ৰণত নামিল মন্ত্ৰী পীযুষ, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা৷

Поділитися
Вставка
  • Опубліковано 17 жов 2024
  • জুবিন গাৰ্গ Vs লুৰিণজ্যোতি গগৈ৷ জুবিনক উভতি ধৰিলে লুৰিণজ্যোতিয়ে৷ ৰণত নামিল মন্ত্ৰী পীযুষ, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা৷
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / axomlive24
    / @asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #axomlive24digital
    #assamlive24digital
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamesenews
    #latestnewsofassam
    #latestnews

КОМЕНТАРІ • 786

  • @anukalita705
    @anukalita705 Рік тому +60

    জুবিন শিল্পী হৈ থাকিলে ভাল পাম, ৰাজনীতি ত সোমালে অসমবাসীয়ে আদৰি নলব।

  • @ranjitsonowal7960
    @ranjitsonowal7960 5 днів тому +2

    জুবিন গাৰ্গ জিন্দাবাদ

  • @minotisonowal604
    @minotisonowal604 Рік тому +101

    বিজেপিয়ে জুবিনক কেনে ধৰনে ব্যৱহাৰ কৰিছে জুবিনে বুজিয়েই নাপালে

    • @lalitabora912
      @lalitabora912 Рік тому +2

      Dr Best Singer Zubeen.garg Kormo xongskriri maximum Sir lurinjyuti kormo xonskriti minimum

  • @prarinitasaikia4380
    @prarinitasaikia4380 Рік тому +85

    এই বোৰ কথা ক'বলৈ জুবিনক কিমান টকা দিয়া হৈছে খুলা কৈ কলেই হল ফিৰোজ হাজৰিকাই আৰু পবিত্ৰ ডাঙৰিয়াই।

  • @balendas4259
    @balendas4259 Рік тому +57

    জুবিনে নাজানিলে ৰাজনৈতিক মন্তব্য কৰা উচিত নহয় । কিয়নো ভূপেন হাজৰিকাও বিজেপিৰ হৈ এম পি ইলেকচনত গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছৰ হাতত পৰাজিত হৈছিল । শিল্পী - শিল্পীয়েই হৈ থকা উচিত ।

    • @rebaborah1502
      @rebaborah1502 6 місяців тому +3

      জাতীয় পৰিষদ তো নহয় এই এতিয়া কংগ্ৰেছ দল হয় । ঠিকেই কৈছে ।

    • @RituparnaChutia-z1e
      @RituparnaChutia-z1e Місяць тому

      জু।গু।ণ

  • @daizee4510
    @daizee4510 Рік тому +48

    BJP ৰ নেতাবোৰে এতিয়া এই মহিলা আৰু চাকৰি কেলেংকাৰী ৰ অলপ আহৰি উলিয়াই দিলে জুবিন গাৰ্গে ৷ তাৰ মানে কি ?

  • @prabhakarhazarika8665
    @prabhakarhazarika8665 25 днів тому +1

    জুবিনৰ বিৰুদ্ধে কৈ লাভ নাই | জুবিন সদায় জুবিন হয়। জুবিন জিন্দাবাদ |

  • @pranabjyotibaruah550
    @pranabjyotibaruah550 Рік тому +15

    অসম গণ পৰিষদো আন্দোলন কৰিয়েই গঠন হৈছিল.. যাক এতিয়া বিজেপিয়ে পোহপাল দি আছে😂.. জুবিনকো এইবাৰ সাংসদ পদ এটি উপহাৰ দিয়ক.. জুবিনৰ লগত কোনোৱে 'কা আন্দোলন' কৰা নাই.. ৰাইজে কা আন্দোলন কৰিছে, জুবিনক কণ্ঠ আৰু সুৰ ভগৱানে দান কৰিছে, কিন্তু তেও পাৰে যদি আচাৰ-ব্যৱহাৰ, চাল-চলন নিজে আয়ত্ত কৰি ভদ্রতাৰ পৰিচয় দিয়ক🙏

  • @tankswargohain6701
    @tankswargohain6701 Рік тому +26

    জুবিনকো সাংসদ বনাব? শিল্পী সমাজ আজি ব্যক্তি স্বাথত।

    • @Mompipathori.123
      @Mompipathori.123 Рік тому +2

      অসমীয়া মানুহ নিজৰ মাজতে কাজিয়া কৰি মৰিব আৰু বহিৰাগত মানুহে আৰামত অসমৰ চলাই খাই থাকিব।

    • @NoOne-tg9tk
      @NoOne-tg9tk Рік тому

      Zubink MP dia Aru Bandorok AK47 dia eke

  • @lalitabodomazumdar7827
    @lalitabodomazumdar7827 4 місяці тому +1

    জুবিন দা জিন্দাবাদ

  • @tarungogoi3008
    @tarungogoi3008 Рік тому +35

    লুৰিণজ্যোতি গগৈ আগুৱাই যোৱা জিন্দাবাদ ।

  • @minudey7657
    @minudey7657 Рік тому +68

    মাঘেৰিতা আৰু হাজৰিকা আপোনালোকে বস্তুৰ দাম কমাবলৈ মাত নামাতে কিয়

    • @jhoondeka8568
      @jhoondeka8568 Рік тому +2

      Gadi এৰিব লাগিব বুলি ভৈ কুৰি

    • @jugeswarphukan9726
      @jugeswarphukan9726 9 днів тому

      Thik.kaise.bakibrak.jukti.tarka.karatke.bastur.dam.kamabale.kiba.mat.matisene.akakh.longhidam.congesar.dinatu.ane.nasil.bjpi.ahar.para.kieadam.bahil.bhabak.bhabisak.kihabale.goiase.assam.

  • @ramenborah3207
    @ramenborah3207 Рік тому +14

    জুবিনে আৰু কিমান গান গাব ,আজি লৈকে ৪৫,000/ বেছি হ'ব চাগে! সেই কাৰণে হয়তো বিজেপি লৈ যোৱাৰ বাট সুগম কৰিছে বেচেৰায়ে !

  • @balendas4259
    @balendas4259 Рік тому +29

    জুবিনে গেৰুৱা বহন পিন্ধি জয় শ্ৰীৰাম গালেই লেঠা শেষ ।

  • @jadubdasbikash7701
    @jadubdasbikash7701 Рік тому +52

    ,,, পবিত্ৰ মাৰ্ঘেৰিটাৰ কেতিয়া উলঙ হ'ব তাৰ অপেক্ষা আছোঁ

    • @RudroBorua-xp2mx
      @RudroBorua-xp2mx Рік тому +2

      Moiu

    • @theMangoGal
      @theMangoGal Рік тому

      Jatin Bora u

    • @bobygooddas4080
      @bobygooddas4080 Рік тому

      Hoi

    • @NoOne-tg9tk
      @NoOne-tg9tk Рік тому

      পবিত্ৰ‌ই তাৰ মাইকীজনীক মোদীক চুদিবলে দি এম পি হৈছে...ধেমনা

  • @ridiprobinsaikia2304
    @ridiprobinsaikia2304 Рік тому +26

    সুৰ আৰু সুৰা। দুয়োতাৰ সৈতে ওঁতপোট ভাৱে জড়িত মানুহে common sense নোহোৱা কথা কয় কেতিয়াবা। কথা সিমানেই।

  • @pabindas6525
    @pabindas6525 Рік тому +17

    জুবিন গাৰ্গে নিজৰ বয়স কিমান ভাবি চাব লাগে আৰু মন্তবা কৰি নিজৰ ওজন কমাব নালাগে,পিয়াজ আৰু অপবিত্ৰই সুবিধা পালে যি তি প্ৰলাপ বকে

  • @loknathdas5152
    @loknathdas5152 Рік тому +24

    অপবিত্ৰ আৰু ডাঙৰ মাল ডলাৰ বগৰী।

  • @pranjit890
    @pranjit890 Рік тому +20

    পাঁচ জন ফুলকুমলীয়া অসমীয়া লৰাক কোন চৰকাৰ দিনত গুলীয়াই মাৰা হৈছিল।

  • @AnuragVagoruwa
    @AnuragVagoruwa Рік тому +4

    জুবিনদাই বৰ্তমানৰ সমস্যা ৰ বিষয়ে মাত দিলে ভাল লাগিল হয় ।

  • @monjulahon7712
    @monjulahon7712 6 місяців тому +37

    লুৰিনজ্যোতি গগৈ জিন্দাবাদ ।

  • @sukuraliahmed1107
    @sukuraliahmed1107 Рік тому +21

    অভদ্র মানুহৰ নিকৃষ্ট কথা ।

  • @loknathdas5152
    @loknathdas5152 Рік тому +20

    Jubin বিক্ৰী হল

    • @jugeswarphukan9726
      @jugeswarphukan9726 9 днів тому

      Bikire.jueamanuhe.kidalkarise.kariba.aphale.hifal.abarefal.konu.nijatanai

  • @CHANDRAPROVAGOGOI-x1e
    @CHANDRAPROVAGOGOI-x1e Рік тому +15

    নিজৰ লক্ষ্যত উপনীত হবলৈ আনৰ তুলুঙা কথাত প্ৰচৰয় নিদি কৰিবলগীয়া কৰ্তব্যখিনি কৰি আদৰ্শবান পথেৰে আগবঢ়া ভাল ।❤😊

  • @NoOne-tg9tk
    @NoOne-tg9tk Рік тому +23

    জুবিন গাৰ্গ এটা ধেমনা

  • @pratapkalita8894
    @pratapkalita8894 Рік тому +8

    জুবিন গাৰ্গে কি কয় নিজেই নাজানে। দুলু আহমেদ ডাঙৰীয়াই ঠিক কথাই কৈছে। জুবিন গাৰ্গ ডাঙৰ শিল্পী হয় মানিছো , কিন্তু লুৰিণ গগৈৰ talent ৰ লগত compare নহয়।

  • @tahimabegum5896
    @tahimabegum5896 Рік тому +26

    লুরিন জ্যোতি গগৈ জিন্দাবাদ। জুবিন কণ্ঠশিল্পী হয় কিন্তু অসমর অভিভাবক নহয়। পবিত্ৰ মার্ঘেরিটা জুবিন গাৰ্গ সুবিধাবাদী বুলি রাইজে বুজিবলৈ এতিয়া আরু বাকী নাই।

  • @bulusaikia6951
    @bulusaikia6951 Рік тому +19

    জুবিনৰ গাত দুখ নাই কাৰণ জুবিনৰ মগজত চুলাইমদে থিতাপি ললে। বি জে পি য়ে জুবিনক মদ চাপলাই দিয়াত বিৱহাৰ কৰে। পিজুয এটা বলিয়া কুকুৰ

  • @ParthaHandiq
    @ParthaHandiq 6 місяців тому +1

    সুবিধাবাদী জুবিন

  • @basudevborah3313
    @basudevborah3313 Рік тому +39

    জুবিন গাৰ্গ পিছলৈ এনে টুলুঙা মন্তব্য নকৰিব

  • @dipkumardas2126
    @dipkumardas2126 Рік тому +35

    কি সুন্দৰ কথা কৈছে লুৰিন দাই ।

  • @monujpalak560
    @monujpalak560 Рік тому +13

    জুবিনক নিচামুক্তি কেন্দ্ৰত থব লাগে

  • @bhaskarkalita2451
    @bhaskarkalita2451 Рік тому +23

    Zubin.jabor

  • @nababaishya9194
    @nababaishya9194 Рік тому +8

    মাৰ্ঘেৰিতা ডাঙৰীয়া আপুনি জোনবাইতে ঠিকেই আছিল নেকি?

  • @ManikBora-o4g
    @ManikBora-o4g 2 місяці тому +1

    সত্য আৰু শুদ্ধ কথা কোৱা বাবে আহমেদ ডাঙৰীয়াক ধন্যবাদ ।

  • @upenchandranath4684
    @upenchandranath4684 Рік тому +3

    AJP নামি গৈ নামি যাব

  • @dilipgogoi9441
    @dilipgogoi9441 6 місяців тому +1

    জুবিন গাৰ্গে চৰকাৰৰ পৰা কিমান পালে সেইটো সকলো ৱে গমপাই ।

  • @alokdutta5907
    @alokdutta5907 Рік тому +1

    বিজেপিৰ কাৰ্যালয়টো এতিয়া কেৱল ছিণ্ডিকেট,নিযুক্তি কেলেংকাৰী আৰু নাৰী কেলেংকাৰীত পৰিণত হৈছে সেইবাবে বিজেপিৰ কাৰ্যালয়ত এতিয়া নাৰী ক'তো সুৰক্ষিত নহয় বাবেই বিজেপিয়ে সন্ধিয়া ৭ বজাৰ পিছত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিছে আৰু এদিন ৰাইজৰ কৰৰ টকাৰে নিৰ্মাণ কৰা বিজেপি কাৰ্যালয়টো ভূত বাংলাত পৰিণত হবলৈ আৰু বেছি দিন সময় নাই । বিজেপিৰ এতিয়া বাহিৰে ৰং চং আৰু ভিতৰি কোৱা-ভাতুৰিহে হৈছেগৈ অৰ্থাৎ বাহিৰত বৰ চুৰিয়াৰ ফেৰ আৰু ভিতৰত ভগা ঢকুৱাৰ বেৰ দিয়াৰ নিচিনা হৈছেগৈ গতিকে ইহঁতৰ দৰে মনুবাদী আৰু ফেচিষ্ট চৰিত্ৰৰ এটা দলক এতিয়া অসমৰ জনসাধাৰণে সম্পূৰ্ণৰূপে বিদায় দিয়াৰ সময় আহি পৰিছে । ফেঁকু বিজেপি মূৰ্দাবাদ,ছিণ্ডিকেট আৰু কেলেংকাৰী খলনায়ক বিজেপি নিপাত যাওক,বিজেপিৰ কাম নাই,বিজেপি লেইলেই-ছেইছেই,বিজেপি ভগাও,অসম বচাওক ।

  • @babubora7711
    @babubora7711 Рік тому +4

    পিজুষ প্ৰবিত্ৰ চুৰ

  • @kartik7818
    @kartik7818 6 місяців тому

    G, zindabad, Krishna, Krishna, ❤❤❤,

  • @DharitriLodge
    @DharitriLodge 8 днів тому

    আছুৰ পৰা গৈ কংগ্ৰেছৰ কোলাত উঠা মানুহ এজনে অসমৰ কাৰণে যে একো কৰিব নোৱাৰে সেইটো ১০০ শতাংশ সত্য ।

  • @morisika4730
    @morisika4730 Рік тому +6

    এই বোৰ কথা বাদ দি চাকৰি ৰ কাৰণে টকা কিমান উঠাইছে সেই টো জনাই দিয়কচোন সোনকালে। টকা খিনি গোটাবলৈ সময় লাগে নহয়।

  • @pulaksarma4889
    @pulaksarma4889 Рік тому +6

    তুমিনু ৰাইজৰ কাৰনে কি ‌কৰিছা বাপু পিজুছ

  • @ajaiborbora5341
    @ajaiborbora5341 Рік тому +5

    জুবিনৰ পোকৰ ধুৱাই ধুৱাই সাংসদ কেনেকৈ হ'ল সেইটোকে চিন্তা কৰিছো।

  • @sanjeevpegu17
    @sanjeevpegu17 Рік тому +4

    তুমি সুবিধাবাদী নহয় কি? আন্দোলনৰ নামত এম এ লে হোৱাৰ সপোন ! কংগ্ৰেছক দালাল বুলি কৈ সেই দালালক সাৱতি কিয ধৰিছা?
    সেই বাবেই পতুৱা।

  • @babudas8133
    @babudas8133 Рік тому +1

    Zubeen da 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @anjanbora6504
    @anjanbora6504 6 місяців тому

    Lurin ❤Da Zindabad ❤❤

  • @SangitaBarman-r7v
    @SangitaBarman-r7v 3 місяці тому

    লুৰীণে নিৰ্বাচনত জয় হৈ ৰাইজৰ কাম কৰক

  • @caborah5874
    @caborah5874 6 місяців тому +2

    জুবিনি জি কথা কৈছে সচাঁ ১০০%

  • @GopalDas-ks7fc
    @GopalDas-ks7fc Рік тому +14

    জুবিনক কোনেও ভাল নপাই

  • @gunaramdas131
    @gunaramdas131 Рік тому +8

    লোৰিন জ্যোতি গগৈ আপুনি আপোনাৰ ৰাস্তাত গৈ থাকক, কোনে কি কৈছে কোনে কি
    কোৱা নাই, সেইবোৰ চিন্তা কৰি স ময় নষ্ট নকৰিব! অসমৰ ৰাইজ আপোনাৰ লগত আছে।

  • @bipulgogoibgogoi9573
    @bipulgogoibgogoi9573 Рік тому +8

    জুবিন এতা পাগল

  • @MdMIslam-zv6en
    @MdMIslam-zv6en Рік тому +19

    Fotuwa jubin

  • @TiluDas-w6s
    @TiluDas-w6s Місяць тому

    Ahmed brother your thinking is right.live long.

  • @pranabjyotibaruah550
    @pranabjyotibaruah550 Рік тому +4

    শিল্পী সদায় শিল্পী হৈয়ে থকা উচিত.. ফটুৱা কথা কৈ ফুৰিলে শোভা নাপায়..

  • @MadhurjyaSaud
    @MadhurjyaSaud Місяць тому +1

    Ahmed dangaria apuni jubinor bisoya thik Koise. Thank you.

  • @KabitaRabha-e8j
    @KabitaRabha-e8j 6 місяців тому

    Vote for Lurin Jay Aai Assam

  • @rajkamalsonowal4585
    @rajkamalsonowal4585 Рік тому +7

    জুবিন গাৰ্গে ঠিক কৈছে।

  • @manoranjanbarman6406
    @manoranjanbarman6406 Рік тому +26

    Zubeen bjp r suwa seleka

  • @Gaurabshorts02
    @Gaurabshorts02 Рік тому +6

    Zubeenok kiman bhal pai manuhe aru neta burak kiman bhal pai raije heitu lage zubeen is the best in india 🌹🌹🌹

    • @rishavg1616
      @rishavg1616 5 місяців тому

      জুবিন কি। ফালটো কয়

  • @sanjibsaikia792
    @sanjibsaikia792 Рік тому +5

    AJP ... zindabaad

  • @jituborah5788
    @jituborah5788 Рік тому +27

    ফটোৱ জুবিন গাৰ্গ হে

    • @mrinalpachani8984
      @mrinalpachani8984 Рік тому +1

      If a fotua bring laurel to Assam what is wrong. As a citizen, zubin have also freedom of expression. Fotua bhai

    • @NikitaSaikia-og5cr
      @NikitaSaikia-og5cr 6 місяців тому

      Zubeen ammar jebon he.. Jabor nokobo. Plz bea paam..

    • @DulalBora-oi7py
      @DulalBora-oi7py 6 місяців тому

      Yyy😅😅😅 3:24 ​@@NikitaSaikia-og5cr

    • @DulalBora-oi7py
      @DulalBora-oi7py 6 місяців тому

      ​@@mrinalpachani8984y😅 ko😊❤

    • @DulalBora-oi7py
      @DulalBora-oi7py 6 місяців тому

      😊😊😊😅😅😅

  • @pullokthengal2826
    @pullokthengal2826 Рік тому +9

    এয়াই আমাৰ অসম?

  • @Shyamalinasaikia-miw2xd
    @Shyamalinasaikia-miw2xd Рік тому +5

    101% sure Jubin pagol hoi

  • @ratneswarhandique7104
    @ratneswarhandique7104 Рік тому +3

    Subidhabadi junin kathatu missa nahoi অসমীয়াত এষাৰ কথা আছে ভালে পাই ভালক জাবরে পাই খালক

  • @BrishtigargBG
    @BrishtigargBG Рік тому +5

    Joi Zubeen da we support Zubeen garg ❤🎉

  • @PrasenjitRoy-xu6mw
    @PrasenjitRoy-xu6mw Рік тому +2

    Jubeen pagol nohoy neta bilak pagol

  • @rajdipkalita9839
    @rajdipkalita9839 Рік тому +30

    Zubin is the best madahi singer of world, arubesikoi khabi

    • @gokul1174
      @gokul1174 Рік тому +6

      Rajnite aje asy kailoi ny .aru mul nathagy .jubinor gan sirokal thakibo .jubin amar tejor tupal teok mukhot kothakhar ulal buliai iman ukalote kare lav ny jubinor mukhot ki nulay tahot hubidhabadi.

    • @mrinalpachani8984
      @mrinalpachani8984 Рік тому

      Fotua party etak aaru fotua supporter OK kune chini pai

    • @pranjalchetia5688
      @pranjalchetia5688 Рік тому +2

      Kotha sombhali kobe

    • @umeshchetiya1340
      @umeshchetiya1340 Рік тому

      Right

    • @umeshchetiya1340
      @umeshchetiya1340 Рік тому

      ​@@gokul1174andhobhato niki

  • @K.G-z-I6b
    @K.G-z-I6b 6 місяців тому

    ভূপেন হাজৰিকাৰ পাছতে অসমৰ গৌৰৱ জুবিন গাৰ্গ । ৰাজনৈতিক নেতা আহিব জাব তাৰ কোনো হিচাব নাই আজি কিছুমান লোকে কংগ্ৰেছক ভাল পাইছে কাইলৈ হয়তো নাপাব ও পাৰে । জুবিন দা তো ৰাজনীতিত নমা নাই তেনে ক্ষেত্ৰত চচিয়েল মিডিয়াত ইমান বেয়াকৈ অপমান কিয় জুবিন দাক

  • @pramodBora-i8r
    @pramodBora-i8r 4 дні тому

    অসম জাতীয় পৰিষদক ৰাইজে অতি সোকালেই
    আদৰি লব । এইয়া সময়ৰ আহাান অন্যথা বিজেপিৰ হাতত অসমৰ জাতীয় সম্পদ বুলিবলৈ একোৱে নাথাকিব ।

  • @puspadhardowarah1932
    @puspadhardowarah1932 Рік тому +9

    ইমান দল থাকোতে কিয় জুবিনে অকল এজেপিক টাৰ্গেট কৰি ললে।ইয়াত নিশ্চয় ৰাজনৈতিক ষড়যন্ত্ৰ আছে।বিজেপিৰ কলংকবোৰ ঢাকিবলৈ জুবিনক কিবা বানচ দি এই কথা কোৱালে।স্পষ্ট কথা।জুবিনে যদিও এজেপিক অপমান কৰিলে;অট্টহাস্য কৰি জুবিনে ভাবিছিল এজেপিক অপমান কৰি ভাল লাজ দিলো।মোৰমতেএজেপিতকৈ জুবিনৰ ক্ষতি বেছি হল।আজিলৈকে জুবিনক ইমান সমালোচনা হয়তো কোনেও কৰা নাছিল।কোনোবাই এনে অভব্য আচৰণৰ বাবে বেয়া পাইছিল যদিও মনে মনে আছিল;কোনেও মাত মতা নাছিল।যেতিয়াই বিনা দোষেএটাদলক টাৰ্গেট কৰি তাচ্ছিল্যসূচক মন্তব্য কৰিলে তেতিয়াই কন্দু বাহত হাত দিয়াৰ দৰে হল।আগতেও বহুতক তুচ্ছ তাচিল্য কৰিথৈছে।এইটো মনত ৰখা দৰকাৰ গান গাব জানিলে বুলিয়েই যে সকলো কথাত সহ্য কৰি যাব।এনে অভব্য আচৰণৰ বাবে বেয়া মানুহো তাকৰ নহয়। যি সকলে জুবিনক মূৰত তলি ললে সেই সকলেও এদিন অনুতাপ কৰিব লাগিব যেতিয়া তাক/সিহতক এনে"অপমান কৰিব।সেইদিনা ৰং চাবৰ বাবে আমিও ৰেদি হৈ আছো।

  • @MonalisadeviMonalisadevi
    @MonalisadeviMonalisadevi Рік тому +14

    লুৰিণজোতি জিনদাবাদ ১০০ ০/০

  • @chandramohanborah7092
    @chandramohanborah7092 Рік тому +3

    Lurinjyoti GOGOI Jindabad

  • @mrinmoysaikia9263
    @mrinmoysaikia9263 Рік тому +18

    চাওঁক,,,, কোনোবাই দুটা গান গালেই, কোনোবাই দুখন নাটকট অভিনয় কৰিলেই তেওঁ শিল্পী হৈ নাযায়,,,, গতিকে কেইটামান গান গোৱা মানুহৰ কথাত কৰ্ণপাত নকৰি নিজৰ কৰ্তব্য কৰি যাওক । ,,,,, কুকুৰে ভুকিবই ,,,,,,,,,!!!

    • @mrinalpachani8984
      @mrinalpachani8984 Рік тому +4

      What is your quality ask yourself first. Anyone know you in your colony or village? Zubin is famous in Assam for his quality. Do you have one percent quality of zubin. AJP is miya supporter, miya encroachers supporter

    • @dharenrabha9557
      @dharenrabha9557 Рік тому +2

      2ta gaan 4 ta gaan nohoi 40000+ gaan .... It's Greeniu world record

    • @Assamesemix191
      @Assamesemix191 Рік тому

      katha to valkoi kob daonoriya kukur vukiboi mane ki bujab bisarisa ketiaba ata katha vul kole agote jibor val kaam krisil sob ane jai mane

    • @Assamesemix191
      @Assamesemix191 Рік тому

      @chintusharmah3831 take kon hoi ba aijon kela aibor celeka manhu hoi buja jai

  • @najimali-se8cr
    @najimali-se8cr 5 місяців тому +1

    Zubeen atiya Bjp r samsa I het Zubeen

  • @binoddutta4714
    @binoddutta4714 6 місяців тому

    Lurin Jyoti Gogoi is Highly Educated Person.

  • @archanathakuria6418
    @archanathakuria6418 Рік тому +1

    Zubeen dak beya koi nkb zubeendai manuhok kiman xukh dise kiman manuhok xohai korise kiman manuhr mukhot hahi aanise xeito aapuni aanib pra nai . Aaru aapuni ata vikharik o xohai korib pora ni. Zubeen dai sidha kotha koy babe kisuman mukha pindha manuhe laij paise tar babe zubeen dak beya koi koi aase. Zubeen dai modh khab pare kitu manuhor logt oinnay korib nuare kintu kisuman manuhe modh nakhab pare kintu oinnay thik korib pare. Zubeen day manuhok . Job jantuk. Saraisirikutik vl pai. Aaru zubeen dai manuhor babe jan dib pare. Jai zubeen da❤❤❤❤🙏🙏🙏🫂🫂🫂🙏🙏zudeen da sidha manuh vul hole vul buli kb xudha hole xudha buli kob kako khatir nkre aaru zubeen dar dore manuh au prithibit ni aaru sage janma o nhb. Plz 🙏 zubeen dak beya koi nkb. Moi jamar pora zubeen dak vl kam kora a dekhi aahisu ❤ jai zubeen da aapunak vagabane kukhale rakhak seyay kamana korilu 🙏🙏🙏🙏🙏

  • @amarbaishya3679
    @amarbaishya3679 Рік тому +2

    লুৰুণ জুতি ভাল হলে নাহাৰিলে হই কাম নাই মই আগতে বহুত ভাল পাই চিলো এটিয়া লোৰুন জুতি ইমান ভাল হলে নিজৰ দল নুশুলিলে হই অগপ আছিলে তাতে যোগদন কৰিব লাগিছিল তাকে নকৰি নিজৰ কোম্পানী খুলি ললে হাৰি কিয় হল ভাল হলে নাহাৰিলে হই নিজৰ জাগাতে অখিল গগৈ জেলত থাকি কিয় জিকিলে অসমৰ মানুহ হে জানে কাক ভোট দিব লাগে লুৰুন জুতি হাৰিব আপুনি চৰ্থ বৰ হয়

  • @NayanMili-b8v
    @NayanMili-b8v 6 місяців тому

    Lurin no 1 good people and honourable of Assam thank you🙏🌹

  • @dhunusaikia1595
    @dhunusaikia1595 Рік тому +1

    Excellent

  • @ratin2das910
    @ratin2das910 Рік тому +6

    আমি জুবিন গাৰ্গ ক ভাল পাওঁ কাৰন গান বোৰ বহুতেই ভাল ধুনীয়া কন্ঠশিল্পীৰূপে ।। সেই কাৰনে কিবা এটা যদি বেয়াও কৈছে তথাপিও আমি বেয়া নেপাওঁ ।। কাৰন আমি ভাল পাওঁ জুবিন গাৰ্গ ক জয় জুবিন দাৰ জয় লুৰিনক ভাল নেপাওঁ

  • @NilakshiChoudhary-qe1qu
    @NilakshiChoudhary-qe1qu 4 місяці тому

    লুৰিন দা জিন্দাবাদ

  • @jayantadas7287
    @jayantadas7287 Рік тому +8

    পবিত্ৰ আৰু পীয়ুুয গ বেগ

  • @rinkumili2957
    @rinkumili2957 Рік тому +4

    পিযুজ ,মাৰ্ঘেৰিটা ডাঙৰীয়া জুবিন গাৰ্গে তেতিয়া হ'লে মানুহ খিনিক কা আন্দোলন কৰিবলৈ উচতাই কিয় আতৰি আছে?

  • @jyotiprovachangmai6385
    @jyotiprovachangmai6385 7 місяців тому

    😮good good

  • @Technical489-A
    @Technical489-A Місяць тому

    You are right

  • @nilkamalburagohainburagoha9656
    @nilkamalburagohainburagoha9656 6 місяців тому

    গগৈ জিনদাবাদ

  • @rajdipkalita9839
    @rajdipkalita9839 Рік тому +7

    Dulu ahmed dai kowa kathakeita 100℅right, zubinata madahi aru sarthapar, papon daa bohut val zubin t koi

    • @iloveassam257
      @iloveassam257 Рік тому

      Kun dulu Ahmed TRP pabor babe Zubeen r lgt lagise Karin sihotok kuneu siniye nepai

  • @rekhamoniPhukon-u9e
    @rekhamoniPhukon-u9e 6 місяців тому +1

    সকলো বিজেপিৰ বহতীয়া হৈ গ'ল নেকি কি শিল্পী সাহিত্যিক
    কি ৰাজনীতিবিদ
    ইলেকট্ৰৰিয়েল বণডৰ 7000কোটি টকা বিজেপি ৰ ওচৰত আছে বাবে
    এই কেলেঙকাৰী পৃথিৱীৰ আটাইতকৈ বৃহৎ এই কথা জুবিনে আৰু ৰাজ্য সভাৰ সদস্য জনে জনা উচিত

  • @SukruTanti-y4p
    @SukruTanti-y4p 6 місяців тому

    Zubin Garg জিন্দাবাদ

  • @bipulgayan2887
    @bipulgayan2887 Рік тому +1

    ধন্যবাদ শুদ্ধ

  • @ranjitporgohain8774
    @ranjitporgohain8774 Рік тому +3

    কা এৰি ৰাজা হৈ কি কাম কৰিব,

  • @satyajitpame588
    @satyajitpame588 Рік тому +1

    Mja jubeen da

  • @mainaassamvlogs472
    @mainaassamvlogs472 5 місяців тому

    Joi zubeen daa❤❤

  • @prakashborah5396
    @prakashborah5396 Рік тому +6

    Lurin jyoti Gogoi Jindabad

  • @parthapratimrabha5839
    @parthapratimrabha5839 Рік тому +2

    পলিটিক্স নকৰিবি. . . . বন্ধু . . .

  • @pabitrahazarika6576
    @pabitrahazarika6576 Рік тому +7

    বিজেপিৰ এজেন্ট জুবিন গাৰ্গ

  • @Rk360-dv5oe
    @Rk360-dv5oe 6 місяців тому +1

    Range rover 🚗 🚘 gift pale
    zubeen bjp praaa

  • @amosti8122
    @amosti8122 Рік тому +1

    শিল্পী বোৰ কিয় জিলপি হব ধৰিচে বাৰু😂😂

  • @jaanmoinavlogs
    @jaanmoinavlogs Рік тому +12

    লোৰিন দা জিন্দা বাদ