কেনেকৈ সুৰক্ষিত হ’ব অসমীয়া ? শিয়ালৰ উপদ্ৰ্ব বাঢ়িছে নেকি ? কোনে কৰিব ইয়াৰ ন্যায় ?
Вставка
- Опубліковано 8 лют 2025
- কেনেকৈ সুৰক্ষিত হ’ব অসমীয়া ? শিয়ালৰ উপদ্ৰ্ব বাঢ়িছে নেকি ? কোনে কৰিব ইয়াৰ ন্যায় ?
#timesguwahati #news
About us
We are a web portal from North-East
Times Guwahati
Follow us on FB
/ timesguwahatinews
follow Pulak Nath at inst
/ pulaknath123
Visit our website
timesguwahati.com
Thanks for visit us ✅Follow Pulak Nath as Your friend at Facebook
/ pulaknath123
For any Detais please inbox or comment
সঁচা , এক হৃদয়স্পৰ্শী যোৱা সংগীত । ভাইহঁত...
দল আৰু দম্ভ এৰ..
মাটি,ভেটি আৰু জাতিক ৰক্ষা
কৰ ।
"জয় আই অসম"
Rahim Ali gaan
ধন্যবাদ, আপোনাৰ হৃদয়স্পৰ্শী যোৱা গীতটিয়ে অসমবাসীক টোপনিৰ পৰা জগাই তোলাৰ প্ৰয়াস কৰিব বুলি আশা কৰিলো।
অতি সুন্দৰ সময়োপযোগী এক হৃদয়স্পৰ্শী গীত , গীতটো উপলব্ধি কৰি সজাগ হ'বৰ হ'ল । জয় আই অসম 🙏🙏🙏🙏🏼
যি হৈ গ'ল হ'ল এতিয়া অসমীয়া মানুহে কঠোৰ পৰিশ্ৰম কৰি চাকৰিৰ আশা বাদ দি একগোট হ'ব লাগিব।
জয় আই অসম
জয় আই অসম
Ah oi ah ualai ah
অতি সুন্দৰ
হৃদয় স্পৰ্শী গান। গানটোৰ কথাবোৰ বিশেষকৈ জাতীয় সংগঠন বিলাকে অনুধাৱন কৰা উচিত বুলি ভাবো!
Bipin da apunau gan bohut rokhal ,koboloi hima nai
Absolutely true , I agree with you
আমি অসমীয়া একগোট হৈ আমাৰ মাটি আৰু সংস্কৃতি সুৰক্ষিত কৰিব লাগে।
জয় আই অসম
অসমীয়াৰ ইয়াৰ পৰা শিক্ষা ল'ব লাগে।গীতটোত সুন্দৰ উপস্থাপন হৈছে।গীতৰ কথাবোৰ ভালদৰে শুনক আৰু উপলব্ধি কৰক।অসমীয়া একত্ৰিত হ'বৰ হল।
ইহঁত বহুত ওপৰলৈ উঠিছে ইহঁতক তলত নমাব হল সকলো অসমীয়া এক হৈ যুঁজ দিব হল। লাগিলে জীৱন দি দিম থিতাপি ইহঁতক শেষ কৰি হে এৰিম। জয় আই অসম ।গান টো শুনিলে ৰাখিব নোৱাৰা হৈ যাওঁ অ
অসমৰ বাবে জন্ম লোৱা সেই অৰণ্য বাসী কত?
অসমৰ একাংশ ৰাজনীতিবিদৰ কাৰণে অনা অসমীয়াই সাহস পাইছে । যদি সঁচা কয়ে পৰেশ বৰুৱাই অসমীয়া জাতিৰ বাবে আলফা গঠন কৰিছে তেন্তে আহক আৰু দমন কৰক অনা অসমীয়াৰ গুণদা গিৰি । জয় আই অসম
Right 👍👍👍👍
Right joi ai axom 🙏💪👍👊👊
Right
Parash Barua tate buhut miya dalal asa
Ana Axomiak nahay , Bidehi / Bangladeshi bilakok kedabo lage .
অসমীয়া জাতি হয়তো ১০ বছৰ পিছত নি:শেষ হৈ যাব কাৰণ খিলঞ্জীয়া মানুহখিনি আজি ভাগ ভাগ হৈ পৰিছে ।
আৰু হব। এয়া আৰম্ভণিহে মাত্ৰ..আৰু কিছু বছৰ পাছত অসমীয়াক ঘৰত আহি কাটি থৈ যাব।
Amk katibole ahilee ami sai thoka bidhoru nohoi 🙏
Ai babei ohomiyak jobab dibo lage , thanks bro
সুন্দৰ গীত গাই চাওদাং ডাঙৰীয়াই অসম বুৰঞ্জী ৰ !🙏🙏
. উপযুক্ত গীত ।
সিহঁতৰ সাহস বহুত হৈ গৈছে। সোনকালে অসমৰ পৰা এই লেতেৰা মিয়া আৱৰ্জনা বোৰক শেষ কৰি দিব লাগে।
Right kotha nohole amar axomot miya raj solibo
Sob miya ak nohoi
@@endadulhoque3882 Oi geda emaan khini huwar pisot tohotor eyaat comments dibo laaj loga nai neki ha kela guu khuwa geda. Olop laaj ase jodi comments box r pora olop durot thak. Tohotor mein target hoise gutei world khon islamic terrorism bonuwa heitu tohotor dhaanda. Ei uddeshyo ketiau tohotor hofol nohoi sai thak kela
বহুত ভাল লাগিল শুনি। হৃদয় চুই গল। মাটি বেচাকিনা অনা অসমীয়াৰ লগত কৰিব নালাগে। ৰাইজ সজাগ হবৰ হৈছে। মাটি বেচিব নালাগে
অতি সুন্দৰ হৈছে
অতি সুন্দৰ গান 🙏🙏🙏🙏🙏🙏
জাকে জাকে শিয়ালে আগুৰি ধৰিছে অসমীয়াক৷ কংগ্ৰেছে সীমান্ত খুলি থৈ অসমীয়াক নিঃশেষ কৰিলে নেকি? পেট্ৰলৰ দাম ১০০০টকা হলেও অসমবাসীয়ে বিজেপিকে ভোট দিয়া উচিত৷ ড° হিমন্ত বিশ্ব শৰ্মা নাথাকিলে অসমীয়া শেষ৷ এখেতৰ বাহিৰে আন কাৰোৰে সাহস নাই অসমীয়াক ৰক্ষা কৰাৰ৷
Baparor koni2 maksudur.
Bjp Ani ase Miya baparor hotok . Toi ako bjp vut Dio ne . maksudur
Faltu vokto neki toi
ইমান সাহস বাঢ়ি গৈছে সিঁহতৰ সোনকালে খেদিব লাগে মিয়া বোৰক 😠😠 jai aai axom 🔥🔥👍
গীতটোৱে অন্তৰ চুই গ'ল।🙏❤️
অতি সুন্দৰ। হৃদয় চুই গ'ল।
ইহঁতে বহুত উওপৰলৈ উঠিছে ৷
সয্য কৰিব পৰা নাই মই ৷
Aponi aitu video siya aponar khong ute goisa ...je jon manhu more sa haytu kota apone abar babesa nake hay family tur ki condition hoisa apone Jana na .... Police station ja manhu to moresa haytu video alope sabo sun dada ....manhu tuk morira Moria maresa kiman kosto hoi manhu to moresa .... encounter korela Akbar more jai ... Aponei manhu tur video to sabo alop
Bohut uporot uthise ehoti miya axomor pora safa koribo homoi hol
@@Mostiful766 baki bhalne geda mc
@@Mostiful766 Assamese zinda Assam police zindabad
দেশৰ কাৰণে মৰিব ভয় নকৰো জয় আই অসম❤️❤️❤️
Real assamese song fell asleep of my heart.
অনা অসমীয়াক উত্তৰ পুৰ্বঞ্চলত থাই দিয়াৰ ফলত এইবোৰ সংঘাত হয়, এইবোৰ কাৰনতে আলফাৰ প্ৰয়োজন , জয় আই অসম
Alfai kio guli namare miyak ?
Northeast নহয় দাদা অসমত।আলফা আজিৰ তাৰিখত মৃত প্ৰায়। জাগ্ৰ্ত হোৱা হলে অসমৰ এই অৱস্থা নহল হয়।
Good
Ulfa ki korile khilonjiyar karone poresh Boruwah miyar sapoter moy nemanu alfak
@@mousumsonowal5983ulfar akol aei Bihari marwarik guli maribo paribo aru amar akhomiya manuhok maribo
চৰখনেই অনা-অসমীয়া
ৰ আঙুলিৰ ঠাছত নাচি নাচি নিজৰ স্বজাতিক সোশন কৰিবলৈ ধৰিছে,ইয়াৰ পৰা অসমীয়াই কেতিয়াবা পৰিত্ৰাণ পাব বুলি ভাবিব পাৰো নে?
গানটো মন চুই যোৱা,,,,,,
Aitu okol gaan nhoi friend... 😭😭😭😭😭😭😭😭😭ki km mori jb mn goisa...... Mor... Ki hoi gol assam khon
ঐ ফেক id geda ভাগ ইয়াৰ পৰা কেলা 🤣😆
@@Pgamers8698 oi darling ki khobor . Bhaale aso ne my babydoll🥰🥰🥰🥰🥰 you are so hot and funny little boy👦👦👦 🤣🤣🤣🤣🤣😂😂😂😂😂😅😅
গানতো শুনি তেজ গৰম হৈ গৈছে.পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ অসমীয়াৰ হৈ মাত মাতক ৰাজনিতী এৰক যদি অসমীয়াৰ হৈ কাম কৰে আজিয়ে আলফাত যোগদান কৰাত মোৰ কনো আপত্তি নাই..জয় আই অসম
Class 3 r pora Poras boruwar nam xuni asu... Atiya dakhi asu... Kintu ako poriborton dakha ni 😭😭😭😭😭😭😭😭😭
👍🔥
Raj Das
তই jaisi Mohammed আৰু আল কাইডাৰ পাৰ্টিত join কৰ হিজিৰা, নপুংসক কৰোবাৰ 😆🤣
@@Pgamers8698টিৰপালৰ তলৰ ফতা কণ্ডমৰ জাত তহতৰ বেছি দিনৰ ভাত নাই আৰু অসম বা ভাৰতত কুকুৰৰ জাত বাংলাদেশী বিধান বাইক জলোৱা ৰেন্দী গেদী ভনিয়েৰক পুলিছে পোকৰত বাঁহ সুমুৱাই আছে আহ গৈ..তোৰ দৰে গোতেই বাংলাদেশীৰে এনেকুৱা হব চিন্তা নকৰিবি
অসমীয়া জাগিবৰ হল, নহলে অসমতে অসমীয়া ভগনীয়া হব । আমি সকলো অসমীয়া ই এতিয়া একত্ৰিত হবৰ হল । সময় থাকোঁতে যদি হাত খাবতি বহি থাকোঁ তেনেহলে আগন্তুক প্ৰজন্ম কোঙা হৈ পৰিব যিটো আমি কেতিয়াও হব দিব নোৱাৰোঁ । জয় আই অসম
সছাঁকৈ অন্তৰৰ পৰাই অভিনন্দন আপোনালোকৰ সংবাদ মাধ্যমক গানতো বজোৱাৰ বাবে ৷ মাজতে দুই এটি বাতৰি দেখিলে বৰ বেয়া লাগে আপোনাসৱৰ ৷
সুন্দৰ সময়োপযোগী গীত টি
এটা সময়োপযোগী উপস্হাপন । ভাল লাগিল।
সুন্দৰ,, গালোম ঠিয়ছে,,
বহুত ভাল লগা, হৃদয়শ্পী যোৱা সংগীত,,,,,
ধৰ্মীয় শিক্ষা ..এয়াই মাদ্ৰাছা
গানটো বহুত ধুনীয়া হৈছে সত্য কথা
Wounderful. God bless you.
আ হ ই মান মজা❤
মানুহৰ কমেন্ট চাই এনে লাগে অসমত যুদ্ধ চলি আছে..... কিন্তু সমাধানৰ বিষয়ে কোনেও নকয় অকল আলফা লাগে বুলি মন্তব্য
Ami xoru mnhu amar kotha nuxuna kkonao a....... Amar nata bora ki kori asa 😭
এতিয়া আলফা শুপ্ত এদিন জাগিব সেয়াও আশা নাই।
Sob akegologe ulabo lagibo tetiya he homadha hobo
মিঞা বোৰৰ বাংলাদেশত খেদিব লাগে ।
ভূপেনদা আজি নাই । বৰ্তমান অসমৰ যিটো পৰিস্থিতি হৈ আছে তাৰ বাবে ভূপেন দাৰ কথা মনত পৰে ভূপেনদাৰ সেই দেশ প্ৰেমৰ গীতটো মনত পৰে -
"আজিৰ অসমীযাই নিজক নিচিনিলে অসম ৰসাতলে যাব " ।।
গান তোৱে মন চুই গল জয় আই অসম
CM sir apunak atai anuradh Ai gotonatuk jorito hokoluke kotur khaste prodan korok sir 🙏🙏🙏🙏plzz
😭😭😭😭😭😭😭😭
Nice and meaningful truth song
Amar okomiya manuk besi oitosae kori se miya manuhe 😭😭😭😭😭miyak sobe okomiya mili kedibo homoi hoi se Jay ai Axom ✊✊✊✊✊✊✊✊✊✊✊✊✊✊✊✊✊
Joi Aii Axom
সচাই দেশখন অনা অসমীয়াৰে ভৰি পৰিছে,ইয়াৰ বাবে জগৰিয়া ৰজা ঘৰৰ বৰমুৰীয়া সকল
সছা কথা জানিব পাৰি অসমীয়া জাতি তু হেখ হবলৈ নিদিওঁ।
সময় উপযোগী হৈছে
মিঞাক দাইৰেক চুত কৰিব লাগে,তেতিয়া অসম পুলিচে কি কৰি আছিল, মিঞাক চুত নকৰিলে অসমবাসী অসমত হেৰাই যাব এদিন,জয় আই অসম
Anekuwa lgse.....je nijor dekht thki o...anr tolot thoka Jen lgse
Xoshsa gan dada apunar right
দেশখনৰ কাৰণে মৰিম জয় আই অসম
সোকলো অসমীয়া এক হ'বৰ হ'ল ।
অসম খন শেষ হৈ গৈ আছে
ভোট লাগে চৰকাৰক
অসম খন নালাগে
আমাক সুৰক্ষা দিব পৰা সুস্থ নেতৃত্ব দিব পৰা এজন প্ৰকৃত অসমীয়া নেতা লাগে, যিজন সকলো খিলঞ্জীয়াৰ মাজৰ পৰা এজন হ'ব।
পৃথিৱীৰ শেষষষষষ হৈ যাব কিন্তু অসমিয়া জাতি জনগোষ্ঠীৰ কেতিয়াও এক হব নোৱাৰে,, আজি ৩০বছৰৰৰৰ পৰা দেখি আহিছো অসমিয়া নমুনা,,,, শেষ হ'ল অসমিয়া জাতিৰ মাতি ভেতি অকল political কাৰণে,,,, জয়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য় আআআআআআআআআইইইইইইইইইইইইইই অঅঅঅঅঅঅসসসসসসসসসসমমমমমমমম
Etiai miya geda xokolok aami eke log hoi nexedile aahi thoka dinbor axom iyatkoi bhoyongkor poristitir xonmuxin hobo lagibo.
হৃদয়ে কান্দি উঠে এই বোৰ গীত শুনিলে। সচা এই গীতটোৱে তাৰে উমান দিছে।
অসমীয়া হিন্দু খিনিয়ে ধৰ্ম নিৰপেক্ষতাৰ নামত গোটেই বঙাল সকলক ঠাই দি নিজৰ অস্তিত্ব শেষৰ পথত থিয় হৈ আছে । আজি ধুবুৰী, গোৱালপাৰা, নগাঁও আদি গোটেই বঙালৰ হাতত..... আমাৰ পূৰ্বপুৰুষে অস্ত্ৰ তুলিব জানিছিল বাবেই আমি আজি জীৱিত আছো । যদি দ্বিতীয় কাশ্মীৰ হোৱাটো নিবিচাৰে তেনেহ'লে এই ধৰ্ম নিৰপেক্ষতাৰ মুখা খন আতৰাই জাতিটোৰ ৰক্ষাৰ হকে সংগ্ৰাম কৰক প্ৰয়োজনত অস্ত্ৰ তুলি লবলৈ ও দ্বিধাবোধ নকৰিব
জয় আই অসম, জয় হিন্দ 🇮🇳
Right
চাউদাং নামৰ দালাল টোৰ এই গানে একো কাম নকৰে!দালালে সেই বাবেই কা সমৰ্থন কৰি বিজেপিত সোমাল।
Wah bohut val lagil
Ahom, Mising, Bodo, koch- kalita, bamun ityadi.. buli koi ami hokolu bhag bhag hoi asu eiyai amar durbolota 🙏
Hoboi Bhai tahot amk Assamese buli navabe dor kar nai kunu dor kar nai
@@jyotiranjanrabha3123 xeitu hoi...
@@paragsaikia8115 hoy
@@paragsaikia8115 অসমীয়া ভাষা artificial language হয় কোনো দৰকাৰ নাই এক হোৱা শেষ হক বাল অসমীয়া
@@jyotiranjanrabha3123 bujisu tmr kotha khini but amr nijor majotei vaag vaag ..toi kosari.toi rava.toi karbi...........kuneo axomiya buli nkyei nijoke
এটা কথা আৰক্ষী সকলৰ কথা কোনোবাই ভাবিছে নে ? ৰাইজে আইন হাতত তুলি লব নালাগিছিল তেওঁলোকে থানা জ্বলাই দিছে এইটো কি ভাল কৰিছে নেকি নিজৰ নামৰ মাটি যদি তেওঁলোকে পাবই তাত চৰকাৰে একো কৰিব নোৱাৰে কিন্তু যদি চৰকাৰীৰ মাটিত আছে তো তেওঁলোকে একো কৰিব নোৱাৰে । ভুল কৈছোঁ যদি ক্ষমা কৰিব । বাকী গানটো অতি সুন্দৰ।
এখন bike ৰ বাবে মাটি বিক্ৰী কৰা, NRC যোগেদি বিদেশী ক স্বদেশী কৰা, সংগঠন কৰি নিজৰ ভৱিষ্যত ঠিক কৰা, এনেবোৰ বদন থকালৈকে এইবোৰ জানো সম্ভৱ ককাই??
ইহঁতৰ উতপাদ বেছি হইছে কেলা ইহঁতৰ কাৰণে আজি গোটেই মুছলিম জাতিটোৰ বদনাম... জয় আই অসম
জাগ ও জাগ অসমীয়া নহলে অসম যাব ৰহাৰ তোলে
Kashmir o adin hindur a asil..
Kin2 Hindu kot atia tat?
Axom khn o ki adin kashmiror nsinai hbo nki????
Ami xokoluye bibesona nkarile khosai bht dangr bipod hbo adin amar...
Ehot bure barhiye jai ase....
kiba solution ase janu..?
Solution akuye nai amar hatot..
Vote bank jorito eyat,, aru alphao aku mat namate ai setrot...anei jati mati naam mukhot loi thkile ki hbo,, akutu action lwa nai ehoteu..
Ami dorkhok hoie sai thkibo lgibo,,.ki krim krn ami j sorkar r tulonat bht soru manuh,,, kune rkhibo kune bujabo amar ktha,,udongai dyao nai..
Hmmmm,,,bht bya hbo ai porinam
না কাশ্মিৰ না Tripura হব লাগে ।।
অসঅ অসমীয়াৰ হৈ থাকিব লাগে ।
ধন্যবাদ
Very Heart beating song for All Assamese people who love his Mother.
আৰক্ষীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিলে গুলী কৰি দিব ।।আমি সকলোৱে মাৰ বান্ধি থিয় দিবলৈ সাজু ।।বাং লাদেশী মিঞা খেদিবলৈ আগবাঢ়ি আহক ।
ভাল লাগিল গীত শুনি....মানুহৰ মাজত ইমান হাহাঁকাৰ... অভাৱ, কান্দোন, বেয়ায় লাগে
আমাৰ অসমীয়া একতা হবৰ হল
দেশ গ’ল গ’ল বুলি ক’লে জানো হয় ভূল, শেষ হ’ল হ’ল বুলি ক’লে জানো হ’য় ভূল ? অসমীয়া যেন নিথৰুৱা ঘৰতেই ৷ এইয়াই প্ৰমাণ ৷ জয় আই অসম 👍
অসমৰ অসমীয়া কুন
Right
❤❤❤❤❤❤❤
Joi aii assam
কেবল ৰাজনীতি কেতিয়াবা অসমীয়া কোন তাৰ ৰাজনীতি কেতিয়াবা বেদেশী কোন তাৰ ৰাজনীতি, হিন্দু মুছলিমৰ ৰাজনীতি,মন্দিৰ -মছজিদৰ ৰাজনীতি ॥ কেবল ৰাজনীতি.. উন্নয়নৰ ৰাজনীতি কোনোৱে নকৰে...
লাচিতৰ নামলৈ, সাজু হবৰ হ'ল আদি ফুটনি মাৰি ফুৰিলেইহল।।
Moja.Lagil.vai
Mojaaaa mojaaaa
Jui ai axommmm 🥺❤️❤️❤️❤️❤️🔥🔥🔥🔥🔥🔥🔥🔥🔥
জয় আই অসম ❤
জয় আই অসম
অসমীয়া সকল আপোনালোকে অসমীয়া জাতি টোক ভাগ ভাগ কৰি উচ্চ নিচ্ছ কৰিবলৈ এৰক। নহলে অসমীয়া জাতি টো অস্থিত্ব নাইকীয়া হৈ যাব এতিয়া। সকলোৱে অসমীয়া বুলি ভাবিবলে শিক ক
। উচ্চ বুলি ভাবি থকা সকলে নিজেই নিজৰ ওপৰতে যুঁজি আছে তেনেকৈ হলে আমি অসমীয়া বুলি কেনেকৈ বিদেশী সকলৰ লগত যুজিম। উচ্চ বুলি ভাবি থাকিলে অসমীয়া জাতি টো শেষ হৈ যাব আৰু। তেতিয়া উচ্চ কাক দেখুৱাব বিদেশী সকলৰ আগত দেখাব নেকি । সেইকাৰণে অসমীয়া হিচাপে ভাবি অসমীয়া জাতি টো লগতে আমাৰ মাটি ভেটি সকলো ৰক্ষা কৰক ।। 🙏 নহলে এই ভাগ ভাগ হোৱা উচ্চ শব্দটোৱে বহুত বিপদৰ সম্মুখলৈ ঠেলি দিব অসমীয়া জাতি টোক।।।। অসমীয়া সকলে নিজৰ উচ্চ পদ টোক লৈ অসমীয়া লগত যুঁজ দি একো লাভ নাই । অসমীয়া বুলি ভাবি একগোট হওক সকলো ।। আমি সকলো কেৱল অসমীয়া আমি অসমীয়া জাতি টোক ৰক্ষা কৰিবলৈ যুঁজি যাম। কিন্তু কোনো ধৰণৰ ভাগ ভাগ হোৱা উচ্চ পদৰ গোহাঁই মহন্ত কলিতা এনেকুৱা ধৰণৰ উচ্চ সকলৰ বাবে যুঁজিব নোৱাৰোঁ কিয়নো এইবোৰৰ বাবে যুজি যোৱা সকল চাৰ্থ ৰ কাৰণে হে যুঁজে দেশৰ কাৰণে নহৈ অসমীয়া কাৰণে নহয় কিয়নো সেইবোৰ যুঁজ দি আমি নিজৰ অসমীয়া জাতিটো ৰক্ষা কৰিব নোৱাৰোঁ । অকল অসমীয়া বুলি ভাবি লৈ হে আমি যুঁজিম ।।।🙏 কথা খিনি মোৰ মনৰ পৰা কলো কিবা যদি ভুল কৈছোঁ ক্ষমা কৰিব। অসমীয়া জাতিৰ ৰক্ষাৰ কাৰণে কৈছোঁ ।।। জয় আই অসম 🙏🙏🤝🤝❤️❤️
Right kotha kokaai
Hsakoi Bipin da aponar gan aji bht valkoi milisa
অসমীয়া গান হে গাব জানে একো কাম নাই অসমখন জনজাতি সকলৰ হব লাগিছিল তেতিয়া কিবা এটা হল হয় |
Val lagise... Gaan khon ... Kashmis hoboloi besi din nai... Porikha he korile...
জয় আই অসম
জয় আই অসম 😓♥️
Khundar gaisay Thank you
Bht dhuniya 🫂
Nice 👏👏👏👏👏
অসম খন খতম কৰি দিলে
Joi ai Asom
বহুত চিন্তাৰ বিষয় হৈছে।
Jai aiii axom.
আমি আৰু চাই থাকিবলৈ সময় নাই আৰু চাই থাকোঁতে যাব অতি সোনকালে অসম খন পৰিস্কাৰ কৰিব লাগে ।
Good....attractive....
Joi ai axom 🙏