Mayamora/মায়ামৰা ধৰ্মৰ উচ্ছাংগ কীৰ্তন কি? নামঘৰীয়াঃ একাদশ খণ্ড

Поділитися
Вставка
  • Опубліковано 6 бер 2022
  • Mayamora/মায়ামৰা ধৰ্মৰ উচ্ছাংগ কীৰ্তন কি? নামঘৰীয়াঃ একাদশ খণ্ড
    #GohpurNow
    #GohpurNow24x7
    Gohpur now
    Gohpur now 24x7
    Assam News
    Breaking news gohpur
    Gohpur
    News Live Gohpur
    Gohpur News
    Today Latest News Gohpur
    North East News
    Assamese News
    Top News assam
    Assam Latest News
    Ajir News Live

КОМЕНТАРІ • 13

  • @kamdevdas6698
    @kamdevdas6698 Рік тому

    অতি সুন্দৰ!ভাল লাগিল।কৃষ্ণ

  • @bhikhonmuhon7009
    @bhikhonmuhon7009 9 місяців тому

    ইমান সুন্দৰ কৈ বুজাই দি ইমান ধুনীয়াকৈ সজাই পৰাই সকলোৱে বুজিবলৈ সুবিধা কৰি বায়ন জনাই বুজাই দিছে তেখেতলৈ সেৱাৰে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো 🙏🙏🙏

  • @khagenborah9285
    @khagenborah9285 2 роки тому +1

    Dhanyabad.Dihingia.uttam.prodorson.keepit.up

  • @entertainmentgirl5011
    @entertainmentgirl5011 2 роки тому +2

    Krishna. Krishna Krishna

  • @susenchetia1551
    @susenchetia1551 Рік тому

    Bohut.Bohut.ovinondon.Jonalu.Douta.mayamora.gayon.Bayon.poribekhon.kori.dekhuar.babe.Joy.Onirudev.guru.oum.Hori.oum.Ram

  • @RajSha-os5ts
    @RajSha-os5ts 2 місяці тому +1

    Dada ARU ALOP DAKOUA BOILi SASTA KOROK NA

  • @birenchetia1152
    @birenchetia1152 2 роки тому +1

    সাংবাদিক জনলৈ স্বাগতম। কিন্তু নিয়ম নীতি, পিন্ধনত সংস্কৃতিক দিশটো গুৰুত্ত্ব দিলে ভাল।

  • @nitulgohain1590
    @nitulgohain1590 2 роки тому

    আপোনালোক লৈ অশেষ ধন্যবাদ 🙏🥰 আৰু ভিডিও দিব

  • @bmohanta9007
    @bmohanta9007 2 роки тому +1

    Ujanir no Khan khular bhakat brinde gurur saranat pori namot hewa dhori dekhor hitarthey nam prakhanga kore

  • @bhakatibhandar6780
    @bhakatibhandar6780 Рік тому

    প্ৰভুজনা, লগত লোৱা তাল বজোৱা ওজা বা পালিজনৰ বাবে কৰ্মভাগিৰ গৰিমা কিছু কমা পৰিলক্ষিত হ’ল ৷

  • @tulanmohan9706
    @tulanmohan9706 Рік тому +2

    মায়ামৰা সমাজৰ গায়ন-বায়নৰ /উচ্চাঙ্গ কীৰ্তনৰ বিষয়ে প্ৰচাৰ কৰাৰ বাবে সাংবাদিকজনৰ লগতে ভক্ত বাপজনালৈ ধন্যবাদ জনোৱাৰ লগতে সেৱা নিবেদন কৰিলো । কিন্তু গীতজনাৰ দুটিমান শব্দ ভূল হোৱা যেন লাগিছে । যত ধন সম্পদ -- জীৱন যৌৱন ধন -- সৱে কেহো নিত্য নুহি জান (হব লাগে ) । কিন্তু প্ৰকাশ কৰিছে --সৱেকহো নিত্য নিৰঞ্জন (বুলি) । (ইয়াৰ অৰ্থ বিচাৰ কৰিলে সম্পূৰ্ণ ওলোটা অৰ্থ হব ) । নামত বাদ কৰিলে নাম অপৰাধ হয় । অধমৰ বাদ কৰাৰ ধৃষ্টতা নাই । শব্দকেইটা ভূল বুলি ভাবি আঙুলিয়াইহে দিয়া হৈছে ।-- অপৰাধ ক্ষমা কৰি -- তুমি দয়াশীল হৰি -- মোক ৰক্ষা কৰিয়ো চৰণে ।। কৃষ্ণ 🙏🙏🙏👋👋👋