'যাত্ৰা'ৰ 'ৰেন মৌ'ত আইচেংফাৰ স'তে মৰাণৰ গৌৰব কুসুম কৈলাস | Jaatra EP 12 feat. Kussum Kailash
Вставка
- Опубліковано 24 жов 2023
- EP 12 featuring well known Singer Kussum Kailash
.
.
.
Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. But that's not all! We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credit -
Host and Concept - Aichengfa Boruah
Wardrobe - Pallabi Baishya
Direction & Video Edit - Vedant
Cinematographer - Shyamol Gogoi, Shyamol Chetia, Akashdeep Gogoi
Audio Production - Xulfi Nawaz
Make-Up - Manas Rabha
'যাত্ৰা'ৰ 'ৰেন মৌ'ৰ পৰিয়ালৰ তৰফৰ পৰা প্রতিগৰাকী মৰমৰ সহযাত্রীলৈ শাৰদীয় দুর্গা পূজা আৰু আগন্তুক কালীপূজাৰ অফুৰন্ত শুভেচ্ছা যাচিলোঁ... ♥️♥️পৰিয়ালটিৰে স'তে আপোনালোক সকলো কুশলে থাকক...🙏🙏ময়ো পূজা বুলি এইবাৰ ক'তো ফুৰিবলৈ নাপালোঁ বাবে ইয়াতেই অকণমান সাজি কাচি ওলালোঁ দেই ৰাইজ লগতে ভাই কুসুমৰ স'তে অকণমান আপোনাসৱৰ মনোৰঞ্জনৰ বাবে দুই এটা খেলো খেলিলোঁ ... 🤗😍কেনে পালে খণ্ডটি জনাব দেই 🙏
ভাল লাগিল ❤ আগুৱাই যাওক এই যাত্ৰা ❤😊
Bohut bhal lagil, kussum da one of our favorite. Pls Bornali Kalita baak matibo, another favourite. Pls pls pls
আপোনাৰ অনুষ্ঠান তিৰ সহযাত্ৰী হবপাই ধন্য হৈছোঁ । লগতে যাত্ৰা ৰ বিজয় অব্যাহত থাকক .. বা .. অনুপম শইকীয়া দা,ক মাতিব চোণ
কয়লা ক্লা কয়লা
Excellent
ভাষাৰে বুজাব নোঁৱাৰো।এই মৰমলগা সন্তাটিক আমাৰ মাজলৈ আগবঢ়াই দিয়াৰ বাবে কুসুমৰ মাতৃলৈ ধন্যবাদ যাঁচিছো। কুসুমৰ সহধমিনীক মৰম যাঁচিলো।তেওঁক কামৰ বাবে সৰ্হধমিনী হৈ তুমি যি প্ৰেৰনা দিছা তাৰ বাবে বহুত বহুত মৰম যাঁচিলো।"যাত্ৰা" অনুষ্ঠানত কুসুম তুমি গোৱা শেষৰ গীতটো শুনি তোমালৈ ধন্যবাদ যাঁচিলো।সুন্দৰ সুন্দৰ কাম কৰি যোৱা আৰ্শীবাদেৰে "শুভৰাত্ৰি"।🙏🙏🙏
কুসুমৰ কথা-গীতত সমাজলৈ বাৰ্তা আছে। তেওঁৰ গীত হৈ পৰক সমাজৰ ইতিবাচক পৰিৱৰ্তনৰ মাধ্যম।
আশীৰ্বাদ আৰু শুভেচ্ছা আছে সদায়।
।
সকলোৰে যাত্ৰা শুভ হওক।
কসুম দা কৃষকৰ বাবে বহুত ধুনীয়া কথা কলে আপোনালৈ বহুত বহুত ধন্যবাদ
কুচ্চুম দাকেই ভগৱান বুলি মানি আহিছোঁ , অনাগত দিনবোৰতো তেওঁক নিজৰ গুৰু মানি তেওঁৰ আশিবাদত মইও সৰু সৰু কিছুমান কাম কৰিবলে সাহস পাইছোঁ ,🥺❤️
বহুত ভাল ল'ৰা অ' কুসুম কৈলাশ। খুবেই ভাল লাগিল কথাবোৰ ❤
অসমৰ অধিক সংখ্যক জনপ্ৰিয় কন্ঠশিল্পী উজনি অসমৰেই সেইটো আমাৰ বাবে খুবেই গৌৰৱৰ কথা,, মৰানৰ ষ্টুডিঅত গীত কৰা মানেই সেইটো গীত চুপাৰহিট বুলি ধৰিব পাৰি , এই ক্ষেত্ৰত কুসুম কৈলাস, নীল আকাশ, লাটুমণি, উজ্বল আৰং, ৰিদিপ ৰংকিত, ৰমেন দানহ এইকেইজনৰ অনবদ্য অৰিহনা আছে,,, ❤❤❤
100
কুসুম দা ❤ মনৰ পৰা ভালপোৱা সহজ সৰল মানুহজন 🥰
বহুত গায়ক আছে কিন্তু এইজন মোৰ প্ৰিয় গায়ক।kussum দা বহুত সহজ সৰল,এজন গাঁৱলীয়া চহা খেতিয়ক কাৰণে তেওঁক মোৰ ভাল লাগে। তেওঁ যিহেতু গাঁওৰ পৰা তেওঁৰ stagl besi.
Kussum dai right 👍 kotha koise গাঁৱৰ খেতিয়কে একো সুবিধা নাপায়।।
Next অত (মৌচম গগৈ) দাদাক jatrat লাগে বা বহু অপেক্ষা কৰি আছো আমি 🎉❤❤
ইমান সহজ সৰল মানুহ তেওঁ ।বৰ ভাল লাগিল বা তেওঁক অনাৰ বাবে❤
Kailla
বৰঅসম গীতটিয়ে স্পৰ্শ কৰি গ'ল❤
বৰ অসম গীতটো মই 1000 টাইম শুনিছোঁ ৷ জানো কোনো বিশ্বাস নকৰে ৷
Moiu hunisu
ময়ো শুনিছো
Yehhhh....
my favourite singer, rapper,all time favourite 🔥🔥🔥🔥..
Kusum bro💗🤟
মোৰ মনৰ পৰা ভাল পোৱা মানুহজন কুসুম দা❤❤❤
আইচেংফা বৰুৱা, আপোনাৰ যাত্ৰা সফল হওক
Ki kom vakha ni ajir dinot emn hohoj horol kotha pota manuye ni....jot emn gun thoka ajon Manu hoi...kusum da valei thaka...vogobane hodai valei rakhok .....🥰🥰🥰🌄
❤🎉❤ we're proud of him. Grand salute to you Kusum Kailash.. Always be positive and happiness.❤🎉❤
সচাকৈ ভাল লাগিল বা চাই । কুসুম দাৰ প্ৰতিটো গানে ভাল লাগে মোৰ বিশেষকৈ বৰ অসম গীতটো আৰু এনেদৰে ভিডিঅ' বোৰ পাই থাকিম বুলি আশা ৰাখিলোঁ বা ।
Bhut beci val paw kusum koilas dak...log pabo bhut mon jai...😢....love from majuli ❤❤
Attitude thoka hokole attitude ndekhai...... Kusum koilash u tnkua ejon manuh... Jiye attitude ndekhai😎😎❤️ekdm simple manuh😍❤️
🙏🏻💐বাইদেউ শুভেচ্ছা থাকিল।🙏🏻💐 কুসুম ককাই তোমাৰ লৈ শুভেচ্ছা আৰু অলেখ মৰম স্নেহ জাছিলোঁ
Salu dei.....khub vaal lagil....moi likhi diya sathor keita xudhila.....এঙাৰে kin2 gutei programme tu jomai dile Gokhani...duitake but dhuniya o lagise......❤❤❤❤
Kussum dadak hosai bohut val lage ❤❤ I am your Big fan ❤❤ apunar pora bohut hahokh pau 🙏lgty apunaluk or ai jatra tu hodai aguwai jauk tary kamona koru
Bohut val lagil monot thaki zabr aji jatra ❤ super 🙏🙏💝
Kusum Koilakh is creating music for generations to come too see what actually rich assamese culture is
খুব ভাল লগা এজন সহজ সৰল শিল্পী কৈলাশ দা love you
ভাল লাগিল কুসুম দাৰ কথা বিলাক তেওঁ এজন সহজ সৰল মনোভাবেৰে আগবাঢ়ি যাওক তাৰেই কামনাৰে আপোনাৰ অনুৰাগী .....লগতে আইচেংফা বাকো শুভেচ্ছা থাকিল ❤
Love you kusum da... love from charaideo patsaku.❤❤❤
ককাইদেউৰ কথাবোৰ বৰ ভাল লাগিল , আইছেংবা ভাল লাগিল আপোনাকো ♥️
ভাল লাগিল আপোনাৰ অনুস্থানতি চাই আৰু ভাল ভাল কাম কৰি আগুৱাই যায় Love from sadiya ❤️
Kussum da mur dore bohut heartbreaking manuh 😢😢 aru bohut khub xumai ase i understand😢aku ni aguwai jua different style❤❤❤
I love you kusum koylass❤❤❤❤❤❤
❤❤❤❤ joy aai axom axomia I love you Axom North East axom India
Kusum da manuh2 bohut free..... Adin log paisilu... Sibasagar t... Bohut Val lagile dada k..... Moi dada.k bohut Val paw❤
Hosake xohoj Xorol manuhjon ......down to earth 🌍 .....bhal lagise video tu sai
Kussum daa always rocks 😎🤟🏽
Kussum Kailash ❤
Neel Akash Matok ❤ aru ujjal arong
Ba chenel tu moi aji paisu pai bohut val lagile ba r ai jaatra onushthan tu mur bohutei priyo hoi poril aji apunar jitu onushthanot asile axomor jonopiriyo singer kusum koilas mor otikoi priyo tekhetor geet bur huni bohut val pau❤❤❤❤👌👍
Kussum dai savage dila😂😂
Bohut bohut xuvokamona jonaloo Kusum Kailash k. Go ahead way to your journey. All the best wishes to you and your family. God bless to you. With regards.
Love you kusum da❤❤❤
কুসুম দাক বহুত ভাল ❤❤❤❤ এটা কথা কম ঘৰৰ ফোন আহিলে received কৰিব লাগে বুলি ভাবোঁ কিবা বিপদ ত পৰি অ call কৰিব পাৰে। আৰু বা পাপন দা লগত কেইদিন মান আগত আফ্ৰিকাত বিহু গায় অহা ঢুলীয়া,নাচনী, গীটাৰ বাদক সকলক লৈ এটা প্ৰগ্ৰেম কৰিব নোৱাৰে নে।
Val loga manuh jon❤️❤️❤️❤️
Bohut val lagile sai ❤
Eman dhuniya koi kumal koi kotha bur koi kusum da a
Jatrar hohojatri hua dinor porai bohut notun kotha hikisu janisu bujisu. Ei episode tu saiyu bohut bohut bhal lagil, ek second u eri dia nai.
ধুনীয়া। বহুত ভাল লাগিল।
বহুতো ভাল লাগিল কুসুম দাৰ কথা শুনি,,❤
Kusum Kailash rockstar
Kusun da apunar voice xosai bahut bahut mitha ❤❤❤love u kusum da ♥️
কুসুম দা মোৰ বৰ প্ৰিয়🥰।
My favourite singer ❤❤❤
Best Assamese rapper
love you kussum da
যাত্ৰা অনুষ্ঠানত বহু অপ্ৰকাশিত গায়ক, শিল্পীৰ মনৰ কথাবোৰ জনাৰ ইচ্ছা আছে, ভবিষ্যতে চাবলৈ শুনিবলৈ পাম বুলি আশা কৰিলো
Val lagil
বহুত ভাল পাও কুসুম দাক
অতি সুন্দৰ কুসুম দা ❤ লক্ষীমপুৰৰ পৰা মৰম যাচিলো দা দা আপোনাক মোৰ বহুত ভাল লাগে। নিচ্চয় এদিন লগ পাম দা দা 🌼🪻
My favorite kussum koilash ❤
Love you kusum da ❤❤ apunar gan huni bhut val lage
আমাৰ আজিৰ চৰকাৰ
আগৰ চৰকাৰ
গীতেই বদমাজ,,, সেই মানু সেই আত্মা,, দাদা কথাটো Right
,,,,Other state গাখীৰ উৎপাদন বৃদ্ধি যেনেকৈ কৰে তাৰ উচিত মুল্য পাই,, হাৰিয়ানা Punjab চাউল খেতি,,, তাৰ চৰকাৰে চকু দিয়ে,,,, আমাৰ কেইটা মানে কেনেকৈ লুতিম অসমক,,, তাৰে দিন ৰাতি ভাবি থাকে😅😅😅যি কি নহওক vl lagil dadak sai,,, aru Baidey ❤❤❤❤❤
Thanks my classmate Aichengfa. From Dharani, Chabua, Dibrugarh.
Golden voice.my favourite singer❤
Bohut val lagil sai...👍👍👍👍
Baa apuni bhut duniya.. Lv frm mangldoi'
Kusumdar kothabur mur bohut vl lagil baa . logote apunar uposthapon hoile . thank you sooo much baa❤
khub val lagil ❤❤ kussum da hodai🤟🔥
Val lagil kussum daak sai
বহুত ভাল পোৱা এজন ব্যক্তি❤❤
মাটিৰ মানুহ ❤
কুসুম কৈলাসে বাগানীয়া গীত আটাইতকৈ ভাল গাইছে আৰু আমি বাগানীয়াবোৰ তেওঁৰ দীৱানা৷
Moja lgil dai Amar moran or kussum dar interview to sai❤❤❤🎉🎉🎉 🔥🔥🔥🔥🔥
Kussum koilash daak hosai bohut val lage kotha botora git homuhok2 koboi nelage❤
🙏 aisenfa ba...
Apunar aee jatra rengmor anusthan to sai bohut bohut a Val lage.. akha koru apunar aee anusthan to ru aguwai juwok... Baa jiheto bhugali bihu ahi ase take loi apuni tholuwa hai agor bihur logot jorito thoka ata video ata dibo paribo niki..... Jodi kiba likhat vul hoise marjona kore Jen🙏..
এদিন উজ্বল আৰং ক মাতিব চোন আইচেংফা বৰুৱা ৰ ভাষা টো ভাল লাগিল। প্ৰকৃত অসমীয়া
Next Neel Dak pam buli akha thakil❤😊
Bahut val lagil dai my favourite singer kussum da ammar moran or baba gourabor kotha ❤️❤️
অসমৰ বিশেষ মানু্হ জন ♥️♥️
Kusum da good singer❤❤baki val lagil
ভাল লাগিছে ভিডিও চাই ৱা আপোনাক
Kushum koilash Da ❤❤❤❤❤❤
Love you kussum da❤
Kasum da apunak bohut val paw. Apunar prataktu gany hunisu ❤❤❤❤
ধুনীয়া লাগিলে ককাই ❤❤❤❤
কুসুম দা ❤ প্ৰিয় মানু্হ জন ❤️❤️❤️❤️
খুব ভাল লাগিল বা।
Long live jatra
Kussum dar voice tu bohut morom loga
ভাল লাগিল।❤❤❤❤❤
সুন্দৰ ❤
favourite kussum da ❤️
Waaoo.kussum da....love from Moran ❤️,,and thank you ba kailash da matar krne
Kusum kokai love you
৪৫ মিনিট ত কুসুম দাৰটো শুদ্ধ ,এঙাৰ জন্মটে ৰঙা আৰু পিছত কলা,
Mojaaaa Kussum Da
Bow babe gua gantu bhut val lagile ❤❤❤
All tha bast thank you
Love from bokata patsaku dei❤️
বহুত ভাল লাগিল