আকাশদ্বীপৰ কন্যা নমামীৰ জন্মদিনত কোন কোন আহিল চাওঁক II Namami Birthday Celebration

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপৰ একমাত্ৰ কন্যা নমামীৰ জন্মদিনৰ কিছু ভাল লগা পৰিৱেশ
    ❤️❤️❤️
    Follow me on Facebook-
    UA-camr Mayur Manash
    Follow me on Instagram-
    Mayur Manash
    Special thanks to-
    Lakhinandan Lahan
    ধন্যবাদ 🥰
    #namamibirthday #interview

КОМЕНТАРІ • 357

  • @surojitpaik361
    @surojitpaik361 4 місяці тому

    Happy birthday

  • @nipasaikia510
    @nipasaikia510 Місяць тому

    Happy birthday Namami god bless you ❤❤❤🎉🎉🎉

  • @indrajitdas9610
    @indrajitdas9610 4 місяці тому

    Akash da ba eman dhuniya kinto suwali joni ximan ceut nhoy

  • @ajantakalita9363
    @ajantakalita9363 Рік тому +16

    ছোৱালী জনীক ভাল সংস্কাৰৰ প্ৰয়োজন আছে.. বহুত সৰু ল'ৰা ছোৱালী দেখিলোঁ.. কিন্তু এনেকুৱা কৰা দেখা নাই.. এই ক্ষেত্ৰত আইমী বাৰ ল'ৰা ছোৱালী দুটা ৰ ব্যৱহাৰ কিন্তু বৰ ভাল লাগে.. কোৱা বাবে কোনেও বেয়া নাপায় যেন.. কাৰণ শিশু এটিৰ কথা এনেকৈ কব নাপায়.. তথাপিও এতিয়াৰ পৰাই অলপ বুজালে আগলৈ বুজি পাব নিশ্চয় 👍

    • @madhurjyasaikia1233
      @madhurjyasaikia1233 Рік тому +1

      Agulota dat men Maa kot

    • @janbhai3393
      @janbhai3393 2 місяці тому

      Hosa kotha kintu de.আচলতে তাই মাকৰ লগত থকাৰ কাৰণে তেনেকুৱা হৈছে ,মাকক টো সকলোৱে গম পাই মাকে কেনেকুৱা,

  • @tarulatakalita3792
    @tarulatakalita3792 4 місяці тому

    Sowali joni dewtakr dore hole Val Aasile Maajanir dore hoba nalage

  • @manuranjankonwar4346
    @manuranjankonwar4346 Рік тому

    Many, many Happy returns of the day but so said she s mather is not with

  • @bhabanidas3724
    @bhabanidas3724 Рік тому +2

    এনে ধৰণৰ ভিডিঅ'বিলাক নাচাওৱেই। কিন্তু আজি চালো ।ভাল নালাগিল। ব্যৱহাৰ ল'ৰা-ছোৱালীক সৰুতেই শিকাব লাগে। ছোৱালীজনীৰ ব্যৱহাৰ ভাল নালাগিল।টকাৰ পইছাই সকলো নহয়। এইবিলাক স্বভাৱ ডাঙৰলৈকে লৈ যাব।

  • @jutikabaishya8956
    @jutikabaishya8956 2 роки тому +25

    শুভ জন্মদিন ,মাক নোহোৱাকৈ জন্মদিন টু অলপ আধৰুৱা যেন লাগি আছে

    • @User1234-i1r
      @User1234-i1r Рік тому +1

      Maake bapek nuhua ke patibo pare...so babpeke kio nuaribo....akash da dukh kaaku nokole u buji paisu😭😭😭😭

  • @aamarassam3038
    @aamarassam3038 Рік тому +2

    ছোৱালী জনি বৰ হৰামি দাই ইমান বত্মস ছোৱালী জনি জীৱ দিও তেওঁ কেনেকৈ কৈছে শক সোণ বাৰু মাক আৰু বাপেক ভুৰে এভুৰ হে শিক্ষা দিছে পিছ আৰু হৰামী হব গে

  • @MOMITAPEGU-pp3bu
    @MOMITAPEGU-pp3bu Рік тому +1

    কিন্তু মা দেউতা দুয়োজনকে দেখা পালে ভাল লাগিল হয়।জীয়াই থাকি ও এই অৱস্থা মোৰ হলে বৰ বেয়া লাগিছে দাই

  • @mallikadas7760
    @mallikadas7760 2 роки тому +4

    Suvo jonmodin baby....tair bor khongal suwali hobo Jen lagise... video Tut dekha palu kapur dekhuwai thoka manuh jon k haat khn dangise maariboli...papa k besi patta nidiye.... vogoban a tair mongol korok❤️

  • @dimpaltalukdar5828
    @dimpaltalukdar5828 2 роки тому +2

    Tv aru mobile t jetiya lora suwali k busy rakhibo babohar kot hikibo,ata kotha hikise Jitu hol ohongkar,saru suwali hoi atiyar pora dami/ komdami bostu sinibo parise,ontoto niti hikhya khini angurlotai val dibo lagisil,dangor hole jetiya aitu video dekha paba tetiya bujibo saru te kenekuwa baybohar asil.

  • @rimashreegogoi8050
    @rimashreegogoi8050 2 роки тому +5

    Amar fale batcha bure bday patile manuhor hatole sai ki anise buli aru gift tu loi bohut happy feel kore. But namami r behaviour dekhi tair proti morom e komi goise

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 Рік тому +1

    আচলতে নমামী অলপ আনফিল কৰিছে কাৰন ওচৰত মাক নাই তাৰবাবে। আৰু তাই সৰু ছোৱালী এতিয়া পখিলাৰ লগত খেলা বয়স ভাল বেয়া বুজি নাপায় গতিকে সেই টো তাৰ বয়সৰ বাবে হৈছে বাৰু। যি কি নহওক জন্মদিনৰ শুভেচ্ছা থাকিল মৰম বোৰ দিলোঁ। সৰু ছোৱালী বুজি নাপায়। পিছলৈ ভাল হোৱাৰ আশা থাকিল। 😍😍

  • @sangitanath1274
    @sangitanath1274 Рік тому

    Emn bea bhv khikise soali jnie..pisor loi vl hoa kamonare...happy birthday tikli...

  • @kitikhasharma7031
    @kitikhasharma7031 2 роки тому +9

    আকাশ দাই আঙুৰক বিয়া পাতি নিজৰ অভিনয় কেৰিয়াৰটো ক'ৰবাত হেৰুৱাই পেলাইছে বুলি মই ভাবোঁ

  • @mrinmoyeerajkhowa5907
    @mrinmoyeerajkhowa5907 2 роки тому +5

    Akeloge makoku dekha hle vl lgil hoi . . Ji ki nhouk jnmo dinr huvessa thakil. . Vobishyote ajni valnuh huwa 👍🏻❤️

  • @usha5916
    @usha5916 2 роки тому +13

    একদম ব্যৱহাৰ নাজানে ছোৱালীজনী য়ে। কাক কেনেকৈ কথা ক'ব লাগে এইখিনি মাক দেউতাকে শিকাব লাগে এতিয়াৰ পৰাই নহ'লে ভৱিষ্যতে কাকো নমনা হ'ব।

  • @santanakhanikar4749
    @santanakhanikar4749 2 роки тому +68

    আকাশদ্বীপৰ ছোৱালী নমামীৰ জন্ম দিনৰ শুভেচ্ছা থাকিল। সৰু ছোৱালী হিচাপে তাইৰ ব্যৱহাৰ টো বৰ বেয়া লাগিল। এজনক তাই চৰ দেখুৱাইছে আৰু আনজনক পুতলাটো দলিয়াই দি যি কমেণ্ট দিছে সেয়া বেয়া লাগিছে।

    • @beautysaikia2683
      @beautysaikia2683 2 роки тому +3

      Moiu haituwai vabisu,

    • @r.p7883
      @r.p7883 2 роки тому

      Xarutae sob buji pua hoi Aru..dnghor holae thik buji pua hobo goi Aru..kintu make deoutakae vul bur dexai bujai dibo lagib aru

    • @bipanchihazarika202
      @bipanchihazarika202 2 роки тому +3

      Moiu bhabisu..

    • @anniepatra7159
      @anniepatra7159 2 роки тому +2

      Aru apuni deutak hoi eku khikuwa nai. Gali pora nai. Very bad... Behaviour.

    • @ronjitaroy1767
      @ronjitaroy1767 2 роки тому +1

      Moio bebhar bor val napalu

  • @wildlifevideoandpictures4260

    Happy Birthday Namami ❤️
    Akash da always God blessing you ❤️

  • @nirubaro4055
    @nirubaro4055 2 роки тому +10

    Happy birthday Namani.....God bless you.....🎂🎂🎂🎂

    • @shyamoleegogoi1421
      @shyamoleegogoi1421 Рік тому

      নিলিখোঁ বুলি কলেও নিলিখাকৈ নোৱাৰি লো। নাবালক শিশু" গাত দুখ নাই। কিন্তু" মাক চাই জীয়েক হব। সংস্কাৰৰ প্ৰয়োজন সৰুৰে পৰাই। ছোৱালী জনীৰ ব্যৱহাৰ চাই,সৰু কালত পঢ়া সাঁধুটো লৈ মনত পৰিল। ৰজাৰ ভ্ৰমণ কালত এটা ভাটৌ ৰবি,ৰবি ধৰ, ধৰ মাৰ,মাৰ মাত। আৰু এটা ভাটৌ ৰজাক দেখি আহক,বহক নমস্কাৰ🙏 মাত।
      এখন সংসাৰত এজনে আন জনৰ পৰিপুৰক সংসাৰ হব লাগিছিল। ইহঁত সষ্কৃতিৰ দিশত সাধাৰণ জনগণৰ বোলে একো গৰাকী জনপ্ৰিয় শিল্পী। কিন্ত"ইহঁতৰ সংসাৰতেই ঘূণে ধৰা সাধাৰণ জনতাক কি শিক্ষা দিব??.
      আকাশ এজন সহজ-সৰল যেন লাগে। বেমাৰ হোৱাৰ পিছত অকলশৰীয়া। দুভাগ্য।😢

  • @assameseentertainment2748
    @assameseentertainment2748 2 роки тому +59

    জন্ম দিনৰ শুভেচ্ছা থাকিল,,, কণমানিজনীক অলপ ভাল শিক্ষা দিয়ক আকাশ দা,,এতিয়াৰ পৰা এনে আচৰণ কৰিলে বেয়া দেখে,,মাক দেউতাক ইমান ডাঙৰ মানুহ হৈ জীয়েকৰ এনে আচৰণে শোভা নাপায়। যি নহওক সৰু ছোৱালী ভালকৈ বুজালে বুজি পাব,

    • @MayurMixAssamese
      @MayurMixAssamese  2 роки тому +7

      সৰু ছোৱালী যে... একো নাই

    • @anjaliborahjitenborah7141
      @anjaliborahjitenborah7141 2 роки тому +1

      Happy birthday🎂🎉🎂Nomami,maak J nai,birthday Dina,kio

    • @sumihazarika4627
      @sumihazarika4627 2 роки тому +3

      Dangar manuhar suwali je sei ya a sikha

    • @souravdeka2607
      @souravdeka2607 2 роки тому

      @@MayurMixAssamese Angurlta kot

    • @purabisaikia5329
      @purabisaikia5329 2 роки тому

      @@MayurMixAssamese akou xoru suwali nohoi. Hat donga behavior nojona, bapek maa ke sage aneke treat kore manuh. Upon donor uloj jasilu. Alop sistasar xikabo taik

  • @shaanvisvlogsbangalore6370
    @shaanvisvlogsbangalore6370 2 роки тому +7

    Belated Happy Birthday Namami...kintu tai r behaviour tu dekhi beya lagil ..eman horu suali enekua attitude Val nalage...horu suali bhal koi bujabo Tai bujibo.video tu Sai beya ha lagil

    • @ronjitaroy1767
      @ronjitaroy1767 2 роки тому

      Same...dangorok keneke bebhar kribo lage..mak bapeke nisikale...😠😠

  • @karunakurroyvlogs7932
    @karunakurroyvlogs7932 2 роки тому +2

    Maja video👍 happy birthday may god bless you baby enjoy your party

  • @munborah1098
    @munborah1098 2 роки тому +5

    টেঙা আঙুৰ বাইদেউ কত গল বা ?

  • @dhirupamoutalukdar3245
    @dhirupamoutalukdar3245 2 роки тому +6

    imen vl ghar suwali bebhar vl hobo lage..angulata bai imen manuhk bujai suwali janik kio sikuwa nai kak kenekoi bebhar korib lage ..and. happy birthday namami

    • @sarjinayasmin3519
      @sarjinayasmin3519 2 роки тому

      Kamaror gharat xuluka dah

    • @parbinsultana5644
      @parbinsultana5644 2 роки тому

      Birthday ৰ দিনটোত মাক কাষত নাই, তাতেই উমান পোৱা যায় মাকৰ কিমান মৰম আছে।

  • @jayantamajuli7470
    @jayantamajuli7470 2 роки тому +2

    Mja lage apuner video sai❤️

  • @priyampriyahazarika1316
    @priyampriyahazarika1316 Рік тому +1

    Maak u এনেকুৱা আছিল sake সৰুতে একে লক্ষণ এ দেখা দিছে, দেউতাকে যিমান খিনি পাৰে চেষ্টা কৰিছে কনমানিজনিক সুখী কৰিবলৈ মাকে অলপ সময় দিয়ক নহলে যি দেখিছোঁ ছোৱালী ডাঙৰ হলে মানুহক মানুহ বুলি নাভাবিব ।

  • @pggaming2122
    @pggaming2122 2 роки тому

    Mojja mojja

  • @kalpanakataky9092
    @kalpanakataky9092 2 роки тому +19

    সৰু চোয়ালী হয় কিন্তু তাইৰ ব্যৱহাৰ দেখি বাপেক জনে হাঁহি থকা দেখি হে আচৰিত হ লো। ঘৰ খন হল শিক্ষাৰ প্ৰথম থল।ইমান ডাঙৰ মানুহ জনলৈ হাত দাঙি আহিছে বাপেক জন এ হাহিছে কি মানে সনস্কাৰ এইটো

  • @rishitakalita3149
    @rishitakalita3149 2 роки тому +5

    Dhuniya dada ❤️ happy birthday namami 🎂may God bless you ❤️

  • @jonalikalita9212
    @jonalikalita9212 Рік тому +1

    Namami you are sweet daughter of your dignified Papa. LOVE your Papa more than mama

  • @Channel-bs5qx
    @Channel-bs5qx 2 роки тому +4

    ইমান সৰু ছোৱালী হৈ ইমান বেয়া ব্যৱহাৰ

  • @nitusmitabora4336
    @nitusmitabora4336 2 роки тому +1

    Mayur dada.... akashdeep dadar ghor kot asa jonabo soon moi aakashdeep dak bhout log koribo mon goise

  • @user-ih3xh1zl2y
    @user-ih3xh1zl2y Рік тому

    এইবাৰৰ জন্মদিনৰ ভিডিঅ’টো চাই এতিয়া আগৰ ভিডিঅ’ চাই আছোঁ 😊
    আগতে চোৱা নাছিলোঁ কিবা এটা বেয়া লাগিছিল ৷ নমামী বৰ মৰমলগা ৷ দেউতাকৰ লগত তাই মুকলিমনেৰে ফূৰ্তি কৰিছে ৷ ভালে থাকা নমামী , ভালে থাকক আকাশদা ❤️
    তাই হাল্লা ভাল নাপাই , ডাঙৰকৈ কথা ক’লে ভয় কৰে ছাগৈ ! এইটো ভিডিঅ’ত আৰু এইবাৰৰ জন্মদিনৰ ভিডিঅ’ত কথাটো লক্ষ্য কৰিছোঁ ৷ ভিডিঅ’টোত কাণত সোপা দিছে এইবাৰ কৈছে অলপ সৰুকৈ কোৱা 😞

  • @runuaxomiachanalvloge5064
    @runuaxomiachanalvloge5064 2 роки тому +4

    নিজৰ মাক জনী ছোৱালী জনীৰ জম্মদিনৰ দিনা কিয় নাথাকে জোৱা বছৰ দেখা পোৱানায় ।আপোনাক এৰিলে নেকি ।

  • @sanjaynath6736
    @sanjaynath6736 2 роки тому +24

    ব্যৱহাৰ টো বহুত বেয়া লাগিল। মাক দেউতাক ডাঙৰ মানুহ হলেই নহয় , লৰা ছোৱালীক উচিত শিক্ষা দিয়াতোহে ডাঙৰ কথা,

  • @user-eh5so7sy3u
    @user-eh5so7sy3u 2 роки тому +32

    উপহাৰ সৰু হলেও মৰম কিন্তু বহুত থাকে । দলিয়াই দিয়া, হাত ডঙা এইবোৰ এতিয়াই শুধৰাই নললেহে দিকদাৰ হব বাকী বহুত মৰম লগা তুমি happy birthday

  • @bhaswatientertainment1077
    @bhaswatientertainment1077 2 роки тому +2

    Horu sowali hisape mokht ata hahi dekha nplo.
    Ata val balloon nai boli kle 🤔 mane bujiso diyok.

  • @moybishal2990
    @moybishal2990 2 роки тому +1

    Maja video

  • @rikimonideka6272
    @rikimonideka6272 2 роки тому +4

    Manner najana Namami ,Behave xikua nai neki taik dangor k keneke kobo lage dhui ki batcha re gft bur keneke doliai পেলাইছে,আৰু hat u dangise manuh jnk morom nalage mur anekua soli bilak ,,, Akashdeep r voice tu 🤪

    • @rimcykalita3799
      @rimcykalita3799 2 роки тому

      মোৰ বেয়া লাগিছে মইও comment কৰিছো ।ধনী মানুহৰ সদায়া ব্যৱহাৰ বেয়া হয়।

    • @MayurMixAssamese
      @MayurMixAssamese  2 роки тому

      সৰু ছোৱালী যে...একো নাই

    • @rimcykalita3799
      @rimcykalita3799 2 роки тому +1

      ব্যৱ্হাৰ টো ব্যৱ্হাৰে হয়। সৰু ডাঙৰ বুলি কথা নাই ।🤔

  • @niharikamahantadhemaji
    @niharikamahantadhemaji 2 роки тому +1

    ভাল লাগিছে দেই 🥰❤️❤️

  • @pankhiparivlog
    @pankhiparivlog 2 роки тому

    Mozahhh

  • @manikakashyap517
    @manikakashyap517 2 роки тому +5

    Happy birthday 🎂🎉 Namami may god bless you 😍🥰🥰♥️

  • @sukanyaborgohain7721
    @sukanyaborgohain7721 2 роки тому +2

    Photo t dekhile suwali Joni jimn morom lagisil aji dekhy himn khng uthise,eaiburei homajot lukok bujai fura,homajot dangor dangor lecture di fura manuhor ghrt Lora suwalik diya hikhyar nomuna,bhal nalagil.

  • @sunitapathak4453
    @sunitapathak4453 2 роки тому +6

    মযুৰ দা -আঙুৰলতা বাইদেউক দেখা নাপালো যে -??

  • @gmonigogoi9164
    @gmonigogoi9164 2 роки тому +4

    ছোৱালীজনীৰ আচৰন কি আচৰিত

  • @sunugogoigogoi6059
    @sunugogoigogoi6059 2 роки тому +1

    Maku logat thoka hole vhl lgil hoi.. happy birthday namami

  • @alismitamajumdar2538
    @alismitamajumdar2538 2 роки тому +2

    Angurlota kot gol birthday nu mak joni nathake ne

  • @trishnahazarika9278
    @trishnahazarika9278 2 роки тому +6

    Swlijni e gift tu doliai dse🥺mnuhjne emn mrmt dse

  • @polisvlogs2471
    @polisvlogs2471 2 роки тому +3

    জন্ম দিনৰ শুভকামনা আৰু হিয়াভৰা মৰম দিলো ❤️💖 🥳🥰🎂❤️💐

  • @mrinmoysect
    @mrinmoysect Рік тому +1

    Ultimate ❤️💕

  • @juntidas202
    @juntidas202 2 роки тому +1

    Angurlota baido ni j kot gl?

  • @baltopluli3176
    @baltopluli3176 Рік тому +1

    নমামিৰ চকু কেইটাই কিন্তু,মাকক বিচাৰি ফুৰিছে

  • @Forcrazy905
    @Forcrazy905 2 роки тому +1

    Nice

  • @dhanjitbaishya9836
    @dhanjitbaishya9836 Рік тому +2

    2mr b'day't kun kun aahil hei2 vdo sabole maan goi ase mr

  • @upakulparashar8628
    @upakulparashar8628 2 роки тому +2

    Dada...bhut request krilo..kinto Munmi kalita baa r interview apuni aber nalale🥺

  • @ilovetotravel498
    @ilovetotravel498 2 роки тому +2

    Ki dhuniya asil akash da akhomoyot atiya kudu a kamurile jenekuwa hoi mukhon tenekuwa hol😥

  • @manojpegu4065
    @manojpegu4065 2 роки тому +6

    আপেলৰ লগৰী আঙুৰ ক'ত গ'ল 😆😆😩

  • @mukulhussain258
    @mukulhussain258 2 роки тому +1

    Iman jona buja manuhor suwalir enekua bebohar val nalagil.putola gift diya manuh jone laj paise kenekuake opoman korise namamie.aaimee bar lora suwalir sanksar kintu manibo lagibo .xihote dhuniakoi thank you kolehoi.tai xoru ase hoi kintu dangore xikabo lagibo.gift xodai gift e hoi xoru houk ba dangore houk.suwali jonie kenekua sanksar paise buja goise.aimee bar pora olop xikibo.

  • @jitumonisarma6851
    @jitumonisarma6851 2 роки тому +1

    Namamiye ocarot sai samai khinit maakr bisara jen anuvab hol .Happy birth day namami .

  • @sasarabha2666
    @sasarabha2666 2 роки тому

    Nice.....

  • @jinumaniboro1199
    @jinumaniboro1199 Рік тому

    Xru hoi ase nomami munu aku buji npai..take LoI bohute bohut comment karise moi olop porhilu...tai bohut xru ase buji npai je

    • @pujamedhi8417
      @pujamedhi8417 4 місяці тому

      Tente aimee bar suwali joni bohut dangor nki...xongoskar bula bostu tu ghorot kesuwar porai xikai bujile..aiburei last t goi dukhiya manuhor uporere gari solai murder kore... ovodro suwali... anekuwa jodi mur suwali hole hoi mari mari xikalu hoi behaviour ..

  • @dibavlogs2665
    @dibavlogs2665 2 роки тому +3

    এইজনী দেখুন অংহকাৰি ।।
    সৰু লৰা ছোৱালীক দেখিলে মৰম লাগে কিন্তু এইক .......অলপ ভাল শিক্ষা দিয়ক ।

    • @Samiron6060
      @Samiron6060 Рік тому

      Tai horu suali atia buja hua nai
      Apuni Kotha kobo najane neki ?

  • @rijumonidas443
    @rijumonidas443 2 роки тому +2

    মাক কলৈ গল ।

  • @mandirasworld1591
    @mandirasworld1591 2 роки тому +1

    Tair birthday kio mak nathake logot? Akashdeep da olp okhusto nki?

  • @lipimohanta3150
    @lipimohanta3150 2 роки тому +2

    Nice 😍

  • @b.d5378
    @b.d5378 Рік тому +1

    Suwalir emn baya bebohar.maake ank ki khebo rj nitt. laj lge

  • @samsunnahar7154
    @samsunnahar7154 2 роки тому +1

    নমামিৰ জন্ম দিনত মাক নাই যে

  • @basisthakalita4290
    @basisthakalita4290 2 роки тому

    🎂🍕🍧🍨🍦🎂🎂🎶🎸 happy birthday 🎉🎈🎈🎈🎉🎉

  • @dhirajmakeupartistofficial512
    @dhirajmakeupartistofficial512 2 роки тому

    nice❤️❤️❤️

  • @ainugogoi8688
    @ainugogoi8688 2 роки тому +6

    Bohut Bea behavior dekhisu ankua kora kunu batchaaii dekha nai emn dhuniya putolstu doliai dise.. damgork haat uthsise.. Amar batcha manuhk kiman bhl bhv kre.. knkuwa suwaly

  • @bibhabodo3919
    @bibhabodo3919 Рік тому

    Mak joni nu kot ajir dintu tar alopu bea lga ni ne

  • @rulideka6859
    @rulideka6859 2 роки тому

    Bohut val lagil... Namami❤️❤️

  • @sanjitvlogsas0799
    @sanjitvlogsas0799 2 роки тому

    Nic

  • @purabisonowal2242
    @purabisonowal2242 Рік тому

    Suwlijonk jimn pare vl hikha dib Akash. da nhle pasle olp anekuw Kandi krile bey lagib jihe2 apunaluk emn vl manuh Tai Mr lora homane hoi kin2 bht Besi krib dhorise jimn ji nholeu anke Kiba Ata vl nelage n kenke bos2 bur doliyise akou manuhr lgr bebohar kenkuw krise horu pora vl hikha dib lagib tetiy h vl hb nhle sb akei Rulte jbge kbht digholke kolu bey nepab kuw krne

  • @paporibaruah1585
    @paporibaruah1585 2 роки тому +37

    Happy Birthday namami 🎂 Angurlota baa kot gol jonmodinor Dina ?

  • @rimcykalita3799
    @rimcykalita3799 2 роки тому +47

    Happy birthday মাইনা 🎁🎂🎈
    Nanami ব্যৱহাৰ টো ভাল পোৱা নাই । দাদা এজনে birthday boli মৰমত Give দিলে মইনা দলিয়া দিছে আছে বাৰে বাৰে ।মানুহ জনৰ বহুত বেয়া লাগিছে মই video দেখি গম paiso 🥲

    • @sangitakalita8182
      @sangitakalita8182 2 роки тому +10

      Bebahar tu akdom vl lga ni

    • @rimcykalita3799
      @rimcykalita3799 2 роки тому +3

      @@sangitakalita8182 thike koise

    • @MayurMixAssamese
      @MayurMixAssamese  2 роки тому +1

      সৰু ছোৱালী যে...একো নাই

    • @mahanta9688
      @mahanta9688 2 роки тому +4

      ব্যৱহাৰ শিকাব হল
      ভাল নাই লগা সঁচাকৈ

    • @nikuravha6704
      @nikuravha6704 2 роки тому +2

      Dangor hole vl hobo horu hui thakile ki kore nokore ako buji napai je hehote . Video to sai vl lagil

  • @pronamisworld1620
    @pronamisworld1620 2 роки тому

    Horur porai ohongkari swovab lolei🤔😳normly ankuwa bhv ami dekha batcha burei nkore baapre ki ktha ..mak bapeke hikabo lge vl ktha 👍bdwy hppy bday cuty👍

  • @parbinsultana5644
    @parbinsultana5644 2 роки тому +4

    যোৱা বছৰ birthday ৰ দিনাও মাক ওচৰত নাছিল ,এইবাৰো মাক কাষত নাই।

  • @piyazbora5943
    @piyazbora5943 2 роки тому +4

    Val nalagil suwali Joni bebohar

  • @minatideka4859
    @minatideka4859 2 роки тому +1

    Happy birthday maina .

  • @sumiborah6006
    @sumiborah6006 2 роки тому +4

    Happy birthday Namami.

  • @mainugogoi2981
    @mainugogoi2981 2 роки тому +1

    Namamik olop behaviour xikale nitchoy xikibo... Tair behavior dekhi olop shocked hoi golu...

  • @aditismom9866
    @aditismom9866 2 роки тому

    Happy birthday nsmami..

  • @user-ht7de8zy5n
    @user-ht7de8zy5n 2 роки тому +1

    Happy birthday namami .....

  • @subarnasaikia6855
    @subarnasaikia6855 Рік тому

    Eman Xoru suwali eman beya bebohar . Baby doll ana manuhjone Kiman hepahere sage taile gift tu anisile tai kenekua korise aru ejon manuhole hat dangise . Xorutei taik valke nubujale pisot problem hbo

  • @nuubor
    @nuubor Рік тому

    dada ai lora Tu ata interview lole val lagebo
    ua-cam.com/video/nBOYSs_HkjE/v-deo.html

  • @rebotaye9561
    @rebotaye9561 Рік тому

    Happy birthday Namami

  • @monjaibable7674
    @monjaibable7674 2 роки тому

    Moja 🔥❤

  • @runumiteron5151
    @runumiteron5151 2 роки тому

    Mojaaaa

  • @priyambhonti5360
    @priyambhonti5360 2 роки тому +2

    Bor beya lagil Mayur Namamir aasoron khini... Maak deutake jate olop soku kaan diye tarei kamona korilu... Aagoloi jate tai aibur aasoron nokore aru bhal manuh hoi tar kamona korilu🙏🙏... Maak deutake beya to beya aru teneke manuhok kobo napai buli xikua usit... Ami eman daangor holu atyau maa deutak bhoi koru n mani solu..

  • @arpanamech8480
    @arpanamech8480 2 роки тому +12

    নমামীৰ ব্যৱহাৰটো ভাল নালাগিল।ভাল শিক্ষা দিয়াৰ প্ৰয়োজন আছে।উপহাৰ আচলতে কি তাইক বুজাৱক।বয়ো জেষ্ঠজনক কেনেকৈ সন্মান কৰিব লাগে তাক শিকাৱক।নিজৰ ছোৱালীৰ জন্মদিনত আঙুৰলতাক নেদেখিলো।

    • @ritupornadas1569
      @ritupornadas1569 2 роки тому

      Tai j ekkebaare 20 bosoriya joni. Nohoine!. Bohut time ase behaviour change koribole.

    • @kuwalisarma
      @kuwalisarma Рік тому +1

      @@ritupornadas1569 ji mula barhe tar dupatote sin

  • @sayanikabora4132
    @sayanikabora4132 2 роки тому +9

    Ji gita video bnale aji leke..akash da lgt atatut aagurlota baidewk dekha npau je..akash da lgt nthake ni....hpy birthday namami 🎂🍰

  • @namrataraj7502
    @namrataraj7502 2 роки тому +5

    Happy birthday Namami but tair behaviour tu vl napalu xoru suwalir nisina nhi

  • @ranjankumardas5197
    @ranjankumardas5197 2 роки тому +2

    এখেতৰ সহধৰ্মিনী আঙুৰলতা ডেকাক দেখা নাপালোঁ

  • @RajDas-rq7ue
    @RajDas-rq7ue 2 роки тому +1

    Happy birthday namami 🎂🎂🎂🎂🎂🎂🎂🎂🎂🎂👍👍👍👌👌👌👌👌💐💐💐💐💐

  • @bibakdas4563
    @bibakdas4563 2 роки тому

    Happy birthday🎂🎉🎊

  • @bibakdas4563
    @bibakdas4563 2 роки тому +3

    Ji mula barhe dupatote sin...atiyai kobo janise val beya gift..ohonkartu futi uthise tair beboharot

  • @jahnabinath5242
    @jahnabinath5242 2 роки тому +1

    HSA k akakh da aru aungurlta r suwali r anekua আচৰণ হব বুলি ভবা নাছিলোঁ বাকী ছোৱালী জনী আগলে ভাল মানুহ হোৱাৰ শিক্ষা দিব বুলি আশা থাকিল