Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
কুসুম কৈলাশ কিন্ত বহুত সহজ সৰল ব্যক্তি কথাবোৰৰ পৰা অনুমান কৰিব পাৰি।
নবপ্ৰজন্মৰ গায়ক (লৰা)হিচাপে কুসুম, আচুৰ্য, আৰু নীল কে বেছি ভাল পাও❤।
Joi zubeen da❤
অসমৰ সংগীত জগতত এক নতুন ধাৰা সৃষ্টি কৰা ব্যক্তিজনেই হৈছে কুসুম কৈলাস।
Neel dak anibole vote diyok❤
প্ৰয়োজন নাই
Really @@ParthaPratimVlog
@@ParthaPratimVlog😂😂😂
কুসুম কৈলাশ এজন সহজ সৰল আৰু মাটিৰ মানুহ। মোৰ প্ৰিয় গায়ক।গান বিলাক বহুত ধুনীয়া। মঞ্চত বৰ ভদ্ৰ হৈ বেছ ধুনীয়া কৈ গীত পৰিৱেশন কৰে। আপোনাৰ নতুন গানৰ অপেক্ষাত আছো❤❤।
মাজনী মেঘে মাৰে গাজনি সদাই প্ৰিয় ❤❤❤
মোৰ প্ৰিয় গায়ক,ভাল পাওঁ কুসুম দাক সদায় প্রিয় হৈ থাকিব
শিৱসাগৰ নামতি শ্বহীদ পিয়লি ফুকন কলেজত নৱাগত অনুস্থানত আহিছিল ❤❤❤কুসুম দা গান বহুত বেছি ভাল লাগে ❤❤❤
এখেতৰ প্ৰত্যেক টো গান ভাল লাগে❤❤
He is very innocent, fine hearted person and also Bindass person.
বৰ সুন্দৰ কথা কৈছে কুসূম কৌলাশে ।শিক্ষা মানে কেৱল কিতাপ আৰু সংগীত নহয়। শিক্ষা হল অনবৰতে প্ৰশ্ন সুধি থকাৰ অভ্যাস । ভুল আতৰাই সত্যক প্ৰতিষ্ঠা কৰাটোৱে শিক্ষাৰ লক্ষ্য ।কল্পনা কৰিবলৈ নিশিকিলে ছবি আকিব নাজানিলে ভাল কাৰিকৰ বা মিস্ত্ৰীও হব নোৱাৰি।এই কথাবোৰ স্কুলতেই শিকাৰ সময়।যান্ত্ৰিক ভাবে পঢ়া-লিখাখিনিকে আওৰাই হয়তো প্ৰচলিত পৰীক্ষা পদ্ধতিত বহু নম্বৰ পাব পাৰা যায়। পৰীক্ষাত ভাল নম্বৰ পাই ভাল ফলাফল দেখুওৱাৰ লগতে আন বিষয় আন কথা জীৱন জগতৰ আন দিশৰ প্ৰতি ইচ্ছুক হৈ থকা সকল হে দৰাচলতে মেধাৱী চোকা । সুন্দৰ শুভকামনা জনাইছো বাইদেউ।Guy's support me friends please connect .
Kussum Da my favorite singer ❤ love from Lakhimpur
কুসুম কৈলাসৰ স্কুল কলেজৰ জীৱনী মোৰ লগত সম্পূৰ্ণ মিল আছে। শিক্ষকৰ প্ৰিয় নোহোৱাৰ পৰা সকলো। আৰু জেদ ভাৱবোৰ একেই
কুসুম কৈলাশ ককাইদেউৰ সকলো গানেই প্ৰিয় ❤বহুত ভাল লাগিলে সাক্ষাৎকাৰ টো চাই ❤😊
Kussum da my favourite singer ❤️ apuni ru aguai jauk apunr gaan bur Mur hodai priyo 🔥🔥🔥🔥🔥💯
My favorite singer Assamese ❤😊
অপ্ৰিয় সত্য কথা কৈছে খোলা মনৰ মানুহ বহুত ভাল লাগে কুচুম কৈলাশক 🙏
Kussum দা ক মতাৰ বাবে ভাল লাগিল নীল দাকো মাতক ❤
সদায় প্ৰিয় মানুহ জন❤
Priyanka bharali ba debojit borah interview lage
Tamam kajiya lagibo 😂
My favourite singer.... Love from dergaon
কুসুমদা সদায় প্রিয়
💕💕💕💕kussum kailash bohut bohut bohut................... Vl lage 🕺🕺🕺
Right❤
Hoskoi bohut simple aru hadharon manuh kusum daa❤
Kussum koilash is my favorite singer❤
কুসুম্ এজন সহজ সৰল মনৰ জীৱন যুঁজাৰু ❤ বহুত মৰম থাকিল
Kusum koilas Kokai deu mur feveurit singer. I L❤ kusum da.thank ba kusum Dak Interview tu luhar karone❤❤❤
Kushum Kailash da ❤ U....❤from Jorhat
My fvrt singar
Apunar gaan khini matir gaan hoi bhut bsi val lge...... Moi apunar big fan love you kussum da from Tezpur❤❤❤
Fav singer favourite hima ba
ধুনীয়া লাগিছে ককাই❤
Kussum Kailash da'r hokolu gaanei mur priyo 😍 bohut besi bhal pau ❤️ love from Dhemaji ❤
কুসুম কৈলাস দাদা ৰ গান শুনি বহুত ভাল লাগে
Bohut val lage kusum Dak..teur potitu gane mur val lage aru dadar potitu interview saisu..val lage
Kussum da mur maa r fvrt singer ❤❤❤❤❤❤❤❤❤ Love from morigaon 3:59
kusum da bhut besi free aru hohoj horol moi lg paisu so bhut besi dhuniya aru khula ontor r aru toi buli muk matisil so hey tu besi apun lagile❤️🥰my fvrt❤
Kusum koilash k bohut Vl lage 👌Vl lage taure gan 👌👌👌
Kussum kolash next level ❤
💗আমাৰ মাৰ বহুত. প্ৰীয় কুসুম. দা❣❣ফ্ৰম বকো❤️
Kotha kuar hoili....nomrota ru vodratar babe euu hokolutkoi priyo singer mur....abar euu amar college spp t ahisil usrr pora dekhilu ....teu bhut hohoj horol ru khula......ru bhut dhuniya,
কুসুম দাৰ দৰেই মইও স্কুল বা কলেজত কোনো শিক্ষক তথা শিক্ষয়িত্ৰীৰ আপোন হোৱা নাছিলোঁ 😢 সকলোতে স্বজনপ্ৰীতি
Kussum kailash is my favourite ❤
ছাৰ সতে একো মৰম নকৰে আমাক একো ভাল নাপায়। ভাল লাগিলে কথাষাৰ ।
কুসুম কৈলাসৰ গান বহুতেই ভাল লাগে ❤❤❤
My favorite singer kussum da❤️🙏
My Favourite singer ❤
Kussum kailash ❤❤❤❤❤ my fvrt
Kusumda k bohut val lage ru tew r gaan blk u... Aguwai jauk apuni🙏
Very simple and good human being ❤❤❤ nice interview Himashree
Apunar gan bohut vl lage
Eman khula monor manuh khub val lagil❤️❤️
বহুত ভাল লাগিল সাক্ষাৎকাৰটো চাই ❤️
Bohut val lagil dekhi thaku jodi u tewr monr kotha bur aji bohut janibo parilu ❤ sobote Sher kori disu dei 😊😊 love from moranhat
I love singer 🧑🎤 kussum Kailash ❤
ভাল লাগিল ❤
Belegor tu najanu moi manuh jonk bht vl pau tekhetor personality tu mur bht vl lage tethet aru aguwai jauk take bhagabanor usrt prathana korisu
Rught❤
Hundor love from Golaghat ❤❤❤
বহুত ভাল লাগিল ।
Kusum koilas da log pai bhal lagil thank you hima
Best of the best singer ❤
Borhiya ❤❤❤
Last 2 vl lgile 😂 Vl kolu ne vai toie kobi atia Kussum da jui❤
Vl lga apunkek sir❤
বাইদেউৰ Programe চাই বৰ ভাল লাগে ❤।
Zubeen daa r interview lage jodi like kora
Khub val lagil kothabur xuni ❤
I love ❤Kusum Kailash ❤❤❤
ভাল লাগিল।
বহুত সুন্দৰ,ভাল লাগিল 🙏🙏🙏💐
Kusum dak khubei vl lge❤❤❤❤❤ from karbi anglong
আকস্মিক ভাবে সামৰণি কৰি দিয়া বাবে অসন্তোষ হলো । কোৱা বাবে বেয়া নাপাব ।
আমাক লাগে নীল দা ❤❤আৰু কাক কাক লাগে নীল আকাশ ককাইদেউ
Bht kosto korise dada e.... always love u kusum da❤
Bht val lge ❤
My favourite singer ❤❤❤❤
Mor life ot vl puwa manhu jon Kussum Da .bohut log pabo issa ase 😊
জুবিন গাৰ্গ আৰু কুসুম কৈলাশ চিধা মানুহ চিধা কথা কয়❤️🔥
Val hoise 🎉🎉🎉🎉🎉
বহুত ভাল লাগিল
Kusum da tumi 🔥🔥🔥
ভাল লাগিল
Ba aibar neel akash dar wife k matib sn🙏
Yes ❤
Kam ny aibur
Axomiya ganok notun rup diya prothom jon manuh ❤❤❤
Fvrt singer ❤
Bahut vaal lagil ❤❤❤❤❤
Sai val lagil❤
Bahut bhal lagil...
My favourite singer kusum da❤😊
Mor fvrt singer kusum da ❤❤❤
চোৱা না তুমি -- আজি মই -- তোমাৰ কাষতে -- আজি তুমি মোক -- সকলো দিশ সামৰি -- সুধিব পাৰা -- ইমান দিন -- তুমিও চাগে --- মোক -- লগ পোৱাৰ -- দুৰ্বাহ হেঁপাহ আছিল -- নাজানো তুমি -- সুধা প্ৰশ্নৰ -- কিমান দূৰ সদুউত্তৰ -- দিব পাৰোঁ -- মোৰ কিন্তু -- ইমান বেছিকৈ -- জ্ঞান নাই -- পোনপটীয়া প্ৰশ্ন -- সোধিবা দেই -- বিশেষ কৈ -- আমাৰ মাত কথা -- সুৱা লা নহয় -- থৰংগা তৰংগ -- audiance শুনি -- ভাল নাপাব -- তাৰ বাবে -- আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ -- লাহে লাহে কিন্তু -- adjust হব পাৰোঁ -- পিছত মোক -- নকবা দেই -- মোৰ interview টোত -- viewers নাহিলে বুলি --
I love kusam da❤❤love frm kokrajhar
All time favorite kussum da❤
Vl lgil hosai
My favorite Singer love from moran
Bohut khang khos kotha bur bohut val lagil
প্ৰিয় আপুনি হয়তো নাজানে আপুনি সদায় প্ৰিয়❤️🩹❣️
Val lagil kotha bur huni❤
ইমান সহজ সৰল, শুনি বৰ ভাল লাগিল
bohot val lagil baa val lage kusum dak ❤❤❤❤😊😊😊
কুসুম কৈলাশ কিন্ত বহুত সহজ সৰল ব্যক্তি কথাবোৰৰ পৰা অনুমান কৰিব পাৰি।
নবপ্ৰজন্মৰ গায়ক (লৰা)হিচাপে কুসুম, আচুৰ্য, আৰু নীল কে বেছি ভাল পাও❤।
Joi zubeen da❤
অসমৰ সংগীত জগতত এক নতুন ধাৰা সৃষ্টি কৰা ব্যক্তিজনেই হৈছে কুসুম কৈলাস।
Neel dak anibole vote diyok❤
প্ৰয়োজন নাই
Really @@ParthaPratimVlog
@@ParthaPratimVlog😂😂😂
কুসুম কৈলাশ এজন সহজ সৰল আৰু মাটিৰ মানুহ। মোৰ প্ৰিয় গায়ক।গান বিলাক বহুত ধুনীয়া। মঞ্চত বৰ ভদ্ৰ হৈ বেছ ধুনীয়া কৈ গীত পৰিৱেশন কৰে। আপোনাৰ নতুন গানৰ অপেক্ষাত আছো❤❤।
মাজনী মেঘে মাৰে গাজনি সদাই প্ৰিয় ❤❤❤
মোৰ প্ৰিয় গায়ক,ভাল পাওঁ কুসুম দাক সদায় প্রিয় হৈ থাকিব
শিৱসাগৰ নামতি শ্বহীদ পিয়লি ফুকন কলেজত নৱাগত অনুস্থানত আহিছিল ❤❤❤কুসুম দা গান বহুত বেছি ভাল লাগে ❤❤❤
এখেতৰ প্ৰত্যেক টো গান ভাল লাগে❤❤
He is very innocent, fine hearted person and also Bindass person.
বৰ সুন্দৰ কথা কৈছে কুসূম কৌলাশে ।শিক্ষা মানে কেৱল কিতাপ আৰু সংগীত নহয়। শিক্ষা হল অনবৰতে প্ৰশ্ন সুধি থকাৰ অভ্যাস । ভুল আতৰাই সত্যক প্ৰতিষ্ঠা কৰাটোৱে শিক্ষাৰ লক্ষ্য ।কল্পনা কৰিবলৈ নিশিকিলে ছবি আকিব নাজানিলে ভাল কাৰিকৰ বা মিস্ত্ৰীও হব নোৱাৰি।এই কথাবোৰ স্কুলতেই শিকাৰ সময়।যান্ত্ৰিক ভাবে পঢ়া-লিখাখিনিকে আওৰাই হয়তো প্ৰচলিত পৰীক্ষা পদ্ধতিত বহু নম্বৰ পাব পাৰা যায়। পৰীক্ষাত ভাল নম্বৰ পাই ভাল ফলাফল দেখুওৱাৰ লগতে আন বিষয় আন কথা জীৱন জগতৰ আন দিশৰ প্ৰতি ইচ্ছুক হৈ থকা সকল হে দৰাচলতে মেধাৱী চোকা । সুন্দৰ শুভকামনা জনাইছো বাইদেউ।
Guy's support me friends please connect .
Kussum Da my favorite singer ❤ love from Lakhimpur
কুসুম কৈলাসৰ স্কুল কলেজৰ জীৱনী মোৰ লগত সম্পূৰ্ণ মিল আছে। শিক্ষকৰ প্ৰিয় নোহোৱাৰ পৰা সকলো। আৰু জেদ ভাৱবোৰ একেই
কুসুম কৈলাশ ককাইদেউৰ সকলো গানেই প্ৰিয় ❤
বহুত ভাল লাগিলে সাক্ষাৎকাৰ টো চাই ❤😊
Kussum da my favourite singer ❤️ apuni ru aguai jauk apunr gaan bur Mur hodai priyo 🔥🔥🔥🔥🔥💯
My favorite singer Assamese ❤😊
অপ্ৰিয় সত্য কথা কৈছে খোলা মনৰ মানুহ
বহুত ভাল লাগে কুচুম কৈলাশক 🙏
Kussum দা ক মতাৰ বাবে ভাল লাগিল নীল দাকো মাতক ❤
সদায় প্ৰিয় মানুহ জন❤
Priyanka bharali ba debojit borah interview lage
Tamam kajiya lagibo 😂
My favourite singer.... Love from dergaon
কুসুমদা সদায় প্রিয়
💕💕💕💕kussum kailash bohut bohut bohut................... Vl lage 🕺🕺🕺
Right❤
Hoskoi bohut simple aru hadharon manuh kusum daa❤
Kussum koilash is my favorite singer❤
কুসুম্ এজন সহজ সৰল মনৰ জীৱন যুঁজাৰু ❤ বহুত মৰম থাকিল
Kusum koilas Kokai deu mur feveurit singer. I L❤ kusum da.thank ba kusum Dak Interview tu luhar karone❤❤❤
Kushum Kailash da ❤ U....❤from Jorhat
My fvrt singar
Apunar gaan khini matir gaan hoi bhut bsi val lge...... Moi apunar big fan love you kussum da from Tezpur❤❤❤
Fav singer favourite hima ba
ধুনীয়া লাগিছে ককাই❤
Kussum Kailash da'r hokolu gaanei mur priyo 😍 bohut besi bhal pau ❤️ love from Dhemaji ❤
কুসুম কৈলাস দাদা ৰ গান শুনি বহুত ভাল লাগে
Bohut val lage kusum Dak..teur potitu gane mur val lage aru dadar potitu interview saisu..val lage
Kussum da mur maa r fvrt singer ❤❤❤❤❤❤❤❤❤ Love from morigaon 3:59
kusum da bhut besi free aru hohoj horol moi lg paisu so bhut besi dhuniya aru khula ontor r aru toi buli muk matisil so hey tu besi apun lagile❤️🥰my fvrt❤
Kusum koilash k bohut Vl lage 👌Vl lage taure gan 👌👌👌
Kussum kolash next level ❤
💗আমাৰ মাৰ বহুত. প্ৰীয় কুসুম.
দা❣❣ফ্ৰম বকো❤️
Kotha kuar hoili....nomrota ru vodratar babe euu hokolutkoi priyo singer mur....abar euu amar college spp t ahisil usrr pora dekhilu ....teu bhut hohoj horol ru khula......ru bhut dhuniya,
কুসুম দাৰ দৰেই মইও স্কুল বা কলেজত কোনো শিক্ষক তথা শিক্ষয়িত্ৰীৰ আপোন হোৱা নাছিলোঁ 😢 সকলোতে স্বজনপ্ৰীতি
Kussum kailash is my favourite ❤
ছাৰ সতে একো মৰম নকৰে আমাক একো ভাল নাপায়। ভাল লাগিলে কথাষাৰ ।
কুসুম কৈলাসৰ গান বহুতেই ভাল লাগে ❤❤❤
My favorite singer kussum da❤️🙏
My Favourite singer ❤
Kussum kailash ❤❤❤❤❤ my fvrt
Kusumda k bohut val lage ru tew r gaan blk u... Aguwai jauk apuni🙏
Very simple and good human being ❤❤❤ nice interview Himashree
Apunar gan bohut vl lage
Eman khula monor manuh khub val lagil❤️❤️
বহুত ভাল লাগিল সাক্ষাৎকাৰটো চাই ❤️
Bohut val lagil dekhi thaku jodi u tewr monr kotha bur aji bohut janibo parilu ❤ sobote Sher kori disu dei 😊😊 love from moranhat
I love singer 🧑🎤 kussum Kailash ❤
ভাল লাগিল ❤
Belegor tu najanu moi manuh jonk bht vl pau tekhetor personality tu mur bht vl lage tethet aru aguwai jauk take bhagabanor usrt prathana korisu
Rught❤
Hundor love from Golaghat ❤❤❤
বহুত ভাল লাগিল ।
Kusum koilas da log pai bhal lagil thank you hima
Best of the best singer ❤
Borhiya ❤❤❤
Last 2 vl lgile 😂
Vl kolu ne vai toie kobi atia
Kussum da jui❤