নাম-প্ৰসঙ্গ, নাম-প্ৰসঙ্গ প্ৰশিক্ষণ, শ্ৰীযুত আনন্দ বৰা

Поділитися
Вставка
  • Опубліковано 3 гру 2024

КОМЕНТАРІ • 51

  • @hiranyadas3255
    @hiranyadas3255 Місяць тому +5

    অতি সুন্দৰ প্ৰদৰ্শন ভক্তি ভৰা নাম প্ৰখংগ্ বৰ ভাল পালো জয় শ্ৰী ৰাম কৃষ্ণ বিষ্ণু নাৰায়ণ হৰি কৃষ্ণ ৰাম 🌺🌷🌸 🪔🙏

  • @user-lz4rp3jz7y
    @user-lz4rp3jz7y Місяць тому +4

    বৰ সুন্দৰ হৈছে। কৃষ্ণ।

  • @nayankalita8694
    @nayankalita8694 Місяць тому +1

    ❤❤❤❤ সুন্দৰ সুন্দৰ

  • @sangitaborahrangpur
    @sangitaborahrangpur 2 місяці тому +3

    কৃষ্ণ কৃষ্ণ হৰি ৰাম। সুন্দৰ

  • @padmaluson6394
    @padmaluson6394 2 місяці тому +2

    কৃষ্ণ, আনন্দ বৰা বাপজনাক সেৱা নিবেদিছো , ইমান সুন্দৰকৈ পৰিচালনা কৰিছে।

  • @anjalibaishya2287
    @anjalibaishya2287 Місяць тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @sakuntaladevi2075
    @sakuntaladevi2075 2 місяці тому +1

    কৃষ্ণ হৰি ৰাম নাৰায়ণ

  • @probinnath7674
    @probinnath7674 2 місяці тому +2

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ।। কৃষ্ণ কৃষ্ণ

  • @satyajitdas7029
    @satyajitdas7029 2 місяці тому +1

    Krishna ❤️❤️🙏🏻🙏🏻

  • @Putu-c9m
    @Putu-c9m 3 місяці тому +1

    বহুতো সুন্দৰ হৈছে। ঈশ্বৰৰ কৃপা হৈছে। জয় গুৰু শ্ৰীমন্ত শঙ্কৰ । কৃষ্ণ বাপ সমস্ত আমি নামৰ সেৱা কৰিছো ।

  • @ThaneswarChutia-od1cp
    @ThaneswarChutia-od1cp 2 місяці тому +1

    কৃষ্ণ বাপ সমষ্ট।🙏 ।

  • @MamoniSaikia-cl4mi
    @MamoniSaikia-cl4mi 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ বাপজনা

  • @akhilburagohain381
    @akhilburagohain381 2 місяці тому +1

    Krishna Krishna Krishna bap

  • @dilipbaruah1655
    @dilipbaruah1655 3 місяці тому +1

    কৃষ্ণ 🙏 জই গুৰু শঙ্কৰ।

  • @minaramsaikia3737
    @minaramsaikia3737 3 місяці тому +1

    জয় গুৰু শংকৰ 👏

  • @arunkonwar6132
    @arunkonwar6132 2 місяці тому +1

    Krishna Krishna Krishna........

  • @romenbora2311
    @romenbora2311 3 місяці тому +1

    জয় গুৰু শংকৰ
    কৃষ্ণ কৃষ্ণ বাপ

  • @AvachinaSaikia
    @AvachinaSaikia 3 місяці тому +1

    Krishna Krishna 🙏🙏🙏🙏

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq 3 місяці тому +1

    কৃষ্ণ

  • @budheswardowarah9345
    @budheswardowarah9345 3 місяці тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ , আনন্দ বৰা বাপজনাৰনাম প্ৰসংগৰ তাল প্ৰশিক্ষণৰঅনুষ্ঠান ভাগি অতি সুন্দৰ প্ৰদৰ্শনৰ হৈছে। আমি সবে অংশগ্ৰহণ কৰিবলৈ যদি পালো-----। হেতেন----।

    • @niranjanboruah4164
      @niranjanboruah4164  3 місяці тому

      @@budheswardowarah9345 আহিব।। কৃষ্ণ

  • @plabitaboruah3286
    @plabitaboruah3286 3 місяці тому +2

    Krishna

  • @jadabkachari100
    @jadabkachari100 17 днів тому +1

    super

  • @NirabPhukan
    @NirabPhukan 2 місяці тому +1

    বাপ, অনুষ্ঠান ভাগ বৰ ভাল লাগিল । আমিও শিকিবৰ বাবে যত্ন কৰিছোঁ । ডিব্ৰুগড়ৰ পৰা হেৱা ধৰিছো, কৃষ্ণ বাপ আৰ্শীবাদ কৰিব , সফল হব পাৰে যেন । জয় গুৰু শংকৰ ।

  • @gajenborah-ee8yl
    @gajenborah-ee8yl 3 місяці тому +1

    Krishna bap uponer posihaun bor Val lageel

  • @pranjoyhazarika67
    @pranjoyhazarika67 3 місяці тому +1

    Krishna Krishna bap

  • @nabingogoi8689
    @nabingogoi8689 3 місяці тому +1

    শ্ৰী কৃষ্ণায় নমঃ🙏

  • @RenuSaikia-k1x
    @RenuSaikia-k1x 3 місяці тому +5

    কৃষ্ণ কৃষ্ণ ।

  • @arunpathak2120
    @arunpathak2120 3 місяці тому +1

    বৰ সুন্দৰ। কৃষ্ণ, জয় গুৰু শঙ্কৰ।

  • @MomiDeka-dw6mp
    @MomiDeka-dw6mp 3 місяці тому +1

    🙏🙏

  • @jyotimagogoi8868
    @jyotimagogoi8868 3 місяці тому +1

  • @jugalsarmah7925
    @jugalsarmah7925 3 місяці тому +1

    এটা মহৎ কাম হৈছে ৷ আমি তাল এযোৰ কিনি থৈছিলো বহুদিনতে ৷ কিন্ত শিকিবলৈ সুবিধা পোৱা নাছিলোঁ ৷ আপোনাৰ এই প্ৰশিক্ষণৰ জৰিয়তে কিছু শিকিব পাৰিছোঁ ৷

  • @AnantaboraAnantabora-tl1yw
    @AnantaboraAnantabora-tl1yw 3 місяці тому +1

    কৃষ্ণ কৃষ্ণ

  • @tultulbaruah1645
    @tultulbaruah1645 2 місяці тому +1

    অনুগ্ৰহ কৰি আনন্দ বড়া বাপজনাৰ ফুন। নামবাৰ টো। দিব পাৰিবনে।তেখেতক

  • @nabingogoi8689
    @nabingogoi8689 3 місяці тому +1

    কোন ঠাইৰ নামঘৰ ?

    • @niranjanboruah4164
      @niranjanboruah4164  3 місяці тому +1

      @@nabingogoi8689 শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ যোৰহাট জিলা শাখাৰ নামঘৰ

    • @nabingogoi8689
      @nabingogoi8689 3 місяці тому +1

      শ্ৰদ্ধেয় বৰা বাপলৈ সেৱা জনাইছোঁ।মই গুৱাহাটীৰ ৰুক্মিণী গাৱৰ পৰা চাইছোঁ ।আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত আমাৰ স্থানীয় নামঘৰত নাম গাওতে তাল সংগত কৰিছিলোঁ ।বাপজনাৰ কথাখিনি কিছু অনুকৰণ কৰিছিলোঁ । কৃষ্ণ 🙏🙏🙏🙏🙏

    • @niranjanboruah4164
      @niranjanboruah4164  3 місяці тому

      @@nabingogoi8689 কৃষ্ণ কৃষ্ণ

  • @pradip1428
    @pradip1428 3 місяці тому +1

    Kot prakshishan hoi ase

    • @niranjanboruah4164
      @niranjanboruah4164  3 місяці тому

      @@pradip1428 শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ যোৰহাট জিলা শাখাৰ নামঘৰত

  • @JaduSaikia-hx6xq
    @JaduSaikia-hx6xq 3 місяці тому +1

    Krishna Krishna 🙏🙏🙏🙏

  • @satyabatibhorali4653
    @satyabatibhorali4653 2 місяці тому +1

    🙏🙏🙏🙏

  • @prasantakhanikar2604
    @prasantakhanikar2604 3 місяці тому +1

    কৃষ্ণ কৃষ্ণ

    • @niranjanboruah4164
      @niranjanboruah4164  3 місяці тому

      @@prasantakhanikar2604 কৃষ্ণ কৃষ্ণ