Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বাইদেউ আপোনাৰ কথা বিলাক শুনিলে শুনিথাকিবৰ মন য়ায় ইমান সুন্দৰ কে উপস্থাপন কৰে আপোনাৰ কথাত বহুখিনি সত্যতা আছে
অতি সুন্দৰ আৰু সময়োপযোগী আৰু হৃদয়স্পৰ্শী বক্তৃতা। তেওঁৰ বক্তব্যত আমাৰ বাস্তৱ জীৱনৰ সংপৃক্ত হৈ ঘটনা, পৰিঘটনাৰ ভৰপূৰ অভিজ্ঞতাৰে পুষ্ট। এগৰাকী প্ৰতিভাসম্পন্ন অসমীয়া যুৱ সাংবাদিক সচা অনুভৱ বৰ্হি প্ৰকাশেৰে আমাৰ সমাজৰ যুৱ প্ৰজন্মক উৎসাহ আৰু প্ৰেৰণা যোগাব।❤❤❤
বাইদেউ আপোনাৰ কথাবোৰে অন্তৰ চুই যায়
ঠিক কথা কৈছে বাইদেউ। আপোনাৰ ভাষণত যথেষ্ট তাৎপর্য আছে।
অতি সুন্দৰ সময়োপযোগী পদক্ষেপ আপুনি লৈ আছে । পিছে বৰ্তমান ভোগবাদী সমাজ ব্যৱস্থাত আপোনাৰ সংস্কাৰ মুখী ভাষণ মূল্যায়ন কৰি তাক বাস্তৱত প্ৰয়োগ কৰিব লৈ মানুহ শতকৰা দহজন ওলাবনে সেইটোও সন্দেহৰ বিষয় । তথাপিও মানুহক মহাপুৰুষ শংকৰদেৱৰ,মাধৱদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমাজ খনক সংস্কাৰমুখী কৰিবলৈ আপোনাক ঈশ্বৰে শক্তি দি কৃপা কৰক তাকেই ঈশ্বৰৰ ওচৰত কামনা কৰিলো । জিতু কাকতি ,বঙাইগাঁও
ষ্পষ্টবাদি হ'ব লাগে। মূলা গাভৰুৰ ৰাজ্য। সাহসেৰে।কথা কবা। ধন্যবাদ থাকিল 🙏🙏 কলিয়াবৰ
বহুত ধুনীয়া কথা কলে ❤️ এইকেইটা কথাই চুমি চুৰুণী, তাৰ্কি কুকুৰা আৰু বিশালৰ আত্মসন্মানত লাগিছে নে বাৰু ??? নে এতিয়াও আৰু বহুত বাকি আছে বুজি পাবলৈ ? আমি সৰু সৰু সপোন দেখা মানুহ সৰু সৰু কামবোৰতে সন্তুষ্ট হোৱা মানুহ গতিকে কথা কেইটাই ভাবিব নোৱাৰাকৈ সুখী কৰি গ’ল ৷ 🙏
হৃদয় চুই যোৱা আকৰ্ষনীয় বক্তৃতা ❤❤❤❤
❤ সুন্দৰ উপস্থাপন বাইদেউ বহুত বহুত ধন্যবাদ
সুন্দৰ মন্তব্য বহুত ভাল লাগিছে ❤️
বহুত ভাল কথা কৈছে শুনি থাকিবৰ মন যায়
বাইদেউ সেৱা গ্ৰহণ কৰিব। আপোনাৰ এই কথাবোৰ বিশেষকৈ আমাৰ অভিভাৱকৰ উঠি অহা আমাৰ সন্তানবোৰৰ বাবে বৰ গুৰুত্বপূৰ্ণ হৈ পৰিছে। নজনা কিছুমান কথা আৰু আদৰ্শ হিচাপে জানিব পাৰিছো । উঠি অহা নবপ্ৰজম্নই অন্তত শিকিব পাৰিছে।
বাদেও আপোনাৰ কথাই বুকুখন চুই যায় এনাজিকিছু আছে ধন্যবাদ বাইদেও।
সছায় আপোনাৰ কথাবোৰ অতি সুন্দৰ হৃদয়স্পৰ্শী গুৰুত্বপূৰ্ণ 🎧ভাল লাগে।
God. Bless. You. Angela. Bhal. Lagisa
সময়োপযোগী হৈছে ।সুন্দৰ বক্তব্য ।
Golden words of wisdom. Very relevant in the present times.
Baidew apunar vakhonbur imanei val lage huni amoni nalage thoinobad
সুন্দৰ বক্তব্য ৰাখিছে ,Thank You.
Thank u sister may God bless u
আপোনাক বহুত ভাল লাগে কথাবিলাক ধন্যবাদ 🙏🙏🙏🙏🙏
ধুনিয়া কথা কৈছে আপুনি বাইদেউ ❤❤❤❤❤❤❤
খুবেই সুন্দৰ মন্তব্য
আপুনিও সুন্দৰ আপোনাৰ কথা বিলাকও সুন্দৰ
Krishna Krishna aai, xewa jonalo🙏🙏, amrit paan korale , Eschore kripa kore jen agoloi o apunr anuvob xuniboli akhere , Krishna
আপোনাৰ,,বিশ্লেষণ,, কণ্ঠ,,সঁচাই মনোৰম,,কিন্তু মানুহ হৈ আপোনাৰ দৰে আধ্যাত্মিক চিন্তাৰ দ্বাৰা সকলো পৰিচালিত নহয়,,কাৰণ বৰ্তমান সহজে আয়ত্ব কৰিব পৰা অৰ্থৰ পাছত পাগল অসমিয়া,,আৰু চৰকাৰ,,! বিশাল,,স্বপ্ননিল আদিৰ সম্প্তিক অবৈধ তথা জনতাক প্ৰবঞ্চনা কৰি গুটোৱা বুলি কোৱা চৰকাৰে ঘূৰাই দিবনে পুনৰ জনতাক,,! নে সাৰদা,, লুই বৰঝাৰ,,আৰু তথাকথিত(ছেবি অন্তগত )সুব্ৰত ৰয়ৰ ছাহাৰা আদিৰ দৰে হবগৈ,,যত নেকি ৰাজনৈতিক নেতা বিলাক সদাই বাছি যায়,আনকি বাছি গৈ জনতাৰ নেতা হৈও যাব পাৰে!
The voice of Assam, good message🎉
খুবেই সুন্দৰ বাৰ্তা।
বাইদেৱে সচাঁ কথা কৈছে ❤️❤️
বহুত ভাল লাগিল, ধন্যবাদ
এঞ্জেলা বাইদেউ অনুভৱৰ প্ৰতি মই অনুপ্ৰানিত
সুন্দৰ উপদেশ ধন্যবাদ
বাইদেৱে ইমান সত্য কথা কয় কিন্তু দুখৰ কথা যে মানুহে কথাবোৰ বুজিবই নিবিচাৰে ।
সঁচা; সুন্দৰ উপদেশ 🙏
বহুত সুন্দৰ নিদৰ্শন,
Hosai bohut val lage apuner kothabur
Bhut bhut Val paiso aponar video sao
আপোনাৰ এই সাহসী মন্ত্যবই নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগাব। আশা ৰাখিছোঁ আৰু আগুৱাই যাওক আৰু কুশলে থাকক।
বহুত ভাল কথা কৈছে
Baideo bor bhal lagil kotha bur
Hundor 👍🏻
সুন্দৰ খুব ভাল লাগিছে
Thanks for you
Hundor❤❤❤
Eman dhuniya kotha kob pery apuni
Khub bhal lagile xuni❤🙏
সুন্দৰ কথা কৈছা
Hundor
Ati xundor kotha val lagil
সুন্দৰ বাৰ্তা
Bar val lagil krishna
Majni bohut bohut bhal lagil
সুন্দৰ মন্তব্য
এই ভাল আদশৱান কথা সকলোৱেই শুনিব লাগে
বাউদেই আপোনাৰ কথাবোৰ বহুত ভাল লাগে।
Excellent motivation speech
অতি সুন্দৰ ❤❤❤
Eman sundor montobyo
Good decision
Bhal lagil.thank you
বৰ ভাল লাগিল দেই বা...
Angela changmai bahut bhal katha koi manuhe Gyan Lua val
Bahut bhal lagise aideu❤❤
Bohut bhal kotha
Thik kotha koisa tmi .....hodai aidorei thaka ....❤
Bohut val lagise baideo
Kotha bohut morom lage
ভাল লাগিল ।
Bhal lagise
Thik kotha koise baideo apuni
Apuni bahut duniya kotha koi baideu
সুন্দৰ
Bor vl lagil tumar kotha khini aro di thakib de baido❤❤❤
Enjela. Thankyou
Val lagil
ঠিক কৈছে
Right changma bi.
Absolutely right ✅️
RightSameMahatamaGhandhi
God bless you
Hosa kotha koisa anjela❤🎉
Val lagil baa
Thik kotha koise
Hundor boktabya.from Jonai ❤❤❤
Bor dhunia kotha kola.
মাজনী বৰ ভাল লাগিলে তোমাক দেখি আৰু কথাখিনি
You are my inspiration Baa 💜 love you Baa❤
Mam apunar kotha kunile val lage
God bless you 💖
Hosa kotha koise❤❤❤❤
Salute ba
Val Lagil ❤
Hundar speach 💖💖
Right Anjela Ba.
Very good speech
Very fine Coment God bless you ❤
Anjela maai axirbad thakil
Thik koise baideu
Good Spoke Sister.
Apunar kotha bur huni val lagil kintu politics kothaburar dore nhoi jate.
Nice speeches
Right 👍👍
Hoi baru😊

Right
Same
Mahatama
Ghandhi