Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Murgi puwali kot Pam jonabosun
সুন্দৰ
Paul pp
Apuni Bohut dhuniya ke buzai diye
Nice
Val hoise ,dana diyar karane Patra bebohar karok
ব্ৰুডাৰ টোৰ তুলনাত পোৱালীৰ সংখ্যা বেছি হোৱা বাবে ব্ৰুডিঙৰ সময়ত দানা পাত্ৰ ব্যৱহাৰ কৰিব পৰা নাছিলো । ইয়াৰ পিছৰ part টো চাব । তাত দেখিবলৈ পাব - দানাৰ পাত্ৰতে আহাৰ দিছিলো ।
Local murgi kot puha jabo
Dintut keibar dana pani dibo lage 1str pora heakholoi
Dada apuni dinot keibar camical panit mix kori diye
ভাল লাগিল দেই ।আমিও ভাবিছো
Dada vimarel tu kenekoi milamMane porimantu
100 পোৱালিৰ বাবে 5ml / day... Grower 7ml & ডাঙৰ মূৰ্গীৰ বাবে 10ml.... পোৱালিবোৰে এদিনত কিমান পানী খাই চাই লব, সিমান পানীতে মিলাই দিব । জোখ ল'বলৈ পুৰণা ঔষধৰ লগত দিয়া খপ ব্যৱহাৰ কৰিব পাৰে ।
Dada murgi puwalibor kot powa jai moyo palibo bisarisu
ওচৰৰ দানা দোকান আদিত খবৰ কৰক । নহ'লে ফেচবুক আৰু ইউটিউবৰ মাধ্যমেৰে বহুতে বিক্ৰী কৰি থকা দেখা যায় ।
Hi
১১ দিনে বাচ্চাক দিয়া যাব
Doinobad dada answer Doyar babe.
কোনতো ঔষধ ব্যৱহাৰ কৰিলে বেছি ভাল হব?
ভিডিঅ'ত কোৱা হৈছে । আৰু যদি কিবা বেমাৰৰ ঔষধ ৰ কথা সুধিছে, তেন্তে প্ৰথমতে বেমাৰটোৰ বিষয়ে জানিব লাগিব ।
1ta sukut dey na dada 🤗
Vaccine 1 ta sokute dia hoi....next vaccine aantu sokut
Vii tu khala kiba hobo nki oo
কি ক'লে, বুজি নাপালোঁ । ভালকৈ কওকচোন ।
Mur lukel murgi puali 20 din par haise. Atiya Mur murgik ke begxin use korim. Jonabosun.
Ranikhet (Lasota) diok hunkale sotut drop hisape.....1.5 mah par hole R2B vaccine injection di dibo
এটা পোৱালিৰ দাম কিমান
40-45 ৰ ভিতৰত পাব । ঠাই বিশেষে দাম বেলেগ বেলেগ হয় ।
Apunar cntec number 2 diyasun,, please 🙏🙏 dada,,
আপোনাৰ ফোন নং দিয়ক দাদা।
ৰানী শেত ভেকচিন তু কৰাৰ পাছত মেডিচাইন টু থাকিলে ফিৰিজত ৰাখিব পাৰি নেকী
Sterlite Water ৰ লগত মিলোৱাৰ পিছত ব্যৱহাৰ কৰি দিব লগে লগে । পুনৰ ব্যৱহাৰ নকৰিব ।
Apunar mobile number to dibo pariba naki

Dada vimarel tu kenekoi milam
Mane porimantu