Xunibi Bhai Dexor Kotha (শুনিবি ভাই দেশৰ কথা কওঁ) - Chorus(সমবেত সংগীত) .

Поділитися
Вставка
  • Опубліковано 8 лис 2024

КОМЕНТАРІ • 31

  • @birennath8618
    @birennath8618 Рік тому +1

    ইমান চিৰনমস্য শিল্পী একেলগ হৈ গীত পৰিবেশন কৰা দৃশ্যটিও দেখা হ'লে! অতি হৃদয় স্পৰ্শী গীত। পৰিবেশন, অতি অতুলনীয়, মনোমুগ্ধকৰ।

  • @munudevi3284
    @munudevi3284 8 місяців тому

    বৰ্তমান আমাৰ অসমৰ প্ৰতিচ্ছবি তাহানিৰ চৌধুৰী ছাৰে সুন্দৰ কৈ লিখি থৈ গৈছিল

  • @rikibharali3703
    @rikibharali3703 9 місяців тому

    অসম কেশৰীলৈ প্ৰণাম জনালোঁ 🙏

  • @kaminiray4904
    @kaminiray4904 Рік тому +1

    দেহৰ নোম ডাল ডাল হৈ গল গীতটো শুনি

  • @ashok5591
    @ashok5591 Рік тому

    অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ ৰচনাৰ গীত শুনি তেখেতৰ বিষয়ে জানিবলৈ মোৰ মনটো ব্যাকুল হৈ পৰিছে। মই মনস্থ কৰি পেলাইছো এতিয়া মই তেখেতৰ কিতাপ বিচাৰিম। গীতটো শুনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।

  • @cbhag
    @cbhag 11 місяців тому

    A evergreen patriotic song of Ambikagiri_super liriks_use of excellent words _super performance,and what to say?_only namaskar and namaskar.

  • @novagamings9499
    @novagamings9499 Рік тому +1

    বৰ সুন্দৰ গীত 🙏

  • @bandanadevibordoloi7270
    @bandanadevibordoloi7270 5 місяців тому

    অতি সুন্দৰ

  • @pranjalsaikiaR16
    @pranjalsaikiaR16 3 роки тому

    চেতনা দিৱসত, অসম কেশৰীলৈ প্ৰণিপাত 🙏🏼🙏🏼

  • @Jee593
    @Jee593 3 роки тому +1

    Mor bohut priyo geet...ata shomoyot radiot hunisilu...

  • @parajkalita2364
    @parajkalita2364 2 роки тому +1

    এই সুন্দৰ গানবিলাক কিছু উৎসাহী ব্যক্তিৰ প্ৰভাৱত বহুল ভাৱে প্ৰকাশ হোৱাটো এটা সৌভাগ্যৰ কথা।

  • @dolihazarika2605
    @dolihazarika2605 5 років тому +1

    হিয়া জুৰ পৰি গ'ল...

  • @bhadrakantadas6101
    @bhadrakantadas6101 3 роки тому

    Old is always gold,Raychoudhury dev offered us a gold song

  • @juliphukan5107
    @juliphukan5107 6 років тому +2

    nice patriotic song,it raise our patriotic feeling,thanks for rescuing this songs.

  • @swapnasarma6034
    @swapnasarma6034 9 місяців тому

    Very nice

  • @pulinkalita9574
    @pulinkalita9574 6 років тому +2

    বৰ ভাল

  • @ranadas3928
    @ranadas3928 5 років тому +1

    still the best chorus song of Assam

  • @nayanjyotidutta3854
    @nayanjyotidutta3854 5 років тому +1

    Mur fav

  • @narayanbabubharali9846
    @narayanbabubharali9846 4 роки тому

    🙏🙏🙏🙏🙏🙏................

  • @barnaliroy4681
    @barnaliroy4681 5 років тому +1

    Plz upload the lyrics of this song.

  • @ParagIshaan
    @ParagIshaan 5 років тому +3

    ইয়াত গানটি ৰ সুৰকাৰ ৰ নামটো উল্লেখ কৰা নাই... সুৰকাৰ গৰাকীৰ নামটো উল্লেখ থাকিলে ভাল আছিল

    • @bhesojbaruah8725
      @bhesojbaruah8725 5 років тому +4

      এই গীতটি অসমকেশৰীয়ে ১৯২৮ চনত ৰচনা কৰি ল'ৰা-ছোৱালী কিছুমানৰ দ্বাৰা গোৱাইছিল বুলি জনা যায় ; দেহবিচাৰৰ সুৰেৰে তেখেতে সুৰ দিছিল আৰু বাহৰ (Bamboo ) কৰতালেৰে গোৱাই ফুৰিছিল - এই গীতটিত কণ্ঠ নিগৰোৱা প্ৰতিজন বৰেণ্য শিল্পীয়ে নিশ্চয় সেই সময়ৰ সুৰতেই কণ্ঠ নিগৰাইছে !!অসমকেশৰীয়ে এই গীতবিলাক আজিৰ পৰা এশৰো অধিক বছৰৰ আগত ৰচনা কৰা আৰু তেতিয়া তেখেতেই সুৰ দি গীতবিলাক গোৱাইছিল বুলি জনা যায় ।এইবিষয়ে সৱিশেষ পোৱা যাব অম্বিকাগিৰী ৰায়চৌধুৰী ৰচনাৱলী খনত ।।

  • @DiyBySaswati
    @DiyBySaswati 6 років тому +1

    Where to find the lyrics?

    • @bhesojbaruah8725
      @bhesojbaruah8725 5 років тому

      অম্বিকাগিৰী ৰায়চৌধুৰী ৰচনাৱলী নামৰ কিতাপ খনত সকলো বিলাক সন্নিবিষ্ট কৰা হৈছে - বন্দো কি ছন্দেৰে সমৱেত সংগীতটিও তাতে পাব ।

  • @mriduladas5527
    @mriduladas5527 Рік тому

    kaam kiya tu kya🤭