Maharathi By Bipin Chawdang || Sunit Gogoi || Arup Dutta || New Assamese Song

Поділитися
Вставка
  • Опубліковано 18 вер 2024
  • কন্ঠ
    বিপিন চাউদাং
    কথা
    শোণিত গগৈ
    সুৰ
    শোণিত গগৈ
    বিপিন চাউদাং
    সংগীত / শব্দ সংমিশ্ৰণ
    অৰূপ দত্ত
    শব্দ বাণীবন্ধন
    ষ্টুডিঅ ফিউজন
    ৰাজীৱ শৰ্মা (মৰাণ)
    ষ্টুডিঅ লিগাত'
    অৰূপ দত্ত (গুৱাহাটী)
    বাদ্য শিল্পী
    খোল-তাল :
    ৰূপক হাজৰীকা
    বিজিত শইকীয়া
    মৃদংগ - তাল :
    কুশ কোঁৱৰ
    অচিন্ত্য ফুকন
    জিতাৰ বাদক
    সুভাঙ্কৰ হাজৰিকা
    গীটাৰ বাদক
    অৰূপ দত্ত
    কথশৈল্পিক দৃশ্য শ্ৰাৱ্য সম্পাদনা
    বিমান বৰুৱা অসমীয়া
    মুং ডুন চুন খাম
    চুকাফাই দিলে নাম
    সিয়েই এদিন বৰ অসম হ’ল
    বহুজনৰ সৃষ্টিৰে
    বৰণীয়া কৃষ্টিৰে
    অসমীৰ সুষমা
    জিলিকাই গ’ল
    সাহিত্যৰথৰে মহাৰথী
    হে ৰসৰাজ লক্ষ্মীনাথ
    সুৰৰ সুৰভিসনা
    শব্দৰ মালাৰে
    তোমাক জনাওঁ প্রণিপাত
    সপ্তকলাৰে অপ্রমাদী
    সংগ্রামী কমৰেড বিষ্ণুপ্রসাদ
    ডবা-কাঁহ-শংখই
    খোলে-মৃদংগই
    মাৰি যাওঁ মাৰি যাওঁ মাৰি যাওঁ মাৰি যাওঁ
    মাৰি যাওঁ গুৰুৰে ঘাত!!
    আঁউসীয়ে ঢাকিছিল
    অসম আকাশ
    তাতেই বোৱালা আহি
    জ্যোতিৰ প্রপাত
    তোমাক প্রণামিছো
    হে ৰূপকাৰ
    শোণিতকোঁৱৰ জ্যোতিপ্রসাদ
    সৃষ্টিৰ থাপনাৰ
    সুৰৰ চাকি
    ৰূপকোঁৱৰ তুমি
    জ্যোতিপ্রসাদ
    ডবা-কাহ-শংখই
    খোলে-মৃদংগই
    মাৰি যাওঁ মাৰি যাওঁ মাৰি যাওঁ মাৰি যাওঁ
    মাৰি যাওঁ গুৰুৰে ঘাত!!
    অসমৰে সূর্য
    ভাৰতৰে ৰত্ন
    জিলিকি জিলিকা তৰা
    জগতসভাত
    বিপদৰ কালতে
    সোঁৱৰাই যাবলে
    হিয়াতেই থাপিলো
    ভূপেনমামাক
    জ্ঞানৰ সাগৰৰ
    অমৃত মঠি
    গানেৰে সুৰেৰে
    দেখুৱালা বাট
    ডবা-কাহ-শংখই
    খোলে-মৃদংগই
    মাৰি যাওঁ মাৰি যাওঁ মাৰি যাওঁ মাৰি যাওঁ
    মাৰি যাওঁ গুৰুৰে ঘাত

КОМЕНТАРІ • 315