প্ৰথমবাৰলৈ বাৰ্তালাপত এগৰাকী APS বিষয়া...

Поділитися
Вставка
  • Опубліковано 4 вер 2024
  • APS Rank 31 প্ৰাপ্ত প্ৰণামী ভৰদ্বাজ...
    প্ৰথম চেষ্টাতেই কেনেকৈ উত্তীৰ্ণ হ'ল APSC ত ?
    প্ৰথমবাৰলৈ বাৰ্তালাপত এগৰাকী APS বিষয়া...
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #baartalaap #chakrapaniparashar #apsc #aps #preperation #tezpur

КОМЕНТАРІ • 160

  • @abhijitamoran5670
    @abhijitamoran5670 Рік тому +13

    আপোনালৈ বহুত বেছি অভিনন্দন জনা‍ঁলো....💐
    এনেধৰণৰ আৰু আমাক অনুপ্ৰেৰণা দিবলৈ, উৎসাহিত কৰিবলৈ Defencer লগত জড়িত হৈ থকা মহিলাক আমন্ত্ৰণ কৰিব চোন 🙏 যাৰ দ্বাৰা নিজকে অলপ হ'লেও শক্তিশালী যেন লাগে বা তেখেতৰ পৰামৰ্শই আমাক অনুপ্ৰেৰণা কৰিব।
    পুণৰ বাৰ অনুৰোধ থাকিল 🤗

  • @dilipborah2849
    @dilipborah2849 Рік тому +3

    Aps বিষয়া গৰাকীয়ে ইমান ধুনীয়াকৈ চুলি খিনি বান্ধি লৈছে তুমি ও বান্ধি লবা ভাল লাগিব।

  • @Rshi_-gaming_-
    @Rshi_-gaming_- Рік тому +12

    মই মোৰ অন্তৰৰ পৰা শুদ্ধ ভাৱে আশীৰ্বাদ কৰিছোঁ দুয়ো গৰাকী আৰু বহুত বহুত বহুত দুৰলৈকে আগোৱাই যাওক।

  • @devajitlahon2499
    @devajitlahon2499 Рік тому +4

    অনুষ্ঠানটি চাই বহুত ভাল লাগিল।
    প্ৰেৰণাদায়ক অনুষ্ঠান।দেৰিকৈ হ'লেও তেখেতলৈ অন্তৰৰপৰা অভিনন্দন জনাইছোঁ।💙🙏

  • @chayanikahandique1490
    @chayanikahandique1490 Рік тому +4

    প্ৰতিটো কথা ইমান সাৱলীল ভাৱে বুজাই দিছে খুব ভাল লাগিল অভিনন্দন জনালো আপোনাক❤️love from ধেমাজী

  • @pilygoswami9414
    @pilygoswami9414 Рік тому +2

    নম্ৰতা প্ৰিয়ম আৰু প্ৰণামীকা ভৰদ্বাজ যাৰ নামৰ গভীৰ অৰ্থ বহন কৰে ।দুয়োগৰাকীৰে কথা কোৱাৰ যি শৈলি সঁচা অৰ্থত অতি সুন্দৰ । মই এই ভিডিঅ'টো চাৰি পাঁচবাৰমান শুনিছোঁ।যথেষ্ট প্ৰেৰণাদায়ক এটি অনুষ্ঠান ।ভৰদ্বাজ বাইদেউ গৰাকীলৈ আন্তৰিক অভিনন্দন ও শুভ কামনা জনালোঁ । আপুনি আগুৱাই যাওঁক লগতে আপোনাক ক'ৰবাত কেনেবাকৈ ল'গ পোৱাৰ আশাৰে মই কাৰ্বি আংলং জিলাৰ বকলীয়াৰ পৰা কলোঁ ।ধন্যবাদ

  • @pallabmoran2850
    @pallabmoran2850 Рік тому +4

    মেইন গৰাকীক মই বাদেই দিছো। আমাৰ লগৰে হ'ব, APS হৈ গল 😬
    কিন্তু নম্ৰতা...... 🥰 ইমান সহজ সৰল কথা। মৰমলগা। ❤️ ভাল লাগে শুনি, চাই।

    • @namratapriyam428
      @namratapriyam428 Рік тому

      ধন্যবাদ থাকিল😊

    • @pallabmoran2850
      @pallabmoran2850 Рік тому +2

      @@namratapriyam428 😍 ৰিপ্লাই পালো চোন.....😱😱 ভালে থাকা সদায়। আগবাঢ়ি যোৱা।

  • @pnvassam
    @pnvassam Рік тому +2

    বৰ সুন্দৰ আৰু অনুপ্ৰেৰণামূলক বাৰ্তালাপ । ধন্যবাদ ।

  • @kalpanaboruah3516
    @kalpanaboruah3516 Рік тому +11

    অনুষ্ঠানটি চাই বহুত ভাল লাগিল। যথেষ্ট অনুপ্ৰেৰণামূলক। তেখেতলৈ অভিনন্দন জ্ঞাপন কৰিলো।

  • @Joydepkalita
    @Joydepkalita Рік тому +5

    নম্ৰতা আমাৰ বুলি নকবা ধোঁৱা ওলোৱা বুলি আমাৰ বুলি কলে বহুতকে বুজা হয় মই বুলি কবা মোৰ এটা subject পঢ়িলে ধোঁৱা ওলাই যায় বুলি , চক্ৰ দা আপুনি কিছুমান গুৰুত্বপূৰ্ণ ইণ্টাৰভিউ বোৰ আপুনি লব সুধিব লগা বহুত থাকে কিছুমান ৰৈ যায় এইটো ইণ্টাৰভিউ আপুনি লব লাগিছিল চক্ৰ দা পাৰিলে আৰু এনেকুৱা কে মাতিব দুই এজনক সুধিব লগা বহুত প্ৰশ্ন থাকি যিবোৰে প্ৰথম দিব বা দিম বুলি ভাবি আছে যিবোৰে coaching কৰিব টকা নাথাকে বহুত সহায় হলে হৈ চুলি খিনি লাৰী থাকিলে বেয়া দেখে নম্ৰতা

    • @namratapriyam428
      @namratapriyam428 Рік тому +2

      যিহেতু অনুষ্ঠানটো one to one নহয়। গতিকে তাত মই বা মোৰ বুলি মই ক'ব নোৱাৰোঁ😊 আমি বাৰ্তালাপ শ্ৰেণীকোঠাত সকলো কথা "আমি" বুলিয়ে কওঁ। কাৰণ বাৰ্তালাপৰ ছাত্ৰ-ছাত্ৰীসকলক সাঙুৰি অনুষ্ঠান কৰোঁ আৰু তাৰে প্ৰতিজন student ৰ বিষয়ে মই জ্ঞাত। গতিকে সেইখিনি জানিহে মই কথাবোৰ কওঁ। বাৰ্তালাপত show ৰ কোনো rules/formalities নাই বাবেই এই অনুষ্ঠান আনতকৈ পৃথক। আৰু অনুষ্ঠান কৰা দায়িত্ব চক্ৰপাণি ছাৰে দিছে মোক 😊 নতুনকৈ আগবাঢ়িছো যিহেতু ভুল হোৱাটো স্বাভাৱিক। অভ্যাসেহে শিকাব। আৰু প্ৰণামী বা যিহেতু মোৰ চিনিয়ৰ, তেখেতক মই আমন্ত্ৰণ কৰিছিলো । আৰু এগৰাকী APS ক আমন্ত্ৰণ কৰিম। আপোনাৰ প্ৰশ্ন থাকিলে দিব মোক‌ । নিশ্চয় সুধিম।

  • @purnimasarkar2518
    @purnimasarkar2518 Рік тому +3

    ভাল লাগিল দুয়োগৰাকী NBDian ক একেখন মঞ্চতে দেখি। নিজৰ নিজৰ ক্ষেত্ৰখনত আগুৱাই যোৱা ।

    • @shaherina4130
      @shaherina4130 Рік тому

      বৰ্তমান ময়ো এগৰাকী NBDian😌😊

  • @jasminebaruti622
    @jasminebaruti622 Рік тому +1

    অনুস্থানটো বৰ ভাল লাগিল আৰু দুয়োলৈ শুভকামনা জনালো।

  • @ranjuhazarika9054
    @ranjuhazarika9054 Рік тому

    ইমান সুন্দৰ অনুষ্ঠান !!

  • @nanditakalita172
    @nanditakalita172 Рік тому +1

    অভিন্দন জনালোঁ। 1 no suklai.. ওদালগুৰি জিলাৰ পৰা

  • @khasminchoudhury7682
    @khasminchoudhury7682 Рік тому +7

    Proud to be a NBDian🥰🥰as a hstl senior nd wallmate😃😃

    • @TzP015
      @TzP015 Рік тому

      proud Cottonian

  • @jmbassamesepoemandculture6858
    @jmbassamesepoemandculture6858 Рік тому +22

    এনেধৰণৰ episode ৰ পৰা inspire হ'বলৈ সুবিধা হয়, ভাল লাগিল ❤️

    • @hasanurrahman3249
      @hasanurrahman3249 Рік тому +1

      Baideu open r pora B.A pass korile exam dibo pari ne nai

  • @leenamahela5916
    @leenamahela5916 Рік тому

    Bohut kathaa janibo pariluuu.. Dhoinyowaad❤❤🙏🙏

  • @JasmineAsomiya
    @JasmineAsomiya Рік тому +1

    অনুষ্ঠানটি চাই বহুত ভাল লাগিল। তেওঁৰ কথাবোৰে যথেষ্ট অনুপ্ৰেৰণা দিছে।
    তেখেতলৈ বহুত বেছি শুভকামনা জনালোঁ🙏

  • @anupampator4492
    @anupampator4492 Рік тому +2

    অতি সুন্দৰ অনুস্থান ।❤

  • @EleeGogoi
    @EleeGogoi 6 місяців тому

    Exam r babe Register 1yr agote korib lage neki

  • @tinkumonidutta7751
    @tinkumonidutta7751 Рік тому +1

    অন্তৰ চুই গ'ল যেতিয়া বাইদেউৱে ক'লে গাইদেঞ্চৰ বাবে আছোঁ!!! কাৰণ সেই কথাষাৰে বহুত সাহস দিয়ে

  • @nayanmonidutta7369
    @nayanmonidutta7369 Рік тому +11

    অনুপ্ৰাণিত হ'লো❤️❤️ অনুষ্ঠানটিয়ে মনটোক যথেষ্ট পজিটিভ শক্তি দিলে।

  • @anjanbordoloi8584
    @anjanbordoloi8584 Рік тому +1

    এনেকুৱা বিষয়া সকলক অনুষ্ঠান মাজে সময়ে পাতিলে ভাল লাগিব ।❣️🙏🌼🙏
    অনুষ্ঠানটো চাই ভাল লাগিল, সকলোকে বহুত ধন্যবাদ 🙏🙏

    • @canberaopa4563
      @canberaopa4563 Рік тому

      Ahongkari type. junbur already DSP hoi service di ase heiburok Matibo lge.eijonie just appointment tu paisehe.journey start huwai nai. Kotha dekhun 20bosor maan police t service dya type.

  • @gopalkrishnabarhoi1351
    @gopalkrishnabarhoi1351 Рік тому

    খুব ভাল ইন্টাৰভিউ এটা চালোঁ৷❤

  • @architadeka2622
    @architadeka2622 Рік тому +1

    Iman xundor onusthan.. Kotha botora bur Iman morom loga.. Aru aguai jua tumi, pranami... Bohut bohut xubhessa...

    • @TzP015
      @TzP015 Рік тому +1

      tai jibonot aru unnoti houk

    • @TzP015
      @TzP015 Рік тому

      tumaru bhal houk@archita

    • @architadeka2622
      @architadeka2622 Рік тому

      Ayo dehi. Thank you dei jama...

  • @MukibAhmed
    @MukibAhmed Рік тому +1

    বহুত Positive feel korilo

  • @poojachetia454
    @poojachetia454 Рік тому +3

    Congratulations to her❤️❤️

  • @dipamonichutia5791
    @dipamonichutia5791 Рік тому +2

    Very wonderful presentation both of you.

  • @boloramrabha8546
    @boloramrabha8546 Рік тому +1

    অনুষ্ঠানটো চাই ভাল পালো। পৰৱৰ্তী সময়ত এনেকুৱা অনুষ্ঠান আৰু চাব পাম বুলি আশা কৰিলো।

  • @bontidas7758
    @bontidas7758 Рік тому +1

    Proud of you munu😘❤️aru aguwai Jaa

  • @pahidas34859
    @pahidas34859 Рік тому +1

    Bohut val lagile dai

  • @rupahazarika7613
    @rupahazarika7613 Рік тому +1

    Bohut val lagil tuma katha khini suni

  • @kapildas4639
    @kapildas4639 Рік тому +1

    Apsc exam clear kora besi tan nohoi jodi tmi process mote kam kori jowa so time olp lagibo

  • @sikhamonichoudhury8391
    @sikhamonichoudhury8391 Рік тому +3

    Congratulations to u baaa🎉❤️

  • @hajaratali70
    @hajaratali70 Рік тому +1

    ভাল লাগিল চাই 😊✨✨অলপ হলেও সাহস পালোঁ।❤️

  • @anganaborah1349
    @anganaborah1349 Рік тому +1

    Mur junior asile..ekdam proud feel krisu ..aru aaguai jua 😊

  • @faizurrahman8473
    @faizurrahman8473 Рік тому

    এখেতৰ লগতে মই তোমাকো অলেখ অভিনন্দন জনাইছোঁ। কাৰণ তুমি একেবাৰে চেইম টু চেইম চক্ৰ দাৰ নকল কপি কৰিব পাৰিছা।

  • @KrishamkeshSaharia
    @KrishamkeshSaharia Рік тому +2

    সুন্দৰ অনুষ্ঠান

  • @rimjimkonwar
    @rimjimkonwar Рік тому

    ভাল লাগিল❤❤

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL Рік тому +2

    অতি সুন্দৰ

  • @Rahul_Mon_Jai.
    @Rahul_Mon_Jai. 11 місяців тому +1

    Apsc t english tmm lge nki

  • @soilengogoi4777
    @soilengogoi4777 Рік тому +1

    ভাল লগা অনুষ্ঠান এটা পালো

  • @diyadiya2706
    @diyadiya2706 11 місяців тому

    Congratulations mam🙏

  • @footvlogging3507
    @footvlogging3507 Рік тому +1

    বহুত ভাল লাগিলে video টো চাই আৰু আপোনাৰ মই প্ৰতিটো video চাও

  • @malayadevi1713
    @malayadevi1713 Рік тому

    Very very impressive personality Miss Bharadwaj ma'am..and interviewr s personality is also good

  • @jintumahanta3094
    @jintumahanta3094 Рік тому +3

    Congratulations 🌹🌹♥️♥️

  • @shyamalborah1997
    @shyamalborah1997 Рік тому +1

    Cottonian 🔥🔥🔥✊✊

  • @dharitriphukan2507
    @dharitriphukan2507 Рік тому +1

    Congratulations to her 💐💐🌹🌹

  • @hiteshentertainment839
    @hiteshentertainment839 Рік тому +1

    টংলাৰ পৰা শুভেচ্ছা জনালো💐

  • @smitabaishya8122
    @smitabaishya8122 Рік тому +3

    Congratulations ❤️🎉 to her

  • @sushilkonwar7012
    @sushilkonwar7012 Рік тому +7

    ধন্যবাদ । আশা কৰিম এগৰাকী অসমৰ দক্ষ পুলিচ প্ৰশাসনীক বিষয়া হৈ নাম উজলোও তাৰে কামনা থাকিল । সকলো দিশতে নিস্বাৰ্থ ভাৱে কাম কৰি গ'লে কেতিয়াও সমস্যা সন্মূখীন হ'ব লগা নহয় । Concentration must be applicable in police journey.

  • @jharnamonitaye4983
    @jharnamonitaye4983 Рік тому

    Bohut discipline hoy baidewjoni. Heyehe ebarote clear korise.

  • @niharikathakuria6653
    @niharikathakuria6653 Рік тому +3

    Inspirational episode ❤️

  • @sanjuctadutta8611
    @sanjuctadutta8611 Рік тому +2

    Congratulations Baa ☺️

  • @parthaborah5724
    @parthaborah5724 Рік тому +1

    বহুত কথা জানিব পাৰিলো

  • @nafijarahman4678
    @nafijarahman4678 Рік тому +1

    Really a inspiring video ❤️

  • @biturajdas7305
    @biturajdas7305 Рік тому

    Bartalaap a enekua dhoronr interview loi ahok.... ❤️

  • @alismitamajumdar2538
    @alismitamajumdar2538 Рік тому +1

    Katha bur iman dhuna pranami tumar

  • @NishitaChutia-kb3rh
    @NishitaChutia-kb3rh Рік тому +1

    Congratulations 🎉

  • @jugalkishorbordoloi8691
    @jugalkishorbordoloi8691 Рік тому +1

    Namrata priyam tumar kotha kua style tu bor val lagixe...

  • @NurulIslam-jc4rm
    @NurulIslam-jc4rm Рік тому

    Congratulations

  • @nikumoniborah615
    @nikumoniborah615 Рік тому

    Bht vl lagil xuni asilu pranami baa r relativr pora pranibar kotha hosa koi bht vl lagil bht nojona kotha janilu pranami baa thank you 🙏 amar tezpur swali aguwa juwa anekoi vl koi kam bor kori juwa 🥰

  • @MoviesRP-39
    @MoviesRP-39 Рік тому

    Tekhetor kothabur bht positive... Val lagil xuni😇❤️

  • @sanjibvlog2686
    @sanjibvlog2686 Рік тому +1

    Very well explained ...congratulation and best of luck sis..👍

  • @dipsikhachetia111
    @dipsikhachetia111 Рік тому +1

    Bor hundor

  • @ankurhaloi6923
    @ankurhaloi6923 Рік тому

    Dhunia lagil ba♥️♥️

  • @Dreamer9.
    @Dreamer9. Рік тому +2

    Thnks for motivating

  • @gokulbania29
    @gokulbania29 Рік тому +1

    We are proud of you😘

  • @junmonigohain16
    @junmonigohain16 Рік тому

    অভিনন্দন জনালোঁ ❤️

  • @parikshitdas7054
    @parikshitdas7054 Рік тому +1

    Pranami😚 Proud proud

  • @CC.nabadipnath
    @CC.nabadipnath Рік тому +2

    Bhal lagil. 👌

  • @karishmasaikia7221
    @karishmasaikia7221 Рік тому +1

    Congratulations baa

  • @Nibarondaa
    @Nibarondaa Рік тому +1

    Love from Sapekhati ❤️

  • @riniki271
    @riniki271 Рік тому +1

    Anekuwa bur sai vl lge

  • @viduniya9901
    @viduniya9901 Рік тому +1

    attempt kei number dangor kotha nahai.....ai attempt tor arot tekhetor kiman bosorr toposya asil xeito dangr kotha

  • @sumanchaharia4774
    @sumanchaharia4774 Рік тому +1

    Need this type of episode

  • @gourangabora7369
    @gourangabora7369 Рік тому

    A great interview❤

  • @kabyashree5015
    @kabyashree5015 Рік тому

    Congratulations 🎉 bohut val lagil🥺❤️

  • @bhagyasreehazarika122
    @bhagyasreehazarika122 Рік тому +1

    Val episode eta palu

  • @CivilGlows
    @CivilGlows Рік тому +1

    Inspirational

  • @sanjanakochari2468
    @sanjanakochari2468 Рік тому

    Thnk u mam......

  • @Ajkbvvvv
    @Ajkbvvvv Рік тому

    Apsc babe math kiman important didi plz jonabo sun

  • @AbdulMannan-pc4yc
    @AbdulMannan-pc4yc Рік тому

    moi baideyer logot meet koribo bisaro

  • @mirageafricanjungle3290
    @mirageafricanjungle3290 Рік тому

    Nomrotapriyom hosakoi tumk bohut val lagyy..... 👍💥❤ keep it up 👍

  • @biswajyotinath4184
    @biswajyotinath4184 Рік тому

    Congratulations my dear baaa

  • @malayahazarika7608
    @malayahazarika7608 Рік тому

    Congratulations❤️❤️

  • @hirakjyotibarman8938
    @hirakjyotibarman8938 Рік тому

    Val lagil❤️

  • @pinkibora3987
    @pinkibora3987 Рік тому +1

    Dhunia

  • @nafijarahman4678
    @nafijarahman4678 Рік тому

    ❤️❤️❤️❤️

  • @bantibora750
    @bantibora750 Рік тому

    Val lagil.

  • @solmontanti7047
    @solmontanti7047 Рік тому +1

    ❣️❣️❣️❣️

  • @palashneog7771
    @palashneog7771 Рік тому +1

    First viewers first like

  • @humanbeing9098
    @humanbeing9098 Рік тому +1

    suli khini sui sui anchoring nokora o aai...

  • @bhargabjyotinath9933
    @bhargabjyotinath9933 Рік тому

    Very inspirational

  • @samujjaldehingia1024
    @samujjaldehingia1024 Рік тому +68

    ...Tai jdi hodai enekoi suli khini Sui thake....nasao aru dei...

  • @manjulpathak4182
    @manjulpathak4182 Рік тому +2

    নম্ৰতা তুমি বহুত আগুৱাই যাবা। তুমি সকলোৰে প্ৰিয় হ'ব পৰা সকলো খিনি গুণেই তোমাৰ আছে ....

  • @sumihazarika2423
    @sumihazarika2423 Рік тому +2

    Pranami baa lgt online Contact knke krib pari. Janabosun

    • @TzP015
      @TzP015 Рік тому

      instagram ot pabo pare

  • @sportsstatus4k150
    @sportsstatus4k150 Рік тому +1

    First viewers

  • @dimpigogoi7858
    @dimpigogoi7858 Рік тому +4

    Very inspiring and motivating . Thankyou 😊

  • @jayantachetia4607
    @jayantachetia4607 Рік тому

    Xundar anusthan