Mam, please do a collaboration with Sankuraj. We the people of Assam definitely deserve a romantic masterpiece from the melody king and queen of Assam. It's our demand.
Uff❤.....eta kotha bhabi napau...emn dhuniya voice ru meaningful gaan bur manuhbute kio nuhune... Kunu meaning nothoka gaan bur or pasot manuhbur kio emn crazy.
Tarali ba I hope u willread my coment.. বহু দিন আগত আপোনাৰ এটা এলবাম আছিল “খিৰীকি মুখৰ আলহী” আমি সৰু আছিলো, এলবামটো সংৰক্ষন কৰা নহল। এতিয়া গান কেইতা বিছাৰিলেও পোৱা নাযায় পাৰিলে আপোনাৰ youtube channel ত upload কৰি দিব
শব্দৰ মায়া জাল , মৌন ভালপোৱাৰ মাধুৰ্যতা , শ্ৰেষ্ঠ বিন্দুত সুৰৰ মধূৰতা, বাৰে বাৰে শুনি থাকিলেও যেন মন নভৰা, এয়াই জানো তৰালী বাৰ গীত নহয় ❤
তৰালী বাৰ গীতে বাৰে বাৰে মোক প্ৰেমৰ উপমা শিকাই থৈ গুছি যায়,
গীত সংগীত আৰু ভিডীঅ'গ্ৰাফী বৰ ধূনীয়া হৈছে।।
'তাতোকৈ ধূনীয়া হৈছে প্ৰেম- ভালপোৱা আৰু কেতিয়াওঁ মনৰ কথা খুলি কব নোৱাৰাৰ উপহাৰ ।
এক বুজাব নোৱৰা অনুভৱ......❤
" উপমাৰ সিপাৰে " উফ্ এখন যেন উপন্যাসহে । অনুপম-------
আপোনাক এদিন ওচৰত পালে কব মন আছে কিমান ভাল পাওঁ আপোনাক।কিমান আগ্ৰহী হৈ থাকোঁ আপোনাৰ কামবোৰ চাবলৈ❤️❤️🥹খুব ভাল লাগিল
আপোনাৰ প্ৰতিটো গানেই দুচকু সেমেকাই এইবাৰ ও তাৰ ব্যতিক্রম নহ'ল.......গানটোৰ শেষত চকুৰ কোনত ৰৈ গ'ল এটোপাল তপত অশ্রু 🥺❤
তৰালী শৰ্মা বাইদেউৰ গান আৰু ব্যক্তিত্বই বৰকৈ আকৰ্ষণ কৰে মোক মোৰ ঘৰৰ সকলোকে ।
আনে এশটা গান দিলেও তৰালী শৰ্মা বাৰ এটা গানেই সকলো হৈ পৰে দেখোন ইমান গভীৰকৈ চুই যায় এই হৃদয়খনক ❤❤❤❤
Bishnu Da please aaponi ghuri aahibodei. Train a dekhile a aponaloi manat pora hol. dyotaloi bahut respact and love ❤
ও বা তুমি ক'ত হেৰাই থাকা তোমাৰ নতুন গান আহিছে নেকি প্ৰায বিচাৰি থাকো
বা তোমাৰ কণ্ঠ সদায় ভগৱানে এনেদৰে ৰাখক
Mam, please do a collaboration with Sankuraj. We the people of Assam definitely deserve a romantic masterpiece from the melody king and queen of Assam. It's our demand.
হয়টো সকলোৱে আপোনাৰ গান নুশুনে কিন্তু যি কেইজনে শুনে প্ৰতিটো গানে শুনে তাকো শ শ
বাৰ l
💯
Uff❤.....eta kotha bhabi napau...emn dhuniya voice ru meaningful gaan bur manuhbute kio nuhune...
Kunu meaning nothoka gaan bur or pasot manuhbur kio emn crazy.
ইমান সুন্দৰকৈ উপস্থাপন কৰিছে 🥰😍
প্ৰেমৰ উদাহৰণ🎉
যৌনগন্ধী হ'লেহে যে প্ৰেম নহয়, আজিকালিৰ বোৰে বুজিব নে কোনোবাই বোজোৱাৰ প্ৰয়োজনীয়তা আছে??????
অসমীয়া গায়িকাৰ ভিতৰত, একমাত্ৰ প্ৰিয় আপুনি....কি সুন্দৰ গীত এটি উপহাৰ দিছে আমালৈ। ধন্যবাদ 🙏🙏🙏
বিষ্ণু দা (সিং চাৰ) সদাই প্ৰিয় আপুনি ।বহুত ভাল লাগিল গানটো । বৰ ধুনীয়া অভিনয় আপোনাৰ ।আৰু তৰালী বা উফ কি ধুনীয়া গাই আপুনি ❤❤❤ দুয়ো জন সদাই প্ৰিয় আৰু অন্যতম ।
হাজাৰ বাৰ চালেও হেঁপাহ নপলায়
ইমান ধুনীয়া concept
তৰালী বাৰ কণ্ঠ কি কম...সৌন্দৰ্য্য from inner and outside❤
অনুপ বৰুৱা খুব handsome❤natural acting 😊
ধুনীয়া ❤
প্ৰতিটো গীতে চুই যায়
অপেক্ষা.... ❣️
সুন্দৰ গীত ৰাহুল দাদা আৰু তৰালি বা আপুনি সুন্দৰ কৈ কণ্ঠ নিগৰাছে🙏❤️❤️
আপোনাৰ গীতত আমি অন্য পৃথিৱীলৈ গুচি যাওঁ।❤🎉
(Singh Sir ) Bishnu sir Personality bahut val lage! Such a good human you are. Respect you Sir as always.Superb act both of u ❤❤❤❤Mon Sui gol.
Love you tarali sharma,
Sending Love From Kathmandu, Nepal,
May God Bless You.
কেনে সুন্দৰ গীত। তৰালী বাৰ গীতৰ কথা, উপস্থাপন শৈলীয়ে সুকীয়া। প্ৰাকৃতিক, নিৰ্ভেজাল প্ৰেমৰ অপূৰ্ব নিদৰ্শন পোৱা যায় গীতবোৰত।
অন্তৰ চুই যোৱা কথা আৰু সুৰ৷ সদায়ৰ দৰে সুন্দৰ৷
আপুনি মোৰ সদায় প্ৰিয় আৰু শ্ৰদ্ধাৰ...ভালে থাকক আপুনি !
Singh Sir (Bishnu Sir) fantastic.. iman dhunia hoise Acting Dyotare. One of my favourite Actor you are ❤❤❤❤❤❤❤❤
সদায় প্ৰিয় আৰু অতুলনীয়....❣️
আজি ৰিলিজ কৰাৰ লগে লগে শুনিলো... বহুত ভাল লাগিল.. হৃদয় চুই গল... Lots of love ❤
ধন্য হে শিল্পী আপোনাক ! আপোনাৰ গান বহুত দেৰিকৈ আহে , কিন্তু যেতিয়াই আহে প্ৰত্যেক বাৰেই সেই একেই সতেজতা অনুভৱ কৰোঁ ❤❤
গানটো শুনিবলৈ বহুত ভাল লাগিল আৰু তৰালী বা ৰ গেটৰ সন্মুখত পেপাৰ লোৱা চিনটো বহু বছৰলৈকে মনত ৰাখিম
ক'বলৈ আৰু ভাষা নাই বহুত ধুনীয়া লাগিছে গীতটি❤️❤️❤️
গানৰ কথা আৰু চিত্ৰনাট্য অপূৰ্ব।
তৰালী বা যে এগৰাকী ভাল অভিনেত্ৰী বৰ সুন্দৰকৈ প্ৰকাশ পাইছে 🎊🎉🔆✨।
অন্তৰস্পৰ্শী গীত তৰালী বা❤সদায়ে প্ৰিয় আপোনাৰ কন্ঠ আৰু প্ৰতিটো গীতেই❤ অনুপ্ৰেৰণা আপুনি আৰু আপোনাৰ সংগীত আমাৰ বাবে❤ভালে থাকক আৰু ভাল ভাল গীত আমাৰ বাবে দি যাব অনাগত দিনত। বহুত বহুত মৰম❤
Shehnai য়ে গোটেই গানটোকে সোণত সুৱগা কৰি তুলিছে।❤
বাইদেউ ,আপোনাৰ প্ৰতিটো গীতেই প্ৰিয় ৷ কুশলে থাকক ৷
মানুহগৰাকী আনবোৰতকৈ কিছু পৃথক❤
একেই আছে সুৰৰ ঠিকনা, একেদৰেই বৈ থাকক চিৰদিন...❤
কি বুলি মে আপোনাক ধন্যবাদ দিম মই ভাবি পোৱা নাই । বহুদিনেই হ'ল ভাল গান শুনিব নোপোৱা , ইমান দিনৰ পাছত ইমান ধুনীয়া গীত এটি শুনিব পাইছো , তাতে আকৌ আপোনাৰ কণ্ঠত । আজি ৩ দিন হৈছে আপোনাৰ গানটো শুনা , এই তিনি দিনত যে কিমানবাৰ শুনিলো ঠিকনা নাই , শুনিলে শুনিয়েই থাকিবৰ মন যায়,, গানটো যিমান বাৰেই শুনো সিমান বাৰেই অতীতলৈ গুছি যাওঁ। পূৰণা কিছু স্মৃতি মনত পৰি যায়,, জুবিন দাৰ পাছত আপুনি মোৰ প্ৰিয় শিল্পী, আৰু উৰে জীৱন থাকিব । আপোনাৰ সৃষ্টি আৰু অৱদান বোৰৰ বাবে ধন্যবাদ জনাইছোঁ ।।❣️❣️❣️
বাৰ গান সদায় প্ৰিয়❤
গান আৰু কাহিনী সুন্দৰকৈ সজাইছে,❤️❤️❤️
শান্তি যেন অনুভৱ আপোনাৰ মাত লগ হ'লে কম কেতিয়াবা আপুনি যে কিমান প্ৰিয় ভালে থাকক এসোপা মৰম❤❤
কি ধুনীয়া ❤
অন্তৰ চুই যায় আপোনাৰ কন্ঠ বাইদেউ ❤
❤❤❤ আপোনাৰ সুৰত আপোনাৰ মাতত হৃদয় খন আনন্দত মতলীয়া হয়
আপোনাৰ গীতে যেন প্ৰেমৰ ফাগুন কঢ়িয়াই আনে❤❤❤
আপুনি ভালে থাকক❤
পাহৰিব নোৱাৰিম কেতিয়াও❤
বৰ ভাল লাগিল গানটো। আপোনাৰ প্ৰতিটো গীতেই সুকীয়া আৰু অন্তৰ চুই যোৱা। আপোনাৰ গান মুক্তি পালে বহুত ভাল লাগে। ৰৈ থাকো নতুন গানৰ বাবে।
কাহিনি ভাগে মন টো সেমেকি থৈ গ'ল।❤
Bishnu Sir such a lovely Acting..you are the Great. I really don't know the language but I can understand all the Great concepts
সদায় প্ৰিয় আপোনাৰ গীত ।পুৱাই শুনিলো । বিষ্ণুৰ এক্টিং আৰু কি কম তেওঁক ও বহুত ভাল লাগে
আপোনাৰ নতুনবোৰলৈ অধিক আগ্ৰহেৰে ৰৈ থাকো বা 😊 এইদৰে সদায় নতুন নতুন উপহাৰ দি যাওঁক💐
Can't wait
তৰালী বা,কি সুন্দৰ উপহাৰ দিলে আপুনি। সংগীতৰ সাম্ৰাজ্ঞী আপুনি । আপোনাৰ কণ্ঠত প্ৰতিটো গীতেই আকৌ নকৈ ৰঙ বিৰিঙাই । গীতৰ ভাষাত ভাৱ সুন্দৰকৈ উজলি উঠিছে বা। শেষ আৰু সুন্দৰ । আশাৰে________❤🙏🌼🥺❤
#Prakashbarman
বা আপোনাৰ কন্ঠ❣️❣️ বাৰে বাৰে শুনিলো ইমান যে ভাল লাগিছে ❤❤ লগতে video concept সুন্দৰ ❣️❣️❣️
দুজন প্ৰিয় মানুহক একেলগে দেখি সুবে ভাল লাগিল😊😊😊
শুভেচ্চা যাছিলোঁ 🎉🎉
দেৱী সৰস্বতী মানব ৰূপত। আপোনাৰ মাতত সৰগ বিচাৰি পাও।
সঁচা কৈ অতি সুন্দৰ গীত। গীতৰ কথা সুৰ আৰু ভিডিও খুউব সুন্দৰ মন চুই যোৱা হৈছে।
প্ৰিয় নাৰীৰ, কিযে অপুৰ্ব্ব কণ্ঠ ♥️♥️♥️
বৰ ভাল লাগিছে। সুন্দৰ হৈছে অভিনয় বিষ্ণু আৰু তৰালী ।বৰ আবেগিক কৰি দিলা ।❤❤❤
কি যে সুন্দৰ কথা Rahul Gautam Sharma। তৰালী বাৰ কণ্ঠই সোণত সুৱগা চৰাইছে ❤ ।
বহুত মৰম দিলোঁ মাহী ❤️
--হিয়া
অতুলনীয় ❤
আপুনি মোৰ সদায়ে প্ৰিয় আৰু শ্ৰদ্ধাৰ, ভালে থাকক আপুনি ❤️🤍
আধীৰ আগ্ৰহেৰে ৰৈ থাকোঁ আপোনাৰ নতুন এটি গানৰ বাবে । ধন্যবাদ বা ,আমাক ইমান ধুনীয়া গান বোৰ দিয়া বাবে । ভগৱানে আপোনাক ভালে ৰাখক সদায়। সঁচা প্ৰেমৰ অৰ্থ আপোনাৰ গানৰ জৰিয়তে পাওঁ ❤❤
Tarali ba I hope u willread my coment.. বহু দিন আগত আপোনাৰ এটা এলবাম আছিল “খিৰীকি মুখৰ আলহী” আমি সৰু আছিলো, এলবামটো সংৰক্ষন কৰা নহল। এতিয়া গান কেইতা বিছাৰিলেও পোৱা নাযায় পাৰিলে আপোনাৰ youtube channel ত upload কৰি দিব
ইমান কোমলতা শব্দবোৰ, কথাবোৰ, কাহিনী, ক'ৰবাত হিয়াখন ভাগি যায়, মানুহ গৰাকীৰ দৰে প্ৰানৱন্ত, মানুহ গৰাকীৰ দৰে আলসুৱা, প্ৰিয় সদায় প্ৰিয় হৈ থাকক ❤❤❤❤
Bahut dhunia hoise, @Bishnu well done bro❤❤
Bohut bohut val lage apunar song bur hodai vale thok apune❤
অনুপম ...👏বাৰে বাৰে শুনিলেও মন নভৰে ...
গীত আৰু কাহিনীয়ে অন্তৰ পৰশি গ’ল❤❤❤
উফ ইমান সুন্দৰ ৷অন্তৰাত্মাত সোমাই গৈছে৷
*উপমাৰ শিপাৰে*
*উশাহৰ উমেৰে*
*জিৰণীয়া ভালপোৱা* .....
*ভাল লাগি লাগিল* ...
(মোৰ যেন চোৱাতকৈ শুনি বেছি ভাল লাগিছে) ... 😌
BISHNU Concept is heart touching with the natural acting its simply great ❤
Sing Sir Dekhun.. ❤ from chhaygaon.. Tarali Bar kontho hunile childhood monot pori jai...
কবলৈ ভাষা নাই,,,হিয়ামন আলোড়িত কৰি গ'ল,,,মৰম-আবেগ-হেঁপাহৰ এটি মন পৰশা গীত,,,,অভিনন্দন জ্ঞাপন কৰিলোঁ,,,❤❤❤❤❤
খুব ভাল লাগিল তৰালী ❤as always. Congratulations to the whole team🎉great job
কামৰ মাজত যেতিয়া নটিফিকেচন আহিছিলে তেতিয়াই ভাবিছিলো আজি ৰাতিলে শান্তি মনেৰে ভাল গান এটা শুনিবলৈ পাম।
বা এনেদৰে সদায় ভাল গান উপহাৰ দি যাব ❤
গানটোক চেহনাইয়ে এক বেলেগ মাত্রা প্ৰদান কৰিছে। এটি সুন্দৰ গীত।
অপেক্ষাৰ অন্তত...🌺প্ৰতিটো গীতৰে এক সুকীয়া মাদকতা.... আপুনি যিয়েই গান নাগাই কিয় বুকুত যে আঁচ বহিব বুকু দাথি ক'ব পাৰো..... ❤শান্তি পাও আপোনাৰ গীতত... ভালে থাকক সদায়❤❤
মন ভৰি গৈছে।❤❤
বহুত ধুনীয়া লাগিল তৰালি বা।
সদায় প্রিয়। বহুদিনীয়া অপেক্ষাৰ অন্ত পৰিল। আজিৰ পুৱা আপোনাৰ গীতেৰে আৰম্ভ কৰিছোঁ । ❤❤❤❤
আপোনাৰ গানত কিবা এটা বিশেষ থাকে ৷ সেয়ে আপুনি তুলনাহীন ৷ ❤❤❤❤❤❤❤❤❤❤❤❤
"উপমাৰ সিপাৰে" খুবেই ভাল লাগিল। ভালপোৱা, ভাললগা এই উপমাসমূহে কেনেকৈ সমৃদ্ধ কৰে সচাঁকৈ ব্যক্তি বিশেষক! ভাবিলেও ভাললগা যি। জীৱন সমৃদ্ধ। জীৱন ব্যাপ্ত। জীৱন শীৰ্ষ। জীৱন উন্মুক্ত। ❤❤❤❤
গভীৰ অনুভৱে চুই গ’ল
মিঠা অনুভৱেৰে এটি সুমধুৰ গীত। আপোনাৰ গীত সদায়েই প্ৰিয় ❤
আপোনাৰ সংগীতবোৰ অতুলনীয়
খুবেই মনপৰশা❤তৰালি বাৰ কন্ঠ সদায়েই প্ৰিয় 😍দুয়োগৰাকীৰে অভিনয়ে মন চুই গ’ল 🌼
Baaa bipul da barhia .
Apunar xokolo Geet a mur priyo....thank you for this
Soothing song.. feels as if ur song heal all my wound.
হৃদয় আলোড়িত কৰা গীত ❤️❤️❤️
মন চুই গ'ল ....
বৰ ভাল লাগিল তৰালি বা ...❤
Not only a great singer, You are great actor too. Loved the concept and the song is literally a masterpiece ❤️
bor bhal pau apunak, apunar geet....
aji release kora 1st dinai moi 20-25 bar maan xunilue..
Mor bhal loga borok share u korilu❤❤❤😊
অপোনাৰ গানবোৰ বৰ ভাল লাগে। For me, You are the Best female singer of Assam .
আপোনাৰ গান সদায় অতুলনীয়
বৰ সুন্দৰ গীতৰ কথা, সুৰ আৰু দৃশ্য গ্ৰহণ। আপোনাৰ সুমধুৰ কণ্ঠে আৰু শ্ৰুতিমধুৰ হৈছে। বহু মৰম,শুভেচ্ছা আৰু অভিনন্দন মৰমৰ তৰালী বা 💐❤️💚🎉💕🥰
কোন খন আপোনাৰ Music video ই হৃদয় স্পৰ্শ নকৰে বা মৰমৰ টোপোলা জাচিলো মাজুলী পৰা 🎉❤🎉
বা আপুনি জানে নে মই এতিয়া সন্ধিয়াৰ জোনাক চাই বাহিৰত বহি আছোঁ ভাবিলো এটা ভাল লগা গান শুনি পঢ়িলৈ যাম, আপোনাৰ গান টো এইখিনি সময়ত শুনিব পাই বহুত বেছি ভাল লাগি গল মনটো যেন পাতল হৈ গৈছে । বা আপুনি মোৰ সদাই প্ৰীয় আপুনি ভালে থাকক ❤
প্ৰতিটো গীতেই হৃদয় চুই যায়❤
মোৰ বাবেই সদায়ে প্ৰিয় আৰু অনন্য বা জনী❤❤❤
Bohut bohut val lagil xuni
আপোনাৰ প্ৰতিটো গীতেই ইমান অৰ্থবহ আৰু হৃদয়স্পৰ্শী । মন ভৰাই তুলিব পাৰে ।