APSCৰ সফলতাৰ আঁৰৰ কাহিনী শুনক প্ৰিন্সি বৰুৱাৰ মুখেৰে কিন্তু কিয় কান্দোনত ভাগি পৰিল তেওঁ

Поділитися
Вставка
  • Опубліковано 15 вер 2024
  • APSCৰ সফলতাৰ আঁৰৰ কাহিনী শুনক প্ৰিন্সি বৰুৱাৰ মুখেৰে কিন্তু কিয় কান্দোনত ভাগি পৰিল তেওঁ#APSC#APS

КОМЕНТАРІ • 106

  • @sushilkonwar7012
    @sushilkonwar7012 Рік тому +4

    বহুত বহুত ধন্যবাদ প্ৰিঞ্চী বৰুৱা মেম । আপোনাৰ অধ্যয়নে গুণগত শিক্ষা লাভ কৰিলে । আৰু সাৰ্থক জীৱনৰ দিশে গতি কৰিলে । যাৰ ফল শ্ৰুতিত পিতৃ মাতৃ ওচৰ চুবুৰীয়া লগতে সমাজৰ মৰম স্নেহ বুটলিবলৈ সক্ষম হল । ভৱিষ্যতে চাকৰি জীৱনটোত সফল যাত্ৰাই সমাজৰ মাজত প্ৰশাসনিক ৰাজপত্ৰিকা বিষয়া হিচাবে প্ৰতিস্থিত লাভ কৰক ।তাৰে কামনা কৰিলোঁ ।

  • @prabhatkumargogoi2717
    @prabhatkumargogoi2717 Рік тому +11

    ইণ্টাৰভিউটো দীঘলীয়া হোৱা বাবে ভালহে লাগিল, কাৰণ APSCৰ ACS/APS দিবলৈ ইচ্ছুক শিক্ষাৰ্থীৰ বাবে লাগতিয়াল গোটেইখিনি কথা সামৰি লবলৈ হলে কিছু দীঘলীয়া হোৱাটো স্বাভাৱিক ৷ ভাল লাগিল , আপোনালৈ জনালোঁ ধন্যবাদ আৰু প্ৰিন্সিলৈ জনালোঁ অভিনন্দন ৷

  • @princhibaruah2320
    @princhibaruah2320 Рік тому +26

    Heartfelt gratitude towards everyone for all the warm wishes 🌻 Thankyou !

    • @baishalisaikia2407
      @baishalisaikia2407 Рік тому

      Congratulations baa💐🤍

    • @suraz7207
      @suraz7207 Рік тому

      nice dp

    • @ananyamahanta2103
      @ananyamahanta2103 Рік тому

      বৰ ভাল লাগিল বা তোমাৰ কথাখিনি শুনি,অভিনন্দন জনালোঁ।

  • @subharaniboruah9789
    @subharaniboruah9789 Рік тому +10

    Anekua intrvw 24 hrs holeo huni amoni nlage... Thnk u so much... Nxt ru anekua dhoronor intrvw pm bli axa krilu... Moiu civil service preparation kri asu... But guidance ni mr kunu... So bht bdi upokit holu

  • @parismitabordoloi754
    @parismitabordoloi754 Рік тому +3

    তোমাক বহুত ধন্যবাদ জনাইছোঁ শ্ৰীমন্ত ।ইমান এটা সুন্দৰ সাক্ষাৎকাৰ দেখিবলে পালোঁ । প্ৰিন্সিৰ কথাখিনি শুনি বহুত উপকৃত হ'লো । নিজৰ ছোৱালীজনীৰ ক্ষেত্রত ভাৱি থৈছো । অৱশ্যে ছোৱালীৰো ইচ্ছা থাকিব লাগিব । কিন্ত্ত পৰিবেশ এটা দিবলে চেষ্টা কৰিম ।

  • @rupjyotigogoi9048
    @rupjyotigogoi9048 Рік тому +4

    বৰ ভাল লাগিল। ইয়াৰ দ্বাৰা পৰিক্ষাৰ্থীসকল নিশ্চয় উপকৃত হ'ব।

  • @bobitaphukon4243
    @bobitaphukon4243 Рік тому +5

    বহুত বহুত শুভ কামনা জনালোঁ প্ৰিন্সিলৈ🌷❤️

  • @minakshidutta2376
    @minakshidutta2376 Рік тому +5

    বহুত ভাল লাগিল ৷এই সাক্ষাত কাৰে বহুতো ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব৷

  • @nabokantakotoky6681
    @nabokantakotoky6681 Рік тому +2

    Interview টোত সকলো কথাই সামৰি লোৱা বাবে বহুত ভাল লাগিল।

  • @uttamhazarika9651
    @uttamhazarika9651 Рік тому +3

    ভাল লাগিলে কথা খিনি শুনি,যথেষ্ঠ অনুপ্ৰেৰণা হৈছো, ধন্যবাদ দাদা

  • @chinmoy1839
    @chinmoy1839 Рік тому +3

    খুব সুন্দৰ কথোপকথন, বহুত বহুত ভাল
    লাগিল । দাদা অশেষ ধন্যবাদ💕🙏💕
    আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ প্ৰিন্সিলৈ 💕 💐💐

  • @manjularxadhukothaarukobit3697

    খুব ভাল লাগিল কথাখিনি। সঁচাই মন্ত্ৰমুগ্ধ হৈ পৰিছোঁ। আন্তৰিক অভিনন্দন জনালোঁ দেই। সদায় সফলকাম হোৱা জীৱনত❤️❤️

  • @jyotikadas2036
    @jyotikadas2036 Рік тому +2

    দাদা ৰৈ ৰৈ চালোঁ ভিডিঅ'টো ইমান ভাল লাগিছে সাক্ষাৎকাৰটো, আমি যথেষ্ট অনুপ্ৰেৰণা পাইছোঁ। শেষত মোৰো চকুপানী ওলাল, আনন্দৰ চকুপানী যদিও কেতিয়াবা কিছুমান কথাই মানুহৰ মনত গভীৰভাৱে ক্ৰিয়া কৰে। প্ৰিন্সিলৈ বহুতো শুভকামনা থাকিল।

  • @gardeningwithlipika3537
    @gardeningwithlipika3537 Рік тому +4

    খুব ভাল লাগিল।এনেকুৱা ভিডিঅ'বোৰে নবপ্ৰজন্ম সকলক উৎসাহিত কৰিব।

  • @babitatamuliborah7986
    @babitatamuliborah7986 Рік тому +3

    ইমান মনপৰশা ভিডিঅ'‌👍 প্ৰিন্সিলৈ অজস্ৰ শুভ কামনা জ্ঞাপন কৰিছো।

  • @shashiburagohain4558
    @shashiburagohain4558 Рік тому +8

    Nice Video for new aspirant... Congratulations Ma'am 💐... Proud of Sivasagar. May God bless both of you🙏💖

  • @tulumonigogoi8385
    @tulumonigogoi8385 Рік тому +2

    বৰ ভাল লাগিলে। আপোনাক অশেষ ধন্যবাদ দাদা। তোমালৈও অভিনন্দন।

  • @chandramahandique7386
    @chandramahandique7386 Рік тому +1

    বৰ ভাল লাগিল কথাখিনি শুনি। প্ৰিন্সিলৈ আন্তৰিক অভিনন্দন জনালোঁ ।

  • @sun7088
    @sun7088 Рік тому +3

    তোমালে বহু শুভকামনা জনালো তোমাক বহু দিন চিনাকি জেন লাগিচে মংগল হওক

  • @bobitaborah1356
    @bobitaborah1356 Рік тому +1

    বহুত ভাল লাগিল তোমাৰ কথা খিনি শুনি । তোমাৰ ভৱিষ্যত ৰ বাবে আশীৰ্বাদ কৰিছো ।

  • @nirmalikhanikar7081
    @nirmalikhanikar7081 Рік тому +8

    বহুত ভাল লাগিল ।

  • @tutuborah4801
    @tutuborah4801 Рік тому

    প্ৰিঞ্চি লৈ আন্তৰিক অভিনন্দন জনাইছোঁ। বৰ সুন্দৰ সাক্ষাৎকাৰ আগবঢ়ালে ককাইদেউ। পৰীক্ষাৰ্থী সকল এই সাক্ষাৎকাৰটো যোগেদি বহুত খিনি উপকৃত হব।

  • @indiragogoi8562
    @indiragogoi8562 Рік тому +3

    প্ৰিন্সি , তোমালৈ মোৰ আশীৰ্বাদ থাকিল।

  • @parulsaikiasonowal1652
    @parulsaikiasonowal1652 Рік тому +1

    I believe you are actually too much kind hearted and beloved child of your parents and wish you for your happy life. May God bless you always joy and happiness thankyou

  • @OptomGunagovindahazarika10076
    @OptomGunagovindahazarika10076 Рік тому +6

    Congratulations and best wishes to her. It's a very important and helpful video for the students of Assam. Thanks a lot to both of you

  • @malobikagogoi8727
    @malobikagogoi8727 Рік тому +2

    বহুত ভাল লাগিল। আন্তৰিক অভিনন্দন জনাইছোঁ 🌹

  • @sangeetadeka2475
    @sangeetadeka2475 Рік тому +2

    bahut dhunia interview dada. thank you both

  • @bgdimensions8378
    @bgdimensions8378 Рік тому +1

    বৰ সুন্দৰ আৰু লাগতিয়াল সাক্ষাৎকাৰ নিশ্চয়কৈ বহুলোক উপকৃত হব ।

  • @bontiboruah5157
    @bontiboruah5157 Рік тому +1

    আপোনাৰ চেনেলটোলৈ নতুনকৈ আহিছোঁ। আপুনি খুব সুন্দৰকৈ কথাখিনি উপস্থাপন কৰে। বৰ ভাল লাগিল ❤️। প্ৰিন্সি বালৈ অলেখ শুভকামনা।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Рік тому +1

    Many many congratulations to princy. Go ahead way to your journey. God bless you. All the best wishes to you

  • @inudutta8953
    @inudutta8953 Рік тому +2

    সুন্দৰ মামন বহুত ভাল লাগিছে ।

  • @sun7088
    @sun7088 Рік тому +1

    প্রথম কথা তুমি বহু ধুনিয়া অ বৰ মৰম লাগিছে মোৰো ছোৱালি এজনি আছে 5 বছৰ হৈছে বৰ দুচটামি কৰে তাই মৰম লাগে

  • @rimaboruah858
    @rimaboruah858 Рік тому +1

    Congratulations.
    Proud of Sivasagar.May god bless you🙏💖

  • @monishagogoi3330
    @monishagogoi3330 3 місяці тому

    মই এগৰাকী Science Student. MSc in Botany । কিন্তু যোৱা ছমাহৰ পৰা মই APSC preparation কৰিছো। কলা শাখাৰ লগত সংগত বিষয়বোৰ বুজি উঠোতে মোৰ ছমাহ সম্পূৰ্ণ প্ৰয়োজন হৈছিল। এতিয়া মই বুজি উঠিছো কষ্ট কৰিলে সকলো সম্ভৱ। এনেকুৱাধৰনৰ ভিডিঅবোৰ চালে আগবাঢ়িবলৈ সাহস পাওঁ।

  • @dibakarboruah8019
    @dibakarboruah8019 Рік тому

    খুউব সুন্দৰ এটি সাক্ষাৎকাৰ ৷ বৰ ভাল লাগিল ৷

  • @porirajkhowa3084
    @porirajkhowa3084 Рік тому +4

    বহুত উপকৃত হলো দাদা ☺আপোনাক ধন্যবাদ লগতে তেখেতলৈ অধিক শুভকামনা জনালোঁ।

  • @nilaxikakoti6986
    @nilaxikakoti6986 Рік тому +1

    Congratulations..proud of you princhi.love❣️

  • @manabidevi2956
    @manabidevi2956 Рік тому

    আন্তৰিক অভিনন্দন জনাইছোঁ। তেখেতৰ সাক্ষাৎকাৰটো বহুত ভাল লাগিল। বহুত প্ৰয়োজনীয় কথা জানিব পাৰিলোঁ

  • @subhankshipuzari827
    @subhankshipuzari827 Рік тому

    Sir apunar kotha bur hosakoi bohut bhal loga..... Thank you sir

  • @junphukan5331
    @junphukan5331 Рік тому +2

    বহুত ভাল লাগিল। এই বিষয়ত বহুত নজনা কথা জানিব পাৰিলো।

  • @jinamonihazarika2791
    @jinamonihazarika2791 Рік тому

    তোমাৰ আৰু ভাল হ ওক ।ভাল ভাবে আগুৱাই যোৱা ।তোমালৈ বহুত আশীৰ্বাদ থাকিল ।

  • @ajitsaloi3604
    @ajitsaloi3604 Рік тому +1

    I am very happy to hear this interview

  • @daisybharali9469
    @daisybharali9469 Рік тому +2

    আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ

  • @newsupdate9168
    @newsupdate9168 Рік тому

    It was very very much encouraging interview. .....Tnku so much. .....I think u should upload same type videos

  • @bijaynath7724
    @bijaynath7724 Рік тому

    Really tumar kothabor bhut dhuniya ... interview tu Sai val lagil...bhu kotha sikibo parilu ...lgte Tumi bhut besi dhuniya

    • @bijaynath7724
      @bijaynath7724 Рік тому

      Lgte aponako dhoinybad dada ane ata interview amar majoloi loi Ona babe

  • @rulisaikia6020
    @rulisaikia6020 Рік тому +1

    খুবেই ভাল লাগিল। প্ৰিঞ্চিলৈ বহুত বহুত অভিনন্দন আৰু শুভকামনা জনাইছোঁ। সফলতাৰে আগুৱাই যোৱা❤️❤️❤️

  • @snehasaikia1396
    @snehasaikia1396 Рік тому

    Worth watching this interview ❣️🥺. It made me emotional. Ba val kam kori jaba stay blessed. I hope i will meet you one day 💫.

  • @momigogoi5877
    @momigogoi5877 Рік тому +1

    শুভেচ্ছা জনালোঁ সুখী হ'লো ভিডিঅ'টি চাই

  • @mouchumi2821
    @mouchumi2821 Рік тому +2

    বহুতে ভাল লাগিল

  • @dikshashreedevi4568
    @dikshashreedevi4568 Рік тому +1

    Inspiring and motivating

  • @subratadey9156
    @subratadey9156 Рік тому +1

    বহুত ছাত্ৰ ছাত্ৰীৰ উপকাৰ হ'ব।

  • @tonoyaborah1123
    @tonoyaborah1123 Рік тому +2

    বহুত ভাল লাগিল,প্ৰিঞ্চীলৈ শুভেচ্ছা যাচিলোঁ।

  • @polyborah7372
    @polyborah7372 Рік тому +2

    congrasulation baideu, apuni kintu bhut dangor khota ata kloe 'poisa', Bahut lora suali poisar abhavot agbahi jaboloi akhubidha hoi .Moi hei abhabor hunmukhin hoisilu,kosta kori golu kintu atia moi hukhi ,Bhogonar kipat moi sakori ata plu .Dada jonor khota bhut vl lgail.

  • @paharichutia-wr9ui
    @paharichutia-wr9ui Рік тому +1

    আপোনাৰ প্ৰতিটো বিষয়ৰ vlog চাই ভাল লাগে, মই আপোনাৰ স্কুলৰ মিন্তুৰ লগৰ

  • @porismitaburagohain4999
    @porismitaburagohain4999 Рік тому +1

    Congratulations and best wishes baa

  • @rupjyotiduarah412
    @rupjyotiduarah412 Рік тому +3

    Congratulations

  • @barnalisaikia8435
    @barnalisaikia8435 Рік тому

    Ktha khini bhut ai vl lagil ❤️.

  • @bontigogoi3155
    @bontigogoi3155 Рік тому +1

    বৰ ভাল লাগিল।বৰ ভাল ভিডিঅ' কৰিলে

  • @rezinaparbin2779
    @rezinaparbin2779 Рік тому +1

    অভিনন্দন জনালোঁ

  • @pramilakhakhlary9882
    @pramilakhakhlary9882 Рік тому

    অভিনন্দন জনালো প্রিন্সীলৈ।

  • @nikumonichutia9512
    @nikumonichutia9512 Рік тому +1

    Thanks sir aapni ban pani aaru modor kotha tu sironton hoitya kotha koisa

  • @subaldas2116
    @subaldas2116 Рік тому

    বহুত ভাল লাগিছে।

  • @ajitsut4408
    @ajitsut4408 Рік тому

    Best UA-camr.

  • @plabitisaikia5628
    @plabitisaikia5628 Рік тому +1

    বহুত ভাল লাগিল জানি

  • @gk...knowledge8664
    @gk...knowledge8664 Рік тому +1

    Bhut vl lagil

  • @bhaswatientertainment1077
    @bhaswatientertainment1077 Рік тому +1

    Congratulations 🎉

  • @hiranyaasvlog8279
    @hiranyaasvlog8279 Рік тому +1

    Val lagil

  • @guanglidiy7166
    @guanglidiy7166 Рік тому +1

    Bahut2 suvesa thakil .

  • @parimedhi2448
    @parimedhi2448 Рік тому

    উপকৃত হ'লো!

  • @joydeka6029
    @joydeka6029 Рік тому

    Congratulations Princhi.

  • @hariprasadboruah1932
    @hariprasadboruah1932 Рік тому +1

    Congrulation maato

  • @gorkhafocus620
    @gorkhafocus620 Рік тому +1

    medium ৰ ওপৰত video বনাব বুলি আশা কৰিলোঁ।

  • @kabitasharma3793
    @kabitasharma3793 Рік тому +1

    Congratulations👏

  • @smitabaishya8122
    @smitabaishya8122 Рік тому

    Bht Val lagil ❣️

  • @smitabaishya8122
    @smitabaishya8122 Рік тому

    Congratulations ❤️🎉 to her

  • @achutyabora6665
    @achutyabora6665 Рік тому

    Bahut Bojana katha janilu val lagil .

  • @bishwajitphukanr.no2022
    @bishwajitphukanr.no2022 Рік тому

    Bohut val lagil sir

  • @pompiborah857
    @pompiborah857 Рік тому

    Bohut val lagil

  • @darkwarrior1608
    @darkwarrior1608 Рік тому +1

    Target 2027🥰🥰🥰

  • @aradhyakalita4573
    @aradhyakalita4573 Рік тому +2

    ভাল লাগিল কথাখিনি শুনি।

  • @paragdeka9298
    @paragdeka9298 Рік тому +1

    Education should be like det

  • @parthajitdeka6134
    @parthajitdeka6134 Рік тому

    Great

  • @hemaborah3660
    @hemaborah3660 Рік тому +1

    Microphone oloo val quality r lobo, Clear nai voice

  • @karismadeka3661
    @karismadeka3661 Рік тому

    Kiman candidate interview t bohisil jonabosun....

  • @Jushii_baruaah
    @Jushii_baruaah Рік тому

    Val knowledge gather koribo parilu

  • @parulsaikiasonowal1652
    @parulsaikiasonowal1652 Рік тому +1

    Co

  • @ripujitmajumdar8127
    @ripujitmajumdar8127 Рік тому +1

    I think she got in obc quota..am I right??..Jodi quotar hubidha loi paisey than fully merit buli dhoribo nuwari...

  • @hasanurrahman3249
    @hasanurrahman3249 Рік тому

    Sir openr pora B.A pass korile exam dibo paribo ne nai

  • @ubcreation4612
    @ubcreation4612 Рік тому

    ❤️

  • @silentboyff5331
    @silentboyff5331 Рік тому +1

    First Viewer

  • @munmisaikia2298
    @munmisaikia2298 Рік тому +2

    Congratulations

  • @jinagogoi118
    @jinagogoi118 Рік тому

    বহুত ভাল লাগিল ।

  • @priyankadas8228
    @priyankadas8228 Рік тому +1

    Val lagil

  • @pranjalkumarbhuyan2219
    @pranjalkumarbhuyan2219 Рік тому

    Congratulations 🎉

  • @pranjalkakati2286
    @pranjalkakati2286 Рік тому +2

    Congratulations

  • @pinkyrajkumari3670
    @pinkyrajkumari3670 Рік тому +2

    Congratulations

  • @kabitagogoi8948
    @kabitagogoi8948 Рік тому +2

    Congratulations

  • @juridoley1439
    @juridoley1439 Рік тому +1

    Congratulations