Gayan bayan।। moran tribe ।।গায়ন বায়ন।। মৰাণ জনজাতি।।

Поділитися
Вставка
  • Опубліковано 4 вер 2024
  • মৰাণ জনজাতিৰ পৰম্পৰাগত গায়ন বায়ন।।

КОМЕНТАРІ • 15

  • @HimantMoran
    @HimantMoran 3 місяці тому

    ভাল,লাগিল,দেই,অতাই,সকল

  • @anilmoran5974
    @anilmoran5974 3 роки тому +6

    ধন্যবাদ থাকিল ।নতুন প্ৰজন্মই বিজ্ঞসকলৰ পৰা শিক্ষা লোৱা অতি প্ৰয়োজনীয় হৈ পৰিছে ।ঠাই বিশেষে গায়ন বায়ন হেৰাই যোৱাৰ উপাক্ৰম হৈছে ।

  • @bhakatibhandar6780
    @bhakatibhandar6780 3 роки тому +3

    সুন্দৰ হৈছে ৷
    গীতৰ কথাবিলাক স্পষ্ট হৈছে ৷ তাল মৃদঙ্গৰ শব্দ মৃদুভাৱে পৰিবেশন কৰাত গায়নযোৰা সৰ্বাঙ্গসুন্দৰ হৈছে ৷
    জেউতি তালখন শিৱসাগৰৰ লগত বহুখিনি সাদৃশ্য আছে ৷গীতজনা শিৱসাগৰৰ ফালে নাই ৷সংৰক্ষণ কৰি ৰখাৰ প্ৰয়াস উত্তম হৈছে ৷
    কৃষ্ণ ৷

    • @ethnic9963
      @ethnic9963 2 роки тому

      Apunalukor fale anekoi gai ne ?

  • @Partha_533
    @Partha_533 3 роки тому +5

    সুন্দৰ হৈছে।

  • @ambikagohain7344
    @ambikagohain7344 2 роки тому +2

    খুব সুন্দৰ হৈছে ।।। মোৰ দেউতা গায়ন বায়ন গায় ।কিন্তু পৰিবেশন আজি হে দেখিলোঁ। ভাল লাগিছে।

  • @diliphazarika6589
    @diliphazarika6589 3 роки тому +4

    ধন্যবাদ জনাইছো জয়ছেং জয়দহোতীয়া আৰু সমূহ গায়ন-বায়ন দললৈ । পৰিৱেশন শৈলী চাই ভাল লাগিল । মৰাণ সকলৰ গায়ন-বায়নৰ ওপৰত ভিত্তি কৰি জয়ছেং জয়দহোতীয়াই তথ্যচিত্ৰ নিৰ্মাণ কৰিলে এটি মহৎ কাম হ'ব । দিলীপ হাজৰিকা, ধুলিজান গাঁও, মাকুম

  • @monedharmoran8860
    @monedharmoran8860 2 роки тому +3

    Monedhar moran

  • @dharjensaikia9367
    @dharjensaikia9367 2 роки тому +1

    What a great and beautiful religion culture of our Assam.

  • @dilipkumar1267
    @dilipkumar1267 10 місяців тому

    মৰাণ ভাই-বন্ধু সকলৰ পৰা কিঞ্চিৎ জ্ঞান হ'ল , আৰু পোস্ট কৰিবলৈ অনুৰোধ ঠাকিল

  • @lafugkhatuwal7825
    @lafugkhatuwal7825 2 роки тому +1

    Bor dhunya hoise

  • @susenchetia1551
    @susenchetia1551 Рік тому

    Sumborali.geet.bohut.Val.Lagile.

  • @Partha_533
    @Partha_533 3 роки тому +2

    কি মান মাৰিলে জানাবচোন

    • @bhakatibhandar6780
      @bhakatibhandar6780 3 роки тому +1

      ইয়াত মান বজোৱা হোৱা নাই ৷
      গীতৰ ৰাগৰ পিচতে গুৰুঘাত বজোৱা হৈছে ৷ইয়াৰ পিছতে জাত ধৰা দেখা গৈছে ৷
      অৱশ্যে ভুলো হ’ব পাৰে ৷ক্ষমা কৰিব সজ্জনসকলে ৷

    • @Partha_533
      @Partha_533 3 роки тому +1

      @@bhakatibhandar6780 ধন্যবাদ 🙏