰীণজ্যোতি গগৈ EXCLUSIVE....কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে A2Z

Поділитися
Вставка
  • Опубліковано 6 лис 2024

КОМЕНТАРІ • 55

  • @drkknath
    @drkknath 5 місяців тому +22

    বৰ্তমান সময়ত শক্তিশালী আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ প্ৰয়োজন বাৰুকৈয়ে অনুভৱ কৰিছোঁ। আশাকৰিছো লুৰীণ জ্যোতি গগৈ ডাঙৰীয়াই এই ধাৰা সবলভাৱে আগুৱাই লৈ যাব। সাক্ষাৎকাৰত তাৰেই এক আভাস দেখিবলৈ পাইছোঁ।

    • @lakhikurmi3144
      @lakhikurmi3144 5 місяців тому +2

      Attached with 855 persons killer party,God never forgive him.I personal view he will be finished in MP election.

    • @drkknath
      @drkknath 5 місяців тому

      @@lakhikurmi3144 Who killed peaceful CAA protestor that answer will always ignite pure Assamese minds.

    • @HirakDeka-t9y
      @HirakDeka-t9y 5 місяців тому

      😂😂😂😂😂luin kon hoi

  • @raktimlahkar8290
    @raktimlahkar8290 5 місяців тому +10

    অখিলৰ সৈতে একলগ হওক নহলে এইদৰে অসম্ভৱ হ'ব । জাতীয়তাবাদ জীয়াই ৰাখক..

  • @KhagenMontry-lu5sw
    @KhagenMontry-lu5sw 5 місяців тому +12

    লুৰীণ জ্যোতি গগৈ ডাঙৰীয়া জয়ী হোৱাটোৱেই আমাৰ একান্ত কাম্য । আমাৰ সমৰ্থন তেওঁ (জাতীয়তাবাদ) ৰ প্ৰক্ষত।

  • @manjugohain6786
    @manjugohain6786 5 місяців тому +6

    লুৰিণজ্যোতি গগৈৰ চিন্তা ধাৰাক বিশ্লেষণ কৰি চালে অসমীয়া বা অসমৰ এটা ডাঙৰ সত্তা আৰু অসমৰ উজ্জ্বল নক্ষত্ৰ ।

  • @prabitachutia448
    @prabitachutia448 5 місяців тому +8

    অনুষ্ঠান টো চাই খুউব ভাল লাগিল , গভীৰ আত্মবিশ্বাসেৰে কথাখিনি কোৱাযেন অনুমান হৈছে , নেদেখা জনাৰ লগতে বৃহত্তৰ অসমীয়া ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিছে বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে , সৎ সাহস আৰু সাৱধানতাৰে আগ বাঢ়ি যোৱা , জয় নিশ্চিত , ধৈৰ্য নহেৰুৱাবা , আগলৈ

    • @HirakDeka-t9y
      @HirakDeka-t9y 5 місяців тому

      😂😂😂😂😂😂😂😂😂😂😂😂😂

  • @amritjyotisharma3459
    @amritjyotisharma3459 5 місяців тому +1

    দাদা সন্মিলিত গণ শক্তি অসম ৰাজনৈতিক দল টো ক আপোনালোকে মিচিং দল বুলি কিয় মিচা কথা কৈছে। এই দলটো অসম অসমীয়া আৰু ধৰ্মী নিৰপেক্ষতা দ'ল। আৰু এই দলটো সংবিধান খন পঢ়ি ছাই ক'ব। কংগ্ৰেছে নেজত ধৰা নেতা হয় আপুনি আৰু গন শক্তি অসম ৰ উপৰত সমালোচনা কৰক।

  • @pikusaikia5953
    @pikusaikia5953 5 місяців тому +1

    প্ৰতিদিন টাইমে কংগ্ৰেছ আৰু লুৰিণব বাবে বহুত কষ্ট কৰে কিন্তু তাৰে ফলে নাপায়....

  • @KarishmaGogoi-v3k
    @KarishmaGogoi-v3k 5 місяців тому +5

    Lurinjyoti Gogoi jindabaad

  • @yeaminurrahman3764
    @yeaminurrahman3764 5 місяців тому +18

    গৌৰৱ গগৈ, ভূপেন বৰা , লুৰিন জ্যোতি গগৈ, অখিল গগৈ, অজিৎ কুমাৰ ভূঞা, আপোনালোকে একেখন মঞ্চতে থাকি অহা ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি ক বিদায় দি দিছপুৰত এখন জনতাৰ হিতৰ চৰকাৰ গঠন কৰিব বুলি আশা ৰাখিলোঁ।

  • @SachinHazarika-u2u
    @SachinHazarika-u2u 5 місяців тому +16

    Lurinjyoti Gogoi Right Katha kaishya , 100% Jikiba Lagya . . . ❤ ❤ ❤ ❤ ❤

  • @dbhargab
    @dbhargab 5 місяців тому +1

    ৰাষ্ট্ৰীয় দলৰ শোষণ ৰোধ কৰিবলৈ সকলো ৰাজ্যতে আঞ্চলিক দলৰ খুবেই প্ৰয়োজন ,কিন্তু তাৰে নেতৃত্ব লোৱা মানুহজন প্ৰফুল্ল কুমাৰ মহন্তৰ দৰে কেতিয়াও হ’ৱ নোৱাৰিব ।

  • @srijadumoniborasrijadumoni5547
    @srijadumoniborasrijadumoni5547 5 місяців тому

    লুৰিনজোতি জিকিব লাগে

  • @sukhendreem.6858
    @sukhendreem.6858 5 місяців тому +1

    Lurin100%jikibo🎉

  • @moranprince8037
    @moranprince8037 5 місяців тому +2

    17হাজাৰ ব্যৱধানত লুৰিণ জিকিব

  • @amritborah4276
    @amritborah4276 5 місяців тому +7

    HBS hataw Assam basaw all assamiya. Mama k hataw loktantra songbidhan democracy basaw all assamiya. Mama r sompotir hisap luwa assamiya. Tea garden, resort, school, khilongiyar bhumi kune kar namot korile. Dollar bogori mama r etihas abar sai luwa assamiya. Upper Assam r pora Mama k nihses kor assamiya. Mama kun kot kiy bikhyat Sai luwa assamiya. Mama hataw AGP uppl hataw loktantra songbidhan democracy basaw all assamiya

  • @debabratgoawami3061
    @debabratgoawami3061 5 місяців тому +4

    Lurins speech is correct

  • @biswajitpanging9032
    @biswajitpanging9032 5 місяців тому +1

    Lurinjyoti gogoi jikibo

  • @kidsyoutubechannel8987
    @kidsyoutubechannel8987 5 місяців тому +1

    জাতিয়তাবাদী সত্তা ৰ শেষ নায়ক তুমি যদি পাভ লুতি মাৰা তেতিয়াহলে পৰবৰ্তী সময়ত যে অসমত জাতীয়তাবাদ 😢

  • @biswajitpanging9032
    @biswajitpanging9032 5 місяців тому +1

    Lurinjyoti gogoi jikatu katag

  • @lakhimaiburagohain7833
    @lakhimaiburagohain7833 5 місяців тому

    Lurinjyoti ajon bhal lora.

  • @dulalkhanikar9853
    @dulalkhanikar9853 5 місяців тому +1

    Good

  • @charitradowarahcharitradow106
    @charitradowarahcharitradow106 5 місяців тому +1

    right

  • @kamaldas2446
    @kamaldas2446 5 місяців тому

    নেতা হোৱাত আপত্তি নাই। আৰু আঞ্চলিক দলক ভোট দিয়াত ও আপত্তি নাই। কিন্তু 855 জন অসমীয়া লৰাক হত্যা কৰা দলৰ লগত লগ লাগি TV ত বহি নেতা হৈ দেখুৱালে আমাৰ হজম নহয়। প্ৰতিজন অসমীয়াই ভোট দিব অকলে নিৰ্বাচন খেলক। ইমান আঞ্চলিক দল লাগে নেকি ?এটা হ'ব নোৱাৰা নেকি? ১৭টা মান দ'ল খুলি অসমীয়াক কি কৰিব খুজিছে।

  • @Kamaljj7xz
    @Kamaljj7xz 5 місяців тому +9

    ১০ জন বিজেপি বিধায়কে ঘেৰি থকা ডিব্ৰুগড় লোকসভা সমষ্টিটোত কি সমীক্ষাৰ ভৃতিত অজাপ প্ৰাৰ্থী জনে ১০০% জয়ী হম বুলি ভাবিব পাৰিলে... ই অলিক সপোন মাথোঁ, আকাশত চাং পতা কথা.. কেইবালাখো ভোটৰ ব্যৱধানত লুৰীণ জ্যোতি হাৰিব ৷

  • @youtubeofficial3732
    @youtubeofficial3732 5 місяців тому

    আশা কৰোঁ লুৰিন আগবাঢ়ি যাওক
    কিন্তু অখিল ধুৰ্ত আৰু কংগ্ৰেছৰ সংগ এৰি।

  • @hugeclark2033
    @hugeclark2033 5 місяців тому

    4th June Moye Moye 😂😂😂😂

  • @thedevogramstory7483
    @thedevogramstory7483 5 місяців тому +4

    Hbs and company hatao ujjoni axom bosao...

  • @gautamsaikia8839
    @gautamsaikia8839 5 місяців тому +3

    ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত গঢ় লোৱা জাতীয় সত্তা জিয়াই ৰখাটো কংগ্ৰেছৰ লগত মিতিৰালিৰে কেতিয়াও সম্ভৱ নহয়।

    • @dowarahsanab8230
      @dowarahsanab8230 5 місяців тому

      ৮৫৫ জন শ্বহীদ কৰি অসম গন পৰিষদ গঠন হৈছিল। বৰ্তমান বিজেপি চুৱা চেলেকা। তাক চাই ভাল কাম কৰিছে।

  • @juntigogoi2736
    @juntigogoi2736 5 місяців тому

    Bjp jindabad

  • @glow_iq
    @glow_iq 5 місяців тому +3

    অসমত প্ৰায় ১৫ লাখ আহোম ভোটাৰ আছে, তেওঁলোকে চলিত লোকসভা নিৰ্বাচনত নিজৰ জাতিৰ স্বাৰ্থত ভোট দিছে, কিন্তু অসম খনত প্ৰায় ৭০-৮০ লাখ কলিতা ( প্ৰাচীনতম জনজাতি) জাতিৰ লোক বাস কৰে, অসমৰ বহুকেইটা ( প্ৰায়) বিধান সভা আৰু লোকসভা সমষ্টিত কলিতা সকলে নিৰ্ণায়ক ভূমিকা পালন কৰে , তৎসত্বেও কলিতা সকল আজি পৰ্যন্ত কোনো ধৰণৰ আৰ্থিক, সামাজিক, আৰু ৰাজনৈতিক সংৰক্ষন পাবলৈ সক্ষম নহ'ল, কোনো ৰাজৈতিক নেতাই বা ৰাজনৈতিক দলে এই বিষয়টো লৈ আজিও নিমাত, বৃহত্তৰ কলিতা জাতিৰ লোক সকলে ইয়াৰ প্ৰত্যুত্তৰ হিছাপে ঐক্যবদ্ধ হৈ ২০২৬ ৰ নিৰ্বাচনত NOTA ৰ বুতাম টিপি কলিতা জাতিৰ ৰাজনৈতিক ক্ষমতা দেখাই দিয়ক।
    Source: Wikipedia আৰু বাণীকান্ত কাকতি দেৱৰ " কলিতা জাতিৰ ইতিবৃত্ত"
    এই msg টো যিমান পাৰি share কৰি কলিতা জাতিৰ লোক সকলক ৰাজনৈতিক ভাৱে সচেতন কৰক।

  • @HirakDeka-t9y
    @HirakDeka-t9y 5 місяців тому

    E haril 😂😂

  • @shardindupurkayastha7833
    @shardindupurkayastha7833 5 місяців тому +2

    Very nice Interview. Lurin is very much honest and clear in his perception n vision. His simplicity is strikingly admirable. He will definitely shine and the people of Assam can pin lot of hope in him. Msy God bless him.

  • @arupbora2442
    @arupbora2442 5 місяців тому +1

    Amar dada

  • @rijukalita5635
    @rijukalita5635 5 місяців тому

    100% harib.mediar agote danar danar. Leksar

  • @johnmoniroy4502
    @johnmoniroy4502 5 місяців тому +2

    Beyak haribo sarbadar lgt...

  • @charitradowarahcharitradow106
    @charitradowarahcharitradow106 5 місяців тому

    Arunachal Nagaland keya CAAkeya namane buji puwa nai ni assomor prottinedhe hokole

  • @surajitpatgiri449
    @surajitpatgiri449 5 місяців тому

    দা
    হালাল