কেন্দ্ৰীয় চৰকাৰৰ পৰা বৃহৎ ধনৰাশীৰ দাবী নীতিশ-নাইডুৰ।

Поділитися
Вставка
  • Опубліковано 6 лип 2024
  • কেন্দ্ৰীয় চৰকাৰৰ পৰা বৃহৎ ধনৰাশীৰ দাবী নীতিশ-নাইডুৰ। বাজেট দাখিলৰ পূৰ্বে NDA চৰকাৰৰ পৰা ১ লাখ কোটিৰো অধিক দাবী নীতিশ-নাইডুৰ। শ'লঠেকত বিজেপি চৰকাৰ।
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

КОМЕНТАРІ • 54

  • @kushalsaikia3561
    @kushalsaikia3561 8 днів тому +4

    সুন্দৰ পদক্ষেপ।

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 8 днів тому +13

    সচা নে মিছা নাজানো কিন্তু যদি কৰিছো ৰাজ্য খনৰ উন্নতিৰ কাৰণে কৰিলে

    • @funnyshots461
      @funnyshots461 8 днів тому

      এইখিন কেবল এখন ৰাজ্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়াটো সম্ভৱ নহয় বুলি ভাৰতৰ শ্ৰেষ্ঠ অৰ্থনৈতিকবিদে প্ৰকাশ কৰিছে। মই সেই বিশ্লেষণটো সম্পূৰ্ণ ছাইছো। ২০১৪ ৰ পৰা ২০১৯ লৈ কেন্দ্ৰীয় চৰকাৰৰ ঋণ আছিল ৫৮ লাখ কোটি টকা। ২০১৯ ৰ পৰা ২০২৪ লৈ ঋণ বৃদ্ধি পাই ১৬৮ লাখ কোটি টকালৈ। এখন ৰাজ্যত ইমান টকা দিয়া কেন্দ্ৰীয় চৰকাৰ সম্ভৱ নহয় বুলি অৰ্থনৈতিকবিদে প্ৰকাশ কৰিছে। যদি মই ভুল তেন্তে আপুনি নিজে এবাৰ ছাই লব পাৰে। Link টো পালে মই Share কৰিম দিয়োক। ধন্যবাদ।

  • @PoretushSarkar
    @PoretushSarkar 8 днів тому +5

    Very. Good. Video

  • @jahirulislam4311
    @jahirulislam4311 8 днів тому +2

    নীতিশ - নাইডু জীৰ বৃহৎ দনৰ দাবী পূৰণ মোডী জীযে কৰিলে বাকী ৰাজ্য আৰু আমাৰ অৱস্থা কি হব । ভাবিবলগীয়া প্ৰশ্ন। সেই ঋণৰ বোজা আমাৰ মূৰত পৰিব। 😢😢😢

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 8 днів тому +3

    যদি ৰাজ্যৰ উন্নয়নৰ কাৰনে বিহাৰ আৰু অন্ধ্ৰ প্রদেশে ১লাখ কোটি টকা বিচাৰিব পাৰে অসমে কিয় নোৱাৰে ইতিমধ্যেই বানপানীত ককবকাই আছে অসমৰ জনসাধৰন। নীতিশ আৰু নাইডুৰ নিজৰ ৰাজ্যৰ জনসাধৰনক এইয়া ভাল পোৱাৰ এক নিদর্শন হিচাবে গোটেই দেশক ডাঙি ধৰিলে।

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw 8 днів тому +8

    ভাল খবৰ।

  • @bakulborbhuiya7921
    @bakulborbhuiya7921 8 днів тому +7

    ❤❤😂😂 from shillong meghalaya

  • @hemjeet2023
    @hemjeet2023 8 днів тому +3

    Good decide

  • @manashiboro4920
    @manashiboro4920 8 днів тому

    Val Khobor...

  • @danish-f3z
    @danish-f3z 8 днів тому +3

    Happy birthday my biggest all time great leader favorite cricketer Mahi sir happy birthday 🎂🎉

  • @user-vw9gs1yk3e
    @user-vw9gs1yk3e 8 днів тому +4

    বস্তুুৰ দাম বৰাই দিবো,

  • @mosudurrahman907
    @mosudurrahman907 8 днів тому +1

    Good news

  • @Sangitaboruah_
    @Sangitaboruah_ 8 днів тому +2

    Good.

  • @RofiqulIslam-jx4hb
    @RofiqulIslam-jx4hb 8 днів тому +2

    চরকারে কেটিয়াও বিকারে নপরে পাবলিক মরিব কারণ বস্তু বিলাকর দাম বৃদ্ধি করিব মোবাইল রিচার্জ বৃদ্ধি করিলে

  • @bipulbrahma9871
    @bipulbrahma9871 8 днів тому +1

    Good job

  • @rajukonwar6089
    @rajukonwar6089 8 днів тому +1

    Good

  • @joysingh2414
    @joysingh2414 8 днів тому +2

    Dom ase jodi 1 ta bona Airport 9 ta pisat bona...

  • @user-ti3nt4xt5w
    @user-ti3nt4xt5w 8 днів тому

    Bohiya.

  • @farukhussain9581
    @farukhussain9581 8 днів тому

    Bahut accha

  • @assamesefunmasti
    @assamesefunmasti 8 днів тому

    Good 👍 kene dise 😂 king maker

  • @LazarSwargiary
    @LazarSwargiary 8 днів тому +1

    O....tarkarone Jio , Airtel,sag sobjir dam nihoy janu,si....si...

  • @jakir5460
    @jakir5460 8 днів тому

    Good Naidu sir

  • @user-vw9gs1yk3e
    @user-vw9gs1yk3e 8 днів тому +2

    অসম কিয় নোৱাৰে,এতিয়াওঁ

  • @mustafijurbrekupstory9974
    @mustafijurbrekupstory9974 8 днів тому

    Bare bare eta ktha bare bare koi asa😂

  • @mustafijurbrekupstory9974
    @mustafijurbrekupstory9974 8 днів тому +1

    Agote val ke ktha kowa hiki lo tar pisut news📰 kri bi😂

  • @sonowal9189
    @sonowal9189 8 днів тому

    Atya ki hobo nu....aamar pora tax uthabo besike🎉 congratulations

  • @nekibuzzaman5195
    @nekibuzzaman5195 8 днів тому

    Atia India r rajniti tokar khela

  • @dilipgogoi3682
    @dilipgogoi3682 8 днів тому

    অতুল বৰাই ঘোৰা ঘাস কাটিসে।

  • @maheshgogoi
    @maheshgogoi 8 днів тому

    Big lie this is only to bring bad name in public before taking severe action against them.

  • @bakulborbhuiya7921
    @bakulborbhuiya7921 8 днів тому +3

    First comment 😁

  • @madhabdas1637
    @madhabdas1637 8 днів тому

    Every one selfish 😂😂😂only want power bsgdakhuhtmksd

  • @altafbarbhuiya4572
    @altafbarbhuiya4572 8 днів тому

    Other statet ki hobo

  • @user-jd3cm1qm6t
    @user-jd3cm1qm6t 8 днів тому

    Gakhirok pani hodrih aru panik gakhir hodrih dekhibo mudie

  • @Rahulraj11224
    @Rahulraj11224 8 днів тому

    Ab Modi ka sab black money de na hoga 😂😂

  • @DHANJITKALITA-xc5bz
    @DHANJITKALITA-xc5bz 8 днів тому

    এনে কথা বহুত শুনিলো। শেষত বি জে পি ৰে ই জয় হয়। বি জে পি ৰ সুত্ৰ অলপ বেলেগ

  • @Bnb717
    @Bnb717 8 днів тому

    😂😂

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k 8 днів тому

    Tauluka nijor ajyor katha vabisa. Amrjona ank aku banpirit thihamuhor karana

  • @iftikharrohman8971
    @iftikharrohman8971 8 днів тому

    Nitish Kumar come India national Congress party
    Rahul Gandhi zindabad

    • @nawanitapator3572
      @nawanitapator3572 8 днів тому

      নিতিশ নায়ডু হলেও কংগ্রেছৰ চৰকাৰ নহয়.
      232+12+16=260 কিনো হব

    • @DipDas-vi8ki
      @DipDas-vi8ki 8 днів тому

      ​@@nawanitapator3572baki horu kisuman dol tetia India enei dhapoli melibo

  • @mazidulislam5284
    @mazidulislam5284 8 днів тому

    এটা কথা বাৰে বাৰে কৈ থাকে বালেৰ চেনেলে

  • @DijuBoro
    @DijuBoro 8 днів тому +3

    যেনেকৈয়ে বাতৰি প্ৰকাশ কৰি থাকে আছলতে তেনেকুৱা হোৱা নাই। বহুত সুন্দৰ ভাবে NDA সম্পৰ্ক চলি আছে আৰু আৰু চলি থাকিব।

  • @sushilpegu2560
    @sushilpegu2560 8 днів тому

    ঝঝঝঘডজ।

  • @SamidulIslam788
    @SamidulIslam788 8 днів тому

    নাইডু আৰু নিতিছ চাচা মদিক গদিদ বহি থাকিব নিডিয়ে পালটো চাচা jindabad,😂😂😂 ইয়াত কংগ্ৰেছ দলৰ কিবা কিৰ্দাৰ আছে

    • @dipakbaruah8987
      @dipakbaruah8987 8 днів тому

      পিছলৈ গম পাবা ভাইটি ।

  • @hungrymathtrick
    @hungrymathtrick 8 днів тому

    😂😂