@@juggiiij আইনৰ কথা বেলেগ কিন্তু এইটো Case ত জনপথৰ সেই বিল্ডিংটোৰ মানুহে কৈ আছে যে ই প্ৰায়ে বেলেগ বেলেগ মহিলা আনি থাকে Flat টোলৈ। আজি ঘৰ খালী কৰিব কৈছে।
Dear Jiaur, Ayai Jeevan. Don't be panic. Bhal kaam koriboloi gole. Bohuto ghat prtighaat aahe. Right pathere goi thakok, Bhogowane bisar korib. Society t hazaro/lakho bhal manuh ase, sobore upolbdhi korib pora power ase.
Ajikali Biya nokoratuei bhal hobo jen lagise .old age t NGO bur ase nohoi saboloi , matro poisa gutai lolei hol nohole dekhisu un necessary tension burhe sopai lua hoi.
পত্নীসকলে ল'ৰা-ছোৱালী অকলে জন্ম দিব পাৰে নেকি? সন্তানক পিতৃৰ পৰা বিচ্ছেদ কৰাটো কেতিয়াও সুচৰিত্ৰৰ মহিলা হ'ব নোৱাৰে।নিজৰ স্বাৰ্থৰ বাবে সন্তানৰ মানসিক দিশটো নোচোৱা এইবোৰ কলিযুগৰ কেনে মাক নাজানো।
Thik koise
Kisuman deutaak u bhal nathake bhaideu.
Toi miya lagat biya hoi sa
@@rishi5906 right
Xokolu misa kotha koise eaijone.parute society ladies xokolor gali khuwa nai.nijei ji goraki biya patise agor porai lilimai kori asil xunibo puwa mote.potnik tetiar porai atyasar kori ahisil.faki baj hoi.
বিবাহৰ বাহিৰত নিজৰ ৰম ৰমিয় ৰঙীন লাইফ... কিন্তু আকৌ আগৰ husband জন হে জগৰীয়া...??? কেনেকৈ....???? ছৌদি আৰৱত বা ইৰাণত হোৱা হলে এতিয়া ৰাজ পথত থিয় কৰাই পাঠৰ মাৰি ঘুনিয়া কৰিলে হল... ভাৰত বা অসম বুলি স্বাধীনতাৰ সোৱাদ ভাল কৈ লৈছে এই সকল পৰ গামি তিৰোতাই...😮😮😮😮
মহিলাৰ দোষ সাতগুন মাফ এই ব্যৱস্থা তিৰোটা সেৰুৱা কিছুমান তথাকথিত পুৰুষ বুদ্ধিজীৱিৰ সৃষ্টি!
কিছুমান পত্নীৰ কাৰণে কিছু পুৰুষৰ জীৱন কণ্টকময় কৰি তোলে😢
Not some woman's.....now a days it's a legal business protected by Indian laws
U r right sir.
জিৱাউৰ ৰহমানদা জিন্দাবাদ।🙏🙏 নাৰী নৰকৰ দ্বাৰ। তাই চৰকাৰী চাকৰি কৰে অথচ খৰাকী লাগে নিলাজীক। তাইক কোনোপধ্যে গ্ৰহন কৰিব নালাগে মোৰ বিশেষ আহ্বান ৰহমান ? সাংবাদিক এজন কেনে ব্যৱহাৰ চাওক ৰাইজ ?
বেছেৰা মানু্হ মানুহজন ভাল। সভ্য মানু্হ,কিন্তু মনুহজনি হৰামি চাগে।
নাৰীৰ মহিমা অপাৰ চলনামৰি নাৰীৰ কথা কলে শেষ কৰিব নোৱাৰি । যি সকল সাংবাদিকে মিছাকৈ বাতৰি দিছে সেই সাংবাদিক সকলৰ ওপৰত বিহিত ব্যৱস্থাৰ লব লাগে ।
Apuni Thik a koise dada Karon Notun Appointment pua Bohut
Buwari a nijor Husband ok ari Beleg purukh or logot xomporko hoise Hodai News ot sai asu.
জিয়াউৰ ৰহমানৰ দৰে এজন উদীয়মান,বুদ্ধিদীপ্ত আৰু সপ্ৰতিভ ৰাজনীতিকক তেওঁৰ পত্নীয়ে এনেদৰে হাৰাশাস্তি কৰাটো উচিত হোৱা নাই ৷
Yes , he is an intelligent person . God will help him .
আমাৰ পুৰুষৰ কোনো আইনয়ে নাই 😢 আপুনি যি নকওঁ কিয় আপোনাৰ কথাত কোনেও ভেলু নিদিয়ে ওলোটা আপুকে দোষ দিব।। আপুনাৰ কষ্ট আপোনাৰ বুকুতে ৰাখকক সেইটোয়ে ভাল হ'ব,,, কাৰন নাৰী সকলে কেতিয়াও নাৰীৰ বিপক্ষে কথা নকয় লগতে পুৰুষ সকলেও 😢😢 গতিকে আপোনাৰ পত্নী যি মুখত আহে কলেই win.
ই মিছা কথা কৈ আছে।
@@zaved2008 হ'ব পাৰে ,, নহ'ব পাৰে আইনখন সমান থাকিলে বুজা গ'ল হেঁতেন।। অপৰাধ প্ৰমান হোৱাৰ আগৰ পৰাই ঠিক কৰা হয় পুৰুষ ল'ৰাই দোষী।।
@@juggiiij আইনৰ কথা বেলেগ কিন্তু এইটো Case ত জনপথৰ সেই বিল্ডিংটোৰ মানুহে কৈ আছে যে ই প্ৰায়ে বেলেগ বেলেগ মহিলা আনি থাকে Flat টোলৈ। আজি ঘৰ খালী কৰিব কৈছে।
Tai nice olaii nice guide goise tI biasing jibon loi আছে gusi.joowa ki bad diyahe tumi tool marvel Santa Kora
Qio win.hobo ? nohobooo.
Right আপুনি মোৰ মনৰ কথাই কৈছে সকলো আইন মাইকী মানুহৰ পুৰুষৰ নাই ,,, তাৰ বাবে দায় পুৰুষ,,😂😂
Good boss apuni thik kotha koise u r ryt👍
খুবেই দুঃখজনক! 😢😢
আচলতে আজিকালিৰ তিৰোতাবোৰ বৰ ভয়ংকৰ! তিৰোতাবোৰ যদি ঠিক থাকে পৃথিবীত এনে কোনো পুৰুষ নাই যে কিবা অনৈতিক কাম কৰিব পাৰিব।
সি ধোৱা তুলসী পাত নহয় । নিজৰ দুজনী ছোৱালী থাকোতে বেলেগ আকৈ এজনি বিয়া পাতিলে ।স্বভাৱ চাওক নিজৰ ঘৈনিয়েকক ঠিক কৰিব নোৱাৰিলে । বেলেগক দুখ জাপি আহিছে । যদি সি ইমান ভালে নিজৰ ছোৱালী দুজনী মুখলৈ চাই ধৰ্য ধৰিব নোৱাৰিল তেতিয়া সকলোৱে ভাল দেউতাক বুলি কলে হয় । এটা মতা হৈ তাৰ কান্দা চাওক ছি:ছি
মই এগৰাকী তিৰোতা তথাপিও আপোনাৰ কমেন্টত একমত
Jiyai thakiboli logori dorkar@@BituHandique-f8u
@@kaustuvvlog3934 tq
২৪ বছৰ হবলৈ গৈ আছে আজিওঁ চিংগল হয় আছোঁ। ভগৱানলৈ এইটোৱে আহবান যে, ভাল চৰিত্ৰৰ ছোৱালী এজনি পাওঁ।
মোৰো ৩৯ দেই।
Right kotha
You are right
বৰ দুখ লাগিল দে ধৰযোধৰা। সত্যৰ সদায় জয় ।
সামাজিক মাধ্যমত আচল কাহিনী নজনাকৈ বহুতে ৰহমানক হেয় প্ৰতিপৰ্ণ কৰি মন্তব্য প্ৰকাশ কৰিছে ।এইটো আমি উচিত বুলি ভৱা নাই । সত্য কাহিনীটো জানি বুজি তাৰ পিচত মন্তব্য দিয়া উচিত ।
Dear Jiaur,
Ayai Jeevan. Don't be panic. Bhal kaam koriboloi gole. Bohuto ghat prtighaat aahe. Right pathere goi thakok, Bhogowane bisar korib.
Society t hazaro/lakho bhal manuh ase, sobore upolbdhi korib pora power ase.
You are Right dada
আপোন ভালেই জগত ভাল ৷
গৰখীয়া ভাল হ’লেহে গৰু ভাল হ’ব ৷
সেয়া কোৱা কথা নিজৰ যেতিয়া হব বুজিব।
@@pegurock421 ভুল কৰা বাবে কেমেৰাৰ সন্মুখত ঘৈণীয়েকৰ কাণতলীয়া পালে ৷
Goru neki???
নাৰীৰ লেংতিত ধৰি ঘৰ ৰসি ঠাকা কোনোবা অল্পভোজী পুৰুস ঠাকিব পাৰে ....কিন্তু সকলৰে ঘৰ তেনেকৈ নচলে ...বাবু........গিৰিয়েক ওলাই যোৱাৰ লগে লগেই কিছুমান অন্ধ প্ৰেমিক পুৰুষৰ ভদ্ৰ তিৰিয়ে বেলেগক দেহা উলংগ কৰি খুৱাইঃ....😅😅
You are right.
Case ki saitu pist but straight forward speech ...xosake bhal lagil
Good Val kotha koisa👍
আপোনাৰ সততাৰ ওপৰত মোৰ বিশ্বাস আছে।
আমি আপোনাক যিমানদূৰ জানোঁ, আপুনি সততাৰ সৈতে আপোচ কৰা মানুহ নহয় !
Meaning tu buia nai.. please val ke kua 😢
Ayo Mur huntu......
ভূমি কেলেংকাৰী, পিপিই কিট কেলেংকাৰী, সাৰদা কেলেংকাৰী, লুইবাৰ্জাৰ কেলেংকাৰী, চাবচিডি কেলেংকাৰীৰ কথা ক'ব নোৱাৰা সাংবাদিকে আৰুনো কৰিব কি !
You are right 👍
সচা কথা জিয়াউৰ দা আমাৰ পুৰুষৰ কেতিয়াও আইন নাই
আপুনি সৎ সাহসেৰে কথাখিনি কৈ খুব ভাল কাম কৰিছে
কি কম আৰু।
এই পৰকীয়া প্ৰেমে কিমান যে সংসাৰ শেষ কৰি আছে আৰু কিমান কৰিব হিচাব নাই🙂।
নিজৰ চৰিত্ৰ ধাকিব বিচাৰিছে এই জনে
এইডাল চৰিএ চাওক বেলেগক শিক্ষা দিব আহে । লুৰিণ দা লাজ পাইছো ছি:: ছি:
লৰাজনে মিছা কয় সকলো সঁচা ছোৱালীয়ে কয়,,,,
এইয়া কি
সাংবাদিক ডাঙৰীয়া সকলে দুয়োটা পক্ষত বাতৰি সম্প্ৰচাৰিত কৰিব লাগে যাতে মতা হক মাইকী হক
ভৱিষ্যতে সাৱধান হ'ব,,,
ও ভাই স্কুটি দিয়াৰ ক্ষেত্ৰতো ছোৱালীৰ 60% marks ল'ৰাৰ ক্ষেত্ৰত 75% কেনেকে আইন সমান হয় ভাবক।।
কিছু সংখ্যক সাংবাদিকে গোটেই সমাজখন সংস্কাৰৰ ঠিকা লৈ থৈছে। কোনোবাই গাড়ী এখন কিনিলেও কৈফিয়ৎ তলব কৰিব পৰা হ'ল।
undoubtly you Right tracks....... 👍
নিজৰ স্বামী থকাৰ পিছতো পৰকীয়া প্ৰেম বা স্ব ইচ্ছাই অন্য যিকোনো কাৰণতেই পত্নী গৰাকীয়ে নিজৰ ল'ৰা - ছোৱালীক এৰি গ'লে মহিলাগৰাকী়আইনমতে দণ্ডনীয় হব লাগে। যদিহে পুৰুষে অত্যাচাৰ কৰি খেদি পঠিয়ায় বা পত্নী থকাৰ পিছতো পৰকীয়া প্ৰেম কৰে বা দ্বিতীয় বিবাহ কৰে তেতিয়া পুৰুষ জন দণ্ডনীয় হব লাগে।
সকলো ক্ষেত্ৰতে আইনৰ দোহাই দি পৰগামী মহিলাই নিজক সুৰক্ষিত কৰিলে সমাজ জীৱনত নৈতিক অনৈতিকৰ কথাই নাথাকিব।
Faltu wife apunar, divorce her immediately
আইনবোৰ মহিলাৰ পক্ষত হয়..
. নিৰ্দোষী পুৰুষোৰো মৰন কৰিছে....আইন অকল মহিলাৰ পক্ষত হ'ব নালাগে.... মহিলাবোৰো পুৰুষক বিনা কাৰনত , আইন খাতে আছে......
মাইকীক বিশ্বাস কৰিব নোৱাৰি দেই।
ইমান ভাল মানুহ জনক এনেই নো মানুহ জনিলে মাৰিব নে,,,ভালকৈ দুই পক্ষৰ পৰা জানি লৈ বাতৰি কৰক,,,,কোনো ভাল মানুহে লৰা ছোৱালী এৰি বেলেগ মাইকী লৈ বেলেগ ৰূম ত নাথাকে,
আপুনি হয়তো বাতৰিত ব্যক্তিজনে স্পষ্ট ভাৱে কি কৈছে মনোযোগ দি শুনা নাই, সেইবাবে একপক্ষীয় ভাৱে কৈছে। প্ৰথমা পত্নীৰ তৰফৰ পৰা আগতীয়াকৈ মন্তব্য লৈছিল। গতিকে উভয়পক্ষৰ মন্তব্য লৈয়ে বাতৰি পৰিবেশন কৰিছে। প্ৰথমা পত্নীৰ সৈতে সম্পৰ্ক সামাজিক, প্ৰশাসনিক ভাৱে এৰা এৰি হোৱাৰ পিছতে পুনৰবাৰ দ্বিতীয় বিবাহ কৰোৱাই সংসাৰ পাতিছে। প্ৰথমা পত্নী গৰাকীয়ে দেখোন নিজেই আঁতৰি গৈছে বুলি দাবী কৰিছে ব্যক্তিজনে। দ্বিতীয় বিবাহ কৰোৱা গৰাকীৰ লগত নিজৰ ঘৰৰ কোঠাত থকাটো এয়া বেলেগ মহিলাৰ সৈতে অবৈধ সম্পৰ্ক নহয় বুলি ভাবোঁ।
Right❤
Good.. স্পষ্ট কথা ...
মাখিক কিয় প্ৰমাণ লাগে । বস্তু গেলিছে মাখিয়ে গুন্ধ পাই গেলাত পৰিছে সব ইমানেই । কেনেকৈ গেলিল মাখিক কিয় প্ৰমাণ লাগে কেনেকৈ গেলিল । গেলা খাই ভোনভোনাই শব্দ কৰি উৰি ফুৰিলেই হল । কিযে মাখি.... !!😢😢
ইফালে ধেমাজিৰ ঘটনাৰ জাহাঙ্গিৰৰ আধা জ্বলা অংশত দিনে ৰাতি মাখি । কেতিয়া শেষ হব জানো পাই ...?
😂😂😂😂😂😂
মাখিয়ে এতিয়া অসমখন বেছি প্ৰদূষিত কৰিছে . . খাটাং কথা
বহুত ভাল কৰিছে ছাৰ
You are right
AJP should make a promise that when they come in Power , they would make a law in favour Male. This type of Wife should be avoided .
এয়াই অসমৰ সাংবাদিক আপুনি এখন গাড়ী কিনিছে😅😅
😂😂
😅😅
Thank you sir
Apunar kothabur val lage
Good step👌
You are right dada.tair pora jiman pare durot thakibo
দাদা আপোনাক বহুতে বিশ্বাস নকৰিব,, কাৰন আইন যি পক্ষত লোকে সি পক্ষত কথা কয়,, আজিকালি কাপুৰুষতাই হৈছে মহানব্যক্তি ,, smart মানুহ 😂😂 তাৰোপৰি কংগ্ৰেছৰ পৰামৰ্শক ভোট নিজৰ ব্যক্তিগত অধিকাৰ হ'লে কি হ'ব
Kolei sob kotha nohoi.......!! Tew rajnitir ehjon dalal typer manuh kotha bonabo janehh
Borhiya Dada
সংবাদ মাধ্যমে মুখৰোচক বাতৰি প্ৰচাৰ কৰি ভাল পায় ।
মহিলাক বিশ্বাস নকৰিবা ল'ৰা সকল
All the best Mr Rahman. I do support you.
Muslim k support kor gaddar
এটা কথা বুজিলোঁ ৰাজনৈতিক মানুহেই কবলৈ বাধ্য হৈছে যে সকলো আইন মহিলাৰ সাপেক্ষে , পুৰুষ মানুহৰ সাপেক্ষে কোনো আইন নাই ,, আৰু এটা কথা ঠিক পুৰুষ সকলে চেষ্টা কৰে কিছুমান আইন পুৰুষৰ সপেক্ষে থাকিব লাগে ,, কিন্তু ৰাইজৰ সকলো পুৰুষৰ বাবে চিন্তা কৰিলেই নিজৰ ঘৰতেই যুদ্ধ হৈ যায় ,, আজিহে বুজিলোঁ সকলো ৰাজনৈতিক নেতাক ঘৈণীয়েক সকলে নিয়ন্ত্ৰণত ৰাখিব পাৰিছে ,, পুৰুষৰ সপেক্ষে আইন আহিলেই নিজেই নিজৰ ঘৰৰ পৰা বহিস্কাৰ হব লগা পৰিবেশ ,, আচৰিত আচলতে ৰাজনৈতিক নেতাসকল কেতিয়া স্বাধীন হব পাৰিব ,,, ???
Doing good.
Very good
Good 👍 Dada your comment
News chanel bilake judgement dia bandha koribo laage. Bohut beya kotha hoi ase. Misa news die. Jiaur daa, aapuni laj pabo nalage
Very truely said that whole Judicial mechanism is in favour of Women....🙋
পতি আৰু পত্নী ৰ বাবে লৰা ছোৱালীৰ কি হৈছে বুজিব পাৰিছে নে. আপুনি এৰক মাইকী লৰা ছোৱালীক নেৰিব. আমাৰ সমাজত জ্ঞানী মানুহৰ এনে অৱস্থা হলে. আমিবোৰ নিগমে মৰিম.
মোৰ এতিয়াও বিয়া পতাৰ কাৰনে ভয় লাগি আছে, 😢
Akhete thik kotha koise...
Val lagil
Think ase Dada
সদায় সক্ৰিয় এজন জাতীয়তাবাদী যুৱ নেতাক বিৰোধী পক্ষয় ফচাবলৈ সুৰুঙা বিচাৰি থাকে। হয়টো ৰহমান ডাঙৰীয়াৰ বিচ্চেদিত পত্নীৰ চৰকাৰী চাকৰি লাভৰ আৰটো গভীৰ সষযন্ত নিহিত হৈ থাকিব পাৰে।
বিচাৰ যিহেতু আদালতৰ বিচাৰাধীন সেয়েহে ৰহমান ডাঙৰীয়া সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকিলে ভাল হব।
মোবাইল ফোন আৰু সহজলভ্য ইণ্টাৰনেট সংযোগৰ বাবে সমাজত বহু পৰকীয়া প্ৰেম জাতীয় অনাকাংক্ষিত ঘটনাৰ প্রকোৱ বাঢ়িছে।
আশা আদালতৰ ওপৰত থাকিল ।
God bless you
Very chalakq
Clear simple
hoi de dada xosa kotha
Ai2 aji problem pray sobore dada kotha 2 khoito dada.....
সাংবাদিকসকললৈ পোতৌ জাগে,,বেচেৰাহত, বাতৰি নাই আৰু। বাতৰি মানে তাক নজনাকৈ সাংবাদিকতা কৰে।
এইবোৰ সাংবাদিক নহয় । সংবাদ দাতা হে . . । অসমত আৰু নিউজ নাই যে 😊
সম্পূৰ্ণ মিছা কথা। ই আজিলৈকে পত্নীৰ বিৰুদ্ধে এটা অভিযোগ প্ৰমাণ দিব নোৱাৰিলে। হাতীগাঁওৰ মানুহ সাক্ষী আছে ঘৰৰ পৰা তই উলিয়াই দিছিলি। আজি তোক বেলেগ মাইকীৰ লগত ধৰিছে। Family Court ত Case তোৰ পত্নীয়ে দিছে তই দিয়া নাই। তই নিজৰ সন্তানৰ স্কুলৰ Fees নিদিয়। আৰু আজি সেইজনী কোন আছিল যাৰ লগত ঘৰত সোমাই আছিলি? জনপথৰ ভাৰা ঘৰ টোৰ ওচৰৰ মানুহে কব তোৰ কাহিনী।
Maki joniae marise.. tar pora ki jona jai.. tumi ukaloti nokorileu hobo dia
তোমাৰ কথা সম্পূৰ্ণ মিছা কথা
তেওঁৰ পত্নীৰ বিষয়ে মোতকৈ বেছি নাজানে
@@RashidaKhatun-vi1wu সেই কাৰণে জিয়াউৰ ৰহমানৰ হাতী গাঁওৰ ভাৰাঘৰৰ গোটেই মানুহে মিলি আজি ঘৰ খালী কৰাই দিয়ে। 😆
Same problem facing
He is honest
যি কৈছে আপুনি ভাল লাগিল, একেবাৰে উপযুক্ত যুক্তি 😂😂😂
মই ইয়াত এটা ৰাজনীতিৰ গোন্ধ পাইছোঁ.... চাহ পাতৰ বাগান কিনি থোৱা এজনে তেওঁৰ বিৰুদ্ধে মহিলা গৰাকীক ব্যবহাৰ কৰিছে....😮😮😮😮😮 আপোনালোকে জানেই এই সিয়াল বুদ্ধি আৰু অসমত কোন জন ভদ্ৰ মানুহৰ আছে.....😅😅😂😂😂😂
Jiyaur Jindabad
He is knowledge person also
God bless your life
Thik kotha koise apuni,hosa kotha koise apuni
God bless upon you
You are right sir.
Same bhai. Mor lagat o anykuwa i hoi asy.. Ki karim upai nai. Sakalu law ladies r baby😢😢😢
সকলো আইনবোৰ যে মহিলাৰ পক্ষে কিয় নাজানো। কিছুমান মহিলাৰ কাৰনে পুৰুষৰ জীৱনবোৰ কন্টকময় হৈ পৰে। আছলতে এনেবোৰ ক্ষেত্রত চৰকাৰে গুৰুত্ব দি পুৰুষবোৰক ও সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিৱ লাগে। কিছুমান মহিলাই ক্ষমতা অপব্যবহাৰ কৰি মিছা বদনামৰে পুৰুষৰ জীৱনবোৰ ধ্বংস কৰি আছে 😢😢
right.
Manhuujon Val kothat ey buja gol,don't worry,God will help u.
Jiur Rahman is a strong journalist
Verry good
Ami hodai lorak dukhu bt hodai lorai dukhi nohoi suwaliu dukhi hoi ,
Justice homane pabo lagy ,
Baki cricket match harile kintu batting shot marvelous. Sortu val lagil. Dalali Kori gari lole Roki sahabor pora.
Jiyaur daa val manuh .... Ami jiman dur janu...
Vl kotha koise
ৰাজনীতি কৰা সাংবাদিক ৰ প্ৰশ্ন সদাই নিজৰ দুখ লুকুৱাই কথা কয়, নিজৰ পত্নীৰ বাহিৰে কোনেও চাৰ্টিফিকেট দিব নোৱাৰে ।
Good decision bohut bhal korile.... Atia apuni hukhot thakibo tai jibontu kandibo lagibo.....
একো নাই, জিয়াউৰ জিকিব,,, I love jiul,God bless you
তেওঁ চাকৰি কৰা অফিচ টু আপোনি চিনি নাপায় নেকি?
নিজৰ নিজৰ সংসাৰ কিয় ৰাজহুৱা কৰে ,এই বোৰ কৰিয়ে সমাজ খন শেষ হল ,,,
কাকনো বুলিম ককা সকলোৰেই দাৰি চুলি পকা😅😅😅
আজিকালি সকল পুৰুষ বেয়া নহয়। কিছুমান মহিলা চৰিত্ৰ বহুত বেয়া হয়।
তাকেই তো ভাই ,, পুৰুষ সকলে মনৰ কথাটো প্ৰকাশ কৰোতেও ভয় কৰিবলগীয়া হৈছে,,, পুৰষৰ কথা কোনেও নধৰে।।
ৰহমান ডাঙৰীয়া আপোনালোকৰ যি হয় হ'ব কিন্তু ছোৱালী দুজনী আপোনাৰ সিহঁতক আলৈ অথানী নকৰিব ।বেচেৰীহত ।
নতুনকৈ চাকৰি পোৱা মহিলাৰ এই বেমাৰটো বৰ বাঢ়িছে । এটা সামাজিক ব্যাধি ।
Ajikali Biya nokoratuei bhal hobo jen lagise .old age t NGO bur ase nohoi saboloi , matro poisa gutai lolei hol nohole dekhisu un necessary tension burhe sopai lua hoi.
News দিয়া সকল কম নহয় , husband জনৰ কথা গুৰুত্ব নিদিয়ে , wife কথা ত গুৰুত্ব দিয়ে । সঁচা মিছা জানি বুজি news দিব লাগে ।