Oisono Muhono | Tarali Sarma | Borgeet | Prabhat Sarma | Windsongs

Поділитися
Вставка
  • Опубліковано 27 лис 2024
  • Presented By #Windsongs
    #TaraliSarma
    #Borgeet
    #oisonomuhono
    Borgeets are musical compositions composed by the Vasnavite saint Srimanta Shankardeva and Sri Sri Madhavdeva around five hundred years back.Both the gurus are the pioneers of the Vasnavite moments in Assam, India.
    "Oishono Mohono" is a composition of Saint SriSri Madhabdeva.This is the first Borgeet of an album of Borgit titled "Bhokoti" by singer composer Tarali Sarma produced under her banner Windsongs.
    Video credits
    Directed and Edited by Jhulan Krishna Mahanta
    Assistant- Gargee Dutta
    DOP- Papu Deka
    Costume- Upasana Mahanta
    Cast-
    Raju Roy
    Preetilata Sarma
    Tarali Sarma
    Child artist-Dheer Kashyap
    Audio Credits
    Khol - Kusha Mahanta,Giren Kalita
    Taal- Giren Kalita
    Keyboard - Bhadra kanta Das
    Flute- Pradip Deka
    Violin- Dwipen Sarma
    Recorded mixed and mastered by Jintu Bordoloi at
    Dreams Studio
    Assistant- Ripunjay Sarma
    Follow Tarali Sarma,
    on Facebook: / taralisarma
    on Twitter: / taralisarma
    For Live Shows:
    taralisarma@gmail.com
    7002200609
    © All rights are reserved to Windsongs,Tarali Sarma
    [Any kind of unpermitted downloading, uploading, copying or cropping of the videos will be liable under section 51 of the Indian Copyright Act.]

КОМЕНТАРІ • 198

  • @BiswajitDas-dt1hz
    @BiswajitDas-dt1hz 2 роки тому +26

    কণ্ঠ নহয়, যেন সৰগৰ পৰা ভাঁহি অহা আন এক সুধাকণ্ঠহে । হেজাৰ বাৰ শুনিলেও যেন হিয়া মন শাত নপৰিব ঐছন মোহনৰ যাদুকৰী সুৰ-কণ্ঠধ্বনি । বৰগীতটোৰ ছন্দময় ছবি নিটোল ৰূপত প্ৰাণ পাই উঠিছে প্ৰতিটো দৃশ্যত । কাহিনীটোৰ দৰেই অভিনয়তো কাৰো ক'তো জঠৰতা নাই । সুন্দৰ, মসৃণ, গতিশীল অভিনয় । একক-অনন্য-অতুল্য কাহিনীটোৱে আৰম্ভণিৰ পৰা শেষলৈ চুম্বকৰ দৰে টানি ৰাখিছে হৃদয়ক । আহ !! কি যে মায়াবী আকৰ্ষণ !! গুৰুজনাৰ অপূৰ্ব বৰগীতটোৰ ফাঁকে ফাঁকে ভগবানৰ সন্ধান কৰোতেই স্ৰষ্টাই নিজৰ মাজতেই আবিষ্কাৰ কৰিলে ঐছন মোহনক । আৰু আমি ??কেৱল আনন্দৰ ফাঁকুগুৰি ছটিয়াই চৌবিশটা প্ৰহৰে বুকুত কঢ়িয়াই লৈ ফুৰিম ঐছন মোহনক... ।।

  • @rimjhimdeka8330
    @rimjhimdeka8330 2 роки тому +26

    মই আপোনাৰ বহুত বহুত বেছি বাঘৰ অনুগামী তৰালী বা .... এদিন ওচৰৰ পৰা দেখা পোৱাৰ বহুত আশা আছে🙂.... আৰু বৰগীতটি আপোনাৰ কন্ঠৰ শুনি বহুত বেছি ভাল লাগিল💚

  • @sukanyasajati2694
    @sukanyasajati2694 2 роки тому +16

    নিশা ২ বজাত শুনিছো....গাৰ নোম শিয়ৰি উঠিছে ...ইমান ধুনীয়া উপহাৰটিৰ বাবে ধন্যবাদ তৰালী বা....❤️

  • @digantobablu4059
    @digantobablu4059 8 місяців тому +2

    অলপ বেতিক্ৰমি গীত টি শুনিভাল লাগিল ❤❤

  • @kiranmoyborah5829
    @kiranmoyborah5829 2 роки тому +2

    বৰগীত আৰু তৰালী শৰ্মা কি এক অনন্য সংযোগ । খুউব সুন্দৰ হৈছে ।

  • @santanusarma111
    @santanusarma111 2 роки тому +7

    অভিভূত হ’লোঁ তৰালী ৷ আপোনাৰ কণ্ঠত প্ৰিয় বৰগীতটিয়ে প্ৰাণ পাই উঠিছে ৷ সুন্দৰ সংগীত তথা ভিভিঅ’ই অধিক প্ৰাণৱন্ত কৰি তুলিছে বৰগীতটো ৷ 🙏🙏🙏

  • @poppikhanikar1919
    @poppikhanikar1919 2 роки тому +9

    কি যে এক অনামী কণ্ঠ ....শুনিলেই মন পবিত্ৰ হৈ পৰে। ☺️💖

  • @ArindomHazarika-y7o
    @ArindomHazarika-y7o 3 дні тому

    Each and every stage needs a singer like her ❣️

  • @manasdeka6801
    @manasdeka6801 Місяць тому

    Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna ❤❤

  • @dr.dhirensarmah2653
    @dr.dhirensarmah2653 4 дні тому

    কি অমিয়া কন্ঠ.... ভাষা নাই বুজাবলে'.... ❤❤

  • @rituaxomor3835
    @rituaxomor3835 2 роки тому +15

    সঁচাকে আপোনাৰ কণ্ঠ আৰু সুৰ অপাৰ , কিবা যাদু আছে হৃদয় চুব পৰা , মন মুহি নিয়ে , শুনি থাকিলেও হেঁপাহ নপলায়

    • @nabingogoi3179
      @nabingogoi3179 2 роки тому

      মোৰো একেই ভাবনা

  • @vlogsofdev1827
    @vlogsofdev1827 2 роки тому +6

    বৰপেটাৰ কোনখিনিত আপোনাৰ ঘৰটো
    সচাকৈ আপোনাৰ কণ্ঠত বৰগীত ম্ৰিয়মান
    লোকসংগীতৰ মহান নায়ক আপোনাৰ পিতৃক সশ্ৰদ্ধ প্ৰণাম

  • @kamaldeepsaikia6177
    @kamaldeepsaikia6177 2 роки тому +2

    Dhuniya uposthapon Baidew...hosai anupom❤️❤️❤️❤️💕

  • @jayanta2010
    @jayanta2010 2 роки тому +1

    সচাকৈ গোপালক দেখিলো...
    ধন্যবাদ তৰালী বাইদেউ......
    শশ্ৰদ্ধা প্ৰণাম গ্ৰহন কৰিব....

  • @lashyamoyee
    @lashyamoyee Рік тому +1

    ইমান ধুনীয়া❤

  • @nimikhaphukon2528
    @nimikhaphukon2528 2 роки тому +6

    শুনিলে শুনিয়েই থাকিম যেন লগা এটি কণ্ঠ ,তাতে বৰগীত😌

  • @papugogoi9158
    @papugogoi9158 2 роки тому +1

    সচাকৈ বা কি অপূৰ্ব কণ্ঠ আপোনাৰ সুনিয়ে থাকিব মন যায় হেপাহে নপলায়

  • @khagenbaruah7855
    @khagenbaruah7855 Місяць тому

    হাজাৰ বাৰ সুনিলেও আমনি নালাগে অ তৰালী বা নদীৰ পানীৰ দৰে কোমল কণ্ঠ❤

  • @kakalihazarika9105
    @kakalihazarika9105 2 роки тому +1

    বহুত ভাল লাগিল বা । বহুত মৰম আপোনালৈ❤️❤️❤️❤️

  • @dhrubajyotidas1387
    @dhrubajyotidas1387 2 роки тому +1

    তৰালী বাইদেউৰ কন্ঠত বৰগীত প্ৰাণ পাই উঠে। তেখেতৰ ওচৰত আমি কৃতজ্ঞ।
    দৃশ্যগ্ৰহণ, অভিনয় উচ্চমানৰ। বিশেষকৈ ৰাজুদা আৰু ধীৰ কাশ্যপৰ।
    চিত্ৰনাট্য আৰু অলপ ভাল হোৱাৰ থল আছিল যেন লাগিছে।

  • @haliramdas4543
    @haliramdas4543 2 роки тому +13

    Tarali is Tarali. There is no junior, no senior, no substitute of her. You are a unique product of respected Prabhatda.

  • @ankurjyoti533
    @ankurjyoti533 2 роки тому +3

    ইমান ধুনীয়া মেডাম ❤🙏, কৃষ্ণ কৃষ্ণ 💐🙏।

  • @Dunknownboy
    @Dunknownboy 2 роки тому +1

    যিকোনো ধৰণৰ গীততেই মাতটো শুৱায় তৰালি বাৰ 💝💝

  • @AMahanta-yq9sm
    @AMahanta-yq9sm 5 місяців тому +1

    Joi Jogot Guru Sankar Dev🙏💗💗💗😌😌Joi Guru Madhob dev💗🙏😌

  • @JAYA1VIDEO
    @JAYA1VIDEO 2 роки тому

    ৰাতিপুৱাই ইমান সুন্দৰ এটি বৰগীত শুনি মনটো ভাল লাগি গল। তোমাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। এনেদৰে আগুৱাই যোৱা। মোৰ মৰম আৰু শুভকামনা সদায় থাকিব।

  • @anurags.j600
    @anurags.j600 2 роки тому +4

    Mojja torali ba.... and happy Holi 😍🥰

  • @queenboruahmusical8545
    @queenboruahmusical8545 2 роки тому +1

    Apunar geet huni huniye horur pora dangor hoisu torali baa ,hodai apunar geet huni huniye tuponi jaw ❤️❤️❤️❤️❤️ god bless you ♥️

  • @sarmisthagoswami6123
    @sarmisthagoswami6123 2 роки тому +2

    বৰগীত টি শুনি আপ্লুত হলো। ভিডিঅ'টিত ভাগলোৱা সকলো শিল্পীকে অভিনন্দন যাচিলো।

  • @SudarsonNath111
    @SudarsonNath111 2 роки тому +6

    আপোনাৰ কণ্ঠত বৰগীত শুনাৰ আমেজ সদায় সুকীয়া 🙏

  • @simanta_DasUdl
    @simanta_DasUdl 2 роки тому

    torali ba xosake bargeet 2 mon xui gol.apunar geet mor khub priyo ..🙏🙏🙏

  • @Xagarikabora
    @Xagarikabora 2 роки тому +4

    বহুত ধুনীয়া হৈছে বা৷আপোনাৰ প্ৰত্যেকতো গীতেই মনপৰশা❤️

  • @সম্প্ৰীতিৰপৃথিৱী

    বাইদেউ আপুনি আমাৰ সম্পদ।। বহুত বহুত মৰম আপোনালৈ।। হাঁহিবোৰ যাতে সদায় একেদৰে থাকে।।

  • @krishnakamalkashyap
    @krishnakamalkashyap Рік тому

    মন প্ৰাণ ভৰি পৰিল,অতি সুমধুৰ বৰগীত 🪔🕉️🙏

  • @chitrineeborah2241
    @chitrineeborah2241 2 роки тому +1

    বহুত ধুনীয়া ।শুনিলে যে শুনিয়েই থাকিম ।🙏🙏

  • @riyanketu3160
    @riyanketu3160 2 роки тому +1

    Raju da
    আপোনাৰ অভিনয় সচাই ধুনীয়া ।।।।

  • @Nabanyash_Sarmah1
    @Nabanyash_Sarmah1 2 роки тому +5

    আপোনাৰ কন্ঠত এই বৰগীত ভাগি‌ শুনিবলৈ পাই ধন্য হ'লো ❤️❤️❤️🙏

  • @trishangiboruah1961
    @trishangiboruah1961 2 роки тому +1

    বহুত বেছি এ ভাল লাগিল তৰালি বা ❤

  • @lipikaborah5964
    @lipikaborah5964 2 роки тому

    Oti xundar, hridoy sui jowa, mon xat pori jowa, sakur lotak bagori jowa 💖💖🙏🙏

  • @manashkalita3689
    @manashkalita3689 2 роки тому +2

    প্ৰিয় কণ্ঠশিল্পী গৰাকী আৰু প্ৰিয় এটি কণ্ঠ ❤️❤️❤️💟

  • @kishorekangkan4343
    @kishorekangkan4343 2 роки тому +2

    ❤️শুনিয়েই থাকিম যেন লগা এটি কণ্ঠ❤️

  • @Karanmusical
    @Karanmusical 2 роки тому +1

    বহুত ভাল লাগিল‌, তৰালী বা😍😍😍😍

  • @pallabiduttapolo5272
    @pallabiduttapolo5272 2 роки тому +6

    Borgeet, Traditional Music, Your Astonishing Voice, the theme , the videography , such a splendid work ❤ Thanks for such Music.

  • @PabitraB
    @PabitraB 2 роки тому +2

    Excellent ba.... ভকতিৰ অমীয়া ৰস পালোঁ।।
    Congratulations
    - Pabitra

  • @Gayanjatra
    @Gayanjatra 2 роки тому +1

    Bor dhuniiya

  • @paragpritomofficial1229
    @paragpritomofficial1229 2 роки тому +2

    বাইদেউ বহুত বহুত বহুত ধুনীয়া লাগিল আপোনাৰ কন্ঠত বৰগীত টো।❤️❤️❤️

  • @xhobdo
    @xhobdo 2 роки тому +3

    Tarali Ba, Great to listen, Awesome _()_ #OisonoMohono

  • @dinendragoswami21
    @dinendragoswami21 2 роки тому +1

    একমেব অদ্বিতীয়ম্🙏

  • @hiranyadas2630
    @hiranyadas2630 2 роки тому

    Bohut dhunia tarali ba

  • @ProtidhwaniSurBahiniOfficial
    @ProtidhwaniSurBahiniOfficial 3 місяці тому

    Gupal Buli Koute Soku Pani ulai gol 💗

  • @poojabordoloi903
    @poojabordoloi903 2 роки тому

    হৃদয় চুই গ'ল বা ইমান প্ৰাণ ঢালি গাইছা তুমি ভালে থাকা সদায় বা❤️

  • @gautampaul246
    @gautampaul246 2 роки тому +1

    তৰালী বা অতভূত আপোনাৰ কণ্ঠ। 👏🙏❤️

  • @debasishjyoti4829
    @debasishjyoti4829 2 роки тому +2

    ধুনীয়া😍😍

  • @l.p.production3223
    @l.p.production3223 2 роки тому

    অতি সুন্দৰ হৈছে বৰগীতটিৰ সকলো কাম। সংগীত- videography-ৰ লগতে পাৰ্শ্ব কাহিনী-অভিনয় সকলোখিনি বৰ উচ্চমানৰ...। আপোনাৰ মধুৰ কন্ঠৰ গীত শুনি সদায়ে ভাল লাগে। ইমান সুৱদি কন্ঠ...গুৰুজনাৰ বৰগীতৰ সুৰৰ ধ্বনি আপোনাৰ কন্ঠেৰে শুনি মন ভৰি উঠিল। এনে এটি মধুৰ উপহাৰ আমাৰ বাবে সম্পদ স্বৰূপ। আপোনাৰ লগতে গীতটিৰে জড়িত সকলো শিল্পী - কলা-কুশলীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।💐💐💐

  • @neetalidas
    @neetalidas 2 роки тому +3

    This is a precious collection dear Tarali ba ❤️❤️❤️ extremely precious. Great work the entire team. Authentic look and feel by Jhulan. Gargee & Upasana great support in the making. Dhoon acted so unbelievably well. Congratulations to this production. One to celebrate for years. 🙏❤️❤️❤️

  • @arupsaikia5152
    @arupsaikia5152 2 роки тому +3

    😍🥰🥰🥰❤️❤️💛💛সুন্দৰ

  • @CMLigira
    @CMLigira 2 роки тому +1

    অতি সুন্দৰ ❤️

  • @jugantamahanta486
    @jugantamahanta486 2 роки тому +1

    বহুত ধুনীয়া... ইমান মিঠা সুৰ ❣️❣️

  • @bhargabsaikia8372
    @bhargabsaikia8372 2 роки тому +4

    বহুত বহুত শ্ৰদ্ধা আৰু ভক্তি💚💚

  • @pranjalsaikiaR16
    @pranjalsaikiaR16 Рік тому

    হৃদয়ত গুঞ্জৰিত হৈ থকা অসম তথা অসমীয়াৰ অন্যতম চিনাকি আৰু প্ৰিয় কণ্ঠ, তৰালি শৰ্মা বাইদেউ। ❤️💚

  • @jayantasarma2568
    @jayantasarma2568 2 роки тому +1

    অপূৰ্ব....❤️❤️❤️

  • @rajashriborah8067
    @rajashriborah8067 2 роки тому

    Iman dhuniya...xuniei thakim jen

  • @seemagogoi9056
    @seemagogoi9056 2 роки тому

    Bahut singer ahibo jabo apunaluk hodai thaki anekua gayikir babe lots of love baideu

  • @জীৱনজীৱনবৰঅনুপম-গ১র

    মনোমোহা আয়োজন ৷ সাৰ্থক সংগীত ৷

  • @deepa1459
    @deepa1459 2 роки тому +1

    খুব ভাল লাগিল শুনি আৰু দেখি । সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।🙏

  • @dimpalkalita2260
    @dimpalkalita2260 2 роки тому

    Apuni mor prio gaika.. Bohut val lagil

  • @hridoyanandasaikia9467
    @hridoyanandasaikia9467 2 роки тому +1

    Such a beautiful and honest work. তৰালি শৰ্মা বৰগীত সমূহৰ দৰেই নিৰ্মল আৰু প্ৰশান্তিময় !

  • @lelepang9831
    @lelepang9831 2 роки тому

    আপুৰুগীয়া সংগীতৰ আপুৰুগীয়া বৰগীতত আপুৰুগীয়া কণ্ঠ দ উফ কি সুন্দৰ সংমিশ্ৰণ। তবধ লাগি ৰলো বা

  • @PKDaa-pd6uz
    @PKDaa-pd6uz 2 роки тому +2

    Love from Sadiya💕💕💕

  • @chayanikabarman286
    @chayanikabarman286 2 роки тому +1

    Another masterpiece by tarali baa

  • @shibangshikeot8701
    @shibangshikeot8701 2 роки тому +1

    অপূৰ্ব 💗🙏🙏🙏

  • @aditibaruah6985
    @aditibaruah6985 2 роки тому +1

    বা আপোনাৰ গীত ৰ বিষয়ে কবলৈ ভাষা নাই মোৰ ওচৰত
    শুনিলে শুনি থাকিব মন যায়
    বৰ ভাল পাওঁ শুনি
    সকলো গীত এই শুনিছোঁ আপোনাৰ,
    অলপ অচৰপ মই ও গান গাও,কেতিয়াবা গাবলৈ ও চেষ্টা কৰোঁ, কিন্তু আপোনাৰ নিচিনাকৈ গাব হে নোৱাৰো
    আপোনাৰ কণ্ঠত কি যে অপূৰ্ব সুৰ
    আপোনাৰ কণ্ঠত আৰু যেন এনেকুৱা নতুন নতুন গান শুনি যাব পাৰো আগলৈও
    শেষত আপোনালৈ অশেষ শ্ৰদ্ধা

  • @Manoranjan_Live
    @Manoranjan_Live 2 роки тому

    ইমান ধুনীয়া 🥺🥺

  • @jubingogoi8000
    @jubingogoi8000 2 роки тому +2

    আপোনাৰ কণ্ঠত বৰগীত সমূহ শুনি বৰ ভাল লাগে ❤

  • @jkcreater5403
    @jkcreater5403 2 роки тому +3

    তৰালী বা ❤💕💕😍😘

  • @karishmarajbongshi4513
    @karishmarajbongshi4513 2 роки тому +1

    বৰগীত মোৰ বৰ প্ৰিয় 🙏 আপোনাৰ কন্ঠত এই বৰগীতটো শুনি বহুত ভাল লাগিল বা ♥️♥️

  • @probhatsarma
    @probhatsarma Рік тому

    The beauty of this video is how they depict lord krishna's childhood in a commoner's life. To seek lord is to reflect upon oneself

  • @explorenature7782
    @explorenature7782 2 роки тому

    ধুনীয়া হৈছে।

  • @bhrigumohan1315
    @bhrigumohan1315 2 роки тому +3

    I M Always your Big fen Your voice and lovely smile!!!!

  • @lakshminathkakati9485
    @lakshminathkakati9485 2 роки тому +2

    মন-মুগ্ধকৰ !🙏🏻

  • @tapankalita4950
    @tapankalita4950 9 місяців тому

    bhut bhut bhut vl lgise xuni..

  • @sidarthbora3925
    @sidarthbora3925 Рік тому

    কণ্ঠ শুনি গাৰ নোম শিয়ৰি গৈছে❤️🙏

  • @ripankarsaikia2225
    @ripankarsaikia2225 2 роки тому +1

    ইমান ধুনীয়া !!
    বহুত মৰম বা❤

  • @trishakaushik9448
    @trishakaushik9448 2 роки тому

    Khub val lagil Tarali ba..

  • @pabitragogoi8654
    @pabitragogoi8654 2 роки тому

    Bohut vall lage apunak...

  • @dipjyotibaishya3963
    @dipjyotibaishya3963 2 роки тому

    বা আপোনাৰ গীত শুনি বহুত বেছি ভাল লাগে । সুন্দৰ♥️

  • @sanatancreations7637
    @sanatancreations7637 2 роки тому +2

    I am impressed with your voice

  • @compasslesswanderer1989
    @compasslesswanderer1989 2 роки тому +1

    Mesmerising

  • @officialRajuDasHamsafar
    @officialRajuDasHamsafar 2 роки тому

    বৰ সুন্দৰ হৈছে

  • @chayanikaborah7535
    @chayanikaborah7535 2 роки тому +1

    Heart touching 💕 voice Tarali ba 👌👌👌👌

  • @nabadeephazarika3629
    @nabadeephazarika3629 2 роки тому

    অসমৰ লতাজী 🙏🙏

  • @birsingh33
    @birsingh33 2 роки тому +2

    Nice raju roy

  • @youcan671
    @youcan671 2 роки тому

    ধুনীয়া লাগিল 🕊️

  • @saratchetia5578
    @saratchetia5578 2 роки тому +1

    Spiritual 🥺💟

  • @Barokhamoran
    @Barokhamoran 2 роки тому

    কণ্ঠই যাৰ পৰিচয়।তৰালী বা আপুনি মোৰ প্ৰিয়।

  • @zugakalita
    @zugakalita 2 роки тому +1

    This is a master piece. . And tarali baa you are the piller of assamese music, you never fails to inspire us to get attracted towards healthy music and art.. we love you from the deepst cornar of our heart. . And jhulan da you are always unique . .a great work overall. .

  • @dimpusarma334
    @dimpusarma334 2 роки тому

    বৰগীতটো শুনি বৰ ভাল লাগিল।

  • @Lover-o5d
    @Lover-o5d 2 роки тому

    সুন্দৰ 🙏🙏

  • @akankhyadekae999
    @akankhyadekae999 2 роки тому +1

    After so long found something good for relaxation

  • @malayakalita6830
    @malayakalita6830 2 роки тому +1

    Sukoon❤😌

  • @lichagogoi
    @lichagogoi 2 роки тому +1

    priceless!❤❤