Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বৰ ধুনীয়া লাগিল দেই আগলৈকে এনেধৰনৰ গা বনাই যাব বুলি আশা থাকিল বিপিন দা 🙏🙏
বহুত বেছি ভাল লাগিলে গীত টি শুণি আপোনাৰ দীৰ্ঘ আয়ুস কামনা কৰি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো।। জয় আই অসম❤❤ love form moran❤
সুন্দৰ দাদা।কলাইগাওঁৰ পৰা বহুত বহুত মৰম❤
চাউদাং দেৱ , বহুত ধুনিয়া হৈছে। আপোনাৰ কণ্ঠত আৰু সুন্দৰ সুন্দৰ গীত শুনিবলৈ আশা কৰিলোঁ।ভগৱানে আপোনাক শক্তি দিয়ক
111
স্বাগতম নতুন গান দাদা ইশ্বৰৰ ওচৰত আপোনাৰ দীৰ্ঘআয়ু কামনা কৰিলো দি যাওক অসমৰ জনগণক মধুৰ কন্ঠৰ সোৱাদ প্ৰনাম 🙏🙏🙏
❤❤
বিপিন ককাইদেউ বৰ সুন্দৰ হৈছে দেই গীতটো আগতীয়াকৈ ভোগালী বিহুৰ উলগ জাচিলো আপোনাক আৰু আপোনাৰ অতিকৈ মৰমৰ পৰিয়ালতিলৈ❤❤❤❤🥰🥰🥰🥰👌👍
সুন্দৰ গীত ককাইদেউ, ভাল লাগিল শুনি
মাঘ বিহুৰ আগলি বতৰত অসমৰ আকাশত "চন্দ্ৰযান" উৰুৱাই দিয়া বাবে ধন্যবাদ জনালো। সময়োপযোগী উপহাৰ। কথা আৰু সুৰৰ বান্ধোন আটোমটোকাৰি । আগলৈ আৰু প্ৰাপ্তিৰ আশাৰে বাট চাই গোলাঘটীয়া মাঘ- মংগল কামনা কৰিলোঁ।
Plio 2:28
সুৰীয়া কণ্ঠ, স্পষ্ট উচ্চাৰণ, সুন্দৰ কথাৰে আপোনাৰ প্রতিটো গানেই অনন্য।
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ অতি সুন্দৰ হৈছে গীত টো দাদা আশা কৰিছোঁ অসমীয়া ৰাইজে আকোঁৱালি ল'ব।
Wahh ki hundar gitor kotha khini bor Val lagise gittu
সুন্দৰ গান আমি গোলাঘাট জিলাৰ অন্তৰ্গত আঠখেলীয়া নামঘৰৰ ওচৰৰ বেবেজীয়া গাঁৱৰ পৰাই বিপিন চাউদাঙক আঠখেলীয়া ভগৱানৰ ওপৰত প্ৰাৰ্থনা জনাইছো আৰু আশীৰ্বাদ কৰিছো ভগৱানে ভালে কোশলে ৰাখক লগতে মৰম স্নেহ আগবঢ়ালোঁ ধন্যবাদ জনাইছো।
Bhut bhut huni val lagil . Haph jan npolai huni thakila . Agolai jan aku hunibo pam buli asa korilu dada 🙏🙏🙏🙏🙏
বহুত ভাল লাগিল গানটোৰ শেষৰ লাইনটো। ❤❤❤❤❤জয় আই অসম। ❤❤❤❤❤
Mojja lagise
বিপিন দা প্ৰতিটো গান মোৰ খুবেই প্ৰিয় প্ৰতিটো গানৰ শব্দ অৰ্থ বিচাৰি পাওঁ।মাঘৰ বিহু ওলগ জনালোঁ আপোনালৈ দাদা❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
বিপিন কাই বৰ সুন্দৰ হৈছে গানটো। গানৰ চন্দও চন্দ্ৰপৃষ্টত উপবৃষ্ট। বৰ সুন্দৰ হৈছে। আশা ৰাখিছো এনেদৰে সুন্দৰ বিহু ৰাইজক উপহাৰ দি থাকিব।
বহুত বহুত ধুনীয়া হৈছে দাদা। শুভেচ্ছা থাকিল
বৰ ধুনীয়া হৈছে
বহুত সুন্দৰ হৈছে ককাইদেউ ❤❤
Dhuniya Bipin daa❤❤❤
সুন্দৰ কন্ঠ৷ ভাল লাগিল শুনি ৷দেৰগাওঁৰ পৰা বহুত মৰম দিলো আপোনাক
Mja mja❤❤❤
Mojjaa next level ❤❤❤
Nice song 👍 আগতীয়াকৈ মাঘ বিহু ৰ শুভেচ্ছা জনালোঁ কাই জয় আই অসম
ককাই।। সুন্দৰ।।।❤❤
অতি সুন্দৰ মৰাণৰ পৰা মৰম যাঁচিলো ❤
Xundor ❤bht dhuniy hoise gan2❤❤❤❤
সুৰ,,,,,,ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ
দাদা নতুন গান? অতি সুন্দৰ শুভেচ্ছা থাকিল।🎉🎉🎉🎉🎉
Dada aapuni jui... Hodai upper assamr nam jinda kori rakhe... Love you dada... Aji loi k log pua nai aapunak... Love u from pengaree.. Tinsukia district...
ককাই বৰ সুন্দৰ ভাল লাগিল শুনি
সুন্দৰ দাদা
ভাল লাগিল দাদা। সকলোৱে আদৰি ল'ব। শুভেচ্ছা জ্ঞাপন কৰিছোঁ
❤❤❤❤Bohut Bohut Dhunia....
ভাল লাগিল ♥️♥️💐
ককাইদেউ নতুন বৰ্ষৰ শুভেচ্ছাৰে এটি নতুন গীত , নতুন সোৱাদ দিয়াৰ বাবে বহুত বহুত শুভেচ্ছা
, গীতৰ কথা সুৰ সংগীত আৰু কণ্ঠ সকলো মিলি এটা সুন্দৰ গীত আমাক উপহাৰ দিয়াৰ বাবে তোমাক আন্তৰিকতাৰে অশেষ ধন্যবাদ আৰু অলেখ শুভ কামনা জনালোঁ ভাই ❤❤❤👌👌👌
গীতটি শুনি সছাঁকৈ বৰ ভাল লাগিল দাদা।
অতি সুন্দৰ গীত দাদা ❤❤❤❤❤❤
Dhuniya hoise kokaideu❤
অতি সুন্দৰ অনুপম অপূৰ্ব কন্ঠ বিপিনদা
Nice song Bipin da❤❤❤❤ love from jorhat
সুন্দৰ ❤
এটি সুন্দৰ গান শুনিবলৈ পালো ।
Nice songs Bipin da
অতি সুন্দৰ ❤❤❤
T
Apunar gaan bur bht dhunia .. bht val hoise ..mozzaa
ধুনীয়া হৈছে মহা👌
সুন্দৰ লাগিল ককাইদেউ (মাজুলী )
Congratulation Team Chandrajan❤ Most welcome Bipinda...So nice song u have selected...Super...💚
হেই বিপিন নিচাদেউ উৱাও 💥🙏🏻❤️😍বিপিন নিচাৰ কাৰণে এটি লাইক 👍😊
Mojah dada👌👌👌👌👌
Aoti hundor❤❤
❤❤❤ moja lagche Dada
Moja hoise . Music unique hoise
সুন্দৰ হৈছে,বিপিন দা।❤❤
বিপিন ককাই অতি সুন্দৰ হৈছে ❤️❤️❤️❤️ love u
ককাইদেউ সদায় প্ৰিয় ❤️✨ ধুনীয়া হৈছে 🎉❤
Hila diya❤
ধুনীয়া হৈছে
Kokaideu ki mojja gaise aru Likhise ❤❤❤ bohut val lagise
খুব সুন্দৰ হৈছে দেই 🙏👌👌
Xundor bhut bhut Val gaisa DaDa so mas
Hundor hoise peha 🥰🥰 god bless you🙏
সুন্দৰ ককাইদেউ।❤
Dhuniya hoise Dada
ধুনিয়া হৈছে
ককাইদেউৰ গান বুলি কলে সদায়ে এটা আৱেগ থাকে আৰু সঁচাকৈয়ে আজি সুখী যিটোলৈ আশাৰে বাটে চাই আছিলো আজি সেইটো হাততে পালো ধন্যৱাদ মৰমৰ ককাইদেউ।
Bohut dhunia hoise🎉🎉🎉
Outstanding Love Form NJyoti Konwar Sivasagar 💓 ...
Bipin is the legend of bihu songs❤❤❤
অতি সুন্দৰ হৈছে দাদা❤❤❤ সকলোৱে গীত টো মৰম দিব 🙏
Bohut val lagile dada mon pan hokolu soi goisay song toa apuni amr axomia gorob and thank you so much emana dhunia song ata amak upohar deya baba
Bohut hundor🎉
Khub Dhuniya hoise bipin da
Bohut basi val hoisa new song congratulations lovely always day 👏🎉🎉❤❤❤❤
সুন্দৰ ককাই❤
Dhunia song dada
Love from Simen Chapori dada bohut dhuniya hoise git ti
সুন্দৰ হৈছে গীতটো। ভাল লাগিল....
Bipin Da bor mojja
Eman humodhur aapuna greet homuh dada👍🔥🔥❤️
🔥♥️ number 2 kar dela pisa😁
Nice song bipin kokai natun basorot emn dhuniya gan ati upohar diyar babe❤❤❤❤
অতি সুন্দৰ কণ্ঠ
Mojja , ultimate.
বৰ ধুনীয়া হৈছে এনেকুৱা গান শুনিবলৈ না ই আজিকালি
Bhut dhunia ❤❤ love from majuli❤❤
Mujjang
mojjjaaahhh Bipin da
Bor bhal lagil Dada❤😊
সুন্দৰ গান ।
Hundor dada 🎉
Mojja hoise Bipin Da . Congratulations
Bohut Dhuniya hoise kokaideo ❤❤❤❤❤❤❤❤❤❤❤ Bipin da, mozaaa hoise gaan tu.
Bor bhal lagil dada ❤❤❤🎉🎉😅😅😊😊
Dhunia hoise ❤❤❤❤
Kokaidew happy new year ,,,,,,,bahut dhunia hoise🙏
ওখ পৰ্বত হিমালয়। গানটো সুৰ একে।
বৰ ধুনীয়া লাগিল দেই আগলৈকে এনেধৰনৰ গা বনাই যাব বুলি আশা থাকিল বিপিন দা 🙏🙏
বহুত বেছি ভাল লাগিলে গীত টি শুণি আপোনাৰ দীৰ্ঘ আয়ুস কামনা কৰি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো।। জয় আই অসম❤❤ love form moran❤
সুন্দৰ দাদা।কলাইগাওঁৰ পৰা বহুত বহুত মৰম❤
চাউদাং দেৱ , বহুত ধুনিয়া হৈছে। আপোনাৰ কণ্ঠত আৰু সুন্দৰ সুন্দৰ গীত শুনিবলৈ আশা কৰিলোঁ।ভগৱানে আপোনাক শক্তি দিয়ক
111
স্বাগতম নতুন গান দাদা ইশ্বৰৰ ওচৰত আপোনাৰ দীৰ্ঘআয়ু কামনা কৰিলো দি যাওক অসমৰ জনগণক মধুৰ কন্ঠৰ সোৱাদ প্ৰনাম 🙏🙏🙏
❤❤
বিপিন ককাইদেউ বৰ সুন্দৰ হৈছে দেই গীতটো আগতীয়াকৈ ভোগালী বিহুৰ উলগ জাচিলো আপোনাক আৰু আপোনাৰ অতিকৈ মৰমৰ পৰিয়ালতিলৈ❤❤❤❤🥰🥰🥰🥰👌👍
সুন্দৰ গীত ককাইদেউ, ভাল লাগিল শুনি
মাঘ বিহুৰ আগলি বতৰত অসমৰ আকাশত "চন্দ্ৰযান" উৰুৱাই দিয়া বাবে ধন্যবাদ জনালো। সময়োপযোগী উপহাৰ। কথা আৰু সুৰৰ বান্ধোন আটোমটোকাৰি । আগলৈ আৰু প্ৰাপ্তিৰ আশাৰে বাট চাই গোলাঘটীয়া মাঘ- মংগল কামনা কৰিলোঁ।
Plio 2:28
সুৰীয়া কণ্ঠ, স্পষ্ট উচ্চাৰণ, সুন্দৰ কথাৰে আপোনাৰ প্রতিটো গানেই অনন্য।
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ অতি সুন্দৰ হৈছে গীত টো দাদা আশা কৰিছোঁ অসমীয়া ৰাইজে আকোঁৱালি ল'ব।
Wahh ki hundar gitor kotha khini bor Val lagise gittu
সুন্দৰ গান আমি গোলাঘাট জিলাৰ অন্তৰ্গত আঠখেলীয়া নামঘৰৰ ওচৰৰ বেবেজীয়া গাঁৱৰ পৰাই বিপিন চাউদাঙক আঠখেলীয়া ভগৱানৰ ওপৰত প্ৰাৰ্থনা জনাইছো আৰু আশীৰ্বাদ কৰিছো ভগৱানে ভালে কোশলে ৰাখক লগতে মৰম স্নেহ আগবঢ়ালোঁ ধন্যবাদ জনাইছো।
Bhut bhut huni val lagil . Haph jan npolai huni thakila . Agolai jan aku hunibo pam buli asa korilu dada 🙏🙏🙏🙏🙏
বহুত ভাল লাগিল গানটোৰ শেষৰ লাইনটো। ❤❤❤❤❤জয় আই অসম। ❤❤❤❤❤
Mojja lagise
বিপিন দা প্ৰতিটো গান মোৰ খুবেই প্ৰিয় প্ৰতিটো গানৰ শব্দ অৰ্থ বিচাৰি পাওঁ।
মাঘৰ বিহু ওলগ জনালোঁ আপোনালৈ দাদা❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
বিপিন কাই বৰ সুন্দৰ হৈছে গানটো। গানৰ চন্দও চন্দ্ৰপৃষ্টত উপবৃষ্ট। বৰ সুন্দৰ হৈছে। আশা ৰাখিছো এনেদৰে সুন্দৰ বিহু ৰাইজক উপহাৰ দি থাকিব।
বহুত বহুত ধুনীয়া হৈছে দাদা। শুভেচ্ছা থাকিল
বৰ ধুনীয়া হৈছে
বহুত সুন্দৰ হৈছে ককাইদেউ ❤❤
Dhuniya Bipin daa❤❤❤
সুন্দৰ কন্ঠ৷ ভাল লাগিল শুনি ৷
দেৰগাওঁৰ পৰা বহুত মৰম দিলো আপোনাক
Mja mja❤❤❤
Mojjaa next level ❤❤❤
Nice song 👍 আগতীয়াকৈ মাঘ বিহু ৰ শুভেচ্ছা জনালোঁ কাই জয় আই অসম
ককাই।। সুন্দৰ।।।❤❤
অতি সুন্দৰ মৰাণৰ পৰা মৰম যাঁচিলো ❤
Xundor ❤bht dhuniy hoise gan2❤❤❤❤
সুৰ,,,,,,ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ
দাদা নতুন গান? অতি সুন্দৰ শুভেচ্ছা থাকিল।🎉🎉🎉🎉🎉
Dada aapuni jui... Hodai upper assamr nam jinda kori rakhe... Love you dada... Aji loi k log pua nai aapunak... Love u from pengaree.. Tinsukia district...
ককাই বৰ সুন্দৰ ভাল লাগিল শুনি
সুন্দৰ দাদা
ভাল লাগিল দাদা। সকলোৱে আদৰি ল'ব। শুভেচ্ছা জ্ঞাপন কৰিছোঁ
❤❤❤❤Bohut Bohut Dhunia....
ভাল লাগিল ♥️♥️💐
ককাইদেউ নতুন বৰ্ষৰ শুভেচ্ছাৰে এটি নতুন গীত , নতুন সোৱাদ দিয়াৰ বাবে বহুত বহুত শুভেচ্ছা
, গীতৰ কথা সুৰ সংগীত আৰু কণ্ঠ সকলো মিলি এটা সুন্দৰ গীত আমাক উপহাৰ দিয়াৰ বাবে তোমাক আন্তৰিকতাৰে অশেষ ধন্যবাদ আৰু অলেখ শুভ কামনা জনালোঁ ভাই ❤❤❤👌👌👌
গীতটি শুনি সছাঁকৈ বৰ ভাল লাগিল দাদা।
অতি সুন্দৰ গীত দাদা ❤❤❤❤❤❤
Dhuniya hoise kokaideu❤
অতি সুন্দৰ অনুপম অপূৰ্ব কন্ঠ বিপিনদা
Nice song Bipin da❤❤❤❤ love from jorhat
সুন্দৰ ❤
এটি সুন্দৰ গান শুনিবলৈ পালো ।
Nice songs Bipin da
অতি সুন্দৰ ❤❤❤
T
Apunar gaan bur bht dhunia .. bht val hoise ..mozzaa
ধুনীয়া হৈছে মহা👌
সুন্দৰ লাগিল ককাইদেউ (মাজুলী )
Congratulation Team Chandrajan❤ Most welcome Bipinda...So nice song u have selected...Super...💚
হেই বিপিন নিচাদেউ উৱাও 💥🙏🏻❤️😍
বিপিন নিচাৰ কাৰণে এটি লাইক 👍😊
Mojah dada👌👌👌👌👌
Aoti hundor❤❤
❤❤❤ moja lagche Dada
Moja hoise . Music unique hoise
সুন্দৰ হৈছে,বিপিন দা।❤❤
বিপিন ককাই অতি সুন্দৰ হৈছে ❤️❤️❤️❤️ love u
ককাইদেউ সদায় প্ৰিয় ❤️✨
ধুনীয়া হৈছে 🎉❤
Hila diya❤
ধুনীয়া হৈছে
Kokaideu ki mojja gaise aru Likhise ❤❤❤ bohut val lagise
খুব সুন্দৰ হৈছে দেই 🙏👌👌
Xundor bhut bhut Val gaisa DaDa so mas
Hundor hoise peha 🥰🥰 god bless you🙏
সুন্দৰ ককাইদেউ।❤
Dhuniya hoise Dada
ধুনিয়া হৈছে
ককাইদেউৰ গান বুলি কলে সদায়ে এটা আৱেগ থাকে আৰু সঁচাকৈয়ে আজি সুখী যিটোলৈ আশাৰে বাটে চাই আছিলো আজি সেইটো হাততে পালো ধন্যৱাদ মৰমৰ ককাইদেউ।
Bohut dhunia hoise🎉🎉🎉
Outstanding
Love Form NJyoti Konwar Sivasagar 💓 ...